#Bhagwa_Path

Поделиться
HTML-код
  • Опубликовано: 27 дек 2024

Комментарии • 277

  • @premadharligira532
    @premadharligira532 4 года назад +12

    কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ লগতে ভাগৱত শ্ৰৱণ কৰি থকা সকলো ভক্ত আৰু আই মাতৃ সকলো কৰে এই দাসৰ ভক্তি ভৰা সেৱা নিবেদিছো জয় কৃপাল গুৰু

  • @pranabjyotibora2342
    @pranabjyotibora2342 3 года назад

    ইমান সুন্দৰ ব্যাখ্যা,,,,,,,,,,এনেকুৱা ব্যাখ্যা শুনি নিজকে ভাগ্যৱান মানিছো,,,,
    ৰাম কৃষ্ণ,,,,,,ৰাম কৃষ্ণ,,,,,, ৰাম কৃষ্ণ,,,,,

  • @nanibora871
    @nanibora871 4 года назад

    কৃষ্ণ কৃষ্ণ বাপ জনাৰ শ্ৰী চৰনলৈ সেৱা জনালো ।ভাগৱতৰ অমৃত ৰসেৰে সকলোৰে হৃদয় ভক্তিপূৰ্ণ কৰিবলৈ আপোনাক ভগৱন্তই শক্তি দিয়ক কৃষ্ণ কৃষ্ণ ।

  • @manjulanath2645
    @manjulanath2645 4 года назад +9

    কৃষ্ণ কৃষ্ণ,, বাপ ৰজা পৰীক্ষিত ৰ দৰে আমাৰো একে অৱস্থা হৈছে ।যিমান শুনিছোঁ সিমানে আৰু জানিবৰ ইচ্ছা জন্মে ।মুঠতে হেঁপাহ নপলাই । বাপ ,আপোনাক অশেষ ধন্যবাদ ।ঈশ্বৰে আপোনাক আমাৰো আয়ুস খিনি দিয়ে যেন ।কাৰণ পৃথিৱীত আপোনাৰ দৰে এজন মহান আত্মাৰ বহুত দৰকাৰ ।🙏

    • @RijuPathakSatradhikar
      @RijuPathakSatradhikar  4 года назад

      ধন্যবাদ জ্ঞাপন কৰিছোঁ

    • @abhijitborah6673
      @abhijitborah6673 4 года назад +1

      বাপ ঈশ্বৰ, প্রণাম গ্রহণ কৰিব। আপুনি ভগৱানৰ কথা আমাক শ্ৰৱণ কৰাৰ সুবিধাকন দি আমাৰ কিমান উপকাৰ সাধন কৰিছে সেই কথা ভাবি আপোনাৰ শ্রীচৰনত পৰি পৰি সেৱা কৰাৰ হেপাহ জাগে। আশা কৰো ভগৱানে সেই সুবিধাকনৰ কেতিয়াবা কৃপা কৰে যেন। বাপ ঈশ্বৰ বৈকুণ্ঠৰ জয় আৰু বিজয়েই দিতিৰ পুত্ৰ হিৰণ্য কিশিপু আৰু হিৰণাখ্য নহয় জানো ? জনাবছোন।

  • @daduldas1643
    @daduldas1643 2 года назад

    কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ ভগৱন্তই আপোনাক ভালে ৰাখিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @krishnatamang7248
    @krishnatamang7248 4 года назад +2

    কৃষ্ণ বাপ 🙏🙏সেৱাঁ ভাগি জনালোঁ গ্রহণ কৰিব বাপ। অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা। আপোনাৰ শ্রীমুখে ৰসময় অমৃত বাণী শ্রৱণ কৰিব পাই আনন্দিত হৈছোঁ। এনেকৈ যেন ভগৱন্তৰ গুণ নাম কীৰ্ওন কৰিবলৈ সদায় ভালে কুশলে ৰাখক তাৰেই কামনা কৰিলোঁ। কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏

  • @padmaramdeka1586
    @padmaramdeka1586 4 года назад +5

    অপেক্ষাৰ অন্তত পাঠ ভাগি মোবাইলত অহা দেখি মনটো ভাল লাগি গল ।প্ৰভুজনলৈ কৰ জোৰে প্ৰণিপাত জনালোঁ ।সমূহ কৃষ্ণপ্ৰেমী বাপ আ ই সমস্ত লৈ প্ৰণাম জনালোঁ ।সুমধুৰ পাঠ বাখ্যা শুনি , ধন্য হলো । কৃষ্ণ...

