Best heroin,best wife , Best family responsibility, amazing, Ru ki ki gun dekhiboli pam nejanu bt I love u ma'am, bless for all family , specialy u keep smile & happy,
মোৰ প্ৰিয় অভিনেত্ৰীগৰাকী । I m from pathsala .apuni kohinoor theatre t thkote hoday akhora sabo jwa asilu. "Radha aber hahi de" bohut val lagisil apunar acting
Baa aitu vdo t apunak iman morom lagise make up kori thakunte....aru basically Bhaskar vindeo je light tu thik kori dile haitu iman natural moment...bohut moja lagile vdo tu sai...Love u Baa....you are my all time fav..❤💙💜
Apunak j aamar Bhashkar Dai eman help kre, dekhi bhut val lagise.. Aru Barsha Baa aapunk aamar Jorhat r Buari hisape pai bhut val lagil hsakoi. I love you, Barsha Baa 🌹🌹💖🌹🌹
সঁচাই বৰষা বা আপোনাৰ ভিনদেও জন যে ইমান supportive ❤️ be happy to both of you ❤️ বহুত ভাল লাগে আপোনালোকৰ মৰম বিলাক দেখি। সদাই যেন এনেদৰে মৰম ভাল পোৱাৰ মাজেৰে আগবাঢ়ি যায়
Beautiful vlog.. khoob bhal lagile ..video tu Sai aru logote tumaluk duyur logpua smriti buru bor hundor .both of u are made for each other..bhogobane hodai e enekei rakhok dei duyuke.Tumi khoob bhal huby ejon paisa dei..tumi mur khoob priyo dei💕💕💕borosha.
You deserve to be the brand ambassador of Assam tourism. Egoraki down to earth adorshabaan Assamese mohila. Asomor bahirot thaku..kintu sobhagya hole edin selfie ekhan lavale try karim :)
Ba apunar kapur 2ijur emn dhuniya aru apunak u emn dhuniya lgise...... Aru Bhaskar da r lgt apunak emn vl lge dekhile hodai eneke hpy thakok gd bls u ba..... Lots of 💞
Loved the blog . Mr Bhaskar is so supportive and caring . Xeikhini xomoyote light tu proper howa nai buli lakhya korile . Lots of love to the beautiful couple❤😊
Best heroin,best wife , Best family responsibility, amazing,
Ru ki ki gun dekhiboli pam nejanu bt I love u ma'am, bless for all family , specialy u keep smile & happy,
Hello muru frd hba ni moiu back krim tumk
আপোনাৰ জীৱনটো সুন্দৰ হওক বৰষা বা.....প্ৰথমে মোৰ বাবে প্ৰিয় আছিল এগৰাকী প্ৰিয় অভিনেত্ৰীৰ ৰূপত। কিন্তু বৰষা বা আপোনাৰ দৈনিক জীৱনৰ মুহূৰ্তবোৰ সাধাৰণভাৱে সুন্দৰকৈ মানুহৰ মাজত প্ৰকাশ কৰে। তাৰ পৰাই আপুনি প্ৰিয় হৈ পৰিল সমাজৰ সকলো পৰিৱেশৰ লগত খাপ খাই চলিব পৰা গুণৰ অধিকাৰী । বা প্ৰতিভাশালী, দক্ষতা সম্পন্ন আৰু বহু ব্যক্তিত্বৰ অধিকাৰী এগৰাকী অভিনেত্ৰী.........আশা কৰোঁ আহিব লগা প্ৰতিটো দিনেই সু্ন্দৰ হওক বৰষা বা.....🙏😊😊💐
বহুত ভাল লাগিল বা। দুয়োলৈকে বহুত মৰম আৰু শুভেচ্ছা যাচিলো।
তুমি বহুত সহজ সৰল সেই কথাষাৰে বহুত আকৰ্ষিত কৰে সকলোকে.
