এটি মনোৰম সোৱাদ | Lunch with fish, ridge gourd and tikoni boruaa rechipe ।
HTML-код
- Опубликовано: 27 окт 2024
- আমাৰ গাঁও channel টোৰ জৰিয়তে আমাৰ গাঁওৰ নিয়ম প্ৰণালী, লোক- সংস্কৃতি ,খেতি-বাতি , খাদ্য প্ৰণালী , জীৱন-ধাৰণ প্ৰণালী , উৎসৱ-পাৰ্বন, প্ৰাকৃতিক সৌন্দৰ্য , চৰাই চিৰিকটি , ঘৰচীয়া জীৱ জন্তু ইত্যাদি বিলাক দেখাবলৈ চেষ্টা কৰা হৈছে । আমাৰ অসমৰ ঠাই বিশেষে এই ক্ষেত্ৰত যিহেতু কিছুমান অমিল দেখিবলৈ পোৱা যায় গতিকে আমাৰ নিয়ম নীতি , উৎসৱ পাৰ্বন , নিয়ম প্ৰণালী , লোক- সংস্কৃতি ইত্যাদি ক্ষেত্ৰত কাৰোবাৰ লগত সাদৃশ্যতা নাথাকিবও পাৰে । আমাৰ channel টোৰ জৰিয়তে কাৰোবাৰ community বা society ক দুখ বা আঘাত দিব কেতিয়াও নিবিচাৰিম । তথাপিতো আমাৰ অজানিতে কিছুমান ভূল ভ্ৰান্তি হব পাৰে । গতিকে আমাৰ পথ পদৰ্শক হিচাপে আমাৰ কিবা ভূল ভ্ৰান্তি হলে আপোনালোকে আঙুলিয়াই দি শুধৰণি কৰি দিয়ে যেন ।
আপোনালোকৰ মৰম ,চেনেহ ,আশীৰ্বাদ বিচাৰি নতুন ভিদেও এটা দিবলৈ ওলাইছোঁ । আশা কৰোঁ আদৰি লব ।
মৰমেৰে "আমাৰ গাঁও"
Our Facebook link- / amargaon12
Our Instagram link- ...
Watch all my videos - / @amargaon3296
some other videos.....
Nature gives us all everything- • প্ৰাচুৰ্যময় পাহাৰৰ বনৰ...
*The lifestyle of the people on the bank of our Disang river- • ম'হৰ এঠা দৈৰ সৈতে কোমল...
*A special fishing day- • ঠলুৱা মাছৰ আঞ্জা | A s...
*A beautiful day of the harvesting season to reap our golden paddy fields- • মাতে পকা ধানে ৰিঙীয়াই ...
#villagelifestyle #villagecooking #ethnicfood #amargaon #fishrecipe
Bor bhaal laagil ... 👌👌👌👍✋
Ati hundor uposthapan...amar gaon hodai bytikromei...jai aai asom...
💛💛💛💛🙏🙏🙏🙏
ইমান ধুনীয়া সেউজীয়া পৰিৱেশ 😍😘
Bohut val lage apunar video sai gaor hei lorali din burole monot pore
💛💛💛💛💛🙏🙏🙏🙏🙏🙏
অসমৰ সেউজীয়া প্ৰকৃতি আৰু মনোৰম পৰিৱেশ উপস্থাপন কৰা বাবে আপোনালোকলৈ বহুতো ধন্যবাদ,,,, এনেকৈ আগবাঢ়ি যাওক,, শুভেচ্ছা থাকিল 🙏
🙏🙏🙏🙏🙏🙏
সুন্দৰ মনোমোহা পৰিবেশ । শিলৰ মাজেৰে বৈ অহা পানী , বাহীঁৰ মিঠা সুৰ , বাৰীৰ পাচলিৰ সৈতে সৰু মাছৰ আঞ্জা , আস অতুলনীয় ।
🙏🙏🙏🙏💛💛💛💛😊😊😊
Bahut Val lagil aponer Video Sai
ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ ।। 💚💚❤️❤️
💛💛💛💛🙏🙏🙏🙏🙏
প্ৰকৃতি যি মনোৰম দৃশ্য, বিভিন্ন চৰাই চিৰিকতি মাত শুনি বহুত ভাল লাগে। আপোনাৰ হাতৰ বিভিন্ন খাদ্য যি যুতি.... ক'বলৈ ভাষা নাই👌🥰
বহুত বহুত ধন্যবাদ জনালোঁ ।।।
Hosakoi dei apunaluke eman dhuniya khaido khai apunalukor gaon khonot jabo mon goise bohut dhuniya poribekh
বহুত বহুত ধন্যবাদ জনালোঁ
pure natural mane bostu kisuman pura gaon vibes ahi jai
বহুত বহুত ধন্যবাদ জনালোঁ
Xoru mach saloni t bosa tu sai val lagil aru notun kotha eta xikilu !
