কোমোৰাৰে হাঁহ আৰু লাই গাহৰি বনালেই আপোনাৰ কথা ভাবো আৰু লগত থকা বোৰকো কও যে মই chef bb kitchen চাই শিকা recipe এইটো। এজন দুজন মানুহে বেয়াকৈ comment লিখিলে কি হব, আপোনাৰ শুভাকাঙ্খী বহুত বেছি আছে। অসম আহিলে লগ পাম আপোনাক। Wishing you and your family all the happiness in the world.
New hair khinire dhuniya lagise o baa and yes Kapur jur j dhuniya lagise dei....মানুহে কিছুমানে জনি শুধে but কিছুমানে নাজানি সুধে....জনি পেলাই সুধা বোৰে কিন্তু বহুত বেয়াকৈ question kore....by the way love you baa❤
মৰমৰ মাজনী,দুখ নকৰিবা।গুনীয়ে হে গুনীৰ মূল বুজে । আমেৰিকাত থাকিও অসমৰ খাদ্য আৰু ভাষাটো ইমান ধুনীয়াকৈ জীয়াই ৰাখিছা ,তোমাক বহুত ভাল লাগে ।শৰীৰ চৰ্চা কৰি থাকা ,কোনোবাই কিবা কোৱা লৈ মন কান নিদিয়া । ধন্যবাদ ও আশীৰ্বাদ যাচিলো।❤❤❤❤❤❤❤❤
আপুনি সদায় সুখী থাকক❤️
আনৰ কথালৈ কান নিদিৱ 🙏
পৃথিৱীত এনেকুৱাও মানুহ আছে যে মানুহ ক খুব দুখ দিব জানে ।।
❤❤❤
মই বহুত ভাল পাও আপোনাক বাইদেউ আপুনি সদাই ভালে কুসলে থাকক🙏♥️♥️
❤❤❤
আপোনাক ভাল পায় কাৰণে কিছুমানে কিবা বেমাৰ হৈছে নেকি বুলি সোধে so আপুনি বেয়া নাপাব। কিন্তু যি বিলাকে আবুল তাবুল বকিছে সেইবিলাক ফটোৱা মানুহৰ কাৰণে আপুনি মন বেয়া কীয় কৰিব। Jai shree Krishna 🙏💐🎉
❤❤
❤❤ভাল লাগে আপোনাক বা, ভালে থাকক আপুনি ❤
সচাঁকৈ খীনাবলৈ কিমান কষ্ট খীনোৱাগৰাকীয়েহে জানে।আপোনি সদায় সুস্থ থাকক।
সঁচা দেই
সঁচাকৈ মই অলপ কিবা খালে শকত হৈ যাওঁ খীনাবলৈ চেষ্টা কৰিও পাৰা নাই
মানুহে মানুহৰ ভাল হোৱাতো সহ্য কৰিব নোৱাৰে। ভগৱানে মঙ্গল কৰক 🙏🌹
মনবোৰ বেয়া নকৰিব ভালদৰে থাকিব ভাল লাগে আপোনাক
বা ভাল লাগে আপোনাক । আপোনাৰ কথা বিলাক ভাল লাগে শুনি । ভাল ভাল ৰেচেপি বনাই দি যাব । মই আপোনাৰ পৰা বহুত শিকিছু ৰান্ধিবলৈ । ভালে থাকক সদায় ।
Mukh khonote dharibo pari dekhun aku hua nai buli bahut Val kam korile dei❤❤❤❤
❤❤❤❤
অ বাইদেউ আপুনি নিজৰ বিষয়ে পাহৰি নাযায় যেন। কাৰণ আজিকালি মানুহৰ মাজত আনন্দ আৰু মানবীয়তা নাই মাত্ৰ নিজক চিনি পায়। বাকস্বাধীনাতাক আগুৱাই লৈ যায়।
নিজক মই বৰ ভাল পাওঁ সেয়েহে নিজৰ ধ্যান ৰাখো ৷ আজকালি কিছুমান মানুহে আচল বাক স্বাধিনতা কি পাহৰি গ’ল ৷ মাত্ৰ আঘাত কৰি কেনেকৈ ক’ব পাৰি তাৰ হে কম্পিটিশ্বন 😢
Manuhor kothat bor gurutta nidibo ba ..you are so strong so great and very beautiful ❤❤
❤❤❤
আপুনি সদায়েই ভালে থাকক। বাকী কথাখিনি লৈ মন বেয়া নকৰিব।যোনে যি কয় কৈ থাকক❤❤❤
ভাল লাগিলে দেই আপোনাকো বৰ ভাল লাগে
আপোনাৰ কথাখিনি শুনি বহু ত বেয়া লাগিল। আপোনাৰ ভিদিয়বোৰ চাই ভাল লাগে । হাহিতোবহু ত ভাল লগা। God bless you. Thank you. Bharari Devi. Mangaldai. Darrang.
