Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
সকলোৰে চৰণত আমাৰ সেৱা নিৱেদিলো। আমাৰ ভিডিঅ 'সমূহ চাই গঠনমূলক দিহা পৰামৰ্শৰে উৎসাহিত কৰাৰ বাবে সকলোৰে ওচৰত আমি কৃতজ্ঞ। কীৰ্ত্তনৰ শ্লোক ভাগি আমি নিতান্তই সংস্কৃতত উচ্চাৰণ কৰিব লাগে, সেইকথা আমাৰ অবিদিত নহয় । কিন্তু আমি পৰম্পৰাগত পাঠৰ ওপৰত গুৰুত্ব দিয়া বাবে পূৰ্বজ সকলক অনুসৰণ কৰি ইয়াৰ উচ্চাৰণ মাতৃভাষাত কৰা হ'ল। আপোনাসৱৰ ওচৰত ইয়াৰ মাৰ্জনা বিচাৰিছোঁ। পৰৱৰ্তী ভিডিঅ' সমূহত এই ভুলৰ পুনৰাবৃত্তি নহ'বৰ বাবে আমি দায়বদ্ধ।
00😅😅
🙏🏽
😊
😊😊😊😊😊😊😊😊😊😊😊😊0😊😊😊😊😊😊😊😊😊😊
জঙ্ঘ্ৰায় নে জঙ্ঘ্ৰায়
অ হৰি অ ৰাম কৃষ্ণ কৃষ্ণ 🙏🏼🙏🏼🙏🏼
কৃষ্ণ কৃষ্ণ🙏🙏 বাপজনাৰ সুন্দৰ কণ্ঠৰ পাঠ শুনি খুবেই আপ্লুত হলো কৃষ্ণ কৃষ্ণ🙏🙏
কৃষ্ণ প্ৰভু বাপজনলৈ সেৱাহে জনালোঁ৷সুন্দৰ কন্ঠ তেখেতৰ৷
Oti hundor krishno krishnk bap🙏
কৃষ্ণ 🙏🏼 সেৱা জনাইছো কৃষ্ণ 🙏🏼
শ্ৰী কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
আপোনা লোক ঈশ্বৰ তুল্য ভগৱানে দয়া কৰক কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏
হে প্ৰভু তযো পদে পখিলো শৰণ । কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🪔🙏
সকলো শুনিলো শিকিলো দুটা কথা আপোনাৰ পৰা ভাল লাগিল। এটা কাম নকৰিব ব ৱ দুটা বেলেগকৈ উচ্চাৰণ কৰিব।
🙏🙏🙏Krishna Krishna Krishna
Bap krisna bhaxa sudha kotha xarar uparat ata xabda apunar usarat dangi dharilu, (bahman) aru (bamun) xabda akeine ki baru janaba sun, apuni bamun kole, ,,,,,,krisna bap,,,,retd army
মোৰ দেউতা ৰ সুৰ লগত মিলিছে । বহুত ভাল লাগিছে শুনি।। পুৰণা সুৰ
আপোনি গোৱা শুৰতো বহুতো ভাল লাগিল কৃষ্ণ কৃষ্ণ কৃষ্ণ
Bbhuat bhal lagil krisna
বৰ শুৱলা কণ্ঠস্বৰ, শুনি ভাল লাগিল l 🙏🙏কৃষ্ণ কৃষ্ণ 🙏🙏
কৃষ্ণ কৃষ্ণ বহোত সুন্দৰ।
নৱ প্ৰজন্ম ন শিকাৰুৰ বাবে এটা সুন্দৰ আৰ্হি।
কৃষ্ণ কৃষ্ণ ! প্ৰণাম জনালোঁ ।
আপোনাৰ সীমিত অভিজ্ঞতা তথা অধ্যয়নৰ পৰা যি দৰে নৱপ্ৰজন্ম শিকাব যত্ন কৰিছে বা প্ৰচেষ্টা এটা হাতত লৈছে এইটো সঁচাকৈ য়ে সুন্দৰ পদক্ষেপ। কিন্তু তাৰ আগতে আপুনিও অভিজ্ঞতাপুষ্ট জেষ্ঠ্য সকলৰ পৰা কিছু শিকাৰ প্ৰয়োজন আছে বুলি ভাবিছো । আপোনাৰ কথাত এনে লাগিল যেন আপুনি য়ে সকলোৰে উৰ্ধত। আমাৰ নামনি অসমৰ ফালে কিন্তু কিছু পৃথক। শুনিবলৈ য়ো ভাল লাগে। কথা হল কাৰোবাৰ মাত ডাঙৰ, কাৰোবাৰ সৰু। কাৰোবাৰ সুৰ অলপ ভাল আৰু কাৰোবাৰ অলপ বেয়া। উদ্দেশ্য কিন্তু এটায়ে । ঈশ্বৰ ভক্তি, কৃষ্ণ ভক্তি। কথাখিনি কোৱাৰ বাবে ভুল নধৰিব। মাৰ্জনা কৰিব। শ্ৰীকৃষ্ণাই নমো নমঃ।
আপোনাৰ মন্তব্যৰ বাবে অশেষ ধন্যবাদ। আপুনি ঠিকেই কৈছে ভক্তিয়েই মূল। আমি আপোনাৰ দৰে অভিজ্ঞতাপুষ্ট জেষ্ঠ্যসকলৰ পৰা কিছু শিকিবলগীয়া আছে।
কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম !
সুন্দৰ ভাল লাগিল।
সেৱা জনাইছোঁ ।অশেষ ধন্যবাদ
কৃষ্ণ কৃষ্ণ কৃষ্ণ ওহৰই ও ৰাম
কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ
শতকোতি প্ৰণাম জনালোঁ 🙏🙏🙏 ইমান সুন্দৰ কৈ বুজাই দিলে ভাল লাগিল গ'ল।
সুন্দৰ হৈছে.... বাপ, কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ অতি সুন্দৰ 🙏🙏🙏 কলিয়াবৰ
কৃষ্ণ,,,,,, সুন্দৰ নিদৰ্শন। ( নাৰায়ণপুৰ)
ৰাম কৃষ্ণ কৃষ্ণ বাপ শতকোতি নমস্কাৰ। আগলৈ আশা কৰিলোঁ।
কৃষ্ণ কৃষ্ণ প্ৰভূ সেৱা জনাইছো প্ৰভু, কৃষ্ণ ।
কৃষ্ণ কৃষ্ণ প্ৰভূ।🙏🙏🙏
কৃষ্ণ প্ৰভূ অতি উত্তম ! পুৰণি লহৰ ৷ আপোনাৰ পৰা আৰু আশা কৰালো ৷
অতি সুন্দৰ।
ৰাম কৃষ্ণ ৰাম কৃষ্ণ🙏🙏
কৃষ্ণ কৃষ্ণ 🙏 বহুত উপকৃত হলো
কৃষ্ণ,ভাল লাগিল। সেৱা নিবেদিলো।
🙏🏻🙏🏻
কৃষ্ণ কৃষ্ণ কৃষ্ণসেৱা নিবেদিলো কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ। বৰ ভাল লাগিলে।শিকিব পৰাকৈ সমল যোগোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ।
ধন্যবাদ 🙏🏻
কৃষ্ণ কৃষ্ণ 🙏🙏🙏সুন্দৰ ভাল লাগিল ।
ঠিকেই কৈছে বাপ । কৃষ্ণ ।
ভাল লাগিল বাপ বাপ আমি অৰ্থ ইমান নাজানো শব্দ দিশন্দিত হলে বহুত দুখ লাগে । আপোনাৰো শব্দৰ দি শন্দিত হৈছে কৃষ্ণ ।
কৃষ্ণ বাপ, অতি সুন্দৰ হৈছে।
Krisha Ram Ram Jai guru Sankar🙏🙏
🙏🙏 Krishna Ram Krishna Ram Krishna Ram Krishna 🙏🙏
ৰাম কৃষ্ণ
Best hundor lagise bapjan
কৃষ্ণ বাপ 🙏🙏🙏সেৱা আগবঢ়ায় ছো,
কৃষ্ণ কৃষ্ণ বাপ কিতনৰ সুৰ জানিব পাৰি কৃতাৰ্থ হৈছো সেৱা হে
কৃষ্ণ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
উপেন
কৃষ্ণ । বাপজনালৈ অশেষ ধন্যবাদ ও সেৱা নিবেদি লো । সম্পূৰ্ন কীৰ্তন টি শুনাই গ'লে কৃতাৰ্থ হম ।কৃষ্ণ।
Nice
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ 🙏
কৃষ্ণ কৃষ্ণ বাপজন বৰ পালো। আগলৈ শুনিবলৈ পালে ভাল লাগিব। কৃষ্ণ কৃষ্ণ।
🙏🏻 কৃষ্ণ
কৃষ্ণ কৃষ্ণ❤
