ম্যানমাৰৰ গভীৰ অৰণ্যৰ আলফা স্বাধীনৰ শিবিৰত ভোগালীৰ আয়োজন-২০২৫

Поделиться
HTML-код
  • Опубликовано: 27 янв 2025

Комментарии •

  • @rupasaikiabora2967
    @rupasaikiabora2967 12 дней назад +33

    বোপাই হতৌ এই বিহুৰ দিনত কিয় বাৰু তহঁতৰ মুখকেইখন দেখুৱাই নাচিব লাগে মা দেউতাৰ অন্তত বহুত আঘাত দিছেচাগৈ বেয়া নাপাবা ময়ো এগৰাকী মাকেই। যিকি নহওঁক কুশলে থাকা বিহুৰ শুভেচ্ছা থাকিল। জয় আই অসম।

  • @MilanKonwar-v4c
    @MilanKonwar-v4c 14 дней назад +68

    সংযুক্ত মুক্তি বাহিনীক ভোগালী বিহুৰ আন্তৰিক মৰম ভালপোৱা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো ❤😭💐

    • @Qeen1-g7c
      @Qeen1-g7c 8 дней назад +1

      Jai hind jay bharat

  • @DeepjyotiChutia-fg6gc
    @DeepjyotiChutia-fg6gc 14 дней назад +28

    জাতীয়তাবাদ প্ৰতিষ্ঠা তথা স্বাধীন অসম আৰু সাৰ্বভৌমত্ব বিচাৰি নিজৰ জীৱন জৌৱন ত্যাগ কৰি ম্যানমাৰৰ দুৰ্গম স্থানত জীৱন কৰতোৱা অসমীয়াৰ আবেগ অলফা স্বাধীনৰ প্ৰতিগৰাকী বীৰ সেনানিলৈ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ ❤️❤️❤️❤️ নেদেখা জনে ককাইসতক সদায়ে কুশলে ৰাখক 🙏🙏🙏

  • @bulbulchangmai4283
    @bulbulchangmai4283 14 дней назад +58

    আলফা অসমীয়াৰ বাবে জীয়াই জীয়াই থাকিব লাগিব ।নহলে জাতিটোৱে শেষ হব । আপোনালোকলৈ বিপ্লৱী শুভেচ্ছা জনালো ।জয় আই অসম

  • @gogoi4250
    @gogoi4250 14 дней назад +29

    ককাই ভাই হতলৈ ভোগালী শুভেচ্ছা থাকিল❤। কুশলে থাক সকলো। জয় আই অসম ❤❤

  • @Assamgamingshort
    @Assamgamingshort 13 дней назад +21

    Koko dada khbrrr vll neee bohut dinor murot dekhiluu akoo ghrr ahii juaaa 😢❤
    Bohut dukht ase bow jnii apunr waifee
    Apunr loraa u vle mane dangor holll
    Ghr loi ubhoti aha akoo Koko dada 😢❤

  • @MuhamKuch
    @MuhamKuch 13 дней назад +14

    আলফা জিনদাবাদ মোৰ দদাই আলফা আছিল আৰু ‌অসমৰ কাৰণে জীৱন দিলে মইও আলফাক ভাল‌ পাও জয় আলফা ‌। আলফা মোৰ সপোন ❤❤❤❤❤❤❤

  • @lakhyajitboruah9471
    @lakhyajitboruah9471 13 дней назад +11

    আকৌ এবাৰ অসমী আইৰ স্বাধীনতা নামত সংগ্ৰাম হক । এজন অসমীয়া সন্তান হিচাপে প্ৰান দিবলৈ সদায় সাজু আছোঁ ❤

  • @DekaKishorkumar
    @DekaKishorkumar 14 дней назад +14

    জয় আই অসম,আপোলোক সদায় সুখী আৰু সু-স্বাস্থ্যবান হৈ থাকক,আই অসমীৰ বীল সকল ।মোৰ ফালৰ পৰা আপোনাকলৈ ভোগালী আৰু মাঘৰ বিহুৰ শুভেচ্ছা যাছিলো ।

  • @rikiphukan4586
    @rikiphukan4586 14 дней назад +22

    Aai joo koliza 🎉 neriba🧿

  • @pranabjyotigogoi9259
    @pranabjyotigogoi9259 14 дней назад +20

    আমাৰ বিপ্লৱী বীৰ সকলোলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো

  • @sumu1532
    @sumu1532 13 дней назад +10

    Uff ❤😊 ভাল লাগে আপোনা লোকক কিবা এটা আৰু এনেকৈ গান উলিয়াই থাকে যেন 🙏 আপোনা লোক সদায় ভালে থাকে যেন ভগৱানৰ ওচৰত পাৰ্থনা কৰিম 😊🙏😌

