Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
Krishna Krishna Krishna prabhudev pronam and huprovat to you.
কৃষ্ণ ৰাম কৃষ্ণ ৰাম বৰ সুন্দৰ প্ৰভূ আপোনা কন্ঠ
🙏🙏
ইমান বয়সীয়া ভকতজনে যে ইমান সুন্দৰকৈ প্রসঙ্গীয়া নামৰ লগত নেগেৰাবাদ্যভাগ বজাইছে দেখি শুনি অতিকে আপ্লুত হলোঁ।
বহুত ভাল লাগিল,মধুময়,অমৃতময় হৈছে ।
Krishna bap 🙏joi guru Sankar 🙏🌼🌼🌼🌼🌼🌼🌼🌼🌼🌼🌼
কৃষ্ণ কৃষ্ণ বাপ।নাম ভাগী শ্ৰৱণ কৰি পৰম কৃতাৰ্থ ও আপ্লুত হলো সেৱা নিবেদিছো। কৃষ্ণ 🙏🙏🙏
Krishna mur bohut Val Lagil 🙏🙏🙏🙏
Ati ' sundar hoisa
ধন্যবাদ
Oty. Sundr ram ram
❤❤❤❤❤
বাপ জনর নাম শুনি ভাল লাগিল।ধন্যবাদ থাকিল।
কৃষ্ণ❤️❤️❤️🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ প্ৰদৰ্শন '"কৃপালোঁ গুৰু দুজনাৰ কৃপাহুওক
কৃষ্ণ,বৰ ভাল লাগিল প্ৰভু,সেৱা জনাইছোঁ।
Eman sundar kantha probhujanar
সুন্দৰ , মনটো প্ৰফুল্লিত লাগিল
কৃষ্ণ।
কৃষ্ণ কৃষ্ণ
ভাল লাগিল
, সুন্দৰ কণ্ঠ কৃষ্ণ 🙏🙏🙏
Thanks.
No words 🙏🌸🙏
Oti xundor
এনেধৰণৰ ভিডিঅ' Bhakati Bhandar চেনেলটোতো পাই যাব।
Keep supporting
কৃষ্ণ
সুন্দৰ
কৃষ্ণ সুন্দৰ
কৃষ্ণ 🙏🙏🙏। বাপ জনৰ কণ্ঠ বহুত বহুত ভাল লাগে। তেখেতৰ লগত এবাৰ নামত বহিব ইচ্ছা আছে ।সকলো বৈষ্ণৱ প্ৰাণ ভকতসবক আমাৰ সেৱা জনাইছোঁ ।🙏🙏
Apunar,kirtan,bhagy,bar,val,lagil,
ভকত সকলৰ প্ৰসঙ্গ বৰ ভাল লাগিল
কৃষ্ণ । সুন্দৰ হৈছে । প্ৰভুৰ কৃপাপাত্ৰ হওক ।
Krisan
এয়াই আমাৰ অসমীয়াৰ গৌৰৱ। অসমীয়াৰ ঐতিহ্য, সংস্কৃতি।
Krishna .
এয়া মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই অামাৰ অসমীয়া জাতিক দি থৈ যোৱা সংস্কৃতি ৷নাম বৰ সুন্দৰ হৈছে ৷
Prokhongot nagera Val nalage
Atcha
নতুন নতুন কীৰ্ত্তন শুনিবলৈ পালে আৰু ভাল লাগিব ।
krishna
keishna
Nice
কৃষ্ণ শঙ্কৰ গুৰু
অতি শুৱলাকণ্ঠ।
Krishno bohut hundor hoisea hee baap
নমস্কাৰ প্ৰভু.... মুঠতে আপোনাৰ মুখপদ্মেৰে নিগৰিত হোৱা গোলুকবৈকুন্ঠৰ পৰম মঙ্গল প্ৰভুৰ নাম শুনি আমি অধোষক্ষজ দেৱতানক সাক্ষাৎ পোৱাৰ অনুভৱ কৰিব পাৰো
সুন্দৰ কন্ঠ ।আৰু বহুত ভাল পৰিবেশন হৈছে ।
ভাল লাগিছে ব্হ্হত
Vall . Krishna . Akhibad korib
বাপ জনৰ কন্ঠ বৰ সন্দুৰ .....তেখেতৰ লগত নামত কেইবাৰো বহিছো .নাম গাই বহুত ভাল লাগে ..ভগৱানে তেখেতক কুশলে ৰাখক ...ভগৱানৰ ওচৰত এয়ে কামনা ......🎊🎊🎍🎍🎆🎆🎉🎉📤📤
কৃষ্ণ কৃষ্ণ।এনেদৰে উৎসাহ দি যাব 🙂
কৃষ্ণ বাপ সুৰে মাতে আমাক মুগ্ধ কৰিলে।আমাৰ আশাবোৰ পূৰণ হব বুলি ভাবিছো।
Hiren Barawati bapjana C/No
6000659017
বাপ জনৰ কণ্ঠ ভাগি বৰ সুৰীয়া,লগতে বাদ্য যন্ত্ৰ ৰ তাল মান সকলোখিনি মিলি গৈছে । ধন্যবাদ জ্ঞাপন কৰিছোঁ বাপ জনৰ লগতে সমূহ সঙ্গী বৃন্দলৈ ।
খুবেই ভাল লাগিল শুনি,আগলৈও এনেকৈ শুনিব পাম বুলি আশা কৰিলো৷
B
আমি এই অধমে যদি নিমন্ত্ৰণ কৰোঁ তেখেতক আহিব নে বাৰু ?
