Nam Prasang | নতুন বছৰত এক হেজাৰ অধিক ভকতৰ নাম প্ৰসঙ্গ | নামাচাৰ্য্য - প্ৰবিত্ৰপ্ৰাণ বৰা বাপ

Поделиться
HTML-код
  • Опубликовано: 19 окт 2024
  • Nam Prasang | এক হেজাৰ অধিক ভকতৰ নাম প্ৰসঙ্গ নামাচাৰ্য্য - প্ৰবিত্ৰপ্ৰাণ বৰা বাপ

Комментарии • 350

  • @mridulbharali7130
    @mridulbharali7130 Год назад +10

    কৃষ্ণ কৃষ্ণ বৈকুণ্ঠত থকা যেন অনুভৱ হৈছে

  • @bhaskarjyabaruah1090
    @bhaskarjyabaruah1090 11 месяцев назад +3

    Krishna Hori Ram, Hori Ramo Ram Ram! 😍

  • @himanibanikya8168
    @himanibanikya8168 10 месяцев назад +2

    সচাকৈ খুব ভাল লাগিল সেৱা ভাগী লব পাৰিলো বৰ ভাল লাগিল krishna 🙏🙏🙏👌❤❤❤❤❤❤❤❤❤❤

  • @robinathurang923
    @robinathurang923 9 месяцев назад +2

    কৃষ্ণ সুন্দৰ ইংৰাজী নতুন বছৰ শুভ হক

    • @assamsanskritideepak
      @assamsanskritideepak  9 месяцев назад +1

      কৃষ্ণ কৃষ্ণ🙏 প্ৰভু বাপ ধন্যবাদ জনাইছো কৃষ্ণ🙏

  • @UGABSlpAxom658
    @UGABSlpAxom658 9 месяцев назад +2

    কৃষ্ণ হৰি ৰাম

  • @munmihazarika779
    @munmihazarika779 Год назад +4

    কৃষ্ণ কৃষ্ণ বাপ আই। আজি বহুত বছৰৰ পাছত শইকীয়া বাপ জনাৰ নাম পৰিবেশন উপভোগ কৰিলো। হে বাপজনা আপোনাৰ ওচৰত আমি বৰগীতৰ প্রশিক্ষণ গ্রহণ কৰিছিলো। আপোনাৰ লগতে সমস্ত আই বাপৰ দীর্ঘায়ু কামনা কৰিলো কৃষ্ণ কৃষ্ণ।

  • @JunuTalukder-j5n
    @JunuTalukder-j5n 11 месяцев назад +3

    কৃষ্ণ কৃষ্ণ

  • @niranjanbawru4486
    @niranjanbawru4486 Год назад +13

    জয় জয়তে দ্বিতীয় বৈকূণ্ঠপূৰিত সমৱেত হোৱা ভকত ভগৱন্ত সমস্তৰ চৰন পঙ্কজত এই অভাজনে শত সহশ্ৰ সেৱানিৱেদন কৰিলো I
    লগতে আপোনাৰ চেনেলৰ মঙ্গল কামনা কৰিলো I
    অনাগত দিনবোৰত এনেদৰে বৈকূণ্ঠ দৰ্শণৰ অভিলাষেৰে সেৱা নিৱেদন কৰিলো
    KRISHNA

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад +1

      কৃষ্ণ কৃষ্ণ প্ৰভু ভাল লাগিলে 🙏
      নববর্ষৰ হিয়াভৰা শুভেচ্ছা জনালো কৃষ্ণ 🙏

  • @arabindrabora1930
    @arabindrabora1930 Год назад +2

    কৃষ্ণ সেৱা জনালো

  • @mamonipathak2431
    @mamonipathak2431 Год назад +6

    জয় গুৰু শঙ্কৰ। অনুস্থান ভাগি অতি মনোগ্ৰাহী হৈছে। সেৱা গ্ৰহণ কৰিব। কৃষ্ণ।

  • @Hidayanand_Arandhara
    @Hidayanand_Arandhara Год назад +3

    কৃষ্ণ কৃষ্ণ আপোনালোকৰ শ্ৰীচৰণে সেৱা নিবেদন জনাইছো কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @manujkrhazarika102
    @manujkrhazarika102 Год назад +2

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম🙏🙏🙏
    অনুপম!

