Mahatma Gandhi

Поделиться
HTML-код
  • Опубликовано: 20 янв 2025

Комментарии • 225

  • @NayanjyotiNath-tr5by
    @NayanjyotiNath-tr5by 2 месяца назад +15

    অহিংসাই পৰম ধৰ্ম । ভাল লাগিল ।❤

  • @bhogendrapagag245
    @bhogendrapagag245 Месяц назад +2

    Bahut val lagil.Gandhijeer bishaye bahut najona kothai janibo parilo.hosai Gandhijee bishal byaktitor odhikari purush. Devo tulya.Biswar praibor mohan manishiyei Gandhijeek swradha o vakti kore. Tar babe bahut bahut dhanyabad Deepak jee. Hridoy Isporkha korise aaponar.....

  • @Dognedirbiope-Tulashi
    @Dognedirbiope-Tulashi Месяц назад +1

    ধন্যবাদ শৰ্মা চাৰ।
    আপোনাৰ ভাষণে সমাজৰ সকলো ব্যক্তিয়ে শুনি ভাল পাব মোৰ বিশ্বাস।

  • @tofwijatalha3800
    @tofwijatalha3800 2 месяца назад +15

    আপোনাৰ কথা বোৰে হৃদয় স্পৰ্শক কৰি যায় ❤

  • @Nirmalkumarray2000
    @Nirmalkumarray2000 2 месяца назад +7

    ভাল বেয়া সকলোৰে থাকে,সেইটো স্বাভাৱিক।।।ৰাজনীতিত জড়িত থকা মানুহৰ এইটো হয়।ভাল বেয়া বহু থাকে।আপোনাৰ ভাষণ ভাল লাগিল।।।

  • @amritbaitha7990
    @amritbaitha7990 2 месяца назад +2

    आलोचना तो हर कोई कर लेता है पर किसी का सम्मान करना बड़ी बात होती है❤❤❤🙏🙏🙏
    बहुत बहुत धन्यवाद सर जी❤❤❤❤❤

  • @ShaikhAntiqueShakil
    @ShaikhAntiqueShakil 2 месяца назад +11

    আপোনাৰ ভিডিয় আমাক জীৱনত শুদ্ধ পথে দি আগুৱাই যায়লৈ অনুপ্ৰাণিত কৰে । ❤❤❤❤
    এনেকুৱা ভিডিয় দিয় আমাক আৰু অনুপ্ৰাণিত কৰিব❤❤❤❤

  • @KallulHazarika-07
    @KallulHazarika-07 2 месяца назад +38

    সঁচাকৈয়ে আপোনাৰ কথা কেইটাই মন চুই গʼল। ✨
    যিজন ব্যক্তিয়ে নিজেই নাজানে যে তেওঁ কোন , তেওঁৰ গান্ধীক সমালোচনা কৰা অধিকাৰ নাই।
    গান্ধীয়ে কি কৰা নাছিল আমি সেইটো চাওঁ, কিন্তু কি কৰিলে সেয়া চাবলৈ যেন কাৰো সময়েই নাই।।।
    যিজন ব্যক্তিয়ে “গীতা”ক প্ৰাধান্য দিছিল, যিজনে “অহিংসা” শব্দৰ বাস্তৱিক অৰ্থ দি গৈছিল, তেওঁকেই আমি আওকাণ কৰিছোঁ।🙏
    গান্ধীৰ প্ৰতি মোৰ কৃতজ্ঞতা সদায়ে থাকিব।।।❤

  • @RajeshDas-st3yi
    @RajeshDas-st3yi 2 месяца назад +7

    ভগত সিং,ৰাজগুৰুৰ হত্যাকাণ্ড ৰখাব পাৰিলে হৈ কিন্তু নাই ইচ্ছা কৰি ৰখোৱা নাই।পাকিস্তান সমৰ্থন কেতিয়াও মানি লব নোৱাৰি।

  • @nikhilranjanray9355
    @nikhilranjanray9355 2 месяца назад +26

    আমাৰ কেইটামান উগ্রহিন্দুত্ববাদ দেখুওৱা কেইটাই গান্ধীক সমালোচনা কৰে

  • @নলবেইৰানিপু
    @নলবেইৰানিপু 2 месяца назад +17

    মহাত্মা গান্ধীক সমালোচনা কৰাজনেই ১৫০০ টকীয়া😂

  • @sewtidevi
    @sewtidevi 2 месяца назад

    বহুত সুন্দৰ ভিডিঅ' । ধন্যবাদ Sir .

