MOVE ON | Assamese Short Film | With Subtitles| Bedabrat Borah | Boibhabi | Manash Pritom | Dikshita
HTML-код
- Опубликовано: 7 фев 2025
- RED ACES PRODUCTION PRESENTS :
" MOVE ON" An Assamese Short Film
(English subtitles available in caption and you can select auto translate to watch it in your own language., have a good watch.)
STARRING :
BEDABRAT BORAH,BOIBHABI GOSWAMI,DIKSHITA DAS,MANASH PRITOM(TUNGISH MOHITRA)
STORY AND CONCEPT :
MANASH PRITOM SAIKIA
SCRIPT & DIALOUGES :DHRITIMOY KALITA
DOP/EDITING/COLOUR GRADING:
AMAL ROY
PRODUCER : AKASH PRITAM SAIKIA
BACKGROUND SCORE : ALAK NATH,DHRUV THAKURIA,DAVID KASHYAP
SCRIPT TYPIST : JULI BORO
DUBBING : MERAKI STUDIO
PRODUCTION MANAGER : LAKHAN LAL MEHTA
MAKEUP UP ARTIST : JUPITARA DAS
SUPPORTING CAST : ARINDAM KASHYAP,LAKHAN LAL MEHTA,JUPITARA DAS,SONJOY GAFFARI,ENZAMAMUL HOQUE,SHIBANGI,ARMAN AHMED
HUMMING : ALAK NATH
SPECIAL THANKS TO : DIPALI SAIKIA (MAA)
TRIBUTE TO : LATE AJIT SAIKIA(PAPA)
Follow Me On Instagram:
/ manashpritomsaikia
Bhalpuwa Bare Bare is now available on
JioSaavan:rb.gy/tjz7ak
Wynk Music:rb.gy/8xzbv8
Spotify:rb.gy/ysz010
Amazon Music : rb.gy/3d16xj
AUDIO CREDITS
"BHAL PUWA BARE BARE"
SINGER: MANASH PRITOM SAIKIA(TUNGISH MOHITRA),AKANGSHYA
LYRICS &Composition : ALAK NATH
MUSIC: PINKAL PRATYUSH
MIX & MASTERED : KAUSTAV SAIKIA,PINKAL PRATYUSH
#newassameseshortfilm
#moveon
#trending
#CHUPACHUPI
#assameseseries
#Chupa_Chupi
#assameseshortfilm
#bedabratborah
#bhalpuwabarebare
#assameseshortfilm2024
#lovestory
#manashpritom
#webseries
#assamesewebseries
#assamesemovie
#assamesefilms
#Boibhabi
#trending
#assamessong
#newvideo
#love
#assamessong
#shortvideo
#bidurbhai
Part 2 kak kak lage like kora...aru channel tu subscribe kori thua sobe part 2 eyate ahibo 😉
Moi roi asu de jldi lage amk part 2
Part 2 ❤
💞Jlid lage amk part 2😊dada🥰
Lage ❤
2 3 4 5.......Lage ❤
এজন থকাৰ পিছতো বেলেগক বিচাৰি থকাবোৰৰ পৰা আঁতৰি দিব লাগে...নহ'লে কষ্ট পোৱাৰ বাহিৰে একো নাই😊
U r right 👍🏻
Yes,As soon as you become an option walk away..
এই সৰু সৰু ভুলৰ বাবেই কিমানে ভালপোৱাৰ মূল্য হেৰুৱাইছে😢! সেইকাৰণে সম্পৰ্ক থাকোঁতেই ইজনে সিজনক বুজা উচিত কিয়নো ঘৰ খন ভাঙি যোৱাৰ পিছত সেই একেখন ঘৰত থকাটো অনুচিত হৈ পৰে। #love is not life but love just part of life ❤.
Vai mur same condition....moi Mur gf lgt aji 4 years complete hl but atiya amr dutar kajiya besi hoi buja Buji nhowa hoise.... brekup nhoi kintu kjiya besi hoi ki karile vl hb
ঠিকে কৰিছে দুয়োৱে…মূল্য নিদিয়া, মৰমখিনিক গুৰুত্ব নিদিয়াৰ পৰা আঁতৰি যাৰ লগত থাকি মন ভালে থাকে তাৰ লগতে থকা উচিত❤️ বাকী আগতে মূল্য নিদি পিছত পষ্টাই লাভ নাই😊
Right..