  • @anandatalukdar7182
    @anandatalukdar7182 4 года назад +1

    Krishna krishna bap sewa jonalo.

  • @manjulabora8219
    @manjulabora8219 2 года назад

    🙏🙏 কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ‌ সেৱা আগবঢ়ালোঁ 🙏🙏❤️❤️

  • @padmakumariburagohain6490
    @padmakumariburagohain6490 4 года назад +1

    Krishna baap ! Aji bhagawat path bhagi huniboloi ati xumodhur hoise.xai babe bare bare shrawan korisu. Bhagawantoi kripa korok !krishna 🙏

  • @diptiborah413
    @diptiborah413 2 года назад

    কৃষ্ণ বাপ ইশ্বৰ সেৱা জনালো আপোনাৰ কন্ঠত ভাগৱত পাঠ সুনিবলৈ পাই আমি সৱ ও নিজকে ধন্য মানিছো,কৃষ্ণ

  • @ranjukonwar7919
    @ranjukonwar7919 4 года назад +3

    Pranam prabhu, Krishna krishna Ram joy joy Ram.

  • @swarnalatagogoi1774
    @swarnalatagogoi1774 4 года назад +2

    Apunar bhagowt kotha honi bohut bhal lage .Krishna Krishna.

  • @maniknana7085
    @maniknana7085 4 года назад +6

    কৃষ্ণ, হে বাপ ঈশ্বৰ আপোনালৈ সশ্ৰদ্ধ প্ৰণিপাত,

  • @bantideka823
    @bantideka823 4 года назад +11

    কৃষ্ণ বাপ সেৱা ভাগ গ্ৰহণ কৰিব।বাপ কি বুলি আপোনাক ধন্যবাদ দিম ভাষা বিচাৰি নাপাওঁ। আপুনি এই ভাগৱত বাখ্যা ৰ অনুস্থানতো মুকলি কৰি আমাক বহুত উপকৃত কৰিছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @ranudas4561
    @ranudas4561 3 года назад

    হে প্ৰভু তোমাৰ মহিমাত কৌটি কৌটি প্ৰণাম জনাইছো🙏🙏🙏🙏

  • @KritanjaliDevi-m7g
    @KritanjaliDevi-m7g Год назад

    ইমান সুন্দৰ ব্যাখ্যা শুৱলা সুৰ বহুত বহুত ভাল লাগে। শুনিলে শুনি থাকিবলৈ মন যায়। বাপ প্ৰভূ জনলৈ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ।

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 3 года назад +2

    কৃষ্ণ প্রভু ঈশ্বৰ আপোনালৈ সশ্রদ্ধ প্রণিপাত। শ্রৱন কৰি থকা আপোনাৰ সকলো ভক্ত আই মাতৃ সকলোলৈ মোৰ আন্তৰিক সেৱা নিবেদিলো। কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏

  • @hemantidas9051
    @hemantidas9051 4 года назад +1

    হৰি হৰি কৃষ্ণ কৃপাময় হৰি পৰম ভক্তএজন এনে গতি সুণি আমাৰো শংকা হৈছে ।ভয়তে বাৰ বাৰ শ্ৰৱণ কৰিছো প্ৰভূ । সোকলো ভূলৰ ক্ষমা বিছাৰি কৌতি কৌতিবাৰ প্ৰণাম কৰিছো প্ৰভূ কৃপাময় । শ্ৰদ্ধাৰ বাপজনক কিহেৰে সুৱৰিম আমাৰ ভাষা নাই । হে নিৰাকাৰ প্ৰভূ বাপজনক কুষলে ৰাখিবা প্ৰভূ আমাক যেন সদায় এনেদৰে শ্ৰৱণ কৰাব পাৰে ।তাৰে কমণা কৰিলো কৃপাময় হৰি ।কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম ৰাম