  • @randeepsaikia2554
    @randeepsaikia2554 2 месяца назад +2

    মহাত্মা গান্ধী আছিল একাধাৰে মহান দাৰ্শনিক, শিক্ষাবিদ, অৰ্থনীতিবিদ, ৰাজনীতিবিদ, আইনজ্ঞ তথা সমজবিজ্ঞনী। তেখেতৰ দৰে মহান ভাৰতীয়ক সদায়ে শ্ৰদ্ধা কৰোঁ। অৱশ্যে অৰ্থনীতিবিদ হিচাপে গান্ধীজী মোৰ বেছি প্ৰিয়।

  • @pdpranabdas7237
    @pdpranabdas7237 2 месяца назад +2

    বহুত সুন্দৰ ব্যওি কথা কৈছে 🙏❤❤😊

  • @ImanBoro-o8f
    @ImanBoro-o8f 2 месяца назад +2

    অতি সুন্দৰ video ❤🎉

  • @BaharulIslam-bz5ql
    @BaharulIslam-bz5ql 2 месяца назад +7

    We loves, Gandhi is the father of nation.salute

  • @SEO_MEOT
    @SEO_MEOT 2 месяца назад +63

    Gandhi ৰ বাবে এটা like.

  • @sanjibpegu3049
    @sanjibpegu3049 2 месяца назад +9

    আপোনাৰ বাটেৰে ময়ো এবাৰ কওঁ , মোৰ সত্য অন্বেষণৰ কাহিনী" খন পঢ়িছোঁ ।

  • @mridulpathak2988
    @mridulpathak2988 2 месяца назад +6

    দীপক দা দেশ স্বাধীন হোৱাৰ পিছৰ প্ৰথম টো ভুল, কোনে কিহৰ বাবে তেওঁক জাতিৰ পিতা সজালে?
    ভাৰত মাতা কি জয় - যি দেশত মা আদ্য শক্তি নিজেই অধিষ্ঠাত্ৰী হৈ আছে সেই দেশৰ মা কোন mother Teresa ! দুখ লাগে ভাবিলে! কাৰ কি উদেশ্য সিদ্ধিৰ হৈছিল আপুনি জানেনে ? হয় এইখিনি কলে মোৰ জগৰ লাগিব, আপুনি আপোনাৰ বিবেকেৰে ভাবি চাব এবাৰ মোৰ কথাখাৰ, এই হিন্দু ৰাষ্ট্ৰত গান্ধীৰ বাবে এটা বিশেষ সম্প্ৰদায় লোকৰ আগ্ৰাসন হৈছে এই ভাৰতবৰ্ষত যি হব নালাগিছিল, হিন্দু ৰাষ্ট্ৰ গঠনত বাধাৰ হেঙাৰ তেতিয়াই হৈছিল কিছু মনবৃতিৰ লোকৰ মাজত, আপোনি নিজেই ভাবক, কি ধৰ্ম প্ৰচাৰ কৰিব আহিছিল mother Teresa, দেশ স্বাধীন হোৱাৰ পিছৰ আতাইতকৈ ডাঙৰ ভুল আঙুলিয়াই দিলোঁ, সেই বাবে ভাৰত বৰ্ষক আজিলৈ হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰিব পৰা নাই, খুব দুখ লাগে, হিন্দু ৰাষ্ট্ৰ তেতিয়াই হল হৈ কাৰ কি উদেশ্য আছিল, ইংৰাজ গুচি গল কিন্তু বহুত চেলা সিহঁতৰ এতিয়াও আমাৰ ভাৰতত থাকি গল,
    ভাবিব কথাসাৰ, কোনে কিয় কিহৰ বাবে আজিলৈ ঘোষনা নহল ভাৰত হিন্দু ৰাষ্ট্ৰ, জয় হিন্দ কলেই নহব, ইয়াৰ মূল তত্ত্ব খিনি জানি হে কব, সাহস হব, সমাজৰ বিপৰীতে গৈ সত্য কবলৈ আপোনাৰ, সমাজ এখনত যি হৈ আছে তাক কবলৈ সহজ কিন্তু সেই সমাজ খনত বিপৰীত হৈ যদি সেই খন সমাজত সত্য যদি তাৰ বিপৰীত তাক জানো কবলে শক্তি থাকিব আপোনাৰ?

  • @JayantiSaikia-qm6vj
    @JayantiSaikia-qm6vj 2 месяца назад +2

    Very very good.

