Комментарии •

  • @rohiniborgohain7654
    @rohiniborgohain7654 Месяц назад +6

    বহুত পিয়াহত থকাৰ পাছত পিয়াহ পলোৱাই এতুপি পানী খালোঁ তেনেযেন লাগিল । কৃষ্ণ বিনিত বাপক ভগৱন্তই কৃপা কৰক প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ । কৃষ্ণ । ৰোহিনী বৰ গোহাই । চৰাইদেউ ।

  • @chinukataki4419
    @chinukataki4419 7 месяцев назад +3

    উফ।হৃদয় চুই গৈছে ।বিনীতৰ কন্ঠ বৰ ধুনীয়া ।তোমাক সহায় কৰিব ঈশ্বৰে ।আচৰিত জ্ঞান ।ভাগৱত খন মুখস্থ ।কি কম ভাষা নাই ।

  • @amritbordoloi984
    @amritbordoloi984 Месяц назад +2

    হৃদয়স্পৰ্শী পাঠ, হৃদয়স্পৰ্শী ব্যাখ্যা। এনে পাঠ শ্ৰৱণ কৰিবলৈ পায় কায়,বাক্য,মন যোৰ পৰি গ'ল। প্ৰভু ভগৱন্তই তেখেতক কুশলে ৰাখক কৃষ্ণ।

  • @pranabjyotidutta1837
    @pranabjyotidutta1837 Год назад +14

    মোৰ হ্ৰিদয় চুই গ'ল ,অনুপমদা 🙏🏿🙏🏿🙏🏿

  • @krishnomoy228
    @krishnomoy228 Год назад +6

    মই ঈশ্বৰৰ ওচৰত কাতৰ অনুৰোধ জনালোঁ, যে বিনিতক চকু ঘুৰাই দিয়া,,,,মৰ মন চুই গৈছে,,,

  • @monjuraniraja4551
    @monjuraniraja4551 8 месяцев назад +10

    প্ৰভূজনাৰ উওম বাখ্যা ই আমাৰ দৰে অধমক ধন্য কৰিছে কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @DeepikaChangmai
    @DeepikaChangmai 8 месяцев назад +6

    বৰ সুন্দৰ আত্মা বিনীতৰ। ঈশ্বৰে ইচ্ছা পুৰন কৰক । কৃষ্ণ কৃষ্ণ

  • @DhanistaBaruah
    @DhanistaBaruah Месяц назад +1

    বহুত বহুত ধুনীয়া কণ্ঠ। ভগৱান বিষ্ণুৱে এগৰাকী মহান লোক হিচাপে জন্ম দিছে।বিনীত তোমাক ধন্যবাদ।

  • @assmesvideo6000
    @assmesvideo6000 8 месяцев назад +6

    বহুতো আপোনাৰ প্ৰতিভা ইমান সুন্দৰ সুৰেৰে গান নাম মহা ভাগৱত গাইছে বাখ্যা কৰিলে প্ৰভূ ভগৱন্তৰ কৃপা সদাই পাব কৃষ্ণ কৃষ্ণ

  • @monujsaikia9184
    @monujsaikia9184 Год назад +7

    কবলৈ ভাষা নাই ,আপোনাক ধন্যবাদ ক'লে সেইয়া বহুত কম হয়। আচলতে অন্ধ আমি হে আপুনি নহয় কিয়নো আমি সত্যক নেদেখোঁ আৰু নাজানো আপুনি হে আমাৰ পথ প্ৰদৰ্শক হৈছে