  • @bhanudevi4077
    @bhanudevi4077 4 года назад +7

    অপেক্ষাৰ অন্তৰত আপোনাৰ পাঠৰ বাখ্যাই মন প্ৰাণ ভৰি পৰিল
    আপোনালৈ কোটি কোটি প্ৰণাম বাপ

  • @dipalidevi507
    @dipalidevi507 4 года назад +2

    কৃষ্ণ কৃষ্ণ প্ৰভু। প্ৰণিপাত জনাইছোঁ ।

  • @lilakalita6705
    @lilakalita6705 4 года назад

    কৃষ্ণ বাপ কিমান যে ভাল লাগিছে কবলৈ ভাষা নাই ,সেয়া জনালোঁ ।

  • @utpal-verynicedas6072
    @utpal-verynicedas6072 4 года назад +1

    কৃষ্ণ কৃষ্ণ বাপ সেৱাহে ।

  • @kabitadas61
    @kabitadas61 3 года назад

    কৃষ্ণ কৃষ্ণ বাপজন আপোনাক শতকোটি প্ৰণাম প্ৰভূ আপোনি ৰসৰ সাগৰ ।কৃষ্ণ

  • @dipanjalibailung1180
    @dipanjalibailung1180 4 года назад +2

    কৃষ্ণ প্ৰভু ভগৱন্তই কৃপা কৰক

  • @bhairabjyotidas613
    @bhairabjyotidas613 4 года назад +4

    ৰাম কৃষ্ণ হৰি

  • @মুনমিবৰাদাস
    @মুনমিবৰাদাস 3 года назад

    কৃষ্ণ প্ৰভু আপোনাৰ চৰনত শেৱা জনালোঁ

  • @mrs.lanimaphukankakoty4287
    @mrs.lanimaphukankakoty4287 4 года назад +3

    Om shree hori. . pranam baap eshwor,

  • @rinachutia3723
    @rinachutia3723 Год назад

    কৃষ্ণ কৃষ্ণ প্ৰভূ আমাৰ সেৱা গ্ৰহণ কৰিব প্ৰভু, কৃষ্ণ ।

  • @khirodagogoi625
    @khirodagogoi625 4 года назад +5

    কৃষ্ণ প্ৰভূ । কৌতি কৌতি
    প্ৰণাম জনালোঁ আপোনাৰ
    শ্ৰীচৰনলৈ ।

  • @pankajbora1978
    @pankajbora1978 4 года назад +1

    Krishna pravu amar sewa gohon koribo....apunar ei rosal omrit bani srwan kori amar kolusito monok pobitra korai voktir poth podorson koraise....pravuye kripa korok ...ei omrit bani jate enekoi sodai srawan korar subidha pau tarei prathonare vagawanotor usorot sewa jonaisu....krishna

  • @kuhideka
    @kuhideka 2 года назад

    কৃষ্ণ আপোনাৰ চৰণত আমি শ্ৰোতাসবে সদায় ঋণী ।আপোনাৰ অমৃতময় ভাগৱত পাঠ শুনি আমাৰ জীৱন ধন্য হৈছে প্ৰভু । আপোনাৰ চৰণত আমাৰ শত কৌটি প্ৰণাম ।

  • @assmesvideo6000
    @assmesvideo6000 4 года назад +3

    প্ৰভূ বাপ জনাৰ সুমধুৰ কণ্ঠৰে ভগৱতৰ বাখ্যা ৰে সকলোকে আপ্লুত কৰাইছে বাপ আপোনাৰ দ্বাৰা ই পোৱা সৌভাগ্য কণ কেতিয়াও পাহৰি বাবে নোৱাৰি। কৃষ্ণ ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ নামেৰে আপোনালোকৰ কুশল কামনা পুনৰ সেৱা ধৰিছো

    • @RijuPathakSatradhikar
      @RijuPathakSatradhikar  4 года назад

      ধন্যবাদ

    • @pahisaikia6325
      @pahisaikia6325 4 года назад

      ঈশ্বৰে আপোনাক যুগ যুগ জীয়াই ৰাখক

    • @pahisaikia6325
      @pahisaikia6325 4 года назад

      জন্ম দিনৰ শুভেচ্ছা জনালোঁ বাপ

  • @prafullabora5386
    @prafullabora5386 4 года назад +2

    কৃষ্ণ প্ৰভু জন সেৱাহে .......

