Baa Moi Apunalukar channel r natun subscriber. Bhal lage sai Apunalukar blog bilak.. Apunalukar simplicity e Apun Apun lagi jai. Aji video tu sai bor bhal lagil. Amguri buli je kole.. Amgurir kor hoi. Mur Amgurir namti t Ghar.
Khub val lagil apunalukar logat sinaki hoi.... moi u jorhat re.... apunar recipe bur moi try kori thaku... til chicken tu bohut testy hoisil... mur husband j bohut val pale... Thank you for recipe.... Love you'll
Val lage apuna lokor vdo.. Apuna loke eman busy thokar majoto j eman dhuniya vdo Di ye.. Hosay val lage.. Apuna loke j amar assam r hy so proud feeling hy
Baa, apunalukr kotha khini hunile iman bhal lage, ekdom nijor poriyalor hodosyo jen lage apunalukok. Hodai bhalei thakok apunaluk, much love to all...aru tiklu keita j ki morom loga...God bless them😘
Wow so nice family... Hosakoi baa Apunaluker hoite ajihe porisoi Holu.... Khub janibole Mon goi asile Apunr bikhoie.. Khubei val lagil... 3sister logote 7son and doughter hokoluke log pai khub val lagil.. Apunaluk khub moromial... Heibabei Apunaluker recepi bur o khub hundor Hoi... Thank you so much baa tinijoniloi hundor recepi r babe khuvesha thakil..
Hello Apulagor eman dure dure thaki u Amar karone eman dhuniya dhuniya recipes and videos bur diye ,bohut bohut dhonyobad apunalokok. Akha koru lockdown khula pasot u videos bur Pau ge,mur ma 1st time apunar channel tu le introduce kori disile Muk And ma r atia favorite channel hoi ,♥️ Not only for recipes But apunlog or sisters love ,childrens new education and experiences aibur sob khini mesmerize korise amak xokoluke .. Vive la BB's Kitchen ♥️♥️♥️
riya saud thank u dear.. Iman dhunia koi likha babe thnx Aaita aru Maak thank u koba. Lockdown or pisat tu di thakim video sai thakiba.. ihatak besi dekhuwab nuwarim kintu recipe di thakim.. Morom tumaloi
Ba apunalokor family2 bht val lagil ar apunalok 3joni sistear bht dhuniya hoi..😘Mor falor para apunalok 3ta familyr axirbwad thakil...Vindo hotok dakhala ar val palu hoi...😊😊
Apuna luke amar karone iman dhuniyake video bonai tar babe bohut bohut dhoynobad aru moi bohut bhal pau apunalukor video say aru ajir video Tu bohut dhuniya lagil lora shuwali bur sobey kiman cute ase aru Sobke apuna lukok thank you 😊😊
Val lagil vdo2 one year agor vdo2tke sob dekhibole beleg hoi gol kidsbur bor morom lage sobore❤️ My favourite and one of the best Assamese cooking RUclips channel👍
Ba apunaluk ataikegarikeke dhaynobad eman dhunia axomia receipe blog eta start kora karone enekei jate aguai goi thake dher morom aru huvessa thakile💐😘😘
kakoleeify Ami vlog bur lockdown karone he disu dei, inei ami recipe he diyu.. atia grocery nai je.. ihatak yu busy rakhibo lage.. sai thakiba recipe bur yu
ভিনদেউ কেইজনক দেখুৱাব নোৱাৰিলো কাৰন কামত ব্যস্ত আছিল আৰু অসুবিধা পাই কেমেৰাৰ আগত৷ প্ৰায়েই দেখিছেই তেওঁলোকক আমাৰ ভিডিঅত ৷
বাবী বাৰ ভিনদেউ যোৰহাটৰ আৰু তেওঁ এজন কম্পিয়ুটাৰ ইন্জিনিয়াৰ৷
বুলীৰ জনৰ নাম ৰিতুৰাজ আৰু তেওঁ এজন scientist আৰু Sivsagar আমগুৰিৰ হয়৷
বাবলীৰ জন চিমলাৰ আৰু এজন Charted Accountant
কেতিয়াবা তেওঁলোকক লৈ আহিম বাৰু
সকলোকে অন্তৰেৰে ধন্যবাদ আৰু আমাক ইমান মৰম দিয়াৰ কাৰনে অতি সুখী ৷
@@paparisingha5493 Sivasagar
Baa Moi Apunalukar channel r natun subscriber. Bhal lage sai Apunalukar blog bilak.. Apunalukar simplicity e Apun Apun lagi jai. Aji video tu sai bor bhal lagil.
