হীৰেন বাৰুৱতী প্ৰভুৰ নাম প্রসঙ্গ (Khamun Mahkhuwa Bari)

Поделиться
HTML-код
  • Опубликовано: 3 дек 2024

Комментарии • 174

  • @bhobanikantaborsaikia5206
    @bhobanikantaborsaikia5206 4 месяца назад

    Krishna Krishna Krishna kripamoy, prabhudev tumar soronot sewa aru pronam nibedisu, aporadh khama koriba.

  • @nathdipen370
    @nathdipen370 3 года назад +2

    নাম প্ৰসংগ শুনি বৰ ভাল লাগিল। আশা কৰোঁ যাতে আগলৈকেও শুনিবলৈ পাম

  • @binodborah9542
    @binodborah9542 3 года назад +2

    অনুজপ্ৰতীম হীৰেনৰ কন্ঠ ই সুকীয়া , বিশেষকৈ নাম-প্ৰসঙ্গ কৰাৰ ক্ষেত্ৰত , স্ফুৰ্তি আৰু আনন্দৰেই প্ৰভুৰ নাম কীৰ্তন কৰিব লাগে , সকলো ভক্তপ্ৰাণ সুহৃদলৈ সেৱা নিবেদিছো......নামত অংশ লোৱা অমৃত চেতিয়া বাপজনা আৰু সুশীল নাথক দেখি ভাল লাগিল 🙏🙏🙏 জয় গুৰু শংকৰ 🙏

    • @landscapestudio1599
      @landscapestudio1599  3 года назад

      অশেষ ধন্যবাদ 🙏

    • @dipugogoi5691
      @dipugogoi5691 Год назад

      Hiren brauti vogoban nohoi2 pravu Mane ami shiree horik he janu.

  • @sisurambora6251
    @sisurambora6251 4 года назад +1

    কৃষ্ণ কৃষ্ণ জয় জয় ৰাম

  • @অসমীয়াসমাজ-ড৪ন

    Axom t aiii 2jonoii bap ase eman hundor konthor ajon hiran baruwati prabhu aru ajon Bikash gohain prabhu aii dujonar horirot bhogowan ase krisno probhu aru kotha kobolai naii kia hoi gol prabhu krisno 🙏🙏👏👏😓😓😓😱😱

  • @rajathazarika2187
    @rajathazarika2187 3 года назад +1

    Krishno Provo

  • @anjanpallabi6110
    @anjanpallabi6110 3 года назад +1

    সুন্দৰ নামেৰে সুন্দৰ কণ্ঠ। এনে সুন্দৰ নাম শুনিলে অধম মানৱে এবাৰলৈ হলেও মূৰ দোৱাব লাগিব ঈশ্বৰৰ ওচৰত।

  • @swapnilrc7319
    @swapnilrc7319 5 лет назад +12

    অতি সুন্দৰ হৈছে , আজি কালি ব্যস্ত পৃথিৱী খনত ইমান ভকতে একেলগে নাম প্ৰসঙ্গ কৰাটো দেখিবলৈ নোপোৱা হ'লো । নামঘৰত উপস্থিত থকা সকলো ভক্ত প্ৰাণ ৰাইজক ধন্যবাদ জনাইছোঁ ।

  • @putalimahanta6878
    @putalimahanta6878 4 года назад +6

    কৃষ্ণ । সুন্দৰ । বৰ ভাল লাগিল । হেজাৰবাৰ শুনিলেও আমনি নালাগে ।

  • @dipakborah6448
    @dipakborah6448 4 года назад +3

    অতি মনোৰম শুনিবলৈ শুৱলা হৈছে। শুনিলে শুনি থাকিবলৈ মন গৈ থাকে। ধন্যবাদ জ্ঞাপন কৰিছোঁ।

  • @RatulBora-fw6ph
    @RatulBora-fw6ph Год назад

    বৰ সুন্দৰ হৈছে কৃষ্ণ

  • @mahendradas6626
    @mahendradas6626 2 года назад

    জগত শ্ৰেষ্ঠ এই আমাৰ পৰম গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ হৰি নাম প্ৰসংগ...হে পৰমবান্ধৱ গোবিন্দ বল্লভ মাধৱ মহাপৰভু