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад +1

      কৃষ্ণ কৃষ্ণ🙏 প্ৰভু বাপ 🙏

  • @himanibanikya8168
    @himanibanikya8168 10 месяцев назад +3

    krishna সকলো ভকত সকলোক সেৱা জনালো🙏🙏🙏🙏🙏🙏🙏 শ্ৰীমন্ত শংৰ হৰি ভকতৰ

  • @RahulSonowao
    @RahulSonowao 11 месяцев назад +2

    কৃষ্ণ বাপ ❤

  • @mukulkolita5959
    @mukulkolita5959 Год назад +2

    এনে অনুস্ত্ৰান দেখা আৰু শ্ৰবনকৰি ধন্য হলো।সমস্ত জনৰ চৰনলৈ সেৱা জনালোঁ।কৃষ্ণ।

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад +1

      কৃষ্ণ কৃষ্ণ🙏 প্ৰভু বাপ 🙏 ধন্যবাদ জনাইছো কৃষ্ণ🙏 লগতে আমি অলপ সকলৰ চৰনত সেৱা জনাইছো

  • @sunilbaishya5512
    @sunilbaishya5512 Год назад +2

    কৃষ্ণ বাপ আই মাতৃৰ শ্ৰী চৰণত ভক্তিভাৱেৰে সেৱা ভাগ জনালোঁ। আজি পুৱা ভাগ মিজোৰামত এয়া প্ৰসংগ ভাগীৰ জৰিয়তে আমি অধমেও কৰিলো।

  • @kumudgayan1664
    @kumudgayan1664 Год назад +7

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। ভগৱন্ত কৃষ্ণৰ নাম কীৰ্তন শুনিবলৈ পোৱাটো ভগৱন্তৰ কৃপা অবিহনে সম্ভৱ নহয়, সেয়ে একান্ত ভক্তিৰে নাম-কীতনত অংশগ্ৰহণ কৰা সকলো ভক্ত বৈষ্ণৱলৈ আমাৰ অন্তৰৰ শতকোতি প্ৰণাম জনাইছো। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад +1

      কৃষ্ণ কৃষ্ণ প্ৰভু 🙏

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад +1

      নববর্ষৰ হিয়াভৰা শুভেচ্ছা জনালো কৃষ্ণ 🙏

  • @ramnathborah7356
    @ramnathborah7356 Год назад +2

    জয় গুৰু শঙ্কৰ,,,,,,,,,,

  • @ThaneswarBorah-z8y
    @ThaneswarBorah-z8y 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ নমো নাৰায়ণ। প্ৰভু ভগৱন্তই কৃপা কৰক

    • @assamsanskritideepak
      @assamsanskritideepak  2 месяца назад +1

      @@ThaneswarBorah-z8y কৃষ্ণ🙏 কৃষ্ণ🙏

  • @kabitadas61
    @kabitadas61 Год назад +2

    কৃষ্ণ কৃষ্ণ সবাৰো চৰণত কোটি কোটি প্ৰণাম জনালো আমি অধমে ।কৃষ্ণ ৰাম

  • @nirusaikia7631
    @nirusaikia7631 Год назад +2

    কৃষ্ণ কৃষ্ণ 🙏 🙏 পাঠকীৰ লগতে সমস্ত আই বাপলৈ ভক্তি ভৰা সেৱা নিবেদিলো 🙏 🙏

  • @kumudinisaikia1979
    @kumudinisaikia1979 Год назад +3

    কৃষ্ণ🙏🙏🙏 জয় গুৰু শংকৰ কৃষ্ণ🙏🙏🙏

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад +1

      কৃষ্ণ কৃষ্ণ 🙏 জয় গুৰু শংকৰ কৃষ্ণ 🙏

  • @purnanandatamuli6364
    @purnanandatamuli6364 Год назад +3

    কৃষ্ণ জয় গুৰু শঙ্কৰ।

  • @acassamculture2219
    @acassamculture2219 Год назад +2

    দেৱ চেতিয়া
    কৃষ্ণ কৃষ্ণ হৰি ৰাম

  • @protikhyadutta.6398
    @protikhyadutta.6398 Год назад +2

    কৃষ্ণ কৃষ্ণ ।

  • @bhabanibhuyan3443
    @bhabanibhuyan3443 11 месяцев назад +2

    কৃষ্ণ 🙏🙏🙏🙏

  • @rubulsaikia8656
    @rubulsaikia8656 2 месяца назад

    ❤অতি সুন্দৰ অনুষ্ঠান টি লৈ সেৱা জনাইছোঁ কৃষ্ণ কৃষ্ণ প্ৰণাম জনাইছোঁ। সুন্দৰ পৰিৱেশ ভাল লাগিল দেখি এয়াই ভক্তি সাগৰৰ কৃষ্ণ সকলো ভকত বৈষ্ণৱ সেৱা জনাইছোঁ কৃষ্ণ কৃষ্ণ প্ৰণাম জনাইছোঁ।