  • @NipulGogoi-xq3yy
    @NipulGogoi-xq3yy 12 дней назад +12

    আলফা অসমীয়াৰ আবেগ❤❤❤❤❤

  • @RajumoniRajumonidas
    @RajumoniRajumonidas 13 дней назад +9

    চেনেহৰ বিপ্লৱী ভাই সকললৈ হেঁপাহৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ । সদায় কুশলে থাকে যেন ভাই সকল , তাৰেই প্ৰাৰ্থনা জনালোঁ ভগৱানৰ ওচৰত । 🙏

  • @anupdas-vj6ch
    @anupdas-vj6ch 10 дней назад +3

    নিজৰ বাবে সকলো এৰি জাতিৰ বাবে সংগ্ৰাম কৰা অসমী আইৰ আটাইবোৰ সু সন্তানলৈ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো চিৰ চেনেহী মোৰ ভাষা জননী মোৰ জনমভুমি মোৰ অসমভূমি জয় আই অসম জয় আই অসম 🙏🙏🙏

  • @taradoi7957
    @taradoi7957 14 дней назад +14

    যি কম সঁচা কম ----------------
    মানুহৰ বাবে ,জাতিৰ বাবে, দেশৰ বাবে, কিবা সমস্যা সমাধান কৰিব নোৱাৰিলেও তেওঁ লোকৰ জাতিৰ প্ৰেম , মানুহৰ বাবে মানুহৰ যি দায়িত্ব সেইয়া সচাকৈয়ে অতুলনীয় সেয়েহে তেওলোক আমাৰ বাবে নমস্য ।

  • @kartikdas4926
    @kartikdas4926 13 дней назад +6

    হৃদয়ত স্বাধীনতাৰ সপোন আছে।হয় এতিয়া মই নিজে অসমী আইৰ বাবে একো কৰিব পৰা নাই, কিন্তু আপোনালোকলৈ শুভেচ্ছা আছে।

  • @PutulkalitaPutulkalita-r5p
    @PutulkalitaPutulkalita-r5p 13 дней назад +4

    সকলো বিপ্লৱী লৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ, লগতে সদায় যেন অসমীয়া জাতিৰ শক্তি যোগাৱলৈ সু-স্বাস্থ্য কামনাৰে

  • @ManjitKalita-c7h
    @ManjitKalita-c7h 14 дней назад +9

    এনেকুৱা হ'লে মৰো জাবৰ মন জনায়।

  • @nabajyotibhuyan5919
    @nabajyotibhuyan5919 14 дней назад +13

    আবেগ প্ৰাণ ঢালি ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ।

  • @DilipSaikia-qx6by
    @DilipSaikia-qx6by 12 дней назад +4

    সুন্দৰ আমি গোলাঘাটৰ পৰাই আৰ্শীবাদ ও আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো ভোগালী বিহুৰ উলগ ও শুভেচ্ছা জনালো।

  • @pankajkaushik9043
    @pankajkaushik9043 14 дней назад +12

    মেজিৰ জুইত বিনাশ হওঁক সকলো অপায়-অমংগল, ভোগালীৰ ভোগেৰে সকলোৰে মনবোৰ সমৃদ্ধ কৰক, কঢ়িয়াই আনক জীৱনলৈ আনন্দ আৰু উল্লাস...
    তাৰে কামনাৰে, আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈকে মোৰ ফালৰপৰা ভোগালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ।
    Pankaj Kaushik
    ✍🏻✍🏻✍🏻✍🏻

    • @BikromKuwor
      @BikromKuwor 14 дней назад

      কি বুজাইছ আপোনি

    • @pankajkaushik9043
      @pankajkaushik9043 13 дней назад

      Moi Bhugalir hubexa disu amar biplobi soinik hokolok​@@BikromKuwor

  • @xurordeolkalabithika1129
    @xurordeolkalabithika1129 14 дней назад +7

    সকলো বিপ্লৱী বন্ধু লৈ ভোগালীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