  • @islamhindi186
    @islamhindi186 4 года назад +2

    বৰ ভাল হৈছে কৃষ্ণ

  • @blulifeproduct1676
    @blulifeproduct1676 5 лет назад +4

    কৃষ্ণ ৰাম । কৃষ্ণ ৰাম ।। কৃষ্ণ কৃষ্ণ ।

  • @paramanandadas6379
    @paramanandadas6379 5 лет назад +3

    কৃষ্ণ কৃষ্ণ ৷ বাপ জনা বৰ ভাল লাগিছে ৷

  • @rubugogoi8666
    @rubugogoi8666 5 лет назад +4

    Bohut dhunia

  • @mahendrakumarborah4205
    @mahendrakumarborah4205 5 лет назад +4

    কৃষ্ণ বাপ , সুন্দৰ হৈছে সকলো বাপ বান্ধবলৈ সেৱা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ । জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ।

  • @nayanudaihazarika1729
    @nayanudaihazarika1729 2 года назад

    Bor hundor hoise bhokot hokol 😍😍😍

  • @dwipenbaruah9634
    @dwipenbaruah9634 5 лет назад +4

    কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ বাপ
    🙏🙏🙏🙏

  • @duluborah2820
    @duluborah2820 5 лет назад +2

    কৃষ্ণ বাপ অতি সুন্দৰ নাম প্ৰসংগ

  • @anjanahazarika6387
    @anjanahazarika6387 4 года назад +2

    Aoti hundar

  • @bhubankhanikor4763
    @bhubankhanikor4763 2 года назад

    কৃষ্ণ কৃষ্ণ

  • @rubugogoi8666
    @rubugogoi8666 5 лет назад +3

    Hunile huni ei jen thakim. Bohut hundor. Krishno

  • @madanborah8890
    @madanborah8890 3 года назад +2

    🙏🙏 কৃষ্ণ কৃষ্ণ, আচাৰ্য বাপজনা‌ প্ৰমুখে অন্যান্য বাপ সকলৰ চৰণত ভক্তিভাৱেৰে ‌সেৱা জনাইছো। নাম প্ৰসংগ ভাগ শুনি কৃতাৰ্থ ‌হলো।পৰম কৃপালু ভগৱন্তই আপোনাসবক কৃপা কৰক। কৃষ্ণ কৃষ্ণ

  • @naniboruah5295
    @naniboruah5295 4 года назад +4

    শুনিলে শুনি থাকিব’লে মন যায়

  • @sidahazarika4502
    @sidahazarika4502 4 года назад +3

    অতি সুন্দৰ

  • @joyramhowajan1545
    @joyramhowajan1545 5 лет назад +3

    Kntha Bhut dhuniya

  • @jyotshnabaruah6965
    @jyotshnabaruah6965 5 лет назад +3

    Bahut val lagil

  • @novajyotikonwar1649
    @novajyotikonwar1649 4 года назад +4

    হীৰেণ দা ৰ কি সুন্দৰ কণ্ঠ ।

  • @ritakalita6066
    @ritakalita6066 2 года назад

    সুন্দৰ 🙏🙏

  • @nayandutta8288
    @nayandutta8288 3 года назад +2

    সেৱা হে জনাইছো 🙏🙏🙏

  • @bidyaswarkachari5915
    @bidyaswarkachari5915 5 лет назад +2

    Oti hundor hoisa. Nam vag kor pora desa

  • @dhirajgoswami384
    @dhirajgoswami384 5 лет назад +4

    অতি সুন্দৰ বীৰ প্ৰসংগ ।

    • @gautamchetia5444
      @gautamchetia5444 5 лет назад

      Eivagh basanhe buji npalu

    • @gautamchetia5444
      @gautamchetia5444 5 лет назад

      Bir habdatu

    • @dhirajgoswami384
      @dhirajgoswami384 5 лет назад

      নামৰ কিছু ৰস আছে।বীৰ ৰস, নিবীৰ ৰস, নিৰ্গুণ ৰস ।এইভাগ নামে ৰাইজৰ গা নচুৱাই দিছে।সেয়েহে এনে নামক বীৰ ৰসৰ নাম বোলা হয়।বীৰ শব্দটোৱে কোনো বেয়া অৰ্থ প্ৰকাশ কৰা নাই।বাৰু নামতী কোন সত্ৰৰ?

