#Bhagwat_Path

Поделиться
HTML-код
  • Опубликовано: 13 дек 2024

Комментарии • 239

  • @nabajyotidas6117
    @nabajyotidas6117 2 года назад +1

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 bishno 🙏

  • @mahendraborah4575
    @mahendraborah4575 9 месяцев назад

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ প্ৰণাম 🙏🙏🙏

  • @HirenBorah-l4s
    @HirenBorah-l4s 6 дней назад

    Om namu narayan🎉

  • @gitalineog6489
    @gitalineog6489 3 года назад

    কৃষ্ণ প্ৰভু আপোনাৰ শ্ৰীচৰণত শতকৌটি প্ৰণাম। 🙏🙏🙏🙏🙏

  • @manashidevi9262
    @manashidevi9262 2 года назад

    Joi guru Sankar 🙏🙏🙏🙏🙏

  • @bhobanikantaborsaikia5206
    @bhobanikantaborsaikia5206 11 месяцев назад

    Krishna Krishna Krishna prabhudev pronam to you.

  • @LakhimiGohain
    @LakhimiGohain 5 месяцев назад

    Krishna Krishna Ram Ram 🙏🙏🙏🙏

  • @MintuMedhi-o1w
    @MintuMedhi-o1w Месяц назад +1

    Ram Krishna

  • @minaxidevi8208
    @minaxidevi8208 3 года назад

    প্ৰনাম প্ৰভু 🙏🙏🙏

  • @dipakborah1152
    @dipakborah1152 3 года назад

    🙏🌺krishna Baap Prnam🌺🙏

  • @kuhideka
    @kuhideka 2 года назад

    কৃষ্ণ আপোনাৰ ভাগৱত শুনি মোৰ জীৱন ধন্য হৈছো প্ৰভু সেৱাহে ।

  • @pinkudas6167
    @pinkudas6167 Год назад

    Krishna pravujana 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @mohonsaikia1433
    @mohonsaikia1433 4 года назад +1

    Jai shri krishna 🙏🙏🙏

  • @golapidas565
    @golapidas565 2 года назад

    Krishna Krishna Sewa jonaisu 🙏🙏 🙏🙏

  • @rubulbarman7396
    @rubulbarman7396 3 года назад

    Krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏 sewa laba baap 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @netraprasadsaikia3193
    @netraprasadsaikia3193 4 года назад

    প্ৰণাম জনালো প্ৰভু..ক়্ষ্ণ.🙏🙏🙏

  • @mantuvallagilkalita1969
    @mantuvallagilkalita1969 4 года назад +1

    Krishna krishna krishna bap

  • @rinakutumpegu1427
    @rinakutumpegu1427 2 года назад

    Ram Ram Ram Krishna Krishna Krishna.

  • @lombitmoran4759
    @lombitmoran4759 4 года назад +1

    কৃষ্ণ বাপ সেৱা জনালোঁ🙏🙏🙏🙏

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 3 года назад +3

    হে প্রভু ঈশ্বৰ আপোনাৰ চৰণ কমলত এই অভাগিনীৰ কৌটি কৌটি প্রণাম । আজি ভগৱন্ত তিনি জনৰ অৱতাৰৰ ব্যাখ্যা শুনি বহুত নজনা কথা জানিব পাৰিছো। আপোনী গুণৰ সাগৰ প্রভু ভাগৱতৰ অমৃতময় ৰস অনায়াসে বোৱাই থাকিব ঈশ্বৰে আপোনাক কোশলে ৰাখক তাৰ বাবে কৌটি কৌটি প্রণিপাত কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @ranudas4561
    @ranudas4561 3 года назад

    Krishna Krishna 🙏🙏🙏🙏

  • @pareshmedhi213
    @pareshmedhi213 3 года назад

    Krishna 🙏 bap🙏brohma ,bisnu, mohesorr pisot akow porom purukh vogobonto kun bap🙏olp bujai kobsun Krishna 🙏.