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।
?????অতীত.উত্তম ব্যৱস্থা.ধন্যবাদ।
কৃষ্ণ বাপজন। সুন্দৰ পৰিবেশন। দুই এটা কথা উনুকিয়াই দিছোঁ, আশাঁকৰো সমালোচনাত্মক দৃষ্টিভঙ্গীৰে গ্ৰহণ কৰিব। কীৰ্ত্তনৰ প্ৰথম শ্লোকভাগ সংস্কৃত ভাষাৰ। সংস্কৃত ভাষাত অসমীয়া স, শ, ষ উচ্চাৰণ নাই। সি 'ছ'-ৰ দৰেহে হয়। ঠিক একেদৰে অন্তস্থ য উচ্চাৰণ য় - ৰ দৰে হয়। সেয়ে শ্লোকভাগ মাতোতে সেইদৰে উচ্চাৰণ কৰাতোহে যুক্তিসংগত। যেনে বাসুদেৱায় টো ঠিক বাছুদেৱায়ৰ দৰে উচ্চাৰিত হ'ব, বা যৎ কৃপা নকৈ য়ৎ কৃপা কোৱাহে সমীচিন হ'ব। আৰু এটা ভুল উচ্চাৰণ শুনা পালোঁ। পঙ্কজংঘ্ৰায়ে নহয়, পঙ্কজাংঘ্ৰয়ে হে। গুৰুজনাৰ সৃষ্টিৰাজি প্ৰচাৰ সম্পুৰ্ণ শুদ্ধ হোৱা ভাল বুলি ভাবি উনুকিয়াই দিলোঁ। আপোনালৈ সেৱা জনালোঁ। কৃষ্ণ।
আপোনাৰ মন্তব্য আৰু পৰামৰ্শৰ বাবে ধন্যবাদ
আপোনাৰ সুৰ সুন্দৰ হৈছে| কিন্তু শ্লোকৰ উচ্চাৰণ শুদ্ধ হোৱা নাই | সংস্কৃতত স ৰ উচ্চাৰণ চ হয়| বেয়া নাপাব | বাকী প্রচেষ্টা আৰু উদেশ্য সলাগ লৈছো|🙏🙏👍👍
মন্তব্য আৰু পৰামৰ্শৰ বাবে ধন্যবাদ
কৃষ্ণ🙏🙏🙏🙏🙏
কৃষ্ণ বাপ উজনীৰ কীৰ্তনৰ সুৰ হৈছে । মধ্য অসমৰ সুৰ আপোনাৰ লগত অমিল দেখা গল ! কৃষ্ণ !
Krishna. Krishna. Provu. Xewahe. Jonaisu. Aahor. Puroni. Niti. Niyom. Mote. Ago. Bahise. Xundor. Lagise. Krishna.
হে কৃষ্ণ হে বাসুদেৱ 🙏🕉️🙏 । কৃষ্ণ কৃষ্ণ বাপ 🙏।শ্লোক ভাগত দৈৱকী নহয় দেৱকী বুলি উচ্চাৰণ হয় । যিহেতু শ্লোক ভাগ দেৱ ভাষা সংস্কৃত হয় । অনুগ্ৰহ কৰি সংস্কৃত পণ্ডিতসকলৰ পৰাৰ জানি লব মোৰ ভুল হলে ক্ষমা কৰিব 🙏।আমি এনেকৈ আপোনাৰ পৰাৰ শিকিব পাৰি কৃতাৰ্থ হৈছোঁ । কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏
আপোনাৰ মন্তব্য আৰু উপদেশৰ বাবে ধন্যবাদ।
Hoi provu,
কৃষ্ণ কৃষ্ণভাল লাগিল
👏 Shree Krishnaya namaha. Krishna. Bap .