  • @gitanjalipathak1375
    @gitanjalipathak1375 Год назад

    কৃষ্ণ প্ৰভু বাপ সশ্ৰদ্ধ প্ৰণাম জনালোঁ কৃষ্ণ 🙏

  • @mriduldehingia6544
    @mriduldehingia6544 4 года назад +2

    Krishna Krishna prabhu

  • @ratuldeka3368
    @ratuldeka3368 4 года назад +1

    Krishno prabhu hay mahavagowot

  • @bhubenthakuria9006
    @bhubenthakuria9006 4 года назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @deepanajlidas4523
    @deepanajlidas4523 3 года назад

    Krishna Bap aponar xoronot xeuwa jonalo 🙏🙏🙏

  • @joyadevi2447
    @joyadevi2447 4 года назад +2

    কৃষ্ণ কৃষ্ণ কৃপাৰ সাগৰ বাপ ইশ্বৰ আপোনাৰ জৰিয়ত মলমতি দেহা নিকা হবলৈ সুবিধা পাই ধন্য হৈছো । ভাগৱত ৰ সকলোলৈকে নতশিৰে সেৱা আগ বঢ়ালো ।

  • @mahendraborah4575
    @mahendraborah4575 8 месяцев назад

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ প্ৰণাম 🙏

  • @urmilagogoi336
    @urmilagogoi336 4 года назад +2

    কৃষ্ণ কৃষ্ণ।

  • @akhilburagohain381
    @akhilburagohain381 4 года назад +2

    Krishna Krishna Prabhu bapjan

  • @rajivkachari9342
    @rajivkachari9342 4 года назад +2

    কৃষ্ণ বাপ শতকোতি প্ৰণাম কৰুনা ময় ৰাম।

  • @lakhiborah4897
    @lakhiborah4897 4 месяца назад

    জয় শ্ৰী ৰাম প্ৰণাম প্ৰভূ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @bhabanidas6326
    @bhabanidas6326 4 года назад +1

    কৃষ্ণ কৃষ্ণ মাধব

  • @purabichetia3799
    @purabichetia3799 4 года назад

    Path huni thakute soku pani ulai jaige ..provu ..krishna krishna

  • @atulokalita4134
    @atulokalita4134 4 года назад +1

    Baap aponar sumadhur Bhagabat Katha sunibo pai thakim buli asha rakhiso aru aponar mangal kamana kariso. Krishna Krishna

  • @deepbora1676
    @deepbora1676 4 года назад +1

    Krishna Krishna bap. Pronam

  • @bantigohain4676
    @bantigohain4676 4 года назад +2

    কৃষ্ণ, কৃষ্ণ বাপজন ।সেৱা জনালো ।

  • @deepabora1865
    @deepabora1865 4 года назад +3

    কৃষ্ণ বাপ তযু চৰনত সেৱা নিবেদিলোঁ ।

  • @ruhinidas5359
    @ruhinidas5359 4 года назад +1

    কৃষ্ণ কৃষ্ণ হে প্ৰভূ

  • @jugalkaibartta2567
    @jugalkaibartta2567 4 года назад

    Krishna he prita apunar vagobot r katha suni bahut Val lage moi sodai suno khup Sundar pita .

  • @jadabborah1447
    @jadabborah1447 4 года назад +1

    কৃষ্ণ প্ৰভু , সেৱা নিবেদিলোঁ ।

  • @jayantidas707
    @jayantidas707 4 года назад +1

    কৃষ্ণ কৃষ্ণ হে কৃপালো বাপ।সেৱা গ্রহণ কৰিব🙏🙏🙏🙏

  • @Kuldeep-v6k
    @Kuldeep-v6k 4 года назад +1

    !কৃষ্ণ কৃষ্ণ বাপ ।আপোনাৰ মহানুভবনতাৰ বাবে আমি ধন্য হলো ।ঈশ্বৰে আপোনাক কুশলে ৰাখক ।কৃষ্ণ

  • @sanjeebkonwar853
    @sanjeebkonwar853 4 года назад

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম হে বাপ সেৱা জনালো

  • @joyramnathhazarika2750
    @joyramnathhazarika2750 4 года назад

    প্ৰভু বাপজন
    সেৱা গহণ কৰিব ।কৃষ্ণ কৃষ্ণ

  • @dhaneswarnath984
    @dhaneswarnath984 4 года назад +1

    আপোনাৰ ভাগৱত পাঠ শুনি বহুত উপকৃত হৈছোঁ

  • @gangadevi4089
    @gangadevi4089 4 года назад +3

    Hey provu jogonnath tomar chorone domaya math. Krishn krishn.

