আমাৰ পাকঘৰৰ থলুৱা জুতি | Our village taste |

Поделиться
HTML-код
  • Опубликовано: 7 окт 2024
  • We the villagers of Assam (India) live far away from cities and the madding crowd. Our lifestyle is very simple in a small village amidst the verdant of nature. The lushly green plants, the exotic flora and fauna, echo of the chirping of birds that mesmerize us. Apart from these, our village is rich in culture and tradition, cuisine that make our mouth run with water, the exotic weaving, ancient fishing system and harvesting of crops etc. Through this channel we would like to introduce our lifestlye to the world. Hope you will like the contents and bear us with all our mistakes.
    We hope to grow and flourish with your love and support. Without your kind efforts and wishes, it would be a herculean task for us to march ahead.
    with love from Amar Gaon
    আমাৰ গাঁও channel টোৰ জৰিয়তে আমাৰ গাঁওৰ নিয়ম প্ৰণালী, লোক- সংস্কৃতি ,খেতি-বাতি , খাদ্য প্ৰণালী , জীৱন-ধাৰণ প্ৰণালী , উৎসৱ-পাৰ্বন, প্ৰাকৃতিক সৌন্দৰ্য , চৰাই চিৰিকটি , ঘৰচীয়া জীৱ জন্তু ইত্যাদি বিলাক দেখাবলৈ চেষ্টা কৰা হৈছে । আমাৰ অসমৰ ঠাই বিশেষে এই ক্ষেত্ৰত যিহেতু কিছুমান অমিল দেখিবলৈ পোৱা যায় গতিকে আমাৰ নিয়ম নীতি , উৎসৱ পাৰ্বন , নিয়ম প্ৰণালী , লোক- সংস্কৃতি ইত্যাদি ক্ষেত্ৰত কাৰোবাৰ লগত সাদৃশ্যতা নাথাকিবও পাৰে । আমাৰ channel টোৰ জৰিয়তে কাৰোবাৰ community বা society ক দুখ বা আঘাত দিব কেতিয়াও নিবিচাৰিম । তথাপিতো আমাৰ অজানিতে কিছুমান ভূল ভ্ৰান্তি হব পাৰে । গতিকে আমাৰ পথ পদৰ্শক হিচাপে আমাৰ কিবা ভূল ভ্ৰান্তি হলে আপোনালোকে আঙুলিয়াই দি শুধৰণি কৰি দিয়ে যেন ।
    আপোনালোকৰ মৰম ,চেনেহ ,আশীৰ্বাদ বিচাৰি নতুন ভিদেও এটা দিবলৈ ওলাইছোঁ । আশা কৰোঁ আদৰি লব ।
    মৰমেৰে "আমাৰ গাঁও"
    Our Facebook link- / amargaon12
    Our Instagram link- ...
    Watch all my videos - / @amargaon3296
    some other videos.....
    *pork and sticky rice in bamboo- • আমাৰ গাওঁ | pork and s...
    Nature gives us all everything- • প্ৰাচুৰ্যময় পাহাৰৰ বনৰ...
    *The lifestyle of the people on the bank of our Disang river- • ম'হৰ এঠা দৈৰ সৈতে কোমল...
    *A special fishing day- • ঠলুৱা মাছৰ আঞ্জা | A s...
    *A beautiful day of the harvesting season to reap our golden paddy fields- • মাতে পকা ধানে ৰিঙীয়াই ...
    #villagelifestyle #villagecooking #ethnicfood #amargaon #villagekitchen

Комментарии • 534

  • @sikhamaniseel1750
    @sikhamaniseel1750 2 года назад +14

    আপোনালোকৰ ভিডিওবোৰ চাই মনটো শাত পৰি যায় । বহুত প্ৰিয় আপোনালোকৰ ভিডিওবোৰ ❤️❤️

    • @amargaon3296
      @amargaon3296  2 года назад

      বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো

  • @bornaliborgohain5336
    @bornaliborgohain5336 2 года назад +43

    আমাৰ হেৰাই যাব ধৰা খাদ্যভাস, ৰহন - চহন আৰু জীৱন প্ৰনালী ইমান সুন্দৰ ভাৱে উপস্হাপন কৰাৰ বাবে অশেষ ধন্যবাদ। 💗Keep up the good work👍