কৃষ্ণ কৃষ্ণ,,, নিশ্চয় যাব
@@landscapestudio1599 কথাষাৰ জনাই দিয়া বাবে ধৈন্যবাদ জনালো।
Bor val lagise
hundor hoise ...
কীৰ্তনৰ সুৰ বিকৃত কৰাৰ সাহস কৰিব পৰা কোন হয় এইজন ভকত । ভকত জন আপুনি নাম-প্ৰসঙ্গ হে কৰিছে ,তাত আকৌ ভাওনাৰ দৈত্য প্ৰৱেশ কৰাৰ গীতৰ সুৰ কিয় আনিলে। আপোনাৰ গুৰু কোন সত্ৰৰ ? হেৰি ভকত জন অন্ততঃ প্ৰথম কীৰ্তন চাৰিজন এইদৰে বিকৃত নকৰিব । সমাজৰ উঠি অহা চামত শুদ্ধ শিক্ষা দিয়াৰ প্ৰয়াস কৰা ভাল ।
nam dharmar lakhya hoise vokotk mayar urdhat hukh pradan kora .hur holoni karat huniboloi val lagise e kunu beya Kotha nhoi
Thikei dise aeuk
apuni abr video ata dib sun . apuna lukor hur bur bohut purona hoi karn namor guri apunaluk nohoi janu
@@kalpajyotibora8514 👌👌👌👌👌
গোঁসাই ডাঙৰিয়া আমি জনা মতে কীৰ্তনৰ বিভিন্ন নামত ,নাম উঠাৰ বাবে কিছু অলংকাৰ ব্যৱহাৰ কৰিলে একো অপৰাধ নহয়। ঘোষা বা ভাগৱত ৰ পদ, দুলৰি, ছবি আদি ৰ সুৰ সলাব পৰা নাযায়। আৰু সময়ৰ গতিত কিছু কিছু অলপ নতুনত্বৰ পয়োভৰ থাকিলেহে নৱ প্ৰজন্মৰ দৃষ্টি আকৰ্ষণ হ'ব আৰু বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কাৰ্য্য চলি থাকিব।কিবা ভুল হ'লে ক্ষমা কৰিব। অপৰাধ মাৰজন।
What is this prayer .please explain me in English.
Where are you fromPlease tell
Divine assembly.praying god .d path shown by spritual leader sankordev of Assam since 1449.
bor dhuniya sur
নাম প্ৰসঙ্গ নে ভাওনা ?
নাম প্ৰসঙ্গ কৰিছেনে। হুছৰি মাৰিছে ।
apuni ki buli vabe
@@hirengogoi3343অলপ গম্ভীৰ হৱ লাগে উৰি যাব নালাগে। এনেকুৱা লাগিছে যেন অলপ ফালৰি কাটি হুছৰিলৈ যোৱা যেন লাগিছে। বেয়া নাপাব আমি একো নাজানো।আমি নিমিত্ত হে মাত্ৰ।:কৃষ্ণ: কৃষ্ণ।
@@mridulmahanta1779 bacy koi video tu nasab uri jab
আপোনাৰ পৰা এভাগ কীৰ্ত্তন শুনিব পাৰিলে বুজি পাম ।
আমাৰ সত্ৰলে আহিব বুজায় দিম।
Hi Ren Barowati Pravur Konthar Aru Naam Prasanga Hunibo Akha Thakil,Bhakti Vora hewa janalu***
Krishna kipa korib
Krishna Krishna Krishna prabhudev pronam and huprovat to you.
