#Bhagwat_Path

Поделиться
HTML-код
  • Опубликовано: 31 янв 2025

Комментарии • 307

  • @manujdeka
    @manujdeka Год назад

    কৃষ্ণ কৃষ্ণ🙏🙏 প্ৰভূ তোমাৰ চৰণত কোটি কোটি প্ৰনাম কৃষ্ণ কৃষ্ণ🙏🙏 বহুত ভাল লাগিল কৃষ্ণ🙏

  • @Babitadeka-h2r
    @Babitadeka-h2r Месяц назад

    হৰি কৃষ্ণ হৰি কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰি হৰি
    হৰি ৰাম হৰি ৰাম ৰাম ৰাম হৰি হৰি

  • @name5041
    @name5041 7 месяцев назад +1

    Krishno ❤

  • @mrinalchandrakalita627
    @mrinalchandrakalita627 2 года назад +1

    কৃষ্ণ, প্ৰভু প্ৰণাম ৷ ভাগৱত শাস্ত্ৰৰ এনে নান্দনিক আৰু আধ্যত্মিক বিশ্লেষণ মই অভাগাৰ কোনোদিনে শুনাৰ সোভাগ্য হোৱা নাছিল ৷ হয়তো কৃষ্ণৰ কৃপাত আপোনাৰ এই ইউ টিউব চেনেলটোৰ বিষয়ে অবগত হ’লো ৷ অতি উত্তম বিশ্লেষণ প্ৰভু ৷ মন প্ৰাণ ভক্তি সাগৰত বিলিন হৈ নিজক কৃষ্ণতে সমৰ্পণ কৰিবলৈ উত্তম বাট বিচাৰি পাইছো ৷ ভগৱন্ত প্ৰভুই আপোনাৰ মুখত ফুল চন্দন বৰিষণ কৰক যাতে আপোনাৰ সেইখন মুখেৰে জীয়াই থকালৈ কৃষ্ণ কথা শুনি থাকিব পাও ৷ সকলোৰে কল্যাণ হওঁক ৷ কৃষ্ণ ৷

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 3 года назад +2

    কৃষ্ণ কৃষ্ণ প্রভু ঈশ্বৰ সেৱা ভাগ আপোনাৰ চৰণত নিবেদিলো কৃপা কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏

  • @manjulabora8219
    @manjulabora8219 3 года назад +1

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ‌ 🙏🙏🙏🙏 আপোনাক সেৱা আগবঢ়ালোঁ 🙏🙏🙏🙏🙏

  • @kanakdas2316
    @kanakdas2316 7 месяцев назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ 🙏🙏🙏

  • @JintimaniDas-gl1cl
    @JintimaniDas-gl1cl 8 месяцев назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ ভাগবত শুণি মন টো ভাল লাগিল

  • @MahendraBorah-nr5eg
    @MahendraBorah-nr5eg 6 месяцев назад

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ প্ৰণাম 🙏🙏🙏

  • @kukidaskaki1783
    @kukidaskaki1783 Год назад

    কৃষ্ণ বাপ মোৰ সেৱা গ্ৰহণ কৰক। আপোনাৰ মুখেৰে অমৃতবাণী শুনি মই বহুত আনন্দিত হৈছোঁ কৃষ্ণ 🙏🙏🙏🤔

  • @uddabroy3283
    @uddabroy3283 4 года назад +3

    কৃষ্ণ কৃষ্ণ বাপ জনা l ধন্য বাপ অতি গুৰুত্বপূৰ্ণ আৰু সুন্দৰ বিশ্লেষণ l সেৱা ভাগি নিবেদিছোঁ কৃষ্ণ কৃষ্ণ l

  • @pankajboruah3673
    @pankajboruah3673 4 года назад +5

    কৃষ্ণ কৃষ্ণ প্রভুজনা পুৱাৰ সেৱাহে জনালো কৃষ্ণ কৃষ্ণ।

  • @nilimadas1784
    @nilimadas1784 Год назад

    কৃষ্ণ বাপ ঈশ্বৰ সেৱা গ্ৰহণ কৰিব । কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏

  • @dipanjalibailung1180
    @dipanjalibailung1180 4 года назад +4

    কৃষ্ণ প্ৰভু আপোনাৰ ভাগৱত পাঠ শুনিবলৈ টোপনি য়াই টোপনয়াই বাট চাই আছোঁ কৃষ্ণ প্ৰভু আমি নথৈ সুখী হৈছো