Just move on... কথাষাৰ কবলে যিমান সহজ, কৰিবলৈ সিমানে কঠিন 🤧🥀
Hoi😢
Bohut kothin..
Hmm broh… but ata ktha ki… jdi knubai real love kre no… tnehole xi ketiyao eri njay… vul obyash sob kisui xi thik kri dibo but ketiyao eri njay 🙂
Right 😢
Exactly bro!
"ভুলবোৰ শুধৰাব পাৰি কিন্তু অভ্যাস বোৰ থাকি যায়ʼ"
কথাষাৰ যেন ক'ৰবাত স্থায়ী হৈ ৰʼল
😊❤️🩹
সচাঁকৈয়ে......
Right 😥
Right 😥
ভুলবোৰ শুধৰাব পাৰি... কিন্তু অভ্যাসবোৰ থাকি যায়... This line✨🙃
😢hmmm
মই এইটো সন্মতি নেদিয়ো দেই। 😅
Manhui darks ari dibo pare aru nu ki
@@itsuddhav moi val puar khetrot koisu😊 jia cheat kore teo heitu sovab ba oivakh aribo nuare
@@JanmaniRay june xosa val pai xi aribo pare aru arabo o pare
আন্ধাৰ যিমানেই গভীৰ নহওঁক কিয় এদিন পোহৰ হবই 💗
ঠিক তেনেদৰে মানুহৰ জীৱনটো যিমানেই দুখ নাথাকক কিয় এদিন সুখে হাঁহি মাৰিবই। 😌👍💗..
😢
Thank you❤
Right
Right 👍
Right
প্ৰতিটো সম্পৰ্কত সময় থাকোঁতে সন্মান আৰু
গুৰুত্ব দিবলৈ শিকিব লাগে তেতিয়া সম্পৰ্কবোৰ চিৰস্থায়ী হৈ থাকে ☺️
Nijok bisari palu short film khonor majot 🥺❤
সছা ভাল পোৱা আগত পৃথিৱী হাৰ মানে অভ্যাস তো কি ডাঙৰ কথা সেইটো u chang কৰিব পাৰিব । সছা ভাল পোৱাতকৈ একুৱে ডাঙৰ হব নোৱাৰে । হি তু তোমি এৰা পাছত অকলে কষ্টত থাকিল কিন্তু তুমি বেলেগ লগত সময় কটাই তাক পাহৰি গলা এতিয়া ভুল টো কাৰ । এজনে এজনৰ ভুল টো শুধৰাই আগ বাঁহী যোৱা টোৱে টো ভাল পোৱা ❤
Xosa kotha koisa xosa val puwar agot sbe har mane .👍
Hosa vl puat beleg r agt insult o dibo nuare,,,lagile okole thokat beya k kowk,,,taik to hodai beya k koi hi lagile drinks kori e thakibo,but tik dibo time ni
Vote for part 2
Joldi lge bro....vl lgise...
