Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
বহুত ভাল লাগিল বোপাই।তোমাৰ কুশল কামনা কৰিলোঁ।বিশৃংখল সমাজৰ পৰা কুচিন্তা, কুচর্চা বোৰ তুমি আঁতৰাব পাৰিবা।
কৃষ্ণ ।বৰা বাপ আপোনাক ধন্যৱাদ ।আপুনি নিজকে গুৰু শংকৰ মাধৱক গুৰু মানি শিষ্য পৰিচয় দিও নিৰপেক্ষ বৈদিক সনাতন ধৰ্মৰ মানৱৰ ১৬ সংস্কাৰ নিৰপেক্ষ ঈশ্বৰ অৰ্চন বন্দন আচাৰ আচৰণ আৰাধনাৰ কথা মৰ্যাদা সহকাৰে সৰ্বশাস্ত্ৰ সন্মত শুদ্ধ বুলি আলোচনা কৰিলে ।ঈশ্বৰৰ বিভুতি স্বৰূপ দেৱ দেৱীক ,ভগৱান শিৱক ,বেদবিহিত ভক্তি ধৰ্ম তপ জপ যাগ যজ্ঞ পূজা শ্ৰাদ্ধ পিণ্ড দান মুণ্ডন ব্ৰাহ্মণক নিন্দা ঘৃণা কৰা শংকৰ মাধৱৰ একশৰণীয়া ভাগৱতী ধৰ্মৰ পন্থৰ হৈও যে আপুনি অসমত বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মৰ প্ৰবৰ্তক পচাৰক গুৰু দেৱ দামোদৰদেৱে যি ভক্তি ধৰ্ম নীতি নিয়ম আচাৰ আচৰণ শিষ্যক ভক্তি মাৰ্গ দৰ্শন উপদেশ দি গৈছিল আৰু দামোদৰী পন্থৰ বৈষ্ণৱ সকলে পালন কৰা আচৰণ কৰা ধৰণে আপুনি ব্যাখ্যা কৰিলে বহু ভাল লাগিল ।আপোনাৰ নিৰপেক্ষ আলোচনাৰ পৰা বুজিব পাৰি গুৰু দেৱ দামোদৰদেৱ গুৰু হৰিদেৱৰ ধৰ্মত বেদমন্ত্ৰ গীতা ভাগৱত পাঠ কৃষ্ণ নাম গুণ শ্ৰৱণ কীৰ্তন কৰাৰ লগতে সম্পুৰ্ণ বৈদিক সনাতন সৰ্বশাস্ত্ৰ সন্মত বেদবিহিত সংস্কাৰিত আচাৰ আচৰণ কৰা হয় ,তাৰ বিপৰিতে একশৰণ ভাগৱতী শংকৰ মাধৱৰ ধৰ্মত কৃষ্ণ নামক ভজি শংকৰ মাধৱ ৰচিত ভক্তি গীত আৰু গীতা ভাগৱত শ্ৰৱণ কীৰ্তন কৰি ধৰ্মৰ নামত বেদবিহিত ভক্তি ধৰ্ম কৰ্ম তপ জপ যাগ যজ্ঞ পূজা , পিণ্ডদান মুণ্ডন ,দেৱ দেৱীক শিৱক অন্য গুৰুজনক অন্য গুৰুশিষ্য আৰাধনা পদ্ধতিক নিন্দা ঘৃণা হেয়জ্ঞান উপলুঙা তুচ্চ তাচ্চিল্য কৰা হয় ,তেনে নিন্দা ঘৃণা হেয়জ্ঞান উপলুঙা কৰা শংকৰণমাধৱৰ শংকৰী মহাপুৰুষীয়া ধৰ্মৰ শিষ্য হৈও গুৰু দেৱ দামোদৰদেৱ গুৰু হৰিদেৱৰ নাম নোলোৱাকৈ গুৰু দুজনাৰ সৰ্বশাস্ত্ৰ সন্মত বেদবিহিত ভক্তি মাৰ্গ দৰ্শন ধৰ্মৰ আৰাধনা আচাৰ আচৰণক শুদ্ধ বুলি মান্যতা দিছে তাৰ বাবে আপোনালৈ বহুত ধন্যবাদ ।ঔঁ🙏
ইমান সুন্দৰ আৰু সাৱলীল প্ৰকাশ, মন ভৰি গল।
বহুত ভাল লাগে তোমাৰ কথাবোৰ আগবাঢ়ি যোৱা
Krishna krishna
গঠনমূলক আলোচনাৰ বাবে ধন্যবাদ জনালো
