Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
😍😍😍😍❤️❤️❤️❤️
❤
Abritti tu huni moi bohut val palu moi anedore abritti kri 1st position palu thank you 🤍 but apuni keikhariman ari goise
1:13 poem start from:
বহু সুন্দৰ কবিতা আবৃত্তি শুনি ভাল লাগিল।
বৰ সুন্দৰ কবিতাটি আৰু কন্ঠ ❤
আন্তৰিক ধন্যবাদ জনালোঁ ।
Nice miss my sellout jai bhorout.
Ehiman dhuneya hoica sosai de lakh khot lobo logiya ❤️❤️
এই উৎসাহৰ বাবে অশেষ ধন্যবাদ ।
বৰ সুন্দৰ
উৎসাহিত কৰাৰ বাবে অশেষ ধন্যবাদ ।
আপোনাৰ কণ্ঠ শুনি আত্মহাৰা হলো❤❤❤❤❤❤❤❤❤❤❤
SUNDAR
ধন্যবাদ জনালোঁ
Bohut val lagil baydew. ontor sui goyce
বিপ্লৱী শিল্পী গৰাকীলৈ সুন্দৰ শ্ৰদ্ধাঞ্জলি যাঁচিলে। চিত্তাকৰ্ষক আবৃত্তি। সন্তোষিত হলোঁ।
মন্তব্যত আপ্লুত হৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিলো । আচলতে এইয়া মোৰ সাংস্কৃতিক মনৰ দুৰন্ত হেপাঁহৰ এক প্ৰয়াস হে । সাহস বঢ়োৱাৰ বাবে পুনৰ ধন্যবাদ জনালোঁ ।
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱে অসম তথা অসমৰ সমাজলৈ আগবঢ়োৱা অৱদান চিৰস্মৰণীয়।আজি এই বিশেষ দিনটোততেওঁৰ এটি কবিতা শুনিবলৈ পায় অতিকৈ আপ্লুত হলো ।।🙏🏾👌
তোমালৈ বহুত বহুত মৰম-স্নেহ দি পঠালো দেই ।
Thank you madam..😍🙂
বাইদেউ আপোনাৰ আবৃত্তি শুনি সঁচাই আপ্লুত হলো।
মন্তব্যই উৎসাহিত কৰিলে । আন্তৰিকতাৰে ধন্যবাদ জনালোঁ ।
এই কবিতাটাে দুইধৰণে পাইছো। অনুগ্ৰহ কৰি ৰচনাৱলীত শুদ্ধ বুলি প্ৰমাণিত কবিতাটো জনাব পাৰিবনেকি??
অতি সুন্দৰ কন্ঠ 🙏👍😁
ধুনীয়াকৈ আবৃত্তি কৰিছে দেই।🙏
মৰম দিলো তোমাক ।
বাইদেউ কবিতা তো লিখিত আকাৰে দিব চোন ।আবৃত্তি তো শুনি বহুত ভালো লাগিলে ।❤❤
সুন্দৰ । ভাল লাগিল ।
এই উৎসাহিত মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ বাইদেউ ।
বহুত বহুত বহুত ভাল লাগিলে বা ♥️♥️♥️🙏🙏
তোমালৈ স্নেহ যাঁচিলো
বাইদেউ কবিতা টো দুই ধৰনে পাইছো কিন্তু শুদ্ধ কোনটো প্ৰতিযোগীতাত আবৃত্তি কৰিম বুলি ভাবিছিলো আপোনি কয় দিব নেকি 👏🏻
বিষ্ণুৰাভাৰ ৰচনাৱলীৰ পৰা কবিতাটি সংগ্ৰহ কৰিব ।
হয় ময়ো দুইধৰণে পাইছো।
বৰ ভাল লাগিল আবৃত্তি শুনি ।
আপোনাক শ্ৰদ্ধা জনালোঁ ।।
আবৃত্তি ভাল হৈছে ৷ ইয়াত ভাওনাৰ দৃশ্যটো কিয় আনিলে ?
❤️❤️
আন্তৰিক মৰম যাঁচিলো ।
অতি সুন্দৰ
সুন্দৰ আবৃত্তি মানসী
সুন্দৰ আবৃত্তি ৷সুন্দৰ উপস্থাপন৷শুপ্ৰভাত
তোমাৰ মন্তব্যই উৎসাহিত কৰিলে । তোমাক বহুত বহুত ধন্যবাদ ।
ভাল লাগিল 🌹❤️🌹
আন্তৰিকতাৰে ধন্যবাদ জনালোঁ ।
বৰ সুন্দৰ কণ্ঠ আৰু আবৃত্তি ,আপ্লুত হ'লো|
Vary nice👍🏼👍🏼
সুন্দৰ হৈছে
বহুত বহুত ধন্যবাদ জনালোঁ ।
আপুনি আমাৰ গৌৰৱ।। আগুৱাই যাওক
এই মৰমৰ বাবে তোমালোকৰ ওচৰত ঋণি ।
বৰ ধুনীয়া হৈছে বৌ ।
তোমাক আন্তৰিকতাৰে ধন্যবাদ জনালোঁ ।
Kobita tur lyrics tu pam neki
সু্দৰ হৈছে ।
এই উৎসাহৰ বাবে তোমাক আন্তৰিকতাৰেধন্যবাদ জনালোঁ ।
আবৃত্তি সুন্দৰ হৈছে।কিন্ত আপুনি কবিতাটোৰ কেইটামান শাৰী এৰি থৈ গৈছে।
বহু বছৰৰ আগতেই মনত ৰখা কবিতা । আঙুলিয়াই দিয়াৰ বাবে ধন্যবাদ ।
সুন্দৰ
Very very beautiful mam. Keep it up. God bless you mam
Many many thanks for your inspirations.
ভাল লাগিল বাইদেউ
তোমাৰ উৎসাহিত
Duniya hoise
তোমালৈ ভাতৃস্নেহ যাঁচিলো ।
আবৃত্তিৰ সুৰ ভাল। কিন্তু শব্দৰ গূঢ়াৰ্থ প্ৰকাশ ভঙ্গিমা বিপৰিত ।
আপোনাৰ মন্তব্যক গঠনমুলকভাৱে গ্ৰহণ কৰিছো যদিওবা মন্তব্যৰ স্পষ্টতা মোৰ উপলব্ধিৰ বাহিৰত । তথাপি ইমান গুৰুত্ব দি চোৱা আৰু শুনাৰ বাবে আপোনাৰ সাংস্কৃতিক মনক শ্ৰদ্ধা জনাইছো ।
Your voice is good but two line are missing in poem
বহু দিনৰ আগতেই মনত ৰখা কবিতা। আঙুলিয়াই দিয়াৰ বাবে ধন্যবাদ জনালোঁ ।
সুন্দৰ আবৃত্তি ।
আনৰিক ধন্যবাদ জপালোঁ
সুন্দৰ আবৃত্তি৷শুভেচ্ছা থাকিল৷
বৰ ভাল লাগিছে আবৃত্তি শুনি।
এই উৎসাহৰ বাবে অশেষ ধন্যবাদ জনাইছো ।
এই উৎসাহিত মন্তব্যৰ বাবে অশেষ ধন্যবাদ
সুন্দৰ হৈছে বাইদেউ ।
এই আন্তৰিকতাৰ বাবে অশেষ ধন্যবাদ ।
আন্তৰিক ধন্যবাদ জনালোঁ