  • @kushalkumar6532
    @kushalkumar6532 4 года назад

    🙏 কৃষ্ণ ,শঙ্কৰ গুৰু হৰি ৰাম ৰাম।

  • @arupdutta1873
    @arupdutta1873 4 года назад +4

    কৃষ্ণ ,হে বাপ ঈশ্বৰ ভক্তিভৰা প্ৰণিপাত গ্ৰহণ কৰিব ।বৈকুণ্ঠৰ পৰম ধন নাম অমৃতপান কৰা সকলো ভকত বৈষ্ণৱৰ প্ৰতি ভগৱন্ত প্ৰভূৱে কৃপা দৃষ্টি দান কৰক ।পৰম আনন্দৰে মন প্ৰাণ ভৰি পৰিছে কিয়নো আমাৰ অসমত শতসহস্ৰসহস্ৰ জনে আপোনাৰ ভাগৱত কথা শুনি কৃষ্ণপ্ৰেমত মগ্ন হৈ গৈছে ।আমাৰ ইয়াত ৰাতিপুৱা প্ৰায়বোৰ মানুহৰ ঘৰতে আপোনাৰ ভাগৱত ভাগ শ্ৰৱণ কৰে ।কিমান যে ভাল লাগে তাক বুজাব নোৱাৰি, কেতিয়াবা আনন্দত চকুলো নিগৰি আহে ।ঈশ্বৰৰ এই পৰম অমৃত বাণী নিৰবধি শুনাই যাওক বাপ ঈশ্বৰ, ভগৱন্ত প্ৰভূৱে আপোনাৰ সৎসঙগ আৰু বৃদ্ধি কৰক,তাৰে কামনা কৰি আমিও সেৱা নিবেদিলো ।ভগৱন্তৰ ৩২ অলঙ্কাৰ ছজন ভকত বাৰজন বৈষ্ণৱ আৰু চৈধ্য জন পাৰীষদ নহয় জানো জনাবচোন প্ৰভু ।কৃষ্ণ

  • @prasantadas3427
    @prasantadas3427 3 года назад

    প্ৰণাম প্ৰভূ.....কৃষ্ণ

  • @JintimaniDas-gl1cl
    @JintimaniDas-gl1cl 6 месяцев назад

    কৃষ্ণ প্ৰভু মইআপোনাৰ পৰা কৃষ্ণ কথা শুনি ভাল লাগিছে

  • @madhabidas6553
    @madhabidas6553 2 года назад

    কৃষ্ণ শঙ্কৰগুৰু মাধৱ সশ্ৰদ্ধাৰ সেৱা জনাইছো কৃষ্ণ।

  • @pinkysaikiapinkysaikia1411
    @pinkysaikiapinkysaikia1411 2 года назад

    Dhanya Dhanya Guru .

  • @shyammahanta7317
    @shyammahanta7317 4 года назад +3

    কৃষ্ণ প্রভু |প্রণাম গ্রহন কৰিব| আপোনাৰ পাঠ আমি শ্ৰৱণ কৰি আহিছো| পিছে আজি এটি কথা মনলৈ আহিল |বিতৰ্ক বুলি নাভাবিব | প্রথম কথা সৃষ্টিৰ আগতেই বাঘৰ ছাল ৰুদ্রই ক'ৰ পৰা পালে? বিষ্ণুৰ সৃষ্টি আগতে হৈছিল আৰু বিষ্ণুৰ নাভিকমলৰ পৰা ব্রম্মাৰ সৃষ্টি বুলি জানি আছিলো| আজি আকৌ খেলি মেলি লাগি গল| অনুগ্ৰহ কৰি আমাৰ এই সংশয় দুৰ কৰিবনে প্রভু | পুনৰ প্রনিপাত গ্রহন কৰিব|🙏🙏🙏🙏

  • @baneemabora4575
    @baneemabora4575 4 года назад +2

    হে প্ৰভু বাপজনা, কি যে সুমধুৰ আপোনাৰ বাখ্যা । কি বুলি আপোনাক ধন্যবাদ জনাম । যিমানে ধন্যবাদ দিও সিমানে কম হয় । শতকোটি প্ৰনাম প্ৰভু🙏🏻🙏🏻🙏🏻 ধন্য আমি 🙏🏻🙏🏻🙏🏻

    • @rishirajhazarika6205
      @rishirajhazarika6205 4 года назад

      7ùnnnñaaaaaa\aaäwtww25wwwwtwwwtwwwwwwwwtwtwwwwwwwtwwtwwwwwtwwwwwwwwwwwwwwur ur uurrrreeewrwywy

  • @ritakalitadas3789
    @ritakalitadas3789 3 года назад

    Krishna dhany halo Bap ............khub bhal lagil Apunar kripa .......

