Lohor-লহৰ
Lohor-লহৰ
  • Видео 89
  • Просмотров 2 284 450

Видео

অসুৰ প্ৰৱেশৰ বাজনা | ভাওনাৰ প্ৰৱেশ ভংগীৰে বাজনা | খোল বাদন
Просмотров 1,1 тыс.14 дней назад
অসুৰ প্ৰৱেশৰ বাজনা | ভাওনাৰ প্ৰৱেশ ভংগীৰে বাজনা | খোল বাদন
ভাওনাৰ পুৰণি সুৰ | পৰম্পৰাগত ধৰমযতি তাল | খোল বাদন
Просмотров 67121 день назад
ভাওনাৰ পুৰণি সুৰ | পৰম্পৰাগত ধৰমযতি তাল | খোল বাদন
পদ্ধতিগত ধৰমযতি তাল | ধৰমযতি তাল | খোল বাদন
Просмотров 592Месяц назад
পদ্ধতিগত ধৰমযতি তাল | ধৰমযতি তাল | খোল বাদন
ধৰমযতি তাল শিকোঁ আহক | যতি তাল | খোল বাদন
Просмотров 3,3 тыс.Месяц назад
ধৰমযতি তাল শিকোঁ আহক | যতি তাল | খোল বাদন #খোল #assam খোল বাদ্যৰ যতি তাল মুঠ ৫ খন পোৱা যায়। বৰজৌতি,সৰুজৌতি,ঊণজৌতি,মাথৌজৌতি আৰু ধৰমজৌতি বা ধৰমযতি । আমি আজিৰ ভিডিঅ'ত কেৱল ধৰমযতি তালখনৰ বিষয়ে অৱগত কৰিব বিচাৰিছোঁ। এই তালৰ কেইবাটাও প্ৰকাৰ আছে। পৰম্পৰাগত আৰু পদ্ধতিগত ৰূপত এই তালৰ বজোৱা হয়। ভাওনাৰ বিলাপ,পয়াৰ লগতে কোনো এটি কৰুণ ঘটনাৰ পৰিণতিত বনলৈ যাত্ৰা কৰা গীত অংশত ধৰমযতি তাল বজোৱা হয়।
কীৰ্ত্তন পাঠ | কীৰ্ত্তন পাঠৰ পৰম্পৰাগত সুৰ | প্ৰহ্লাদ চৰিত্ৰ - চতুৰ্থ কীৰ্ত্তন |
Просмотров 2,2 тыс.Месяц назад
আমি পাঠ কৰা কীৰ্ত্তনৰ পদ চন্দৰ সুৰ ভাগ গোলাঘাটৰ দাঁতি-কাষৰীয়া কছাৰীহাট অঞ্চলৰ পৰা সংগ্ৰহ কৰা হৈছে। আমাৰ দৰ্শকসকলে এটি নতুন সুৰ পাব বুলি আশা কৰিলো 🙏🏻
সমূহ ৰাইজলৈ পবিত্ৰ ভাদ মাহৰ সেৱা...@TeamLohorGolaghat
Просмотров 2432 месяца назад
সমূহ ৰাইজলৈ পবিত্ৰ ভাদ মাহৰ সেৱা...@TeamLohorGolaghat
ডগৰ বজাবলৈ শিকোঁ আহক | Assamese instrument Dagar Tutorial | Lesson 1
Просмотров 5952 месяца назад
ডগৰ বজাবলৈ শিকোঁ আহক | Assamese instrument Dagar Tutorial |
কীৰ্তন পাঠৰ পৰম্পৰাগত সুৰ | স্যমন্তক হৰণৰ চতুৰ্থ কীৰ্তন | সম্পূৰ্ণ পাঠ
Просмотров 2,8 тыс.2 месяца назад
কীৰ্তন পাঠৰ পৰম্পৰাগত সুৰ | স্যমন্তক হৰণৰ চতুৰ্থ কীৰ্তন | সম্পূৰ্ণ পাঠ
শ্লোক নৃত্যৰ বাজনা | সূত্ৰধাৰী নৃত্যৰ বাজনা | ভাওনাৰ সুত্ৰধাৰী নৃত্যৰ বাজনা | খোল বাদন
Просмотров 1,1 тыс.3 месяца назад
শ্লোক নৃত্যৰ বাজনা | সূত্ৰধাৰী নৃত্যৰ বাজনা | ভাওনাৰ সুত্ৰধাৰী নৃত্যৰ বাজনা | খোল বাদন Video Host:- Ghanakanta Saikia Video Record & Uploaded by Rupak Das Contact:- contactteamlohor@gmail.com Copyright © 2024 Lohor-লহৰ, All rights reserved.
কীৰ্তন পাঠৰ পৰম্পৰাগত সুৰ | প্ৰহ্লাদ চৰিত্ৰ | প্ৰথম কীৰ্তন সম্পূৰ্ণ পাঠ | kirtan path assamese |