  • @mainuphukan5182
    @mainuphukan5182 2 года назад +22

    আপোনালোকৰ ভিডিওবোৰ দিনকদিনে উন্নতমানৰ হৈ গৈ আছে। অসমীয়া পৰম্পৰাক বৰ সুন্দৰকৈ ধৰি ৰখা দেখুৱাইছে। পাৰিলে অসমৰ তাঁতশালখনিও দেখুৱাব, আমাৰ গাঁৱৰ সমাজৰ যিহেতু অভিন্ন অংগ।

    • @amargaon3296
      @amargaon3296  2 года назад +1

      হয়, ঠিকেই কৈছে। দেখুওৱা হব । প্ৰথম trailer (promo video) ত দেখুওৱা হৈছিল ।

  • @ratulgogoi6848
    @ratulgogoi6848 2 года назад +3

    ইমান সুন্দৰ দৃশ্যগ্ৰহণ ।যেন কেমেৰাটোৱে মনে মনেহে দৃশ্যবোৰ ধৰি ৰাখিছে ।এনে মননশীল উপস্থাপন খুব কমেইহে দেখা যায় ।মৌনতাৰো ভাষা আছে । কোনো অতিমাত্ৰা নাই ।ছবিয়ে সকলোখিনি কৈ গৈছে ,ভাষ্য দিবৰ প্ৰয়োজন হোৱা নাই ।।বহুত বহুত ধন্যবাদ দেই ।

    • @amargaon3296
      @amargaon3296  2 года назад

      আপোনাৰ সুন্দৰ comment টোৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।।।

  • @bhubankhanikor4763
    @bhubankhanikor4763 2 года назад +17

    আমাৰ গাঁৱৰ এই ভাত সাঁজৰ সোৱাদেই বেলেগ। আৰু এনে আহাৰে আমাৰ শৰীৰৰ বহুত ৰোগৰ পৰা বচাই ৰাখে। বহুত বহুত ধন্যবাদ আপোনালৈ।

    • @rajashreegohain3869
      @rajashreegohain3869 2 года назад +2

      Kot hoi gaon khn...eman dhunia hodai sau

    • @amargaon3296
      @amargaon3296  2 года назад

      Thankyou so much 💕

    • @amargaon3296
      @amargaon3296  2 года назад

      Borhat, Charaideo district

    • @nehaslifens7705
      @nehaslifens7705 2 года назад

      Mur vlogs buru sbo sun deii 😊 subscribe kri dbo ❤️ support kribo,

  • @ranjitduwarah879
    @ranjitduwarah879 2 года назад +6

    Video বোৰে অন্তৰ চুই যায় দেই 😍😍 বৰ ধুনীয়া লাগে 👌👌👌

    • @amargaon3296
      @amargaon3296  2 года назад

      অশেষ ধন্যবাদ জনাইছোঁ

  • @anupamarabha886
    @anupamarabha886 2 года назад +4

    বহুত ভাল লাগিল। গাওঁখনৰ পৰিৱেশ,আৰু অসমৰ থলুৱা খাদ্য সম্ভাৰ অতুলনীয়।ঔষধি গুণেৰে ভৰা স্বাস্হ্য সন্মত ব্যঞ্জন।

    • @amargaon3296
      @amargaon3296  2 года назад

      Dhanyawad apunar hundor comment tur babe

  • @mayagogoi6594
    @mayagogoi6594 2 года назад +34

    "মা তুমি কেতিয়া খাবা"....❣️❣️🤗🤗

    • @amargaon3296
      @amargaon3296  2 года назад +6

      Dhanyawad janalu , horu horu bikhoi bostu buru notice kori upobhug kora babe oti hukhi halu

  • @dipalimedhi1041
    @dipalimedhi1041 2 года назад +2

    Bhut dhuniya video bonaise aponaloke .video bilak sai axomiya cinema akhon sowa dore lage