Amguri buli je kole.. Amgurir kor hoi. Mur Amgurir namti t Ghar.
Pallavee Gogoi welcome to our channel
Morom tumaloi .. main Amguri te. Girls high school or usarat..
Papari Singha sibsagar
অ বুলি বা শিৱসাগৰৰ ,ময়ো শিৱসাগৰৰ
Best channel for oxomia recipes.Bohut morom aru xubesa.puwalkita le bohut morom.love from Melbourne
In today's age, togetherness matters the most. You all are truly blessed. Always stay the same. 3 Lovely sisters with 7 adorable kids.
S B thank u so much . I am so happy that Buli is only 3 hrs away from me..
Congratulations.....wonderful getting to know all of you.We knew your Dad while in Diphu
বহুত বহুত ধন্যবাদ আপোনালোকক । আমেৰিকা টো জীৱনত যোৱা নহ'ব গতিকে তাৰ বিষয়ে আপোনালোকৰ পৰা জানিবলৈ পাই খুবেই আনন্দিত। আমেৰিকাৰ ঠাই বিলাক দেখিলে আমাৰ অসমেই হওঁক বা দেশই হওঁক বৰ লেতেৰা দেখি। মাজে মাজে এনেকৈ তাৰ ঠাই বিলাক দেখুৱাই থাকিব।
Sure ....Thank you so much!!morom loba
বা আপোনালোকৰ পৰিয়ালটোক মই আগতে দিয়া ভিডিওটো চাইছিলো কিন্তু আকৌ বহুদিনৰ মুৰত তিনিও গৰাকীক একেলগে দেখাৰ বাবে ভাল লাগিল আপোনালোক সকলোৱে ভালে থাকক তাৰ কামনাৰে.....
Jyotirupa gogoi ধন্যবাদ তোমাক
আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ সৈতে চিনাকী হৈ বহুত ভাল লাগিল।অকণমানী কিটা মৰম লগা....বিশেষকৈ ৰুনক মোৰ বহুত ভাল লাগে।তাৰ ৰেচিপিবোৰ চাই বহুত ভাল লাগে।
Rashmi Gogoi ধন্যবাদ তোমাক৷
ৰুনৰ ভিডিঅ দিম আৰু চাবা
ধুনীয়া, ভাল লাগিল,কিন্তু Husband বিলাকৰ Introduction নিদিলে,বাকী ভাল লাগিল,সদায় আপোনালোকৰ ভিডিঅ চাই থাকে😊😍
Himadri Sonowal Husband কেইজন অফিচৰ কামত বিজি আছিল অ
N B's Life dekhuwam ketiyaba.. push karibo nuwaru Na video kariboloi.. bar comfortable nohoi camera agot..