Takei
Hobo de gotay 😂
I am not 18+ so I can't vote 😂😂😂
Vote for bjp
দিনটোৰ ব্যস্ততাৰ মাজতো যদি ভালপোৱাজনক অলপ সময় দিয়ে সেইখিনিয়ে বহুত যথেষ্ট ব্যস্ততা সকলোৰে জীৱনত থাকে কিন্তুু ভাল পাইছে যেতিয়া সময় দিবলৈও শিকক
Understanding main
এটাই বুজি পালোঁ, আজিৰ এই সময়ত চলি থকা প্ৰেম ভাল পোৱা বোৰৰ প্ৰকৃতি মূল্য আৰু ব্যৱহাৰৰ উদাহৰণ, One wants to keep the relationship alive and the other doesn't👀,
যদিওঁ স্মৃতিক সাৱটি জানো কোনোবাই ৰৈ যায়.!?😌
বুজিও যেতিয়া অবুজন হৈ পৰে , তেওঁক কেনে বুজাব পাৰে , যদি তেওঁ পৰিছে মই নোহোৱাকে, মইও সুখী তেওঁৰ সুখতে💗,
আৰু কি জীৱন !পাৰ হৈ যাব এনেকেই তেওঁৰ স্মৃতিবোৰ ধীয়াই , তেওঁৰ হাঁহিবোৰ মনত পেলাই মইও হাঁহি দিম , কেতিয়াও বেয়া নাপাওঁ তেওঁক ,
যতেই আছা সুখত থাকা মোৰ জান❤️🥀
Val lagil sai...xei babe manuhe xomoi thakute gurutto dibo Lage... nohole pist kosto hoi
Right
এটা কামে বাৰে বাৰে কৰাটো ভুল নহয় অভ্যাস। আৰু অভ্যাস সলনি কৰিব পৰা নাযায় কাৰণ কৰিবই নিবিচাৰে, যʼত ভালপোৱা মানুহ জনৰ বাবে সময়ে নাথাকে তাত ভালপোৱা কি থাকিব সেই ভালপোৱা নহয় আৰু যদিহে ভালপোৱা মানুহ জনতকৈ লগৰ কোনোবাই বুজে সময় দিয়ে কষ্টৰ সময় খিনিত সাহস দিয়ে নিশ্চয় কৈ তাৰ লগত থাকি ভাল লাগিবই এজন ভাল বন্ধু হিচাপে যিয়ে কষ্টৰ সময়ত সংগ দিছে, কাৰণ আপোন জনেই নুবুজিলে, থাকিব লগা জনেই নাথাকিলে। তাৰ সময় নাথাকে আৰু সেইজন মানুহৰ কাৰণে দুখ কৰি নিজৰ লগ বন্ধু বোৰ এৰি কি হ'ব যাৰ ইচ্ছা নাথাকে সময় নাথাকে তাত ভালপোৱা ও নাথাকে তাৰকাৰণে তাৰ পৰা গুছি অহাই শ্ৰেষ্ঠ কাৰণ তাত অৱহেলাৰ বাহিৰে একো পোৱা নাযায় মাথোঁ কষ্ট যিয়ে দিয়ে সদায় চকুপানী।
Kintu jitu vaal pua r pora eman hohozotey ulay ahibo pari haitu u ki vaal pua .. ?❓❔❓
@@Dhandita ওলায় আহিব নোৱাৰাৰ বাবে তোমাৰ মোৰ দৰে বহুতে কষ্ট পায় আছে আৰু যিয়ে গুৰুত্ব ই নিদিয়ে তেওঁ বিন্দাছ আছে।
@@karabitalukdar7778 yes aitu a tu vaal pua 🙃
@@karabitalukdar7778 yes aitu a tu vaal pua 👍🏻
Next part2,,অতিকৈ ধুনীয়া লাগিল,মাথোঁ অপেক্ষাত আছোঁ
"ভুলবোৰ শুদ্ধৰাব পাৰি, অভাসবোৰ থাকি যায়".. সচাঁকৈ❤ চুই গৈছে প্রতিটো শব্দই।
❤
যি জন মানুহে নিজৰ ভাল পোৱা মানুহক সন্মান কৰিব নাজানে ,হেই জন মানুহৰ লগত জীৱন টো কটোৱাৰ কথা কল্পনা কৰিব নোৱাৰি , কিমান ধুনীয়া ন , কিন্তু যি জন মানুহে,হেই ছোৱালী জনিৰ কাৰণেই দিন টো বাহিৰত কাম কৰি তাইক সুখী কৰাৰ চিন্তাত থাকে , হেই জন নথকাত কোনোবাই তাইৰ লগত কথা পাতিলে হেই জনে কেনেকৈ সহিব , যিয়ে হেই গৰাকীৰ সুখৰ কাৰণে তাইৰ লগতো কথা নপতা কৈ আছে । তথাপিও দুখ আমাৰেই , 😢
ekdm monor kotha koisa!! Suffer korile kune lastot hei Beda dai lua character tue no, short flim or kahini bur ketiaba real life logot mili jai hosa.
ekebare fotuwa lagise beda r gf r character tu. dhur
Moving On is better than waiting for something that isn't going to happen.
Such a fair highlight.. great job.