We love uhh baa ❤️bohut besi
চাই থাকিও আমনি নালাগে আপোনাক বৰষা বা । মাতটোৰ কথা নকওঁ য়ে শুনি থাকিব য়ে মন যায়।
আৰু ভাস্কৰ দাৰ আৰু আপোনাৰ মৰম দেখি বহুত ভাল লাগে। এনেকৈ য়ে সদায় হাঁহি থাকক😘😘😘
🙏🏻💕
Very nice Borsha madam Pride of Assam, India. With best wishes
এগৰাকী জনপ্রিয় আৰু প্ৰখ্যাত অভিনেত্রী হয়ও আপুনি এনেকৈ স্বামীৰ পৰিয়ালৰ লগত মিলি ঘৰুৱা সম্পর্ক ৰক্ষা কৰিছে, মই ভাষাহীন হৈ পৰিছো । সঁচাই আপুনি অনন্যা
Hello muru frd hba ni moiu back krim tumk
🙏🏻 ধন্যবাদ । আজিকালি কিছুমানে বৰ অপপ্ৰচাৰ চলায় সেয়ে ভাৱিলো নিজৰ কথা নিজেই জনাম ৰাইজক
কাৰো কথা নুশুনিব, আপুনি আপোনাৰ মতে আগবাঢ়ি যাওক... আহিবলগীয়া দিনবোৰ আৰু ভাল হওক আপোনাৰ 🥰🥰
মোৰ প্ৰিয় অভিনেত্ৰীগৰাকী । I m from pathsala .apuni kohinoor theatre t thkote hoday akhora sabo jwa asilu.
"Radha aber hahi de" bohut val lagisil apunar acting
Baa aitu vdo t apunak iman morom lagise make up kori thakunte....aru basically Bhaskar vindeo je light tu thik kori dile haitu iman natural moment...bohut moja lagile vdo tu sai...Love u Baa....you are my all time fav..❤💙💜
আপুনি কেৱল অভিনেত্ৰী হিচাপে মোৰ প্ৰিয় নহয় আপুনি মোৰ কিহৰ বাবেই প্ৰিয় কবলৈ ভাষা নাই বাইদেউ বাৰু যিয়ে নহক আপুনি প্ৰিয় আৰু প্ৰিয় হয়ে থাকিব ❤️🙏লগতে আগন্তুক দিনবোৰত আপুনি যেনেকৈ অভিনয় জগতত বহু অৱদান আগবঢ়াইছে লগতে সকলোৱে মন জয় কৰিছে অভিনয়ৰ যোগেদি ঠিক তেনেদৰে আপুনি আপোনাৰ RUclips channel তোৰ যোগেদিও সকলোৱে মন জিনিব পাৰে আৰু মনোৰঞ্জন দিব পাৰে তাৰে কামনা কৰিলো আল্লাহৰ ওচৰত 🙏🙏love from Jagiroad ❤️ your big fan and brother johuruddin Ali 🙏🙏
Apuni kotha bur iman dhuniyakoi koi mur khub val lage, log puar akha ase khub 😊lots of love from sivasagar ❤️
😊😊😊
You both are Lucky persons to each other. I admire Mr. Bhaskar Baruah for your kindness & caring behaviour to our sweet Batasha Rani Bixoya❤
প্রিয় নাৰী 🙏😍😘😘😘অভিনয় জগতৰ কথা নকওয়ে.... ভালে থাকক💕
Hellomuru frd hba ni moiu back krim tumk
বহুত ভাল লাগিছে আমাৰ যোৰহাটৰ বোৱাৰী জনীলৈ।। বৰ ধুনীয়া লাগে আপোনাৰ কঠোপ কঠন বোৰ।।
ভালকৈ লাহে লাহে যাব সদায় যাত্ৰা সময়ত।
যোৰহাটৰ পৰা বহুত বহুত মৰম যাচিলো বা লগ পাবলৈ বৰ মন আছে এবাৰ ❤️❤️
Bohut dhuniya lagil video tu Baa....very very thanks