  • @manidulutalukdar9109
    @manidulutalukdar9109 3 года назад +1

    প্ৰভু , আপোনাৰ ভাগৱত পাঠ শুনি মনটো পাতল লাগিল।

  • @binitamodoi1610
    @binitamodoi1610 4 года назад +5

    কৃষ্ণ প্ৰভু জনা পুৱাই সেৱা ভাগি জনালোঁ ৰাম কৃষ্ণ 🙏🙏🙏

  • @binandadas9675
    @binandadas9675 4 года назад +3

    🙏🏼🙏🏼🙏🏼🙏🏼ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি মাধৱ আপোনাক চৰম কমলত শতকূতি পনিপাত জনালো প্ৰভু ।আপোনাৰ জয় হওক কৃষ্ণ কৃষ্ণ মোৰ গুৰু দেৱ।🙏🏼🙏🏼🙏🏼🙏🏼।

  • @mihir7535
    @mihir7535 4 года назад +1

    কৃষ্ণ হে সাধু বাপ অতি সুন্দৰ তত্ত্ব ব্যাখ্যা কৰিছে আপোনাৰ পৰা বহু নজনা কথা জানিবলৈ সক্ষম হৈছো ।হে বাপ এই অধমক অশিবাৰ্দ কৰিব আমাসবৰ মনতো যাতে সকলো পৰ্যায়তে স্হিৰ হয় মনৰ কৰ্ম্ম দ্বাৰা জীৱ কৰ্ম্ম পাশত বন্দী হয় আত্মাৰ প্ৰসঙ্গত মন সচেতন হৈ থাকে কৃষ্ণ।

  • @madhabgogoi8741
    @madhabgogoi8741 4 года назад +1

    কৃষ্ণ, বাপ কৃষ্ণ, অনন্য আজিৰ খণ্ড।
    আমি মূঢ়ই নজানি মিছাতে কৰো দন্দ।।
    চকু থাকিও মিচাতে অহংকাৰত মজিলো।।
    বুজিলোঁ আজিহে মনেই কৰো সকলো।।
    মন আমাৰ দুৰাচাৰী অপকৰ্ম কৰোঁ ।
    তিনি তাপত মজি জীৱন্ততে মৰো।।
    বাপজনাই দিআছে ভাগৱতৰ জ্ঞান।
    বুদ্ধিহীন আমিসৱে যথাতে হও অজ্ঞান।।
    পুত্ৰ-কন্যা পৰিবাৰতেই মজি থাকে মন।
    আমি ভাবোঁ টকা-পইচাই আচল ধন।।
    লাহে লাহে আমি সৱে ভাগৱত শুনি।
    ভাগৱতৰ ৰহস্যৰ কথা থাকো মনে গুণি।।
    সচাকৈ বাপজনা ভাগৱত ভাগীত পাছে।
    একো দিখেই এৰানগৈ সকলোবোৰ আছে।
    প্ৰাৰ্থনা জনাওঁ প্ৰভু নকৰিব বিদ্বেশ।
    দি থাকিব পাঠ এনেকৈ, কৰা নাই আদেশ।।
    কৃষ্ণ ,
    সেৱাহে ।

    • @RijuPathakSatradhikar
      @RijuPathakSatradhikar  4 года назад

      আপোনাৰ কাব্যিক গুণ আছে। ভাল লাগিল । ধন্যবাদ জনালোঁ

  • @bantipator8687
    @bantipator8687 4 года назад +17

    "কৃষ্ণ কৃষ্ণ প্ৰভু সহস্ৰ প্ৰনাম জনালো। ভক্তি সাগৰত বোৰগৈ থকা সকলো শ্ৰোতা গোসা্ই,গোসানি সবলৈও ভক্তি ভৰা সেৱা জনালো, ভাগৱতৰ ব্যাখ্যা অমৃত পানকৰি কৃতজ্ঞ হলো,সবাৰে মঙ্গল কামনাৰে কৃষ্ণ''

