গৌৰব গগৈয়ে যোৰহাটৰ চাৰিসীমা চিনি পাই নে নাপায় এবাৰ চাওক...
HTML-код
- Опубликовано: 6 июл 2024
- #Da_News_Plus #Da_news_plus_bangla #MamataBanerjee #বাংলা #Banglanews #Bangla #WestBengal #kolkata #Kolkata #Assam #Northeast #India #Congress #BJP #Dailynews #TMC #মমতা
Da NEWS PLUS is an Assamese News Channel. Da NEWS PLUS brings you the latest and live Assamese and Bengali news from Assam with the current happenings of Northeast, National and Global News.
Please follow up page to watch live and latest news with latest updates every hour.
দিনটোৰ প্ৰতিটো খবৰৰ কাৰণে চাওক Da NEWS PLUS। প্ৰতিটো মুহুৰ্তৰ প্ৰতিটো শুদ্ধ খবৰ কেৱল Da NEWS PLUSত
To subscribe to our channel click here / @danewsplusassam
Please visit our website: danewsplus.com/ for latest opinions and detailed news coverage, Pictures, Entertainment, Sports and Lifestyle Updates.
Follow us on Twitter-
/ danewsplus
Facebook-
/ danewsplus.dnp
Koo app- www.kooapp.com/profile/danews...
যোৰহাট জিলাৰ চাৰি সীমা জনা জন পিছে কিয় নিৰ্বাচনত জয়ী নহল। গৌৰৱ গগৈয়ে যোৰহাট নালাগে গোটেই পৃথিবী খনৰ চাৰি সীমা চিনি পায়।
চাৰি সিমা পাওক বা নেপাওক আমাৰ গৌৰব গৈগৈ য়োৰহাট.
" আকালৰ ভাত বিপদৰ মাত " এইয়াই যথেষ্ট!
গৌৰৱ গগৈ দাঙৰিয়া হৈছে অসমৰ গৌৰৱ
গৌৰৱ গগৈৰ দৰে নেটা নোলাব আৰু দ্বিতীয় জন অসমত
Gourav Gogoi Zindabad
উদাত্ত কন্ঠ, সংসদ ত যিজনে সলসলীয়াকৈ ক'ব পাৰে ইংৰাজী আৰু হিন্দী ৰ ভাষণ , simplicity and humble personality ❤❤.. গৌৰৱ গগৈ ডাঙৰীয়া,, তেখেতৰ পিতৃ ও স্পষ্টবাদী,সৎ। নাছিল কোনো অজস্ৰ বেনামী সম্পত্তি।।🎉
গৌৰব গগৈএ যোৰহাট নহয় পৃথিবী চাৰিসীমা যানে।
চিনি নাপাও লেও নাই অসমৰ অসবাসীক চিনি পালেই হ'ল
Gogoi zindabad
মানবদৰদী নেতা গৌৰৱ।
Inspiration politician
Gourav Gogoi is our future.
love you gogoi sir
One of the best members of parliament from Jorhat
Gourav Gogoi zindabad ❤❤
Joi hind joi hok
গৌৰৱ গগৈ অসম ৰাইজৰ আৱেগৰ গৌৰৱ ।
Gaurav Gogoi zindabad zindabad
যোৰহাট সংসদীয় সমষ্টিৰ সকলো ঠাইতে যোৱা সম্ভব নহবও পাৰে। কিন্তু সামগ্ৰিক পৰিস্থিতি দেখি গৈ সংসদত স্বয়ং প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীকো হুংকাৰ দিব পৰা একমাত্ৰ সাংসদ হল গৌৰৱ গগৈ। সংসদত বিষয়টো উত্থাপন হলেই চৰকাৰেও ততালিকে ব্যবস্থা লবলৈ বাধ্য । লগতে প্ৰশাসনো সজাগ হবলৈ বাধ্য ।
শুধু যোরহাট নয় অসমের মানুহের খবর লৈছিল গৌরব গগৈ অসমের গৌরব।
তুমি এতো কষ্ট পাও কেন ?
