জীৱনত এদিন মদ খোৱা মানুহৰো লিভাৰ বেয়া হ’ব পাৰে? মহিলাই মদ খালে শৰীৰত কি হয়?
HTML-код
- Опубликовано: 13 сен 2024
- পূৰ্বৰ ভিডিঅ’- • মাৰাত্মক l আপোনাৰ শৰীৰ...
- গেষ্ট্ৰিক বুলি ভাবিছে কিন্তু হৈছে হাৰ্টৰ সমস্যা l আপুনিও নজনাকে হয়তো ভিতৰি এই সমস্যাত ভূগি আছে l
• গেষ্ট্ৰিক বুলি ভাবিছে ...
My contact details
For email- pranjal.pratim17@gmail.com
For instagram- prranjalphazarika
Dispur Hospitals Ganeshguri
ধন্যবাদ জনাইছো।মদৰ প্ৰতি আসক্তি থকা লোকসকলে এই Video টো চাই যেন। গোস্বামী চাৰ এজন অভিজ্ঞ ডক্তৰ।
গোস্বামী ছাৰক বহুত বহুত ধন্যবাদ।তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছো🙏প্ৰাঞ্জল দা আপোনাকো বহুত ধন্যবাদ।লিভাৰটো ভালে আছে নে নাই নে কিবা সমস্যা হৈ আছে জানিবলৈ প্ৰাথমিক কি পৰীক্ষা কৰিব লাগে অনুগ্ৰহ কৰি ছাৰৰ পৰা পৰামৰ্শ লৈ আমাক জনাব বুলি আশা ৰাখিলোঁ🙏
LFT test kra
ভাল লাগিল দাদা আমি আপোনাৰ এই ভিডিঅ জৰিয়তে সকলোৱে সাৱধান হোৱা উচিত
বহুত ধন্যবাদ ,এনেকুৱা vdo বোৰে বহুতৰ জীবন ৰক্ষা কৰিব বুলি ভাবো ।আজিকালি মদ্য পান কৰাটো এচাম ৰ বাবে ফেশ্বন ত পৰিণত হৈছে ।
Best video Needed at this time for all the generation.. Thank you Pranjal Da..
Cigarat habon korile nikotin joma hoi . Nikotin sopha koriboli upai ki .
Moi aji dine dhari 10bosor dhari mod khai ahisu mr eko hoa nai mi modor logt val khana o khau...
Misa kotha rakhe hari mare kuni mi gelar pora lal ok lagin sob kahi thaki dine rati
সুন্দৰ মেচেজ ছাৰ আপোনাক ধন্যবাদ লগতে দাদাকো বহুত ভাল লাগিল
বৰ্তমান প্রজন্মৰ বাবে বহুত তথ্যসমৃদ্ধ ভিদিঅ ........ছাৰৰ বহুমূলীয়া পৰামৰ্শই নৱপ্ৰজন্মক সঠিক পথ দেখুৱাব বুলি আশা কৰিলো
Sir লৈ মোৰফালৰ পৰা ধন্যবাদ।
মোৰ কণমানী ছোৱালীজনীয়ে কানফুলী খাইছিল ৭ বছৰমান আগতে ছাৰৰ চিকিৎসা তথা মোক সাহস দিয়াৰ বাবে উপকাৰ সাধন পাইছো।
Kt ase srr hospital jnab sun
ভাল লাগিছে আপোনাৰ মতামত শুনি আজি বসুত নজনা কথা শিকিলোঁ ধন্যবাদ
সুন্দৰ দিহা পৰামৰ্শৰ বাবে চাৰক ধন্যবাদ জনালোঁ।
এজন বৰ ভাল চিকিৎসক হিচাপে জানো। তেখেতলৈ নমস্কাৰ।
Then why state govt.of Assam has installed huge wine shop.