কৃষ্ণ ৰাম কৃষ্ণ ৰাম বৰ সুন্দৰ প্ৰভূ আপোনা কন্ঠ
🙏🙏
ইমান বয়সীয়া ভকতজনে যে ইমান সুন্দৰকৈ প্রসঙ্গীয়া নামৰ লগত নেগেৰাবাদ্যভাগ বজাইছে দেখি শুনি অতিকে আপ্লুত হলোঁ।
বহুত ভাল লাগিল,মধুময়,অমৃতময় হৈছে ।
Krishna bap 🙏joi guru Sankar 🙏🌼🌼🌼🌼🌼🌼🌼🌼🌼🌼🌼
কৃষ্ণ কৃষ্ণ বাপ।নাম ভাগী শ্ৰৱণ কৰি পৰম কৃতাৰ্থ ও আপ্লুত হলো সেৱা নিবেদিছো। কৃষ্ণ 🙏🙏🙏
Krishna mur bohut Val Lagil 🙏🙏🙏🙏
Ati ' sundar hoisa
ধন্যবাদ
Oty. Sundr ram ram
❤❤❤❤❤
বাপ জনর নাম শুনি ভাল লাগিল।ধন্যবাদ থাকিল।
কৃষ্ণ❤️❤️❤️🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ প্ৰদৰ্শন '"কৃপালোঁ গুৰু দুজনাৰ কৃপাহুওক
কৃষ্ণ,বৰ ভাল লাগিল প্ৰভু,সেৱা জনাইছোঁ।
Eman sundar kantha probhujanar
সুন্দৰ , মনটো প্ৰফুল্লিত লাগিল
কৃষ্ণ।
কৃষ্ণ কৃষ্ণ
ভাল লাগিল
, সুন্দৰ কণ্ঠ কৃষ্ণ 🙏🙏🙏
Thanks.
No words 🙏🌸🙏
Oti xundor
এনেধৰণৰ ভিডিঅ' Bhakati Bhandar চেনেলটোতো পাই যাব।
Keep supporting
কৃষ্ণ
সুন্দৰ
কৃষ্ণ সুন্দৰ
কৃষ্ণ 🙏🙏🙏। বাপ জনৰ কণ্ঠ বহুত বহুত ভাল লাগে। তেখেতৰ লগত এবাৰ নামত বহিব ইচ্ছা আছে ।সকলো বৈষ্ণৱ প্ৰাণ ভকতসবক আমাৰ সেৱা জনাইছোঁ ।🙏🙏
Apunar,kirtan,bhagy,bar,val,lagil,
ভকত সকলৰ প্ৰসঙ্গ বৰ ভাল লাগিল
কৃষ্ণ । সুন্দৰ হৈছে । প্ৰভুৰ কৃপাপাত্ৰ হওক ।
Krisan
এয়াই আমাৰ অসমীয়াৰ গৌৰৱ। অসমীয়াৰ ঐতিহ্য, সংস্কৃতি।
Krishna .