আপুনি খুব ধুনীয়া.,. ঠিক যেন এটি প্ৰানৱন্ত কবিতা! আপোনালৈ মোৰ আন্তৰিক শুভেষ্যা আৰু মৰম যাচিলো।🙏❤️
Hello muru frd hba ni moiu back krim tumk
Thanks 2 make up mosolas. Burhiku 18 ys gavoru bonai dibo pare
😊😊😊😊😊@@bkp9774
এবাৰ আপোনাক লগ পাবলৈ মন যায়।
এটা এটা মুকুতাৰ দৰে শব্দৰ উচ্চাৰণ।
মৰম লগা সাজোন_ কাচোন।
সুখী হৈ থাকক সুন্দৰ বৰষা বা ।❤️👍🏻🙏
বৰষা ৰাণী বিষয়াৰ কথা শুনি বৰ ভাল লাগিল। বুৰঞ্জী জানে। কথা ৰ মাজত ইংৰাজী শব্দ নাই
Amar style kara baa janik maram lagise dei kintu.💋💋
Emn hohoj horol kotha bur sbr bor morom loga bhal lga TMR lukok bht barsha baa aru vindow 💖
Apuni bohut talented actor dei axomor ... Perseverance and Exploration
Apunak j aamar Bhashkar Dai eman help kre, dekhi bhut val lagise.. Aru Barsha Baa aapunk aamar Jorhat r Buari hisape pai bhut val lagil hsakoi. I love you, Barsha Baa 🌹🌹💖🌹🌹
এটুকুৰা উজ্জল হীৰা অসমৰ ❤️
সেই “যৌৱনে আমনি কৰে ” ৰ দিনৰে পৰা
Yup
Apuni kthabur emn dhuniakoi koi j ekdm huni thkbole mon jai.. ru apunaluk duiujonoke ekelge dekhile bht besi bhl lge.. apuni jn eta hahokh..bht positive feel hoi apunak dekhile. Luv u baa❤️😘rise n shine
আপোনালোক দুয়োকে সঁচাই একেলগে বহুত মৰম লাগে। সদায় সুখী হৈ থাকক।❤️
খুবেই ভাল লাগিল ভ্লগ টো চাই। তাতে আকৌ শিৱসাগৰৰ গৌৰিসাগৰত মোৰ জন্মৰ ঠাই। ভাল নালাগিবই বা কিয়? বা তোমাৰ প্ৰত্যেকটো শব্দৰ উচ্চাৰণ ইমান সুন্দৰ। বহুত ভাল লাগে আৰু ইমান মৰম লগাকৈ ক'ব পাৰা । এই মৰম দিব পৰা গুণটোৰ বাবেই সকলোৰে প্ৰিয় তুমি । ভগৱানে সদায় সু-স্বাস্থ্য গৰাকী কৰি ৰাখক। বহুত বহুত মৰম দিলো তোমালোকলৈ। সুখী হোৱা তোমালোক 🥰🥰🥰🥰🥰
আপোনাক কি বুলি যে মন্তব্য কৰিম মোৰ ভাষা নাই... এগৰাকী আগশাৰী অভিনেত্ৰী, তথাপি বেলেগতকৈ যেন পৃথক .. সাধাৰণ এগৰাকী মহিলাৰ দৰেই সকলো দায়ত্বই পালন কৰি গৈছে.. সদায় এনেকৈয়ে থাকক.. সুখত থাকক... ❤️
অশেষ ধন্যবাদ 🙏🏻💕
@@barshabishaya 🙏🙏🙏
bohut bhal lagil baa video tu sai..hodai enedore hahi thakok..apunak dui tinibar man log paisu program t bohut bhal lage apunak....❤️❤️❤️💐💐💐
শিৱসাগৰ ভাল লাগে বুলি জানি শিৱসাগৰীয়া হিচাবে আমাৰো খুব ভাল লাগিল।তোমাৰ সহজ সৰল কথা বিলাকে আপ্লুত কৰে❤️❤️❤️
বৰষা বা আপোনি পিন্ধা মুগাৰ কাপোৰযোৰ মোৰ ইমান ভাল লাগে, আৰু আপোনাকো বিৰাট ধুনীয়া দেখে কাপোৰযোৰে😍