  • @GitashriHazarika-b5j
    @GitashriHazarika-b5j 13 дней назад +4

    ভোগালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো।জয় আই অসম🙏🏼 😢

  • @devagogoi7219
    @devagogoi7219 14 дней назад +7

    ককাইদেউ/ভাই হত মাঘ বিহুৰ আন্তৰিক অভিনন্দন, কুশল মংগল ।

  • @khanindrathakuria289
    @khanindrathakuria289 12 дней назад +4

    মোৰ মৰমৰ দাদা ভাইতি আৰু বা ভনি হত তোমালোকলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ ❤️❤

  • @chinmoydeka5303
    @chinmoydeka5303 14 дней назад +98

    Ganor maje maje bastob hotyo prokakh korise. Ami kebol hahi hahi gaan tu hunat koi tak gurutto hohokare lobo lage

    • @mgnkl
      @mgnkl 14 дней назад +16

      Hosai kotha khini sui jua hotyo kotha

    • @kaushikthengal1870
      @kaushikthengal1870 12 дней назад +7

      😊

    • @PapulMohnt
      @PapulMohnt 2 дня назад +3

      😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊

  • @debajitsaikia6570
    @debajitsaikia6570 14 дней назад +4

    জয় আই অসম❤✊ সকলো কুশলে থাকক। ভোগালীৰ শুভেচ্ছা যাচিলোঁ❤ 🫂

  • @bikivlog6935
    @bikivlog6935 13 дней назад +2

    অসমৰ বীৰ সেনা সকলোলৈ মই নামনি অসমৰ পৰা সেৱা, শ্ৰদ্ধা আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ ।

  • @manujyotidihingia8652
    @manujyotidihingia8652 13 дней назад +5

    অলপ এৰা ধৰা কৰী আলোচনা কৰীব পাৰী নেকী ককাইদেউ এই বীহুদীনত দেকা সকলক
    এনেকৈ দেখী বৰ দুখ পাইছো সকলো কুশলে থাকক

  • @RanaGogoi-zx4vn
    @RanaGogoi-zx4vn 13 дней назад +4

    জয় আই অসম ককাইহত। তহঁতি সদায় কুশলে থাক ❤❤❤

  • @nikunjoyboro6929
    @nikunjoyboro6929 5 дней назад

    আমাৰ অসমীয়া বিপ্লৱী বীৰ সকললৈ মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। সকলোৰে মংগল হওক।

  • @anjanasom-t4z
    @anjanasom-t4z 13 дней назад +2

    সংযুক্ত মুক্তি বাহিনী অসমৰ মহামান্য শ্ৰদ্ধাৰ মুখ্য সেনাধ্যক্ষ পৰেশ অসম মহোদয় আৰু সশ্ৰদ্ধাৰ প্ৰতিজন সদস্য সদস্যাৰ সংগ্ৰামৰ প্ৰতি বৈপ্লৱিক অভিনন্দন তথা মাঘ বিহুৰ শুভেচ্ছা বাৰ্তা বহু কিল'মিটাৰ দুৰত্বৰ পৰা প্ৰেৰণ কৰিছোঁ । চিৰসেউজ চিৰ নমস্য প্ৰতিজন অমৰ মৃতকলৈ মোৰ সেৱা আগবঢ়াইছোঁ।

  • @dharmendrakakati4768
    @dharmendrakakati4768 12 дней назад +1

    ৰাজনৈতিক দলৰ দ্বাৰা অসম কেতিয়াও সমস্যাৰ পৰা মুক্ত হব নোৱাৰে। অসমীয়া মানুহৰ কথা কোনেও চিন্তা নকৰে। উচ্চতম ন্যায়ালয় বিদেশিক নিৰাপত্তা দিয়ে। গতিকে কাৰ্য্যপালিকা, ন্যায়পালিকা আদিৰপৰা অসম কেতিয়াও সমস্যাৰ পৰা মুক্ত নহয়। জয় আই অসম।❤❤❤❤

  • @amar..1830
    @amar..1830 13 дней назад +1

    ককাইদেও ভাইটি বাই ভনী সকলোলে ভোগালী বিহুৰ শুভেচ্ছা আৰু শ্ৰদ্ধা জনালোঁ। আপোনালোকে অসমীয়া জাতিৰ হৈ যি বিপ্লৱ কৰি আছে সেইয়া অকল অৰণ্যতে থাকিব নে। অসমত সদায় কিন্তু অসমীয়া ই বহিৰাগতৰ অত্যাচাৰ সহ্য কৰি থাকিব লগা হৈছে আৰু অসম ৰ নামনি ভাগত মিয়াৰ অত্যাচাৰ ইমানে বৃদ্ধি পাইছে হয়টো কেতিয়াবা সন্মুখ ৰ পৰা যুঁজ দিব লাগিব। অত্যাচাৰ বাঢ়িলে বেছি প্ৰতিবাদ কৰিলেও চৰকাৰে অসমীয়া কে দুখ দিয়ে। অসমীয়া জাতিৰ হৈ যুঁজ দি অসমীয়া মানুহক অপহৰণ নকৰিব কাৰণ অসমীয়াৰ মনত আপোন হৈ থাকি পিছত পৰ হব লগা হয়। অসমীয়া সকলৰ বাহিৰে আপোনালোকক বেলেগে আপোন বুলি নভাবে । এতিয়া বীৰ লাচিত সেনা অসমীয়া মানুহৰ সাহস। জয় আই অসম