  • @kuhideka
    @kuhideka 2 года назад +1

    কৃষ্ণ আপোনাৰ ভাগৱত শুনি মোৰ জীৱন ধন্য হৈছো ।আপোনাৰ চৰণত মোৰ সহস্ৰ প্ৰণাম ।

  • @ishamazumdar5525
    @ishamazumdar5525 4 года назад +4

    কৃষ্ণ আপোনাৰ ভাগৱতৰ অনাদি পাতনৰ ব্যাখ্যাৰ তত্ৱৰ ৰসেৰে আমি কৃতকৃত্য হৈছো আমাৰ মন যেন স্হিৰ হওক কৃষ্ণবাপ আশীৰ্বাদ কৰক

  • @Kuldeep-v6k
    @Kuldeep-v6k 4 года назад +1

    কৃষ্ণ কৃষ্ণ বাপ হেপাহ নপলাই ।আপোনাক কোটি কোটি প্ৰনাম ।

  • @jintudeka5536
    @jintudeka5536 4 года назад +3

    বাপ ভাগবত ৰ অমৃত বাণী শুনি নথৈ আনন্দিত। কৃষ্ণ কৃষ্ণ।।।

  • @krishnatamang7248
    @krishnatamang7248 4 года назад +3

    কৃষ্ণ বাপ সেৱাঁ ভাগি জনালোঁ গ্রহণ কৰিব। বহুত সুন্দৰ মধুৰ তত্ত্ব কথা ব্যাখ্যা কৰিলে। শ্রৱণ কৰিবলৈ পাই আনন্দিত হৈছোঁ। এনেকৈ যেন ভগৱন্তৰ গুণ নাম কীৰ্ওন কৰিবলৈ সদায় ভালে কুশলে থাকে।
    কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏

  • @dipakborah1152
    @dipakborah1152 3 года назад +1

    🙏🌺krishna Prbhu🌺🙏

  • @mridulasonowal7096
    @mridulasonowal7096 2 года назад

    কৃষ্ণ কৃষ্ণ প্রভু, অভাজনৰ সেৱা গ্রহণ কৰিব

  • @bijoypawandas4034
    @bijoypawandas4034 3 года назад

    কৃষ্ণ সএাধিকাৰ প্রভু ইশ্বৰ অধমৰ সেৱা গ্রহণ কৰিব। 🕉ৰাম কৃষ্ণ হৰি নাৰায়ণ🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @assmesvideo6000
    @assmesvideo6000 4 года назад +8

    প্ৰভু ভগৱন্তই সকলোকে কৃপা দিয়ক কৃষ্ণ।সেৱা ধৰিছো বাপ

  • @dipalidevi507
    @dipalidevi507 4 года назад +9

    কৃষ্ণ বাপ কৃষ্ণ । প্ৰণিপাত জনাইছোঁ । কৃষ্ণ প্ৰভু কৃষ্ণ ।আমাৰ জীৱন ৰথ খনো প্ৰভু ভগৱন্তই বাকী থকা দিন কেইটা শুদ্ধ ভাৱে পৰিচালনা কৰে যেন । বাপ আপুনি ও আশিবাদ কৰিব । কৃষ্ণ কৃষ্ণ ।

    • @mahanandatalukdar9926
      @mahanandatalukdar9926 3 года назад

      কৃষ্ণ সম্ভৱ হলে অলপ fast কৰিলে ভাল পাম !!!

  • @probhawati8478
    @probhawati8478 4 года назад

    কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ প্ৰনাম।আপোনাৰ ভাগৱত ত্তত্ত্বই আমাৰ দোৰ্বাসনাবোৰ খেদা যেন পাঁও।কাৰণ মনতু বহুত সশ্বযেন লাগিছে কৃষ্ণ এনেকৈশুনি থাকিবলৈ পুৱাৰ আশাৰে বাটচাই ৰম।কৃষ্ণ।

  • @nabajyotidas6117
    @nabajyotidas6117 10 месяцев назад +1

    ❤ Bap krishna ohari oram ❤

  • @bontiborah5014
    @bontiborah5014 4 года назад +4

    কৃষ্ণ কৃষ্ণ ৰামৰাম, মহাভাগবত ভাগৰ চৰণত শত কোটি প্ৰণিপাত জনালোঁ ।প্ৰভু আপোনাৰ লগতে সকলো ভক্ত সবলৈ সেৱা আগবঢ়ালো।প্ৰভু সেৱা গ্ৰহণ কৰিব ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @bhubenthakuria9006
    @bhubenthakuria9006 4 года назад +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্ত বাপ সেৱা গ্ৰহণ কৰিব,