বহুত লাগিল 🥰 video to sai আৰু বা ভিনদেও আপোনালোকে সদায় এনেদৰে থাকিবা।🥰🥰😘😘
Hello muru frd hba ni moiu back krim tumk
নিশ্চয় হ'ম।
Bohut dhunia Barsha baa😘😘& congratulations dear sis minakhi kalita
সৰু পৰা টিভি পদাত দেখা বা জনী সদায় আপোন ❤বৰষা বা❤
Hello muru frd hba ni moiu back krim tumk
Bakikoreasa
bhaskar da bht suportive hoi. and apuni j iman dhunia tar aaror kotha2 kobo sun.iman dhunia skin ,face omg ❤️❤️❤️.. birat val lge apunak
সঁচাই বৰষা বা আপোনাৰ ভিনদেও জন যে ইমান supportive ❤️ be happy to both of you ❤️ বহুত ভাল লাগে আপোনালোকৰ মৰম বিলাক দেখি। সদাই যেন এনেদৰে মৰম ভাল পোৱাৰ মাজেৰে আগবাঢ়ি যায়
I appreciate the way you speak. I never skip and watch complete video
বহুত মৰম লাগে তোমাক ভালে ৰাখক ❤️❤️❤️
Baa Bhaskar da sage apunak pai bohut happy ase because dada r pet ulai ase..Ami ghorua vaxat kou je biar pisot lorar pet ulale mane happy couple.
ভাল লাগিল ৷ তুমি সদায় ভালে থাকা তাৰে কামনা কৰিলোঁ ভগৱানৰ ওচৰত৷ বহুত বহুত মৰম যাছিলো শুৱালকুছিৰ পৰা মোৰ মৰমৰ বা আৰু ভিনদেউলৈ , সদায় এনেদৰে থাকিবা দুয়ো৷
বৰ্ষা তোমালৈ বহুতো মৰম যাচিছো। হাজাৰ ব্যৱস্থা ৰ মাজতো তোমাৰ videoবোৰ চাও কিয়নো তোমাক বহুত ভাল পাওঁ। তোমাক এবাৰ ওচৰৰ পৰা চোৱাৰ বৰ হেঁপাহ আছে কিন্তু গুৱাহাটীলৈ গৈ তোমাক লগ কৰাটো হয়টো মোৰ পক্ষে সম্ভব নহয়।যদি পাৰা নগাঁও ৰ মহামতুনজ্ঞয় মন্দিৰৰ লৈ আহিলে লগ কৰিবা। কিয়নো তুমি বিভিন্ন ধৰণৰ মঠ মন্দিৰ দৰ্শন কৰা যে সেয়েহে কথাষাৰ লিখিলো।♥️♥️♥️♥️♥️
বহত ভাল লাগিল। তুমি মোৰ অনুভৱ খিনি পঢ়াৰ বাবে।
Eman dhunia lage hodai tumak ❤️
Beautiful simple and elegant
Khub bhal laage baa apunar vlogbur... You are very graceful. ❤
তুমি সদায় অসমৰ এগৰাকী অসমীয়া আদৰ্শবান বোৱাৰীৰ প্ৰতিনিধিত্ব কৰিবা বুলি আশা কৰিব পাৰো ! সুন্দৰ আৰু সুখী হোৱা।
Bohut val lagil...baa joni real akdom simple ❤moi sivasagr baa
Lots of love Barsha baa 💫❤❤❤ you're my alltime favourite baa ❤😘
7e
Beautiful vlog.. khoob bhal lagile ..video tu Sai aru logote tumaluk duyur logpua smriti buru bor hundor .both of u are made for each other..bhogobane hodai e enekei rakhok dei duyuke.Tumi khoob bhal huby ejon paisa dei..tumi mur khoob priyo dei💕💕💕borosha.