কাহিনী এনেকুৱাই সচা সচা লগা...ইমান ধুনীয়াকৈ সজাইছে প্ৰত্যেকটো চৰিত্ৰ...ভাল লাগিল দেখি...যেন কোনোবাখিনিত মই নিজেই নিজৰ কাহিনী চাই আছো...কাৰোবাৰ অনুভৱকো ইমান ধুনীয়াকৈ সজাইছে...বুজাব নোৱাৰো বহুত ভাল লাগিছে...কোনোবাই মোক কৈছিল জীৱনটো আৰম্ভ হৈছেহে তোমাৰ পাবলগীয়া আৰু বহুত আছে...কি বুলি কম শব্দৰ অভাৱ 🥺🤍🌸Best best best 🤍🌸
You are the best best best 🤍🌸
😢❤
🥺❤️❤️
You are best❤️❤️❤️
❤❤
move on kri ako relationship t ahi gol.... waaah... nice
Take tu 😂
🔥
ঠিকে কৰিছে দুয়োৱে... মূল নিদিয়া, মৰম খিনিক গুৰুত্ব নিদিয়াৰ পৰা আতঁৰি যাৰ লগত থাকি মন ভালে থাকে তাৰ লগতে থকা উচিত ❤ বাকী আগতে মূল নিদি পিছত পষ্টাই লাভ নাই 😊😊😊😊
ভাল হৈছে আৰু শব্দ বোৰত অলপ গুৰুত্ব দিবা।কিছুমান লাইনে চুই গ'ল ❤। বহুত মৰম ❤। From Borhat
অতি সুন্দৰ, পৰবৰ্তী খণ্ড লৈ অপেক্ষা থাকিল❤
খুৱ ভাল লাগিল তাতে আকৌ ভালপোৱা মানুহৰ হৈতে আগবঢ়াই দিছে ,❤
Anekoi a bhut xomporko vange
One of the finest Assamese short film... Bht val lagil. 2nd part achirei pam buli axa thakil.
❤❤
Prank আৰু মিছা শব্দ দুটাহে বেলেগ বেলেগ বাকীখিনি সকলো একে। মানুহে যে কেনেকৈ পাৰে সচাঁ ভালপোৱা এৰি তৃতীয় জনক সেই স্থান দিব🙂
Moja Film 🎥, kahini tu bhaal, couples or quality matching hobo laage then happiness comes and vaal with vaal hole bhaal mile and beyar logot sodaay beya hoi, so beya with beya hobo laage. That's why couples should be matching 😍, Film khonot true dekhaise 😊
❤❤
ভাল লাগিল কাহিনীটো; কিন্তু Move on কৰা মানে টো এটাক এৰি আন এটাৰ লগত হলি গলি কৰাক নুবুজাই, সচা ভালপোৱাত কোনো Break up নাই, আৰু দুয়োফালৰ পৰা efforts বোৰ মিলাই চলিলে সম্পৰ্কবোৰ এনেই ধুনীয়া আৰু সুগভীৰ হয়।
❤❤
Popular singer manash da 🙃
😅
হয় obhyah বোৰ বেয়া,কিন্তু সলনি কৰোঁ বুলিলে অভ্যাস বোৰো সলনি হয় যায়। ছোৱালী এজনী যিমানেই এজন লৰাক ভাল napaw ক kio তাই এদিনতে সকলো শেষ কৰি দিব পাৰে নিজৰ সকলো feelings নাইকিয়া কৰি লব পাৰে। break up হোৱা পাছত ছোৱালী jnie পাহৰি jai just brk up কৈ আঁতৰি jai আৰু তাই হাতত bht option থাকে। কিন্তু lora জনৰ হাতত nathake।হব পাৰে লৰা জনৰ khng besi কিন্তু ভাল নোপোৱা টো nhi বুজালে টো বুজিলে hoi। hosa ভালপোৱা পাবলৈ bhot টান এজনে ভাল।পালে এজনে নাপাই। তাই সঁচাকৈ ভালপোৱা হলে এনেকৈ দুদিন তে blg option choose নকৰিলে হৈ। লৰা মানুহে emotions বোৰ কেতিয়াও পাহৰিবলৈ নোৱাৰে। তাই আঁতৰি গলেও তাইৰ লগত কটোৱা দিন বোৰে সঁচাই মনত আঘাত দিয়ে যেতিয়া তেওঁ কাষত নাথাকে😢