বহুত ভাল লাগিল বাবা, তুমাৰ যুক্তি সংগত কথা খিনিয়ে বৰ আপ্লুত কৰিছে। তোমাৰ এনেধৰনৰ দৰ্শনে নৱ প্ৰজন্মক সু পথৰ সন্ধান দিব বুলি আশা কৰিছো। কৃষ্ণ কৃষ্ণ🙏🙏🙏
সুন্দৰ বাখ্যা ৷
কৃষ্ণ ৰাম কৃষ্ণ ৰাম,🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভূ । ভাল লাগিল বিশ্লেষণ videoটো চাই ।
দেৰিকৈ ভিদিঅ পালো যদিও বৰ ভাল পালো এনে ভিদিও আৰু দি থাকিবা তোমালৈ ধন্যবাদ ৷
সুন্দৰ বহুত বহুত সুন্দৰ লাগিল কৃষ্ণ কৃষ্ণ বাপ মধুৰ কৃষ্ণ কথা কৃষ্ণ কৃষ্ণ
সুন্দৰ ভাৱে আপুনি বুজাই দিলে। বুজি উঠাতো নিজৰ্।
অতি সুন্দৰ ভাবে কথা খিনি বুজাই কোৱাৰ বাবে ধন্যবাদ জনালো
খুব সুন্দৰ বিশ্লেষণ,,🙏🙏🙏🙏
ভাল লাগিল
কৃষ্ণ .
কৃষ্ণ কৃষ্ণ আপোনাক শত কোটি প্ৰণাম 🙏🙏🙏
আপোনাৰ যুক্তিপূৰ্ণ বিচাৰে সমাজত সুষ্ঠিৰ বাতাবৰণ সৃষ্টি কৰিবই ইয়াত কোনো দ্বিমত নাই |
কৃষ্ণ কৃষ্ণ প্ৰভূ আশীৰ্বাদ কৰিব।
এই বিষয়ে কাৰোবাক সুধিলে পলাই ফাট মাৰে। বিতংকৈ জানিবলৈ পালো। অতি প্ৰয়োজনীয় বিষয়। অশেষ ধন্যবাদ। কুলধৰ বড়া, নামৰূপ।
বহুত খিনি কথা জনিলো।
Krishna krishna bap very essential topic for every one. 🙏🙏🙏🙏
প্ৰভু বৰ ভাল লগিছে ❤❤❤
Bar Sundar hoise bhakat
কৃষ্ণ প্রভু নাৰায়ন গোপাল গোৱিন্দ 🙏🙏🙏🙏
অতি জানিবলগীয়া কথা।
Krishna 🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ
কৃষ্ণ কৃষ্ণ 🙏
Krishna
Krishna Madhav gubinda, 👏👏🌷🌷👏👏🌷🌷👏👏🌷🌷👏👏🌷🌷👏👏🌷🌷👏👏🌷🌷👏👏🌷 obirat jatra houko Krishna 🙏
কৃষ্ণ 🙏
Aaru pran jit gogoi debe ai vdo bur sab dei Gyan hb.😊😊😊😊😊
Aji bisari thaka uttar palu krisna
অ হৰি অ ৰাম ৰ তত্ত্ব ক লৈ এটা video দিব পাৰিব নিকি দিলে বহুত কৃপা হব কৃষ্ণ কৃষ্ণ
ruclips.net/video/e92nqTR1Q8A/видео.htmlএই video টো চাব।
Krisno provu lra tuk skti diyaba. Koli jugt Ane ajn lraihe smaj khn sthik rupt nib parib. Mur baki thaka aayuskn ni holew madhujjk dighojibi kraba. Krisno......
Krishna 🙏🏿 Bap apunar video bur mai saw kintu ambubashi video ti bribha sisti karile krishna
জয় কৃষ্ণ,🙏
Krishna, Sankar sanghar dore an kisu lukeu bibah kamot Agni jogya nokoratu apuni ki kobo.