  • @junmoniborah7443
    @junmoniborah7443 2 года назад

    কৃষ্ণ কৃষ্ণ প্ৰভুজন আপোনাৰ শ্রী মুখে ভগৱন্তৰ গুণ গৰিমা শ্ৰৱ্ন কৰিবলৈ পায় নিজকে ধন্য মানিছো মই ঈশ্বৰ মুখী হ'বৰ বাবে ভাবি থকা কথাবোৰ আপুনি কৈ দিয়ে বাবে মই নথৈ আনন্দিত হৈ পৰো । আপোনাৰ শুভকামনা মোৰ লগত সদায় থাকিব কৃষ্ণ ।

  • @beenachoudhury35
    @beenachoudhury35 4 года назад +4

    কৃষ্ণ ,বাপ সেৱা জনালোঁ। কৃষ্ণৰ অমৃত বাণী শুনি বহুত সুখী হলোঁ।

  • @khirodagogoi625
    @khirodagogoi625 4 года назад +3

    কৃষ্ণ প্ৰভূ । আমাৰ সেৱা গ্ৰহণ
    কৰিব ‌। মন চিত্ত্ব বুদ্ধি অহংকাৰ
    আদিৰ কথা জানিব পাৰি পৰম
    সন্তোষ পালো । পুনৰ সেৱাৰে
    কৃষ্ণ প্ৰভূ ।

  • @trailokyachetia1327
    @trailokyachetia1327 4 года назад +5

    কৃষ্ণ প্ৰভু আপোনাৰ অমৃত বাণীয়ে জীৱনটো ধন্য কৰিছে।সেৱা জনালো ,আপোনাৰ লগতে সকলো বাপ বৈষ্ণব লৈ

  • @sarujandas121
    @sarujandas121 4 года назад +2

    Krishna Baap Parnam 🙏🙏🙏🙏

  • @manishanath3124
    @manishanath3124 Год назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🏻 🙏🏻🙏🏻

  • @abhijitboruah9999
    @abhijitboruah9999 9 месяцев назад

    🙏🙏 কৃষ্ণ বাপ আপোনাৰ অমৃত বাণিয়ে আমাক অন্ধকাৰ নাশি পোহৰাই তুলিছে , আপোনাৰ দীঘায়ূ কামনা কৰিলো 🙏🙏🙏🙏🙏🙏

  • @prasantakoch450
    @prasantakoch450 4 года назад +6

    কৃষ্ণ, প্ৰভুজন আপোনাক শতকৌটি প্ৰণিপাত জনাই মহা ভাগৱতৰ অনুষ্ঠানলৈ আগবাঢ়িছো।

  • @PaurabKhamon100million
    @PaurabKhamon100million 9 месяцев назад

    কৃষ্ণ প্ৰভু 🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @ganeshkoch561
    @ganeshkoch561 3 года назад +1

    Krishna Ram Ram Ram 🙏🙏🙏

  • @dipanjalibailung1180
    @dipanjalibailung1180 4 года назад +16

    কৃষ্ণ প্ৰভু আপোনাৰ আশীৰ্বাদত আমি এই অমৃত বানী শুনিবলৈ পাইছো

  • @gitalineog6489
    @gitalineog6489 2 года назад

    Krishna Krishna 🙏 pranam 🙏 🙏🙏🙏 Krishna.

  • @pinkudas6167
    @pinkudas6167 Год назад

    Eman gabhir bakhya !! Pranam prabhujana!!

  • @taralanath3876
    @taralanath3876 2 года назад

    কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম

  • @lakusaikia6882
    @lakusaikia6882 4 года назад +1

    "কৃষ্ণ কৃষ্ণ বাপ সেৱাহে জনাইছো!"

