Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
সুমধুৰ কণ্ঠত বিহু গীতটোয়ে একেবাৰে হৃদয় চুই গৈছে । অসমীয়া বিপ্লৱী দাদা - ভাইটি সকললৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ । আশা কৰোঁ আপোনালোক সকলোকে ভগবানে সু স্বাৰ্থৰ অধিকাৰী কৰি ৰাখে । " জয় আই অসম " । 🙏🎉🎉🎉❤
ভগৱানে কুশলে ৰাখক সকলোকে!! এইজন মাঘৰ বিহুত গোৱা গায়ক জনেই!! সুন্দৰ কণ্ঠ!! সচাকৈয়ে নিস্বাৰ্থ দেশ প্ৰেম!! স্নেহাশিৰ্ষ যাচিলো সকলোকে!!
Sundor kanthdan
❤❤@@MadanChutiya
@@PathakfoodVlogsBarpetaঐ চুতমাৰণি বঙাল তোৰ কি হল বে ? কোন হয় তই ?
@@PathakfoodVlogsBarpeta❤❤
Pp😊😊pppppp😊@@MadanChutiya
এই জনৰ কন্ঠ সঁচাই অপূৰ্ব ❤
ইমান সুন্দৰ ডেকা সকলৰ আজি এনে অৱস্থা কিয় হৈছে আমি সকলোৱে বিষয়টো গুৰুত্ব সহকাৰে লোৱাটো উচিত।সকলোলৈকে বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ 🙏🙏🙏 পুনৰ আমাৰ মাজলৈ আপোনালোক সোনকালেই উভতি আহক।
Nice
Nice😢🎉😂😂😮😮😅
মই অঞ্জন অসমে সংযুক্ত মুক্তি বাহিনীৰ অসমৰ প্ৰতিজন সক্ৰিয় জেষ্ঠ সদস্যলৈ ৰঙালী বিহুৰ বৈপ্লৱিক সেৱা আৰু কনিষ্ঠ সকললৈ আন্তৰিক হিয়া ভৰা শুভেচ্ছা জনালোঁ।
ঈশ্বৰৰ ওচৰত তোমালোকৰ হু স্বাস্থ্য কামনা কৰিলো
গীতটিত আজিৰ অসমৰ প্ৰতিছবি পৰিলক্ষিত হৈছে। সঁচাই আজিৰ অসমীয়া বৰ জাতিটো থান বান হৈছে।🥹জয় আই অসম ✊❤️
Jai Aai Axom ULFAk val pua khokole like kora
Joi aai axom, ulfa zindabard
@@DipPaul-ng4oxjoi aiy axom joi ulfa joi ❤❤
জয় আই অসম ❤
3:04 আপোনালোক সকলোৰে বিহুৰ প্ৰতি থকা শ্ৰদ্ধা , দেখি সচাকৈয়ে বৰ দুখ লাগিছে, আশা কৰোঁ আপোনালোকক ভগৱানে কুশলে ৰাখক গোটেই বছৰতোলৈ ধন্যবাদ। জয়াই অসম
Soku pany mosi mosi sai asu
কি বুলিনো কম আপোনালোকক ❤❤❤❤ প্ৰণাম জনাইছোঁ ইয়াৰ পৰাই ... কুশলে থাকক ককাইহত ... ঘৰত থাকোঁতে চাগে এনেকৈ ফুৰ্তি কৰিছিল 😢 পৰা হলে ভগৱানক কৈ মোৰ আয়ুস খিনি আপোনালোকক দি দিলোঁ হেঁতেন.. মৰম যাচিচো অন্তৰৰ পৰা ❤❤
জয় আই অসম।নৱ বৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা আটাইলৈ যাছিলো। সুন্দৰ লাগিছে।আটাইয়ে কোশলে থাক।এয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো।পৰেশদাই ল'ৰা হতক এখনকৈ চুৰিয়া দিয়া হেঁতেন আৰু বেছি ভাল লাগিল হেতেন।
ভগৱানে সকলোকে ভালে ৰাখক জয় আই অসম ❤️🙏
ভালদৰে থাক ভাইহঁত । জয় আই অসম
