নাম প্ৰসঙ্গ হিৰেণ বাৰূৱতীৰ কণ্ঠত

Поделиться
HTML-код
  • Опубликовано: 2 окт 2024
  • Naam Prasang by Hiren Baruati.
    Please Like,Share and Subscribe my channel.
    contact me 9395074561

Комментарии • 553

  • @nirmaldeori4218
    @nirmaldeori4218 8 месяцев назад

    Jai shree krishna 🎉🎉🎉 🙏🙏🙏

  • @nirmaldeori4218
    @nirmaldeori4218 8 месяцев назад

    Jai shree krishna 🎉🎉🎉🎉🙏🙏🙏🙏

  • @parshajyotiborah6556
    @parshajyotiborah6556 Год назад +2

    বাপজনা সেৱা ধৰিছো। 🙏।। নামৰ মহিমা, কি সুৰ-তাল-লয়, বা‌হ।। ভকতসকলৰো সুন্দৰ সংগতও অতি মনোমোহা। download কৰি শুনি থাকিম।। 🙏🌼🌼🌼

    • @hirenbaruati1864
      @hirenbaruati1864  Год назад

      কৃষ্ণ কৃষ্ণ আশিবাদ ‌কৰিব।

  • @hemantahazarika9715
    @hemantahazarika9715 Год назад +8

    শুনিলে শুনি থাকিব মন যোৱা, মন প্ৰাণ শাত পৰি যোৱা নামৰ প্ৰসংগ, দূৰৈৰ পৰাই সেৱা জনাইছো বাপ, কৃষ্ণ 🙏

    • @hirenbaruati1864
      @hirenbaruati1864  Год назад +1

      কৃষ্ণ কৃষ্ণ । আমাৰো সেৱা ভাগি গ্ৰহন কৰিব।

    • @hemantahazarika9715
      @hemantahazarika9715 Год назад +3

      @@hirenbaruati1864 আপোনাৰ দৰে অসাধাৰণ দেৱ জনৰ সেৱা পোৱাটো সৌভাগ্য মোৰ বাপ, অনন্ত ইশ্বৰে আপোনাক কুশলে ৰাখক 🙏🙏🙏

    • @hirenbaruati1864
      @hirenbaruati1864  Год назад +1

      কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @palashkalita3379
    @palashkalita3379 Год назад +1

    Krishna

  • @jyotishnakakoti4612
    @jyotishnakakoti4612 Год назад +1

    Krishna prabhu,doiboki Nandan,baakhudeu🙏🙏🙏....

  • @dimpisonowal1632
    @dimpisonowal1632 2 месяца назад +3

    কৃষ্ণ কৃষ্ণ

  • @nabadeephazarika3629
    @nabadeephazarika3629 Год назад +2

    কৃষ্ণ কৃষ্ণ বাপ।
    প্ৰভুৰ নাম সুললিত কন্ঠৰে শ্ৰৱণ কৰি কৃতাৰ্থ হ'লোঁ।

    • @hirenbaruati1864
      @hirenbaruati1864  Год назад

      কৃষ্ণ কৃষ্ণ আশিবাদ কৰিব ‌। 🙏🙏🙏🙏

  • @UdayDeka-j6l
    @UdayDeka-j6l 5 месяцев назад +13

    জয় হৰি গোবিন্দ নাৰায়ন ৰাম কেশৱ হৰি!
    ৰাম ৰাম কেশৱ হৰি!!১!!
    পদ!!
    প্ৰথমে প্ৰনামো ব্ৰহ্মৰূপী সনাতন!
    সৰ্ব্ব অৱতাৰৰ কাৰন নাৰায়ণ!!
    তযু নাভিকমলত ব্ৰহ্মা ভৈলা জাত!
    যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত!!১!!
    মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত!
    উদ্ধাৰিলা চাৰি বেদ প্ৰলয়জলত!!
    সত্যব্ৰত ৰাজাক দেখাইলা নিজ মায়া!
    নধৰিলা সমুদ্ৰে তোহ্মাৰ মৎস্যকায়া!!২!!
    কুৰ্ম্ম অৱতাৰ ভৈলা ক্ষীৰোদধি তীৰে!
    লক্ষ প্ৰহৰৰ পন্থ জুড়িলা শৰীৰে!!
    কৰিলেক পৰি স্তুতি সুৰাসুৰ নাগে!
    ধৰিলা মন্দৰ গিৰি প্ৰভু পৃস্ঠভাগে!!৩!!
    দিব্য যজ্ঞবাৰাহ স্ৱৰূপে ভৈলা তুমি!
    লীলায়ে দন্তৰ অগ্ৰে উদ্ধৰিলা ভুমি!!
    তোমাক কৰিলে যুদ্ধ হিৰন্যাক্ষ বীৰি!
    অপ্ৰয়াসে দৈত্যক মাৰিলা দান্তে ছিড়ি!!৪!!
    আদি দৈত্য হিৰন্যকশিপু বলিয়াৰ!
    নৰসিংহ ৰূপে হিয়া বিদাৰিলা তাৰ!!
    কৰিলা নিৰ্ভয় পাইলা ত্ৰিদশে উল্লাস!
    ভক্ত প্ৰহ্লাদক প্ৰভু কৰিলা আস্ৱাস!!৫!!
    বামন স্ৱৰূপে অদিতিৰ বাক্য পালি!
    ইন্দ্ৰক স্থাপিলা ছলে বলিক নিকালি!!
    ত্ৰৈলোক্যক আক্ৰমিলা চৰনৰ গতি!
    তযু পাদোদকে গঙ্গা ভৈলা উতপতি!!৬!!