    • @amargaon3296
      @amargaon3296  2 года назад

      Dhanyawad apunaloi iman marom senehor babe

  • @manomatideka
    @manomatideka 11 месяцев назад

    আপোনালোকৰ গাঁওখনৰ‌‌ পৰিবেশটো ইমান ভাল‌‌ লগা গাওঁ খন চাবৰ মন‌ গৈছে

  • @withsangita
    @withsangita 2 года назад +2

    Eikhonei asol nivaj ohomiya gaon, eituhe asol gaon r poribekh

    • @amargaon3296
      @amargaon3296  2 года назад

      Dhanyawad amak hahojug kori ohar babe ।।

  • @AditiHubbyCookingVlogs
    @AditiHubbyCookingVlogs 2 года назад +2

    Apunalukr video bohut val lage 😊
    Axomot enekua channel naie, Dibrugarhor pora morom jasilu 😊 Axomor No 1 channel hoi ujolibo 😊👍

  • @monditaburagohain2612
    @monditaburagohain2612 Год назад +2

    ইমান ধুনীয়া ৰন্ধন প্ৰণালীৰে সুন্দৰ ব্যঞ্জন দেখিলে খাবৰ মন যাই

  • @ranjitaray1569
    @ranjitaray1569 2 года назад +2

    সঁচকৈয়ে এনেকৈ মাছ মাৰি খৱাৰ মজা এই সুকীয়া ।

  • @deepabora1865
    @deepabora1865 2 года назад +3

    আপোনালোকৰ গাঁওৰ পৰি‌বেশ চাই আমাৰ মন প্ৰাণ সতেজ হৈ পৰে আপোনাৰ ৰন্ধন প্ৰণালী চাই মন প্ৰাণ গাঁওলৈ উৰি যায়

    • @reenaborah2423
      @reenaborah2423 2 года назад

      বৰ সুন্দৰ হৈছে।💖💖

    • @amargaon3296
      @amargaon3296  2 года назад +1

      ধন্যবাদ আপোনাৰ অনুভৱ আৰু সহযোগৰ বাবে।

  • @hiranyabhuyan8238
    @hiranyabhuyan8238 2 года назад +4

    Hostel thaki ghar khana le monot pori goise aru Maas dhora dhekhi dhoru dhoru lagise . Khoru massor bhaji dheki mukhot pani aahi goise 🥰🥰🥰🥰 So sweet vdo

  • @samuzwalray4723
    @samuzwalray4723 2 года назад +2

    Bht besi vl lge apunalukor vdo bur

  • @souravpranborah
    @souravpranborah 2 года назад +2

    ইমান সুন্দৰকৈ উপস্থাপন কৰে...ভাল লাগে চাই

  • @medinitalukdar4873
    @medinitalukdar4873 2 года назад +2

    Baideu pior axomiar pior gao aru potharr xundar poribekh
    Bor dhunia lagise dei.....

  • @ranjanahandique2171
    @ranjanahandique2171 2 года назад +2

    বৰ ভাল লাগে আপোনাৰ video চাই

  • @barnalidutt4031
    @barnalidutt4031 2 года назад +4

    আপোনালোকৰ vlog চাবলৈ আশাৰে বাট চাই থাকো। গাৱৰ ইমান সুন্দৰ পৰিৱেশ চালে চাই থাকিব মন‌ যায়। ইমান সুন্দৰ আপোনালোকৰ গাৱখন।