শুদ্ধ ৰূপত কবলৈ গলে দেৱকী বুলিহে উচ্চাৰণ হয় । কৃষ্ণ🙏
Bhal Lagil
Krishna Krishna bapjana
কৃষ্ণ কৃষ্ণ প্ৰভু ৷
Krishna Prabhu 🙏
কৃষ্ণ কৃষ্ণকৃষ্ণ🙏🙏🙏🙏🙏🙏
বৰ সুন্দৰ হৈছে।ভাল লাগিল
সুন্দৰ হৈছে !! 🙏🙏
ভাল। ভাল বহু তে ভাগবতর সুর দি কীৰ্তন কৰিলে বেয়া শুনি।
ধন্যবাদ ।আপোনাৰ কণ্ঠ আৰু সুৰ অতি সুন্দৰ ।শুনি থাকিবৰ মণ ।সকলো কথাত আমি একমত।পিছে সংস্কৃতত স আখৰৰ উচ্চাৰণ চ হয় ।বাকীবোৰ ঠিকেই আছে ।কৃষ্ণ কৃষ্ণ ।🎉😮
কৃষ্ণ কৃষ্ণ।
আগলৈ আগবাঢ়ি গৈ থাকক, ঈশ্বৰ সহায় হওক
Krishna Krishna
যদুমনি যাদব নহৈ যাদৱ হ'ব লাগিছিল। কৃষ্ণ।।
কৃষ্ণ প্ৰভু ! আজি ভকত , বৈষ্ণৱ তথা নৱ প্ৰজন্ম ই অনুকৰণ কৰে যেন ।
সুন্দৰ পদক্ষেপ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ,বাপজনা, ভাল লাগিল। পৰৱৰ্তী Video ৰ বাবে বাট চাই ৰলো।
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤
আপোনাৰ উপদেশ বৰ মনোগ্ৰাহী হৈছে। কৃষ্ণ।
❤❤❤❤❤❤❤❤❤😮
বৰ সুন্দৰ ৷কৃষ্ণ
সুন্দৰ হৈছে ।আমাৰ গাঁৱত ও এনেকৈয়ে গায়। 🙏🙏🙏
সন্দৰ সুন্দৰ
কৃষ্ণ কৃষ্ণ বাপ জনা, আপোনাৰ পদক্ষেপ সচাঁই গ্ৰহনযোগ্য । মাথো সংস্কৃতৰ উচ্ছাৰণ ত শুদ্ধৰূপ দিব অতি সুন্দৰ লাগিব ।
প্রণাম কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।।।।।।।
কৃঞ, ভাল লাগিল।
বাপ জনলৈ সেৱা জনালোঁ 🙏 আপোনাৰ সুৰ আৰু কণ্ঠদান আমাক উপকৃত কৰা লগতে অকণমান শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰিছোঁ বাপ । কৃষ্ণ 🙏🙏🙏
কৃষ্ণ বাপ 🙏🏻
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালো
কৃষ্ণ 🙏🏻
জয় শ্ৰীকৃষ্ণ !
ভাল লাগিল কৃষ্ণ ।
কৃষ্ণ,নবীন শিকাৰুৰ বাবে উত্তম প্ৰচেষ্টা।
কৃষ্ণ, আমাৰ সমাজত সামৰণিত হৰি ৰাম ৰাম গায় এইয়া ভূল হৈছে নেকি
আমাৰ ফালে ভাগৱতৰ একোটি অধ্যায়ৰ সামৰণিতহে হৰি ৰাম ৰাম গায় 🙏🏻
কৃষ্ণ কৃষ্ণ কৃষ্ণ ভাল লাগিল বাপ
Krisna bap jona oti hundor hur
Shri krishaye bashudebaye nomu
কৃষ্ণ কৃষ্ণকৃষ্ণ বাপজনা
কৃষ্ণ কৃষ্ণ বাপ আমাৰ লগত আপোনাৰ কীত্তৰ্নৰ সুৰ একেই।🙏🙏🙏🙏
কৃষ্ণ,কিছু নজনা কথা শিকিলোঁ ।, এনে দৰে শিকিবলৈ আৰু আশা কৰিলো লগতে ভগৱানে সদায় আপোনাক দীঘায়ু কৰি কুশলে ৰাখক তাৰ ও কামনা কৰিলো 🙏🙏🙏
ধন্যবাদ ভৰালী দেৱ।
Hey guru dev ......apuni eman mohan bhabe path koribo hekaise tar babe moi apunar usort hodai kitogyo...mur ata prosno asil muk ajon guru deva koi sil gamusa khn henu tulokhi mala he bhag janu bhorit loi....moi oigyania tar uttor bisarelu....