  • @makonibegaum4941
    @makonibegaum4941 2 месяца назад +1

    বহুত ভাল লাগে আপোনাৰ কথাবোৰ ছাৰ❤❤❤

  • @imdadali9519
    @imdadali9519 2 месяца назад +1

    ভাল লাগিল দীপক দা।

  • @nitishdoley2003
    @nitishdoley2003 2 месяца назад +8

    BJP ৰ কিছুমান faltu মানুহে সমালোচনা কৰে গান্ধী জীক 😢

  • @santanatamuli5236
    @santanatamuli5236 2 месяца назад

    ভাল লাগিল 😊

  • @BikiBoro-ye2gf
    @BikiBoro-ye2gf 28 дней назад

    Very good speech sir❤🎉

  • @TikendraNathBorah
    @TikendraNathBorah 2 месяца назад

    অতি সুন্দৰ ।

  • @Ajaysaw-h1t
    @Ajaysaw-h1t 2 месяца назад +1

    ভাল লাগিল

  • @AbbasAli-p6r
    @AbbasAli-p6r 2 месяца назад

    ছাৰ আপুনি মহাত্মা গান্ধীৰ বিষয়ে আলোচনা কৰা কথাবোৰ শুনি নাথুৰাম গডছেৰ উত্তৰসূৰীৰ কলিজাত আঘাত লাগে।

  • @priyankagogoi500
    @priyankagogoi500 2 месяца назад +1

    Love you sir apunak adin log puar akha ase❤❤🙏🙏

  • @jonjyotideka5370
    @jonjyotideka5370 2 месяца назад

    Dhuniya Sir 👏🥰❤️

  • @DipenNath-z4v
    @DipenNath-z4v Месяц назад

    Thanks sir God bless you

  • @Pankajkai
    @Pankajkai Месяц назад

    Thank you for the speech, your explanation. Other Assamese reporters should learn something from you.

  • @jehirulhuda3147
    @jehirulhuda3147 2 месяца назад

    great speech, thanks

  • @sanatanraj984
    @sanatanraj984 2 месяца назад +1

    ভাল লাগিল ছাৰ।

  • @NitumoniDasEducationworld
    @NitumoniDasEducationworld 2 месяца назад +1

    Thank you for 918 subscribers❤

  • @jurirajbongshi8842
    @jurirajbongshi8842 2 месяца назад +3

    আজিৰ সময়ত বহুতো ল'ৰা ছোৱালী আছে যিয়ে গান্ধীক ভাল নাপায়। সেইবাবেআমাৰ নতুন প্ৰজন্মৰ অধ গতি গৈছে।

  • @PratapSarkar-l1z
    @PratapSarkar-l1z 2 месяца назад

    Dipak Sir Moio An manuhor dorei gandhik Beya Pai Asilu kintu Ajir pora bhal pau atiya aru beya Babh nai tekhetor proti❤

  • @akhilgogoi1869
    @akhilgogoi1869 2 месяца назад

    Val lagil

  • @Preerty
    @Preerty 2 месяца назад +8

    Dipak sir please read the book " Why i killed Gandhi" by Nathuram Godse. ❤❤

    • @maheshbaishya
      @maheshbaishya 2 месяца назад

      কিতাপ খন পঢ়িলে কি লাভ হ'ব ? কাৰণ এজন হত্যাকাৰীয়ে নিজক সমৰ্থন কৰি লিখা কিতাপৰ পৰা শিকিব লগা একো নাই। এইবোৰ গ্ৰন্থ পঢ়া সকলে গান্ধীক নজনাকৈ বেয়া পায়। এয়া আমাৰ দুৰ্ভাগ্য।

    • @prakashborah218
      @prakashborah218 Месяц назад

      Yes I am red this book

  • @rashmifirdaush9289
    @rashmifirdaush9289 2 месяца назад

    He taught us that "face Bravely"
    Pure gold doesn't fear the flame and fortune favours the brave.
    "If you work honestly you will definitely got sucess"
    #be spiritual
    ❤GOD❤ will always help us
    He is always watching us guiding us.😊

