Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু বাপ আপোনা ব্যাখ্যা শুনি বহুত ভাল লাগিল ,কৃষ্ণ প্ৰভু আপোনাৰ চৰন প্ৰঙ্কঁজত শতকোটি সেৱা নিবেদিছো কৃষ্ণ 🙏 🙏 🙏 🙏
কৃষ্ণ কৃষ্ণ,,,, ৰাতিপুৱা ই আপোনাৰ এই সুন্দৰ ব্যাখ্যা শুনি মন ভৰি গল,সেৱা ভাগ গ্ৰহন কৰিব
আপোনা লোকে পৰচৰ্চা কিয় কৰে?পঢ়াটো ঠিকে ৰাখি কামবোৰ কৰি যাবলৈহে পৰামৰ্শ দিব লাগে৷আপুনি বুলিয়েই নহয় প্ৰায়বোৰ ধৰ্ম ভীৰুৱেই পৰক টানি আজুৰি ব্যাখ্যা বোৰ দিয়া দেখা যায় ৷এইবোৰ স্বভাৱ জানো ভাল? নিজক ঠিক কৰক৷তাৰ পিচত আনক শিকাব ৷কিতাপৰ শিক্ষাও বৰ সাধাৰন কথা নহয় ৷কিতাপ পঢ়িবলৈ কওক আপোনালোকৰ দৰে ভণ্ড পৰচিকাতৰ ভকত সকলে ৷নাইবা সমাজ বেয়া পথেহে যাব ৷ভুল হ’লে ক্ষমা কৰি দিব৷
অতি সুন্দৰ ব্যাখ্যা শুণিলোঁ ।ওম নমো ভগৱতে বাসুদেৱায়🙏🙏🙏🙏🙏
Probhu krishna. Apunar anusthan tu Sai bohut bhal lagil .Manikpur Dompara Bongaigoan Assam
Krishna bap ...val lagil
On nomo bhagabote nomo
Iman totto godhur. Byakhya bapkoti koti nomasker
🙏🏼🙏🏼🙏🏼🙏🏼ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম প্ৰভু মাধৱ ।কৌটি কৌটি সেৱা জনালোঁ গ্ৰহন কৰিব কৃষ্ণ ৰাম প্ৰভু ।আপোনাৰ শ্ৰী মূখে ভাদমাহৰ বনণা শুনি অতিকৈ ভাল পালোঁ ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভু আপোনাৰ মঙ্গল কামনা কৰিলোঁ ।।🙏🏼🙏🏼🙏🏼🙏🏼।।ঃঃঃঃঃঃঃঃ।
) lq
কৃষ্ণ বাপ অতি সুন্দৰ ব্যক্তব্য গুৰু অবিহনে এখন সমাজ তথা জাতি প্ৰাণহীন স্বৰূপ। জগতগুৰু জনাই আমাৰ অসমীয়া জাতিৰ ধৰ্ম ধব্জা অসমীয়া জাতি ,কৃষ্টি -সংস্কৃতিৰ প্ৰাণ স্বৰূপ তেৰা অকল ধৰ্ম প্ৰদৰ্শকেই নহয় তেওঁ সৰ্বগুণাকৰ সমস্ত জগতখনেই গুৰুজনাৰ ভেটি যাৰ গুণৰ কোনো তুলনা নাই সেয়েহে মাধৱ গুৰুজনাক শঙ্কৰ গুৰুজনাই কৈছিল মই চৰাচৰ জগতৰে গুৰু আৰু এই জগতখনেই মোৰ গুৰু যি জন গুৰুৱে হীন_নীচ মনোভাৱ নাৰাখি সমস্ত জীৱৰ প্ৰতি দয়াকৰি হৰি নাম লোৱা অধিকাৰ প্ৰদান কৰিছিল সদায় শান্ত ,দাস্য ,ক্ষমা, কৃপাসিন্ধু সেয়াই গুৰুজনাৰ মহানুভৱতা ।। কৃষ্ণ। জয় গুৰু শঙ্কৰ।।।।
কৃষ্ণ,পবিত্ৰ ভাদমাহৰ সুন্দৰ বিশ্লেষণ শুনি ভাল লাগিল। আপোনালোক প্ৰনাম জনালোঁ।
পৰম সুন্দৰ ,,মূল্যৱান গুৰুত্বপূৰ্ণ কথা,,লাভবান হলোঁ।কৃষ্ণ হৰি ৰাম।
কৃষ্ণ কৃষ্ণ সেৱা গ্ৰহণ কৰিব। আপোনাৰ শ্ৰী মুখেৰে ভাদ মাহৰ তাৎপৰ্য কথা শুনি নিজকে ধন্য মানিছো।
কৃষ্ণ প্ৰভু সেৱা আগবঢ়ালোঁ। আপোনাক ভগৱানে কুশলে ৰাখক কৃষ্ণ 🙏🙏🙏
আমাৰ পৰম সুহৃদ বাপজনা পৱিত্ৰ ভাদমাহৰ যি বৰ্ণনা দিলে তাৰ পৰা আমি বহু নজনা তথ্য জানিলো।আপোনাৰ অধ্যয়ন পুষ্ট মনে আমাৰ বাবে বহু কষ্ট কৰি জ্ঞানৰ ভাণ্ডা আগবঢ়াইছে।আমি সচাঁকৈ বহু উপকৃত হৈছো। আপোনাৰ এনেধৰণৰ গুণৰ আমি শলাগ লৈছো।আপোনাক ভগৱন্তই অসীম শক্তি-সামৰ্থ প্ৰদান কৰক আৰু দীৰ্ঘায়ু কৰক। কৃষ্ণ কৃষ্ণ।