  • @arunpathak2120
    @arunpathak2120 9 месяцев назад +2

    কৃষ্ণ। জয় গুৰু শঙ্কৰ। বৈকুণ্ঠ সদৃশ অনুস্থানৰ সকলো আই-বাপ সমস্তলৈ শতকোটি সেৱা নিবেদন জনালো। কৃষ্ণ।

  • @NibeditadasPodumoni
    @NibeditadasPodumoni 9 месяцев назад +2

    Krishna

  • @deokanrajkhowa8167
    @deokanrajkhowa8167 Год назад +4

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏 বাপ সুন্দৰ 🙏🙏 ধন্য হলো, একান্ত ভকত বৈষ্ণৱসকলক সেৱা জনালোঁ 🙏🙏

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад +1

      কৃষ্ণ কৃষ্ণ প্ৰভু 🙏 ধন্যবাদ 🙏

  • @SimantaDeka-sf3ny
    @SimantaDeka-sf3ny Год назад +2

    Jay Jagat Guru srimonta Sankar, Jay Sankar songha.

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад +1

      কৃষ্ণ কৃষ্ণ🙏 প্ৰভু বাপ 🙏 ধন্যবাদ 🙏

  • @Niraladeka-fn5if
    @Niraladeka-fn5if 6 месяцев назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম ৰাম

    • @assamsanskritideepak
      @assamsanskritideepak  6 месяцев назад +1

      কৃষ্ণ কৃষ্ণ🙏 ধন্যবাদ জনাইছো কৃষ্ণ🙏

  • @DhrubajyotiBhuyan-yh6jj
    @DhrubajyotiBhuyan-yh6jj Год назад +2

    Krishna Krishna.

  • @lokeswargogoi1878
    @lokeswargogoi1878 Год назад +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏 । বৈকুণ্ঠৰ সমস্ত ভকত বৈষ্ণৱৰ শ্ৰীচৰণত সেৱা জনাইছোঁ।

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад +1

      কৃষ্ণ কৃষ্ণ প্ৰভু 🙏 ধন্যবাদ 🙏 আৰু
      নৱবর্ষৰ হিয়া ভৰা শুভেচ্ছা জনালো কৃষ্ণ 🙏

  • @muhiladevi3664
    @muhiladevi3664 Год назад +3

    Joy guru sree songkora.boikunthar bhakat bhagabontor sree saranat xatakuti pranipat .joy guru sangkara. Om namu bhagabote basudebayo.🚩🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏♥️

  • @rubulsaikia8656
    @rubulsaikia8656 2 месяца назад

    নামৰ আগ ধৰা জন ইমান সুন্দৰ কে পৰিৱেশন কৰিছে ভাল লাগিল চাই সকলোৱে উজ্জ্বল ভৱিষ্যত কামনা কৰিলো সকলোৱে আশীৰ্বাদ সদায়েই থাকিব ।কৃষ্ণ কৃষ্ণ সেৱা জনাইছোঁ ।

