এইজন যদি অসফল মানুহ , তেনেদৰে শুনক-😊 পৃথিৱীত সফল মানুহৰ সংখ্যা ধেৰ , কিন্তু এটা কথা বিশ্বাস কৰক বিফল মানুহৰ লগত আপুনি মাত্ৰ ১০ মিনিট সময় লগ হওক তেতিয়া গম পাই যাব “জীৱনত আচলতে এনেদৰে আগবাঢ়িব লাগিছিল মোৰ ক’ৰবাত কিবা অলপমান ভুল হ’ল যাৰ বাবে মই সফল ন’হলো৷ বিশ্বাস কৰক, প্ৰমাণিত কথা কৈছো ৷ সফল মানুহতকৈ বিফল মানুহৰ লগত ১০ মিনিট বহক , তেতিয়া জীৱন কি সিৰে সিৰে বুজি পাব ৷ অনুপ্ৰেৰণা জগাই ৰখাৰ বাবে ছাৰলৈ অলেখ শুভকামনা ৷❤❤
Apuni bhul koise line tu hol "A man can be destroyed but not defeated " manuh dhankha hoi jab pare kintu Hari najai, ki bhul katha koi, bha dare prhi loba
Sorry i unsubscribe your channel because if you not follow discipline then you will not get success in your life... seeing motivational video it's a time lost
আপুনি নৱ প্ৰজন্মৰ বাবে এজন বহু লাগতীয়াল মানুহ ❤❤
Thank you sir 🥰
Best valuable motivation speech ✊
So nice of you
इतिहास होता नही बनाया जाता है,,,
बहुत बहुत धन्यवाद सर जी हमे जीवन में सही दिशा दिखाने के लिए🙏🙏🙏❤❤❤❤❤❤
Yes
Motivation is best only on Dipak Sarma❤❤❤
Best Assamese motivational speech..❤❤❤
Jai ai axom✨
Stay blessed
এই কিতাপখন সপ্তমমান শ্ৰেণীত পঢ়ি থাকোতে পুৰস্কাৰ হিচাপে পাইছিলো । কিতাপখন পঢ়িছিলো, বহুত ভাল লাগে
Stay blessed
My favourite motivation Dipak sir ❤ sir aponak log pabo bohut esha ase 🙏
My always favourite person 😊❤
সফলতা কঢ়িয়াই লৈ যায় যদিও মূলত দুটা কাৰ্যকৰী দিশ আছে ।যাৰ নাম একাগ্ৰতা আৰু একনিষ্ঠা।
Fvrt teacher of my life ❤
ছাৰ আপোনা কথাই বহুত সাহসদিয়ে!মোৰ ছোৱালী এজনীআছে,তাইকো।শুনাও।তাইও।সাহস পাই পঢ়িবলৈ !আগবাঢ়িবলৈ!❤❤❤❤❤❤❤
Stay blessed
Attended for dipak motivation ❤❤❤❤❤❤❤😊
Sir আপোনাৰ পৰা বহুত duniya duniya মানুহৰ জীৱন কাহিনী শুনিবলৈ পাও ❤️❤️❤️❤️
Myself SAANATON BORUAH one of my favourite motivational speaker
Valuable motivational speech.
Waaw, most inspiring story Dipak da❤
অতি সুন্দৰ জ্ঞানপূৰ্ণ ভাষণ ! 🙏🙏🙏
My Favourite Karna ❤🎉😊😊 1:22
Wow very interested old story❤❤❤ Dipak daa
One of my favourite books. ❤️
This is one of the most inspiring story 🌼❤
কথাযাৰ একে বাৰে শুদ্ধ ধন্যবাদ 🙏🙏🙏
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰচনা লিখিছিলো💕 আপুনি আকৌ মনত পেলাই দিলে ধন্যবাদ sir🙏🎉
It's a very interesting story sir,
Sir apunar bhakhone huni bohut bhal lagil ধন্যবাদ❤❤❤❤❤❤❤❤❤❤❤❤❤
Mon beya lagile apunar video sai montu kisu xantona diu sir ....
Sir Oppenheimer r বিষয়ে কবচোন।। আপোনাৰ video চাই বহুত ভাল লাগে❤
মৰমৰ সদায় ❤
সুন্দৰ
হয় এই উপন্যাসখন পঢ়ি বৰ ভাল লাগে
Yes , i read the strory , where Ernest Hemingway writes " Man can be destroyed but not defeated"
Sir, Apuni please Veganism r bixoye aru Climate change r bixoye olp kobosun🙏
এইজন যদি অসফল মানুহ , তেনেদৰে শুনক-😊 পৃথিৱীত সফল মানুহৰ সংখ্যা ধেৰ , কিন্তু এটা কথা বিশ্বাস কৰক বিফল মানুহৰ লগত আপুনি মাত্ৰ ১০ মিনিট সময় লগ হওক তেতিয়া গম পাই যাব “জীৱনত আচলতে এনেদৰে আগবাঢ়িব লাগিছিল মোৰ ক’ৰবাত কিবা অলপমান ভুল হ’ল যাৰ বাবে মই সফল ন’হলো৷
বিশ্বাস কৰক, প্ৰমাণিত কথা কৈছো ৷ সফল মানুহতকৈ বিফল মানুহৰ লগত ১০ মিনিট বহক , তেতিয়া জীৱন কি সিৰে সিৰে বুজি পাব ৷
অনুপ্ৰেৰণা জগাই ৰখাৰ বাবে ছাৰলৈ অলেখ শুভকামনা ৷❤❤
My king of Mahabharata is karn❤
Great video sir
Love from Silchar ❤
Bohut val lagil
My fvrt teacher's ❤❤😊😊
চেষ্টা কৰা জিকিবা নহলে শিকিবা এদিনত নহয় কিন্তু এদিন হব?😊
অভিমন্যুৰ দৰে কৰ্ণই ও কিন্তু নিজৰ পৰাজয় হব বুলি জানিও পাণ্ডৱৰ সৈতে দুৰ্যোধনৰ লগত যুদ্ধ কৰিছিল কোনো কবজ কুণ্ডল অবিহনে যুদ্ধ কৰিছিল
Bhout bhout bhal lagil
Human spirit can be defeated but can't be destroyed....