ধেমাজিৰ পৰা এগালমান মৰম আৰু ৰঙালীৰ ওলগ জনালোঁ।
অসমৰ বীৰসকলক ধন্যবাদ।
আবেগিক হৈ পৰিলোঁ। সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো।। কুশলে থাকক সকলো।
সঁচাই বহুত ভাল লাগিল ধুনীয়া কণ্ঠ, বিহু নৃত্য, হাতত জেতুকাৰ ৰং ।।। আপোনালোকলৈ অসমীয়া নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ ❤। ভালে কুশলে থাকক আপোনালোক🙏
বিহু যোৰা খুউব সুন্দৰ হৈছে, তথাপিও ক'ৰবাত যাতনা আছে।একান্ত আপোনজনেহে জানে হেৰুওৱাৰ যাতনা কিমান যন্ত্ৰণাদায়ক।
ইমান সুন্দৰ কন্ঠ সকলোকে আশীর্বাদ কৰিছে ভগৱানে ভালে ৰাখক আৰু এটি ভাল সিদ্ধান্ত ত ওপৰত হোক তাকে আশা কৰিলো।
🙏জয় আই অসম🙏
জয়াই অসম❤
শদিয়াৰ পৰা এগাল মান মৰম আৰু শুভেচ্ছা জনালোঁ বিহুৰ, সকলো কুশলে থাকক
আপোনালোকৰ বিহু চাই সঁচাই ভাল লাগিল । কিন্তু দূখো লাগিছে ।নিজৰ নিজৰ ঘৰখনত চাগৈ আপোনালোকক দেখি কিমান দুখ পাইছে ,সেইয়া ঘৰখনৰ সদস্যসকলেহে বুজি পাব ।
ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ ঈশ্বৰে কুশলে ৰাখক। জয় আই অসম
আশিবাদ কৰিছো ভালে থাকিবলৈ
অসমী য়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ হিয়াভৰা ওলগ সকলোলৈকে জনালো আৰু সকলো যাতে ভালে থাকে তাকেই কামনা কৰিলোঁ.
অতি সুন্দৰ হৈছে। অৰ্থপূৰ্ণ শব্দৰে সুন্দৰকৈ সজাইছে বিহুগান
Bhut DhuniaaA ❤❤❤❤❤❤❤
Joi ai ahom kokai
Joi aai axom 🙏
ভগৱানে কুচলে ৰাখক❤
কি অপূৰ্ব কণ্ঠ wawww.......
Jai aai Akhom...Ulfa shadhin loi mur porialor falor pora aantorik bohag bihur khuvesha pothalu..... Ulfa shadhin bhale kukhole thakibo...
ভগৱানে তোমালোকক কুশলে ৰাখক।গীতৰ কথা সুৰে গাৰ নোম শিয়ৰাই;আবেগত চকুলো নিগৰায় এজন অসমীয়া হিচাপে।যতে আছা ততেই কুশলেে থাকা আমি অসহায়।নৱবৰ্ষৰ শুভেচ্ছাৰে জয় আই অসম।
ভগৱানে সদাই কুশলে ৰাখক আপোনালোকক। জয় আই অসম।
ধন্যবাদ দাদা সকল জয় আই অসম
ভগৱান ভালেই ৰাখক এই সকলোকেই❤❤
Jai Aii Aoxom❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
জতে আছা ভালে থকা ককাইহঁত জয় আই অসম ✊❤️
সঁচাকৈ বহুত বহুত সুন্দৰ❤❤❤
মোৰ ফালৰ পৰাও সংযুক্ত মুক্তি বাহিনী অসমৰ প্ৰতিজন সক্ৰিয় জেষ্ঠ সদস্যলৈ ৰঙালী বিহুৰ বৈপ্লৱিক সেৱা জনোৱাৰ লগতে কনিষ্ঠ সকললৈও ৰঙালী বিহুৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা জনালোঁ ।