    • @amargaon3296
      @amargaon3296  2 года назад

      অশেষ ধন্যবাদ জনাইছোঁ। আমাক ইমান মৰম চেনেহ দিয়া বাবে আমি অতি সুখী হৈছোঁ

  • @indrajitmazumdar8716
    @indrajitmazumdar8716 2 года назад +2

    ভিডিও তু চাই ভাল লাগিল , একেবাৰে গাঁওৰ পৰিৱেশ

  • @123Vdwti
    @123Vdwti 2 года назад +2

    অতি সুন্দৰ আসমীয়া অৰ আচল চিনাকি

    • @amargaon3296
      @amargaon3296  2 года назад

      Thanks a lot আপোনাৰ সুন্দৰ comment টোৰ বাবে

  • @munmunbaruah9529
    @munmunbaruah9529 2 года назад +2

    বহুত বহুত বেছি কৈ ভাল লাগে আপোনালোকৰ ভিডিঅ' বোৰ চাই ।

    • @amargaon3296
      @amargaon3296  2 года назад

      Thankyou 🧡🙏🙏🧡 so much

  • @gayatribordoloi9654
    @gayatribordoloi9654 2 года назад +2

    সচাকৈ গাঁৱৰ প্ৰতিচ্ছবি খন খুব সুন্দৰকৈ প্ৰকাশ পাইছে।❤️❤️

  • @User-lina831
    @User-lina831 2 года назад +2

    Apunar video sai bohut val lge Abar ghor r vitor khn dekha bosun

    • @amargaon3296
      @amargaon3296  2 года назад

      এইটো এটা video শ্বুটিং ৰ set হয়। ভিতৰত দেখাবলগীয়া একো নাই ।

  • @Swasmitaskitchen
    @Swasmitaskitchen 2 года назад +5

    বহুতেই ভাল লাগিলে ❤️❤️❤️❤️❤️❤️ গাওঁৰ সুন্দৰ পৰিৱেশ❤️❤️❤️❤️❤️❤️❤️❤️❤️👍👍👍

  • @roktimbora3164
    @roktimbora3164 2 года назад +3

    ভাল লাগিল ছাই video টো ।

  • @prasantagoswami1477
    @prasantagoswami1477 8 месяцев назад

    একদম সৰু কাললৈ মনত পৰি গৈছে। বোকা দেখি সেই গোন্ধ পোৱাৰ নিচিনা লাগি গৈছে। মাছ ধৰাৰ নিচিনা লাগিছে।

  • @quineephukan9773
    @quineephukan9773 2 года назад +2

    বৰ ভাল লাগিছে ভিদিঅবোৰ চাই।

  • @Ashokkachary8839
    @Ashokkachary8839 2 года назад +2

    আপোনাৰ video বোৰ ভাল লাগে। তেজপুৰৰ পৰা মৰম জাচিলো

    • @amargaon3296
      @amargaon3296  2 года назад +1

      অশেষ ধন্যবাদ জনাইছোঁ।

  • @bornaliphukan7474
    @bornaliphukan7474 2 года назад +2

    Hmmm ki j huwad dekhii anuvob koribo parisu bor dhunia Biyonjon mukhot panii ahese pai 😋😋

  • @aayanrajkonwar4203
    @aayanrajkonwar4203 2 года назад +2

    সুন্দৰ

    • @amargaon3296
      @amargaon3296  2 года назад

      ধন্যবাদ জনালো

  • @runusaikia7440
    @runusaikia7440 2 года назад +4

    Amr ghrt Koka Aita Hoti kowa ha xunisu but nija ajiloi deka u nai bhout dhun Jana jatiya Aita Hoti koi ja Ami gaon t masa Mari cilu khti Kori cilu mur ru ba r bhout man jai kintu amr guwahati t ai bur paba niii but I'm sure moi Adin holwa u masa Marim valll lagi video tu Sai agt deki nupuw bosto ata dekhilu Adin masa Marino goi asu xikai diba deyy 😊♥️ Love from Guwahati ♥️♥️♥️♥️

    • @amargaon3296
      @amargaon3296  2 года назад

      Bahut bahut dhanyawad tumar moromr babe 🙏🙏🙏💕💕💕

  • @priyanchilahon9358
    @priyanchilahon9358 2 года назад +2

    Apuner video sabo karone hodai roi thaku bohut val lage

  • @nabamallikaburagohaineverg8014
    @nabamallikaburagohaineverg8014 2 года назад +5

    আপোনাৰ ভিডিঅ'বোৰ চাই ল'ৰালিলৈ মনত পৰে। মাৰ হাতৰ ভাত মুঠি মনত পৰে। আবেগিক হৈ পৰোঁ।