    • @jadavchetia9618
      @jadavchetia9618 5 лет назад

      Hoi moiu aji buji palu
      Val lagil.

  • @anantamili9035
    @anantamili9035 5 лет назад +3

    কৃষ্ণ বাপ বহুত ভাল হৈছে।আৰু পঠাব বুলি আশা কৰিলো ।কৃষ্ণ ।

  • @durlavboruah4034
    @durlavboruah4034 5 лет назад +3

    Krishna Krishna Krishna

  • @babydas9403
    @babydas9403 5 лет назад +3

    অতি সুন্দৰ হৈছে কৃষ্ণ হে বুলিলো 🙏🙏🙏🙏🙏

  • @Jk70000
    @Jk70000 4 года назад +3

    ।।কৃষ্ণ।।

  • @novajyotikonwar1649
    @novajyotikonwar1649 4 года назад +3

    হীৰেণ দা , পৱন দা ,বেতবাৰীৰ চেতিয়া পাটৰ দদাইদেউ ,অসীম দা ৰ কি সুন্দৰ।কণ্ঠ

  • @manashprotimsaikia7106
    @manashprotimsaikia7106 Год назад +1

    Krishna Pravu * Apunalukor namor Dhonit Amar Hridoi deh a hosakoi poriskar Korile

  • @krishnabhakti995
    @krishnabhakti995 5 лет назад +2

    কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম.....

  • @naniboruah5295
    @naniboruah5295 4 года назад +1

    Krishna Krishna

  • @jitulrajkhowa8129
    @jitulrajkhowa8129 4 года назад +5

    নামষাৰ শুনি ভাল পালো l বৈষ্ণব বৃন্দই মন খুলি গাইছে l মই মাজে মাজে শুনি থাকো l সকলোলৈ সেৱা জনালো l

  • @rubugogoi8666
    @rubugogoi8666 5 лет назад +5

    Krishno

  • @nitugoswami3476
    @nitugoswami3476 5 лет назад +4

    বৰ ভাল লাগিল। সুৱলা হৈছে।

  • @rupalikonwarhazarika5251
    @rupalikonwarhazarika5251 5 лет назад +4

    Krishna prabhu pronam

  • @gitakrajkhowa3263
    @gitakrajkhowa3263 3 года назад +2

    অতি সুন্দৰ 🙏🙏🙏 কৃষ্ণ

  • @bhakatibhandar-6378
    @bhakatibhandar-6378 4 года назад +1

    মোৰে জীৱ ধন গোপীনাথ
    প্ৰাণ গোপীনাথ পশিলো শৰণে।
    মোৰ প্ৰাণ মন মজিয়া ৰহোক
    তোমাৰ চৰণে।।

  • @priyanshugamer0760
    @priyanshugamer0760 11 месяцев назад

    Bhalagise

  • @bhabanigogoi3278
    @bhabanigogoi3278 2 года назад +1

    Nice

  • @chiranjitbora1112
    @chiranjitbora1112 4 года назад +1

    কৃষ্ণ

  • @tapantamuli5277
    @tapantamuli5277 3 года назад +1

    শিশু লীলা কীৰ্তন ৰ প্ৰথম কীৰ্তন ভাগ শুনি বৰ মন আছিল প্ৰভু

  • @bistirnaborah9995
    @bistirnaborah9995 4 года назад +9

    অতি সুন্দৰ।শুনিলে শুনি থাকিবৰ মন যায়। এনেধৰণৰ নাম-প্ৰসঙ্গ আগলৈকো শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ।

  • @abhijitgogoi4223
    @abhijitgogoi4223 5 лет назад +2

    Oti hundor.

  • @monisaikia9087
    @monisaikia9087 3 года назад

    Thanks , krishna 🙏🙏🙏

  • @pritomkeot390
    @pritomkeot390 5 лет назад +3

    Namoti jnr voice 2 bhut dhunia.. Vll lgil si..

  • @বিনয়বৰা
    @বিনয়বৰা 5 лет назад +6

    "যেই কৃষ্ণ সেই নাম, যেই নাম সেই কৃষ্ণ "🙏🙏🙏,,সেৱা জনাইছো |

  • @harendranathgogoi9003
    @harendranathgogoi9003 4 года назад +2

    Atiuttam

  • @arunchbora
    @arunchbora 4 года назад

    কৃষ্ণ ৷বীৰ প্ৰসঙ্গ !