  • @subornaroy9303
    @subornaroy9303 4 года назад

    Prabhu ati hukhi .halu bhagawat sraban kari pranam prabhu

  • @dipakkalita9267
    @dipakkalita9267 Год назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏
    মই এতিয়াহে serially শুনি আছো প্ৰভূ... এদিনতে গোটেইখিনি শুনিবলৈ মন যায়..... আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো 🙏 🙏 🙏 🙏

  • @aadya2910
    @aadya2910 4 года назад

    Hare Krishna Hare Ram

  • @bharatborah4271
    @bharatborah4271 4 года назад +2

    Krisno krisno Bap pronam kusholeThakk krisno

  • @mrinalmedhi8346
    @mrinalmedhi8346 Год назад

    🙏🙏🙏কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @junupravasaikia1816
    @junupravasaikia1816 4 года назад

    Pranam janalu Baap.

  • @rulirazkumari9191
    @rulirazkumari9191 4 года назад +2

    Krishna bap 🙏🙏🙏apunak hewa dhorilu🙏🙏apuni kukhle thakok Krishna Krishna 🙏

  • @ganeshkoch561
    @ganeshkoch561 2 года назад

    Krishna 🙏🙏🙏

  • @PaurabKhamon100million
    @PaurabKhamon100million 8 месяцев назад

    কৃষ্ণ প্ৰভু 🙏🙏🙏🙏🙏🙏🙏♥️♥️♥️

  • @suminicesongdevi2793
    @suminicesongdevi2793 Год назад

    চাৰি সিদ্ধ কথা শুনি ভাল লাগিল। কৃষ্ণ

  • @daisyrabha2343
    @daisyrabha2343 4 года назад +2

    Krishna krishna bapjana sewa janaisu krishna

  • @amiyaborah9305
    @amiyaborah9305 Год назад

    পণাম পভু আপোনাক ভগবানে কুশলে রাখক ।

  • @bhairabjyotidas613
    @bhairabjyotidas613 4 года назад +1

    ৰাম কৃষ্ণ হৰি

  • @arupphukan8307
    @arupphukan8307 4 года назад

    কৃষ্ণ কৃষ্ণ প্ৰভু,কৃপা কৰিব।

  • @akakhsobarman5460
    @akakhsobarman5460 4 года назад +2

    Krishna Krishna bap

  • @utpal-verynicedas6072
    @utpal-verynicedas6072 4 года назад

    ,,,, কৃষ্ণ প্ৰভু বাপ সেৱাহে আপোনাৰ কুশল কামনা কৰিলো ।

  • @binadeka9674
    @binadeka9674 3 года назад

    Krishna Krishna Bap.
    .

  • @runumikakati4335
    @runumikakati4335 4 года назад +2

    হে চিৰপূজ্য মহাত্মা বাপ ,কোটি কোটি সেৱা নিবেদিছোঁ ।ঈশ্বৰ কৃষ্ণৰ ৰূপ বণৰ্না শুনি মোহিত হৈ গৈছো ।সবৰ্দা ভাগৱত শুনাৰ সৌভাগ্য আপোনাৰ দ্বাৰাহে হৈছে । তাৰবাবে আপোনাক শতকোটি ধন্যবাদ জ্ঞাপন কৰিছো ।আপোনাৰ কুশলাঁৰ্থে কৃষ্ণ কৃষ্ণ ।

  • @suren1974
    @suren1974 4 года назад +5

    কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ । ভাগৱত ভাগ পৰম হৰিষে শ্ৰৱণ কৰিলো । কৃষ্ণ কৃষ্ণ ।।

  • @arunpachoni1993
    @arunpachoni1993 4 года назад +2

    কৃষ্ণ প্রভূ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @bhanitabarman9222
    @bhanitabarman9222 4 года назад +1

    Krishna baap...apunak pranam jonalo
    ....Krishna.....

  • @suprotimkalita4252
    @suprotimkalita4252 4 года назад +1

    কৃষ্ণ বাপ আপোনাক কৌতি কৌতি বাৰ প্ৰণাম।

  • @anjanakakoty2103
    @anjanakakoty2103 4 года назад

    krishna 🙏🙏🙏 krishna hune bhal lagese.

  • @newjourney8984
    @newjourney8984 3 года назад

    কৃষ্ণ 🙏 প্ৰভু

  • @sarujandas121
    @sarujandas121 4 года назад +2

    Krishna Baap Parnam 🙏🙏🙏🙏

  • @nilimachoudhury5019
    @nilimachoudhury5019 2 года назад

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏

  • @aainubordoloi2991
    @aainubordoloi2991 4 года назад

    কৃষ্ণ প্ৰভু 🙏 সেৱা গ্ৰহণ কৰিব। আপোনাৰ শ্ৰীমুখে ভাগৱত ব্যাখ্যা শুনি ধন্য হৈছো।কুশলে ৰাখক আপোনাক ভগৱন্তই।
    প্ৰভু, ভগৱানৰ যি ২১টা লক্ষণ আছিল সেই কেইটা পাৰে যদি জনাব চোন ।