Jai Aai axom, hokolu kokaidau loika Mr falor pora bohag bihur bohut bohut huvassa jonaisu...apunaluka ha axomor baputi hahun bihu tik honmanara rakhisa....jai aai axom❤😊
যদি সঁচাকৈ দেশৰ বাবে কষ্ট কৰি আছে... Plz আপোনালোকে নিৰ্দোষী মানুহৰ জীৱনবোৰ কাঢ়ি নলব 🙏🙏🙏🙏🙏🙏🙏🙏😥😥😥😥😥
জয় আই অসম ✊🏻
Jai ai axom ❤ jai ULFA
আপোনালকলৈ।ধন্যবাদ।জনাইছো।আমাৰ।দেশ।আমাক।লাগে।
❤ val lagila sai bihu. Haluka bihu Huvasya janalu
অসমৰ বুকুৰ সন্তানৰ হিয়াৰ আমথু সকলো কুশলে থাকক। God bless you
Duniya lagisa oo dada ❤❤❤❤❤
অসমীয়া সকলে কুশলে থাকে যে ভগৱানে দীঘাযু কামনা কৰিলো ধন্যবাদ
Joi aai Asom ❤❤❤
বিপ্লৱী বীৰ বন্ধু সকলোলৈ ৰঙালী বিহু আৰু নতুন বছৰৰ শুভেচ্ছা জনালো...যতেই আছে আপোনালোক কুশলে থাকক... আমাৰ মৰম স্নেহ আশীৰ্বাদ সদায়ে আপোনালৈ আছে থাকিব...বৰ্তমান আলফাৰ অতি প্ৰয়োজন হৈ পৰিছে অসম অসমীয়াৰ বাবে... কিবা এটা নকৰিলে অসমৰ জাতি মাটি ভেটি নৰবগৈ....ভূ মাফিয়া বোৰৰ উৎপাতত খিলঞ্জীয়াৰ ভূমি বাচি নাথাকিব গৈ...কিবা এটা কৰক আপোনালোকে...
ভাইহত ককাইহত কুশলে থাক |❤❤❤ জয় আই অসম | প্রতিজন জাতিপ্রেমী অসমীয়াৰ মৰম শ্রদ্ধা আশীর্বাদ থাকিব | যুজি যোৱা জয় আহিবই |
Joi Aai Axom..🚩 Alfa sadhin zindabad❤❤
Joi Aai ❤❤Axom ,God bless you
Joy Aai Axom..❤❤❤❤❤❤
Ulfa zindabad joy aai asom.....Zaman Bhai Zindabad.
ৰঙালী বিহুৰ শুভেচ্ছা থাকিল ৷
গান গায় থকা দাদা জনক চিনি পাইছো বহু দিনৰ মোৰত দেখিছো আপোনালোকক ভগৱানে কুখলে ৰাখক❤❤
জয় আই অসম ককাই হত ❤
জই আই অসম
জয় আই অসম
Bht Dukh lagil patibha Dakhi apunalukr xushaitha kamona koriso❤❤❤❤❤
Vagabane kukhale rakshak. ❤❤❤❤❤❤❤
❤❤ সুন্দৰ ❤❤
চৰকাৰী চাকৰী বিচাৰি হাবাটোৰী কুৱাতকে এনেকৈ থকাই ভাল হব😢🥺😭😭😭
Happy rongali bihu.bht val lgel..n dhuko lge.....vogobanr ocorot parthona krem aponaloke jen vale kukhole taka....❤❤❤❤❤❤.
Bor dhunia kontho bihur hubesha thakil apunalukoloi moromor kokaideo hkl joi aai akhom ✊✊✊
Joi aai axom
Joi aai axim❤❤❤✊🏼✊🏼✊🏼✊🏼✊🏼✊🏼✊🏼✊🏼✊🏼✊🏼✊🏼
Jai ai axom
মোৰ ফালৰপৰা বহুত বহুত মৰম নব বৰ্ষৰ শুভেচ্ছা আৰু ৰঙালী বিহুৰ ওলগ যাচিলো লগতে প্ৰতিজনৰ মংগল কামনা কৰিলো ৷
Jai aii axom ✊❤️
Jai ai assam❤
Jay i assam
Nasoni ni apulokar tathapio Eman dhunia lagise 😊
Love from golaghat merapani...