সুন্দৰ দাদা ❤
Favorite person ❤
Thank you so much sir 🥰🥰🥰☺️☺️☺️☺️☺️
Great motivation spach ❤😊😊
Relatable ❤ this story😮
❤️sir jii❤️
Thank you sir 😊
Thank you very much sir
Sir apunar video bur sai vl pai sir
Sir LOKD College t এদিন আহিব বুলি আশাত আছোঁ।
Thank you sir
ভাল লাগিলে ।
Very well 🙏
Chapter of our english subject so great hero is he sir❤
Yes
কথাখিনি শুনি ভাল লাগিলে ধন্যবাদ
Thanks
Bht val lagil xuni
Moja sir moja
Thank you
Love from bishwanath chariali
Bohut manuh oor majot ata ba dita 3rd person Manuh thakei 🙃🙃😐
Heitu comments salei gm pabo 😮
Thank 🙏🙏🙏
ভাল লাগিল দাদা ❤❤❤
I love you sir ❤
কথাখিনি শুনি সচাকৈ ভাল লাগিল।
Apunar video sai buhut val lage sir
Description ত কিবা এটা ভুল হৈ আছে নেকি চাওকচোন।
Something mismatch on this story,,,, 😢 বহুত কেইবাৰ পঢ়িছোঁ সেইকাৰণে হে
Dhunia dhunia kotha kobo janily u aji kali khabo pari
Sir dante divine of comedy bihoye ketiyaba kob. Best motivation
🙏🙏🙏
Sir MA Assamese major 3 rd sem kkshou syalbus ase aitu story ...
❤❤❤❤❤
ধন্যবাদ Sir
Sir ❤
আমাৰ rapid reader আছিল ক্লাছ 9 ত 😊
Yes
Good night sir❤
M. A 3rd semt porhi ahisu... Ktyao har manibo nlge jibont
Mur jibonor autobiography r part 1 tu 99 % likha hoi goiseii atia matra success ahibo baki ase .. success ahileii 1st part tu khex hb .. apunak promotion koribo matim.. screenshot raxi thobo ..
❤
Sir aponar status sabo karone number to pam nki
আপোনাক আমাৰ মহাবিদ্যালয়ৰ মাতিব বিচাৰো আহিব নে
Nice
🙏
Dada aiponk lg pb mn asa
🥰🙏🙏🙏🙏🥰
🎉🎉🎉🎉🎉
আপোনাৰ এই সমাজলৈ সিচৰিত কৰা কথাবোৰত অন্তৰালত লুকাই থাকে এক আমোদ । যি কথা মোৰ বাবে সদায় প্ৰিয় । অপেক্ষাৰ অন্তত আজি ভিডিঅ' পাই ভাল লাগিল । আপোনাৰ এই আমোদজনক তথা সুন্দৰ বাৰ্তাবোৰ ভৱিষ্যতলৈ অতুত থাকক তাৰে আশা কৰিলো ।
Stay blessed. ...brother
Sir আপোনাক contact কৰিব বিচাৰো 😕
You are wrong..
Avimunnya was not a real hero.
Are you going to mislead the story of MAHA BHARAT?
Santiago
Apuni bhul koise line tu hol "A man can be destroyed but not defeated " manuh dhankha hoi jab pare kintu Hari najai, ki bhul katha koi, bha dare prhi loba
মোৰ মতে কণ`
Kak follow kore?
Bohut Jana 😂
Godse k kintu সকলোৱে জানে ❤
চেষ্টা কৰা জিকিবা নহলে শিকিবা
এদিনত নহয় কিন্তু এদিন হব || 😊
Yes
Sorry i unsubscribe your channel because if you not follow discipline then you will not get success in your life... seeing motivational video it's a time lost
Ja re bro😂😂
Right
😂😂এই কথাবোৰৰ প্ৰমাণ চাগে আপুনি পোৱা নাই ৷
বিফল হওক আগতে তেতিয়া জীৱন বুজিব ৷ আগতে সফল হ’লে জীৱনটো জোৱা হিচাপে ব্যৱহাৰ কৰে মানুহে ৷
Sucess kenekua apuni koi dile val pum
Nijok Motivator buli koi laj nalage
Lol motivation
❤