Recipe tu u val lagil !!
ধন্যবাদ ভিডিঅ টো উপভোগ কৰি ভাল পোৱাৰ বাবে
Ratipuwai aapunar video sai val lagil.
সুন্দৰ থলুৱা খাদ্যৰ লগতে প্ৰকৃতিৰ ইমান ধুনীয়া পৰিবেশ দেখি সন্তোষ পালোঁ।
অশেষ ধন্যবাদ জ্ঞাপন কৰিছো
Bhal lagise apunalukor video bilak sai
Dhanyawad apunaloi
Really great videos...hosake.dekhi sivsagar(my favourite place) jen lagise.good videos👍
Bohut bohut val lagil video tu sai. Moi hodai roi thaku sam buli..
🙏🙏🙏🙏🙏💛💛💛💛💛
bohut dhunia gaokhon.Its like a heaven.
💛💛💛💛🙏🙏🙏🙏
ভাল লাগিল ভিডিও টো চাই
ধন্যবাদ জনালোঁ
😊 Good
Bhut. Bhut. Val. Lagese video tu
💛💛💛🙏ধন্যবাদ জ্ঞাপন কৰিছো
বৰ সুন্দৰ হৈছে ভিডিওটি, কুমলীয়া ভোলৰ লগত মাছৰ আঞ্জা লগত টিকনি বৰুৱা দেখিয়েই খাবলৈ মন গ'ল। অসমীয়া গ্ৰাম্য জীৱনৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশটো সুন্দৰকৈ ফুটি উঠিছে।
বহুত বহুত ধন্যবাদ জনালোঁ
Apunar vidio protitu sao khuri ...bhut dhunya lage apunar vidio bur...
ধন্যবাদ জনালোঁ
বহুত ভাল লাগিল। গৰু হাল আজিকালি দেখিবলৈ নোপোৱা হল।কাৱৈ মাছ পুৰি পিটিকা কৰি আৰু ভাল লাগে।আজি মাইনা জনী নেদেখিলো যে,,,,,,,,।
হয়, আজি দেখুৱাবলৈয়ে নহল ।।।
Pure, natural.. Baideu garakiye iman garamotu juixal bebohar kori randhise. Amar gas tu bonabor mon najai garomot. Salute. Bohut morom 😍
💛💛💛💛💛🙏🙏🙏🙏🙏😊😊😊😊😊
@@amargaon3296 k
Video bonai thakile mon jabo apunaru😂😂
Eman val lage apunalukor video bur.. Nibhaj..
💛💛💛💛💛💛ধন্যবাদ জ্ঞাপন কৰিছো
Apunalukor Video bilak Sai Bohut Val Lage aru Recipe bilaku Bohut Tasty Hoi...Khundor...
ধন্যবাদ জনালোঁ
সচাকে ভাষা নাই, বহুত নতুন নতুন খাদ্য প্ৰণালী দেখিছোঁ লগতে শিকিছোও,
💛💛💛💛💛💛💛🙏🙏🙏🙏🙏🙏
Iman dhunia mas hodai pai bhut Val Pau moi Amar iat npai anekua mas
Apunar video bur sai bahut val lage. Baideu. Nijar gao manat pari jai. Gatike ami akhamar manuhe bahut dhunia khai val pau. Apuni banai dekhai dile. Aru aguai jauk. Bahut khubhesa disu. Thanks.