    • @amargaon3296
      @amargaon3296  2 года назад

      Okhekh dhanyawad iman morom agborhuwa babe

  • @antarafoodlover77
    @antarafoodlover77 2 года назад +3

    সুন্দৰ সুন্দৰ অতি সুন্দৰ

    • @amargaon3296
      @amargaon3296  2 года назад

      ধন্যবাদ জ্ঞাপন কৰিছো

  • @dimpusarma334
    @dimpusarma334 2 года назад +2

    খুব সুন্দৰ পৰিবেশ। লগতে ব্যঞ্জনবোৰো।

  • @rashmirekhadevi8202
    @rashmirekhadevi8202 2 года назад +1

    বাইদেউ নতুন কৈ দিয়া video এদিন চাইছিলো আৰু এতিয়া আগৰ বোৰৰ চালো আপোনাৰ ল'ৰা ছোৱালী দুটা বৰ মৰম লগা । দুই টাৰে মাজত বহুত মৰম চাই ভাল লাগে 💕💕💕❤️❤️❤️

  • @jintukalita1747
    @jintukalita1747 2 года назад +12

    This is our assamese culture it's looking very nice keep growing 👏👏

  • @mintuborah6734
    @mintuborah6734 2 года назад +1

    বাইদেউ অতুলনীয়।।

  • @omsairam7193
    @omsairam7193 2 года назад +6

    এদিন চাবলৈ লৈ এতিয়া নোচোৱাকৈ থাকিব নোৱাৰো..গাওঁৰ সুন্দৰ পৰিবেশ ..যাবলৈ মন যায়।

    • @amargaon3296
      @amargaon3296  2 года назад

      অশেষ ধন্যবাদ জনাইছোঁ

  • @lakhyaheeragogoi4073
    @lakhyaheeragogoi4073 2 года назад +2

    বাইদেউ আপোনাৰ ৰন্ধন প্ৰণালী সঁচাই খুব সুন্দৰ। ভিডিঅ' বোৰ চাই মনটো ভাল লাগি যায়।

  • @manuborah4135
    @manuborah4135 2 года назад +1

    ল'ৰালিৰ দিনবোৰলৈ বৰকৈ মনত পৰিল ।জোকলৈ বহুত ভয় লাগে মাত্ৰ ।

  • @its....gungun5759
    @its....gungun5759 2 года назад +2

    Maa tumi ketiya khaba eman moromt hudhise....apunalukr channel2 bohut Jen aguwai jai...aru hklu majt Mila Priti hdai anedre thake..

    • @amargaon3296
      @amargaon3296  2 года назад

      Bahut bahut dhanyawad janalu 🙏🧡💕

  • @digantaborphukan7802
    @digantaborphukan7802 2 года назад

    সুন্দৰ ।দেখি খাও খাও লাগিছে ।

  • @MunmiBora-v1y
    @MunmiBora-v1y Год назад +1

    Bhout vl lge apunar video sai..apunar hatere jdi vt akhaj khbo palu hoi.

  • @devakantahazarika4178
    @devakantahazarika4178 2 года назад +2

    আপোনাৰ ভিদীঔ সমূহ নিভাজ অতুলনীয় ।

    • @amargaon3296
      @amargaon3296  2 года назад

      অশেষ ধন্যবাদ জনাইছোঁ

  • @sbgvaonavlog233
    @sbgvaonavlog233 2 года назад +2

    বাইদেউ ইমান ভাল লাগিল চাই.. সচাই গাওঁৰ পৰিৱেশৰ দৰে একো হব নোৱাৰে।মাত্ৰ এটা অনুৰোধ চব বোৰ ইমান সহজ সৰল সম্পূৰ্ণ নিভাঁজ গাঁৱলীয়া আকাৰে হৈছে কিন্তু উপকৰণ বোৰ লিখোতে সম্পূৰ্ণ অসমীয়া যদি হল হয় আৰু যে কি সুন্দৰ লাগিল হয়