  • @hemaprabhasaikia5321
    @hemaprabhasaikia5321 Месяц назад +1

    বাপজনা লৈ ভক্তি ভৰাসেৱাভাগি নিবেদিলো কৃষ্ণ কৃষ্ণ।

  • @luhithandique6297
    @luhithandique6297 Год назад +6

    হে কৃষ্ণ । বিনিত এজন অৱতাৰী পুৰুষ । শত কুটিসেৱা জনালোঁ

  • @hemantahazarika9715
    @hemantahazarika9715 8 месяцев назад +9

    এনে অনুষ্ঠান অতিকে আৱশ্যক সাম্প্ৰতিক সমাজখনৰ বাবে, সমাজখনত বৰ বিষে আগুৰি ধৰিছে , গতিকে কিছু অমৃতৰ প্ৰয়োজন, এনে অনুষ্ঠান বোৰেই মানুহক অমৃত দিয়ে, ❤❤❤❤ কৃষ্ণ 🙏🙏

  • @Ankitakalita-e1s
    @Ankitakalita-e1s 8 месяцев назад +5

    ভগৱানে সদায় ভালে ৰাখক তাৰে কামনা ❤

  • @sailagogoi940
    @sailagogoi940 Год назад +4

    কৃষ্ণ বাপ আপোনাক বহুত বহুত প্ৰ নাম আপুনি আৰু আগোরাই যাওক গুরো জনাই কৃপা কৰক কৃষ্ণ কৃষ্ণ।

  • @sandhyaphukan3560
    @sandhyaphukan3560 Год назад +10

    বহুত সুন্দৰ কণ্ঠ।।অতিকৈ ভাল লাগিল। ভগৱন্তৰ কৃপা লাভ কৰিছে।তেখেতৰ লগতে পৰিয়ালৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ। কৃষ্ণ কৃষ্ণ 🙏🙏👍👍

  • @kamalkalita338
    @kamalkalita338 Год назад +5

    ভগৱানে তেওঁক আৰু আগুৱাই যাবলৈ শক্তি প্ৰদান কৰক , এয়ে ভগৱানৰ ওচৰত প্ৰৰ্ণাম জনালোঁ ।

  • @dilipkumarsaikia4838
    @dilipkumarsaikia4838 Месяц назад +1

    কৃষ্ণ বৰা বাপ আপোনাৰ চৰণত সেৱা নিৱেদিলো। কৃষ্ণ।।

  • @tnath6513
    @tnath6513 Год назад +3

    কৃষ্ণ, বাপ-- সুন্দৰ উপষ্ঠাপন অন্তৰঙ্গা ভক্তিৰ গুজ্য তম তত্ব ৰ অধিকাৰী বাপজনালৈ সেৱা নিবেদিছো-। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ-------

  • @mamoniboruahsaikia5631
    @mamoniboruahsaikia5631 Год назад +2

    সুন্দৰ , আপোনাৰ ব্যাখ্যা আগত শুনিছোঁ ।বৰ সুন্দৰ পাওঁ । ভগবানে কুশলে ৰাখক ।

  • @jitendrabaruah9383
    @jitendrabaruah9383 7 месяцев назад +1

    অতি সুন্দৰ, কৃষ্ণ পূৰূয জনাই কৃপা কৰি ভবিষ্যতে আৰু আগুৱাই নিয়ে,

  • @jagatsaikia7451
    @jagatsaikia7451 Год назад +10

    অতি সুনৰ অনুষ্ঠান ।🙏🙏🙏

    • @dipankarborah1546
      @dipankarborah1546 8 месяцев назад

      কৃষ্ণ বাপ🙏অতি সুন্দৰ ভাগৱত বাখ্যা🙏কেতিয়াও আমনি নলগা এভাগী গ্ৰন্থ। যাৰ জৰিয়তে আপুনি বা মই এই সৎসাৰৰ পৰা মুক্তি পাব পাৰো🙏কৃষ্ণ🙏

  • @mintudas4829
    @mintudas4829 Год назад +6

    বিনীত মোৰ হিয়াৰ ভকত তোমাক মই আমাৰ গৃহত পুনৰ আনিম তুমি আৰু আগুৱাই জোৱাৰ মঙ্গল কামনা কৰিলো জয় জগন্নাথ✌📸🍍