ইমান মৰম চেনেহৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো
Mojaa hoixe baideu aguai jauk love frm nahotkotiya
Bht bht dhanyabaad
I really want to visit ur village one day
moja val lagil dei sai.pani aha jega dukhor bor val lagil
আপোনাৰ সুন্দৰ comment ৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো
আজি খুব সুন্দৰ ভিডিঅ এটি উপস্থাপন কৰাৰ বাবে ধন্যৱাদ প্ৰথমে দি ললো ।আজিকালি আমাৰ গাঁও বিলাকৰ পথাৰত সৰুমাছ পাবলৈকে নাইকিয়া হ'ল ।আজি দেখি মনতো ভাল লাগি গ'ল ।বাৰীৰ সতেজ ভোল কইটাৰে বনোৱা মাছৰ জোলকন সোৱাদপূৰ্ন হয় ।সৰুতে জানপাৰত টিকনীবৰুৱা বিছাৰি ফুৰা মোৰ মনতে আছে ।আজিকালি গছ জোপা এইফালে দেখিবলৈকে নাইকিয়া হ'ল ।ভাজিখাই ভাল পাইছিলো ।বৰ সুন্দৰ লাগিল ভিডিঅ' টি ।
আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো ।।
Just Hui uthisu ru apunar vdo so nasai nuarilu ......❤️❤️❤️❤️❤️❤️❤️
সচাকৈ আপুনি ইমান active কেনেকৈ,মই দেখি আচৰিত পাইছো,👌 ইমান পৰিপাতি কৈ কৰিছে মানিছো,তাতে কুলি মাতেৰে মন ভাঙি দিছে,কি যে আচৰিত❤️❤️
বহুত বহুত ধন্যবাদ আপোনাৰ সুন্দৰ কমেণ্টৰ বাবে
প্ৰকৃতিৰ সুন্দৰ পৰিবেশ বহুত ভাল লাগিল চাই
💛💛💛🙏🙏🙏🙏
Eman val lage poribex tu, imn dhuniakoi bonai ❤️❤️
💛💛💛💛
Tikoni borua cini nepau. Val lagil
🙏🙏🙏💛💛💛💛💛ধন্যবাদ জনালোঁ
Wish I would be there and enjoy the environment.. love the place. So mind refreshing.. and pure
হুই উঠি এ আপোনালোকৰ ভিডিঅ টো চাব পাই ভাল লাগি গল। eman hundor ভিডিঅ 🥰 আৰু আগবাঢ়ি যাওক আপোনালোক ❤️🩹❤️
বহুত বহুত মৰম যাছিলোঁ ।।।
মোৰো মন যায় তেনেকে থাকিবলৈ বহুত তেনেকুৱাএটা ঘৰ,তেনেকুৱা এখন বাৰী , মানে সকলোবোৰ natural, ।।
💛💛💛💛💛💛
Ba apunar recipe bur sai moyu try koru ..aru bohut besi khuadu hoi🥰🥰🥰..
🙏🙏🙏🙏👍👍👌👌👌👌
ইমান সুন্দৰ পৰিবেশ বহুত বেচি ভাল লাগে আপোনাৰ ভিডিঅ'বিলাক চাই। সদায়েই এনেকৈ আগবাঢ়ি যাওঁক ।
অশেষ ধন্যবাদ জ্ঞাপন কৰিছো
Very nice.
ভাল লাগিল বহুত।
💛💛💛🙏🙏🙏🙏
ভিডিঅ'বোৰ সচাকৈ বৰ সুন্দৰ হৈছে। আশীৰ্বাদ গ্ৰহণ কৰিবা
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো
Emn dhuniya gaon poribakh... Apunr video bur sala aita ghrola mnt pora... Hosaka mon muhi jaii video bur sai..❤ru side music bur bht vl lga hunibola... 💕🥺
💛💛💛💛বহুত বহুত মৰম আৰু ধন্যবাদ যাছিলোঁ
All the beautiful natural beautiful sceneries of Assam of India which is rare in the world are being reflected So all the viewers of the world are requested to enjoy the channel
Thank u so much
ৰাতিপুৱাই ইমান ধুনীয়া ভিডিঅ টো চাই মনটো বহুত ভাল লাগিল ❤ ইমান ধুনীয়া পৰিৱেশ গাওঁখনৰ আপোনালোকৰ ☺ বাহীৰ সুৰটো ইমান ধুনীয়া লাগিছে ☺
ধন্যবাদ জনালোঁ
It's look very interesting and excellent.