ভাৰতী ❤❤❤
Aamar bohut bhal laaga, kuna ki koi, koi thakiboloi diyok ❤
So sweet ❤❤❤❤ আপোনাক বহুত ভাল লাগিছে ❤❤❤❤❤ বাইদেউ
❤❤❤
আপোনাৰ ভিডিঅ'খোৱা ৰেচিপী চাই বহুত ভাল লাগে ❤ সদায় ভালে থাকক ❤প্ৰথম কমেন্ট বা মই গোলাঘাট ❤
সদায় নিজৰ ভাল লগাবোৰ কৰি যাওক । মন বেয়া নকৰিব আনৰ কথা শুনি । বা যোৰহাট আহিলে লগ পাম বুলি আশা ৰাখিলোঁ। মই গোলাঘাটৰ।
বাবি বা ম ই শিৱসাগৰ ৰ তুমাক বহুত ভাল পাওঁ কুমাৰ বিষয়ে বেয়া কৈ লিখা বোৰ মানুহৰ শাসিত নপৰে তুমি আগ বাঢ়ি যোৱা ভগৱান ৰ বছৰত প্ৰাথনা কৰিছো অংকীয়া শিৱসাগৰ
❤❤❤
Ba dhuniya hoise upuni
vale thakok ba...aapunar video sable roithaku ..aji mur 1st comment..
@@rashmithengal8642 Morom
কোমোৰাৰে হাঁহ আৰু লাই গাহৰি বনালেই আপোনাৰ কথা ভাবো আৰু লগত থকা বোৰকো কও যে মই chef bb kitchen চাই শিকা recipe এইটো। এজন দুজন মানুহে বেয়াকৈ comment লিখিলে কি হব, আপোনাৰ শুভাকাঙ্খী বহুত বেছি আছে। অসম আহিলে লগ পাম আপোনাক। Wishing you and your family all the happiness in the world.
মৰম দেই ৷ কমেন্টে মোক জোকাৰিব নোৱাৰে মাত্ৰ আছৰিত কৰে কেতিয়াবা ৷ ভাবিবলৈ বাধ্য কৰাই যে এইয়া মোৰ ঠাইৰে মানুহ নে ?
বৰ ভাল লাগে বাইদেউ আপোনাৰ কথাবোৰ 🎉🎉🎉❤
ধুনীয়া লাগিছে আপোনাক। বাকী বাদ দিওক হে। জীয়াই থকা দিনকেইটা হাঁহি ধেমালিৰ পাৰ কৰক সকলোৱে।
তাকে বুজি পোৱা হেতেন বৰ ভাল আছিল অ 😅
আপোনাৰ কথাবোৰ বৰ ভাল লাগে । বাহিৰৰ ছবি বিলাক চাই ভাল লাগে ।ধন্যবাদ আপোনাক।
❤❤❤
মানুহে কি কয় সেইয়া বাদ দিয়া। তুমি আমাৰ বাবে সদায় অনন্য ❤। তোমাৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো। ভগৱানে তোমাক সদায় কুশলে ৰাখক!!!
ধন্যবাদ
Enekuwa beya mentality r manuhor kothat gurutwo nidibo..bohut val lage apunar kothabur..enekoie val lagise apunak
Ekdbare nidiyu, mur karone teuluk manoxik rugi
@ChefBBsKitchen Apunar videobur sayei lockdown r timekhini par korisilu...log pabor mon ase apunak ebar..
Buji paisu baido,"emn kiyo khinali,bemaar hoisil niki buli," eitu Amar society eta tabo...moiu bohut hunisu baa,,apuni mon2 beya nokoribo....lots of 💕💕💕
Bhal lage apunak . Xodai aneke bhale thakok . Love from Itanagar, (A.P)❤❤
❤❤
Nigetive coment bur sai mon beya nokoribo videobur sai bhal lage . Ajihe prothom coment korilu
❤❤❤
বেলেগে কি কয় নাজানো মই ভাল পাওঁ আপোনাক। আপোনাৰ মূলা শাকৰ খাৰৰ ৰেচিপিটো বনাই খাই খুব ভাল লাগিল। ধন্যবাদ বা।
মৰম দেই
You are my favoured and free frank .may God bless you always
❤
Apunak val lage ,logote apunar vedio sai val lage❤❤❤❤❤
Apunak Val pai karona hudha ❤❤❤ Love you baa❤❤❤
Moko khin buli hahe but moi nijoke val paw❤.. Gurutto nidibo baidew. Eibur kothat.