  • @nirmaldeori4218
    @nirmaldeori4218 Год назад +2

    Krishna Krishna Krishna 🙏🌷

  • @PujaBharali-r7l
    @PujaBharali-r7l Месяц назад

    কৃষ্ণ প্ৰভু🙏🙏🙏

  • @PujashreePhukan
    @PujashreePhukan 7 месяцев назад +10

    কৃষ্ণ কৃষ্ণ আপোনাসৱৰ ভগৱন্তই মংগল কৰক। আপোনাৰ মনৰ সৰ্ব সৎ বাঞ্ছা পূৰ্ণ হওক আৰু অনাগত দিনবোৰতো এনেদৰে ভগৱন্তৰ গুণানুকীৰ্তন কৰাৰ বাবে শক্তি প্ৰদান কৰক কৃষ্ণ কৃষ্ণ ৰাম ৰাম গোবিন্দ গোবিন্দ।

    • @hirenbaruati1864
      @hirenbaruati1864  7 месяцев назад +4

      🙏🙏🙏🙏

    • @Aditya-kl6ft
      @Aditya-kl6ft 7 месяцев назад +5

      Bor hundar sinta dhara apunar

    • @Nipuphukan8154
      @Nipuphukan8154 5 месяцев назад +4

      Hosai bor hundor sinta dhara apunar❤🎉🎉🎉🎉

    • @supercoolgamer5092
      @supercoolgamer5092 5 месяцев назад +3

      Krishna krishno 🎉🎉🎉

    • @UshaRajbanshi-k8v
      @UshaRajbanshi-k8v 5 месяцев назад +2

      ram ram bor hundor sinta dhara apunar krisna krisna 🙏🙏🙏🙏🙏🙏🙏

  • @prasantaboruah6242
    @prasantaboruah6242 6 месяцев назад

    সুন্দৰ কণ্ঠ ৷

  • @chandradharkakoti6238
    @chandradharkakoti6238 Год назад +5

    Krishna prabhu 🙏🙏 bohut sundar hoise 🙏

    • @hirenbaruati1864
      @hirenbaruati1864  Год назад

      কৃষ্ণ আশিবাদ কৰিব 🙏🙏🙏

  • @drajitbaruah8506
    @drajitbaruah8506 Год назад

    বৰ সুন্দৰ।

  • @ManuranjanChetia-oi6uq
    @ManuranjanChetia-oi6uq Месяц назад

    কেশৱ হৰি

  • @pankajsaikia6076
    @pankajsaikia6076 4 месяца назад

    Krishna Krishna 🙏

  • @Pakhi23456
    @Pakhi23456 Год назад +1

    সুন্দৰ, কৃষ্ণ কৃষ্ণ।

    • @hirenbaruati1864
      @hirenbaruati1864  Год назад

      কৃষ্ণ আশিবাদ কৰিব।🙏🙏

  • @rajibbora516
    @rajibbora516 7 дней назад

    🙏🙏🙏🙏

  • @smileygaming2397
    @smileygaming2397 Месяц назад

    Krishna Krishna ,suni hapah nopalai,gurujnar nam bor modhur, tekhetoloi sewa jnaisu.