Thank u so much
সুন্দৰ হৈছে। টিকনি বৰুৱা প্ৰথম দেখিলোঁ। কেনেকুৱা লাগে খাবলৈ নাজানো।
বহুত ভাল লাগে খাবলৈ ।।।। অশেষ ধন্যবাদ জনালোঁ ।।।
so beautiful..... fully satisfied watching the video 🤗💯
Thankyou 🙏
Xoru mas di bhulor torkari khon dekhi xosakoi khaw khaw lagise
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো
Aponar video moi 5 bar mnke saw sowake sai thaku ❤❤
অশেষ ধন্যবাদ ইমান মৰম দি অহাৰ বাবে 💐💐👍💕💕
Eman khundor poribek ❤
বৰ ভাল লাগে আপোনালোকৰ video বোৰ । সদায় চাওঁ
বহুত বহুত ধন্যবাদ জনালোঁ
Apunr manuh jon nulai j baidaw..... Apunar videw bur sai bor vl paw daiiii.... Aguwai jawok
"
"বাপুটি সাহোন ৰঙালী বিহুটি " ভিডিঅ টিত দেখুৱা হৈছে ।।। ধন্যবাদ জনালোঁ ।।।
Bai deu aaponar sosake solag lobologiya,bai deu apuni nijoke bohut sukhi nohoyne,name tu abar jonabsun,aponar videobor bohut val lage,thanks bai deu,
Bahut bahut dhanyawad amar video bur upobhug kori bhal puwa babe
কিমান বাৰ যে চালোঁ l তথাপি আকৌ চাম l ভালে থাকা
Dhanyawad apunaloi iman marom senehor babe
খুব সুন্দৰ। আপোনালোকৰ ভিদিঅ চাই মন্তব্য এটা দিবলৈ মন যায়। উৎসাহ দিবলৈ মন যায় যাতে এই ধাৰা অতুত ৰাখে। আমি সাধাৰণতে কতো এনে মন্তব্য লিখি পোৱা নাই। ধন্যবাদ।
বহুত বহুত ধন্যবাদ আপোনাৰ সুন্দৰ মন্তব্যৰ বাবে । সঁচাকৈ আপোনালোকৰ ইমান মৰম চেনেহৰ বাবেহে আমি দুগুন উৎসাহেৰে কাম কৰি যাবলৈ প্ৰেৰণা পাওঁ ।
I just loved watching your video, it's make my mind fresh... I never miss to watch your videos.l wish if I can visit your village.lots of love to all, keep doing more.🙏
Thank u so much for your beautiful comment .
বাইদেও আপোনাৰলোকৰ গাওঁখনৰ নাম কি জনাবছোন
Horuta khaiselu anakua mas,luv lagesa aje
Bohut besi vl lage video bur sai sario dikhe xeujiya poribekh 💚😍🦋
অশেষ ধন্যবাদ জ্ঞাপন কৰিছো
Vdo tu sai Vaal laagil 👍👌👌
💛💛💛💛🙏🙏🙏🙏
Bor dhunia mach lagise. Apunalukor tat bandor nishoy nai. Amar iyat bandoror karone eku koriboi nuari.
Bandor amar iyatu ase... bht anistho kore
জহা ভোল মাছৰ লগত তাতে আকৌ টিকনি বৰুৱা আগ।।।।।।।।। কি যে মজাাাাাাাাাাাাাাা একদম গৰমৰ খাদ্য
🙏🙏🙏🙏🙏💛💛💛💛💛
Lovely water sis it look cleans
পানীটো কি পদ্ধতি ত আহিছে বাৰু
Love from sivasagar
Vl lagil sai 🥰🥰
💛💛🙏🙏🙏
Jegakon kt bru apunalukr emn dhunia
Charaideo jilar Borhat ot
Aji first tym saisu apunr video bht val lgise pura natural hoi....apunr ghr loi jab mn goise....em dhuniya paribekh... ghr tu kt janab sun😍
বহুত বহুত ধন্যবাদ আপোনাৰ মৰম চেনেহ আৰু সহযোগৰ বাবে । আমাৰ গাঁও চৰাইদেও জিলাৰ বৰহাট ত অৱস্থিত ।।।
Otikei xundor
🙏🙏🙏🙏💛💛💛💛😊😊😊😊
Bht vl lge video sai fb t dekhi RUclips sau aji kli comment dib pahri jau video sai sai
Okhekh dhanyawad apunaloi 👍
Hui uthi you toube khuli apunar video paisu vl lgil montu😍
অতি সুন্দৰ
Dhanyawad apunaloi
Unadulterated Assamese village life.love watching ur video giving simple Assamese healthy recipes.😊👌
Thank u so much 💛💛💛💛💛
Xub Val lagise ....!!! Moi bisaru adin apuni sitol mass and xorioh vapot di bonabo sun.....!!!
