- Видео 93
- Просмотров 2 355 343
Lohor-লহৰ
Индия
Добавлен 1 сен 2018
নমস্কাৰ, মই শ্ৰী ঘনকান্ত শইকীয়া।মোৰ ঘৰ গোলাঘাটত। "লহৰ" ইউটিউব চেনেলৰ জড়িয়তে অসমীয়া লোকবাদ্য- ঢোল, খোল, নাগাৰা আদি বাদ্য সমুহৰ পদ্ধতিগত শিকণশৈলীৰে কিদৰে বজাব পাৰি আৰু পৰম্পৰাগত বিহুনাম, ঢোলবাদন, খোল বাদন, ভাওনাৰ গীত-মাত, বৰগীত, লোকগীত এই সকলো বিষয় সামৰি নৱ প্ৰজন্মৰ আগত দাঙি ধৰাৰ প্ৰয়াস কৰিছোঁ। আশাকৰোঁ আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু গঠনমূলক দিহা-পৰামৰ্শৰে "লহৰ" আগুৱাই যাব।
ধন্যবাদ
For contact, mail us at
contactteamlohor@gmail.com
ধন্যবাদ
For contact, mail us at
contactteamlohor@gmail.com
মৃগয়া যাত্ৰাৰ বাজনা | ভাওনাৰ পৰম্পৰাগত বাজনা | খোল বাদন
মৃগয়া যাত্ৰাৰ বাজনা/ ভাওনাৰ পৰম্পৰাগত বাজনা/খোল বাদন
Просмотров: 291
Видео
কামৰূপী লোকগীত অ' শ্যাম কলিয়া অ' | কণ্ঠ- প্ৰাণকৃষ্ণা শইকীয়া |
Просмотров 501Месяц назад
কামৰূপী লোকগীত অ' শ্যাম কলিয়া অ'.... কণ্ঠ- প্ৰাণকৃষ্ণা শইকীয়া বাদ্যযন্ত্ৰী: ঘনকান্ত শইকীয়া, মৌচুম হাজৰীকা, প্ৰসেন দাস
কৃষ্ণ আৰু গোপী নাচৰ নৃত্যৰ বাজনা | মহাৰাসৰ নৃত্যৰ বাজনা | শ্ৰী কৃষ্ণৰ ৰাস লীলা
Просмотров 619Месяц назад
কৃষ্ণ আৰু গোপী নাচৰ নৃত্যৰ বাজনা | মহাৰাসৰ নৃত্যৰ বাজনা | শ্ৰী কৃষ্ণৰ ৰাস লীলা
খোল বাদন | দিহানামত খোল বাদন | দিহানাম
Просмотров 1,1 тыс.Месяц назад
খোল বাদন | দিহানামত খোল বাদন | দিহানাম
যুদ্ধ যাত্ৰাৰ বাজনা | ভাওনাৰ পুৰণি যুদ্ধ যাত্ৰাৰ বাজনা | খোল বাদন
Просмотров 1,7 тыс.2 месяца назад
যুদ্ধ যাত্ৰাৰ বাজনা | ভাওনাৰ পুৰণি যুদ্ধ যাত্ৰাৰ বাজনা | খোল বাদন
অসুৰ প্ৰৱেশৰ বাজনা | ভাওনাৰ প্ৰৱেশ ভংগীৰে বাজনা | খোল বাদন
Просмотров 1,9 тыс.2 месяца назад
অসুৰ প্ৰৱেশৰ বাজনা | ভাওনাৰ প্ৰৱেশ ভংগীৰে বাজনা | খোল বাদন
ভাওনাৰ পুৰণি সুৰ | পৰম্পৰাগত ধৰমযতি তাল | খোল বাদন
Просмотров 7813 месяца назад
ভাওনাৰ পুৰণি সুৰ | পৰম্পৰাগত ধৰমযতি তাল | খোল বাদন