Great politician
গৌৰৱ গগৈ বত্তমান বি জে পি ৰ বাবে কৰুণা সদৃস হৈ পৰিছে।
Nice
Gaurav Gogoi ❤
Gaurav Gogoi Zindabad ✊🤟
Honest man
Next cm gourav Gogoi
Politeness
Gaurav gogoi jindabad ❤❤❤
❤❤❤❤❤
যিসকলে চালে বেৰে কোবাই এইবোৰ কথা কয় তেওঁলোকে কি কৰি আছে। গৌৰৱ গগৈয়ে যোৰহাট কিয় সমগ্ৰ পৃথিৱীৰ চুক কোণ চিনি পায় ।
পবিত্ৰ মাৰ্ঘেৰিটাই কৈছিল:-" গৌৰৱ গগৈয়ে চাৰি সীমা চিনি নাপাই যোৰহাটৰ " । বিদেশ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰীৰ eloquence অচিৰেই পতক্ষ কৰিব। আমি দেখিম।
Gogoi hopun emanei nohoi bapura.
গৌৰৱে ছিনি নাপায় bijp য়ে চিনি পায় নে ৰ্মূখ কেইতাই চিনি পায় গৌৰৱৰ জয়
Sima chini puajone kar murtu krise?
গৌৰৱ গগৈয়ে যিয়ে চিনি পাওকে বা নাপাওক বি জে পি ৰএটাইও গৌৰৱৰ মগজুৰ চাৰিসীমা ১৪ জনমত ওলিয়াব নোৱাৰে সেইটো খাটাং।অ' কৈ থলো ।
গৌৰৱ গগৈয়ে ছোনিয়া, প্রিয়ঙ্কাৰ ভৰি ধুই মুৰত পানী নললে মুক্তি নাপায় সেয়া কংগ্রেসী দগাবাজ বোৰে জানেনে নাজানে?
@@kumudbaruah2001Aru Himantai Modi, Shahor bhorit nodhora hole aji Tihar Jail or kunuba eta sukot pori thakile hoi
এসময়ত হিমন্তই যেনেকৈ প্ৰয়াত তৰুণ গগৈ দেৱৰ আৰু চোনিয়া গান্ধীৰ ভৰি ধোৱা পানী খাই খাই কংগ্রেছ দলক লাট মাৰিলে তৰুণ গগৈৰ পুত্র গৌৰৱ গগৈ কাৰো ভৰি চেলেকি তেল মৰা বিধৰ মানুহ নহয়।@@kumudbaruah2001
Happen পিন্ধিলে বেছি ভাল লাগিব
Amar pale nai ohaa
তুমি যদি চুৰি কৰাত পাকৈত, দকাইটী কৰাত পাকৈত আৰু যদি টকা দিব পাৰা তেন্তে আমাৰ চৰকাৰৰ লগত যোগাযোগ কৰিব পাৰে ।
🙏🙏🙏🙏
Napang sun
Gaurav gogoi great politician, himanta biswa sarma corrupted
নেজাবও পাৰে,তেওঁ বানপানী হোৱাৰ সময়ত বাহিৰত এঞ্জয় কৰি থকাগৈ নাই
Very nice 👍
Gaurav gogoi jindabad
কিবা নাজানিলে শিকাই ল’ম কেলা ৷ কিন্তু গৌৰৱৰ বিৰোদ্ধে এইবোৰ ফটুৱা নিউজ নকৰিবি ৷ তহঁতৰ এইটো বিজেপীৰ চোৱাচেলেকা চেনেল ৷
Gaurav Gogoi zindabad
Gourav gogoi amar hokolure gourav
কিমান টকা ললা ।
চিঞৰ ককাইদেউ বাতৰি কৈছে ।
কংগ্রেসী সকল যিমানেই ছচিয়েল মেডিয়া, ইলেকট্রনিক মিডিয়া গৰম নাকৰক কিয় অলমত কংগ্রেসৰ চৰকাৰ আহিবলৈ ২০৪৭ চনলৈ অপেক্ষা কৰিব লাগিব। গৌৰৱ গগৈৰ বিষয়ে তাৰ পিছত হে চিন্তা কৰিব পৰা যাব। এতিয়া যিমান চিয়ৰ বাখৰ কৰিলেও সেই বোৰ অৰণ্য ৰোদন হে হব। বৰ্তমান জনতা বিজেপিৰ লগত। চিঙৰ বাখৰ কৰাই কৰি থাকক। মুখ বিষালে মনে মনে থাকিব।
প্ৰথমে অসম শব্দটো লিখিবলৈ শিকক।
Gauravgogoizindabad
Gaurav Khan only Jorhat ? All Assam r Nohoy
মাৰ মূৰটো বাতৰি পৰিৱেশ কৰিছ
set dal lgt loi gle nhb......ban piritak toka poisare help krk....miya
Boineksuda BJP dibo ja
Nice
🙏🙏🙏🙏