বহুত দিনৰ পৰা জানিবলৈ মন গৈ আছিল আপোনালোকৰ বিষয়ে আজি জানিবলৈ পায় ভাল লাগিল,,,তিনিও গৰাকী বা আৰু মৰম লগা ভাগিনকেইটালৈ বহুত বহুত মৰম থাকিল..
porikhita borah জানি সুখী হ’লো
মৰম ল’বা
আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ সৈতে চিনাকী হৈ বহুত ভাল লাগিল বা।👌👌🙏💞💞💞
Priyanka's Globe মৰম তোমালৈ
ভাল লাগিল আপোনালোকক লগ পাই । বহুতো মৰম থাকিল ❤️❤️❤️
মৰম আটাইলৈ❤❤❤টিকলুহঁতলৈ আৰু বেছি মৰম😘😘😘
ANKITA KALITA তোমালৈ মৰম 💝💝💝
Bahut bahut Morom thakil Baa 3joni loi ...Ru Tiklu keita emn cute Ru morom loga .. love you all
আপোনালোক সহজ সৰল ভাল লাগিছে আপোনালোকে ভাল আদর্শ দেখুৱাইছে লৰা ছোৱালী কেইজনক
joydep kalita ধন্যবাদ তোমাক
আমি চেষ্টা কৰিছো আৰু
ভাল লাগিল আপোনালোকৰ তিনিগৰাকী বাৰ পৰিচয় বোৰ জানি । খুব ভাল লাগে আপোনালোকৰ ৰেচিপিবোৰ চাই, বনাই, খাই। বহুত উপকৃত হৈছোঁ। ইমান ধুনীয়া সহজ নিভাঁজ ভাৱে উপস্থাপন কৰাৰ প্ৰচেষ্টা আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সকলোকে ভগৱানে কূশলে ৰাখক আৰু আহিথকা দিনবোৰ যাʼতে সদায় সুখময় হয় ।কনমানী কেইটাৰ উজ্জল ভৱিষ্যত কামনা কৰিছোঁ।অ বা ময়ো ডিফুৰ জীয়ৰী এতিয়া যোৰহাটৰ বোৱাৰী😄
বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈ দি থাকিবা ৷
ডিফুৰ ছোৱালী আৰু যোৰহাটৰ বোৱাৰী, দুই খন ঠাই মোৰ প্ৰিয়, এবুকু মৰম তোমালৈ
আপোনালোকৰ পৰিয়ালৰ লগত চিনাকি হৈ বহুত ভাল লাগিল।
Sunu Boruah বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈ দি থাকিবা ৷
তোমাৰ এষাৰ কথাতে subscribe কৰিলো, যে অসমীয়া খাদ্য ৰ লাইব্ৰেৰী হিচাপে চেনেল টো থাকি যায়। মন চুই গ'ল। ভাল লাগিল চিনাকি হৈ। ভালে থাকা। ❤️
বাইদেউ... ভিডিঅ'টি চাই সঁচাই বহুত ভাল লাগিল। কণমানি কেইটিৰ লগতে আপোনালোকলৈও অশেষ মৰম যাচিলোঁ।💛💛
moromi Mahanta বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈ দি থাকিবা ৷ ভিডিঅ বোৰ চাবা
মৰম তোমালৈ
বহুত ভাল লাগিলে বা তোমালোকৰ ভিডিও বোৰ চাই। বহুত বহুত মৰম তোমালোকক। নলবাৰীৰ পৰা।।
Very cute family❤️
Really😍love u❤️❤️
Manali Sarmah love u too
😍😘😘
😘
বা আপোনালোকৰ পৰিয়াল কেইটা বৰ মৰম লগা বৰ ধুনীয়া,বাবু মইনা হতে অসমীয়া কলে শুনি ভাল লাগে,আৰু ৰেসিপি টু no words ধন্যবাদ সকলৌলৈকে
Hiranya Gogoi বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈ দি থাকিবা ৷ চাই থাকিবা আমাৰ ভিডিঅ বোৰ দেই
মোৰ আপোনাক বহুত ভাল লাগে 😍😍😍😍
Nisha Medhi আই অ দেহি 💝💝
বৰ ভাল লাগে আপোনালোকক আৰু আপোনালোকৰ কথাবাত্তা বোৰ অশেষ ধন্যবাদ থাকিল.
আপোনালোক তিনিও গৰাকীৰ ল'ৰা ছোৱালী কেইটা খুব মৰমলগা 😘
Thank you so much!!
