Abeg ~ আৱেগ | Part 2 | Assamese Short Film | Pinkal Pratyush | Barnali Sarma | Kishor Baruah

Поделиться
HTML-код
  • Опубликовано: 9 янв 2025

Комментарии • 1,8 тыс.

  • @lyricalworldassam992
    @lyricalworldassam992 2 года назад +364

    Part 3 কাক কাক লাগিব LIKE কৰিব নাপাহৰিব ❣️✨

  • @Omi903
    @Omi903 2 года назад +71

    অতীত কেতিয়াও বৰ্তমান হব নোৱাৰে 🙂🥺
    কিন্তু স্মৃতি বোৰ বৰ্তমান হৈ থাকি যায় 😊💗

    • @ms.Rao7539
      @ms.Rao7539 2 года назад +1

      অতীত কেতিয়াও বৰ্তমান হব নোৱাৰে
      কিন্তু স্মৃতি বোৰ বৰ্তমান হৈ থাকি যায় 🙂❤️
      অতীত কেতিয়াও পুৰণি নহয়🥀

  • @lakhyajyotisaharia5748
    @lakhyajyotisaharia5748 2 года назад +13

    অতীত কেতিয়াও বৰ্তমান হব নোৱাৰে😔মাথো ৰৈযায় স্মৃতিবোৰ বৰ্তমান হৈ❤

  • @AlliNOne-yv6dm
    @AlliNOne-yv6dm 2 года назад +7

    কিছুমান অপেক্ষাৰ অন্ত.... মনে বিচৰাৰ দৰে কেতিয়াও নহয়। মনৰ আবেগ বোৰ এনেদৰে ৰৈ যায়।

  • @ragini_musical
    @ragini_musical 2 года назад +52

    উফ্ সঁচাকৈ হৃদয়স্পৰ্শী ।🥺❤️ তৃতীয় খণ্ডৰ বাবে অপেক্ষা কৰিছোঁ ।🥺❤️❤️

  • @ashadulhaque3871
    @ashadulhaque3871 2 года назад +16

    অতি সুন্দৰ অন্তৰ স্পৰ্শ কৰি গৈছে। তৃতীয় খণ্ড ৰ বাবে অপেক্ষাত আছোঁ ❣️

  • @bikashdeka4738
    @bikashdeka4738 2 года назад +108

    বহুত অপেক্ষাৰ পাছত,
    অতীত কেতিয়াও পুৰণি নহয়…..uhhh❤️‍🔥
    Part =3 লাগে
    ❤️😘🥰

  • @j.r213
    @j.r213 2 года назад +24

    প্ৰিয় গৰাকী কাষত থাকিও একো কৱ নোৱৰা। উফ কি বেদনা এইয়া🙂❤️‍🩹

  • @vagnahriday3074
    @vagnahriday3074 2 года назад +37

    অপেক্ষাৰ অন্তত " আৱেগ " (২) পালোঁ ।
    কাহিনী ভাগৰ মাজত ইমানেই গভীৰ ভাৱে সোমাই পৰিলোঁ ,যেন কাহিনী ভাগৰ পাছলৈ আৰু এটা খণ্ড থাকিব লাগিছিল ,ঠিক তেনে অনুভৱ হৈছে ।
    বিৰাট সুন্দৰ উপস্থাপন । আগলৈ আৰু এনে নতুন কাহিনী পাম বুলি আমি আশাবাদী ।।
    ❤️❤️

  • @chayanikakakati4195
    @chayanikakakati4195 2 года назад +38

    Finally 2nd part palu.. অতীত পুৰণি হ'লেও অতীতৰ স্মৃতি বোৰ সদায় আমাৰ হৃদয়ৰ একোণত ৰৈ যায়।❤❤🥰🥰😍

  • @madhusvlog___29
    @madhusvlog___29 2 года назад +74

    অপেক্ষাৰও অন্য এক মাদকতা আছে❤️😌

  • @surajbaghwar2008
    @surajbaghwar2008 2 года назад +1

    মানুহৰ জীৱনত হোৱা এটা সঁচা কাহিনী যিটো প্ৰায় কম সংখ্যাত দেখা পোৱা যায় বৰ্তমান সময়ত আৰু কাৰোবাৰ আশাৰ কাৰণে জীৱনত আগবাঢ়ি গৈ শেষত অনকা প্ৰতিফল পোৱা দেখা যায়। বহুত ভাল লাগিছে আপোনালোকৰ এনেকুৱা অনুভৱবোৰ এইদৰে আমাৰ মাজত অনাৰ বাবে অশেষ ধন্যবাদ আৰু মৰম জনাইছোঁ। 🥰❤️❤️