  • @7XKestrel
    @7XKestrel 2 месяца назад

    Sir apunar video sai bohut vall laga🎉🎉🎉

  • @AfajUddin-ki9sf
    @AfajUddin-ki9sf 2 месяца назад

    Bhut vall lagise

  • @nomitagogoi1088
    @nomitagogoi1088 2 месяца назад

    Very nice❤

  • @BobitaDas-n7m
    @BobitaDas-n7m Месяц назад

    Very good

  • @ranjuvallagisbora6665
    @ranjuvallagisbora6665 2 месяца назад +2

    Good

  • @ridipkalita4182
    @ridipkalita4182 2 месяца назад +1

    Love u dr❤❤❤❤

  • @nitulrajbonshi3986
    @nitulrajbonshi3986 Месяц назад

    Great

  • @ApanBordoloi
    @ApanBordoloi 2 месяца назад

    Weat for your video❤

  • @djitcreation8192
    @djitcreation8192 2 месяца назад

    Bhal lagil♥️

  • @khankhairul225
    @khankhairul225 2 месяца назад

    Nice lecture ❤

  • @Zackbhai1232
    @Zackbhai1232 2 месяца назад +1

    Love from jonai ❤️❤️

  • @gitamonihazarika5059
    @gitamonihazarika5059 2 месяца назад +1

    Very nice topic and advice sir great salute you

  • @biplabbordoloi4702
    @biplabbordoloi4702 2 месяца назад +1

    ছাৰ মই আপোনাক প্ৰশ্ন কেইটামান সুধিব বিচাৰিছোঁ. এই প্ৰশ্ন কেইটা এই কাহিনীটোৰ লগত জড়িত নহয়.......(১)আমি শিক্ষা কিয় গ্ৰহণ কৰিব লাগে?
    (২)আগৰ দিনত মানুহবোৰ অশিক্ষিত আছিল তথাপি তেওঁলোকৰ স্বভাৱ চৰিত্ৰ সম্পূৰ্ণ ভাল আছিল।
    কিন্তু আজিৰ মানুহ উচ্চ শিক্ষিত হৈছে কিন্তু তেওঁলোকৰ স্বভাৱ চৰিত্ৰ আদিবোৰ জন্তুৰ দৰে হৈ পৰিছে।
    উদাহৰণ হিচাপে যদি চাব যাও তেনেহলে আমি কলকাতাৰ ঘটনাটোৰ কথা কব পাৰোঁ বা আমাৰ অসমত হোৱা ঘটনাবোৰৰ কথা কব পাৰোঁ।
    যদি মানুহ শিক্ষিত হৈ এনে কোৱা কৰিবলৈ লয় তেনেহলে শিক্ষাৰ কি প্ৰয়োজন?
    এনেবোৰ কাৰণৰ বাবে শিক্ষা বিভাগ ক'ৰবাত পিছ পৰি ৰৈছে নেকি?
    মোৰ এই প্ৰশ্ন কেইটাৰ উত্তৰ দিব বুলি অতি আশাৰে বাট চাই ৰম🙏🙏

  • @bulbulikoch9531
    @bulbulikoch9531 2 месяца назад +1

    ❤🙏👌Sir

  • @Bhumijhuntu
    @Bhumijhuntu 2 месяца назад

    Great sir❤

  • @prosantaborah7492
    @prosantaborah7492 2 месяца назад +1

    ❤️❤️sir❤️❤️

  • @Haterakhor9920
    @Haterakhor9920 2 месяца назад +1

    Gandhi was great man and forever his name and fame will alive in india.

  • @wts9992
    @wts9992 2 месяца назад

    Love from Goalpara ❤sir

  • @sunita-chouhan
    @sunita-chouhan 2 месяца назад +2

    ❤😊

  • @sapunborah2728
    @sapunborah2728 2 месяца назад +1

    গান্ধীজীৰ হত্যাকাৰীক পূজা কৰা পাৰ্টীৰ নেতাই বিদেশত গৈ গান্ধীৰ প্ৰতিমাৰ সমূখত মুৰ দোৱাই সেৱা কৰে; বিদেশী নেতৃত্ব ভাৰতলৈ আহিলে গান্ধীৰ সমাধিত সেৱা কৰে। গান্ধীৰ বিৰোধীয়েও তেওঁৰ আদৰ্শক মনৰ পৰা ঘৃণা কৰিলেও নিজৰ আঁচনিৰ বাবে গান্ধীৰ চশমা ব্যৱহাৰ কৰে।
    ভাল লাগিল দাদা ভিডিঅ'টো❤❤❤❤