  • @mridusmitamazumder4990
    @mridusmitamazumder4990 3 года назад

    Jai shree krishna

  • @nialifestyle2482
    @nialifestyle2482 Год назад

    কৃষ্ণ, আপোনাৰ চৰণত সেৱা থাকিল ।আপোনাৰ চৰণৰ পদধুলি ঈশ্বৰে কেতিয়া মিলাব তকে বাত চাই আছো ।

  • @minakshideka1470
    @minakshideka1470 Год назад

    Krishna krishna ram ram

  • @lilakalita6705
    @lilakalita6705 4 года назад +3

    কৃষ্ণ পভু চৰণত সেয়া নিবেদিলো ।

  • @rborah7570
    @rborah7570 4 года назад +1

    বহুত বহুত ধন্যবাদ পাাঠকদেৱ।

  • @jayantarabha8353
    @jayantarabha8353 4 года назад +1

    কৃষ্ণ 🙏🙏🙏

  • @pragyasaikia5261
    @pragyasaikia5261 4 года назад

    🙏🙏সহস্ৰ সহস্ৰ প্ৰণাম জনাইছোঁ। কুশলে থাকিব সকলো।

  • @barbiesaikia7081
    @barbiesaikia7081 4 года назад +2

    Krisna he prom kripalu bap jon apunak kuti kuti pronam, 🙏🙏🙏🙏🙏

  • @ranunayak3161
    @ranunayak3161 4 года назад +2

    Krishna Bap🙏🙏

  • @anuprovadas2311
    @anuprovadas2311 4 года назад +2

    হে কৃষ্ণ প্ৰভূ প্ৰথমে আপোনাৰ চৰনত সেৱা জনালো।ভাপ আপোনাৰ এই মহান ভাগৱত শ্ৰৱণ কৰি ধন্য হৈছো । আপোনাক ভগৱানে কুশলে ৰাখক। প্ৰভূ মোৰ গাটো অলপ অখুস আপুনি আশিবাদ কৰিবছোন আপোনাৰ অমৃত বানী পালে ধন্য হ'ম। কৃষ্ণ প্ৰভূ পুনৰ সেৱা জনালো

  • @manomatikalita4131
    @manomatikalita4131 4 года назад +5

    কৃষ্ণ বাপ আপোনাৰ অমৃতবাণী শুনি মনটো বহুত ভাল লাগিল নজনা কথা শুনি পৰম শান্তি পালো প্ৰভু পবিত্ৰ শাওণ মাহৰ ৰুদ্ৰ দেৱৰ বৃত্তানত শুনি লো প্ৰভু শাওণ মাহৰ ৪ তাৰিখে নাতিনীতোৰ জন্ম দিনত আশিৰবাদ কৰক ৬বছৰ পূৰ্ণ হ'ল আপোনাৰ কল্যাণৰ বাবে সেৱা জনালোঁ প্ৰভু কৃষ্ণ কৃষ্ণ

  • @kanakbarman2863
    @kanakbarman2863 Год назад

    ৰাম ৰাম পভুঈশৰ

  • @madhurjyakashyap2296
    @madhurjyakashyap2296 2 года назад

    🙏🙏🙏🙏🙏🙏🙏

  • @rabindranathdas8301
    @rabindranathdas8301 3 года назад

    ৰাম কৃষ্ণ ৰাম কৃষ্ণ

  • @narayankalita7181
    @narayankalita7181 3 года назад

    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @bulbulisarma8578
    @bulbulisarma8578 3 года назад

    🙏🙏 কৃষ্ণ কৃষ্ণ

  • @ilamanibasumatary4974
    @ilamanibasumatary4974 4 года назад +4

    Krishna Krishna bap hawajonalu

  • @rukminitalukdar425
    @rukminitalukdar425 4 года назад +2

    Krishna prabhu vhagawan apunak vala rokhah

  • @mayurkrishnabharali1025
    @mayurkrishnabharali1025 4 года назад +3

    নাম অমৃত পান কৰা হৈছে সেৱাৰে কৃষ্ণ

  • @parthaprotimbora7313
    @parthaprotimbora7313 4 года назад

    Krishna Krishna bap hewa jonaisu apunak...