  • @abhijithazarika6047
    @abhijithazarika6047 3 года назад +1

    🙏🏾🙏🏾🙏🏾

  • @technogamerofficial7494
    @technogamerofficial7494 3 года назад +2

    🙏🙏🙏🙏

  • @sukhamtamuli5759
    @sukhamtamuli5759 Год назад

    সকলো ভকত বৈষ্ণৱ লৈ মোৰ কোটি কোটি প্ৰণাম জনালোঁ,,🙏🙏🙏

  • @sureshsahu6255
    @sureshsahu6255 5 лет назад +3

    জয় গুৰু শংকৰ

  • @sadhandas1136
    @sadhandas1136 5 лет назад +1

    Bhut vl lagil nagara bojowa jnk mur falr pora 🙏🙏🙏🙏🙏 thakil

  • @Elsa-wy8ds
    @Elsa-wy8ds 2 года назад

    🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @dadulborah6003
    @dadulborah6003 3 года назад

    Thanks. Komarfodia vill .Sivasagar.

  • @কলিতহৰিনাম
    @কলিতহৰিনাম 5 лет назад +4

    কৃষ্ণ শঙ্কৰ গুৰু

  • @rajuduwarah3961
    @rajuduwarah3961 Год назад

    Enekuwa samaj khanot ketiyaba edin thakib powahale jibon dhanya manilo hoi🙏🙏🙏

  • @TheSangu27
    @TheSangu27 4 года назад +1

    🙏🙏🙏🙏🙏

  • @sidahazarika4502
    @sidahazarika4502 4 года назад +2

    আৰু নাম আপোনালোকে আগবঢ়ালে সুখী হ’ম৷

  • @dakhamigogoi1955
    @dakhamigogoi1955 4 года назад +2

    Bar,hundar

  • @kamalagogoi2699
    @kamalagogoi2699 5 лет назад +1

    মধুৰ মঙ্গল।

  • @dijenbharali2678
    @dijenbharali2678 4 года назад

    Good

  • @bipulborah972
    @bipulborah972 5 лет назад +1

    Ram Ram ji vgban kirishna

  • @gulapdas5946
    @gulapdas5946 4 года назад +4

    বাপ জনৰ কীৰ্তন আৰু ঘোষা আৰু আছে জদি আপোনাৰ চেনেলত দিব বুলি আশা কৰিলো krishna bap

    • @landscapestudio1599
      @landscapestudio1599  4 года назад

      নিশ্চয় দিম। video বিলাক পাই থাকিবৰ কাৰণে চেনেল টো subscribe কৰি থব।

  • @joyramhowajan1545
    @joyramhowajan1545 5 лет назад +2

    🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @debarajbordoloi1712
    @debarajbordoloi1712 4 года назад

    Bor sundor kontho...
    Kintu uki tu Bor osuvonio

    • @bipuldas1236
      @bipuldas1236 4 года назад +1

      কৃষ্ণ🙏 প্রভু সাধু সমস্তৰ চৰণত সেৱা জনাইছো।

  • @jitendeka2517
    @jitendeka2517 5 лет назад +4

    ৰাম নামেই সাৰ। স ক লো ভক্ ত বান্ধ ব লৈ সেৱা জনালো।

  • @sidahazarika4502
    @sidahazarika4502 4 года назад +4

    এই নামৰ দলে নিমন্ত্ৰণ ৰক্ষা কৰি আন ঠাইত নাম গায়নে?

    • @landscapestudio1599
      @landscapestudio1599  4 года назад +2

      নিশ্চয় গাব। 6003111965 এই no টোত যোগাযোগ কৰিব।

    • @sidahazarika4502
      @sidahazarika4502 4 года назад +1

      ধন্যবাদ ৷ যোগাযোগ কৰিম৷ মোৰ বৰ আশা আছে ৷সকলো যোগাৰ কৰিব পাৰিলেই জনাম৷

  • @pankajborah2329
    @pankajborah2329 2 года назад

    Notun upload nidiya hl jen dib aku

  • @islamhindi186
    @islamhindi186 5 лет назад +5

    মই ১০০ বাৰ মান শুনিলো কিন্ত আমনি নাই লগা প্ৰসংগ ভাগ আৰু video দিবছোন

  • @অসমীয়াসমাজ-ড৪ন

    aii channel tuk jonau jee baya napaii jodi aber Duliajanot ahi Amr BIKASH GOHAIN prabhu jonar namor video ata uplode koridie jan jodi baya napai