    • @amargaon3296
      @amargaon3296  2 года назад

      ধন্যবাদ জনালো 🙏🙏🙏💕💕💕💕

  • @aradhyahazarika953
    @aradhyahazarika953 2 года назад +5

    সদায় নতুন নতুন ৰেচেপি লৈ অহাৰ বাবে আপোনাক ধন্যবাদ জনালো 🙏❤️ আপোনাৰ ভিডিঅ'বোৰ চাই সদায় ভাল লাগে ❤️🥰

    • @amargaon3296
      @amargaon3296  2 года назад

      Dhanyawad video tu upobhug kora babe।।।।।।
      And thanks for continue support ❣️❣️❣️ us ,

  • @kborgohain8178
    @kborgohain8178 2 года назад +3

    Among all Asamaese RUclips channel.. I just love all of your videos.... U guys are just awesome. Content, video quality just wow👌👌👌👌✅

  • @eileenborah8408
    @eileenborah8408 2 года назад +7

    বুজাব নোৱাৰা সুন্দৰ ❤️❤️ কি মনোমোহা পৰিবেশ

    • @amargaon3296
      @amargaon3296  2 года назад +1

      ধন্যবাদ জ্ঞাপন কৰিছো

  • @kakulibora8103
    @kakulibora8103 2 года назад +2

    Vl lgise sai apunar Vidio bur🥰

  • @amityoutuberjrtvlogs590
    @amityoutuberjrtvlogs590 2 года назад +1

    Aapunar Video bor Sai bar ভাল lage hundar 👍🏻

  • @Bharvi2903
    @Bharvi2903 2 года назад +2

    Iman dhunia gaon or video. Continue koribo sai val lage. Ami assamor bahirot thoka manuhor babe enekuwa eta video dekho palu heya bahut

    • @amargaon3296
      @amargaon3296  2 года назад

      Nischoi, dhanyawad janalu 🧡🙏

  • @eatingfoodlove
    @eatingfoodlove 2 года назад +2

    Video and music wow...love ur Village

  • @utpalbaruah3289
    @utpalbaruah3289 Год назад

    Val lagil video tu aru logote loratuwe khudha question tu 👍

  • @puturajkhowa7429
    @puturajkhowa7429 2 года назад +1

    বহুতো ধুনীয়া ধুনীয়া ৰেচিপি বনাই দেই ভাল লাগে

  • @sonamanidas4480
    @sonamanidas4480 Год назад +1

    Baa apunar bonuabur bahut bhal karon apuni monor pora bonai...❤❤❤👍👍👍

  • @cotrainer5446
    @cotrainer5446 2 года назад +3

    ধন্যবাদ এনেকুৱা ভিডিও বোৰ আমাৰ মাজত আগবঢ়াই দিয়াৰ বাবে 🙏

  • @অৰ্থনৈতিকবিপ্লৱঅসম

    Hundor uposthapon

  • @msrider6348
    @msrider6348 2 года назад +1

    Bohut Bohut val lage Apunalukor video sai dada aru bow 🥰🥰

  • @Sardaa4
    @Sardaa4 2 года назад +2

    Vaal laagil vdo tu sai 👌👌👌👌

  • @goodnathchetia6587
    @goodnathchetia6587 2 года назад +2

    Thanks for the exlent videos and pictures

  • @llnm4891
    @llnm4891 2 года назад +1

    Bahut. Hundar. Hoice. Khai. Val. Lagib. Ati. Hunder. Pariibekh

  • @korobidas5121
    @korobidas5121 2 года назад +3

    বহুত বহুত ভাল লাগিল 👍👍👍 গাঁৱৰ এই মনোমোহা পৰিবেশ দেখি সঁচাকৈ মনটো ভাল লাগি গ`ল

  • @joshna7524
    @joshna7524 2 года назад +2

    কি যে ধুনীয়া পৰিবেশ, দেখি পাগল হৈ গৈছোঁ।💕💕 কলদিলৰ item তো first দেখিলোঁ।।try কৰিম এইবাৰ।।