মোৰ ক্ষেত্ৰত যে ওলোটা হৈছে, মোক এটা অপচন হিচাপে ৰাখি থৈছিল
@@s.d6539ajikali aeiburei hol ru hokolue option t rakhibo e bisare tatkoi val pale option tu pelai diye mur lgtu tnkua hoisil
যদি এই ভুলবোৰ সময় মতে শুধৰাই লব পাৰি তেন্তে কেতিয়াও ইজনৰ পৰা সিজনে আঁতৰি যাব লগা নহয়
ভালপোৱাজনক ইমান সোনকালে পাহৰি যাব পাৰে জানো... আৰু ভালপোৱাজনক পাহৰি ইমান সোনকালে পাহৰি যোৱাটো প্ৰেম নহয়
Yes broo
Sob best friend r kamal 🤣🤣🤣
Mukhor ktha karhi nila bhai.....❤❤❤
Soritroheen manuhbure paree bro
Part 2
ভাল পোৱাটো সকলোৱে বুজি পাই কিন্তু নিজৰ প্ৰিয় মানু্হ জনক হেৰুৱাই পেলোৱাৰ পিছতহে ❤️❤️
ooo its realy amazing , waiting for the second part ................
❤
"jijon manuhe valpujonk xonman kribo najane teur logot jibon kotuatu vabibo nuari "❤❤
Bedabrat fvrt actor this generation 😊❤
Vl lgil sai❤❤Aneiu Beda is my favorite ❤❤
@bedabrat_borah tumi ekhon movie korana, I guarantee it will be a super duper hit.. Tumi bortoman mur favourite Assamese actor above all legends...
Aijoni aijoni eman dhuniya 🔥❤o baa joni 😘😘😘😘💞😘💞
এজন থকাৰ পিছতো বেলেগক বিচাৰি থকাবোৰৰ পৰা আতঁৰি দিব লাগে... নহ'লে কষ্ট পোৱাৰ বাহিৰে একো নাই 😊
এই যে খঙটো,এইয়াও ভালপোৱাই,যেতিয়া আপোনজনক হেৰুওৱাৰ ভয় থাকে , তেতিয়া তেনেকুৱা হয় , ভালপোৱা ইমানো ঠুনুকা নে এইখিনিতে এৰি গুছি যাব.... সচাঁ ভালপোৱাই মানুহৰ অভ্যাসো সলনি কৰে.....
❤❤❤
হৃদয় চুই গল তোমাৰ কথা
টো শুনি। প্ৰেম ঠুনুকা নহয় থুনুকা হয় আমাৰ নিজৰ স্বভাৱৰ ফলত। প্ৰেম সৃষ্টিৰ বাবে যদি কৰা ইয়াৰ সমান সুখ নাই যদি ধাংখৰ বাবে কৰা ঠুণুকা হব নালাগে।
Aibur sob best friend r kamal 🤣 jot best friend ulabo tat vl puwa nathake lagile gutei jibon2 vl puwa nahouk kio.. adinr best friend 2a sob hekh kri diye 😁😁😁
@@Abhinashchutia-s6jtrue love ❌best friend ✅😂
গোটেই part টো চাই থাকোতে মনটোত উত্থাপিত হোৱা কথাষাৰেই তুমি কৈ দিলা ভাই 👍🏼👍🏼 আৰম্ভণিত ভাল বাৰ্তা এটা আছিল শেষত 😢
Iman dhunia suali joni , acting skills u ase..