Просмотров 3,3 тыс.3 месяца назад
কীৰ্তন পাঠৰ পৰম্পৰাগত সুৰ | প্ৰহ্লাদ চৰিত্ৰ | প্ৰথম কীৰ্তন সম্পূৰ্ণ পাঠ | kirtan path assamese |
সূত্ৰধাৰী নৃত্যৰ নান্দী গীতৰ সুৰ/ সূত্ৰধাৰী নৃত্যৰ বাজনা/ ভাওনাৰ সূত্ৰধাৰী নৃত্য
Просмотров 6674 месяца назад
ভাওনাৰ মূখ্য চৰিত্ৰ হৈছে সূত্ৰধাৰজন। সূত্ৰধাৰে মঞ্চত প্ৰৱেশ কৰিয়েই নৃত্যৰে দৰ্শকক মোহিত কৰে আৰু শ্লোক,অপিচ নান্দীগীত, অৰ্থ ভটিমা পৰিৱেশন কৰি নাটৰ বিষয়বস্তু উপস্থাপন কৰে। অঙ্কীয়া নাট-ভাওনাত, সূত্ৰধাৰে আৰম্ভণিৰ পৰা শেষলৈ থকা দেখা যায় কিন্তু মাতৃভাষাৰ ভাওনাত সূত্ৰধাৰে প্ৰথম অংশতহে থাকে। আমাৰ ভিডিঅ' সমূহ ইয়াৰ আৰ্হি হিচাপেহে দাঙি ধৰা হৈছে। আশা কৰোঁ ইয়াৰ দ্বাৰা নৱপ্ৰজন্ম কিঞ্চিৎ হ'লেও উপকৃত হ'ব...
সূত্ৰধাৰী নাচৰ বোল শিকোঁ আহক | খোল বাদন | প্ৰথম ভাগ
Просмотров 2,1 тыс.4 месяца назад
" সুত্ৰধাৰ" হ'ল ভাওনাৰ মূখ্য চৰিত্ৰ। সত্ৰীয়া বা শংকৰী নৃত্য সমূহৰ ভিতৰত সুত্ৰধাৰী নৃত্য অন্যতম। আমি এই নৃত্যৰ বোল সমূহ ন-শিকাৰু সকলৰ বাবে আগবঢ়ায় দিছোঁ। আশা কৰোঁ সকলো উপকৃত হ'ব।
পৰম্পৰাগত যুদ্ধৰ বাজনা | পৰিতালৰ যুদ্ধৰ বাজনা | ভাওনাৰ যুদ্ধৰ বাজনা | খোল বাদন
Просмотров 1,8 тыс.4 месяца назад
পৰম্পৰাগত যুদ্ধৰ বাজনা | পৰিতালৰ যুদ্ধৰ বাজনা | ভাওনাৰ যুদ্ধৰ বাজনা | খোল বাদন Video Host:- Ghanakanta Saikia Video Record & Uploaded by Rupak Das Contact:- contactteamlohor@gmail.com Copyright © 2024 Lohor-লহৰ, All rights reserved.
একতালত যুদ্ধৰ বাজনা | পৰম্পৰাগত যুদ্ধৰ বাজনা | ভাওনাৰ যুদ্ধৰ বাজনা | খোল বাদন
Просмотров 1,5 тыс.5 месяцев назад
একতালত যুদ্ধৰ বাজনা | পৰম্পৰাগত যুদ্ধৰ বাজনা | ভাওনাৰ যুদ্ধৰ বাজনা | খোল বাদন Video Host:- Ghanakanta Saikia Video Record & Uploaded by Rupak Das Contact:- contactteamlohor@gmail.com Copyright © 2024 Lohor-লহৰ, All rights reserved.
ৰচক তালত পৰম্পৰাগত যুদ্ধৰ বাজনা | খোল বাদন | যুদ্ধৰ বাজনা |
Просмотров 2,9 тыс.5 месяцев назад
ৰচক তালত পৰম্পৰাগত যুদ্ধৰ বাজনা | খোল বাদন | যুদ্ধৰ বাজনা |
ঢোলৰ আলংকাৰিক বোল শিকোঁ আহক | ঢোলবাদন প্ৰশিক্ষণ। | Dhol Tutorial |
Просмотров 1,7 тыс.5 месяцев назад
ঢোলৰ আলংকাৰিক বোল শিকোঁ আহক | ঢোলবাদন প্ৰশিক্ষণ। | Dhol Tutorial |
বিহুত গোৱা পুৰণি জাতনাম | জাত নাম | বিহু হুঁচৰি
Просмотров 3,6 тыс.5 месяцев назад
বিহুত গোৱা পুৰণি জাতনাম | জাত নাম | বিহু হুঁচৰি