  • @rulirazkumari9191
    @rulirazkumari9191 4 года назад +2

    Krishna Krishna hey Bapp pranam 🙏🙏🙏

  • @nabajyotidas6117
    @nabajyotidas6117 2 года назад

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 pranam 🙏 janalo 🙏 pravu 🙏 krishna 🙏

  • @rukminitalukdar425
    @rukminitalukdar425 4 года назад +1

    Krishna bap sewa jaasilo bahut val lagese aapunar amrit bani jan sadai suni takim

  • @subalkumarkalita6273
    @subalkumarkalita6273 4 года назад +2

    ,অতি আপ্লুত হলো। কোটি নমস্কাৰ জনাওঁ।

  • @sabitridutta7494
    @sabitridutta7494 4 года назад +4

    Krishna prabhu Krishna

  • @DipKumer-ld5sx
    @DipKumer-ld5sx 2 месяца назад

    প্রভু কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @duludas3345
    @duludas3345 4 года назад +2

    বাপ সেৱা নিবেদিছো। কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @mamonisaikia3727
    @mamonisaikia3727 4 года назад

    ৰাম ৰাম আপোনাৰ চৰণত শত কোটি প্ৰণাম🙏🙏

  • @rekhagogoi322
    @rekhagogoi322 4 года назад +2

    কৃষ্ণ বাপ আপোনাসৱৰ অভয় চৰণত সেৱা ধৰিলো কৃষ্ণ ।

  • @archanasaikiadas9058
    @archanasaikiadas9058 4 года назад +1

    Ram krishan bap.

  • @popidas3880
    @popidas3880 4 года назад +3

    Krishna Krishna bap

  • @kankanlahkar1617
    @kankanlahkar1617 4 года назад +3

    কৃষ্ণ কৃষ্ণ ৰাম

  • @bhabenborah845
    @bhabenborah845 4 года назад +2

    কৃষ্ণ, সুন্দৰ

  • @ronjitborah1997
    @ronjitborah1997 3 года назад +1

    Sewa jonalu.vaitir sote.porom aanondo Palu.

  • @nabajyotidas6117
    @nabajyotidas6117 2 года назад +1

    🙏 bap 🙏3🙏 krishna 🙏 bisno 🙏 ohari 🙏 oram 🙏

  • @rekhadas5058
    @rekhadas5058 4 года назад +1

    কৃষ্ণ কৃষ্ণ গুৰুজনা

  • @jadavgogoi4008
    @jadavgogoi4008 4 года назад +3

    কৃষ্ণ বাপ আপোনাৰ ভাগৱতৰ অমৃত ৰসেৰে জীৱ জগতৰ সকলোকে কুশলে ৰাখক । কৃষ্ণ বাপ কৃষ্ণ

  • @Khanjannath-t6o
    @Khanjannath-t6o 4 года назад +1

    Krishna bap sewahe he krishna

  • @purnoborah4976
    @purnoborah4976 4 года назад +2

    কৃষ্ণ বাপ বৰ‌‌ শূনদৰ হৈছে,🧡

  • @bhaitidutta8944
    @bhaitidutta8944 4 года назад +1

    কৃষ্ণ কৃষ্ণ বাপজন, সেৱা জনালো। বাপজন আপোনাৰ মুখপদমে পবিত্ৰ মহাভাগৱত শুনি কৃতাথ হৈছো। বাপজন পৰবৰ্তী সময়ত আপোনাৰ মুখে এভাগ নামপসংগ শুনাৰ আশা প্ৰকাশ কৰিছো