Protyek rltnship t enekuai hoi junjone besi vl pai heijone kosto pai thakibo lage...eribou nuware...aru ekeloge thakibou nuware enekua obostha hoi
❤
প্ৰেমৰ চক্ৰবেহু ভাঙিব পৰাটো যিমান সহজ কৰি দেখুওৱা হৈছে । ঠিক তেনেকুৱা নহয় । এটা সম্পৰ্ক শেষ কৰি আকৌ প্ৰেমত পৰা আৰু আকৌ প্ৰেম কৰা । এইটো যিমান সহজ কৰি দেখুৱাইছে তেনেকুৱা নহয়। ভুল হৈ যায় এটা সম্পৰ্কত দুইজনে বুজি উঠাটোহে ডাঙৰ কথা । অলপমান কেয়াৰ নাইবা attention ৰ বাবে আগৰ relationship টোক পাহৰি নতুন এটা relationship ত অহাটো মোৰ মতে ঠিক নহয়। দুটা Defferent gender মানে defferent মনোভাৱ । লৰাবোৰ জেদী আৰু ছোৱালী বোৰ স্বভিমানি। কোনো সমান নহয়। কিন্তু সমান্তৰাল ভাবে এজনী ছোৱালীয়ে এজন বেয়া লৰাকো ভাল কৰি তুলিব পাৰে । আৰু এজন সৎ লৰাই বাত হেৰুৱা ছোৱালী এজনীক বিশ্বাস দিব পাৰে। এটা সঁচা সম্পৰ্ক কেতিয়াও শেষ নহয় । জুবিন দাই ও কৈছিল "শেষ বুলিলেইটো শেষ নহয় আকৌ আৰম্ভ হয় শেষ নহয় ।"
💯
Nice story bro
❤
Good work. Keep going bro. ❤️
Dhritimoy bhai mojja dialogues disa.. 💌
Xomoy thakute guruta dia r pryjon❤
ভুলবোৰ শুধৰাব পাৰি কিন্তু অভ্যাসবোৰ কেতিয়াও সলনি কৰিব নোৱাৰি ❤
😮
❤️
Right😢
@@jontiroy6979 🤔
No val puajone xebur thik kora biporite move on kribo lage buli tu kotha ni no
আচল কথা হল যে ইয়াত প্ৰেম নাচিলেই। ইমান সোনকালে যে কোনোবাই কাৰোবাক এৰিব পাৰে নেকি। যত প্ৰেম থাকে তাত হেৰুওৱাৰ ভয়ৰ বাবে কিছু কথা কব লগীয়াও হৈ। অভ্যাস নো কি ডাঙৰ কথা, গোটেই জীৱন টো কে সলনি কৰিব পাৰি মাথোঁ লাগে ভাল লগা জনৰ বিশ্বাস আৰু চেষ্টা। অভ্যাস দিনক দিনে সলনি হৈ থাকে। আজি আপুনি ৫ বজাত হুই উঠাৰ অভ্যাস কাইলৈ ৭ বজাত উঠাৰ অভ্যাস টোলৈ পৰিণত হব। বাকী সকলোৰে জীৱনৰ কাহিনী বেলেগ বেলেগ। এজনে আন এজনৰ দুখ কেতিয়াও বুজি নাপাই আৰু বুজিবও নোৱাৰে। নিজৰ দুখ টো হে ভালকৈ বুজিব পাৰে। সকলোৰে জীৱনত যাতে প্ৰেম আৰু এবাৰ অংকুৰিত হব বুলি আশা ৰাখিলোঁ।
❤
14:11 আন্ধাৰ যিমানেই গভীৰ নহওঁক কিয় এদিন পোহৰ হবই ❤ ঠিক তেনেদৰে মানুহৰ জীবনটো যিমানেই দুখ নাথাকক কিয় এদিন সুখে হাঁহি মাৰিবই 🌷😊 .......... This line really touch my heart ❤️
❤❤❤
বহুত দিন আগতে পাব লাগিছিল এই খন short film 🥺 কৰবাত যেন মোৰ ভূলবোৰো অনুসুচনা কৰিছোঁ😔 ধন্যবাদ দাদা!! আকৌ এবাৰ ভূলবোৰ অনুসূচনা কৰালে ভূল বোৰ এবাৰ যদি সংশোধন কৰিব পাৰিলো হয়🥺শান্তি পালোঁ হয়!!এতিয়া অনুতপ্তত❤️🥺 গোটেই কাহিনীটো মাজত নিজক বিচাৰি পাইছোঁ!!