তোমালোক সদায়ে কুশলে থাকা ।❤❤❤❤❤❤❤❤❤❤
Very very good
ককাই সকললৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ লগতে সুস্বাস্থ্য কামনা কৰিলো....🫂
Good dance
ধুনীয়া লাগিছে ❤
Jay I Assam ,, Happy Rongali bihu 🙏❤️❤️❤️
Joi aai axom❤
Jai aai axom ❤
ইমান শুন্দৰ আৰ্শীবাদ যাছিছো কুশলে থাকক
Duniya dei eman purty.😀❤️❤️👍
Rongali Bihur Huvesya Thakil Kokai Ho❤😊Hodai Vale Thakiba
My.love.assam.good.song
Jai aai axom❤ এই জন দাদায়ে ধুনীয়া কৈ নিজৰ জীৱনৰ লৈ বিহু প্ৰদৰ্শন কৰে আগৰবাবে ও ধুনীয়া কৈ গান গাইছিলে
Love from pathsala ❤rongali bihur olog jonalu
Joi aai asom
Bohut bohut dhynobad😢
বহুত ভাল লাগিচে
Dada apuni bohut val gaan gai aru hodhai anekoi aguwai jabo
Bidyut da bhala thakok hodai...rongli bihur huvesha thakila...moi nahorkatia kaliapanir pora....
❤❤❤জয় আই অসম ❤❤❤
Hodai valkoi thaka hokoluyai
Ronali bihur hokulu loi hubesa thakil
Joi Aii Axom
সুমধুৰ কণ্ঠত বিহু গীতটোয়ে একেবাৰে হৃদয় চুই গৈছে । অসমীয়া বিপ্লৱী দাদা - ভাইটি সকললৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ । আশা কৰোঁ আপোনালোক সকলোকে ভগবানে সু স্বাৰ্থৰ অধিকাৰী কৰি ৰাখে । " জয় আই অসম " । 🙏🎉🎉🎉❤
ভগৱানে কুশলে ৰাখক সকলোকে!! এইজন মাঘৰ বিহুত গোৱা গায়ক জনেই!! সুন্দৰ কণ্ঠ!! সচাকৈয়ে নিস্বাৰ্থ দেশ প্ৰেম!! স্নেহাশিৰ্ষ যাচিলো সকলোকে!!
Sundor kanthdan
❤❤@@MadanChutiya
@@PathakfoodVlogsBarpetaঐ চুতমাৰণি বঙাল তোৰ কি হল বে ? কোন হয় তই ?
@@PathakfoodVlogsBarpeta❤❤
Pp😊😊pppppp😊@@MadanChutiya
এই জনৰ কন্ঠ সঁচাই অপূৰ্ব ❤
ইমান সুন্দৰ ডেকা সকলৰ আজি এনে অৱস্থা কিয় হৈছে আমি সকলোৱে বিষয়টো গুৰুত্ব সহকাৰে লোৱাটো উচিত।
সকলোলৈকে বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ 🙏🙏🙏 পুনৰ আমাৰ মাজলৈ আপোনালোক সোনকালেই উভতি আহক।
Nice
Nice
😢🎉😂😂😮😮😅
মই অঞ্জন অসমে সংযুক্ত মুক্তি বাহিনীৰ অসমৰ প্ৰতিজন সক্ৰিয় জেষ্ঠ সদস্যলৈ ৰঙালী বিহুৰ বৈপ্লৱিক সেৱা আৰু কনিষ্ঠ সকললৈ আন্তৰিক হিয়া ভৰা শুভেচ্ছা জনালোঁ।
ঈশ্বৰৰ ওচৰত তোমালোকৰ হু স্বাস্থ্য কামনা কৰিলো
গীতটিত আজিৰ অসমৰ প্ৰতিছবি পৰিলক্ষিত হৈছে। সঁচাই আজিৰ অসমীয়া বৰ জাতিটো থান বান হৈছে।🥹
জয় আই অসম ✊❤️
Jai Aai Axom ULFAk val pua khokole like kora
Joi aai axom, ulfa zindabard
@@DipPaul-ng4oxjoi aiy axom joi ulfa joi ❤❤