  • @umanandabezbaruah5287
    @umanandabezbaruah5287 Год назад +4

    কৃষ্ণ কৃষ্ণ শিৰ নত কৰি সেৱা জনালোঁ।

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад +1

      কৃষ্ণ কৃষ্ণ প্ৰভু 🙏

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад +1

      নববর্ষৰ হিয়াভৰা শুভেচ্ছা জনালো কৃষ্ণ 🙏

  • @akonchandrasaikia732
    @akonchandrasaikia732 Год назад +1

    Krishna krishna 🙏🙏🙏 bap samosta . Amar sewa labo. Krishna krishna 🙏🙏🙏

  • @prabinchabukdhara5129
    @prabinchabukdhara5129 11 месяцев назад +2

    আমি অভাগিনী নাম ভাগত আছিলোঁ বহু ত সুখ অনুভৱ কৰিব পাৰি লোKrishna Bap ❤

  • @dipaksaikia6248
    @dipaksaikia6248 Год назад +4

    কৃষ্ণ কৃষ্ণ বাপ সমষ্ট ।

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад +1

      কৃষ্ণ কৃষ্ণ প্ৰভু 🙏 ধন্যবাদ 🙏
      নৱবর্ষৰ হিয়া ভৰা শুভেচ্ছা জনালো কৃষ্ণ 🙏

  • @buluborah4646
    @buluborah4646 Год назад +4

    কৃষ্ণ কৃষ্ণ প্ৰণাম জনাইছোঁ। সুন্দৰ। পদক্ষেপ।

  • @ManuranjanChetia-oi6uq
    @ManuranjanChetia-oi6uq 2 месяца назад

    কৃষ্ণ হৰি ৰাম নাৰায়ন মাধৱ গোবিন্দ কেশৱ

  • @dipakkumarray3864
    @dipakkumarray3864 Год назад +4

    কৃষ্ণ কৃষ্ণ বাপ জয় গুৰু শঙ্কৰদেৱ সঙ্ঘৰ 🙏🙏🙏🙏

  • @bhabenbharali4838
    @bhabenbharali4838 11 месяцев назад +2

    🙏🙏🙏🙏

  • @manasdeka6801
    @manasdeka6801 Месяц назад

    Joy guru Shanker 🙏🙏🙏🙏 Krishna Krishna Ram Krishna Hari Krishna Ram Krishna Hari

  • @robinborah9828
    @robinborah9828 Год назад +5

    কৃষ্ণ কৃষ্ণ,বৈকুণ্ঠৰ দশন পাই নৰ জীৱন ধয়ন মানিলো। বাপ সমস্তক ভগৱন্তই মংগল কৰক।
    সেৱাৰ।
    ৰবিন বৰা( মাজুলী

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад +2

      কৃষ্ণ কৃষ্ণ প্ৰভু 🙏
      নববর্ষৰ হিয়াভৰা শুভেচ্ছা জনালো কৃষ্ণ 🙏

  • @simontoyhoingkordeb8374
    @simontoyhoingkordeb8374 Год назад +2

    বৰা।বপজনাৰ।প্ৰসঙ্গ।ভাগ।ভাললাগিল।কৃষ্ণ।বাপআমাৰভাগু।চিয়াৰকৰিব।কৃষ্ণ

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад +1

      কৃষ্ণ কৃষ্ণ🙏 কৰিম বাৰু কৃষ্ণ🙏

  • @tinamonidevibora4460
    @tinamonidevibora4460 Год назад +2

    Krishna Krishna, bor Val lagil.

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад +1

      কৃষ্ণ কৃষ্ণ🙏 ধন্যবাদ 🙏 আৰু লগতে আমি আপোনালোকৰ শ্ৰী চৰণত ধৰি আশীৰ্বাদ বিচাৰিছো কৃষ্ণ🙏

  • @gunadharsaikia2818
    @gunadharsaikia2818 2 месяца назад +2

    Nam. Khari. Sravan. Kari. Bahut. Bhal. Lagil❤😊

  • @babitahazarika6300
    @babitahazarika6300 3 месяца назад +1

    জয় গুৰু শংকৰ, কৃষ্ণ 🙏

  • @rubulsaikia8656
    @rubulsaikia8656 2 месяца назад

    এই ভাগিঅনুষ্ঠান পাবলৈ ভাগৱত কৃপা হব লাগিব। কৃষ্ণ কৃষ্ণ সেৱা জনাইছোঁ

  • @budhindutta4901
    @budhindutta4901 Год назад +2

    কৃষ্ণ, কৃষ্ণ সেৱাহে আগবঢ়ালো।

  • @krishnakantadeka6936
    @krishnakantadeka6936 Год назад +2

    নাম প্ৰসঙ্গ শ্ৰৱনে মনত আনন্দ লভিলো। নামাচাৰ্য পবিত্ৰ প্ৰান বৰা আৰু ভকত সকলোলৈ আমাৰ ভক্তি ভৰা সেৱা থাকিল।