    • @dipubora9270
      @dipubora9270 Год назад

      Numabar to diba ne ki

    • @romenjit7549
      @romenjit7549 Год назад

      Very nice krishna. Krishna 🙏🙏🙏🙏🙏

  • @binaphukan7334
    @binaphukan7334 Год назад +2

    সুন্দৰ মনৰ গৰাকী। সুন্দৰ হৈ জিলিকি উঠা ।

  • @rubulsaikia8656
    @rubulsaikia8656 Год назад +13

    কৃষ্ণ কৃষ্ণ অতি সুন্দৰ প্ৰকাশ পাইছে ভাল লাগিল শুনি কৃষ্ণ সেৱা জনাইছোঁ সকলোলৈকে ভক্তি ভৰা সেৱা জনাইছোঁ

  • @PurabiBaishya-zx7iw
    @PurabiBaishya-zx7iw 8 месяцев назад +1

    সুন্দৰ অনুষ্ঠান চাই বহুত ভাল লাগিছে বিনিত বাপ সেৱাহে

  • @ranjitadeori6018
    @ranjitadeori6018 8 месяцев назад +3

    বহুত সুন্দৰ কন্ঠ ভগৱানে আপোনাৰ মঙ্গল কৰক

    • @khirodakonwar9585
      @khirodakonwar9585 8 месяцев назад

      Khisna. বশুত ভাল লাগিল আশিবাদ থাকিল ৷ভগৱানে সহায় কৰক ৷

  • @assamnoobgamer9752
    @assamnoobgamer9752 10 месяцев назад +1

    সুন্দৰ পদক্ষেপ, আপ্লুত হৈ পৰিলোঁ।মন চুই গ'ল। কৃষ্ণ কৃষ্ণ।

  • @bolingogoi2957
    @bolingogoi2957 29 дней назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভুজনা।

  • @rupalidutta4327
    @rupalidutta4327 11 месяцев назад +1

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ভাগৱত ব্যাখ্যা তুলনা বিহীন। ভগৱানে আপোনাক সু-স্বাস্থ্য আৰু মঙ্গলময় কৰি ৰখাৰ কামনাৰে কৃষ্ণ কৃষ্ণ।

  • @Ridipaxom
    @Ridipaxom Год назад +2

    কৃষ্ণ কৃষ্ণ ওঁম নমো ভগৱতে বাসুদেৱায়

  • @niradagogoi5905
    @niradagogoi5905 Год назад +2

    ইমান সুন্দৰ ভাবিৰ নোৰি নাকাকন্দিলেও চকু পানী ওলাই ভগৱানে মঙ্গল কৰক

  • @rivachiringphukan1440
    @rivachiringphukan1440 8 месяцев назад +2

    কৃষ্ণ, বহুত ভাল লাগিল ! ধন্যৱাদ

  • @thekalyankalamfoundation801
    @thekalyankalamfoundation801 Месяц назад

    অসমৰ বিখ্যাত motivation speaker তেখেত ।

  • @harensaikia204
    @harensaikia204 8 месяцев назад +5

    Anupam da apunak moi lakh kouti pranam🙏 jonaisu.kionu apuni j teok mati Ani iman hamudhur bhagawat byakha hunale

  • @debajitsaikia2558
    @debajitsaikia2558 8 месяцев назад +2

    কৃষ্ণ।সুন্দৰ সাক্ষাৎকাৰ উপভোগ কৰিলো।

  • @kirttanaramdas9381
    @kirttanaramdas9381 8 месяцев назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। প্ৰথমতে ভগৱন্তৰ চৰণ চুই বিনিত বাপৰ দীৰঘায়ু কামনা কৰিলো। বিনীত বাপে অন্ধ সকলে পঢ়িব পৰাকৈ যিখন ভাগৱত প্ৰকাশৰ বাবে চিন্তা কৰিছে, তাত সকলোৱে সহায় আগবঢ়োৱা দৰকাৰ আছে বুলি মই ভাবো। বিনিট বাপৰ মনৰ আশা পূৰণ হওক, তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো।
    কৃষ্ণ কৃষ্ণ কৃষ্ণ.......!