কৃষ্ণ
Krishna probhu aami aapunar kirtonor niomiya sruta. aapunar uttam byakhya pora aami bohut upokrit hoisu . Probhu aapunar sree soronot hohosro pronipat jonalu . Krishna 🙏🙏🙏🙏
বহুতো ভাল লাগিল।🙏 নমস্কাৰ। কৃষ্ণ ।
Krishno❤
কৃষ্ণ হৰি ৰাম। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম ৰাম ৰাম।
কৃষ্ণ প্ৰভূ আপোনাৰ ভাগৱত পাঠ আৰু বাখ্যা সচাকৈ মন পুলকিত কৰে।
কৃষ্ণ বাপ শুনি সুখী হলো ধন্যবাদ থাকিল আৰু সেৱা ভাগ জনাইছো
পৱিত্ৰ ভাদ মাহৰ তাৎপৰ্যপূৰ্ণ বক্তব্য শুনিআমি বহুত ঊপকৃত হৈছো।আপোনাললৈভক্তি পূৰ্ণ সেৱা আগবঢ়ালো।
জয গুৰু শংকৰ কৃষঞ বাপজনা বহুত ভাল লাগিল ।
কষ্ণ ।উত্তম । ভাদ মাহ সম্পৰ্কত জানিবলৈ পায় উপকৃত হলো । এনে ধৰনৰ বিষয়বোৰ আগলৈও জনাই থাকিব ।ভাল লাগিব ।ধন্যবাদ ।
অতি সুন্দৰ । গুৰু আসনৰ আৰ্হিৰ ব্যাখা আৰু মাহ-প্ৰসাদৰ বিভিন্ন উপাদানৰ প্ৰয়োজনীয়তাৰ কথা শুনি কৃতাৰ্থ হ'লো । মই ভাৱো যে আমি অসমীয়া সকলে নিজকে লৈ গৌৰৱ কৰিব নিশ্চয় নাজানো, সেয়েহে হয়তো ইমান দিনে মই অথবা মোৰ দৰে আন দহ জনে এই ধৰনৰ অতি লাগতিয়াল কথাবোৰ নাজানো বা জানিবলৈ ইচ্ছা নকৰোঁ । আপোনাক অভিনন্দন জনালোঁ আৰু এনেধৰনৰ কথা বোৰ আমাক-অসমীয়া সকলক অকপতে জনাবলৈ অনুৰোধ কৰিলোঁ।
কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্তই সকলোকে কৃপা কৰক সুন্দৰ ব্যাখ্যা প্ৰভু 🙏🙏🙏
হে গুৰুদেৱ আজি বহুত ভাল কথা জনিলোঁ প্ৰভু।ব প্ৰভু ভগৱন্তই সমষ্টৰে কল্যাণ কৰক।শুভ ৰাত্ৰি।
কৃষ্ণ বাপ বহুত ভাল লাগিল ।
হৰে কৃষ্ণ হৰে কৃষ্ণ ...কৃষ্ণ কৃষ্ণ হৰে হৰে হৰে ৰাম হৰে ৰাম...ৰাম ৰাম হৰে হৰে 🙏🌸🌺🌹
বৰ ভাল লাগিল। কৃষ্ণ 🙏 🙏
কৃষ্ণ প্ৰভু জনা পৱিত্ৰ ভাদৰ মাহত গৃহৰ পৰা প্ৰণিপাত জনাইছু ৷🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
বৰ সুন্দৰ তাৎপর্যপূর্ণ কথা ধন্যবাদ 🙏🙏
সেৱা জনালোঁ প্ৰভু🙏🙏🙏পবিত্ৰ ভাদ মাহৰ বিষয়ে জানিবলৈ পায় ভাল লাগিল।
বহুত ভাল পালো শ্ৰৱণ কৰিবলৈ পায় ।কৃষ্ণ প্ৰভু ।
নতুন প্ৰজনম্মৰ বাাবে বৰ প্ৰয়োজন।ভাল লাগিল।
ঈশ্বৰৰ কথা শুনি আনন্দ পাওঁ... আপোনাৰ বাখ্যা সমূহে মন পুলকিত কৰে.. কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ আহি থকা দিনত এনেদৰে অতি সহজ আৰু সৰলকৈ আৰু শুনিবলৈ পাম বুলি আশা কৰিছো । জয় গুৰু শংকৰ
Krishna krishna.iman unnata dharmio alochona sunilu.bor val lagil.dharma aru bigyan r apurbo melbondhon.kouti kouti pronam jonalu Bhokotor charanot.
কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ সেৱা ধৰিছোঁ 🙏🙏🙏
কৃষ্ণ বাপ অতি সুন্দৰ হৈছে বাখ্যাৰ পৰা বহু লোক উপকৃত হব । আপোনাৰ শৰীৰ ভালে থাকিবলৈ ও ড্ৰিঘুয়োও কামনা কৰিলোঁ ভগৱান ওচৰত কৃষ্ণ ।
কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাৰ শৰনত শতকৌতি বাৰ শেৱা নিবেদিছো কৃষ্ণ 🙏 আপোনাৰ পৰা অমৃত পান কৰিব পালে খুবেই ভাল পাওঁ কৃষ্ণ 🙏 জয় গুৰু শঙ্কৰ
bahut bahut dhanyabad jai Guru sankar madhav dev
প্ৰবিত্ৰ ভাদ মাহৰ তাৎপৰ্যৰ বিষয়ে আপোনাৰ পৰা জানি কৃতগত্য হলো । আপোনাক অশেষ ধন্যবাদ জনাইছো জয় কৃষ্ণগুৰু 🙏🏻🙏🏻
ধন্যবাদ বাপজনা।আপোনাৰ শ্ৰীমুখে ভাদ মাহৰ বিষয়ে ইমান সুন্দৰকৈ বিশ্লেষণ শুনি বহু সুখী হলো।
🙏🙏🙏
প্ৰভূ আপোনাৰ পৰা আজি বহুতো ভাল কথা শিকিবলৈ পালো। কৃষ্ণ কৃষ্ণ
Hub xundur poribekhon apunar eman dhuniakoi bujai dise apuni eman val lagil huni🙏🙏🙏🙏krishna bap🙏
কৃষ্ণ 🙏🙏🌼🌼🌺🌺🪔👏 কৃষ্ণ কৃষ্ণ সুন্দৰ ভাল লাগিল কৃষ্ণ কৃষ্ণ
Pravu. Suni khub. Val lagile
Mohakhoi apuni aidare pathbur pojyalusonaa koribo ,bohut val lagise,huni thakibor mon jai,dhonyabad thakil
খুউব সুন্দৰ পালো শুনি |
আপোনাৰ ভাদ মাহৰ পবিত্ৰতাৰ কথাখিনি বহুত ভাল লাগিল। বহুত ধন্যবাদ জনাইছো আপোনাক।
বৰ ভাল লাগিল প্রভু।
আপোনাৰ কথাখিনি শুনিলো অতি আনন্দিত হৈছো।
Krishna provu pronam aponar soronot xotkoti pronam nibediso ❤❤
Krishna krishna krishna Pronam🙏🙏🙏
কৃষ্ণ, কৃষ্ণ, কৃষ্ণ, কৃষ্ণ, কৃষ্ণ বাপ সেৱা জনালো
ধুনীয়া লাগিল সুনি
ভাল লাগিল বাপ কৃষ্ণ অতি সু্ন্দৰ কথা উপস্হাপন কৰিছে....ভাল লাগিল.....কৃষ্ণ
কৃষ্ণ।প্ৰভূজন কৃষ্ণ।
বহুত শান্ত পালো বাপ krishna 🙏🙏🙏
He mohan aatma pravujon apunaloy shewa pronam 🙏 pothalu aapuni Eman xundar koy koy kothakhini tar babe aapunare senel praye xuni thaku . Krishna Krishna Krishna Prabhu.