  • @jitendrapanging1638
    @jitendrapanging1638 Год назад +2

    কৃষ্ণ কৃষ্ণ হরে রাম কৃষ্ণ কৃষ্ণ হরে রাম

  • @kalpanahazarika7631
    @kalpanahazarika7631 Год назад +4

    কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু সমষ্ট।

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад +1

      কৃষ্ণ কৃষ্ণ 🙏
      নববর্ষৰ হিয়াভৰা শুভেচ্ছা জনালো কৃষ্ণ 🙏

  • @NirabHazarika-i3t
    @NirabHazarika-i3t Год назад +2

    Krishna Krishna prabhu

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад +1

      কৃষ্ণ কৃষ্ণ🙏 প্ৰভু বাপ 🙏 ধন্যবাদ 🙏 আৰু লগতে আপোনালোকৰ শ্ৰী চৰণত ধৰি আশীৰ্বাদ বিচাৰিছো কৃষ্ণ🙏

  • @harakantatamuli1053
    @harakantatamuli1053 Год назад +4

    Krishna Krishna Hewa Jonalu 🙏🙏🙏 Bor hundar lagil .

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад +1

      কৃষ্ণ কৃষ্ণ প্ৰভু 🙏 ধন্যবাদ 🙏

  • @monishasonowal6754
    @monishasonowal6754 7 месяцев назад +1

    কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ কৃষ্ণ ৰাম 🙏

  • @manjulabhuyan5676
    @manjulabhuyan5676 11 месяцев назад +3

    Krishno krishno

    • @assamsanskritideepak
      @assamsanskritideepak  11 месяцев назад +1

      কৃষ্ণ কৃষ্ণ🙏 ধন্যবাদ জনাইছো কৃষ্ণ🙏

    • @Sarusaikiabora
      @Sarusaikiabora 9 месяцев назад +2

      ❤❤good​@@assamsanskritideepak

  • @arnabraz
    @arnabraz 3 месяца назад +2

    Ram Krishna Ram Krishna Ram Krishna Ram Krishna

  • @putulgayan648
    @putulgayan648 Год назад +2

    🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад +2

      কৃষ্ণ কৃষ্ণ প্ৰভু 🙏 ধন্যবাদ 🙏

  • @jasbirmamonichannel431
    @jasbirmamonichannel431 Год назад +2

    সবাকো সেৱা জনাছো 🙏🙏🙏🙏🙏🙏

  • @RajKaibarta-b4s
    @RajKaibarta-b4s 7 месяцев назад +1

    জয় গুৰু শংকৰ

    • @assamsanskritideepak
      @assamsanskritideepak  7 месяцев назад +1

      কৃষ্ণ কৃষ্ণ🙏 ধন্যবাদ জনাইছো কৃষ্ণ🙏

  • @prahladhazarika9956
    @prahladhazarika9956 9 месяцев назад +2

    . এই মহান অনুষ্ঠানত।অংশ গ্ৰহণ কৰা সকলো মহান বৈষ্ণৱ সমস্ত লৈ এই অধমে সেৱা নিবেদিলো।কৃষ্ণকৃষ্ণ ।হে ৰাম। প্ৰহ্লাদ হাজৰিকা ।প্ৰাক্তন সভাপতি।জামুগুৰি আঞ্চলিক ।জামুগুৰিহাট ।

    • @assamsanskritideepak
      @assamsanskritideepak  9 месяцев назад +1

      কৃষ্ণ কৃষ্ণ🙏 প্ৰভু বাপ ধন্যবাদ জনাইছো কৃষ্ণ🙏

  • @পাপুকৰ্মকাৰ

    কৃষ্ণ জয় গুৰু শঙ্কৰ পৰম শ্ৰদ্ধাৰ পৱিত্ৰ প্ৰাণ প্ৰভু জনাৰ মধুৰ নাম অমৃত শ্ৰৱণ কৰিবলৈ পায় আমি ধন্য হলো কৃষ্ণ আমি অধমে আপোনাসৱৰ শ্ৰীচৰনত ভক্তি ভৰা সেৱা জনালোঁ

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад +1

      কৃষ্ণ কৃষ্ণ প্ৰভু 🙏 ধন্যবাদ 🙏

  • @monishasonowal6754
    @monishasonowal6754 7 месяцев назад +2

    Krisna krisna krisna krisna

  • @rubiborah3436
    @rubiborah3436 Год назад +2

    নাম প্ৰসঙ্গত থকা বাপ,আই সকললৈ চৰণ যুগলত ভক্তি ভৰা সেৱা জনালোঁ।🙏🙏🙏

  • @tarinimohankalita8206
    @tarinimohankalita8206 Год назад +2

    Krishna krishna baap,sewa dharisoo.