সকলোৰে সৈতে পৰিচয় হৈ ভাল লাগিল আৰু মনৰ কৌতুহলবোৰ দমন হ'ল ।ভিডিঅ'বোৰত হঠাৎ কণ্ঠস্বৰ পৰিবৰ্তন হোৱাত আহত হৈছিলো।তিনি ভগ্নীৰ একতাৰ এনাজৰী তথা চেনেলটি খোলাৰ মহৎ উদ্দেশ্য প্ৰশংসনীয়।বিদশত থাকিও মাতৃভাষাক জীয়াই ৰখাৰ প্ৰয়াস,(নৱ প্ৰজন্মৰ জৰিয়তে)ৰ বাবে ধন্যবাদৰ পাত্ৰ।অসমীয়া খাদ্যাভ্যাসক ভিন্ন সংস্কৃতিৰ প্ৰেক্ষাপটত জিলিকাই তোলক।
Thank u dei...enekoiye morom di jaba amak
নমস্কাৰ🙏🙏🙏
বা আপোনালোকক বহু দিনৰ মূৰত লগ পাই ভাল লাগিল, লৰা ছোৱালী কেইটালৈও আমাৰ যোৰহটীয়াৰ মৰম জাচিলো।💐💐💐 আপোনালোক কুশলে থাকক। 🌻🌼
SPhukan Sjphukon মৰম লবা ৷ যোৰহটীয়া মৰম ল’লো দেই
আপোনালোকৰ বিষয়ে জানিব পাই সচাকৈ ভাল লাগিল আতাইলৈ মৰম আৰু শুভকামনা জনালো !
Bohut vl lgil vdo tu... much much love and blessings..
mririsha deka love ti u as well
আপোনালোকৰ পৰিয়ালৰ পৰিচয় পায় বহুত ভাল লাগিল, ঘৰৰে মানুহৰ নিচিনা লাগিল, আপোনালোক যতেই আছে ততেই সুখেৰে থাকক,,, আনন্দ ৰে থাকক,,, বহুত বহুত ধন্যবাদ 🙏
Inu Gogoi বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈ দি থাকিবা ৷
আৰু মৰম লবা
তিনিও গৰাকী বালৈ মোৰ বহুত মৰম পঠিয়ালোঁ।বৰ ভাল লাগিল আপোনালোকৰ বিষয়ে জানিব পাৰি।আপোনালোকৰ ৰেছিপি বোৰ মোৰ খুবেই প্রিয়।
Rimpi Kukil বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈ দি থাকিবা ৷ ভিডিঅ বোৰ চাবা
@@ChefBBsKitchen sure
Khub val lagil apunalukar logat sinaki hoi.... moi u jorhat re.... apunar recipe bur moi try kori thaku... til chicken tu bohut testy hoisil... mur husband j bohut val pale... Thank you for recipe.... Love you'll
আপোনালোক সচাকৈয়ে অসমীয়া নাৰী সকলৰ বাবে আদৰ্শ ।
Baido Val lagil
Thank u both!
Khub bhal lagil sokolore lagot sinaki hoi..moi sadai apunalokor vdo saooo...❤️❤️❤️ Uuu all
Roon Bor moromloga ..tar kothabur morom lage
SANGITA BARUAH thank u dear 🤗
Bohut bohut val lage apuna lukor video bilak sai😍😍😍
Baa , mur ghoru Jorhat , kintu jonma pa diphute dangor hoi eyate job.