কৃষ্ণ প্ৰভু আপোনাৰ তত্বমুলক কথাখিনিয়ে যথেষ্ট উপকৃত কৰিলে ৷
Oti xundor krishna krishna 🙏🙏🙏🙏
Akdam shatya katha jai shri Ram jai guru sankar dev
দেৰিকৈ চাবলৈ পোৱাটোও মোৰ বাবে পৰম সৌভাগ্য। ভাদমাহৰ বিষয়ে জানি ভাল লাগিল। মোৰ প্ৰথম সন্তানটো ভগৱানৰ কৃপাত পবিত্ৰ ভাদমাহত জন্মগ্ৰহন কৰিছে।ইমান সুন্দৰ ব্যাখা।মোৰ গৰ্ভত থকা সন্তানৰ কৃপা কৰিব ।এই সময়ত শুনিবলৈ পোৱাটো মোৰ বাবে পৰম সৌভাগ্য।
কৃষ্ণ বাপ শতকোতি প্ৰণাম
On nomo bhagobota nomo
বহুত কথাই জানিলোঁ,,, ভাল লাগিল,,আৰু এনেধৰণৰ কথা শুনিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই থাকিম।
কৃষ্ণ 🙏 অভাজনৰ সেৱা ভাগি গ্ৰহণ কৰিব।আজি পৱিত্ৰ ভাদ মাহৰ তাৎপৰ্যপূৰ্ণ ব্যাখ্যা শুনিবলৈ পায় মনত আনন্দ মিলিছে প্ৰভু। কৃষ্ণ 🙏
Krishna
🙏🙏 কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ হে ঈশ্বৰ আপোনাৰ পৰা ভাদ মাহৰ তাৎপর্য শুনি নিজকে ধন্য মানিছো মোৰ সেৱা গ্রহণ কৰিব 🙏🙏🙏
কৃষ্ণ বাপ পবিত্ৰ ভাদ মাহৰ তাপৰ্য্য বিষয়ে জ্ঞাত কৰাৰ বাবে আনন্দিত হৈছো।ভগৱন্তুই আপোনাক কুশলে ৰাখক। কৃষ্ণ
Probhu krishna... hawa grohon koribo
সুন্দৰ। অশেষ ধন্যবাদ জনালোঁ ।
কৃষ্ণ প্রভু।বহুত ভাল কথা কৈছে আপুনি।
Bor val lagil apunar poramoso
Best.explsin.for.hindus.
Krishna 🙏 🙏
Krishno hewa grohon kribo probhu. Bht val lagil mon pobitro hoi gol krishno.
হে মহাত্মা সেৱা গ্ৰহণ কৰিব । আপোনাৰ শ্ৰীমুখে পৱিত্ৰ ভাদ মাহৰ যি বিশ্লেষণ শুনিলো তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনাইছো।
A00p0000
@@dimbeswarrajkhowa1261 বাপ কি ভাষাত লিখিলে ?
কৃষ্ণ কৃষ্ণ । ইমান সুন্দৰ ।
ধন্যবাদ আপোনাৰ কথাবিলাক শুনি ভাল লাগিল ৷
Krish no krishno🙏🙏🙏🙏
Krishna bap apunar god god bani huni kritartha halu
Krishna baap ! Xewa nibedon korilo. Ati xunder kotha janiboloi pai xantusti lovilo.krishna !
এই অভাজনৰ সেৱা গ্ৰহণ কৰিব । পবিত্ৰ ভাদ মাহৰ তাৎপৰ্যপূৰ্ণ আলোচনা ভাগ খুব ভাল লাগিল । প্ৰভু ভগৱন্ত কৃষ্ণই সদায়েই এনেধৰনে প্ৰভুৰ গুণানুকীৰ্তন কৰি থাকিবৰ বাবে কৃপা কৰক । কৃষ্ণ ।
K k* I K K
9
কৃষ্ণ গুৰুজন পুৱাৰ সেৱা জনালো🙏
Bhut val lagil 🙏🙏🙏
Krishna'ram Ram Ram pronam jonalu apunak 🙏🙏🙏 krishna'ram
🙏🙏 কৃষ্ণ কৃষ্ণ বাপ, আপোনাৰ চৰণত প্ৰণাম জনালোঁ।ভাদ মাহৰ পবিত্ৰতাৰ বিষয়ে জানিবলৈ পায় অত্যন্ত সুখী হলো। কৃষ্ণ কৃষ্ণ।
হে প্ৰভু গুৰু জনা আপোনাৰ এই অমৃত বানী আমি অধমে আখৰে আখৰে পালন কৰি যাম প্ৰভু।আপুনি কৃপা কৰিব বাপ। আপোনাক ভগৱান শ্ৰীকৃষ্ণই কৃপা কৰক। কৃষ্ণ প্ৰভু কৃষ্ণ।
কৃষ্ণ প্রভু | ভাদ মাহৰ তাতপয্যআপুনি বৰ সুন্দৰভাৱে বিশ্লেষণ কৰিলে |অতি সুন্দৰ |🙏🙏👏👏
কৃষ্ণ ,কৃষ্ণ প্ৰভূ ।আপোনাৰ এই পৱিত্ৰ ভাদ মাহৰ বিষয়ে যি জ্ঞান আগবঢ়ালে প্ৰভূলৈ শতকোটি প্ৰণাম ।
Krishno Krishno Krishno
বহুত ভাল লাগিছে
Vl lagil bahut kotha janilu, krishna probhu
🙏🙏 কৃষ্ণ কৃষ্ণ বাপ কোটি প্ৰনাম
