Yes Prabhu u are right, main theory of maha BHAGAWAT is so complex, but u represent IT so simple that my son (engineer) also listen it while iam listening. Pranam Prabhu.
Eia krishnar kripa apunar bhagavat pathan ati sundar hunile huni thakibar mon jai aru bakhya ati haral ji bilak ktha bahute najanisil aji janiba pari upakrita hoise apunaloi bahut dhanyabad
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ প্ৰণাম 🙏🙏🙏
Krishno❤
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ
কৃষ্ণ কৃষ্ণ🙏🙏 তোমাৰ চৰণত কোটি কোটি সেৱা নিবেদন কৰিলো প্ৰভূ কৃষ্ণ কৃষ্ণ🙏🙏
🎉om namu narayan🎉om namu narayan🎉om namu narayan 🎉riju pathak jay ho jay jay ho jay jay ho 🎉🎉🎉
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু । আপোনালৈ সেৱা জনালোঁ, সেৱা গ্ৰহণ কৰিব ।
Krishna Krishna Bap.
কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ সেৱা গ্ৰহণ কৰিব
কৃষ্ণ কৃষ্ণ
Ram Krishna
কৃষ্ণ কৃষ্ণ প্ৰভূ আমি আশীৰ্বাদ বিছাৰিলো
কৃষ্ণ প্ৰভু 🙏🙏🙏🙏🙏🙏🙏🙏
ৰাম কৃষ্ণ হৰি
হে মহান জয় জয়তে আপোনাৰ দুখানী চৰনত
হে মহান জয় জয়তে আপোনাৰ দুখানী চৰনত প্ৰনিপাত জনালো ।প্ৰভূজন আপোনীনিজৰ লগতে এই সংসাৰ সাগৰৰ পৰা আমাকো উদ্ধাৰ কৰিলে ।আপোনাকশটকোটি প্ৰনাম ।কৃষ্ণ
প্ৰভু বহু কষ্ট ৰ মাজতো জিয়াই আছো তেওঁৰ কৃপাত। প্ৰভু সেৱা জনালো কৃষ্ণ কৃষ্ণ কৃষ্ণ গোবিন্দ
হৰে কৃষ্ণ হৰে কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰে হৰে ।হৰে ৰাম হৰে ৰাম ৰাম ৰাম হৰে হৰে।🙏🙏🙏
কৃষ্ণ প্ৰভু 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Joi guru Sankar 🙏🙏🙏🙏🙏
Jai shree krishna jai shree Ram pranam pravu.
Probhu pronam jonalu🙏🙏🙏🙏🙏🙏
Krishna bap apunar kripat maha bhagovatar Amrit Bani swaban koriboli Pai dhany hoisu apunak. Bohut dhanybad janaisu Krishna.
🙏 bap 🙏 krishna 🙏 bisno 🙏 ohari 🙏 oram 🙏
Krishna krishna prabhu 🙏🙏🙏
বৰ সুন্দৰ বৰ্ণনা শ্ৰৱণ কৰি ভাল লাগিল কৃষ্ণ কৃষ্ণ প্ৰভূ ।
Joy krishna🙏🙏🙏
হে মহাত্মা ,আজি আপুনি সপ্ত স্বগৰ্ৰ সৃষ্টিৰ যি অনুপম সৌন্দয্য ডাঙি ধৰিলে,সচাকৈঁ বহুত ভাল লাগিল ।আপুনি দীঘাৰ্য়ু হওকঁ । কৃষ্ণ কৃষ্ণ কৃষ্ণ ।
Krishna Guru 🙏🙏🙏
কৃষ্ণ বাপ মই আপোনাৰ ভাগবত শুণি মন টো ভাল লাগিলআৰু মন টো আগত কৈ ভাল লাগিছে
প্ৰভূ অমৃত কথাপান কৰিবলৈ পাই আপ্লুত হৈছোঁ। প্ৰভূত ভগৱন্তই সদায় এনেদৰে তেখেতৰ চৰণ ছায়াৰ তলত কৃষ্ণ কথা শুনিবলৈ যোগ্য পাত্ৰ কৰি ৰাখে।
কৃষ্ণ কৃষ্ণ আপোনাৰ পাঠ ব্যাখ্যাৰে জীৱন ধন্য কৰা যেন অনুভৱ হৈছে। আপোনাৰ শ্ৰীচৰণত সেৱা নিবদলো। কৃষ্ণ
জীৱনৰ সংকত কালত আপোনাৰ মহান উপদেশবোৰে আমাৰ মন - প্ৰাণ হৃদয় এক নতুন মাত্ৰাত উপনিত হৈছে ৷
ঈশ্বৰে আমাৰ বৈষ্ণৱ প্ৰভূজনাক সপৰিয়ালে কুশলে মংগলে ৰাখক এয়াই আমাৰ ভৰষা
কৃষ্ণ আপোনাৰ অমৃতময় ভাগৱত পাঠ শুনি আমি অধমে বহু উপকৃত হৈছো ।আপোনাৰ চৰণত সেৱাহে ।
কৃষ্ণ প্ৰভু ঈশ্বৰ প্ৰণাম ,।🙏🙏
কৃষ্ণ প্ৰভু , আপোনাৰ শ্ৰী চৰনত একাজলি প্ৰনিপাত নিবেদিছো , ভাগৱতৰ বাখ্যা শুনি বহুত আপ্লুত হৈছো । কৃষ্ণ ।