নাচনী চেও বজাবলৈ শিকোঁ আহক - ঢোলত নাচনী চেও - বিহু হুঁচৰি - Nasoni Seu - Dhol tutorial assamese
Просмотров 7 тыс.5 месяцев назад
নাচনী চেও বজাবলৈ শিকোঁ আহক - ঢোলত নাচনী চেও - বিহু হুঁচৰি - Nasoni Seu - Dhol tutorial assamese
৯০ দশকৰ এটি জনপ্ৰিয় বিহুনাম - হৰিণী ৰূপেৰে - @TeamLohorGolaghat
Просмотров 21 тыс.6 месяцев назад
৯০ দশকৰ এটি জনপ্ৰিয় বিহুনাম - হৰিণী ৰূপেৰে - @TeamLohorGolaghat
পুৰণি বিহু নাম - বিহু হুঁচৰি - Bihu Special - @TeamLohorGolaghat
Просмотров 88 тыс.6 месяцев назад
পুৰণি বিহু নাম - বিহু হুঁচৰি - Bihu Special - @TeamLohorGolaghat
হুঁচৰিৰ খৰা চেও - বিহু-হুঁচৰি - ঢোলবাদন - assamese dhol tutorial
Просмотров 6 тыс.6 месяцев назад
হুঁচৰিৰ খৰা চেও - বিহু-হুঁচৰি - ঢোলবাদন - assamese dhol tutorial
লহৰি নাচৰ চেও বজাবলৈ শিকোঁ আহক- বিহু ঢোলৰ চেও-হুঁচৰি ঢোলবাদন- assamese dhol tutorial
Просмотров 5 тыс.6 месяцев назад
লহৰি নাচৰ চেও বজাবলৈ শিকোঁ আহক- বিহু ঢোলৰ চেও-হুঁচৰি ঢোলবাদন- assamese dhol tutorial
হুঁচৰিত বজোৱা এটি খৰা চেও শিকোঁ আহক - khora seu - assamese dhul tutorial
Просмотров 2,1 тыс.6 месяцев назад
হুঁচৰিত বজোৱা এটি খৰা চেও শিকোঁ আহক - khora seu - assamese dhul tutorial
হুঁচৰিত বজোৱা খৰা চেও বজাবলৈ শিকোঁ আহক - dhol tutorial assamese
Просмотров 2,4 тыс.6 месяцев назад
হুঁচৰিত বজোৱা খৰা চেও বজাবলৈ শিকোঁ আহক - dhol tutorial assamese
27000 Subscribers Special - Q & A - @TeamLohorGolaghat
Просмотров 4926 месяцев назад
27000 Subscribers Special - Q & A - @TeamLohorGolaghat
হুঁচৰিত বজোৱা ঢোলৰ চেও শিকোঁ আহক - assamese dhol tutorial
Просмотров 11 тыс.6 месяцев назад
হুঁচৰিত বজোৱা ঢোলৰ চেও শিকোঁ আহক - assamese dhol tutorial
ঢোলত চাপৰ কেনেকৈ দিয়া হয় শিকোঁ আহক - পাঠ ২ - dhol tutorial assamese
Просмотров 3 тыс.7 месяцев назад
ঢোলত চাপৰ কেনেকৈ দিয়া হয় শিকোঁ আহক - পাঠ ২ - dhol tutorial assamese
ঢোলত চাপৰ কেনেকৈ আৰম্ভ কৰিব - পাঠ ৫ - how to play sapor - dhul tutorial
Просмотров 9 тыс.7 месяцев назад
ঢোলত চাপৰ কেনেকৈ আৰম্ভ কৰিব - পাঠ ৫ - how to play sapor - dhul tutorial
ঢোল বজাবলৈ শিকোঁ আহক - Dhol tutorial for beginners - lesson 4
Просмотров 6 тыс.7 месяцев назад
ঢোল বজাবলৈ শিকোঁ আহক - Dhol tutorial for beginners - lesson 4