পদ্ধতিগত ধৰমযতি তাল | ধৰমযতি তাল | খোল বাদন
Просмотров 7973 месяца назад
পদ্ধতিগত ধৰমযতি তাল | ধৰমযতি তাল | খোল বাদন
ধৰমযতি তাল শিকোঁ আহক | যতি তাল | খোল বাদন
Просмотров 4,2 тыс.3 месяца назад
ধৰমযতি তাল শিকোঁ আহক | যতি তাল | খোল বাদন #খোল #assam খোল বাদ্যৰ যতি তাল মুঠ ৫ খন পোৱা যায়। বৰজৌতি,সৰুজৌতি,ঊণজৌতি,মাথৌজৌতি আৰু ধৰমজৌতি বা ধৰমযতি । আমি আজিৰ ভিডিঅ'ত কেৱল ধৰমযতি তালখনৰ বিষয়ে অৱগত কৰিব বিচাৰিছোঁ। এই তালৰ কেইবাটাও প্ৰকাৰ আছে। পৰম্পৰাগত আৰু পদ্ধতিগত ৰূপত এই তালৰ বজোৱা হয়। ভাওনাৰ বিলাপ,পয়াৰ লগতে কোনো এটি কৰুণ ঘটনাৰ পৰিণতিত বনলৈ যাত্ৰা কৰা গীত অংশত ধৰমযতি তাল বজোৱা হয়।
কীৰ্ত্তন পাঠ | কীৰ্ত্তন পাঠৰ পৰম্পৰাগত সুৰ | প্ৰহ্লাদ চৰিত্ৰ - চতুৰ্থ কীৰ্ত্তন |
Просмотров 2,6 тыс.4 месяца назад
আমি পাঠ কৰা কীৰ্ত্তনৰ পদ চন্দৰ সুৰ ভাগ গোলাঘাটৰ দাঁতি-কাষৰীয়া কছাৰীহাট অঞ্চলৰ পৰা সংগ্ৰহ কৰা হৈছে। আমাৰ দৰ্শকসকলে এটি নতুন সুৰ পাব বুলি আশা কৰিলো 🙏🏻
সমূহ ৰাইজলৈ পবিত্ৰ ভাদ মাহৰ সেৱা...@TeamLohorGolaghat
Просмотров 2544 месяца назад
সমূহ ৰাইজলৈ পবিত্ৰ ভাদ মাহৰ সেৱা...@TeamLohorGolaghat
ডগৰ বজাবলৈ শিকোঁ আহক | Assamese instrument Dagar Tutorial | Lesson 1
Просмотров 7204 месяца назад
ডগৰ বজাবলৈ শিকোঁ আহক | Assamese instrument Dagar Tutorial |
কীৰ্তন পাঠৰ পৰম্পৰাগত সুৰ | স্যমন্তক হৰণৰ চতুৰ্থ কীৰ্তন | সম্পূৰ্ণ পাঠ
Просмотров 3,7 тыс.4 месяца назад
কীৰ্তন পাঠৰ পৰম্পৰাগত সুৰ | স্যমন্তক হৰণৰ চতুৰ্থ কীৰ্তন | সম্পূৰ্ণ পাঠ
শ্লোক নৃত্যৰ বাজনা | সূত্ৰধাৰী নৃত্যৰ বাজনা | ভাওনাৰ সুত্ৰধাৰী নৃত্যৰ বাজনা | খোল বাদন
Просмотров 1,3 тыс.5 месяцев назад
শ্লোক নৃত্যৰ বাজনা | সূত্ৰধাৰী নৃত্যৰ বাজনা | ভাওনাৰ সুত্ৰধাৰী নৃত্যৰ বাজনা | খোল বাদন Video Host:- Ghanakanta Saikia Video Record & Uploaded by Rupak Das Contact:- contactteamlohor@gmail.com Copyright © 2024 Lohor-লহৰ, All rights reserved.