Krishna baap bhout Vaal lagil bap Krishna
Krishna bap 🙏 apunar path hodai huni su val laga krishna🙏🙏🙏
kisna bap apunak bahut dhanyabad bhagabana apunak vala kusala rakhak
Krishna Krishna 🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম
Krishna hai prabhu hewa jonalu
🙏🙏🙏 jai shri krishna 🙏🙏🙏
Krisno krisno Bap apunar mongol kamnare krisno
অতি সুন্দৰ ব্যখ্যা, বাপ।
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ অমৃত বানীৰে পুলকিত কৰিছে। আপোনাক ভগৱানে কুশলে ৰাখক।
সেৱা জনালো বাপ,কৃষ্ণ
Krishna krishna krishna He krishna tumak kauti kautibar pranam janaisho Pathak bap eman Sundar Baikunthar barnana sunile suni thakibar man jai
প্ৰভু ঈশ্বৰ ভক্তি ভাৱে প্ৰণাম নিবেদিলো অতি সুন্দৰ অনুভৱ আমি উপভোগ কৰিছো আপোনাৰ শ্ৰীমুখৰ ভাগৱত পাঠৰ ব্যাখ্যা শুনি ধন্য হৈছো শতকোটি প্ৰণাম জনালো কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏
Krishna Krishna bap.apooner path suni bohut val lage bhagawane aponak o sumangle rakhak amer karane.
Hare krishan
Ram Krishna 🙏🏼❤🙏🏼
Krishna' Krishna Katha xuni Val lagil ! Bap pranam!
Krishna Krishna Krishna Krishna Prabhu.
কৃষ্ণ কৃষ্ণ ঈশ্বৰপিতা' ইমান মধুময়ী তাত্ত্বিক ব্যাখ্যাই আমিহেন মূঢ়মতিক বিস্মিত কৰে ঈশ্বৰ'অ' প্ৰাৰম্ভিক কালত আমাৰ বাবে আপুনি মহাভাগৱত এগছি প্ৰদ্বীপ প্ৰভূ'আপোনাৰ শ্ৰীচৰণত কাতৰে সেৱা অৰ্পণ কৰিছোঁ ঈশ্বৰ লগতে আপোনাৰ মঙ্গল কামনা কৰিছোঁ হৰিহৰি হৰিহৰি
Krisna krisna bap amar sawa grahan kariba prabhur kripat kusala thakak
কৃষ্ণ কৃষ্ণ বাপ জনালৈ সেৱা জনাইছো ।।ধন্যবাদ
Krishna 🙏🏻🙏🏻🙏🏻
কৃষ্ণ বাপ সেৱা ধৰিছো । আপুনি সুস্বাদু ব্যঞ্জন ৰান্ধিছে আৰু আমি আনন্দৰে খাইছো ।গতিকে আপোনাৰ কষ্টৰ শলাগ ল'ব ই লাগিব ।
কৃষ্ণবাপ আপোনাৰ শ্ৰী মুখ হন্তে ভাগৱতৰ ব্যাখ্যা শুনি বহুত ভাল লাগিছে।সময় পালেই শুনি থাকো।আপোনাৰ সু স্বাাস্থ কামনা কৰিলো।🙏🙏🙏
হে মোৰ কৃপালো গুৰু জনা পুৱাৰ সেৱা নিবেদিলো আপোনাৰ চৰণ কমলত। সপ্ত বৈকুণ্ঠৰ বৰ্ণনা আপোনাৰ সুমধুৰ কণ্ঠত শুনিবলৈ পাই বহুত ভাল লাগিল। সদায় যেন বৈকুণ্ঠৰ ভাগৱতৰ অমৃতময় বাণী আপোনাৰ শ্রী মূখে শুনিবলৈ পাই থাকো তাৰ আশাৰে বাট চাই থাকিম কৃষ্ণ কৃষ্ণ প্রভু🙏🙏👃
কৃষ্ণ, হে পুণ্যাতমা মনৰ বিষয়ে বৰ সুন্দৰ বাখ্যা দিলে ।যত্ন কৰিলেও মন বিষয়ক যায়,মন জিনিবৰ বাবে আপুনি নৰসমুহক মহা ঔষধ দান কৰিলে ।এই মহাগিয়ান সকলোৱে সৎ প্ৰয়োগ কৰক,সকলোৰে এটা সুস্থ মানসিকতা গঢ় লৈ উঠক।ভাগৱতৰ অমৃত কথাই সকলোকে গুৰু ঈশ্বৰ আৰু ভকতৰ কৃপাৰ পাত্ৰ কৰি তোলক ।ভাগৱতৰ এই ধাৰাবাহিকতা সফলৰ নিমিত্তে ভগৱন্ত পুৰুষে আপোনাক সদায় কুশল মঙ্গলে ৰাখক ।হে সদগুৰু,এই নিকিন জনৰ সেৱাভাগো গ্ৰহণ কৰি লব,কৃষ্ণ ।।
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ আপোনাৰ চৰণে শতকোটি প্ৰণাম জনাইছোঁ । কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ।
Krishna gurujan koti pranam janai .