    • @অসমীয়াসমাজ-ড৪ন
      @অসমীয়াসমাজ-ড৪ন 3 года назад

      ki koi dada apunar motamot

    • @landscapestudio1599
      @landscapestudio1599  3 года назад

      আমাৰ ভক্তপ্ৰাণ বৈষ্ণৱ সকলৰ লগত যোগাযোগ কৰি চাম বাৰু। সুবিধা হলে নিশ্চয় যাম। আপোনাৰ যদি recorded video আছে মোলৈ পঠাব পাৰে upload কৰি দিম🙏। প্ৰভুজনাৰ নাম প্ৰসঙ্গ চাব মন গৈছে

    • @অসমীয়াসমাজ-ড৪ন
      @অসমীয়াসমাজ-ড৪ন 3 года назад

      @@landscapestudio1599 APUNAR WHATAPP NUMBER TU DIOK MOI DIM

  • @bikashkalita2977
    @bikashkalita2977 5 лет назад +3

    গুৰুজনাৰ কোন সম্প্ৰদায়ৰ নাম কীৰ্তন ৷

  • @sanjibbora1789
    @sanjibbora1789 4 года назад +2

    Borhiya dai,namoti probhur contct number tu dibosun ,

  • @প্ৰতিভাৰপাঞ্চৈ

    Kun ponthor baru jonabo neki

  • @Sailen_Boruah
    @Sailen_Boruah 4 года назад +1

    হীৰেন দা আপোনাৰ ফোন নম্বৰটো দিব বুলি আশা কৰিলো

  • @dilipkrphukan8497
    @dilipkrphukan8497 3 года назад

    নাম ভাল হৈছে । কিন্তু নামত এনেকৈ উকি মৰাটো মুঠেই গ্ৰহণযোগ্য নহয়...কৃষ্ণ

  • @axom8989
    @axom8989 5 лет назад +1

    সুৰ , তাল সকলো ভাল লাগিল | কিন্ত ওকিটো হে ভাল নালাগিল

  • @pankajkolita9555
    @pankajkolita9555 4 года назад +2

    বাপজনা কথা এটা জানিব বিছাৰিছো , নামৰ কাৰণে তালনে, তালৰ কাৰনে নাম ?

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 3 года назад +1

    বিহু গীত নেকি, মাজে মাজে kerili why 😂 oti দুখ লগা

    • @landscapestudio1599
      @landscapestudio1599  3 года назад

      হয়টো ভকতসকলে নামৰ সাৰমৰ্ম বুজি ভক্তিৰখত ডুবি গৈছে,সেয়েহে মনৰ আনন্দত তেনেদৰে অলপ চিঞৰি দিছে।বিহু গীতৰ দৰে হৰিনামেও কেতিয়াবা মন উৎফুল্লিত কৰি তুলিব পাৰে।আপোনাৰ মোৰ দৰে মানুহে হয়টো সেইখিনি উপলব্ধি কৰিব নোৱাৰো।

  • @giridharchetia5544
    @giridharchetia5544 5 лет назад +1

    প্ৰথমতে বৰগীত নাগালে গুৰুজনাক অনাদৰ কৰিছে ভিৱিয্যতে নকৰিব

    • @hirengogoi3343
      @hirengogoi3343 4 года назад

      Guwa hoicy

    • @akhilmahanta2524
      @akhilmahanta2524 4 года назад

      সুন্দৰ প্ৰয়াস আৰোহনত সুৰৰ ৰেখাদাল ঘপহকৈ অৱৰোহনত উঠি যোৱা যেন ভাৱ হয় ৷ তাল লয় প্ৰশংসনীয় ,

  • @annanyya
    @annanyya Год назад

    অতি সুন্দৰ

  • @jyotshnabaruah6965
    @jyotshnabaruah6965 5 лет назад +3

    Bahut val lagil

  • @mousumibora431
    @mousumibora431 3 года назад

    🙏🙏