সকলোৰে চৰণত আমাৰ সেৱা নিৱেদিলো। আমাৰ ভিডিঅ 'সমূহ চাই গঠনমূলক দিহা পৰামৰ্শৰে উৎসাহিত কৰাৰ বাবে সকলোৰে ওচৰত আমি কৃতজ্ঞ। কীৰ্ত্তনৰ শ্লোক ভাগি আমি নিতান্তই সংস্কৃতত উচ্চাৰণ কৰিব লাগে, সেইকথা আমাৰ অবিদিত নহয় । কিন্তু আমি পৰম্পৰাগত পাঠৰ ওপৰত গুৰুত্ব দিয়া বাবে পূৰ্বজ সকলক অনুসৰণ কৰি ইয়াৰ উচ্চাৰণ মাতৃভাষাত কৰা হ'ল। আপোনাসৱৰ ওচৰত ইয়াৰ মাৰ্জনা বিচাৰিছোঁ। পৰৱৰ্তী ভিডিঅ' সমূহত এই ভুলৰ পুনৰাবৃত্তি নহ'বৰ বাবে আমি দায়বদ্ধ।
00😅😅
🙏🏽
😊
😊😊😊😊😊😊😊😊😊😊😊😊0😊😊😊😊😊😊😊😊😊😊
জঙ্ঘ্ৰায় নে জঙ্ঘ্ৰায়
অ হৰি অ ৰাম কৃষ্ণ কৃষ্ণ 🙏🏼🙏🏼🙏🏼
কৃষ্ণ কৃষ্ণ🙏🙏 বাপজনাৰ সুন্দৰ কণ্ঠৰ পাঠ শুনি খুবেই আপ্লুত হলো কৃষ্ণ কৃষ্ণ🙏🙏
কৃষ্ণ প্ৰভু বাপজনলৈ সেৱাহে জনালোঁ৷সুন্দৰ কন্ঠ তেখেতৰ৷
Oti hundor krishno krishnk bap🙏
কৃষ্ণ 🙏🏼 সেৱা জনাইছো কৃষ্ণ 🙏🏼
শ্ৰী কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
আপোনা লোক ঈশ্বৰ তুল্য ভগৱানে দয়া কৰক কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏
হে প্ৰভু তযো পদে পখিলো শৰণ । কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🪔🙏
সকলো শুনিলো শিকিলো দুটা কথা আপোনাৰ পৰা ভাল লাগিল। এটা কাম নকৰিব ব ৱ দুটা বেলেগকৈ উচ্চাৰণ কৰিব।
🙏🙏🙏Krishna Krishna Krishna
Bap krisna bhaxa sudha kotha xarar uparat ata xabda apunar usarat dangi dharilu, (bahman) aru (bamun) xabda akeine ki baru janaba sun, apuni bamun kole, ,,,,,,krisna bap,,,,retd army
মোৰ দেউতা ৰ সুৰ লগত মিলিছে । বহুত ভাল লাগিছে শুনি।। পুৰণা সুৰ
আপোনি গোৱা শুৰতো বহুতো ভাল লাগিল কৃষ্ণ কৃষ্ণ কৃষ্ণ
Bbhuat bhal lagil krisna
বৰ শুৱলা কণ্ঠস্বৰ, শুনি ভাল লাগিল l 🙏🙏কৃষ্ণ কৃষ্ণ 🙏🙏
কৃষ্ণ কৃষ্ণ বহোত সুন্দৰ।
নৱ প্ৰজন্ম ন শিকাৰুৰ বাবে এটা সুন্দৰ আৰ্হি।
কৃষ্ণ কৃষ্ণ ! প্ৰণাম জনালোঁ ।
আপোনাৰ সীমিত অভিজ্ঞতা তথা অধ্যয়নৰ পৰা যি দৰে নৱপ্ৰজন্ম শিকাব যত্ন কৰিছে বা প্ৰচেষ্টা এটা হাতত লৈছে এইটো সঁচাকৈ য়ে সুন্দৰ পদক্ষেপ। কিন্তু তাৰ আগতে আপুনিও অভিজ্ঞতাপুষ্ট জেষ্ঠ্য সকলৰ পৰা কিছু শিকাৰ প্ৰয়োজন আছে বুলি ভাবিছো । আপোনাৰ কথাত এনে লাগিল যেন আপুনি য়ে সকলোৰে উৰ্ধত। আমাৰ নামনি অসমৰ ফালে কিন্তু কিছু পৃথক। শুনিবলৈ য়ো ভাল লাগে। কথা হল কাৰোবাৰ মাত ডাঙৰ, কাৰোবাৰ সৰু। কাৰোবাৰ সুৰ অলপ ভাল আৰু কাৰোবাৰ অলপ বেয়া। উদ্দেশ্য কিন্তু এটায়ে । ঈশ্বৰ ভক্তি, কৃষ্ণ ভক্তি। কথাখিনি কোৱাৰ বাবে ভুল নধৰিব। মাৰ্জনা কৰিব। শ্ৰীকৃষ্ণাই নমো নমঃ।
আপোনাৰ মন্তব্যৰ বাবে অশেষ ধন্যবাদ। আপুনি ঠিকেই কৈছে ভক্তিয়েই মূল। আমি আপোনাৰ দৰে অভিজ্ঞতাপুষ্ট জেষ্ঠ্যসকলৰ পৰা কিছু শিকিবলগীয়া আছে।
কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম !
সুন্দৰ ভাল লাগিল।
সেৱা জনাইছোঁ ।
অশেষ ধন্যবাদ
কৃষ্ণ কৃষ্ণ কৃষ্ণ ওহৰই ও ৰাম
কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ
শতকোতি প্ৰণাম জনালোঁ 🙏🙏🙏 ইমান সুন্দৰ কৈ বুজাই দিলে ভাল লাগিল গ'ল।
সুন্দৰ হৈছে.... বাপ, কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ অতি সুন্দৰ 🙏🙏🙏 কলিয়াবৰ
কৃষ্ণ,,,,,, সুন্দৰ নিদৰ্শন। ( নাৰায়ণপুৰ)
ৰাম কৃষ্ণ কৃষ্ণ বাপ শতকোতি নমস্কাৰ। আগলৈ আশা কৰিলোঁ।
কৃষ্ণ কৃষ্ণ প্ৰভূ সেৱা জনাইছো প্ৰভু, কৃষ্ণ ।
কৃষ্ণ কৃষ্ণ প্ৰভূ।🙏🙏🙏
কৃষ্ণ প্ৰভূ অতি উত্তম ! পুৰণি লহৰ ৷ আপোনাৰ পৰা আৰু আশা কৰালো ৷
অতি সুন্দৰ।
ৰাম কৃষ্ণ ৰাম কৃষ্ণ🙏🙏
কৃষ্ণ কৃষ্ণ 🙏 বহুত উপকৃত হলো
কৃষ্ণ,ভাল লাগিল। সেৱা নিবেদিলো।
🙏🏻🙏🏻
কৃষ্ণ কৃষ্ণ কৃষ্ণ
সেৱা নিবেদিলো কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ। বৰ ভাল লাগিলে।শিকিব পৰাকৈ সমল যোগোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ।
ধন্যবাদ 🙏🏻
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
সুন্দৰ ভাল লাগিল ।
ধন্যবাদ 🙏🏻
ঠিকেই কৈছে বাপ । কৃষ্ণ ।
ভাল লাগিল বাপ বাপ আমি অৰ্থ ইমান নাজানো শব্দ দিশন্দিত হলে বহুত দুখ লাগে । আপোনাৰো শব্দৰ দি শন্দিত হৈছে কৃষ্ণ ।
কৃষ্ণ বাপ, অতি সুন্দৰ হৈছে।
Krisha Ram Ram Jai guru Sankar🙏🙏
🙏🙏 Krishna Ram Krishna Ram Krishna Ram Krishna 🙏🙏
ৰাম কৃষ্ণ
Best hundor lagise bapjan
কৃষ্ণ বাপ 🙏🙏🙏সেৱা আগবঢ়ায় ছো,
কৃষ্ণ কৃষ্ণ বাপ কিতনৰ সুৰ জানিব পাৰি কৃতাৰ্থ হৈছো সেৱা হে
কৃষ্ণ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
উপেন
কৃষ্ণ । বাপজনালৈ অশেষ ধন্যবাদ ও সেৱা নিবেদি লো । সম্পূৰ্ন কীৰ্তন টি শুনাই গ'লে কৃতাৰ্থ হম ।কৃষ্ণ।
Nice
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ 🙏
কৃষ্ণ কৃষ্ণ বাপজন বৰ পালো। আগলৈ শুনিবলৈ পালে ভাল লাগিব। কৃষ্ণ কৃষ্ণ।
🙏🏻 কৃষ্ণ
কৃষ্ণ কৃষ্ণ❤
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।