Mrinalini Bordoloi hoi neki?? Diphu te thaka? Amar school college Diphu tei
@@ChefBBsKitchen Hoi baa😊
Apunalukor Tini o Bai bhonik bohut vl lagil Karon apunaluk bahirot thaki o j assomiya khadya recepi bur Iman dhuniya koi diye
𝙷𝚢𝚢 𝚋𝚊𝚊,,, 𝚊𝚊𝚙𝚞𝚗𝚊𝚔 𝚟𝚊𝚕 𝚕𝚐𝚎 𝚊𝚊𝚙𝚞𝚗𝚊𝚛 𝚟𝚍𝚘 𝚟𝚕 𝚕𝚐𝚎 𝚜𝚊𝚒,,,
Hi apunalukor video bhal lagil se
Run r recipe bur vl lagil
Jahnabi Buraguhain 🤗🤗💝
Amrit Kotoky thank u 😊
Val lage apuna lokor vdo.. Apuna loke eman busy thokar majoto j eman dhuniya vdo Di ye.. Hosay val lage.. Apuna loke j amar assam r hy so proud feeling hy
Manashi Das morom bur enekoi ye di thakiba xodai
বহুত ভাল লাগিছে। আপোনালোকক অশেষ ধন্যবাদ জনালো🙏🙏🙏
ভাল লাগিল দেই,, আগতে আপুনি বহুত শকত আছিল দেই 🥰 🥰 বাইদেউ 🥰 🥰 ❤❤
আপোনালোকৰ ভিডিঅ বোৰ চাই থাকো দেই ❤❤
Baa, apunalukr kotha khini hunile iman bhal lage, ekdom nijor poriyalor hodosyo jen lage apunalukok.
Hodai bhalei thakok apunaluk, much love to all...aru tiklu keita j ki morom loga...God bless them😘
Ipsita Das Aww morom tumaloi.. tumaluke jetia comment kora amar khub bhal lage answer diboloi.. nijor karbak likha nisina lage
Apunalok xokoluke log pai bahut val lagil baa xokoluke bahut bahut morom jasilu ♥️♥️😘
CHETANA BORA BHUYAN Thank you so much
lots of love
Apunalukor vdo bur sai bor val lage jorhator buli jani bohut val lagil
Aataikeijonire poriyalkeita khub vl lagil baideuhot, aponaloke akou aagbarhi jaok valdore, dhonyabad,
ভাব ধাৰা ভাল। আমাক ভগবানে পৃথিবীলৈ পঠাইছে কিবা দি যাবৰ বাবে।আপোনালোকেও ভগৱানৰ কামেই কৰিছে। ভাল লাগিল।
ধন্যবাদ আপোনাক
Bht vl lagil dhonyobad jonalu
তোমালোকক দেখি খুউব ভাল লাগিল দেই।🥰
Apunalokor lgte maina,babu htoloi mrm jasilu ♥️♥️.danger ba jonik vedio xekh huar pist emotion hua Jen plu..vle thkok xkole .mili juli bai voni xkol ..
বহুত বহুত মৰম আপোনালোকলৈ।
আজিহে চালো আপোনালোকৰ vdo .আজিকালি বহুত channel আছে ।সেইকাৰনে মইও ইমান intest দিয়া নাছিলো।কিন্ত 2 টামান vdo চোৱাৰ পাছত subscribed কৰিলো।মই ইমান RUclips video নাচাও।আপোনালোকৰ vdo বিলাকৰ ভাল উদেশ্য আছে ।বাহিৰত থাকিও অসমীয়া ভাষা শুদ্ধ ব্যবহাৰ,লৰাছোৱালী কেইটাকমাতূ ভাষাত কবলৈ শাকোৱাটো এক মহান প্ৰচেষ্টা।যিটো অসমত দেখিবলৈ নোপোৱা হৈছে।আৰু আগলৈ ভাল ভাল vdo বনাই।যাব বুলি আশা ৰাখিলো।❤️❤️
বহুত বহুত ভাল লাগিল।সকলোকে একেলগে দেখা পাই।।আগতে চাইছিলো বাৰু।।আজি আৰু ভাল লাগিল।।মৰম লগা ল'ৰা ছোৱালী কেইটা ও দেখা পালোঁ।।বহুত মৰম আৰু শুভেচ্ছা থাকিল।
Pranita Kalita বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈ দি থাকিবা ৷ ভিডিঅ বোৰ চাবা আগলৈয়ো
মৰম লবা