বহু ত ভাল লাগিল ছাৰ মদ খোৱা মানুহ জনে নজনা কৈ বিবাহৰ কৰিব পৰা ওপায় আচেনে পৰা,মোশ দিবছোন ধন্যবাদ🙏🙏🙏
প্ৰেৰণাদায়ক মন্তব্য৷ ভাল লাগিল মানুহৰ অজুহাতবোৰ জানি৷😊
পুরা ভিডিঅ ছাইচু।দাদা ভাল লাগিছে। I'm from Goalpara
বহুত মানুষ আছে দাদা ganja গাই । এনে কয় এটা ভিডিঅ বনাই দিব। দাদা ❤
Sir Kiman gram khale liver2 ekebare bifol😅😅😅 hobo.janabosun?
Ghrt thua rohi haj2 kimn k khabo lgibo pratidine janabo
মহাশয়, বহুত বহুত ভাল পালো ভগবানে আপোনাৰ মংগল কৰক ,তাকেই কামনা কৰিলো, লগতে দাদাৰো মংগল কামনা কৰিলো
Rice bear(লাও পানী) খালে কি কি অসুবিধা হব পাৰে জনাব নিকি
ভাল লাগিল পৰামৰ্শ বিলাক বহুতো মানুহ উপকৃত হব বুলি আশা ৰাখিলো ।
মই দেখিছোঁ বহুতো মদ নখোৱা মানুহৰো লিভাৰ বেয়া হৈছে অথবা লিভাৰ চিৰোচিছ হৈছে । মোৰ এতিয়ালৈকে মদ খোৱা 43 বছৰ হল । প্ৰথম 10 বছৰ continue মদ সেৱন কৰা নাছিলো বাকী 33 বছৰ আৰু এতিয়ালৈকে মই সদায়েই মদ সেৱন কৰো । এতিয়ালৈকে মোৰ লিভাৰৰ বিসংগতি একো দেখা পোৱা নাই । সেয়েহে ছাৰৰ পৰা জানিব বিচাৰো মোৰ কিয় এতিয়ালৈকে একো হোৱা নাই । ভবিষ্যতে কিবা বিপদ হব পাৰে নেকি ?
বৰ সুন্দৰ বিষয় উপস্থাপন কৰিলে । ভাল লাগিল কথাবোৰ জানি ৷
আপোনাৰ ভিডিও বোৰ চাই বহুত উপকৃত হৈছো। চাৰে ইমান ধুনীয়া কৈ বুজাই দিয়াৰ বাবে ভাল লাগিল। চাৰৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আগলৈও এনে ধৰণৰ ভিদিও বিলাক দি থাকিলে বহুতো মানুহ উপকৃত হব। আপোনাকো ধন্যবাদ জনাইছো।
সাজ খালেও লিভাৰ বেয়া হব নেকি ?
২০১৪ দিছপুৰ হস্পিটেল injection , bleeding , then ICU , unconscious for ১২ hours । finished my dream all my efforts। Thankyou।
Mur Hasband o admit hoi aace
Liver sirosis hoice.
Sir r prati biswas rakhi a admit karaicu.
Tathapio monat bhay aahe bhal hab na nai....
Sabe pray karib mur Swami r karane
Sir val lgil video Tu sai. olp olp occationally khaislu.. Atiar pora hompurono arim sir.
বহুত বহুত ধন্যবাদ/ গোস্বামী ছাৰৰ লগতে আপোনাকো ধন্যবাদ জনাইছোঁ ❤❤
Thank you for your information and valuable advices.
বৰ ভাল চিকিৎসক বুলি সকলোৰে মুখত শুনিছোঁ ৷
বহুত বহুত ধন্যবাদ ছাৰ আৰু প্ৰাঞ্জল দা..ইমান সুন্দৰ বুজনি
ভাল লাগিল সচা কথাবোৰ শু নি
্আকৌ বেলেগ অনিষ্টকাৰক বিষয়ৰ ওপৰত ভিদি অ দিব । ধন্যবাদ দুয়ো জনলৈ ।
Dada heart doktor nambar to diboni
ভাল লাগিল জানি। আজিকালি লিভাৰৰ সমস্যা বহুত হৈছে। মোৰ ভন্টি এজনী হৈ আছে।
Moi 15 Denor muri muri mod tu khau , logot but badam mix kore khau ..sir jonok hudebo sun anike Khali liver bya hbo ne
আমাৰ ঘৰৰ ওছৰত এজন কাম কৰা মানুহ আছে ,কিন্তু মানুহ জন বত্তমান একে আছে,তেও মাল ইমান খাই তেওটো একো অসুবিধা হোৱা নাই।
Bhout bhout Val lagila sir 🇮🇳🇮🇳🤝🤝🙏🙏
ধুনীয়া অনুষ্ঠান. উপস্থাপনা বিষয়বস্তু সময়োপজোগি।
Video tu sai vl lagile lagate aapunak ru Bhabdev sir ko eman dhunia bujai diya babe dhanyabad janalu .