  • @mridulraidihigia1818
    @mridulraidihigia1818 12 дней назад

    Krishna probhu joner Sri soronat kote koti pranam joi ram

  • @simontoyhoingkordeb8374
    @simontoyhoingkordeb8374 Год назад +2

    কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ সুন্দৰ

  • @DulenSON
    @DulenSON 7 месяцев назад

    বহুত সুন্দৰ। আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলো। কৃষ্ণ কৃষ্ণ।

  • @RubulGogoi-yv7gl
    @RubulGogoi-yv7gl Месяц назад

    Krishno Krishno 🕉

  • @DigantaBaruah-x7t
    @DigantaBaruah-x7t Год назад +3

    Krishno krishno probhu ❤

  • @dhiresharrabha1076
    @dhiresharrabha1076 Месяц назад

    অনুপম দা আপুনাক ধন্যবাদ দিব ভাষা বিচাৰি পোৱা নাই এনেকুৱা অনুষ্ঠান পতাৰ বাবে,বহুত বহুত,ধন্যবাদ ।

  • @DBvlog111
    @DBvlog111 Месяц назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিল

  • @PranmoyBora-n1n
    @PranmoyBora-n1n 2 месяца назад

    কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ

  • @ArulHazarika
    @ArulHazarika Месяц назад

    Krishno krishno bab❤❤❤

  • @nanigogoi3183
    @nanigogoi3183 Месяц назад

    কৃষ্ণ কৃষ্ণ ইমান সুন্দৰ ব্যাখ্যা বহুত ভাল লাগিল কৃষ্ণ ।

  • @mrinalmedhi8346
    @mrinalmedhi8346 2 месяца назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ, প্ৰভূ আপোনাৰ শ্ৰী চৰণত ভক্তিভৰা সেৱা নিবেদিছো আৰু আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ 🙏🙏🙏

  • @krishnabaruah4244
    @krishnabaruah4244 9 месяцев назад +1

    ভগৱন্ত সহায় হওক আপোনাৰ, কৃষ্ণ।

  • @BikromRoy-ib8xv
    @BikromRoy-ib8xv 18 дней назад

    কৃষ্ণ কৃষ্ণ রাম কৃষ্ণ

  • @chinimaibora7626
    @chinimaibora7626 Месяц назад

    মোৰ মন চুই গল।ইমান সুন্দৰ মন সুৰ ।কৃষ্ণ , কৃষ্ণ 🙏🙏

  • @MANOJSAIKIAEDUCATION12345
    @MANOJSAIKIAEDUCATION12345 7 месяцев назад

    কৃষ্ণ ৷ ইমান সুন্দৰ পাঠ আৰু ব্যাখ্যা ৷

  • @mamoniphukan3807
    @mamoniphukan3807 2 месяца назад

    ভগৱানে বিনীত আৰু আশীষ কৰক ।

  • @RituBoruah-u4c
    @RituBoruah-u4c Год назад +1

    বিনিত দা আপোনাক ভগবানে আৰু আগবঢ়াই নিয়ে যেন।

  • @kamalphukan1365
    @kamalphukan1365 5 месяцев назад

    সুন্দৰ অনুষ্ঠান 🙏🏻
    আমি ভক্তিভৰা সেৱা জনাইছোঁ 🙏

  • @janmonihazarika8328
    @janmonihazarika8328 6 месяцев назад

    আপোনাৰ কন্ঠই আপোনাৰ কথাই আৰু আপোনাক ভগৱানে দিয়া শক্তি বহুত ভাল লাগিল চাই ।। ভগৱানে আপোনাক সদাই ভালে ৰাখক কৃষ্ণ