  • @jeemonigogoi3455
    @jeemonigogoi3455 2 года назад +14

    কি কম কবলৈ ভাষা নাই বহুত বহুত বেছি এ আবেগিক হৈ পৰিলোঁ 😭😭
    Part 3 লাগে সোনকালে ❣️
    Love from dhemaji silapathar ❤️

  • @KishurDoley-i8g
    @KishurDoley-i8g 9 дней назад +1

    Juii🔥🔥

  • @Rajasaikia-f5d
    @Rajasaikia-f5d 2 года назад +40

    বহুত বহুত শুভেচ্ছা তোমালৈ আমাক ইমান ধুনীয়া উপহাৰ দিয়া বাবে❤️ ।

  • @dekavideos6404
    @dekavideos6404 2 года назад +4

    সচাঁকৈ বুকু খনৰ কোনোবা খিনিত আৱেগে যেন‌ খুন্দা মাৰি থৈ গ'ল 😞😞😞।। বহুত বহুত বেছি ধুনীয়া হৈছে দাদা❤️❤️🥰।। খণ্ডতো চাই হেঁপাহে নপলাল আৰু অলপ দীঘল হোৱা হয় !!

  • @mainabora1231
    @mainabora1231 2 года назад +18

    অন্তৰ চুই যায় আপোনাৰ প্ৰত্যেকটো ভাষ্যই।। ❤️

  • @dhananjoysarkar5399
    @dhananjoysarkar5399 2 года назад +8

    হৃয়স্পৰ্শী এটি কাহিনী
    সঁচাই ভাল লাগে আপোনাৰ ভিডিও বোৰ ❤️
    Voice music 🔥

  • @doligogoi2288
    @doligogoi2288 2 года назад +6

    গোটেই কাহিনীটোৰ মূল যেন এই কথাষাৰিতে সোমাই আছে '' অতীত কেতিয়াও পুৰণি নহয়'' উফফ , কিবা এটা ভাল লাগে অ তোমাৰ প্ৰতিটো ভাষ্য 🥰🥰

  • @purnimaray8334
    @purnimaray8334 Год назад +1

    Awosm khube Val shot film 📽️🎥 pinkal da...

  • @papuahmed4842
    @papuahmed4842 2 года назад +12

    অপেক্ষাৰ অন্তত আহিল বহুত ধুনীয়া হৈছে কাহিনী-সংলাপ অতি সুন্দৰ বন্ধু । গোটেই টিমটোৰ সকলোৱে সুন্দৰ ভাৱে অভিনয় কৰিছে ।♥️♥️

  • @prakashdeka3446
    @prakashdeka3446 2 года назад +1

    কেনেকৈ ইমান আবেগ ঢালিব পাৰা এটি videot, সদায় আগুৱাই যোৱা, তুমি বিশেষ _Pinkal Da_♥️

  • @punilborahofficial7028
    @punilborahofficial7028 2 года назад +5

    বহুত বহুত শুভকামনা .............হৃদয় চুই গল ⚘️⚘️🥰🥰🥰আগলৈ আৰু অধীৰ আগ্ৰহেৰে বাট চাম....

  • @gunamonibaruah4992
    @gunamonibaruah4992 2 года назад +1

    বহুত অপেক্ষাৰ অন্তত !!
    Prt 3 lage pinkal da...

  • @abdulkayum6735
    @abdulkayum6735 2 года назад +35

    "অতিত কেতিয়াও পুরণি নহয়'।।।।।।এইবছরর শ্রেষ্ঠ সংলাপ। ❣️

  • @jintubarman2806
    @jintubarman2806 2 года назад

    সময়বোৰ বাগৰি যায়, মাথো স্মৃতিবোৰ হে এখিলা উকা কাগজৰ পৃষ্ঠাৰ দৰে সজীৱ হৈ ৰৈ যায় হৃদয়ৰ কোনোবা খিনিত।।।।