  • @HorenGogoi-my8dk
    @HorenGogoi-my8dk 14 дней назад +4

    আপোনালোকলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।
    জয় আই অসম । ধন্যবাদ ।❤.

  • @monojdeka2221
    @monojdeka2221 13 дней назад +3

    আপোনালোক আটাইকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

  • @poranprotimsarmah7468
    @poranprotimsarmah7468 12 дней назад +2

    ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ, কুশলে থাকক।

  • @M.G.615
    @M.G.615 11 дней назад +1

    ভোগালী বিহুৰ দেৰিকৈ হলেও স্বদেশ প্ৰেমী সকলো অসমীয়া ককাই,ভাই,ভনী,বাইদেউ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
    সকলোৱে ভালে থাকক কূশলে থাকক🕉️🕉️🕉️🙏🙏🙏

  • @dipokbaruah1566
    @dipokbaruah1566 13 дней назад +3

    জয় আই অসম বুলি কিয় নকয় অসমক অসম বুলিয়েই ভাল হয় আমি আচামী হ'ব নিবিচাৰোঁ আমি অসমবাসী অসমীয়া হে

  • @Biplobnath-h3w
    @Biplobnath-h3w 14 дней назад +10

    ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জানালো দাদা ভাইটি তথা সংযুক্ত বাহিনী ৰ সকলো লৈকে.
    অনাগত দিনবোৰ কুশলে থকা আৰু সমালোচনা ৰে শান্তি বাটেৰে আগুৱাই যোৱা কামনা কৰিলো.

  • @janmanivlogs7310
    @janmanivlogs7310 14 дней назад +4

    জয় আই অসম। ভোগালী বিহু ৰ শুভেচ্ছা জনালোঁ ❤❤

  • @PritiChutiaDuarah-xl3wu
    @PritiChutiaDuarah-xl3wu 8 дней назад

    বহুত ভাল লাগিল গানটো শুনি🥰🥰।আপোনালোকৰ প্ৰতিভা দেখি ভাল লাগিছে।সকলোকে ভগৱানে ভালে কুশলে ৰাখক ।সকলোলৈকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ 🙏🙏

  • @JotinMech
    @JotinMech 2 дня назад

    Beautiful song 🎉🎉🎉

  • @RubulGogoi-yv7gl
    @RubulGogoi-yv7gl 14 дней назад +2

    Ai.Pe.369 🎉Bihur Hubasa jonalu Mongol Houk Krishno Krishno 🎉🎉❤

  • @anupomdowarah1381
    @anupomdowarah1381 7 дней назад

    জাতীৰ - মাতী গান চিৰযোগমীয়া হৈ থাকক ❤❤❤

  • @SinimaiSenapati
    @SinimaiSenapati 7 дней назад

    Joi ai Assam alfar

  • @Danirojasfc6
    @Danirojasfc6 13 дней назад +1

    যতেই আছা সূখত থাকা তাৰেই কামনা কৰোঁ নেদেখাজনৰ ওচৰত।🙏💚🦅

  • @ArupGogoi-n6k
    @ArupGogoi-n6k 13 дней назад +1

    আলফা অসমিয়া আবেগিক মনৰ বিহু উৎসৱ পালন জয় আই অসম

  • @PahariyaPuali-rs6we
    @PahariyaPuali-rs6we 9 дней назад

    আমাৰ অসমীয়া ডেকা বোৰৰ কিন্তু এই সময় নাচ গান ফুৰ্তি ঘৰত মা দেউতা ৰ হতৰ লগত লগৰ বন্ধু ক লয় এ সাঁজ খানা খোৱা সময়ত কত গৈ নিজৰ অধিকাৰৰ কাৰণে যুদ্ধ কৰিবলে ওলাই গৈছে বহুত দুখ লগা কথা নিজৰ ঘৰ এৰি বাহিৰত সংগ্ৰাম কৰি আছে 😭😭😭 জতে আছা ভালকে থকা দাদা হত জয় আই অসম ❤

  • @utpalbora6445
    @utpalbora6445 14 дней назад +3

    সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

  • @monjitdeka6778
    @monjitdeka6778 13 дней назад +1

    জয় আই অসম ✊

  • @SanjoyKumatChakrabortu
    @SanjoyKumatChakrabortu 6 дней назад

    Is it very true very practical is feeling well & Woe is common to lot of all people .