সেইটো ব্যক্তিগত দৰ্শনৰ কথা কিন্তু যজ্ঞো ৱৈ বিষ্ণু: , যজ্ঞই হৈছে বিষ্ণু , যজ্ঞ ৰূপী বিষ্ণুক সাক্ষী কৰি বিবাহ কৰাটো শাস্ত্ৰ নিৰ্ণিত এটা ব্যৱস্থা, ভাৰতীয় সংবিধানে ও যাক স্বীকৃতি দি থৈছে । গতিকে , ইয়াক মনা / নমনা আপোনাৰ মোৰ ব্যক্তিগত দিশ , কিন্তু এই ব্যৱস্থাক কোনে ও উলাই কৰিব নোৱাৰে ।
Joy krishna
Apunar prnam prabhu, hundar bislesan, apunaloi mur ebhagi prasna ? Bhagawat je byakhya kare ,prathame parhe tarpar bujai die , tetia katha bilak thikei koi jai dekhun , tetia amiu buji puwa hoi jao , parthana bilaku buji puwa hoisu , amar brahman lagai, etia hastrai koli jugat puja patal, Dan dakhina, hum,brat, tirtha snan, jag jagya, eibilak kamat nahe buli kale , karan kolir manusya malamati, kolit harinam kirtan sesthra, apuni jagyar katha koi dile , ami malamati manusyar jagya karar adikar ase janu ? hastrai koise eta apuni koise eta,Etia kak dharim kak erim
শাস্ত্ৰত যি আছে আমি ও তাকেই কৈছো কলিত নাম শ্ৰেষ্ঠ । কিন্তু প্ৰতিটো কৰ্মৰে শাস্ত্ৰানুসৰি এটা ব্যৱস্থা আছে , ভোক লাগিলে আপুনি অন্ন মুঠি খাবই লাগিব , তাতে আমি কলিত নাম শ্ৰেষ্ঠ নামতে থওক বুলিলে জানো হ'ব । যজ্ঞো ৱৈ বিষ্ণু: (সপ্তম স্কন্ধ ) যজ্ঞই বিষ্ণু । অহম যজ্ঞ ভোক্তাৰং (কৰ্ম যোগ ) - মইয়েই যজ্ঞৰ ভোক্তা । কলিত সকলো ব্যৱস্থাত নিখুততা নোৰোৱাৰ ভয়ত নামলৈ থলে , নাম ৰ প্ৰাধান্যতা বেছি হ'ব , কিন্তু কৰ্মানুসাৰে থকা ব্যৱস্থা সমূহক আমি নুই কৰিব নোৱাৰো , সেইটো আমি কৈছো ।
কৃষ্ণ🙏

এই বিষয়ে কাৰোবাক সুধিলে পলাই ফাট মাৰে। বিতংকৈ জানিবলৈ পালো। অতি প্ৰয়োজনীয় বিষয়। অশেষ ধন্যবাদ।
কুলধৰ বড়া, নামৰূপ।
বহুত খিনি কথা জনিলো।
Krishna krishna bap very essential topic for every one. 🙏🙏🙏🙏
প্ৰভু বৰ ভাল লগিছে ❤❤❤
Bar Sundar hoise bhakat
কৃষ্ণ প্রভু নাৰায়ন গোপাল গোৱিন্দ 🙏🙏🙏🙏
অতি জানিবলগীয়া কথা।
Krishna 🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ
কৃষ্ণ কৃষ্ণ 🙏
Krishna
Krishna Madhav gubinda, 👏👏🌷🌷👏👏🌷🌷👏👏🌷🌷👏👏🌷🌷👏👏🌷🌷👏👏🌷🌷👏👏🌷 obirat jatra houko Krishna 🙏
কৃষ্ণ 🙏
Aaru pran jit gogoi debe ai vdo bur sab dei Gyan hb.😊😊😊😊😊
কৃষ্ণ 🙏
Aji bisari thaka uttar palu krisna
অ হৰি অ ৰাম ৰ তত্ত্ব ক লৈ এটা video দিব পাৰিব নিকি দিলে বহুত কৃপা হব কৃষ্ণ কৃষ্ণ
ruclips.net/video/e92nqTR1Q8A/видео.html
এই video টো চাব।