  • @lakhyajitbordoloi7331
    @lakhyajitbordoloi7331 2 года назад +6

    অতীত কেতিয়াও পুৰণি নহয় বাক্য শাৰীৰ দ্বাৰা সমাপ্ত হোৱা আবেগ কাহিনীটোৱে সচাকৈয়ে সকলোৰে মন আবেগিক কৰি পুৰণি লৰা'লি কালক স্মৰণ কৰি তুলিছে । তৃতীয় খণ্ডৰ আশাৰে । 🤗😌

  • @rkediting9276
    @rkediting9276 2 года назад

    Wow very nice bohut val lagil sai thank you so much amr karone emn dhuniya dhuniya video bonuwar babe.... Love you from kharupetiya darrang

  • @rimonyoutube8784
    @rimonyoutube8784 2 года назад +3

    ইমান সুন্দৰ, ইমান সুন্দৰ❤️❤️
    Part3 লাগে দাদা

  • @rituhazarika4173
    @rituhazarika4173 2 года назад

    Bohut vl lagil dada 3 th Part sbo pm buli akha thkil so wonderful ❤️

  • @vlogwithmadhurjya2878
    @vlogwithmadhurjya2878 2 года назад +6

    অতিতে যেন এতিয়াও হাত বাউলী মাতে 🤍 অতিত ৰ সেই মধুৰ স্মৃতি বোৰ এতিয়াও যেন সাঁচি থৈছোঁ হৃদয়ৰ কোনোবাখিনীত 😊

  • @pdpranabdas7237
    @pdpranabdas7237 2 года назад +1

    মন‌ চুই গল এই ছবিখনে 😊❤️❤️ অতীত কেতিয়াও‌ পুৰনি নহয় সচা বহুত সুন্দৰ আৰু ধুনীয়া কাহিনী‌ এটি বনাইছৈ আৰু আগলৈ এনেকুৱা ভাল ভাল কাহিনী‌ ছবি চাবলৈ পাম বুলি আশা থাকিল 😇🤞🤞

  • @rakeshkalita8950
    @rakeshkalita8950 2 года назад +69

    It doesn't matter that you get her or not as a wife but your love should be pure as it was... This feeling is amazing without having anything💞💞

  • @lakshmanbarman1627
    @lakshmanbarman1627 2 года назад +2

    এটা ভাল STORY ,চাই ভাল লাগিল
    বহুত বহুত শুভেচ্ছা থাকিল ।
    পিছৰ খণ্ড যদি আছে ,সোনকালে আহিব বুলি অপেক্ষা কৰিলোঁ
    Thank you

  • @ronnietd8863
    @ronnietd8863 2 года назад +15

    কোনোবা খিনিত যেন কাহিনীটো এতিয়াও আধৰুৱা হৈ থাকিলে☹️🥺❤️

  • @Pranhbor9732
    @Pranhbor9732 2 года назад +2

    আধৰুৱা প্ৰেমে আমনি কৰে আপোনাৰ মোৰ আৰু বহুজনৰ দৰে হৃদত। অপেক্ষাৰ অন্তত অবশেষত। পিছে ময়ো ১৩ বৰ্ষৰৰে। ভাল লাগিল ।

  • @gyanashreeburagohain4720
    @gyanashreeburagohain4720 2 года назад +4

    অতীত কেতিয়াও পুৰণি নহয় এই কথাষাৰে হৃদয় স্পৰ্শ কৰি গ'ল মোৰ নিজৰ স্মৃতিৰ দৰে অনুভৱ হ'ল👀🥰

  • @kakuborah1299
    @kakuborah1299 2 года назад +1

    Next part lge.... Tumr short film sob sai val lge bohut 💜💜

  • @rupjyotinath8800
    @rupjyotinath8800 2 года назад +11

    হৃদয়খন যেন কৰবাত থমকি ৰৈ যাই🥺❤️,,৩য় খণ্ডৰ অপেক্ষাত🙏🏻

  • @user-kj1hq8lp6v
    @user-kj1hq8lp6v 2 года назад +1

    Really tumar video chai bohut val lage

  • @bidi7453
    @bidi7453 2 года назад +14

    Part 3 ❤️ please.. don't Stop making content.. u will be succed for sure.. lot's of love ❤️