Комментарии

  • @mrinal6686
    @mrinal6686 19 часов назад

    Sir 🙏🏻dihanamt keneke bojai please video ata bonai diok ❤

  • @prabhatdas3753
    @prabhatdas3753 День назад

    Bor xundor.

  • @AmiyaSaikia-hv3wf
    @AmiyaSaikia-hv3wf День назад

    কৃষ্ণ কৃষ্ণ, আপোনাৰ উপদেশ সকলোৱে মান্যতাৰে আদৰি লয় যেন!প্ৰণাম জনালোঁ 🙏। ধন্যবাদ

  • @amritexploreculture9240
    @amritexploreculture9240 День назад

    আপুনি কোন থুলৰ মতে এই দোমানি তাল বজাইছে কব নেকি?

  • @shyammahanta7317
    @shyammahanta7317 2 дня назад

    সুন্দৰ 🙏🙏

  • @DilipMedhi-ti1ge
    @DilipMedhi-ti1ge 3 дня назад

    Diha namor lhorto dibo sun

  • @subarnahazarika3238
    @subarnahazarika3238 4 дня назад

    Krishna

  • @mkvlogsdhemaji1297
    @mkvlogsdhemaji1297 4 дня назад

    Oo ara hobah maje "" Aai dabota Git Tu pravesh khon bajna khon dibo sun

  • @dipamanidas7318
    @dipamanidas7318 4 дня назад

    Alagatial katha besihoiseneki

  • @PanchamiDas-ig9sl
    @PanchamiDas-ig9sl 6 дней назад

    Krisna

  • @manashjyotikakoti8277
    @manashjyotikakoti8277 7 дней назад

    Sir gaa.maan aru Suk mane ki Okonman bujai dibosu

  • @KarabiHazarika-l6b
    @KarabiHazarika-l6b 7 дней назад

    Oti hundor krishno krishnk bap🙏

  • @NiranjanBorah-pj2zc
    @NiranjanBorah-pj2zc 7 дней назад

    সুন্দৰ

  • @tarungohain2643
    @tarungohain2643 7 дней назад

    ৰাম কৃষ্ণ কৃষ্ণ বাপ শতকোতি নমস্কাৰ। আগলৈ আশা কৰিলোঁ।

  • @HYBMotoVlogs
    @HYBMotoVlogs 8 дней назад

    Sir.. Parile Komolabari Pori Taal tutorial tu upload koribo. Eagerly WAITING.... Nohole apunar ghor pai jamge. Jorhat to Golghat. Hahahaha