বাপ কৃষ্ণ....কথাখিনি ভাল লাগিল..অাগলৈকে এনেকুৱা কে কৃষ্ণৰ গুনানুকীৰ্তন শুনিবলৈ পাম বুলি আশা কৰিলো..কৃষ্ণ
কৃষ্ণ ৰাম জয় গুৰু অনিৰুদ্ধ নমো 🙏🙏
কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহন কৰিব 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🙏🙏🙏🏻🙏🏻🙏🙏🙏
কৃষ্ণ কৃষ্ণ সেৱাভাগ নিভবেদিলো প্ৰভূ । হে মহান পবিএ ভাদৰমাহৰ তাতপৰ্য সুণি আছৰিত হলো ।এনেকুৱাকৈ কোনো ভকতৰ কন্থত বিশ্নেষণ শুণা নছিলো । আজি আমি ধন্য হলো প্ৰভূ । কৃষ্ণ হৰি ৰাম
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু সেৱাহে
Bahut val lagise
🙏🙏 কৃষ্ণ,অতি সজ ব্য্যাখ্য্যা শুনালে প্ৰভূজন।
খুবেই ভাল।ধন্যবাদ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু বাপ আপোনা ব্যাখ্যা শুনি বহুত ভাল লাগিল ,কৃষ্ণ প্ৰভু আপোনাৰ চৰন প্ৰঙ্কঁজত শতকোটি সেৱা নিবেদিছো কৃষ্ণ 🙏 🙏 🙏 🙏
কৃষ্ণ কৃষ্ণ,,,, ৰাতিপুৱা ই আপোনাৰ এই সুন্দৰ ব্যাখ্যা শুনি মন ভৰি গল,সেৱা ভাগ গ্ৰহন কৰিব
আপোনা লোকে পৰচৰ্চা কিয় কৰে?পঢ়াটো ঠিকে ৰাখি কামবোৰ কৰি যাবলৈহে পৰামৰ্শ দিব লাগে৷আপুনি বুলিয়েই নহয় প্ৰায়বোৰ ধৰ্ম ভীৰুৱেই পৰক টানি আজুৰি ব্যাখ্যা বোৰ দিয়া দেখা যায় ৷এইবোৰ স্বভাৱ জানো ভাল? নিজক ঠিক কৰক৷তাৰ পিচত আনক শিকাব ৷কিতাপৰ শিক্ষাও বৰ সাধাৰন কথা নহয় ৷কিতাপ পঢ়িবলৈ কওক আপোনালোকৰ দৰে ভণ্ড পৰচিকাতৰ ভকত সকলে ৷নাইবা সমাজ বেয়া পথেহে যাব ৷ভুল হ’লে ক্ষমা কৰি দিব৷
অতি সুন্দৰ ব্যাখ্যা শুণিলোঁ ।ওম নমো ভগৱতে বাসুদেৱায়🙏🙏🙏🙏🙏
Probhu krishna. Apunar anusthan tu
Sai bohut bhal lagil .Manikpur Dompara Bongaigoan Assam
Krishna bap ...val lagil
On nomo bhagabote nomo
Iman totto godhur. Byakhya bapkoti koti nomasker
🙏🏼🙏🏼🙏🏼🙏🏼ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম প্ৰভু মাধৱ ।কৌটি কৌটি সেৱা জনালোঁ গ্ৰহন কৰিব কৃষ্ণ ৰাম প্ৰভু ।আপোনাৰ শ্ৰী মূখে ভাদমাহৰ বনণা শুনি অতিকৈ ভাল পালোঁ ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভু আপোনাৰ মঙ্গল কামনা কৰিলোঁ ।।🙏🏼🙏🏼🙏🏼🙏🏼।।ঃঃঃঃঃঃঃঃ।
) lq
কৃষ্ণ বাপ অতি সুন্দৰ ব্যক্তব্য গুৰু অবিহনে এখন সমাজ তথা জাতি প্ৰাণহীন স্বৰূপ।
জগতগুৰু জনাই আমাৰ অসমীয়া জাতিৰ ধৰ্ম ধব্জা অসমীয়া জাতি ,কৃষ্টি -সংস্কৃতিৰ প্ৰাণ স্বৰূপ তেৰা অকল ধৰ্ম প্ৰদৰ্শকেই নহয় তেওঁ সৰ্বগুণাকৰ সমস্ত জগতখনেই গুৰুজনাৰ ভেটি যাৰ গুণৰ কোনো তুলনা নাই সেয়েহে মাধৱ গুৰুজনাক শঙ্কৰ গুৰুজনাই কৈছিল মই চৰাচৰ জগতৰে গুৰু আৰু এই জগতখনেই মোৰ গুৰু যি জন গুৰুৱে হীন_নীচ মনোভাৱ নাৰাখি সমস্ত জীৱৰ প্ৰতি দয়াকৰি হৰি নাম লোৱা অধিকাৰ প্ৰদান কৰিছিল সদায় শান্ত ,দাস্য ,ক্ষমা, কৃপাসিন্ধু সেয়াই গুৰুজনাৰ মহানুভৱতা ।। কৃষ্ণ। জয় গুৰু শঙ্কৰ।।।।
কৃষ্ণ,পবিত্ৰ ভাদমাহৰ সুন্দৰ বিশ্লেষণ শুনি ভাল লাগিল। আপোনালোক প্ৰনাম জনালোঁ।
পৰম সুন্দৰ ,,মূল্যৱান গুৰুত্বপূৰ্ণ কথা,,লাভবান হলোঁ।কৃষ্ণ হৰি ৰাম।