Bahut val lagil, anekua video sale modopi bilake olop holeo bhoy khabo aru next dina khabole olop sinta koribo... aru parile anekua video bonabo... best wishes ...
Val lagil a de bohut .val barta peron krise.
ভাল মন্তব্য আগবঢ়ালে।
Tnk u doctor sir for ur valuable advice 🎉🎉
This is called humanity.....very very tnk u doctor sir.......otherwise ajikali doctor bila k poisa krne .....aku vhal k bujai nokoi
@@jpmotivationaltips8480এদিন চেম্বাৰত বেমাৰী এজনক দেখাব নিব চোন। ব্যৱহাৰৰ আকাশ পাতালৰ পাৰ্থক্য দেখা পাব। মই এনে বহু ৰোগী লগ পাইছো যি এবাৰ গৈ দুবাৰ নাযাও বুলি কাণত ধৰিছে।
ছাৰৰ কথা বতৰা ইমান সৰল বহুত ভাল লাগিছে৷৷ ছাৰৰ পৰা আৰু কিবা এটা ইন্টাৰভিউ ছাব পাম বুলি আশা থাকিল৷
Sir মই মদ খোৱাৰ আগতে অলপ butter খাই লওঁ। মই ভাবো butter খাই ললে butter লিভাৰ ত লাগি যাব। যিহেতু ই তেলেটিয়া হাততে লাগি থাকে লিভাৰ টো লাগি থাকিব নিচয়। আৰু তেতিয়া মদ খালেও লিভাৰ ত লাগি পিচলী যাব আৰু লিভাৰ টো অনিষ্ট নহব। ঠিকে আছেনে মোৰ যুক্তিটো জনাব 🤗🤗🤗
Klaaa
40 yrs runing Desi English but he is fit that's my father। And now he is continuously his job।and now his age 60+
Very good Pranjal
Bor hundor vdo eta Salu,bohut dhainyabad utubar jonor logotype sir loiu dhainyabad thakil,
সুন্দৰ পৰামৰ্শ আগবঢ়ালে 🙏🙏
Kidney stone r ajon val doctor r pora alop information lage kenkekoi nuhuwa koribo pari. moi recently kidney stone operation kori ahisu bhut poisa gol.
বৰ ভাল বিডিঅ এইখন
বহুত ভাল উপদেশ দিলে ভাল লাগীল
You have offered the best advice for the alcohol used persons, thanks you Sir.
ভাল পৰামৰ্শ ছাৰ ।
কৃষ্ণ গোস্বামী চাৰৰ দীৰ্ঘায়ু কামনা কৰিলো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো। 🙏❤️
চাৰক ক'ত কেনেকৈ লগ পাম pranjalda🎉
Bor bhal lagil Doctor Dadar Kotha khuni .
I love u sir ...bohut val katha kole apuni ...jibilk manuh he mod khii asolote tar babe bohut acsidant houk ba kajia a houk xantii ni jibon tut
Mur bohut gasor problem asil jorhat Dibrugarh rot dekhei val napalu.eijon sir e muk val korile dispur hospitalt saisil. 🙏🙏
আঠিয়া কল খালে ভাল হয় যায়।
@@assam775❤❤❤❤
Sir name ki baru
Sir ok kot log pam
Pls kwa sun kot pam sir k
Bohut bhal lagil siror.