  • @PrahalladRoy-ni9vv
    @PrahalladRoy-ni9vv 2 месяца назад

    Happy Diwali Sir❤❤❤❤

  • @biswajitdeka6358
    @biswajitdeka6358 2 месяца назад

    Aponar motivation bor bhut interest

  • @MozammilAssam
    @MozammilAssam 2 месяца назад

    You are a
    awesome person too ❤

  • @Sunitkrsaikia
    @Sunitkrsaikia 2 месяца назад

    এক নম্ভৰ ফটোৱা তই ।

  • @mojitpatgiri5342
    @mojitpatgiri5342 2 месяца назад +1

    Nice sir 👍

  • @Aaabbbbbbbb426
    @Aaabbbbbbbb426 2 месяца назад

    Your spece is very actractive

  • @hitartha9829
    @hitartha9829 2 месяца назад +6

    আমি গান্ধীজীক সৰুৰে পৰাই শ্ৰদ্ধা আৰু ভাল পাইছিলো কিন্তু আপুনি তেখেতক বেয়া পোৱা বুলি কোৱা কথাটো শুনি বৰ লাজ পালোঁ।

  • @imdadulhaque3647
    @imdadulhaque3647 2 месяца назад +2

    Love him, respect him❤❤

  • @majiburrahman4981
    @majiburrahman4981 2 месяца назад +1

    Babu ❤❤ missing you ❤❤

  • @bhaitidas5653
    @bhaitidas5653 2 месяца назад +1

    Right

  • @gambiramkaman4313
    @gambiramkaman4313 2 месяца назад +1

    ❤❤❤❤❤

  • @mitaligogoi4842
    @mitaligogoi4842 2 месяца назад +1

    মোৰ গান্ধীক ভাললগাৰ কাৰণ তেওঁ ৰাইজৰ টকা ৰাইজৰ লগতে খৰচ কৰিছিল।যি কথা তেওঁ ৰ আত্মজীৱনীত লিখি গৈছে।আজিৰ সমাজত তেনে কেইজন আছে?

  • @manabkonwar423
    @manabkonwar423 2 месяца назад +1

    কথাখিনি সচা ভাল লাগিলে

  • @eyajulhoque4864
    @eyajulhoque4864 2 месяца назад +3

    Sir,আপোনাৰ থাম্বেল খনৰ ভুল শব্দটো ভুল হৈছে। ❤ দিনটো সকলোৰে শুভ হওঁক।

  • @anowara.begum23
    @anowara.begum23 2 месяца назад +1

    গান্ধীজী 🙏🏻🙏🏻🙏🏻🙏🏻

  • @Amir_Bangla_Official
    @Amir_Bangla_Official 2 месяца назад

    Good morning dipak sir❤

  • @rajibullah2675
    @rajibullah2675 2 месяца назад

    Love from Morigaon

  • @Jyotidas19
    @Jyotidas19 2 месяца назад +2

    Sir good morning

  • @ramendas256
    @ramendas256 2 месяца назад +7

    নাথুৰামৰ অনুৰাগী মখাই গান্ধীক সমালোচনা কৰে। গান্ধীৰ অহিংসাৰ নীতিক লৈ হাঁহে।

  • @purnaboro9076
    @purnaboro9076 2 месяца назад +1

    I Love You Dipak Xorma Sir

  • @debajitdas6
    @debajitdas6 2 месяца назад +10

    You must study about NETAJI and Bhagat Singh then you will understand what we loose for Gandhi

    • @nilelbart9514
      @nilelbart9514 2 месяца назад

      👃

    • @R....n-qm9fb
      @R....n-qm9fb 2 месяца назад +1

      Toi kot pohili WhatsApp university t nki 😂😂

  • @BidhanKDoley.
    @BidhanKDoley. 2 месяца назад +1

    Manuh bure flow flow te Gandhi k Criticize korise xosaa. Kisumane Sorom ponthi netahokolok support kora babe gandhi k beya pai. Kintu kotha eta bujibo lagibo je lagile pontha beleg beleg houk xokolure motive eke asil amak swadhinota diyaa❤