  • @poreshkoch7943
    @poreshkoch7943 Год назад +5

    কৃষ্ণ বহুত সুন্দৰ হৈছে

  • @ashimhazarika2798
    @ashimhazarika2798 Год назад +2

    কৃষ্ণ কৃষ্ণ ৰাম 🙏🙏🙏 ।

  • @renuborah232
    @renuborah232 8 месяцев назад +1

    🙏🙏🙏🙏😗 কৃষ্ণ
    নাম প্ৰসংগ শৃংখলা বদ্ধতাৰে সুন্দৰ অনুষ্ঠান আয়োজন কৰিলে সছাই মনতো বহুত পৱিত্ৰ লাগিল। আমাক মনতো নামৰ প্ৰতি অৰিহণা যোগায় প্ৰেৰনা দিয়াৰ বাবে আয়োজক সকলক ধন্যবাদ আৰু অভিনন্দন জনালো লগতে চেনেলটো লৈও ধন্যবাদ থাকিল ভৱিষ্যতে এনে নাম প্ৰসংগৰে উৎসাহিত কৰে যেন।

    • @assamsanskritideepak
      @assamsanskritideepak  8 месяцев назад +1

      কৃষ্ণ কৃষ্ণ🙏 ধন্যবাদ জনাইছো কৃষ্ণ🙏

  • @tarunchandrabaruah485
    @tarunchandrabaruah485 Год назад +2

    Krishna ,prabhur kripa bine aakhambhab,param Amrit pan kariboloi hadai Jen Pam. Hewa janalu ami adhame.

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад +1

      কৃষ্ণ কৃষ্ণ🙏 প্ৰভু বাপ 🙏 ধন্যবাদ 🙏

  • @bulbuligogoi7889
    @bulbuligogoi7889 Год назад +2

    কৃষ্ণ , কৃষ্ণ , 🙏🙏💐🙏🌹🌹 .

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад +1

      কৃষ্ণ কৃষ্ণ🙏 প্ৰভু বাপ 🙏 ধন্যবাদ 🙏

  • @anantabhuyan
    @anantabhuyan Год назад +2

    কৃষ্ণ বাপ

  • @akhilgogoi1869
    @akhilgogoi1869 Год назад +2

    Krishna Krishna Krishna bhal bhal Krishna Krishna.

  • @নৰেন্দ্ৰচন্দ্ৰ

    অনুষ্ঠান টি বহুত ভাল লাগিল, কৃষ্ণ।।

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад +1

      কৃষ্ণ কৃষ্ণ প্ৰভু 🙏 আপোনি গৈ ছিল নেকি ?

  • @poragboruah4156
    @poragboruah4156 Год назад +2

    🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад +1

      কৃষ্ণ কৃষ্ণ🙏 প্ৰভু বাপ 🙏 ধন্যবাদ জনাইছো কৃষ্ণ🙏 লগতে আমি আপোনালোকৰ শ্ৰী চৰণত ধৰি আশীৰ্বাদ বিচাৰিছো কৃষ্ণ🙏

  • @JaanmoniSarat
    @JaanmoniSarat 10 месяцев назад +2

    😊 21:13

  • @Rahul-id4yt
    @Rahul-id4yt Месяц назад

    ৰাম হৰি ৰাম🙏

  • @dimbeswaripatardeka2793
    @dimbeswaripatardeka2793 Год назад +4

    Krishna Krishna Krishna Oum santi santi santi 🙏🙏🙏🙏

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад +1

      কৃষ্ণ কৃষ্ণ 🙏

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад

      নৱবর্ষৰ হিয়া ভৰা শুভেচ্ছা জনালো কৃষ্ণ 🙏

  • @bedantaborah2548
    @bedantaborah2548 Год назад +3

    কৃষ্ণ।নিজে এই অনুষ্ঠানত উপস্থিত আছিলো। এই অনুষ্ঠানত উপস্থিত থকা সকলো পিতৃ সম বৈষ্ণৱ বাপ সমস্তৰ চৰণত ভক্তিভাৱেৰে সেৱা জনালো। লগতে আয়োজক আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘক বহুত ধন্যবাদ জ্ঞাপন কৰিলো।