Tension nolobo etya besi dhuniahe dekhise❤❤
After very long gap
আপোনাক দেখা পাই ভাল লাগিল
Long gap nohoi, video diyei asu. Apuni he bahut dinor pasat Amar video saise sage 😢
Bohut val lagile ba ❤️❤️😘😘
Ba tumak bor dhunia lagisa❤❤❤
Bor dhuniya Aponaar kotha bartta , 🎉🎉🎉🎉
Bhal lagil baru 😊
Video to bhal lagil. God bless you and your family ❤❤❤❤❤
Ohh, ignore them, you are a sweet human being 😊
You are so kind
Apunar kothabor bor bhal lage ba ❤️ ❤ Love you ❤❤
Vale thakok bohut morom apunaloi ❤
Bohut val lagil baa, looking beautiful ❤❤
❤❤❤
Love you Baa ......❤❤from Dibrugarh
আপোনাৰ কথাখিনি ভাল লাগিল ।ময়ো ক্ষীণ হবলৈ চেষ্টা কৰি আছোঁ।4-5 বছৰত বহুত শকত হৈ পৰিলোঁ থাইৰডৰ বাবে
God bless you.
আপুনি ভালে থকা টো বিচাৰোঁ বা।
❤❤
তোমাৰ কথা বোৰ ভাল পাওঁ। মই চাওঁ। সদায় এনেদৰেই থাকিবা। চুলি কাটি ললে আৰু ওজন কমাই ল'ব পাৰিলে সুবিধা বহুত। বুজাই বুজে। শুভেচ্ছা থাকিল। মই শিৱসাগৰৰ।
বিয়াৰ পাচত মাইকী মানুহ জনী মাত্ৰ পেটুলী হ’ব লাগে, কেনেবাকে খীনালে বেমাৰী হ’ব লাগিব ৷জীয়ৰী সকল হে খীন হৈ ধুনীয়া হৈ থাকিব লাগে, মাক জনী আকৌ কিয় খীন হৈ ধুনীয়া হ’ব লাগে 😅😅 এচামৰ চিন্তা 😢
আপোনাক বহুত ভাল লাগিছে।
❤❤❤
Sister apunak mur bohut bhal lage. Moi apunar purona vdo buru maje maje sai thaku. Apunar hahitu u mur bor bhal lage.❤
❤❤❤
You're a sweet person... the amount of simplicity and confidence you carry is awesome❤. Always stay happy and healthy
Love from Assam
❤❤❤
তোমাৰ ভিদিঅ চাই বহুত ভাল লাগে অসমৰ পৰা মৰম তোমালৈ❤❤
❤❤❤
apunar kotha bilak bor val lage .moi sai thaku .সদায় চাব পাও যেন
❤❤❤
আপোনাৰ ব্লগবোৰ চাই বহুত ভাল পাও আপুনি কুশলে মঙ্গলে থাকক প্ৰাৰ্থনা জনায়ছো
❤❤❤
Ekdom thik kotha koise.teneke kaku ketiau hudhibo napai.dnt get disheartened.go ahead n be happy ❤️❤️
❤❤❤
ভাল লাগে আপোনাক ❤❤
❤❤❤
Bahut dhuniya tumi.agate tumar video bur sai silu. Agbahi juwa bhagabane Ashish diyak tumak
❤❤❤
Apunar kotha bur bor bhal lage....manuh Joni e bhal
অ বা তোমাৰ কথাবিলাক বৰ ভাল লাগে ভালে থাকা সদায় হাঁহি থাকা
❤❤❤
Apunak bhut val lage .❤❤
❤❤❤
Please ignore the idiots, you are my favorite person as an Assamese woman, we are proud of you. I am from Guwahati, Assam. ❤❤

Thank u dear
Bhal lagise ba apunak 🥰😍❤️
আপোনাৰ কথাৰে এচামক ভাল শিক্ষা দিছে কিন্তু👍
Baa mur bht val lage apunar video sai wait kori thaku ketiya video ahibo buli ❤❤❤
❤❤❤
Mojaa... heart khon bht clean...ji koise direct koise...
❤❤❤
❤❤❤
Miss u baa. Batcha keita vale ase ne baa.