  • @hemangakalita3273
    @hemangakalita3273 8 месяцев назад +1

    Ram Krishna ram Krishna ram Krishna 🙏🙏🙏

  • @Khagen-rq3ug
    @Khagen-rq3ug 3 месяца назад

    সুন্দৰ বহুত ভাল লাগিল বাপ

  • @NayanDeka-u9u
    @NayanDeka-u9u 3 месяца назад

    কৃষ্ণ কৃষ্ণ প্ৰভূ 👏

  • @PrafullaGayan
    @PrafullaGayan Месяц назад

    ইমান সুন্দৰকৈ ফুটাই ভাগৱত পাঠ কৰিছে।

  • @tridipnath7618
    @tridipnath7618 3 месяца назад +2

    কৃষ্ণ কৃষ্ণ 🙏

  • @nandeswardeka950
    @nandeswardeka950 Год назад +39

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ।বহুত বহুত বহুত ভাল লাগিল কৃষ্ণ ।

    • @mamonidevi617
      @mamonidevi617 7 месяцев назад +4

      Bor xundo Binit tumar kotha aru gan xuni Mur chokurpani ulal bhogobane tumar monor bancha puron korok d
      Chakrapani dada dhyanobad jonalu

    • @dipakborah5543
      @dipakborah5543 7 месяцев назад

      ​@@mamonidevi617BOHUT. VAL. 2👌

    • @PrabinDas-rs7mm
      @PrabinDas-rs7mm 2 месяца назад

      😅​@@mamonidevi617

  • @ratulsaikia9242
    @ratulsaikia9242 8 месяцев назад +2

    কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ

  • @birengogoi9499
    @birengogoi9499 6 месяцев назад

    লগ পোৱাৰ বহুত ইচ্ছা আছে,,ভগৱানে যেন লগ কৰাই,, কৃষ্ণ 🙏 সেৱা নিবেদিলো 🙏

  • @sabitrigogoi9800
    @sabitrigogoi9800 Месяц назад

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালোঁ কৃপা কৰক প্ৰভু 🙏🙏🙏🙏

  • @rajibkrdas1918
    @rajibkrdas1918 Год назад +2

    Krisna krisna, bohut vl lagil

  • @GobindaDas-oc2vr
    @GobindaDas-oc2vr Год назад +2

    Bohut Bohut vaal lagil 🙏 🙏 God bless you sir.

  • @bobynath4148
    @bobynath4148 Год назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ সুন্দৰ

  • @archananath3143
    @archananath3143 8 месяцев назад +1

    এওক লগ পাইছোঁ পুথি শুনিছোঁ 🙏🙏♥️

  • @bhabendeka3039
    @bhabendeka3039 29 дней назад

    কৃষ্ণ, প্ৰভুৱে কৃপা কৰক

  • @birinchiborgohain1224
    @birinchiborgohain1224 Год назад +4

    Krishna. Krishna. Krishna
    Ganeshguri

  • @junuhazarikadihanam375
    @junuhazarikadihanam375 Год назад +2

    আচৰিত কৃষ্ণ কৃষ্ণ।

  • @prasantabonia-zo4mf
    @prasantabonia-zo4mf Месяц назад +1

    কৃষ্ণ কৃষ্ণ বাপ বহুত ভাল লাগিল ক

  • @manujboruah7298
    @manujboruah7298 6 месяцев назад

    কৃষ্ণ কৃষ্ণ আপোনাক ভগৱানে এক। ঐছইকশক্তি দিছে।

  • @buddhaboruah3008
    @buddhaboruah3008 29 дней назад

    Krishna 🌏🌏🌏❤❤❤🙏🙏🙏

  • @assambidur5578
    @assambidur5578 Год назад +4

    🙏🙏 কৃষ্ণ কৌশলে ৰাখক ঈশ্বেৰে 🙏🙏

  • @akashdihingia9943
    @akashdihingia9943 8 месяцев назад +2

    Krishno provhu (বাপ) 🙏

  • @SureshBorah-p1c
    @SureshBorah-p1c 7 месяцев назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। প্ৰভূ বৰ ভাল লাগিল কৃষ্ণ কৃষ্ণ