  • @jayantadutta5009
    @jayantadutta5009 Год назад +1

    বৈকুণ্ঠৰ কল্পতৰু, অক্ষয় নিৰ্গোন, পৰম মঙ্গল , প্ৰমত্ত কেশৰী সিংহ এই মহা প্ৰভূ নাম শুনি জীৱন ধন্য।
    কৃষ্ণ।।

  • @PadumBonia-j2b
    @PadumBonia-j2b Месяц назад

    কৃষ্ণ

  • @rkcreation87
    @rkcreation87 Год назад +1

    Naam Prasanga || নাম-প্ৰসঙ্গ || || যুগল প্ৰসঙ্গ।। নৱ পাঠক।। জনীয়া সত্ৰ।। RK CREATION
    ruclips.net/video/earZcBHRQxA/видео.html

  • @ujjwaljyotibora2556
    @ujjwaljyotibora2556 Год назад

    বৰ সুন্দৰ বাপ🙏 জয় গুৰু শংকৰ🙏

    • @ujjwaljyotibora2556
      @ujjwaljyotibora2556 Год назад

      বৰগীত এভাগো প্ৰেৰণ কৰিব বাপজন🙏কৃষ্ণ🙏

    • @hirenbaruati1864
      @hirenbaruati1864  Год назад

      🙏🙏🙏

  • @kabitabhuyan9507
    @kabitabhuyan9507 Год назад +2

    ভগৱানে সদায় কুশলে ৰাখক 🙏🙏

  • @jogeswarnath3503
    @jogeswarnath3503 Год назад +2

    Dhuniya but khur bur olop beleg

    • @hirenbaruati1864
      @hirenbaruati1864  Год назад

      কৃষ্ণ কৃষ্ণ ।🙏🙏🙏🙏🙏🙏

  • @AnjanaBaruah-s7t
    @AnjanaBaruah-s7t Месяц назад +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ,,,,🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏♥️

  • @hirenbaruati1864
    @hirenbaruati1864  Год назад +1

    youtube.com/@hirenbaruati186
    এইটো আমাৰ চেনেল হয় আপোনালোকে কৃপা কৰিব।কৃষ্ণ।

  • @promodgoswami2100
    @promodgoswami2100 6 месяцев назад +3

    হীৰেন বাৰুৱতী মহোদয়ৰ নামপ্ৰশঙ্গ মই সদায় পুৱা শুনো। সুন্দৰ কণ্ঠ। অভিজ্ঞতা সম্পন্ন। নতুন প্ৰজন্মক নাম প্ৰশঙ্গৰ প্ৰশিক্ষনৰ ব্যৱস্থা কৰিব পৰা হলে ভাল আছিল

  • @nirmaldeori4218
    @nirmaldeori4218 Год назад +1

    Krishna 🙏🌷

  • @levix__ff
    @levix__ff 4 месяца назад +2

    Hiren daa miss you 😢❤

  • @ManuranjanChetia-oi6uq
    @ManuranjanChetia-oi6uq 5 месяцев назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @jyotineog2285
    @jyotineog2285 3 месяца назад +2

    🙏🙏🙏

  • @mileswarbhuyan7110
    @mileswarbhuyan7110 Год назад +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @anantadas724
    @anantadas724 3 месяца назад +2

    Krishna bap samostow Krishna 🙏 🙏 🙏🙏 .

  • @ushakiransingha5786
    @ushakiransingha5786 Год назад +1

    🙏🏻🙏🏻 কৃষ্ণ

  • @birinchiborgohain1224
    @birinchiborgohain1224 Год назад +2

    Krishina. Krishina. Krishina
    Ganishguri

  • @DharjenSaikia
    @DharjenSaikia 2 месяца назад +2

    Very sweet and attractive voice to listen. We feel very comfortable and abide us to love our Guru and almighty God, Krishna Krishna Krishna...

  • @bhobanikantaborsaikia5206
    @bhobanikantaborsaikia5206 5 месяцев назад +1

    Krishna Krishna Krishna prabhudev pronam and huprovat to you all please.

  • @jodumonigogoi8565
    @jodumonigogoi8565 Год назад +3

    Krishna bap 🙏🙏🙏🙏 apunar namprasng huni thakibole mon jai .bohut bohut hundor hoise