    • @amargaon3296
      @amargaon3296  2 года назад +1

      নিশ্চয় try কৰিব ,বৰ ভাল পাব ।

  • @bonishasaikia720
    @bonishasaikia720 2 года назад +2

    Koldilor hoite tilor pitika aji pratham dekhilu.. edin khai sabo lgbo.. enkua hundor hundor video buror bbe okhekh dhnyabaad 🌻

    • @amargaon3296
      @amargaon3296  2 года назад

      Dhanyawad apunar hundor comment tur babe

  • @dipankarboruah2205
    @dipankarboruah2205 2 года назад +1

    Hosakoi bor hundar 👍🙏😘 green assam

  • @I_AM_LEGEND888
    @I_AM_LEGEND888 Год назад +1

    বাইদেউ, আপোনাৰ ভিডিঅবোৰ ইমান ধুনীয়া।

  • @monjulaassamesevlog4247
    @monjulaassamesevlog4247 2 года назад +2

    Val lagil video 2 sai ghrle mnt pori gll moi u anekoie mass dhorisilu agte

    • @amargaon3296
      @amargaon3296  2 года назад +1

      Thankyou 🧡 so much 💕🙏

  • @Rajdeep01995
    @Rajdeep01995 11 месяцев назад

    শাওন মাহৰ পথ‍াৰলৈ মনত পৰিল..। শৈশৱতে পথাৰত নামি মাছ ধৰিছিলো..

  • @bituponsdiary2101
    @bituponsdiary2101 2 года назад +2

    নিভাজ গাওঁৰ ছবি, সচাঁ অৰ্থত ভাল লাগিছে,,ভিডিঅ টো

    • @amargaon3296
      @amargaon3296  2 года назад

      Thankyou 🧡🧡🙏🙏 heartity

  • @stylishlife1
    @stylishlife1 2 года назад +1

    Aibur video sale he mon val lage.Khoru kalor din bur mont pore bht...😓😓moiu pothrort aagote school bondho dile goisilu bor deutai hal baisil .sah -vat loi Maa bor maa htr logot goisilu. Aru vui ruisilu najanisilu vl dore rub thotapi issa krisilu...vabile vl lage ki je din asil..♥️🌾🌾🌿🌱🍃🌼

  • @beutydas3889
    @beutydas3889 2 года назад +1

    Tammm dhuniya lagy aponar video.

  • @ashwinlophang1641
    @ashwinlophang1641 2 года назад +2

    বহুত ভাল লাগে আপোনাৰ ভিডিঅ চাই ❤️

  • @mausumibhuyan5747
    @mausumibhuyan5747 2 года назад +2

    Apuna lukor video bur bhut val lage . Baa joni eman morom loga ☺Adin live ahibo sun kotha patim 😊

  • @kanaidas2643
    @kanaidas2643 2 года назад +1

    App jesa koi nahi ..sob janti hai app..ajka jamane mai app jesa mailaga bi nahi..apkka video bohute acca lagta hai hamko..lagta hai jesa mera gaon hai...👌🏻👌🏻👌🏻👌🏻

  • @ranjuhazarika8812
    @ranjuhazarika8812 2 года назад +2

    Fast time saisu apunar video bhut bhut besiei Dhuniya 👌👌👌👌

    • @amargaon3296
      @amargaon3296  2 года назад

      অশেষ ধন্যবাদ জ্ঞাপন কৰিছো

  • @moniboro2435
    @moniboro2435 2 года назад +2

    Awasam very. Nice. Video. 👌👍

  • @bijudutta8798
    @bijudutta8798 2 года назад +2

    ইমাম ধুনীয়া লাগি আপোনাৰ ভিডিঅ চায়।

  • @papariborpatra9620
    @papariborpatra9620 2 года назад +2

    বৰ ভাল লাগিল..

  • @pbgmedia7319
    @pbgmedia7319 2 года назад +2

    Bohut hundor

  • @bituvlogs2653
    @bituvlogs2653 2 года назад +3

    সচাই সুন্দৰ লাগিল ভিডিও তো চাই ৷আৰু আগোৱাই যোৱা তাৰে কামনা কৰিছো ৷ মোৰ এটা সৰু ব্লক আছে সময় পালে চাবাচোন ?