কৃষ্ণ কৃষ্ণ সেৱা গ্ৰহণ কৰিব। আপোনাৰ শ্ৰী মুখেৰে ভাদ মাহৰ তাৎপৰ্য কথা শুনি নিজকে ধন্য মানিছো।
কৃষ্ণ প্ৰভু সেৱা আগবঢ়ালোঁ। আপোনাক ভগৱানে কুশলে ৰাখক কৃষ্ণ 🙏🙏🙏
আমাৰ পৰম সুহৃদ বাপজনা পৱিত্ৰ ভাদমাহৰ যি বৰ্ণনা দিলে তাৰ পৰা আমি বহু নজনা তথ্য জানিলো।আপোনাৰ অধ্যয়ন পুষ্ট মনে আমাৰ বাবে বহু কষ্ট কৰি জ্ঞানৰ ভাণ্ডা আগবঢ়াইছে।আমি সচাঁকৈ বহু উপকৃত হৈছো। আপোনাৰ এনেধৰণৰ গুণৰ আমি শলাগ লৈছো।আপোনাক ভগৱন্তই অসীম শক্তি-সামৰ্থ প্ৰদান কৰক আৰু দীৰ্ঘায়ু কৰক। কৃষ্ণ কৃষ্ণ।
কৃষ্ণ
Krishna probhu aami aapunar kirtonor niomiya sruta. aapunar uttam byakhya pora aami bohut upokrit hoisu . Probhu aapunar sree soronot hohosro pronipat jonalu . Krishna 🙏🙏🙏🙏
বহুতো ভাল লাগিল।🙏 নমস্কাৰ। কৃষ্ণ ।
Krishno❤
কৃষ্ণ হৰি ৰাম। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম ৰাম ৰাম।
কৃষ্ণ প্ৰভূ আপোনাৰ ভাগৱত পাঠ আৰু বাখ্যা সচাকৈ মন পুলকিত কৰে।
কৃষ্ণ বাপ শুনি সুখী হলো ধন্যবাদ থাকিল আৰু সেৱা ভাগ জনাইছো
পৱিত্ৰ ভাদ মাহৰ তাৎপৰ্যপূৰ্ণ বক্তব্য শুনি
আমি বহুত ঊপকৃত হৈছো।আপোনাললৈ
ভক্তি পূৰ্ণ সেৱা আগবঢ়ালো।
জয গুৰু শংকৰ কৃষঞ বাপজনা বহুত ভাল লাগিল ।
কষ্ণ ।উত্তম । ভাদ মাহ সম্পৰ্কত জানিবলৈ পায় উপকৃত হলো । এনে ধৰনৰ বিষয়বোৰ আগলৈও জনাই থাকিব ।ভাল লাগিব ।ধন্যবাদ ।
অতি সুন্দৰ । গুৰু আসনৰ আৰ্হিৰ ব্যাখা আৰু মাহ-প্ৰসাদৰ বিভিন্ন উপাদানৰ প্ৰয়োজনীয়তাৰ কথা শুনি কৃতাৰ্থ হ'লো । মই ভাৱো যে আমি অসমীয়া সকলে নিজকে লৈ গৌৰৱ কৰিব নিশ্চয় নাজানো, সেয়েহে হয়তো ইমান দিনে মই অথবা মোৰ দৰে আন দহ জনে এই ধৰনৰ অতি লাগতিয়াল কথাবোৰ নাজানো বা জানিবলৈ ইচ্ছা নকৰোঁ ।
আপোনাক অভিনন্দন জনালোঁ আৰু এনেধৰনৰ কথা বোৰ আমাক-অসমীয়া সকলক অকপতে জনাবলৈ অনুৰোধ কৰিলোঁ।
কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্তই সকলোকে কৃপা কৰক সুন্দৰ ব্যাখ্যা প্ৰভু 🙏🙏🙏
হে গুৰুদেৱ আজি বহুত ভাল কথা জনিলোঁ প্ৰভু।ব প্ৰভু ভগৱন্তই সমষ্টৰে কল্যাণ
কৰক।শুভ ৰাত্ৰি।
কৃষ্ণ বাপ বহুত ভাল লাগিল ।
হৰে কৃষ্ণ হৰে কৃষ্ণ ...কৃষ্ণ কৃষ্ণ হৰে হৰে হৰে ৰাম হৰে ৰাম...ৰাম ৰাম হৰে হৰে 🙏🌸🌺🌹
বৰ ভাল লাগিল। কৃষ্ণ 🙏 🙏
কৃষ্ণ প্ৰভু জনা পৱিত্ৰ ভাদৰ মাহত গৃহৰ পৰা প্ৰণিপাত জনাইছু ৷🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
বৰ সুন্দৰ তাৎপর্যপূর্ণ কথা ধন্যবাদ 🙏🙏
সেৱা জনালোঁ প্ৰভু🙏🙏🙏
পবিত্ৰ ভাদ মাহৰ বিষয়ে জানিবলৈ পায় ভাল লাগিল।
বহুত ভাল পালো শ্ৰৱণ কৰিবলৈ পায় ।কৃষ্ণ প্ৰভু ।
নতুন প্ৰজনম্মৰ বাাবে বৰ প্ৰয়োজন।ভাল লাগিল।
ঈশ্বৰৰ কথা শুনি আনন্দ পাওঁ... আপোনাৰ বাখ্যা সমূহে মন পুলকিত কৰে.. কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ
আহি থকা দিনত এনেদৰে অতি সহজ আৰু সৰলকৈ আৰু শুনিবলৈ পাম বুলি আশা কৰিছো ।
জয় গুৰু শংকৰ
Krishna krishna.iman unnata dharmio alochona sunilu.bor val lagil.dharma aru bigyan r apurbo melbondhon.kouti kouti pronam jonalu Bhokotor charanot.
কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ সেৱা ধৰিছোঁ 🙏🙏🙏
কৃষ্ণ বাপ অতি সুন্দৰ হৈছে বাখ্যাৰ পৰা বহু লোক উপকৃত হব । আপোনাৰ শৰীৰ ভালে থাকিবলৈ ও ড্ৰিঘুয়োও কামনা কৰিলোঁ ভগৱান ওচৰত কৃষ্ণ ।
কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাৰ শৰনত শতকৌতি বাৰ শেৱা নিবেদিছো কৃষ্ণ 🙏 আপোনাৰ পৰা অমৃত পান কৰিব পালে খুবেই ভাল পাওঁ কৃষ্ণ 🙏 জয় গুৰু শঙ্কৰ
bahut bahut dhanyabad jai Guru sankar madhav dev
প্ৰবিত্ৰ ভাদ মাহৰ তাৎপৰ্যৰ বিষয়ে আপোনাৰ পৰা জানি
কৃতগত্য হলো । আপোনাক অশেষ ধন্যবাদ জনাইছো
জয় কৃষ্ণগুৰু 🙏🏻🙏🏻
ধন্যবাদ বাপজনা।আপোনাৰ শ্ৰীমুখে ভাদ মাহৰ বিষয়ে ইমান সুন্দৰকৈ বিশ্লেষণ শুনি বহু সুখী হলো।
🙏🙏🙏
প্ৰভূ আপোনাৰ পৰা আজি বহুতো ভাল কথা শিকিবলৈ পালো। কৃষ্ণ কৃষ্ণ
Hub xundur poribekhon apunar eman dhuniakoi bujai dise apuni eman val lagil huni🙏🙏🙏🙏krishna bap🙏
কৃষ্ণ 🙏🙏🌼🌼🌺🌺🪔👏 কৃষ্ণ কৃষ্ণ সুন্দৰ ভাল লাগিল কৃষ্ণ কৃষ্ণ
Pravu. Suni khub. Val lagile
Mohakhoi apuni aidare pathbur pojyalusonaa koribo ,bohut val lagise,huni thakibor mon jai,dhonyabad thakil
খুউব সুন্দৰ পালো শুনি |
আপোনাৰ ভাদ মাহৰ পবিত্ৰতাৰ কথাখিনি বহুত ভাল লাগিল। বহুত ধন্যবাদ জনাইছো আপোনাক।
বৰ ভাল লাগিল প্রভু।
আপোনাৰ কথাখিনি শুনিলো অতি আনন্দিত হৈছো।
Krishna provu pronam aponar soronot xotkoti pronam nibediso ❤❤
Krishna krishna krishna Pronam🙏🙏🙏
কৃষ্ণ, কৃষ্ণ, কৃষ্ণ, কৃষ্ণ, কৃষ্ণ বাপ সেৱা জনালো
ধুনীয়া লাগিল সুনি
ভাল লাগিল বাপ কৃষ্ণ অতি সু্ন্দৰ কথা উপস্হাপন কৰিছে....ভাল লাগিল.....কৃষ্ণ
কৃষ্ণ।প্ৰভূজন কৃষ্ণ।
বহুত শান্ত পালো বাপ krishna 🙏🙏🙏
He mohan aatma pravujon apunaloy shewa pronam 🙏 pothalu aapuni Eman xundar koy koy kothakhini tar babe aapunare senel praye xuni thaku . Krishna Krishna Krishna Prabhu.