জয় আই অসম ❤
3:04 আপোনালোক সকলোৰে বিহুৰ প্ৰতি থকা শ্ৰদ্ধা , দেখি সচাকৈয়ে বৰ দুখ লাগিছে, আশা কৰোঁ আপোনালোকক ভগৱানে কুশলে ৰাখক গোটেই বছৰতোলৈ ধন্যবাদ। জয়াই অসম
Soku pany mosi mosi sai asu
কি বুলিনো কম আপোনালোকক ❤❤❤❤ প্ৰণাম জনাইছোঁ ইয়াৰ পৰাই ... কুশলে থাকক ককাইহত ... ঘৰত থাকোঁতে চাগে এনেকৈ ফুৰ্তি কৰিছিল 😢 পৰা হলে ভগৱানক কৈ মোৰ আয়ুস খিনি আপোনালোকক দি দিলোঁ হেঁতেন.. মৰম যাচিচো অন্তৰৰ পৰা ❤❤
জয় আই অসম।নৱ বৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা আটাইলৈ যাছিলো। সুন্দৰ লাগিছে।আটাইয়ে কোশলে থাক।এয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো।পৰেশদাই ল'ৰা হতক এখনকৈ চুৰিয়া দিয়া হেঁতেন আৰু বেছি ভাল লাগিল হেতেন।
ভগৱানে সকলোকে ভালে ৰাখক জয় আই অসম ❤️🙏
ভালদৰে থাক ভাইহঁত । জয় আই অসম
ধেমাজিৰ পৰা এগালমান মৰম আৰু ৰঙালীৰ ওলগ জনালোঁ।
অসমৰ বীৰসকলক ধন্যবাদ।
আবেগিক হৈ পৰিলোঁ। সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো।। কুশলে থাকক সকলো।
সঁচাই বহুত ভাল লাগিল ধুনীয়া কণ্ঠ, বিহু নৃত্য, হাতত জেতুকাৰ ৰং ।।। আপোনালোকলৈ অসমীয়া নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ ❤। ভালে কুশলে থাকক আপোনালোক🙏
বিহু যোৰা খুউব সুন্দৰ হৈছে, তথাপিও ক'ৰবাত যাতনা আছে।
একান্ত আপোনজনেহে জানে হেৰুওৱাৰ যাতনা কিমান যন্ত্ৰণাদায়ক।
ইমান সুন্দৰ কন্ঠ সকলোকে আশীর্বাদ কৰিছে ভগৱানে ভালে ৰাখক আৰু এটি ভাল সিদ্ধান্ত ত ওপৰত হোক তাকে আশা কৰিলো।
🙏জয় আই অসম🙏
জয়াই অসম❤
শদিয়াৰ পৰা এগাল মান মৰম আৰু শুভেচ্ছা জনালোঁ বিহুৰ, সকলো কুশলে থাকক
আপোনালোকৰ বিহু চাই সঁচাই ভাল লাগিল । কিন্তু দূখো লাগিছে ।নিজৰ নিজৰ ঘৰখনত চাগৈ আপোনালোকক দেখি কিমান দুখ পাইছে ,সেইয়া ঘৰখনৰ সদস্যসকলেহে বুজি পাব ।
ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ ঈশ্বৰে কুশলে ৰাখক। জয় আই অসম
আশিবাদ কৰিছো ভালে থাকিবলৈ
অসমী য়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ হিয়াভৰা ওলগ সকলোলৈকে জনালো আৰু সকলো যাতে ভালে থাকে তাকেই কামনা কৰিলোঁ.
অতি সুন্দৰ হৈছে। অৰ্থপূৰ্ণ শব্দৰে সুন্দৰকৈ সজাইছে বিহুগান
Bhut DhuniaaA ❤❤❤❤❤❤❤
Joi ai ahom kokai
Joi aai axom 🙏
ভগৱানে কুচলে ৰাখক❤
কি অপূৰ্ব কণ্ঠ wawww.......
Jai aai Akhom...Ulfa shadhin loi mur porialor falor pora aantorik bohag bihur khuvesha pothalu..... Ulfa shadhin bhale kukhole thakibo...