    • @TeamLohorGolaghat
      @TeamLohorGolaghat 7 дней назад

      থিক আছে বাৰু 😊 আপোনাৰ অনুৰোধ ৰাখিবলৈ চেষ্টা কৰিম 🙏🏻

  • @Darkofficial919
    @Darkofficial919 8 дней назад

    মহিলা ৰ প্রৱেশ এখন দিব চোন ❤❤❤❤

    • @TeamLohorGolaghat
      @TeamLohorGolaghat 7 дней назад

      ভাওনাৰ মহিলা চৰিত্ৰক সাধাৰণতে একতাল আৰু ৰূপক তালত প্ৰৱেশ কৰোৱা হয়। ইয়াৰ উপৰিও কিছুমান বিশেষ চৰিত্ৰ যেনে - মন্থৰা, দিতি আদি চৰিত্ৰ সমূহ দোমানি তালত প্ৰৱেশ কৰোৱা হয়। গতিকে চৰিত্ৰ অনুযায়ী এই তাল কেইখন বজালেই হ'ল।

  • @arunrabha172
    @arunrabha172 8 дней назад

    সুন্দৰ খোল বাদন। ভাল লাগিল❤

  • @hrishikeshneog
    @hrishikeshneog 8 дней назад

    অংকীয়া নাটত পঢ়িলে ইমণ কল্যাণ পৰিতাল, কামোদ পৰিতাল, ধনশ্ৰী একতাল, কানাৰা পৰিতাল, কানাৰা জৌতিতালত পোৱা যায়।

  • @sudhir_nandan
    @sudhir_nandan 8 дней назад

    2nd khn juddho jatra r sapor tu ami agte bahu juddho t bojua hunu.. aru hur u eketai... Eitu sapor Bahu juddhot bojua tu vul niki baru jonabo sun... Ami purona hoilir vauna korile etiyau eitu sapor bahu juddho ba goda juddhot byobohar koru... Aru hur tu u exactly apuni gua tu ai gau

  • @LalitGogoi-e2t
    @LalitGogoi-e2t 8 дней назад

    ❤❤❤

  • @prasannabora7644
    @prasannabora7644 8 дней назад

    Eiburhe asol.....Prasar koribo lage jiman pari...❤❤❤❤❤❤

  • @hrishikeshneog
    @hrishikeshneog 9 дней назад

    এইখন ধৰমজৌতি নহয়, বৰজৌতি, কিন্তু মাত্ৰা চুটি কৰি পেলাইছে।

  • @piyakhigogoi
    @piyakhigogoi 10 дней назад

    Krishna. Bap khub val. Lagise. Apunar Khool Prakhikhan , Guru Ghattu Ebar bajai mukhere koi dibo krishna bap.

  • @tanmoydas8008
    @tanmoydas8008 11 дней назад

    Note keta di dibo

  • @Darkofficial919
    @Darkofficial919 11 дней назад

    কৃষ্ণ 🙏 পৰিলে সকলো পবেশ দিব চোন দেই মহিলা ওলোৱা পবেশ তো দিব চোন

  • @mkvlogsdhemaji1297
    @mkvlogsdhemaji1297 13 дней назад

    Jaya jaya ram jaya shree ram ot khul kenekoi bojai diboparibo ni

    • @TeamLohorGolaghat
      @TeamLohorGolaghat 13 дней назад

      এই ঘোষা ভাগি বৰ ধেমালিত গোৱা হয়। আমি বজোৱা খোলৰ বোল এনেধৰণৰ - দিধিন তাও তাওতাক তাও/ খিতধিন তাও তাওতাক তাও/ খিতধিন তাক তাওতাক তাও/ খিতধিন তাক ধেই।