কৃষ্ণ প্ৰভু আপোনাৰ তত্বমুলক কথাখিনিয়ে যথেষ্ট উপকৃত কৰিলে ৷
Oti xundor krishna krishna 🙏🙏🙏🙏
Akdam shatya katha jai shri Ram jai guru sankar dev
দেৰিকৈ চাবলৈ পোৱাটোও মোৰ বাবে পৰম সৌভাগ্য। ভাদমাহৰ বিষয়ে জানি ভাল লাগিল। মোৰ প্ৰথম সন্তানটো ভগৱানৰ কৃপাত পবিত্ৰ ভাদমাহত জন্মগ্ৰহন কৰিছে।ইমান সুন্দৰ ব্যাখা।মোৰ গৰ্ভত থকা সন্তানৰ কৃপা কৰিব ।এই সময়ত শুনিবলৈ পোৱাটো মোৰ বাবে পৰম সৌভাগ্য।
কৃষ্ণ বাপ শতকোতি প্ৰণাম
On nomo bhagobota nomo
বহুত কথাই জানিলোঁ,,, ভাল লাগিল,,আৰু এনেধৰণৰ কথা শুনিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই থাকিম।
কৃষ্ণ 🙏 অভাজনৰ সেৱা ভাগি গ্ৰহণ কৰিব।আজি পৱিত্ৰ ভাদ মাহৰ তাৎপৰ্যপূৰ্ণ ব্যাখ্যা শুনিবলৈ পায় মনত আনন্দ মিলিছে প্ৰভু। কৃষ্ণ 🙏
Krishna
🙏🙏 কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ হে ঈশ্বৰ আপোনাৰ পৰা ভাদ মাহৰ তাৎপর্য শুনি নিজকে ধন্য মানিছো মোৰ সেৱা গ্রহণ কৰিব 🙏🙏🙏
কৃষ্ণ বাপ পবিত্ৰ ভাদ মাহৰ তাপৰ্য্য বিষয়ে জ্ঞাত কৰাৰ বাবে আনন্দিত হৈছো।ভগৱন্তুই আপোনাক কুশলে ৰাখক। কৃষ্ণ
Probhu krishna... hawa grohon koribo
সুন্দৰ। অশেষ ধন্যবাদ জনালোঁ ।
কৃষ্ণ প্রভু।বহুত ভাল কথা কৈছে আপুনি।
Bor val lagil apunar poramoso
Best.explsin.for.hindus.
Krishna 🙏 🙏
Krishno hewa grohon kribo probhu. Bht val lagil mon pobitro hoi gol krishno.
হে মহাত্মা সেৱা গ্ৰহণ কৰিব । আপোনাৰ শ্ৰীমুখে পৱিত্ৰ ভাদ মাহৰ যি বিশ্লেষণ শুনিলো তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনাইছো।
A00p0000
@@dimbeswarrajkhowa1261 বাপ কি ভাষাত লিখিলে ?
কৃষ্ণ কৃষ্ণ । ইমান সুন্দৰ ।
ধন্যবাদ আপোনাৰ কথাবিলাক শুনি ভাল লাগিল ৷
Krish no krishno🙏🙏🙏🙏
Krishna bap apunar god god bani huni kritartha halu
Krishna baap ! Xewa nibedon korilo. Ati xunder kotha janiboloi pai xantusti lovilo.krishna !
এই অভাজনৰ সেৱা গ্ৰহণ কৰিব । পবিত্ৰ ভাদ মাহৰ তাৎপৰ্যপূৰ্ণ আলোচনা ভাগ খুব ভাল লাগিল । প্ৰভু ভগৱন্ত কৃষ্ণই সদায়েই এনেধৰনে প্ৰভুৰ গুণানুকীৰ্তন কৰি থাকিবৰ বাবে কৃপা কৰক । কৃষ্ণ ।
K k* I K K
9
কৃষ্ণ গুৰুজন পুৱাৰ সেৱা জনালো🙏
Bhut val lagil 🙏🙏🙏
Krishna'ram Ram Ram pronam jonalu apunak 🙏🙏🙏 krishna'ram
🙏🙏 কৃষ্ণ কৃষ্ণ বাপ, আপোনাৰ চৰণত প্ৰণাম জনালোঁ।ভাদ মাহৰ পবিত্ৰতাৰ বিষয়ে জানিবলৈ পায় অত্যন্ত সুখী হলো। কৃষ্ণ কৃষ্ণ।
হে প্ৰভু গুৰু জনা আপোনাৰ এই অমৃত বানী আমি অধমে আখৰে আখৰে পালন কৰি যাম প্ৰভু।আপুনি কৃপা কৰিব বাপ। আপোনাক ভগৱান শ্ৰীকৃষ্ণই কৃপা কৰক। কৃষ্ণ প্ৰভু কৃষ্ণ।
কৃষ্ণ প্রভু | ভাদ মাহৰ তাতপয্য
আপুনি বৰ সুন্দৰভাৱে বিশ্লেষণ কৰিলে |
অতি সুন্দৰ |🙏🙏👏👏