আপোনালোকৰ তিনিওজনী বাই ভনীৰ পৰিচয়বোৰ জানি খুব ভাল লাগিল ...বিদেশত থাকিও নিজৰ লৰা ছোৱালী কেইটাক ইমান সুন্দৰকৈ অসমীয়া কবলৈ শিকাইছে.... আপোনালোকৰ চেনেলটো আৰু আগবাঢ়ি যাওক তাৰেই কামনা কৰিলো... জয় আই অসম 🙏
Biswajit gogoi বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈ দি থাকিবা ৷ চাই থাকিবা ভিডিঅ বোৰ দেই
আৰ্শিবাদ কৰিবা ইহঁতক
bohut vl lage,bikhekh koi roon❤️❤️❤️💋💋tak saboloie moi roi thku..ru baki maina keitau bhobisot ujjal houk❤️❤️
আপোনালোকৰ ৰেচিপিবোৰ বৰ ভাল লাগে।আজি বেঙেনা পাপৰৰ ভাজিখন বনালো বহুত টেষ্টি।ধন্যবাদ দিছো।
Thank u
বিদেশত থাকি নিজৰ ভাষা সংস্কৃতি বজাই ৰখাৰ বাবে খুউব ভাল লাগিছে ❤❤
Bahut val lagil baideo. aponalokor poriyaltoioi bahut huvakamona jonalu
Thank u so much!morom loba
মই আপোনালোকৰ চেনেলটোৰ নতুন হয় ... ভাল লাগিল আপোনালোকক তিনিগৰাকীক একেলগে দেখি... আপোনালোকৰ ৰেচিপি চাই মই বহুত ভাল পাওঁ
Wow so nice family... Hosakoi baa Apunaluker hoite ajihe porisoi Holu.... Khub janibole Mon goi asile Apunr bikhoie.. Khubei val lagil... 3sister logote 7son and doughter hokoluke log pai khub val lagil..
Apunaluk khub moromial... Heibabei Apunaluker recepi bur o khub hundor Hoi... Thank you so much baa tinijoniloi hundor recepi r babe khuvesha thakil..
Rahamg Banalata aww Iman dhunia koi likhila 🤗🤗
Morom tumaloi
Hello
Apulagor eman dure dure thaki u Amar karone eman dhuniya dhuniya recipes and videos bur diye ,bohut bohut dhonyobad apunalokok.
Akha koru lockdown khula pasot u videos bur Pau ge,mur ma 1st time apunar channel tu le introduce kori disile Muk
And ma r atia favorite channel hoi ,♥️
Not only for recipes
But apunlog or sisters love ,childrens new education and experiences aibur sob khini mesmerize korise amak xokoluke ..
Vive la BB's Kitchen ♥️♥️♥️
riya saud thank u dear.. Iman dhunia koi likha babe thnx
Aaita aru Maak thank u koba. Lockdown or pisat tu di thakim video sai thakiba.. ihatak besi dekhuwab nuwarim kintu recipe di thakim.. Morom tumaloi
Bahut Val lagil......🙏🙏
Emn besi val paw chef bb's kitchen ... Bonai val napaw tothapiu saw protitu video♥️
Thank u
Ba apunalokor family2 bht val lagil ar apunalok 3joni sistear bht dhuniya hoi..😘Mor falor para apunalok 3ta familyr axirbwad thakil...Vindo hotok dakhala ar val palu hoi...😊😊
Pranami Talukdar thank u dear.. morom bur enekoi di thakiba.. Bhindeu hat alop camera shy.. dangar bhindeuk ulai thake vlog burat
@@ChefBBsKitchen Dangor vindok dakhi thaku...Apunalokor 3ta familyr batcha kita bht cute nd Smart😘Xihata Assamese kola mor khub val laga...😍😍
aapunlokr recipi sai bohut khini sikilo moi thanks baa
Thank you so much!!