  • @bandanadas1139
    @bandanadas1139 4 года назад +1

    কৃষ্ণ প্ৰভু সেৱা গ্ৰহন কৰিব কৃষ্ণ

  • @dulalbori8510
    @dulalbori8510 4 года назад +1

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ শ্রীঢৰণত সেবা জনালোঁ

  • @ranjudutta2234
    @ranjudutta2234 4 года назад +1

    Krishno Krishno Krishno

  • @mukullahkar5380
    @mukullahkar5380 4 года назад +2

    কৃষ্ণ বাপ আজিৰ কৃষ্ণ কথাই আনন্দিত কৰিলে ।

  • @binandadas9675
    @binandadas9675 4 года назад +2

    🙏🏼🙏🏼🙏🏼🙏🏼ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি ওঁম হৰি ৰাম প্ৰভু মাধৱ পূৱাৰ সেৱা জনালোঁ গ্ৰহন কৰিব।। কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভূ আপোনাক কৌটি কৌটি প্ৰনাম ।ঈশ্বৰক কি দি পূজিম নাজানো । আমাৰ সকলোৰে ভাগৱত কথা শুনিবলৈ পালে ।আপোনাৰ মঙ্গল কামনা কৰিলোঁ ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম হৰি হৰি ৰাম কৃষ্ণ হৰি পূনৰ সেৱা জনালোঁ ।🙏🏼🙏🏼🙏🏼🙏🏼।ঃঃঃঃঃঃঃঃ।।

  • @dipsikhaboruah2817
    @dipsikhaboruah2817 4 года назад +2

    Krishna provu 🙏🏻🌷🌷🌷🙏🏻

  • @dekatechnology5403
    @dekatechnology5403 4 года назад +3

    বহুত বহুত ধন্যবাদ প্ৰভু

  • @dimbeswarigogoi6683
    @dimbeswarigogoi6683 4 года назад +1

    Krishna hewa jonaisu krishna

  • @bhupendas1971
    @bhupendas1971 4 года назад

    কৃ্ষ্ণ বাপ. !
    প্ৰভূ, সেৱা এভাগ যাচিলোঁ আপোনালৈ, গ্ৰহণ কৰিব |
    অতি মনোৰম ভাগৱতৰ মধুময় ব্যাখ্যাৰে সমৃদ্ধ পাঠ ভাগ হৃদয়ংগম কৰিলো বাপ |অতিকে আপ্লুত হৈছো
    | ভাল লাগিছে ভাগৱতৰ মধুময় অনুষ্ঠান ভাগ ভাদ মাহৰ পবিত্ৰ ক্ষণত আমি শ্ৰৱণ কৰিবলৈ সুবিধা পাই ধন্য হৈছোঁ | সেৱা এটি পুনৰ
    ধৰিলো...... কৃষ্ণ |

  • @protibadassame7697
    @protibadassame7697 4 года назад

    Krishna Porvu ram ram guru jona pronam jonalu apunak I 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @bhobanikantaborsaikia5206
    @bhobanikantaborsaikia5206 11 месяцев назад

    Krishna Krishna Krishna prabhudev pronam to you

  • @flashy_ff
    @flashy_ff 4 года назад +1

    কৃষ্ণ কৃষ্ণ ৷

  • @gplus7793
    @gplus7793 4 года назад +2

    কৃষ্ণ প্ৰভু সেৱা গ্ৰহণ কৰিব।

  • @pinkumonibhuyan5276
    @pinkumonibhuyan5276 Год назад

    Krishna bap.. Pranam🙏🙏🙏

  • @bantipator8687
    @bantipator8687 4 года назад +1

    কৃষ্ণ প্ৰভু সুপ্ৰভাত,

  • @daisyrabha2343
    @daisyrabha2343 4 года назад +1

    🙏🙏 Namo Hari Namo Hari 🙏🙏

  • @rikadas2664
    @rikadas2664 4 года назад +1

    কৃষ্ণ বাপ,সেৱা জনালো।

  • @champawatideka2509
    @champawatideka2509 4 года назад +3

    কৃষ্ণ কৃষ্ণ

  • @dimbeswaripatardeka2793
    @dimbeswaripatardeka2793 3 года назад

    🙏oum santi santi krishna 🙏

  • @khasdipilasipajhar3232
    @khasdipilasipajhar3232 4 года назад

    বৰ সুন্দৰ হৈছে প্ৰভু