😢😢😢😢
🥺🥺❤️
Kone kone bedabrat dak main rolt sai besi val puwa like ata kri diya
Boriya 👌 lagile Sai video to
Soku pani ulai gol. Muru ex e 5years muk endhaarot rakhile, biya patim.buli rakhi xekhot bahana mari eri dile. Bht kosto t MOVE ON kori asu. Respct,loyalty ekukei dibo nuarile he. Ei video tu jen taar recommendation t ahe ru sai onuvob kore mur val pua khinik. Kudos to the team,who came up with this kind of reality❤
❤
Nicely acted.....
Jibon or busyness bohut ata important part.... Hokolore stage t ahe aru oha tu bhal.... Homoy r lgt bohut kisu adjust koribo lage....
All must know the fraction of free time given his/her partner.
24 ghontar kunobay 15 hours dibo pare.... But kunobay hoyto 3/4 hours dbo pare.... & It Doesn't mean that the person who is giving more time is perfect..... There may be many factors of not giving that much of time & care....
❤❤
Boibhavi baa eman morom loga😍🌷✨
Bohut vl lagile sai .... Part 2 Lage atiya
ভাল পোৱা হেৰাই নোযোৱাৰ আগতে এ, কেয়াৰ কৰিব লাগে। হেৰাই যোৱাৰ পিছত নহয়।
ভলপুৱাক সন্মান কৰিবলৈ হিকা , মিঠা এটা অনুভূতি।,
Umm koriselo kinto pisot tire obohelar patro holo aru adin nije beleg ata poti loi gusi gol mok ari
Tmr ai video2 sai mn2 sui gl oo boibhabi baa bht vl lagil deii ❤
Jodi jotin aru মেঘালী r প্ৰেম সঁচাই আছিল তেন্তে নিজৰ প্ৰিয় জনক ইমান সোনকালে কেনেকৈ পাহৰি আন এজনৰ লগত সম্পৰ্ক গঢ়ি উঠিল। সেয়া u মিছা ভালপোৱা হে আছিল আচলতে।
Uff ki salu eikhon!! Ekdm reality dekhaise. Aru gaan tu je❤️
Thank you❤️
প্ৰীতিৰ গাত ভুল নথকা নহয়, যতীনে এৰাটো স্বাভাৱিক। কিন্তু মোৰ দৃষ্টিকোণৰ পৰা ঋষিক মেঘলীয়ে এৰিব লগা তেনেকুৱা ভুল নাছিলেই...
প্ৰকৃত ভালপোৱাত সন্দেহ থাকিবই..., যাৰ লগত সন্দেহ কৰিছিল শেষত তাকেইটো হ'ল😢
Loratule kunuba suwali e msg kora holeu swali jnie halla korile hoi..... eneke eri jai niki...... aru lorai tym dibo ketyaba thki jai karone nijor life tuk loi hokolu pahori thoka hoi.........
finaly pinku daa aru sangita relation t ahil
😂
Bedabrata's character was not wrong, his possessiveness shows that he loved her and that he's busy with his work...
dhunya lgise..part 2 jldi
Love from Lakhimpu. Waiting for next episode.
Vl lgil, Beda da thakile hdi hit hbo. শুভেচ্ছা বেদ দা🌻।
Boibhabi baloio শুভেচ্ছা🌻।
R you from lakhimpur? Why girls (not all) from lakhimpur are cheater at all time...they come to ghy for study but they played well with boys🙂
Bhut vl lgil Sai .next part wait
Vl lgil❤
❤
Best fnd আৰু পাতি লোৱা দাদায়েক কেইটাৰ নিচিনা জ#ৰা কোনো নাই । ভূলেই নেদেখে সিহঁতৰ
maksuda best friend
maksudi best friend😅
💯
Kisuman short film a gotai jibon tu dekhai diye 😢❤vl lagil sai ❣️
❤️❤️
Buhut val lagise sai karone❤
ভালপোৱা জনক পাহৰি ইমান সোনকালে আনৰ হোৱাটো জানো প্ৰেম হয়...?