  • @sofiulhussain7993
    @sofiulhussain7993 2 года назад

    ভাষা নাই কবলৈ কিমান ভাল লাগিল চাই,part 3 দিব বুলি আশা ৰাখিলোঁ

  • @kalpanath1935
    @kalpanath1935 2 года назад +10

    অসমত হয়টো বহুত short Film বনোৱা chneel আছে । কিন্তু আপোনাৰ short film বিলাক বহুত পৃথক । সঁচাকৈ বহুত ভাল লাগিল চাই 🥺❤️ আশা কৰোঁ আগলৈ আৰু দেখা পাম । অতীত কেতিয়াও বৰ্তমান হব নোৱাৰে ... কিন্তু অতীত কেতিয়াও পুৰণিও নহয় 🥺❤️

  • @skalgamingff9092
    @skalgamingff9092 2 года назад

    কাহিনীটো মন চুই গ'ল লগতে কাহিনীটোত থকা গানটো ও।।যেতিয়া নজনাকৈয়ে আপোন মানুহবোৰ আনকাৰোবাৰ হৈ যোৱা দেখিবলৈ পোৱা যায় সেই অনুভৱ টো বুজাব নোৱাৰা হৈ পৰে।।আশা কৰিছোঁ সোনকালেই part3 চাবলৈ পাওঁ।।☺️

  • @gitarthazgmedhi.
    @gitarthazgmedhi. 2 года назад +8

    Mjja 🥰 outstanding Short Film 🔥🎥 সদায় এনেকৈ নতুন নতুন চুটিছবি একোখন আগবঢ়াই দিয়ে যেন তাৰে কামনা কৰিলোঁ ❤️ বৰ্ণালী বাৰ acting কিন্তু তামাম লাগিছে 😽 pinkal দাৰ কথা কবই নালাগে 💓 All the best " আৱেগ " team 👍

  • @Yougamer222
    @Yougamer222 2 года назад +1

    Dada apunar video tu intaresting hoi apunar video tu sale xoru or kota bilak month porhi jaii🥰😇😇😍😍😍😍❤️🤝🤝😘😘😘😘😊😊😘🤝❤️🥰😇😍😍😍😍👍👍👍👍verry nice video 👍

  • @manshisubba6252
    @manshisubba6252 2 года назад +4

    বহুত অপেক্ষা কৰি আছিলোঁ part 2 ৰ বাবে .......সঁচা বহুত ভাল লাগিল ❤️

  • @PriyankaDevi-vr3ju
    @PriyankaDevi-vr3ju 2 года назад +1

    Ki kom aru aru apunar xobdo vaxa....hrydoi sui jaii
    Xosakoi bohut val lagil ..axa koru .part 3 khn u xunkle sbo pm

  • @amorray7858
    @amorray7858 2 года назад +3

    অপেক্ষা কৰি আছিলো finally pat 2 ahi gol দাদা আপনি 🔥

  • @highqualityspeedtyping7884
    @highqualityspeedtyping7884 2 года назад +2

    মৰম ভালপোৱা বোৰ সদায় জীপাল হৈ থাকক হৃদয়ৰ পৃষ্ঠাত ❤️🥰, তাইক দূৰৰ পৰাই চাইয়েই মই সুখী,,, মোৰ ভালপোৱা প্ৰীয়সী জনীক হেৰুৱাই পেলাইছো।।। আকৌ লগ পোৱাৰ আশাৰে 😭😭❤️

  • @bumongogoi8719
    @bumongogoi8719 2 года назад +3

    সঁচাকৈ, অতীত কেতিয়াও পুৰণি নহয়🥺
    সুন্দৰ উপস্থাপন🔥❤

  • @manozbora9981
    @manozbora9981 2 года назад

    Jui jui ru lge prt3

  • @jibonor_anubhuti_official
    @jibonor_anubhuti_official 2 года назад +4

    বহুত বেছি ভাল লাগিল 🥺
    *আবেগ* এ সঁচাকৈ আবেগিক কৰি তুলিলে 🥺🥺🥺❤️

  • @susmitarabha3691
    @susmitarabha3691 2 года назад +1

    Ufff ❤❤❤❤ part 3 dekha pam bli aakha rakhilu

  • @bedantarabha1461
    @bedantarabha1461 2 года назад +4

    অপেক্ষাত আছোঁ। 3rd part😌🦋🥀

  • @ms.Rao7539
    @ms.Rao7539 2 года назад +1

    Uff akou ebar ghuri golu xei school r dinole 🥺❤️

  • @assam3024
    @assam3024 2 года назад +25

    আবেগে আকৌ এবাৰ হৃদয়ত ঠাই লবলৈ সক্ষম হল..আবেগৰ তৃতীয় খণ্ড আহিব বুলি আশা কৰিলো💚😊🍂