  • @netraprasadsaikia3193
    @netraprasadsaikia3193 4 года назад +2

    সুন্দৰ বাখ্যা প্ৰভুঈশ্বৰ ...শুনি সুখী হলোঁ..ক়্ষ্ণ..🙏🙏

  • @aratitalukder7759
    @aratitalukder7759 4 года назад +2

    কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালো 🙏🙏🙏🙏🙏🙏

  • @bhanudevi4077
    @bhanudevi4077 4 года назад +2

    সুন্দৰ বাপ
    আপোনাৰ অমৃত বাণীয়ে মন প্ৰফুল্ল কৰিলে
    কৃষ্ণ বাপ কৃষ্ণ

  • @himalatalukdar5597
    @himalatalukdar5597 5 месяцев назад

    Krishna krishna krishna Ramkrishna Ramkrishna Ramkrishna

  • @dimbeswaripatardeka2793
    @dimbeswaripatardeka2793 2 года назад

    Krishna Hori Ram Hori Ram Ram Ram

  • @anandatalukdar9801
    @anandatalukdar9801 4 года назад +3

    কৃষ্ণ কৃষ্ণ।প্ৰনিপাত জনালোঁ।

  • @prafullabora5386
    @prafullabora5386 4 года назад +5

    প্ৰভু জন , সুন্দৰ উপমাৰে অাপুনি অাগবঢ়োেৱা ভাগৱত কথা শ্ৰৱন কৰি অাপ্লুত হলো ।

  • @manashidevi9262
    @manashidevi9262 3 года назад

    Joi guru Sankar 🙏🙏🙏🙏🙏

  • @nialifestyle2482
    @nialifestyle2482 Год назад

    কৃষ্ণ জয় গুৰু শংকৰ ।

  • @orponadas6754
    @orponadas6754 3 года назад +1

    Krishna 🙏🙏

  • @suminicesongdevi2793
    @suminicesongdevi2793 Год назад

    আপোনাৰ কৃপাত সকলো ভাল। আপোনি ভালে থাকক প্ৰভু

  • @namitadas4731
    @namitadas4731 2 года назад

    🙏🙏krisna krisna hori ram 🙏🙏

  • @pujakalita8491
    @pujakalita8491 4 года назад +1

    Krishna bap sewa 🙏🙏🙏

  • @joyadevi2447
    @joyadevi2447 4 года назад +1

    কৃষ্ণ প্ৰভূ চিষ্টি কথা চাৰি ভিডিঅ টো বুজাাত কথিন পাইছো ।হে প্ৰভূ শুনি বৰ আনন্দ পাইছো । আপুনি আমাক সদাই আৰ্শিবাদ দি আহিছে এই ৰস পান কৰিবলৈ যাতে মন ষ্টিৰ হয় ।কৃষ্ণ কৃষ্ণ ।

  • @junupravasaikia1816
    @junupravasaikia1816 4 года назад +1

    বহুত ভাল লাগিছে ।আপোনাক সেৱা জনইছো ।

  • @hitreswarphukan9895
    @hitreswarphukan9895 4 года назад +3

    অতি সুন্দৰ । "ঔঁম শান্তি" ।

  • @dulugogoi2350
    @dulugogoi2350 4 года назад +1

    গুৰুদেৱ আপোনাৰ ভাগৰ্ৱত বাখ্যা শুনি নথৈ আনন্দিত হৈছোঁ,সেৱা নিবেদিছোঁ

  • @hiyamanidas674
    @hiyamanidas674 4 года назад +1

    Pitaji ........suni bahut val lagise......

  • @bantideka823
    @bantideka823 4 года назад +2

    কৃষ্ণ বাপ সেৱাহে ল'ব। আপোনাৰ এই অমৃত বাণী শুনিব নাপালে কিবা আধৰুৱা যেন লাগে কৃষ্ণ।

  • @rulirazkumari9191
    @rulirazkumari9191 4 года назад

    Krishna 🙏🙏🙏hei bap aji apunar mukhe moi bohu nojona ktha bujilu..Krishna hewa dhorisu Krishna 🙏🙏🙏

  • @binakakati3119
    @binakakati3119 4 года назад

    সুনন্দৰতাক সুন্দৰকৈ সজাইছে প্ৰভু.

  • @ratneswarboruah9367
    @ratneswarboruah9367 3 года назад

    ,,,,Apunsobr adorso gyane amaku bohut gyan,dile,,krishno

  • @gorimatalukdar8725
    @gorimatalukdar8725 4 года назад +1

    কৃষ্ণ, জয় গুৰু শংকৰ, প্ৰণাম.....

  • @ramcharandeka9143
    @ramcharandeka9143 4 года назад +2

    Rama Hari Govinda Madhav Krishna . Pranam Baap. Bar upakrita holo.