কীৰ্তন পাঠৰ পৰম্পৰাগত সুৰ | প্ৰহ্লাদ চৰিত্ৰ | প্ৰথম কীৰ্তন সম্পূৰ্ণ পাঠ | kirtan path assamese |
Просмотров 3,9 тыс.6 месяцев назад
কীৰ্তন পাঠৰ পৰম্পৰাগত সুৰ | প্ৰহ্লাদ চৰিত্ৰ | প্ৰথম কীৰ্তন সম্পূৰ্ণ পাঠ | kirtan path assamese |
সূত্ৰধাৰী নৃত্যৰ নান্দী গীতৰ সুৰ/ সূত্ৰধাৰী নৃত্যৰ বাজনা/ ভাওনাৰ সূত্ৰধাৰী নৃত্য
Просмотров 9776 месяцев назад
সূত্ৰধাৰী নৃত্যৰ নান্দী গীতৰ সুৰ/ সূত্ৰধাৰী নৃত্যৰ বাজনা/ ভাওনাৰ সূত্ৰধাৰী নৃত্য
সূত্ৰধাৰী নাচৰ বোল শিকোঁ আহক | খোল বাদন | প্ৰথম ভাগ
Просмотров 2,9 тыс.6 месяцев назад
সূত্ৰধাৰী নাচৰ বোল শিকোঁ আহক | খোল বাদন | প্ৰথম ভাগ
পৰম্পৰাগত যুদ্ধৰ বাজনা | পৰিতালৰ যুদ্ধৰ বাজনা | ভাওনাৰ যুদ্ধৰ বাজনা | খোল বাদন
Просмотров 2 тыс.7 месяцев назад
পৰম্পৰাগত যুদ্ধৰ বাজনা | পৰিতালৰ যুদ্ধৰ বাজনা | ভাওনাৰ যুদ্ধৰ বাজনা | খোল বাদন
একতালত যুদ্ধৰ বাজনা | পৰম্পৰাগত যুদ্ধৰ বাজনা | ভাওনাৰ যুদ্ধৰ বাজনা | খোল বাদন
Просмотров 1,7 тыс.7 месяцев назад
একতালত যুদ্ধৰ বাজনা | পৰম্পৰাগত যুদ্ধৰ বাজনা | ভাওনাৰ যুদ্ধৰ বাজনা | খোল বাদন
ৰচক তালত পৰম্পৰাগত যুদ্ধৰ বাজনা | খোল বাদন | যুদ্ধৰ বাজনা |
Просмотров 3,6 тыс.7 месяцев назад
ৰচক তালত পৰম্পৰাগত যুদ্ধৰ বাজনা | খোল বাদন | যুদ্ধৰ বাজনা |
ঢোলৰ আলংকাৰিক বোল শিকোঁ আহক | ঢোলবাদন প্ৰশিক্ষণ। | Dhol Tutorial |
Просмотров 1,8 тыс.7 месяцев назад
ঢোলৰ আলংকাৰিক বোল শিকোঁ আহক | ঢোলবাদন প্ৰশিক্ষণ। | Dhol Tutorial |
বিহুত গোৱা পুৰণি জাতনাম | জাত নাম | বিহু হুঁচৰি
Просмотров 3,8 тыс.7 месяцев назад
বিহুত গোৱা পুৰণি জাতনাম | জাত নাম | বিহু হুঁচৰি
নাচনী চেও বজাবলৈ শিকোঁ আহক - ঢোলত নাচনী চেও - বিহু হুঁচৰি - Nasoni Seu - Dhol tutorial assamese
Просмотров 7 тыс.8 месяцев назад
নাচনী চেও বজাবলৈ শিকোঁ আহক - ঢোলত নাচনী চেও - বিহু হুঁচৰি - Nasoni Seu - Dhol tutorial assamese
৯০ দশকৰ এটি জনপ্ৰিয় বিহুনাম - হৰিণী ৰূপেৰে - @TeamLohorGolaghat
Просмотров 21 тыс.8 месяцев назад
৯০ দশকৰ এটি জনপ্ৰিয় বিহুনাম - হৰিণী ৰূপেৰে - @TeamLohorGolaghat
পুৰণি বিহু নাম - বিহু হুঁচৰি - Bihu Special - @TeamLohorGolaghat
Просмотров 89 тыс.8 месяцев назад
পুৰণি বিহু নাম - বিহু হুঁচৰি - Bihu Special - @TeamLohorGolaghat
হুঁচৰিৰ খৰা চেও - বিহু-হুঁচৰি - ঢোলবাদন - assamese dhol tutorial
Просмотров 6 тыс.8 месяцев назад
হুঁচৰিৰ খৰা চেও - বিহু-হুঁচৰি - ঢোলবাদন - assamese dhol tutorial
লহৰি নাচৰ চেও বজাবলৈ শিকোঁ আহক- বিহু ঢোলৰ চেও-হুঁচৰি ঢোলবাদন- assamese dhol tutorial
Просмотров 5 тыс.8 месяцев назад
লহৰি নাচৰ চেও বজাবলৈ শিকোঁ আহক- বিহু ঢোলৰ চেও-হুঁচৰি ঢোলবাদন- assamese dhol tutorial
হুঁচৰিত বজোৱা এটি খৰা চেও শিকোঁ আহক - khora seu - assamese dhul tutorial