ভগৱানে তোমালোকক কুশলে ৰাখক।গীতৰ কথা সুৰে গাৰ নোম শিয়ৰাই;আবেগত চকুলো নিগৰায় এজন অসমীয়া হিচাপে।যতে আছা ততেই কুশলেে থাকা আমি অসহায়।নৱবৰ্ষৰ শুভেচ্ছাৰে জয় আই অসম।
ভগৱানে সদাই কুশলে ৰাখক আপোনালোকক। জয় আই অসম।
ধন্যবাদ দাদা সকল জয় আই অসম
ভগৱান ভালেই ৰাখক এই সকলোকেই❤❤
Jai Aii Aoxom❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
জতে আছা ভালে থকা ককাইহঁত
জয় আই অসম ✊❤️
সঁচাকৈ বহুত বহুত সুন্দৰ❤❤❤
মোৰ ফালৰ পৰাও সংযুক্ত মুক্তি বাহিনী অসমৰ প্ৰতিজন সক্ৰিয় জেষ্ঠ সদস্যলৈ ৰঙালী বিহুৰ বৈপ্লৱিক সেৱা জনোৱাৰ লগতে কনিষ্ঠ সকললৈও ৰঙালী বিহুৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা জনালোঁ ।
Jai Aai axom, hokolu kokaidau loika Mr falor pora bohag bihur bohut bohut huvassa jonaisu...apunaluka ha axomor baputi hahun bihu tik honmanara rakhisa....jai aai axom❤😊
যদি সঁচাকৈ দেশৰ বাবে কষ্ট কৰি আছে... Plz আপোনালোকে নিৰ্দোষী মানুহৰ জীৱনবোৰ কাঢ়ি নলব 🙏🙏🙏🙏🙏🙏🙏🙏😥😥😥😥😥
জয় আই অসম ✊🏻
Jai ai axom ❤ jai ULFA
আপোনালকলৈ।ধন্যবাদ।জনাইছো।আমাৰ।দেশ।আমাক।লাগে।
❤ val lagila sai bihu. Haluka bihu Huvasya janalu
অসমৰ বুকুৰ সন্তানৰ হিয়াৰ আমথু সকলো কুশলে থাকক। God bless you
Duniya lagisa oo dada ❤❤❤❤❤
অসমীয়া সকলে কুশলে থাকে যে ভগৱানে দীঘাযু কামনা কৰিলো ধন্যবাদ
Joi aai Asom ❤❤❤
বিপ্লৱী বীৰ বন্ধু সকলোলৈ ৰঙালী বিহু আৰু নতুন বছৰৰ শুভেচ্ছা জনালো...
যতেই আছে আপোনালোক কুশলে থাকক... আমাৰ মৰম স্নেহ আশীৰ্বাদ সদায়ে আপোনালৈ আছে থাকিব...
বৰ্তমান আলফাৰ অতি প্ৰয়োজন হৈ পৰিছে অসম অসমীয়াৰ বাবে... কিবা এটা নকৰিলে অসমৰ জাতি মাটি ভেটি নৰবগৈ....
ভূ মাফিয়া বোৰৰ উৎপাতত খিলঞ্জীয়াৰ ভূমি বাচি নাথাকিব গৈ...
কিবা এটা কৰক আপোনালোকে...
ভাইহত ককাইহত কুশলে থাক |❤❤❤ জয় আই অসম | প্রতিজন জাতিপ্রেমী অসমীয়াৰ মৰম শ্রদ্ধা আশীর্বাদ থাকিব | যুজি যোৱা জয় আহিবই |
Joi Aai Axom..🚩 Alfa sadhin zindabad❤❤
Joi Aai ❤❤Axom ,God bless you
Joy Aai Axom..
❤❤❤❤❤❤
Ulfa zindabad joy aai asom.....Zaman Bhai Zindabad.
ৰঙালী বিহুৰ শুভেচ্ছা থাকিল ৷
গান গায় থকা দাদা জনক চিনি পাইছো বহু দিনৰ মোৰত দেখিছো আপোনালোকক ভগৱানে কুখলে ৰাখক❤❤
জয় আই অসম ককাই হত ❤
জই আই অসম
জয় আই অসম
Bht Dukh lagil patibha
Dakhi apunalukr xushaitha kamona koriso❤❤❤❤❤