  • @bipuldas1236
    @bipuldas1236 4 года назад +1

    কৃষ্ণ 🙏🙏প্রভু অভাজনৰ অবনত মস্তকে সেৱা জনাইছো।

  • @putuldas3984
    @putuldas3984 4 года назад +1

    Kresna bhakta Aru bhagabanali satakouti pranamjanaisu ram

  • @HirenBorah-l4s
    @HirenBorah-l4s Месяц назад

    Om namu narayan🎉

  • @digantakalita5412
    @digantakalita5412 4 года назад +1

    Krishan krishan

  • @Anudhrita.boro9864
    @Anudhrita.boro9864 4 года назад +1

    krishna bap apunar srimukha bhagobanar amrrit banee huneboloi pai hukhe holu.

  • @jadabborah1447
    @jadabborah1447 4 года назад +2

    কৃষ্ণ প্ৰভু , সেৱা নিবেদিলোঁ ।

  • @rinahaloi2198
    @rinahaloi2198 4 года назад +3

    এই অনুষ্ঠান টোৱে আমাক বহুত আগবঢ়াই নিছে।উপকৃত ওহৈছো।ইমান বহল আৰু সুন্দৰ বাকখা যেন আগতে শুনাই নাছিলোঁ।সেৱা জনালো‌

  • @sarajonisardar429
    @sarajonisardar429 4 года назад +2

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @minakshideka1470
    @minakshideka1470 3 года назад

    Krishna krishna 🙏🙏🙏🙏

  • @pranjalsaikia9702
    @pranjalsaikia9702 3 года назад

    কৃষ্ণ কৃষ্ণ বাপ জনা 🙏🙏🙏

  • @ritatalukdar7264
    @ritatalukdar7264 7 месяцев назад

    Krishna Krishna 🙏🙏🙏💐🌺

  • @mainabordoloi5891
    @mainabordoloi5891 4 года назад +4

    জয় শ্ৰী কৃষ্ণ বাপ

  • @rulennath7538
    @rulennath7538 4 года назад +1

    কৃষ্ণ কৃষ্ণ , জয় গুৰু শঙ্কৰ ।

  • @bulunath4019
    @bulunath4019 4 года назад +1

    Joi krishna provu pronam jonalu .krishna krishna

  • @dimbeswarigogoi6683
    @dimbeswarigogoi6683 4 года назад +1

    Krishna probhu, bhoktipurno hewabhagi agborhaisu Krishna.

  • @ranjanmech5185
    @ranjanmech5185 4 года назад +2

    কৃষ্ণ,প্ৰভূ বৰ ভাল লাগিল আমি সেৱা জনালো

  • @benudhardeka6896
    @benudhardeka6896 4 года назад +1

    👏 কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ |

  • @lakhisaikiagungun5943
    @lakhisaikiagungun5943 3 года назад

    মন আপ্লুত করি গল কৃষ্ণ

  • @mrmajuli8736
    @mrmajuli8736 Месяц назад

    🙏🙏কৃষ্ণ কৃষ্ণ 🙏🙏

  • @lombitmoran4759
    @lombitmoran4759 4 года назад +2

    কৃষ্ণ বাপ সেৱা জনালোঁ🙏🙏🙏

  • @rupalikonwarhazarika5251
    @rupalikonwarhazarika5251 4 года назад +1

    Krishna Radhe Krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🌺🥀🌹🥀🌺🥀🌹🌺🥀🌹🌷🥀🌺🥀🌹🌷🥀🌺🥀🌹🌷💐🌸💮🌺🥀

  • @aadya2910
    @aadya2910 4 года назад

    Hare Krishna Hare Ram

  • @ramanidas7889
    @ramanidas7889 3 года назад +2

    The fragrance of the virtuous which blows even amongst the Gods is supreme.

  • @golapidas565
    @golapidas565 3 года назад

    Pranam Prabhu

  • @bastabjyotibhuyan1132
    @bastabjyotibhuyan1132 3 года назад +1

    Krishna Krishna Krishna Krishna bsp

  • @bhairabjyotidas613
    @bhairabjyotidas613 4 года назад +1

    ৰাম কৃষ্ণ হৰি

  • @bharatideka971
    @bharatideka971 4 года назад +1

    Krishna krishna seahe.