  • @hirakdas4607
    @hirakdas4607 4 года назад +2

    Krishna krishna baap

  • @nilimapathak4964
    @nilimapathak4964 4 года назад +2

    Krishna pravu 🙏 bohut vl lagil aru Santi palu

  • @bipulroy3907
    @bipulroy3907 3 года назад

    বাপ আপোনাৰ ভাগৱত পাঠ শুনি বহুত ভাল লাগে

  • @jadabborah1447
    @jadabborah1447 4 года назад +1

    কৃষ্ণ প্ৰভু , সেৱা নিবেদিলোঁ ।

  • @pulokdeka759
    @pulokdeka759 4 года назад +3

    Krishna Krishna Baap

  • @ayondark1027
    @ayondark1027 4 года назад +3

    হেপ্রভু জন অপোনালৈ শত কৌটি প্রণাম

  • @sabitriboruah4411
    @sabitriboruah4411 3 года назад

    🙏

  • @pankajboruah3673
    @pankajboruah3673 4 года назад +3

    কৃষ্ণ কৃষ্ণ প্ৰভুজনা সেৱাহে জনালো।

  • @AnilDas-ku7kv
    @AnilDas-ku7kv 3 года назад

    কৃষ্ণ বাপ বহুত নজনা কথা শুনিবলৈ পালো আগলৈ আৰু আশা থাকিল প্ৰভু জনা কৃষ্ণ শংকৰ গুৰু

  • @gouripravadas7435
    @gouripravadas7435 4 года назад +1

    Krishna, bap sewa lab 🙏🙏🙏Krishna.

  • @ajitkumardas4380
    @ajitkumardas4380 4 года назад

    Krishna krishna

  • @gayatribaruah2409
    @gayatribaruah2409 3 года назад +1

    ভাষা নাই বাপ কি বুলি সেৱা জনাম 🙏🙏

  • @khirodagogoi625
    @khirodagogoi625 4 года назад +3

    কৃষ্ণ প্ৰভূ । ভাগৱতৰ এই সৃষ্টি
    বৰ্ণন কথা খিনি আপুনি ইমান
    সুন্দৰ ভাবে ব্যাখ্যা কৰিছে আমাৰ মন প্ৰাণ জুৰ পৰি গৈছে
    আজি যদি আমি " গৃহবন্দী "
    হৈ নাথাকিলো হেতেন তেন্তে
    আপোনাৰ এই মহান ভাগৱতৰ
    অমৃত বাণী বিলাক কেতিয়াও
    শুনিবলৈ নাপালোঁ হেতেন । কৃষ্ণ প্ৰভূ আমাৰ সেৱা গ্ৰহণ
    কৰিব ।

  • @tridipdutta2416
    @tridipdutta2416 4 года назад +4

    Bapjona krishno krishno

  • @lakhiborah4897
    @lakhiborah4897 4 месяца назад

    সেৱা আগবঢ়োলো 🙏🙏🙏🙏🙏🙏🙏

  • @ManishaChutia-x8q
    @ManishaChutia-x8q 4 года назад +1

    কৃষ্ণ কৃষ্ণ বাপ ।

  • @rikadas2664
    @rikadas2664 4 года назад +3

    কৃষ্ণ বাপ,সেৱা জনালোঁ।

  • @padmakumariburagohain6490
    @padmakumariburagohain6490 4 года назад +2

    Krishna krishna baap! Xewa nibedon korilo.krishna !

  • @pranjitmedhi4190
    @pranjitmedhi4190 4 года назад +2

    Krishna Ram Krishna Ram mone sumoroy kripa karile Gurudev onek kouti jonome Pranam jonabo paai bhut2 I am happy SirRiju dada

  • @krishnapriyammusical7737
    @krishnapriyammusical7737 4 года назад +2

    কৃষ্ণ কৃষ্ণ বাপজনা আপোনাৰ মহাভাগৱত কেতিয়া শুনিব পাও বাট চাই থাকো যেতিয়া শুনিব পাও তেতিয়াহে ভাল লাগে কোনদিনা আপোনাক দেখা পাম সেইটো ভগৱন্ত প্ৰভুজনাই হে জানে ।আপোনাক ধন্যবাদ কৃষ্ণ কৃষ্ণ।।

  • @aratitalukder7759
    @aratitalukder7759 4 года назад +6

    বাপ শতকৌটি প্ৰনাম জনালো কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

  • @dulugogoi2350
    @dulugogoi2350 4 года назад +3

    কৃষ্ণ প্ৰভু আমি আপোনাৰ দ্বাৰা পৰিচালিত ভাৰ্গৱত পাঠ শুনি পাৰমাথিক ভাব হৃদয়ত অনুৰণনিত হৈছে সেয়েহে আপোনাৰ চৰনেসেৱা নিবেদিছোঁ