Thik ase sesta korim baru ।।
I am a great Lover of your videos...
💛💛💛🙏🙏🙏😊😊😊
সুন্দৰ ভিডিও, সুন্দৰ ৰন্ধন প্রণালী। কিন্তু বাইদেউ এই টিকনীবিধ কি চিনি নাপালো।
বহুত বহুত ধন্যবাদ জনালোঁ ।।। Tikoni boruaa এবিধ বনৰীয়া শাক .. google ত সবিশেষ উল্লেখ আছে ।।।
Bohut vl lgil sai kintu
Bhut vl lagil ba...xakh pasoli bur apunar gharar ne ba...
জুইত ৰন্ধা খাই আচল জুতি লৈছে দেই 👍
💛💛💛💛🙏🙏🙏🙏
Mor ghorr olp durt Dipor bil aru akdom osort ase khana jaan sei babe soru mass khaw ami o. Jihere bonaw khaboi tasty hoi... Baar tikuni ki hoi nu kobo sun... Video sai val lagise
Tikoni barua ebidh bonoriya haak .. google ত সবিশেষ উল্লেখ আছে ।।।
O ba xilor majere ki system t Pani ahise pls kobosun...
Bor dhuniya dei emaan val lagise video homuh sai.... 💞🔥👌👍
Okhekh dhanyawad apunaloi 👍
apunar lukor place tu kon tu hoi,,,gaon ru ,,biraat dhuniya lage,,,upper Assam niki ...
Charaideo district .. Borhat
hundor ❤️
Very nice👍👍
Vl lagil
🙏🙏🙏
Emn vl lge sai
💛💛💛💛🙏🙏🙏🙏🙏
আপোনালোকৰ শাক পাচলি বোৰ দেখি বহুত ভাল লাগিছে বা,, ব্যঞ্জন খন দেখি লোভৰ পানী পৰিছে
💛💛💛💛😊😊😊🙏🙏🙏🙏🙏
ইমান ধুনীয়া পৰিৱেশ কোন ঠাইত আছে। 😍
Borhat, Charaideo district
loves from Golaghat.......hodai sau.....apunar video.....agote dekhai nasilu. ..ei weektute gutei vedeo bur sai pelalu......bohut val lage poribekh tu .....ami bure tenekua eta poribekh puai nai......orthat dekhai nai bulib pari....hanti.....mrom, hukh, hokolu futi uthe......video burot......
Okhekh dhanyawad iman morom seneh diya babe
Vl lagise Baidu sai
ধন্যবাদ জনালোঁ
Wow...delicious😋😋😋mouth watering.
Thanks a lot
@@amargaon3296 always welcome
Hui uthi moiu apunar vedio sai su val lagil 🥰🥰🥰
বহুত ভাল লাগিল video তো চাই, জিভাৰ লগতে চকুৰ পানী ওলাই গল...
Nice team work..
আগুৱাই যাওক আপোনালোক, জয় আই অসম✌️❤️❤️
জয় আই অসম ।। ধন্যবাদ আপোনাৰ সুন্দৰ কমেণ্ট টোৰ বাবে
@@amargaon3296 aaponar phone no to dbo sn plz
Bar xundor paribekh
Superb👌👌👌
Kamaliya ruki Diya
Luve lagise
💛💛💛🙏🙏🙏🙏🙏
Love from hyedabad
🙏🙏🙏🙏💛💛💛💛💛