Iman dhuniya lagile video tu.. specially kids lots of love to them 😍😍😍😍😍😍😍😍😍😍
Thank you so much 😀
আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ সৈতে চিনাকী হৈ বহুত ভাল লাগিল ।
Lini Sarma বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈ দি থাকিবা ৷
বহুত ভাল লাগিল। আপোনালোকৰ ৰেচিপিবোৰৰ দৰে আপোনালোকো মৰমলগা।বহুত মৰম💕💕💕
Mrinmoyee Borah বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈ দি থাকিবা ৷
🙏apunalukor logot sinaki hoi bohut val lagise.....apunalukor vdo bur Sai moi bohut val pai...bhagin ketak dekhiu vl lage....,🥰🥰🥰🥰🥰🥰🥰🥰
Thank you so much!!
Bht hikilu ba lockdownt ❤️❤️ tips bur easy k die val lage ba❤️❤️❤️❤️❤️
Thank u dei
সকলোৰে লগত চিনাকী হৈ বহুত ভাল লাগিল, লগতে আপোনাৰ চেনেলৰ ৰেচেপিবোৰ চাই বৰ ভাল লাগে ৷
Thank u
Ba aponaloker porisoy Jani vl lagil cute❤lora swale ketaloy bhut ❤❤❤morom thakil vl thakko xokolay 😂🎉
Thanks,bohut janibo mon asil aji hoklu kotha jani vl lagil
Gutei keitai marom lga😘🥰.. val lgil soboke dekhi... Bht bht marom thakil apunalukoloi ba. Aru maina aru baba hotoloi😍😘😘
thank u dei!!morom loba
Hiya aru jiyak mur confusion nalage aru..jiyar dimple pore right ba?so lovely.. BB kitchen'r whole family k bohut bohut morom aru huvessa jonaisu..❤❤
Sharmistha Gogoi hehe bhal dharila, jiyar dimple pore aru tai lefty..
Apuna luke amar karone iman dhuniyake video bonai tar babe bohut bohut dhoynobad aru moi bohut bhal pau apunalukor video say aru ajir video Tu bohut dhuniya lagil lora shuwali bur sobey kiman cute ase aru Sobke apuna lukok thank you 😊😊
Thank you so much!!morom loba dei
Tinijoni bai-bhoni iman hundor milaprity sai bor val lagil God bless you
Asma Begum arxibad kariba
apunak dekhile mukhot automatic hahi ata futi uthe😊😊😊bhht vl lage apunalukok apunalukor video bur😍💕💕💕
Shibani Bordoloi aio dehi .. mon bhori gol xuni.. morom bur enekoi di thakiba dei..
@@ChefBBsKitchen nissoy ...😊❤❤
Apunalukoo porialtu bor bhal lagil xosakoi apunaluk bor xukhi God bless your family
Dheera Saikia thank u so much..xukh dukh is always part of the family.. hahi dhemali ye life tu par kora tu he main kotha nohoi janu? Arxibad kariba
Family members hokolor logot sinaki hoi khub val lagile. God bless you 😘😘😘😘
D Konwar thank u so much
Bohut bohut val lagil, tiniu gorakiye vindeo htor vixoye kobosun, kot ghor,keneke log pale etc. Again bohut val lagil video tu🥰
devi devi pin kori thoisu answer tu saba dei..
eman bhal lagil sai.. puali keita eman cute/olop dustou dutaman.
jayantakumarborah hehe think dharisa.. dusto gutei keita 😂
Aji prothom saisu apunalukor video.Video tut mur sobotke bhal loga kotha tu hol apunuloke lora suali haloku asomiya koboloi hikaise. Log pai khub bhal lagil ataike.