    • @mkvlogsdhemaji1297
      @mkvlogsdhemaji1297 13 дней назад

      @@TeamLohorGolaghat thank you

  • @JyotiPrasadThakuria-te4cu
    @JyotiPrasadThakuria-te4cu 13 дней назад

    নৱ প্ৰজন্মৰ কাৰণে এয়া নিশ্চয় প্ৰেৰণাদায়ক আৰু লাভদায়ক হ'ব।

  • @progaming5406
    @progaming5406 13 дней назад

    43.5 k hol etia 🎉🎉🎉 ❤❤❤

  • @vaunalover-du4fv
    @vaunalover-du4fv 14 дней назад

    ছাৰ , পদচালনা বোৰ ভালকৈ দেখাব চোন ,

  • @vaunalover-du4fv
    @vaunalover-du4fv 14 дней назад

    Sir, ঢলনা খন শিকাই দিয়ক ।

  • @nilutpallbora1180
    @nilutpallbora1180 14 дней назад

    🔥🔥🔥🔥❤❤❤

  • @nilutpallbora1180
    @nilutpallbora1180 14 дней назад

    ❤❤❤❤❤❤

  • @NabinKachari
    @NabinKachari 14 дней назад

    বাপজনালৈ গৃহৰ পৰাই শতকোটি প্রনাম জনালো। জয় গুৰু শঙ্কৰ🌹🌹

  • @BIKASHSAIKIA82
    @BIKASHSAIKIA82 14 дней назад

    ❤❤❤

  • @koustovjyotibora4904
    @koustovjyotibora4904 14 дней назад

    Mojaa

  • @pormutkalita1700
    @pormutkalita1700 15 дней назад

    আপোনাৰ নম্বৰ কিমান

  • @axomxpoidygaming1255
    @axomxpoidygaming1255 15 дней назад

    ভগৱান ৰ হঠাৎ আবিৰ্ভাৱ হোৱা ঘাতটি নিদিলে দেখোন দিম কৈ

  • @vaunalover-du4fv
    @vaunalover-du4fv 16 дней назад

    ছাৰ,অহা ৭ছেপ্তেম্বৰ তাৰিখে এখন খোলবাদন প্ৰতিযোগীতা আছে, তাত কি বজালে ভালো হয়, আৰু কেনেকৈ বজাব লাগিব জনাব চোন, please please please..

    • @TeamLohorGolaghat
      @TeamLohorGolaghat 15 дней назад

      এই কথাটো প্ৰতিযোগিতাৰ বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰে। বিচাৰকে কি বজাবলৈ দিব সেইটো প্ৰথমে জানি লবা। যদি গায়ন-বায়ন দিয়ে তেতিয়া জোৰণি, বহা চাহিনি, আৰু সঁচাৰ দি বৰ ধেমালি বজাব পাৰিলে ভাল। যদি তাল বা অন্য যিকোনো চেও -চাপৰ দিয়ে সেই খিনি বজালেই হ'ল।

    • @vaunalover-du4fv
      @vaunalover-du4fv 15 дней назад

      @@TeamLohorGolaghat নিৰ্দিষ্টকৈ কোনো বিষয় বাচি দিয়া নাই , ঢলনা, গায়নৰ বহা চাহিনী, পৰিতাল এইকেইখন বজালেই হ'ব বুলি ক'লে , কেনেদৰে বজালে ভাল হ'ব জনাব চোন .please

  • @vaunalover-du4fv
    @vaunalover-du4fv 16 дней назад

    Sir পুৰণা যুদ্ধ এখন দিব চোন .

    • @TeamLohorGolaghat
      @TeamLohorGolaghat 15 дней назад

      যুদ্ধৰ বাজনা আগতে দিয়া হৈছে চাবাচোন 🥰

  • @PrinchDas-ch3hs
    @PrinchDas-ch3hs 16 дней назад

    Sir beya npi jdi notun okhur probekh ekhn, video dibo prib ni please 😢 mne apunar video sai moi lp hunkle bojab pru aru hiku .