Xt kla thik koise bh
এইটো হে ঠিক কথা দেখা পালো । ❤
Aitu thik koisa bondhu 👍
😂😂😂
Xosa kotha xudhisa 😊
Supa supir dare houa nai❤
💔😞
Bhai bhai mojja lagise dei anekoi aguwai jwya ❤️
Aru part 2 joldi lage
thank you ❤
Jotin r jodi emane depression than love emoji di meli seni kio khai asil. Tar krne higitar break up hol. Kunuba nu kunuba hodai rokhie thake break up hboloi, aru he thap mari loi jaboloi
Bedo dai fali disey rey🔥🔥🔥 ki acting korey rey
Boibhabi will look more beautiful with Rabani shoyam❤❤❤❤
Part 2 joldi lage
Nice bro
যেতিয়া ওচৰত থাকে তেতিয়া গুৰুত্ব দিব লাগে,,,কিমানখিনি কষ্ট আৰু অৱহেলা পোৱাৰ পাছ আতৰি আহিব লগা হয়,,হোৱা বোৰে গম পাই,,,🥹
Bedabratr karonehe ahisilu.. val hoise. Notun lora jonr video ajihe saisu. Nice.
❤❤
সঁচা ভাল পোৱাবোৰ এনেকৈ এ ভাঙি যায়।
Val lgil💞 ru 2nd part tur babe akhre bat sai rolu...
❤️
❤
Dhuniya hoise.
Efforts matter bro… duta side r pora e homan efforts dile he ata bhl relationship soli thakee… anekua hbo nlage jee ata manuheii okol nijor 100% efforts di ase relationship tut… baki jon e naii diaa … anekua ke hole ata bhl relationship ketia u solibo nuwaree ….. aitu e reality 🙂
❤
Mojhaaaaa….. couples tu val lagisaa daee🎉🎉❤❤❤❤
❤
সৰুকৈ হলেও এটা ভাল বাৰ্তা প্ৰেৰণ কৰাৰ বাবে ধন্যবাদ , অপেক্ষাৰত মাথো দ্বিতীয় অংশটিলে ❤
Vlpuabur hsai dhunia...khali tat dui jnore vlpua thkibo lagibo...naiba vlpuabur vl nlge ksto he die...ru abhyakh bur ru sesta krileu ktiau hloni kribo nuari...jt heruar voi thake tat nije hloni hoi jabo tat sesta kribo nlage😢
সময় থাকোতেই কথাবোৰ উপলব্ধি কৰিব লাগে । সময় পাৰ হৈ গʼলে কথাবোৰ কেৱল নিজৰ লগতহে পাতিব পাৰি। মুকলিকৈ প্ৰকাশ কৰিবলৈ কাষত কোনো নাথাকে।
Nijor logt mili gol 🥺🥺😥❤❤❤ val puwat honman thakib lagib ..❤
ভালপোৱাত দুয়োজনৰ মাজত বুজাবুজি , বিশ্বাস এইবোৰ থাকিব লাগে ।
আজি কালি এইবিলাক সাধাৰণতে দেখিবলৈ পোৱা যায়, কাকো বিশ্বাস কৰিবই নোৱাৰি, ক'ত কেতিয়া কি হৈ যায়, যেনেকৈ বজাৰলৈ যাওতেই ফেণ্ডক লগ পাই নাম্বাৰ লৈ সকলোবোৰ খেলি মেলি লগাই দিলে। ভয়ৰ সৃষ্টি হ'ল ভালপোৱাক হেৰুৱাৰ, এনেকৈয়ে সন্দেহ বোৰ সৃষ্টি হয় আৰু সম্পৰ্কবোৰ ভাঙি যায়।
আন্ধাৰ যিমানেই গভীৰ নহওঁক কিয় , এদিন পোহৰ হবয়ে। 😊
Beautiful ❤
❤
নিজকে বিছাৰি পাইছোঁ মেঘালী চৰিত্ৰ টোত আৰু ঋষি চৰিত্ৰটো ত মোৰ bf ক ❤.....
But কিয় নাজানো আঁতৰি আহিব পৰা নাই 😫..বহুত ভাল পাই পেলালো 😢....
ভাল লাগিল চাই ..এতিয়া মাথোঁ 2nd খণ্ড তুলৈ অপেক্ষা 👍❤️
Muru same😢❤
🥺❤️
মাজত আকৌ jatin সোমাব কিন্তু 😊😁