Bor val lagil .Bor hundor family. Puwali keitik Asomia aaru Kaam bur hikuwa babe aaru val lagil. Vale rakhok Bhogobane hokoluke.Love from Golaghat
Tiniuta porialoloike bht bht morom jasilu.... Assam.r Sivasagar.r pora....hodai enedore happy thakok...n apunalukr lora suali gutei keita bor morom loga...God bless them...
Ripunjel Chetia thank u so much .. morom loba.. sai thakiba amar video bur dei
@@ChefBBsKitchen welcome...apunalukr hokolu video saisu...
Moi confused hoi asilu Aji gom pai vl lagil... Apunak hosake bohut vl lage u so beautiful 😊😊😍😍😍
thank you dei!!
Bor bhal lagil dei, sinaki hoi. Dekhi dekhi prai sinaki hoie goisilu baru. Tumalukok nijor family member jen lage jana. Atailoi mur bohut bohut morom thakil😘😘😘
Thank u so much!tumaloiyu morom dilu dei
Bohut val lagil . baideu 3 u gorakiloi bohut bohut sordha . Imn biyostotar mjtu j imn hundor koi nijor khaidyo khinir babe Kam kri goise . aru okomani keitaloi bohut bohut morom.... Mi golaghator ...❤️
Thank you so much!!Morom loba
বহুত মৰম থাকিল সকলোলৈ।খুউব ভাল লাগিল।
Parina Borah বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈ দি থাকিবা ৷
Hosakoi baideu apunalukor family great bohut val lagil hokolu khokhole thakibo ataikeita maina mainiloi mur agal morom n suma pothalu.
Bornali Neog thank u dei
Morom bue enekoi di thakiba..
Tumalukor tiniujoni bi voni dakhi bor val lage aidore aguai jua 💜
ভাল লাগে বহুত আপোনালোকক বাহিৰত থাকিও নিজৰ পৰম্পৰা ৰক্ষা কৰি আছে
Thank u
Val lagil vdo2 one year agor vdo2tke sob dekhibole beleg hoi gol kidsbur bor morom lage sobore❤️ My favourite and one of the best Assamese cooking RUclips channel👍
Vl lagise video 2 pai...Happy family And miss you Run love you
shradha goswami thik koisa.. sob dangar hol.. ihat bur bar xunkale dangar hoi o.. morom bur enekoi di thakiba dei..
Mintu Nath hehe Roon ahibo roba.. sai thakiba
Bhut bhal lgil bow...apunar vidio khub bhl lge mur
Thank u dear
আপোনালোকৰ পৰিয়ালৰ সদস্য সকলৰ লগত চিনাকি কৰাই দিয়া বাবে বহুত ভাল লাগিল
Pritom Das বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈ দি থাকিবা ৷ ভিডিঅ বোৰ চাবা
Hosa kobo gole, mur kintu puali kitak video t dekha pale he vaal laage.... Lots of love to the Kids♥️♥️♥️♥️♥️😘❤️ 😘
KIRAT Sonowal lots of love from us as well
video টো চাই ভাল লাগিল ।ভগৱানে সকলোটিকে কুশলে ৰাখক।
Thank u so much!!morom loba
সকলোকে লগ পাই বহুত বহুত ভাল লাগিল... সকলোলৈকে মৰম ❤️❤️❤️
Bohut bohut vl lagil apunalukor video sai
Thank u so much!!
Ba apunaluk ataikegarikeke dhaynobad eman dhunia axomia receipe blog eta start kora karone enekei jate aguai goi thake dher morom aru huvessa thakile💐😘😘
kakoleeify Ami vlog bur lockdown karone he disu dei, inei ami recipe he diyu.. atia grocery nai je.. ihatak yu busy rakhibo lage.. sai thakiba recipe bur yu
Val lagil baa....happy family..
আপোনাৰ লোকৰ পৰিচয় বোৰ জানিব পাৰি বহুত ভাল লাগিল।আপোনাৰ লোকৰ ৰেচিপি বোৰ একদমেই সহজ সেয়ে বেছি ভাল লাগে।
Thank u