এয়া মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই অামাৰ অসমীয়া জাতিক দি থৈ যোৱা সংস্কৃতি ৷নাম বৰ সুন্দৰ হৈছে ৷
Prokhongot nagera Val nalage
Atcha
নতুন নতুন কীৰ্ত্তন শুনিবলৈ পালে আৰু ভাল লাগিব ।
krishna
keishna
Nice
কৃষ্ণ শঙ্কৰ গুৰু
অতি শুৱলাকণ্ঠ।
Krishno bohut hundor hoisea hee baap
নমস্কাৰ প্ৰভু.... মুঠতে আপোনাৰ মুখপদ্মেৰে নিগৰিত হোৱা গোলুকবৈকুন্ঠৰ পৰম মঙ্গল প্ৰভুৰ নাম শুনি আমি অধোষক্ষজ দেৱতানক সাক্ষাৎ পোৱাৰ অনুভৱ কৰিব পাৰো
সুন্দৰ কন্ঠ ।আৰু বহুত ভাল পৰিবেশন হৈছে ।
keishna
ভাল লাগিছে ব্হ্হত
Vall . Krishna . Akhibad korib
বাপ জনৰ কন্ঠ বৰ সন্দুৰ .....তেখেতৰ লগত নামত
কেইবাৰো বহিছো .নাম গাই বহুত ভাল লাগে ..ভগৱানে তেখেতক কুশলে ৰাখক ...ভগৱানৰ ওচৰত এয়ে কামনা ......🎊🎊🎍🎍🎆🎆🎉🎉📤📤
কৃষ্ণ কৃষ্ণ।এনেদৰে উৎসাহ দি যাব 🙂
কৃষ্ণ বাপ সুৰে মাতে আমাক মুগ্ধ কৰিলে।আমাৰ আশাবোৰ পূৰণ হব বুলি ভাবিছো।
Hiren Barawati bapjana C/No
6000659017
বাপ জনৰ কণ্ঠ ভাগি বৰ সুৰীয়া,লগতে বাদ্য যন্ত্ৰ ৰ তাল মান সকলোখিনি মিলি গৈছে । ধন্যবাদ জ্ঞাপন কৰিছোঁ বাপ জনৰ লগতে সমূহ সঙ্গী বৃন্দলৈ ।
krishna
খুবেই ভাল লাগিল শুনি,আগলৈও এনেকৈ শুনিব পাম বুলি আশা কৰিলো৷
B
আমি এই অধমে যদি নিমন্ত্ৰণ কৰোঁ তেখেতক আহিব নে বাৰু ?
কৃষ্ণ কৃষ্ণ,,, নিশ্চয় যাব
@@landscapestudio1599 কথাষাৰ জনাই দিয়া বাবে ধৈন্যবাদ জনালো।
Bor val lagise
hundor hoise ...
কীৰ্তনৰ সুৰ বিকৃত কৰাৰ সাহস কৰিব পৰা কোন হয় এইজন ভকত । ভকত জন আপুনি নাম-প্ৰসঙ্গ হে কৰিছে ,তাত আকৌ ভাওনাৰ দৈত্য প্ৰৱেশ কৰাৰ গীতৰ সুৰ কিয় আনিলে। আপোনাৰ গুৰু কোন সত্ৰৰ ? হেৰি ভকত জন অন্ততঃ প্ৰথম কীৰ্তন চাৰিজন এইদৰে বিকৃত নকৰিব । সমাজৰ উঠি অহা চামত শুদ্ধ শিক্ষা দিয়াৰ প্ৰয়াস কৰা ভাল ।
nam dharmar lakhya hoise vokotk mayar urdhat hukh pradan kora .hur holoni karat huniboloi val lagise e kunu beya Kotha nhoi
Thikei dise aeuk
apuni abr video ata dib sun . apuna lukor hur bur bohut purona hoi karn namor guri apunaluk nohoi janu
@@kalpajyotibora8514 👌👌👌👌👌
গোঁসাই ডাঙৰিয়া আমি জনা মতে কীৰ্তনৰ বিভিন্ন নামত ,নাম উঠাৰ বাবে কিছু অলংকাৰ ব্যৱহাৰ কৰিলে একো অপৰাধ নহয়। ঘোষা বা ভাগৱত ৰ পদ, দুলৰি, ছবি আদি ৰ সুৰ সলাব পৰা নাযায়। আৰু সময়ৰ গতিত কিছু কিছু অলপ নতুনত্বৰ পয়োভৰ থাকিলেহে নৱ প্ৰজন্মৰ দৃষ্টি আকৰ্ষণ হ'ব আৰু বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কাৰ্য্য চলি থাকিব।
কিবা ভুল হ'লে ক্ষমা কৰিব। অপৰাধ মাৰজন।
What is this prayer .please explain me in English.
Where are you from
Please tell
Divine assembly.praying god .d path shown by spritual leader sankordev of Assam since 1449.
bor dhuniya sur
krishna
নাম প্ৰসঙ্গ নে ভাওনা ?
নাম প্ৰসঙ্গ কৰিছেনে। হুছৰি মাৰিছে ।
apuni ki buli vabe
@@hirengogoi3343অলপ গম্ভীৰ হৱ লাগে উৰি যাব নালাগে। এনেকুৱা লাগিছে যেন অলপ ফালৰি কাটি হুছৰিলৈ যোৱা যেন লাগিছে। বেয়া নাপাব আমি একো নাজানো।আমি নিমিত্ত হে মাত্ৰ।
:কৃষ্ণ: কৃষ্ণ।