All good ❤❤ thank u for asking
Hi baa...aapunak bht duniya lagise hairstyle hoite😘😘
❤❤❤
বাইদেউ 🙏
ভালে কুশলে থাকক।
আপোনাৰ পৰিয়াললৈ মৰম দিলো🎉
মোৰ ক্ষেত্ৰত একে চলি আছে।
সকলো য়ে শুধে কি বেমাৰ হৈছে।
আৰ্থিক সাহাৰ্য্য খুজিব বেমাৰ দেখুৱাবৰ বাবে, আৰু কেতিয়াওঁ নুসুধে 😅
Ki dhuniya lagise baa bhut bhut morom ❤❤❤
❤❤❤
New hair khinire dhuniya lagise o baa and yes Kapur jur j dhuniya lagise dei....মানুহে কিছুমানে জনি শুধে but কিছুমানে নাজানি সুধে....জনি পেলাই সুধা বোৰে কিন্তু বহুত বেয়াকৈ question kore....by the way love you baa❤
❤❤❤
Bor jomoni die baidewo bohut bhal lagile aru dib son sai thakim houni thakim apounak baidew ❤ god ❤ bless ❤ ❤ 🙏🙏🙏
❤❤
বাবী, তোমাৰ কথা খিনি শুনি বৰ ভাল লাগিল ।তুমি টো জানাই যে মানুহেই মানুহৰ প্ৰধান শত্ৰু !!এই সকলো পাহৰি মাথো আগবাঢ়ি যোৱা ।ইমান ডাঙৰ অসুখটোক লৈ
যে মানুহে উপলুঙা কৰি কথা কব পাৰে, তাকে ভাৱি দুঃখ লাগিছে ।God bless you!! ❤❤
কথা ক’বলৈ নজনা হ’ল বহুতে 😢 দুখৰ বিষয় ৷ কেন্সাৰ হে, বহুতৰ হয়, কি আহে যাই নো তেৰাসবৰ 🙄🙄
Babli ba apunar weight loss r kothatu xuni bhal lagil
vale thakok vogobane mongol korok. 🙏🙏🙏
❤❤
Baideu,bor dhuniya lagise apunak,👌👌🥰🥰manuh r kotha nuxunibo,kaam naikiyabure apunar jonopriyotat hingxa kore babe koy,infact moiu overweight aru khinabo bisaru dilse,💖💖
❤❤❤
Baa, apunar facebook page ot mix pasoli di kharor logot lunch kora video eta paisilu. Parile tar recipe tu share koribo sun. Much love❤️
আছে ৰেচিপি , বিছাৰিলেই পাবা
Ba Apunk Mur bohut bhal lage bohut apun apun lage
Apunk bhogobane hodai kukhole rakhok
May God bless u always
Love from dibrugarh
❤❤❤
dhunia laagise
❤❤
Babi ba hodai " kuch toh log kahenge..." Kintu tumi hodai kind n hodai generous n always always beautiful ❤
❤❤❤
Bhal lagil aapunar kotha xuni Bhale thakok xodai.. ❤
❤❤❤
Bohut bhal lage apunak
Aponer kotha khini suni bor val lagil. Shuvokamona thakil ❤❤❤❤ Dhubri r pora 🙏
❤❤❤
ভাল লাগিল দেই।
❤❤
Tumar kotha bur bhal lage.
Apni khinale....lokor ki hol..khinale bhal hee healthy thakibo.....bhal dekha hee hoice......god bless you
Lukar mote moi biya huwa maiki joni kiyo khinabo lage, gabharu suwali he khin min dhunia hoi thakibo lage😂 buwari joni khinaboloi bemari hoboi lagibo, nohole Ki dorkar khinuwar 😢😢😢
মই তোমাৰ ৰেচিপি চাই ভাল পাও সদাই ভালে থাকা আনৰ কথালৈ কাণ নিদিবা
Apuni khub val baa
Baa mor bhut vl lagy apunr vdo bur xi ...
❤❤
Apunar video bur sai bor val lage apuni khinuar babe dekhhibaloi bohut dhunia lagise apunar lagate parialar sakaluke bagabane vale rakak
❤❤❤
Apunar moi bht val paw love you baa❤❤❤
❤❤❤
সচাকৈ বা , আপোনাৰ কথাবিলাক খুবেই ভাল লাগে , আমাৰ নিজৰ ঠাইৰে আপুনি । আমেৰিকাত থাকি অসমৰ গৌৰবৰ কাৰণে যিখিনি কৰি আছে আমি সচাকৈ। বহুত গৌৰব কৰিছো । কিছুমান মানুহৰ এইবিলাকেই কাম , একো নজনাকৈয়ে যি তি কৈ থাকে, আচৰিত লাগিছে এনেধৰণৰ কথা কেনেকৈ কব পাৰিছে , আপুনি লগতে পৰিয়ালৰ সকলোৱে সুস্থ হৈ থাকক বা। এইয়ে কামনা ভগৱানৰ ওচৰত। মই গোলাঘাটৰ পৰা, সুন্দৰ ৰেচিপীবোৰ আমালৈ দিব
মৰম ল’বা
. আপুনি পৰিয়ালৰ সৈতে সদায় সুখেৰে থাকক দেই। You are too good. 12:37 God be with you always.
Baby ba moi kintu apunak bohut val paon. Apunar vlog aru video sai khub enjoy koru.❤❤ From Chabua
❤❤❤
Ankoi vhal lagisa aru long nokoribo❤❤ bohut vhal lage apunak
❤❤❤
Dhuniya lagise,aapunak Baa 💕💕
❤❤❤