Beautiful person... inside out.. God bless
Emn val lage apunaluk duijonoke... Ktia j log pam baa tumak.. Tumar vdo sabo krne roi thaku... Love from moran
You deserve to be the brand ambassador of Assam tourism. Egoraki down to earth adorshabaan Assamese mohila. Asomor bahirot thaku..kintu sobhagya hole edin selfie ekhan lavale try karim :)
Ba apunar kapur 2ijur emn dhuniya aru apunak u emn dhuniya lgise...... Aru Bhaskar da r lgt apunak emn vl lge dekhile hodai eneke hpy thakok gd bls u ba..... Lots of 💞
কিমান যে ভাল পাও আপোনাক!সদায় এনেদৰে থাকক আপুনি।the best strongest and evergreen lady
My best☺🙏🙏🙏. Love you ma'am
Owo nice baa aponar video bohut val lage protitu video sao
Hello borkha ba.. Apunak horurpora tvt he dekhi asu.. Abar log pabor mon ase..sivasagar r pora bohut morom aru ashis jonalu😇🙏🙏
খুবেই ধুনীয়া লাগিলে বা , personal and professional দুয়োটা দিশেই খুব সুন্দৰকৈ নিয়াৰ বাবে ❤️❤️❤️
Bohut dhuniya lagil video tu Sai...ba apunar kotha bur emn huola hunile mon pran Bhori Jai..apuni emn xohoj xorol emn simple ke kotha bur koi bohut vL lge.. apuni xosai ak perona🥰🥰🥰♥️
খুব ভাল লাগে আপোনাক... এতিয়া এক ৰোমান্টিক যুটি বুলি ক'লেই
#ভাস্কৰ -বৰষা#ৰ নামেই নাম্বাৰ 1ত আহে.. Love u both... Stay always happy and healthy 😍😍
Nice video from my most favourite actress Barsha 👌 Stay blessed always with good health and happiness with your loved ones 😘❤️love you
বর্ষা বা তোমাৰ চকুত কলা দাগ হৈছে কিয় ....... স্বাস্থ্যৰ প্রতি যত্ন লবা ..... তেজপুৰৰ মৰম যাচিলো 🥰❤️✨
Borsha ba apuni bohut lucky hoi Bhaskor da nicina ajon jibon hongi paise.Hukhi thakok hodai 🤗❣️
True pronunciations of Axomiya 🙏and selecting the accurate words of expression 👍👍 the is an ART❤️A TRUE ARTIST from the core.