Advice tks.❤
Bahut vhal lagise dada, aenekua sir ajonr kotha buji palu..bahut dhanyawad
Mor deuta delli 2.3 bottol 20 bosor khayse tothapio etiyao thikey aase etiyao khay thake
Dada aponar videoto Sai bahut bhal lagil thank you Dada.
Xundar advice & good thinking..god bless you sir .
😮
Very।good information Sir thankyou
বহুত ভাল। লিভাৰ বেয়া হোৱাৰ symptom বোৰ জনালে ভাল আছিল
Dada hunkale 100k houk tare akha korisu ❤
ডাল লাগিলে ভিদিঅ টো 🙏🙏
Very very big good advise.. BD sir top one GESTOLOGY
Best video.... Bahut najona kotha janilu. Thank you.
Drink korile fetty liver hboe.. Ru. Ges r prblm hboe... Kunu din khana khai hanti napai..
Moi bhut drink korixilu atiya ari dixu... Mur.. Fetty liver grade 1 hysil.. Aru prenkritis.. Hy sil so.. Atiya.. Moi. 28yers old atiya drink aril dilu totally
Dada apunar kot Val hol plz janabsun
Very good information, খুব ভাল কৈ বুজাইছে,ধন্যবাদ
Tq.so.mach❤. Sir.বহুত ভাল লাগিল।
sir apunar katha bur suni bahut val lagil 🙏
Bhal lagil bht , moiu kom porimane khaisilu atia anuhusanat bhugisu , totaly baad dilu
বহুত উপকৃত ভিদিও ধন্যবাদ
Sir gutka packets aru cigrette Khale kenekoi damage hoi kobo neki
Mor bhul hbo pare tumak kotha ata kow ok...sir kon hoi moi janu.tumi thumbnail ot likhi dibo lge sir kon hoi ok...ki name ok...
Hundar sir apunar kothar pora bhut kisu janibo parilu
Thank you sir....So great advice....🙏🙏
সুন্দৰ পৰামৰ্শ চাৰ ৷
Sir apuni dhuniya kotha koi se 👍👍👍👍
ভাল লাগিল দাদা ❤❤❤❤❤
Sir r kothakhini bor val lagil🙏🙏
Cigarette daily smoke korile kiman dinor bhitorot lungs t affect kore . Please yar eta video bonabo chun .
5 years
Mur mukhor pra tej ulaisil, lungs lick hoi goisil
Very good suggestion of Dr.
ধন্যবাদ জাইছো আপোনাক।
ছাৰ মোৰ মানুহজনৰ মদ নেখালে চিজাৰ হৈ পৰি যাই কীয় দুবাৰ মেডিকেল লৈ নিছোঁ। মদ অলপ খালে ঠিক হৈ থাকে সদাই কোৱাৰ্টাৰ এটা খাই। কি কৰিলে চিজাৰ বেমাৰ টো ভাল হব। নহলে তেখেতে নেখালে ডিউটি কৰিব নোৱাৰে অনুগ্ৰহ হিচাপে জনাবচোন চাৰ। আৰু হাত কঁপে নেখালে।
Bohut vl advice
Very good initiative this Should develop common.sense to the educated/ uneducated youths about the side effects taking drinks regularly.
This is really a heart warming exercise. Hope this will be able to educate many people and the wrong concepts will too be erased soon.
Thank you.
Thank you sir good advice
আপুনি homajor কথাখিনি খুবেই ভাল লাগিছে মদাহীয়ে চাব জানো ? নোখোৱা বোৰে চাইছে
What are the symptoms of liver damage?
ধুনিয়া বাতরি দিয়ার বাবে ধন্নবাদ
Thanks for valuable information...
বিভিন্ন কাৰণত মদ নাখালেও লিভাৰ বেয়া হ'ব পাৰে, কিন্তু মদ খালে বেয়া হবয়েই
Very good advice sir
Bohut bohut bohut val lagil sri
Thankyou sir very good advice
Jodi mod khua to akbari bat deia Jai tateia lever to ako regenerate hobo ne nohoi sir