    • @TeamLohorGolaghat
      @TeamLohorGolaghat 16 дней назад

      আমাৰ ভিডিঅ' সমুহ উপকাৰত অহা বুলি জানি ভাল লাগিল। পৰবৰ্তী ভিডিঅ'ত নতুন প্ৰৱেশৰ বাজনা দিবলৈ চেষ্টা কৰিম বাৰু।

    • @PrinchDas-ch3hs
      @PrinchDas-ch3hs 16 дней назад

      ধন্যবাদ ছাৰ ।

  • @PirnceGogoi
    @PirnceGogoi 16 дней назад

    Sir moi dhul khul bojao ...aru hikib loga ase .mur ata channel ase

    • @TeamLohorGolaghat
      @TeamLohorGolaghat 16 дней назад

      বৰ ভাল কথা, চেনেলটোৰ নাম কি জনাবচোন। আমাৰো বহুত শিকিব লগিয়া আছে।

    • @PirnceGogoi
      @PirnceGogoi 16 дней назад

      @@TeamLohorGolaghat youtube.com/@pirncegogoi?si=fvnYKIswdJX-u-IW link tu aitu bojua hoise nai jonabo sun 🙏🙏 sesta kori asu ......

    • @PirnceGogoi
      @PirnceGogoi 16 дней назад

      ​@@TeamLohorGolaghatyoutube.com/@pirncegogoi?si=O-nbjqpkqRANQwSL sesta kori asu hoise ne baru jonabsun🙏

    • @PirnceGogoi
      @PirnceGogoi 14 дней назад

      @@TeamLohorGolaghat Prince Gogoi cultural video buli ase.

  • @robinmohan9667
    @robinmohan9667 16 дней назад

    কৃষ্ণ কৃষ্ণ। বৰ ভাল লাগিলে।শিকিব পৰাকৈ সমল যোগোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ।

  • @pormutkalita1700
    @pormutkalita1700 17 дней назад

    ❤❤❤❤❤❤❤❤❤❤

  • @mrinal6686
    @mrinal6686 17 дней назад

    ছাৰ আপোনাৰ Vedio বোৰ চাই ভাল পাও... নগাঁওৰ পৰা চাই আছোঁ... ❤ দিহা নামত কেনেকৈ বজাই তাৰ ওপৰত এটা vedio বনাই দিব চোন....🥺

    • @TeamLohorGolaghat
      @TeamLohorGolaghat 17 дней назад

      বহুত বহুত ধন্যবাদ 🙏🏻 আপোনাৰ অনুৰোধ ৰাখিবলৈ চেষ্টা কৰিম।

  • @koushikkalita7563
    @koushikkalita7563 17 дней назад

    খৰ মান গীত ৰ চাপৰ খন এবাৰ বজাই descripson ত লিখি দিব চোন চাৰ

    • @TeamLohorGolaghat
      @TeamLohorGolaghat 17 дней назад

      দিবলৈ চেষ্টা কৰিম বাৰু 😊

  • @pankajsaikia3806
    @pankajsaikia3806 17 дней назад

    Apna number 2 diba.

  • @mybrother4944
    @mybrother4944 17 дней назад

    Sir kripanga upanga sluk tur sapor khini nidile😢

  • @ARE_YOU_KNOW_ME
    @ARE_YOU_KNOW_ME 17 дней назад

    বাজনাখনৰ description t লিখি দিবচোন ছাৰ তেতিয়া অলপ তালখন লিখি ৰখাত সুবিধা হয়। 1:39

    • @TeamLohorGolaghat
      @TeamLohorGolaghat 17 дней назад

      নিশ্চয় দিম

    • @ARE_YOU_KNOW_ME
      @ARE_YOU_KNOW_ME 17 дней назад

      ​@@TeamLohorGolaghat ধ্যানবাদ ছাৰ।

  • @prasannabora7644
    @prasannabora7644 17 дней назад

    Hundor❤❤❤

  • @KHUSHIMOHANHATIMURIA
    @KHUSHIMOHANHATIMURIA 18 дней назад

    Iman bhal nai loga huni