  • @Asamese--21
    @Asamese--21 12 дней назад

    জয় আই অসম 🙏❤️

  • @Chaolanghen
    @Chaolanghen 14 дней назад +4

    ভাই ভনীহঁত ঐ বাপতিসাহোন ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো. কুশলে থাকিবি দেই

  • @MintuDas-xp7gn
    @MintuDas-xp7gn 12 дней назад +2

    Happy bhogali bhaihat joi ai asom

  • @SmritiRekhaSaikia-b9k
    @SmritiRekhaSaikia-b9k 11 дней назад

    আলফা অসমীয়াৰ আবেগ ভালে ৰাখক ভগবানে তোমালোকক জয় আই অসম

  • @_gayatri_dutta
    @_gayatri_dutta 11 дней назад +1

    Dhuniya a ❤🥺

  • @tapanjyotidutta3770
    @tapanjyotidutta3770 9 дней назад

    সকলো ভালে থাকক । জয় আই অসম

  • @munmunyangru1728
    @munmunyangru1728 14 дней назад +3

    জয় আই অসম । কুশলে থাকক

  • @kalpananath9178
    @kalpananath9178 7 дней назад

    মোৰ দেউতা এজন আলফা আছিল আজি এই ভিডিওটি চাই চকুজুৰি জলজলীয়া হৈছিল। সেই দিনবোৰ আকৌ এবাৰ মনত পৰিছে । 😢❤

  • @DevajitDeka-x3u
    @DevajitDeka-x3u 14 дней назад +2

    , জই আই অসম বিহুৰ সংগ্ৰামী ওলগ জনালোঁ

  • @safikulislam2998
    @safikulislam2998 13 дней назад

    ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছাঁ জনালোঁ।আপোনালোক অসমীয়া জাতিৰ বাবে আছে আৰু সদায় থাকিব লাগিব। জয় আই অসম✊✊✊

  • @mrayoutubergroup7862
    @mrayoutubergroup7862 14 дней назад +2

    Joi ai Assam,Assam r vabishyat bahut beya hoi goi ase----

  • @MonujGogoi-k3v
    @MonujGogoi-k3v 13 дней назад +1

    Moja lagise,joi aai asom ❤❤❤❤❤❤❤❤❤❤❤❤

  • @Abhishek-p1l1d
    @Abhishek-p1l1d 12 дней назад +2

    Abhilekh k dakhi val lagile ❤❤❤🙏

  • @pingpongnrzy4975
    @pingpongnrzy4975 14 дней назад +3

    Happy bhogali bihu 2malokoloi bhale thake

  • @JDGaming-bw3dr
    @JDGaming-bw3dr 12 дней назад +1

    Long Live Assam, Long Live ULFA.

  • @atulbhuyan7544
    @atulbhuyan7544 14 дней назад +3

    আমাৰ দেশৰ বাবে সদায় সমৰ্থন আছে।

  • @durgeswarphukan8498
    @durgeswarphukan8498 12 дней назад +3

    আমাৰ আশীৰ্বাদ কুশলে থাকা

  • @hiranyapatgiri4060
    @hiranyapatgiri4060 9 дней назад

    খুবেই ভাল লাগিল মোৰ ফালৰ পৰা আটাইলৈকে ভোগালীৰ শোভেচছা জনালো

  • @manujgogoi2574
    @manujgogoi2574 5 дней назад

    ❤❤❤❤❤❤❤❤❤

  • @rupjyotisaikia5021
    @rupjyotisaikia5021 14 дней назад +3

    ❤❤❤❤ Super....