  • @himangshukalita3906
    @himangshukalita3906 Год назад

    Sweet School Memories ❤️
    সৰুকালৰ দৃশ্য খিনি চাই বৰ ভাল লাগিল
    নিৰ্ভেজাল প্ৰেম

  • @gayatree779
    @gayatree779 2 года назад +5

    Pinkal pratyush mh fav ❤️
    কিন্তু অতিত অতিত চোবাই থাকিলে ভাল নালাগে।
    বৰ্তমান যি আছে তাকে লৈ সুখী হোৱা উচিত , নহলে ভৱিষ্যতত আকৌ সেই অতিতেই বৰ্তমানক হাঙৰি লব।
    অতিতৰ দৰে বৰ্তমানক পাবও পাৰি বা নুৱাৰিও কিন্তু পালেও নাপালেও(((অতিত স্মৃতি হিচাপেহে চিনাকি পাই কিন্তু তাৰ বিপৰীতে বৰ্তমানে মূহুৰ্ত হৈ লগতে থাকে ,))) ভালেই হওঁক বা বেয়া।
    * অতিতে ভৱিষ্যত নেদেখে অতিতে কেৱল অভিজ্ঞতা দি যায় আৰু সেই অভিজ্ঞতাক বৰ্তমানে সলনি কৰি ভৱিষ্যত চিনাই।
    *অতিতক অতিততে অতিতৰ মধুৰ স্মৃতি হিচাপে ৰৈ দিব লাগে আৰু বৰ্তমানক কল্পনাৰ ভৱিষ্যত হিচাপে লৈ আগুৱাই অহা উচিত। কাৰণ সময়ৰ টিকনি দাল অতিতৰ ফালে ঢাল নেখাই যদি তাক ইচ্ছাকৃত ভাবে ঢাল খোৱা নহয় ।
    অতিত টো কবলৈ গলে ঘড়ীৰ নচলা বেতেৰীহে যত হি থমকি যায়।
    অতীত কেতিয়াও বৰ্তমান হব নোৱাৰে আৰু বৰ্তমানেও কেতিয়াও অতীতক অতীতলৈ ঠেলি নিদিয়ে। এটা সময়ত বৰ্তমান ও গৈ ভৱিষ্যত হয় অতীত ত অতীততে ৰৈ যায়❤️❤️
    Anyway love from present universe🤩 not past😄& also love from future universe✨

  • @shouthmovies3910
    @shouthmovies3910 Год назад

    Emn dhuniya story.. sokur Pani ulai jai.. apuni plz part 3 bonauk

  • @maniruzzaman6603
    @maniruzzaman6603 2 года назад +121

    Wow it's so peaceful 😍❣️❣️ and the background music.. uffff ❣️ waiting for nxt part.

  • @csblg6294
    @csblg6294 Год назад

    Xundor kahini, xundor abhinoy, xundor uposthapon... Kobonuarakoi e sokulu nigori ahil... Abegik hoi porilu😢

  • @pranabmishra4001
    @pranabmishra4001 2 года назад +3

    I have no words to say anything..... Just only thing I will say.... অতিত কেতিয়াও পুৰণি নহই।❣️❣️❣️
    Thanks for giving us that wonderful story ❤️.....

  • @riyarejbeen8649
    @riyarejbeen8649 2 года назад

    val lgise bohut pinkal da❣ru apunar voice xosai mur bor priyo❤

  • @pompyroy7720
    @pompyroy7720 2 года назад +12

    বহুত ভাল লাগিল দে ❤️💜💛আৰু "অতীত কেতিয়াও পুৰনি নহয়" হৃদয় চুই গলে😚 ৩ য় খণ্ডৰ বাবে অপেক্ষাত থাকিম ❤️