  • @tikenrabha9721
    @tikenrabha9721 2 месяца назад

    Good night sir ❤

  • @KasidaAhmed
    @KasidaAhmed 2 месяца назад

    I love gandhiji

  • @sagarsaharia2065
    @sagarsaharia2065 2 месяца назад

    I love Gandhi because I also born in same day 2oct

  • @trailokyadeka5050
    @trailokyadeka5050 2 месяца назад

    Next video request

  • @abdulali5510
    @abdulali5510 2 месяца назад

    Gandhi is the greatest leader, he is father of nation...🙏

  • @mrinmoybaruah2294
    @mrinmoybaruah2294 2 месяца назад +1

    গান্ধীৰ কাৰণে আমি বৰ্তমান গাওঁত লুঙী পিন্ধিবা লগাহৈছি অসম শেষ

  • @ADVLOG096
    @ADVLOG096 2 месяца назад

    😊

  • @duttaneelutpal
    @duttaneelutpal Месяц назад

    গান্ধীবাদী যদি সচাঁকৈ হয়, তেন্তে প্ৰথম সচাঁ আৰু সত্য বাতৰি পৰিবেশন কৰক।

  • @dhanlifeyoutubechannel4416
    @dhanlifeyoutubechannel4416 2 месяца назад +1

    🎉moi o vabisilu

  • @AnjarHusen-v4g
    @AnjarHusen-v4g 2 месяца назад

    Good morning sir

  • @babakopegu1023
    @babakopegu1023 2 месяца назад

    😊❤

  • @pallabinath349
    @pallabinath349 2 месяца назад

    Good morning 🌅

  • @skabdullah8605
    @skabdullah8605 2 месяца назад

    Dipak da thank you

  • @rokibulislam-ry9fr
    @rokibulislam-ry9fr 2 месяца назад +14

    Gandhiji r babe ata like

  • @NKMedia-d6k
    @NKMedia-d6k 2 месяца назад +13

    গান্ধীয়ে জিন্নাৰ লগ লাগি অখণ্ড ভাৰতক খণ্ডিত কৰিছিল,
    ইছলামৰ প্ৰতি দুৰ্বল আছিল!
    তেওঁ ব্ৰিটিছৰ চকুত চকু থৈ কব লাগিছিল যে ধৰ্মৰ ভিত্তিত দেশ স্বাধীন নকৰো,
    আৰু যদি ধৰ্মৰ ভিত্তিত দেশ স্বাধীন হয় তেনেহ’লে মুছলমানৰ কাৰণে পাকিস্তান যদি হয় হিন্দুৰ কাৰণে হিন্দুস্তান কিয় নহ’ল,
    কিয় ধৰ্মনিৰপেক্ষ কৰি থৈ গ’ল দেশখনক৷
    গান্ধীয়ে কৰা এই ভূলটোৰ ফল এদিন নহয় এদিন হিন্দুৱে ভোগ কৰিব,
    এইয়া চিৰসত্য৷

    • @pallabjyotimanta6103
      @pallabjyotimanta6103 2 месяца назад +2

      আপুনি সেই সময়ত থকাৰ হয় হলেহেতেন কবহে পাৰিব এতিয়া । বাকী একো নহয়।

    • @NKMedia-d6k
      @NKMedia-d6k 2 месяца назад

      @pallabjyotimanta6103 এতিয়াও সময় আছে
      ভাৰতক হিন্দুঃস্থান কৰা

    • @ramendas256
      @ramendas256 2 месяца назад

      তেন্তে rss য়ে মূল নায়ক যি অখণ্ড ভাৰত ধৰ্মৰ নামত দ্বিখণ্ড কৰিবলে ব্ৰিটিছৰ চোৰাংচোৱাৰ কৰিছিল। যিয়ে কেতিয়াও গান্ধীৰ পক্ষত থাকি ব্ৰিটিছৰ বিপক্ষে থিয় দিয়া নাছিল। যিয়ে নাথুৰামৰ দৰে মানুহ জন্ম দি অহিংসাক হত্যা কৰিলে।

    • @hrishikeshsarma6189
      @hrishikeshsarma6189 2 месяца назад +2

      Kiba proof ase neki jot Gandhi ye desh dubhag karar samarthan karisil? Ne WhatsApp t paise?

    • @NKMedia-d6k
      @NKMedia-d6k 2 месяца назад

      @@hrishikeshsarma6189 মই কিয় গান্ধীক হত্যা কৰিলো // নাথুৰাম গডছে
      কিতাপ খন পঢ়িব
      সকলো গম পাব
      আদালতত নাথুৰাম বিনায়ক গডছে দিয়া শপতনামা খন পঢ়িব googl ত

  • @Romagogoi-b8p
    @Romagogoi-b8p 2 месяца назад

    নিতি আদৰ্শ হেৰাই গল

  • @gitanath1121
    @gitanath1121 2 месяца назад

    Sir aponak log pabo mon ase

  • @reshmabegum6585
    @reshmabegum6585 2 месяца назад

    Good morning 🌄