  • @sunilgohain1378
    @sunilgohain1378 8 месяцев назад +2

    Krishana very nice god bless you

  • @khargeswarkalita4630
    @khargeswarkalita4630 7 месяцев назад

    আমাৰ গাঁৱত ও এখেত আহিছিল। ভগৱানে সদাই আৰোগ্য ৰাখক বাপ জনাক। কৃষ্ণ

  • @budhaphulkonwar3326
    @budhaphulkonwar3326 8 месяцев назад +2

    We are with BINET.....

  • @abanidas6895
    @abanidas6895 Месяц назад

    ধন্য বিনীত তুমি।

  • @promodborah3768
    @promodborah3768 Год назад +3

    Krishnaআপোনাল কুশল কামনা কৰিলো ‌্্ধ

  • @JuriSaikia-t6t
    @JuriSaikia-t6t 8 месяцев назад +1

    Krisno krisno krisno krisno probhu

  • @KhagenDas-rs5nw
    @KhagenDas-rs5nw 8 месяцев назад +2

    Bahut sundor.sewa jonaido.krishna krishna Bap

  • @Tulikaartacademy912
    @Tulikaartacademy912 4 месяца назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ তোমাৰ কি লিলা । এয়াই প্ৰভূ পৰম আত্মা‌‌ পৰম‌ ঈশ্বৰ কৃষ্ণ। আপোনাৰ চৰন কমলত কৌতি কৌতি প্ৰনাম জনালো কৃষ্ণ‌‌।।

  • @sasadharrajbangshi4147
    @sasadharrajbangshi4147 Год назад +5

    কৃষ্ণ কৃষ্ণ বাপ 🙏 প্ৰভু‌ আপোনাক ভগৱত পাঠ বিচাৰো গান নহয়🙏ইশ্ব ৰে। ৰ কৃপা

  • @anjuchiringphukan5368
    @anjuchiringphukan5368 8 месяцев назад +2

    🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @awaneeshmahanta2645
    @awaneeshmahanta2645 7 месяцев назад

    কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিছে সেৱাহে ।

  • @pulenmahanta948
    @pulenmahanta948 14 дней назад

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @bimansaikia4305
    @bimansaikia4305 24 дня назад

    আপোনাৰ যুগল পদত সেৱা জনালো। প্ৰহ্লাদ যেনে কৈ ২১ পুৰুষ উদ্ধাৰ কৰিছিল। আপুনিও ২১ পুৰুষ উদ্ধাৰ কৰিব।

  • @niranjansaikia6260
    @niranjansaikia6260 Месяц назад

    কৃষ্ণ কৃষ্ণ ভাল লাগিল

  • @PapuDas-i5v
    @PapuDas-i5v 7 месяцев назад

    Krishan❤

  • @rupalidas1570
    @rupalidas1570 Год назад +3

    Val,lagil,krishna,🙏🙏🙏🙏🙏🙏

  • @JayantaNath-c9r
    @JayantaNath-c9r Месяц назад

    Krishna Krishna

  • @RitaBorah-o2t
    @RitaBorah-o2t 4 месяца назад

    Krishna hundor

  • @ramendeka841
    @ramendeka841 2 месяца назад

    বহুত বহুত বহুত ধন্যবাদ।ক

  • @DhanistaBaruah
    @DhanistaBaruah Месяц назад

    বহুত বহুত ধন্যবাদ।

  • @katahabaribokobongaon8746
    @katahabaribokobongaon8746 Год назад +2

    ধন্যবাদ বাপ তুমি আগ বাঢ়ি যোৱা

  • @ArunkumarBorah-t4n
    @ArunkumarBorah-t4n 29 дней назад

    Bohut VL Lagil. Krishna