?????অতীত.উত্তম ব্যৱস্থা.ধন্যবাদ।
কৃষ্ণ বাপজন। সুন্দৰ পৰিবেশন। দুই এটা কথা উনুকিয়াই দিছোঁ, আশাঁকৰো সমালোচনাত্মক দৃষ্টিভঙ্গীৰে গ্ৰহণ কৰিব। কীৰ্ত্তনৰ প্ৰথম শ্লোকভাগ সংস্কৃত ভাষাৰ। সংস্কৃত ভাষাত অসমীয়া স, শ, ষ উচ্চাৰণ নাই। সি 'ছ'-ৰ দৰেহে হয়। ঠিক একেদৰে অন্তস্থ য উচ্চাৰণ য় - ৰ দৰে হয়। সেয়ে শ্লোকভাগ মাতোতে সেইদৰে উচ্চাৰণ কৰাতোহে যুক্তিসংগত। যেনে বাসুদেৱায় টো ঠিক বাছুদেৱায়ৰ দৰে উচ্চাৰিত হ'ব, বা যৎ কৃপা নকৈ য়ৎ কৃপা কোৱাহে সমীচিন হ'ব। আৰু এটা ভুল উচ্চাৰণ শুনা পালোঁ। পঙ্কজংঘ্ৰায়ে নহয়, পঙ্কজাংঘ্ৰয়ে হে। গুৰুজনাৰ সৃষ্টিৰাজি প্ৰচাৰ সম্পুৰ্ণ শুদ্ধ হোৱা ভাল বুলি ভাবি উনুকিয়াই দিলোঁ। আপোনালৈ সেৱা জনালোঁ। কৃষ্ণ।
আপোনাৰ মন্তব্য আৰু পৰামৰ্শৰ বাবে ধন্যবাদ
আপোনাৰ সুৰ সুন্দৰ হৈছে| কিন্তু শ্লোকৰ উচ্চাৰণ শুদ্ধ হোৱা নাই | সংস্কৃতত স ৰ উচ্চাৰণ চ হয়| বেয়া নাপাব | বাকী প্রচেষ্টা আৰু উদেশ্য সলাগ লৈছো|🙏🙏👍👍
মন্তব্য আৰু পৰামৰ্শৰ বাবে ধন্যবাদ
কৃষ্ণ🙏🙏🙏🙏🙏
কৃষ্ণ বাপ উজনীৰ কীৰ্তনৰ সুৰ হৈছে । মধ্য অসমৰ সুৰ আপোনাৰ লগত অমিল দেখা গল ! কৃষ্ণ !
Krishna. Krishna. Provu. Xewahe. Jonaisu. Aahor. Puroni. Niti. Niyom. Mote. Ago. Bahise. Xundor. Lagise. Krishna.
হে কৃষ্ণ হে বাসুদেৱ 🙏🕉️🙏 ।
কৃষ্ণ কৃষ্ণ বাপ 🙏।
শ্লোক ভাগত দৈৱকী নহয় দেৱকী বুলি উচ্চাৰণ হয় । যিহেতু শ্লোক ভাগ দেৱ ভাষা সংস্কৃত হয় । অনুগ্ৰহ কৰি সংস্কৃত পণ্ডিতসকলৰ পৰাৰ জানি লব মোৰ ভুল হলে ক্ষমা কৰিব 🙏।
আমি এনেকৈ আপোনাৰ পৰাৰ শিকিব পাৰি কৃতাৰ্থ হৈছোঁ । কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏
আপোনাৰ মন্তব্য আৰু উপদেশৰ বাবে ধন্যবাদ।
Hoi provu,
কৃষ্ণ কৃষ্ণ
ভাল লাগিল
👏 Shree Krishnaya namaha. Krishna. Bap .
শুদ্ধ ৰূপত কবলৈ গলে দেৱকী বুলিহে উচ্চাৰণ হয় । কৃষ্ণ🙏
Bhal Lagil
Krishna Krishna bapjana
কৃষ্ণ কৃষ্ণ প্ৰভু ৷
Krishna Prabhu 🙏
কৃষ্ণ কৃষ্ণ
কৃষ্ণ
🙏🙏🙏🙏🙏🙏