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад +2

      কৃষ্ণ কৃষ্ণ প্ৰভু 🙏

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад +2

      নববর্ষৰ হিয়াভৰা শুভেচ্ছা জনালো কৃষ্ণ 🙏

  • @durnakantamech4027
    @durnakantamech4027 Год назад +2

    Krishna kub val lagile

  • @jyotikalitajyotikalita605
    @jyotikalitajyotikalita605 Год назад +2

    কৃষ্ণ কৃষ্ণ 🙏 একেলগে ইমান সৰহসংখ্যক ভক্ত বৃন্দই নাম প্ৰসংগ কৰা দেখি অভিভূত হলো কৃষ্ণ 🙏।বৰা বাপ জনাক সেৱা জনালোঁ কৃষ্ণ 🙏।

  • @LabanyaGogoi-rj3xi
    @LabanyaGogoi-rj3xi Год назад +2

    কৃষ্ণ আজন্মৰ সেৱাৰ থলি এই দ্বিতীয় বৈকুণ্ঠৰ সমস্ত ভকত পাৰিষদগণলৈ আৱনত শিৰে সেৱা জনাইছোঁ ।

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад +1

      কৃষ্ণ কৃষ্ণ প্ৰভু বাপ 🙏 ধন্যবাদ 🙏

  • @dulumonidutta6933
    @dulumonidutta6933 Год назад +2

    ৰাম ৰাম পভু

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад +1

      কৃষ্ণ কৃষ্ণ 🙏 ধন্যবাদ 🙏 নৱবর্ষৰ হিয়া ভৰা শুভেচ্ছা জনালো কৃষ্ণ 🙏

  • @JogenDas-s8g
    @JogenDas-s8g Год назад +2

    Krishna krishna

  • @Bhargov_MDR_482
    @Bhargov_MDR_482 Год назад +2

    ❤❤❤❤

  • @hiranyadas3255
    @hiranyadas3255 8 дней назад

    অতি সুন্দৰ প্ৰদৰ্শন ভক্তি ভৰা ভকতৰ নাম পখ্ংগহ বৰ ভাল লাগিল 😂😊😮🌷🌹🪔🙏

  • @maheswaridas3037
    @maheswaridas3037 Месяц назад

    Krishna Krishna omrit barashise Jen dhany dhany❤❤❤❤❤❤❤

  • @gajenborah-ee8yl
    @gajenborah-ee8yl 4 месяца назад +1

    Krishna bap Nam Bhaug borval Val lageel ❤

  • @sasadharrajbangshi35454
    @sasadharrajbangshi35454 Год назад +3

    Krishna Krishna বাপ🙏🙏🙏🙏🙏

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад +1

      কৃষ্ণ কৃষ্ণ প্ৰভু 🙏
      নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনালো কৃষ্ণ 🙏

  • @tarinimohankalita8206
    @tarinimohankalita8206 Год назад +2

    Krishna krishna, baap.

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад +1

      কৃষ্ণ কৃষ্ণ প্ৰভু বাপ 🙏 ধন্যবাদ 🙏

  • @bubulbora1426
    @bubulbora1426 Год назад +4

    কৃষ্ণ সুন্দৰ প্ৰচেষ্টা ।অগ্ৰগতিমান হওক ।

  • @babudutta3508
    @babudutta3508 Год назад +2

    🙏

  • @khagenbhuyan6727
    @khagenbhuyan6727 Год назад +2

    Krishna,Krishna🙏🙏🙏🙏🙏🙏🙏🙏

  • @gajenborah-ee8yl
    @gajenborah-ee8yl Год назад +2

    Krishna bap NaM bhag bor Val lageel

  • @Priyankagogoi294
    @Priyankagogoi294 Год назад +2

    বৰ ভাল হৈছে সুনদৰ । ৰাম ৰাম

  • @krishnakantadeka6936
    @krishnakantadeka6936 Год назад +1

    নাম-প্ৰসঙ্গ শ্ৰৱন কৰা হ'ল ।আনন্দ লভিলো ।নামাচাৰ্য আৰু ভকত সকলোলৈ আমাৰ ভক্তিভৰা সেৱা জনালোঁ ।

    • @assamsanskritideepak
      @assamsanskritideepak  Год назад

      কৃষ্ণ কৃষ্ণ প্ৰভু 🙏 ধন্যবাদ 🙏

  • @GojenKalita-nx6rg
    @GojenKalita-nx6rg 10 месяцев назад +2

    ❤😂🎉😢

  • @jintidas6948
    @jintidas6948 Год назад +2

    কৃষ্ণ কৃৃষ্ণ।