  • @bidyutbikashgogoi5722
    @bidyutbikashgogoi5722 2 года назад +2

    কাহিনী আৰু উপস্থাপন অতিকৈ ধুনীয়া ❤️

  • @chandanrajkhowa78
    @chandanrajkhowa78 2 года назад +5

    বহুত অপেক্ষাৰ অন্তত ❣️ Finally আহি গল 🤗

  • @kangkana6232
    @kangkana6232 2 года назад +1

    Bhut vl lgil. Dada part 3 lge✊❤️

  • @hunmoniphukan5130
    @hunmoniphukan5130 2 года назад +15

    আপোনাৰ voice টো দিনত এবাৰ শুনাটো মোৰ অভ্যাস হৈ পৰিছে 😇🥰 Bdwy বহুত ভাল লাগিল ❤️👍🏻

  • @YTAxOMPLAYZ04
    @YTAxOMPLAYZ04 7 месяцев назад +1

    Ufff Literally Eman সুন্দৰ অভিনয় আৰু লগতে ইমান ধুনীয়া কাহিনী আৰু ইমান দুখৰ অতীতৰ কাহিনী 😢 কি কম আৰু ১০০% দিছোঁ মোৰ ফালৰ পৰা । নাই কোনো over action nai besi edit সকলো parfect ❤.... ভাত খাই চাই আছিলোঁ বাবে Part 1 খনত comment কৰিব নহল কিন্তু এতিয়া ভাত খাই হল বাবে part 2 te comment kori disu .... সঁচাকৈ বহুত বহুত বহুত বেছি ভাল লাগিল।দাদা আপুনি আকৌ অসমীয়া ছবি জগতলৈ ঘূৰি আহক 😊❤.... Love From Sivasagar ☺️🥺...1st time moi short flim enakua comments korisu 😌🥺

  • @moniisuzan2641
    @moniisuzan2641 2 года назад +3

    This stories is amazing wow aapunar proti bhakhai heart feels hoi so lovely stories waiting for next part xnklale dibo 🥰🥰🥰🥰

  • @rupanjalisaikia3080
    @rupanjalisaikia3080 Год назад

    Oti hundor, obhinoi, music, all the best👍💯

  • @neelsaikia1238
    @neelsaikia1238 2 года назад +3

    বুকুৰ কোনোবা একুণত যেন কিহবাই হেঁচা মাৰি ধৰিছিল চাই থকা মূহুৰ্ত ক্ষণত 🥺🌻💜

  • @parikshithazarika2781
    @parikshithazarika2781 2 года назад +1

    MOJA 😂😍😍😍😍😍😵😴

  • @kavitachakravorty5595
    @kavitachakravorty5595 2 года назад +12

    I'm eagerly waiting for part 3....❤️ Beautiful concept heart touching ❤️

  • @rajcreation_2m..
    @rajcreation_2m.. 2 года назад +1

    বহুত বহুত ভাল লাগিল❣️কিন্তু sort hoyse

  • @Carlos__dadi1000
    @Carlos__dadi1000 2 года назад +22

    বহুত অপেক্ষা কৰাৰ পাছত 🥰🥰🥰 আজি আহি পালে বহুত বহুত ভাল লাগিছে দাদা ❤️❤️❤️❤️❤️ l love from dudhnoi.

  • @halftechnician123
    @halftechnician123 2 года назад +1

    Uff ☺️
    অতীত কেতিয়াও পুৰণি নহয় ♨️

  • @mrgogoi1812
    @mrgogoi1812 2 года назад +5

    ঈশ্বৰে তোৰ মঙ্গল কৰক❤️তই এদিন বহুত ডাঙৰ মানুহ হবি uff🔥bro

  • @jyotiprasadgogoi346
    @jyotiprasadgogoi346 2 года назад +2

    Emotion, Love, Memory, Peace, Beauty..... Waaahhhh, the story has touched my heart....❤️

  • @debajithazarikamajuli6394
    @debajithazarikamajuli6394 2 года назад +3

    অতি সুন্দৰ প্ৰদৰ্শন ❤️✨। অপেক্ষাৰ ও অন্য এক মাদকতা আছে 🤝💓।

  • @hridaykalita8862
    @hridaykalita8862 2 года назад +1

    Dukh lge jai he .jatea hothat end hoi jai. Mon jai aru jodi olp degholeya hol hoi monor xai vl hapah to puron hol hoi. Love from boko chhaygaon ❤❤❤