  • @happychetia9097
    @happychetia9097 2 года назад +2

    Baideu vd bur sai bohut val lage.hodai roi thaku notun vd saboloi.apunalukor pakghr tu main ghr pora beleg hoi no.

    • @amargaon3296
      @amargaon3296  2 года назад

      Dhanyawad janalu।।।।
      এইটো এটা video কৰিবলৈ বনাই লোৱা set হয় ।

  • @jimduwarah8433
    @jimduwarah8433 2 года назад +2

    Bor bhal lage.. Apunar video Sai... ❤❤❤from Hyderabad

  • @voiceoflmp
    @voiceoflmp 2 года назад +2

    Such a beautiful video. Maalbhug khutura is called Purslan.

    • @amargaon3296
      @amargaon3296  2 года назад +1

      Thankyou 🧡 so much 💕 for the information

  • @seemadas2104
    @seemadas2104 2 года назад

    Bhal lagise gaon’r poribekh xai.
    Love from Mumbai

  • @champimonibaruah4083
    @champimonibaruah4083 2 года назад +5

    অতি সুন্দৰ ❤️

  • @pujapuspanjali105
    @pujapuspanjali105 2 года назад +5

    অতি সুন্দৰ দৃশ্য মোহনীয়া

  • @tulikahazarika128
    @tulikahazarika128 2 года назад +2

    Iman dhunia hoise video .cenema sai thaka jenei lagil mur 💕💜

    • @amargaon3296
      @amargaon3296  2 года назад

      অশেষ ধন্যবাদ জ্ঞাপন কৰিছো

  • @bitupongogoi8853
    @bitupongogoi8853 2 года назад +2

    RUclips tu sai thakute horthat apunar video eta dekhilu, k ase buli sai dekhilu ufffhhhhhh...... k je val loga eta video, like, share subscribe nokrake nuarilu, ek nibhaj gaonr poribekh, mon tu kiba val lagi gol o, eta eta koi apunar video sai asu........ Khubei val lagise, enekoie agbahi jauk, akha koru notun video hunkale ahibo, joi ai okhom.

    • @amargaon3296
      @amargaon3296  2 года назад +1

      জয় আই অসম। আপোনাৰ সুন্দৰ comment টোৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।।

  • @momibaruah3493
    @momibaruah3493 2 года назад +2

    Mass dhora dekhi dhoribo mon goise ....etia sei poribekh bur nai.... bahut dhunia hoise....❤️

  • @sewalilaskar9375
    @sewalilaskar9375 2 года назад +2

    বহুত ধুনীয়া পৰিবেশ

    • @amargaon3296
      @amargaon3296  2 года назад

      অশেষ ধন্যবাদ জনাইছোঁ

  • @queenboruah3901
    @queenboruah3901 2 года назад +2

    Betar tshirt tur pisfale thoka horu futa tu dekhi mon tu bhal lagi gol ami horu hoi thakute anakoi par korisilu din bur aku showoff nakorakoi khub dhunia hoisa video tu

    • @amargaon3296
      @amargaon3296  2 года назад

      সৰু সৰু স্ক্ৰীন বিলাকো মন দি video বোৰ উপভোগ কৰাৰ বাবে অতি সুখী হৈছোঁ । Thankyou so much 💕🙏🧡

  • @bornalibora7455
    @bornalibora7455 2 года назад +1

    বৰ সুন্দৰ অভিনয় , ভাল লাগিল ,আৰু আগুৱাই যোৱা

    • @amargaon3296
      @amargaon3296  2 года назад

      🙏🙏🙏🙏💕💕 thankyou

  • @dhazaridhar8951
    @dhazaridhar8951 2 года назад +1

    Bor moja lagildey,

  • @rijumonilahan6931
    @rijumonilahan6931 2 года назад +2

    Val lagil sai

  • @BISHNUDAS-qs4cs
    @BISHNUDAS-qs4cs 2 года назад +2

    পৰিবেশ বোৰ চাই বহুত ভাল লাগে....

  • @sangitamunuvlog2674
    @sangitamunuvlog2674 2 года назад +2

    VL lgil