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
Krishna pravu vogoban sewa jonaisu
Sewa jasilu baap🙏🙏🙏🙏🙏🙏
Prabhu ati hundar lagiche krishna
Krishna Madhava🙏💖
Hare Krishna Hare Ram
Krishna Krishna Krishna ❤
কৃষ্ণ প্ৰভূ 🙏 ...!
Krishna Krishna Krishna prabhudev pronam to you
Yes Prabhu u are right, main theory of maha BHAGAWAT is so complex, but u represent IT so simple that my son (engineer) also listen it while iam listening. Pranam Prabhu.
প্ৰথমে প্ৰথমে এটি সেৱা আগ বঢ়ালো প্ৰভূ গ্ৰহন কৰিব ।আপুনিয়ো সদাই বহ্ত কষ্টৰে আমাক অমৃতৰ ৰস বিলাই আহিছে আমি পাণ কৰিছো । প্ৰভূৱে আপোনাক আৰু পৰিয়ালক সদাই কুশলে ৰাখক । জয় জয় কৃষ্ণ কৃষ্ণ ৰাম ৰাম ।
Eia krishnar kripa apunar bhagavat pathan ati sundar hunile huni thakibar mon jai aru bakhya ati haral ji bilak ktha bahute najanisil aji janiba pari upakrita hoise apunaloi bahut dhanyabad
কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏
Krishna ! Pranam baap, aajio bohut vl lagise. Krishna !
কৃষ্ণ ৰাম কৃষ্ণ মাধৱ গুৰু বাপ
🙏🌺krishna🌺🙏
Ram ram ram pranam..bap...
Jai Shree Krishna
👏 কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ |
প্ৰণাম জনালোঁ প্ৰভু .পাঠআৰু বাখ্যা শুনি আমি ধন্য হলোঁ 🙏🙏
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰনত সেৱা জনালো
Krishna Krishna Krishna 🙏🙏🙏🙏
Krishna krishna krishna provu
Krisna bap jon bor Vl lagil
কৃষ্ণ কৃষ্ণ ।
Val lagil bap krishna
বাপ প্ৰভু, সেৱাভাগ নিবেদন কৰিলো। আপোনাৰ শ্ৰীমুখে মহাভাগৱতৰ অমৃত কথা শ্ৰৱণ কৰি এই অধমে জীৱনটো সুন্দৰ ভাৱে যাপন কৰিবলৈ যি মূল তথা সাৰ বস্তুভাগৰ প্ৰয়োজন তাৰ আভাস স্বল্পজ্ঞানে অলপ হ'লেও আয়ত্ত কৰিবলৈ সক্ষম হৈছো বুলি নকওঁ, বোধহে কৰিছো। বিশেষ কাৰনবশত দুটিমান অধ্যায় শ্ৰৱণ কৰাৰ পৰা বিৰত থাকিব লগা হোৱাত অনুভৱ কৰিছিলো যে মই কি হেৰুৱাইছো ! পুনৰবাৰ আপোনাক সেৱা জনাই আপোনাৰ সু স্বাস্থ্য কামনা কৰিলো।
কৃষ্ণ কৃষ্ণ প্ৰভুজনা সেৱাহে জনালো কৃষ্ণ কৃষ্ণ।
Krishna Krishna bap
Krishna bap
🙏🙏 কৃষ্ণ কৃষ্ণ
Krisna 🙏🙏🙏 bap🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌼☀☀☀
Krishna baap 🙏🙏🙏hewa jonaisu🙏🙏apuni hodai vle thakok.apuni amak Amit parn koraise..Krishna Krishna 🙏🙏
Krishna baap jon pronam jonalu🙏🙏🙏
🙏🙏🙏পোন প্ৰথমে মোৰ মনৰ পৰা আপোনালৈ বুলি ঈশ্বৰ মহাপ্ৰভু শ্ৰীকৃষ্ণৰ ভাব বিভোৰ মনোভাৱে আন্তৰিক অভিনন্দন তথা সেৱা জনাইছো, আশা কৰো আপুনি মোৰ সেৱা ভাগ গ্ৰহণ কৰিব আৰু ভগৱন্ত পুৰুষ শ্ৰীকৃষ্ণৰ চৰণ কমলতো মোৰ সেৱা অৰ্পণ কৰি মোৰো জীৱন কৃতাৰ্থ সাধিব 🙏🙏🙏🙏🙏🙏
Hey krishna sraban kori aasu. Amrit jen loga tatta kotha huni aamoni naalage prabhu. Kripa korok prabhu jibit thaka din kaita jen aidore huni thakibo paro. Gobinda.
Baap apunak sotokouti pronam
Probhu hewa jonalu
Bap provu vogobanto krisno krisno RAM RAM