💕
Ba vaskar dadaro date keta val lage mur
@@barshabishaya rr
@@pahivlog2329 b
Apuni j sohuror ghrt tym dise tar babe dhoinyabbad..... Axomiya buwari after all❤️❤️❤️
Lots of love to you Barasha Ba From Team Chaopha Husori 😊
আপোনাৰ কথা কোৱা , উপস্হাপন বোৰ ইমান সুন্দৰ।।।
সকলো ফালৰ পৰা এগৰাকী আদৰ্শবান মহিলা, মোৰ সদায় প্ৰিয়❤️❤️
ভাস্কৰৰ মৰম দেখি ভাল লাগিল সদায় এনেকৈ থাকিবা❤
বা অকল যোৰহাটত এই ৰৈ নিদিব, শিৱসাগৰৰ ফালেও এবাৰ আহিব..... নিমন্ত্ৰণ থাকিল দেই 🎉 আধা চাই থাকোতেই কমেন্টতো কৰিলোঁ, এতিয়া দেখিছোঁ শিৱসাগৰলৈ যোৱাৰ কথা কৈছেই 😂🎉🎉🎉🎉🎉
😃😃💕
Bar kotha bur eman morom loga ❤️❤️😍
বৰ ভাল লাগিলে বৰষা বা। ইমান Simple কে আপুনি সকলোকে আদৰি লৈ কামবোৰ কৰে, বৰ ভাল লাগে দেখি।
Bohut val lage tumak, tumak bht sahosi jen lage aru tumak suli bandhilee bht bht val lage😘😘😘😘😘😘😘😘🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰😍😍😍😍😍😍😘😘😘😘😘😘
Alws eagerly waiting for ur vlog ba.....nice vlog❤
Barsha ba apunk khub vl lage mur...ebar mn log pabo khub mn ase ❤️❤️❤️❤️
বহুত ভাল লাগিল৷তুমি আৰু ভাস্কৰে যে ৰুমত তুমি ওলাওঁতে কথা পাতিছিলা ইমান ভাল লাগিছিল মোৰো কৰবাত ওলাওঁতে মানুহজনক কৈ থাকো ফেনখন বঢ়াই দিয়া অমুক কৰা তমুক কৰা ৷
Apunalukor ktha borota bur khuni emn vl lagise. Emn morom seneh, bor vl lgse ❤️❤️❤️❤️
ধুনীয়া লাগে সদায় আপোনাক বা।
আপোনাৰ মানুহজনৰ সুখ বাঢ়িছে, পেট দেখি কৈছোঁ। বেয়া নাপাব। বহুত মৰম দুয়ো লৈ। সদায় এনেদৰে থাকক❤️❤️
Aapunar hahi aru kothabur bor morom loga.. bohut val lage ❤️❤️
Love u baa. All time favorite 🥰😍❤️
Love u ba. Vindeo bhut supporting aru careing. Hukhi hoi thakok
My favourite couple.
Emn morom loga Borokha baa Joni 😍 kothabur Emn moromloga .mur hokolutkoi priyo ovinetri.
বা, জয়সাগৰ পুখুৰী এছিয়াৰ ভিতৰত মানুহে খন্দা ডাঙৰ পুখুৰী।🙏🏽
বৰ ধুনীয়া লাগিছে তোমালোক দুয়োকে ❤️🥰❤️
Loved the blog . Mr Bhaskar is so supportive and caring . Xeikhini xomoyote light tu proper howa nai buli lakhya korile . Lots of love to the beautiful couple❤😊
Videos too Sai bohoot vall lagil baido👍👍👍
Bhaskar da is so helpful 😊 and so down to earth
Barasa baa..Sosake aauni bht besi dhunia aru bht val..seibabei sage Vindew r Dore val jibonsangi ajon paise.. suvakamona thakil duyuloi..
My favourite couple ❤️😘
Bahut bahut vl lagil ba. Aponalok sadai sukht thake jen
Blessings to both of you .. Bhaskar and borosha.stay always happy
Bharkha and Bhaskar very nice and beautiful ❤️🎉😊🙏
Beautiful as always 💞
Bohut bohut val lagil baa....valethaok khodaye😍😍
Always stay happy and healthy ❤️ both of you 🌻😍 love from Digboi 🤗
💚💋
@@rupalibora3413 😛😲😫😂💓
Baideu apuni notun xodosyor kotha ki bhabise . ❤️❤️❤️❤️🌺🌸🌻🌻🌼🙂🙂
Your presentation is mind blowing..
Nice barosha ba nd vaskor da... Hodai hukhi thaka
Baa we always love u ... Hope u r fine too and vine also sending lots of love 😘♥️🥺and always go ahead and entertain us with ur magical acting 😌❤️
11
So sweet mojja lage aponar video sai .makup to vl lagica baa.
Bohut dhuniya ♥️♥️♥️
Hello muru frd hba ni moiu back krim tumk
Lovely baa Joni, eman mrm lga kotha bur...