  • @PoriDowarah-ce8pc
    @PoriDowarah-ce8pc 14 дней назад +3

    Happy new year (God bless you)

  • @DipenBaruah-p5c
    @DipenBaruah-p5c 11 дней назад

    Jai aai asom

  • @parthaprotimhazarika8849
    @parthaprotimhazarika8849 13 дней назад +1

    জয় আই অসম।।। সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালো।।।

  • @MadhabranjanDas
    @MadhabranjanDas 12 дней назад +1

    অসম মানেই অসমীয়া আৰু অসমীয়া মানে বিহু 🤟🥰

  • @pahigogoi2076
    @pahigogoi2076 12 дней назад

    ❤❤🎉🎉🎉🎉❤❤❤❤❤❤🎉dhanyabad janaisu tumalukok.bhogali bohut ulog jasilu.jinumoni boruah gogoi❤🎉 4:17

  • @PhangchoJoysing-qr1ou
    @PhangchoJoysing-qr1ou 10 дней назад

    🙏🙏🙏

  • @KhanindraDeka-kx6kn
    @KhanindraDeka-kx6kn 11 дней назад +1

    সৰু এ পৰা আলফা অত যাৱ সপোন আছিল

  • @rockyhandsome6465
    @rockyhandsome6465 12 дней назад +1

    বহুত সুন্দৰ ❤❤

  • @sisurammudoi9367
    @sisurammudoi9367 13 дней назад

    জয় আই অসম ❤

  • @SouravSourav-pb5rp
    @SouravSourav-pb5rp 2 дня назад

    জয় আই অসম 🩷🩷🩷🩷🩷🩷

  • @prataprabha374
    @prataprabha374 13 дней назад +5

    কমেন কেইটামান পঢ়িলো বেয়া কমেন নাপালোঁ জয় আই অসম। From ML Garo Hills.

    • @DhangogoiGogoidhan
      @DhangogoiGogoidhan День назад

      Beya comnt puya Holi toi ki beya ki kole hatin nke

    • @prataprabha374
      @prataprabha374 День назад

      @DhangogoiGogoidhan বে‌য়া কমেন পালে দা দা সোকলোক কিবা এটা কলো হৈ। from ML Resu. জয় আই অসম। নেম ৰাচং থুপজো।

  • @mintusarmah1271
    @mintusarmah1271 13 дней назад

    Xundor ভগৱানে kuxole ৰাখক জয় আই অসম

  • @BinitaMili-n5c
    @BinitaMili-n5c 12 дней назад

    ❤❤❤❤❤ bohut bohut morom jasilu Mur Bhai hotoloi

  • @PRANABDAS-z1n
    @PRANABDAS-z1n 14 дней назад +5

    Bohut anondito hoisu

  • @rabindasrabindas1650
    @rabindasrabindas1650 13 дней назад

    ❤❤❤❤

  • @BhargabAlex
    @BhargabAlex 8 дней назад

    Adin nahai adin joy hba tumal k Happy Magh Bihu ❤

  • @AsmiDowarah
    @AsmiDowarah 8 дней назад

    Dhuniya 😢❤

  • @bsbablu2011
    @bsbablu2011 11 дней назад

    ❤❤😢😢 বহুত বহুত মৰম ককাইদেউ

  • @ManojHazarika-l8h
    @ManojHazarika-l8h 13 дней назад

    সংযুক্ত মুক্তি বাহিনীক ভোগালী বিহু আন্তৰিক অভিনন্দন জনালো

  • @pranofficial8011
    @pranofficial8011 11 дней назад

    ভোগালী বিহুৰ উলগ জনালোঁ ককাই হত❤💝🥲

  • @mamonikakoti8272
    @mamonikakoti8272 10 дней назад

    💃💃💃💃🕺🕺🕺🕺👌👌👌🙏👈

  • @hiranyapatgiri4060
    @hiranyapatgiri4060 9 дней назад

    খুবেই ভাল লাগি 5:
    খুবেই ভাল লাগিল মোৰ ফালৰ পৰা

  • @BabySaikia-k9d
    @BabySaikia-k9d 14 часов назад

    ❤❤❤❤❤❤❤

  • @Gaminglaptop-bo9yv
    @Gaminglaptop-bo9yv 13 дней назад

    যতে আছে আপোনালোক কুশলে থাকক ।জয় আই অসম।

  • @AJAYDEORI-mu7rw
    @AJAYDEORI-mu7rw 14 дней назад +1

    Kokoi hot .hokolu loike Bihur
    hubeisa takil ...vale kuhole takibi .hokoluwe mili juli.. bihur din ahile apunalukle bor mant pore o🙏🙏🙏 joi ai axom

  • @pijushsarma4369
    @pijushsarma4369 12 дней назад

    ভাইহঁত কুশলে থাক 😢✊

  • @PurabiDowarah-y3s
    @PurabiDowarah-y3s 13 дней назад +1

    God bless you ❤❤❤