Просмотров 2,1 тыс.8 месяцев назад
হুঁচৰিত বজোৱা এটি খৰা চেও শিকোঁ আহক - khora seu - assamese dhul tutorial
হুঁচৰিত বজোৱা খৰা চেও বজাবলৈ শিকোঁ আহক - dhol tutorial assamese
Просмотров 2,4 тыс.8 месяцев назад
হুঁচৰিত বজোৱা খৰা চেও বজাবলৈ শিকোঁ আহক - dhol tutorial assamese
27000 Subscribers Special - Q & A - @TeamLohorGolaghat
Просмотров 4978 месяцев назад
27000 Subscribers Special - Q & A - @TeamLohorGolaghat
Eti khudro onurudh aji kali prosolito rax r adhunik nrittyo bur r bajna xomuhu dibo sun 🙏🏻
😊😊😊
Bbhuat bhal lagil krisna
Bapjon vallagil❤
ধন্যবাদ ছাৰ ❤🙏🙏
Sir , phone number tu pam ni , mur hikar issha asil
শতকোতি প্ৰণাম জনালোঁ 🙏🙏🙏 ইমান সুন্দৰ কৈ বুজাই দিলে ভাল লাগিল গ'ল।
Hi
কৃষ্ণ, বাপ সেৱা গ্ৰহণ কৰিব। আমাৰ এভাগ প্ৰাৰ্থনা -ৰূপগঞ্জল তাল বোল খন আগবঢ়ায় যেন কৃষ্ণ
শ্ৰীমন্ত শংকৰৰ হৰি ভকতৰ জানা যেন কল্পতৰু........ কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম
বাপ জনা নমস্কাৰ জনালো। কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়ানৰ ঘোষা আৰু পদ এবাৰ সুৰেৰে পৰিবেশন কৰিবলৈ অনুৰোধ জনালোঁ, কিয়নো আমি একেবাৰে নতুন।
কীত্তন সুৰ নহয় ভাগৱতহে হৈছে
ধন্যবাদ ছাৰ
কই পিনেনকব
❤❤❤❤
❤❤ Jai shree Krishna ❤❤❤
Sir , pdf hisape Pam neki dhulor sapor khini ll
এতিয়ালৈকে PDF কৰা নাই , ভবিষ্যতে পাঠ্যক্ৰম হিচাপে প্ৰকাশ কৰাৰ কথা ভাবিছো।
Gayan bayan কমলাবাৰী শিকাব
বহুত সুন্দৰ প্ৰণাম
ধৰ্ম জ্যোতি তাল খন দিবলৈ অনুৰোধ কৰিলোঁ 🙇
কৃষ্ণ বাপ সুন্দৰ
Guru ghat vag dibo sn
Bahut sundar
ধন্যবাদ❤
❤
কৃষ্ণ কৃষ্ণ বাপ
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
❤
নৱ প্ৰজন্ম ন শিকাৰুৰ বাবে এটা সুন্দৰ আৰ্হি।
Sir apunak golaghat town t dekhisilu pothistha debokh Ole humai goise matibo nuwarilu
সুন্দৰ
কৃষ্ণ হৰি ৰাম🙏🙏
🎉
হেৰি বাপ জন ৷সুৰ আৰম্ভনিটো হৈছে কিন্তু শেষৰ ফালে ফালৰি কাতিছে ৷ লগতে প্ৰথম ভূল হ’ল দেই ৷অলপ চাব
Photo oh ram ohori
বাপ জনলৈ সেৱা জনালোঁ 🙏 আপোনাৰ সুৰ আৰু কণ্ঠদান আমাক উপকৃত কৰা লগতে অকণমান শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰিছোঁ বাপ । কৃষ্ণ 🙏🙏🙏
কৃষ্ণ বাপ 🙏🏻
Thanks you bortta apuni je mur anurudh tu rakhile ❤
❤❤
Xundor lagil...
সুন্দৰ ❤
Very Beautiful 🥰
Thank you Raja
,,সুন্দৰ। ❤
Sir, apunar what's app no Tu dibosun
Bor bhal lagil
কৃষ্ণ প্ৰভূ, আপোনাৰ শিক্ষা আৰু আদৰ্শ বৰ সুন্দৰ লাগিল 🙏🙏
Bohut val lagil huni apunar modhur hur 🙏🙏
Tal khormanor pasot ki bajna bojai dibosun plzz
গুৰু ঘাট ভাগি দিব চাৰ
তালবোৰ লিখি বুজাওক
ছাৰ, ঝুমুৰা মেলা নাচৰ বাজনা খন অতি সোনকালে দিব বুলি আশা কৰিলোঁ😢🙏