  • @khagentaw9639
    @khagentaw9639 2 года назад +6

    Waiting for next episode... Pratyush da 🥀💕

  • @manashnagaria1790
    @manashnagaria1790 2 года назад +2

    Ooh super love 💖

  • @kongkonjyotishortsvlogs5508
    @kongkonjyotishortsvlogs5508 2 года назад +5

    বহুত ভাল লাগিল 🔥🔥❤️ অতীত কেতিয়াও পুৰণি নহয় ।

  • @popeeboruah0856
    @popeeboruah0856 2 года назад

    সঁচাই আপোনাৰ ভাষাবোৰৰ ইমান হুৱাওলা ।🌸♥️ মনিছোঁ কিন্তু আপোনাক, 💖💜 আপোনাৰ অভিনয়বোৰে আমাক আৰু আৱেগিক কৰে 😊😊♥️🌸 ধন্যবাদ দাদা 💐💮🥰I LOVE FROM
    ROHAN ♥️♥️♥️♥️♥️♥️

  • @ishitasarma4389
    @ishitasarma4389 2 года назад +4

    বহু অপেক্ষাৰ অন্তত 🥺❤❤

  • @sunitasonowal7223
    @sunitasonowal7223 2 года назад

    অতীত কেতিয়াওঁ পুৰণি হৈ নাযায়,, ❤️ কথাটো সঁচা.. সঁচা কৈ বহুত সুন্দৰ হৈছে কাহীনী টু. তোমাৰ ভিডিঅ চাই বহুত ভাল লাগে 🤗🤗

  • @urmisonowal7488
    @urmisonowal7488 2 года назад +5

    ভাল লাগিল। Part 3 লাগে ❤️

  • @dhunu7
    @dhunu7 2 года назад

    Ooo waaaa uuu
    Awesome stry Pinkal daa aru barnali baa
    Vl lgle saii 👍🏻👍🏻
    3prt hnkle pm buli akha rakhlu

  • @bish__nu__roy__2k
    @bish__nu__roy__2k 2 года назад +6

    ধুনীয়া হৈছে ❣️❣️ Part, 3 টো অতি সোকালেই আহিব বুলি অপেক্ষাত 🥰🥰🥰🙏🙏👈

    • @mantelgamer1772
      @mantelgamer1772 2 года назад

      Na ahe o

    • @bish__nu__roy__2k
      @bish__nu__roy__2k 2 года назад

      @@mantelgamer1772 তুমি কেনেকৈ জানিলা নাহে বুলি😔👈

  • @rimlimgoswami9069
    @rimlimgoswami9069 2 года назад

    Waah ...💕💕xosakoi bohut vl hoise

  • @SanjayKalita
    @SanjayKalita 2 года назад +4

    Mind blowing..part 3 ketya ahibo dada❤️❤️❤️

  • @nibirnilim912
    @nibirnilim912 2 года назад

    Akou nxt part pam buli axah rakhilu uff hridoy sui gol♥️♥️

  • @rikhabsaikia4219
    @rikhabsaikia4219 2 года назад +13

    please release the 3rd part soon.....lots of love to the entire team of 'Abeg' for ur lots of hard work________

  • @gyanashreeburagohain4720
    @gyanashreeburagohain4720 2 года назад +2

    বহু অপেক্ষাৰ মূৰত বহুত ভাল লাগিলে চাই সঁচাকৈয়ে আৱেগিক হৈ পৰিলোঁ অ' , অশেষ শুভেচ্ছা থাকিল এনেকৈয়ে আগবাঢ়ি যোৱা
    𝓑𝓮𝓼𝓽 𝓸𝓯 𝓵𝓾𝓬𝓴🥰🥰❤️👍

  • @pranamigogoi3992
    @pranamigogoi3992 2 года назад +4

    ইমান সুন্দৰ কাহিনী❤। মন চুই গ'ল🥺।

  • @Runjun.Sonowal
    @Runjun.Sonowal 2 года назад +1

    Apunar protyektu kotha hridoi sui jai.
    Anekuwa lage jen nijoke dekhi axu.. bohut dhuniya hoixe. ❤️❤️❤️❤️🌼🌼🌼 Next part hunkale agborhabo..love from Tinsukia ❤️❤️

  • @nagaonkabaddi__06
    @nagaonkabaddi__06 2 года назад +5

    Next level jui 🔥🔥
    Love from Nagaon 😍😍
    I my waiting for next pate

  • @Juganandaborthakur
    @Juganandaborthakur 2 года назад

    হৃদই স্পৰ্শী কাহিনী । অভিনয় ভাল হৈছে