    • @hirenbaruati1864
      @hirenbaruati1864  Год назад

      কৃষ্ণ কৃষ্ণ আশিবাদ কৰিব । চেনেল টো আগবঢ়ায় নিব।

  • @ajitchandradas8924
    @ajitchandradas8924 Год назад +1

    Krishna mur bandhaba

    • @hirenbaruati1864
      @hirenbaruati1864  Год назад

      কৃষ্ণ কৃষ্ণ ভিডিঅ সমুহ সম্পূৰ্ণকৈ চাব লগতে share কৰিব।🙏🙏🙏🙏

  • @nirmaldeori4218
    @nirmaldeori4218 Год назад +2

    Jaiya Hari Gobinda Narayana Ram Krishna 🙏🌷 Krishna 🙏🌷 Krishna 🙏🌷

  • @nirmaldeori4218
    @nirmaldeori4218 Год назад +2

    O Jaiya Hari Gobinda Narayana Krishna 🙏🌷 Krishna 🙏🌷 Krishna 🙏🌷

  • @akhilburagohain381
    @akhilburagohain381 Год назад +4

    Krishna Krishna Krishna bap

    • @hirenbaruati1864
      @hirenbaruati1864  Год назад

      কৃষ্ণ কৃষ্ণ সেৱা গ্ৰহন কৰিব।🙏🙏🙏

  • @PranjalKalita-vc8tq
    @PranjalKalita-vc8tq 2 месяца назад +2

    Krishna bap ❤

  • @nirmaldeori4218
    @nirmaldeori4218 Год назад +3

    krishna❤️🙏krishna❤️🙏krishna❤️🙏

  • @chittaranjansaikia5129
    @chittaranjansaikia5129 Год назад +2

    Krishna

  • @sangitaborahrangpur
    @sangitaborahrangpur Год назад +4

    কৃষ্ণ কৃষ্ণ হৰি ৰাম

  • @JintuMedhi-vb3hj
    @JintuMedhi-vb3hj 4 месяца назад +1

    Kouty kouty dandavat pranam aru namaskar baap

  • @debalatahazarika1030
    @debalatahazarika1030 Год назад +4

    কৃষ্ণ কৃষ্ণ ইমানে সুন্দৰ নাম শুনিলো নতুন বছৰত ভাল লাগি গল।🙏🙏🙏🙏

    • @hirenbaruati1864
      @hirenbaruati1864  Год назад

      কৃষ্ণ কৃষ্ণ। ভিডিঅ সমুহ শেষলৈকে চাব বুলি আশা কৰিলো।

  • @PranobSaikia-iv6xu
    @PranobSaikia-iv6xu 3 месяца назад +3

    Krishna Krishna Krishna

  • @robinborah5848
    @robinborah5848 4 месяца назад +1

    Sundar kanth krishna provu❤❤❤

  • @spidey2.2o69
    @spidey2.2o69 Год назад +6

    হে প্ৰভু ঈশ্চৰ ,আপোনাৰ সুললিত কন্ঠত মহাপুৰুষ গুৰুজনাৰ সৃষ্টি নাম ভাগ শুনিবলৈ পাই আমাৰ মন প্ৰান ভৰি গৈছে | প্ৰভু জনৰ চৰণত দুৰৰ পৰাই সেৱা জনালো |আমাৰ সেৱা গ্ৰহন কৰিব |
    কৃষ্ণ কৃষ্ণ কৃষ্ণ.....

  • @binoygogoi8454
    @binoygogoi8454 Год назад +4

    আপোনাৰ নামে মন প্ৰাণ মুহি যায় ।

    • @hirenbaruati1864
      @hirenbaruati1864  Год назад

      কৃষ্ণ । আশীৰ্বাদ কৰিব ।🙏🙏

  • @nirmaldeori4218
    @nirmaldeori4218 Год назад +1

    O jaiya Hari Gobinda Krishna 🙏🌷 Krishna 🙏🌷 Krishna 🙏🌷

  • @munindraborgohain6054
    @munindraborgohain6054 Год назад +1

    Joy.krishna 🙏🏻🙏🙏

  • @bhabanigogoi3278
    @bhabanigogoi3278 Год назад +2

    Jai.Hari.krishna

  • @kabitabhuyan9507
    @kabitabhuyan9507 Год назад +2

    🙏🙏 প্ৰথম ময়ে চাইছো দেই ।

  • @bhagabandas5776
    @bhagabandas5776 Год назад +4

    আপোনাৰ সুমধুৰ কন্ঠত হৰি নাম এবাৰ শুনিলে মনআনন্দতি হৈ বাৰ বাৰ শুনিব মন

    • @hirenbaruati1864
      @hirenbaruati1864  Год назад

      কৃষ্ণ ভিডিঅ সমূহ সম্পূণকৈ শেষ কৰি চাব । আৰু share কৰিব।

  • @nirmaldeori4218
    @nirmaldeori4218 Год назад +2

    Krishna Krishna 🙏🌷

    • @hirenbaruati1864
      @hirenbaruati1864  Год назад

      কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏

  • @assamali4589
    @assamali4589 6 месяцев назад +2

    Ram Krishna

  • @nirmalsaikia7594
    @nirmalsaikia7594 9 месяцев назад +1

    Prabhu.essar.bhagavane.kripa.karak

  • @RatulBora-fw6ph
    @RatulBora-fw6ph Год назад +1

    কৃষ্ণ কৃষ্ণ

  • @nirmaldeori4218
    @nirmaldeori4218 8 месяцев назад +1

    Jai shree krishna 🎉🎉🎉🎉🙏🙏🙏🙏

  • @prafullaborah9238
    @prafullaborah9238 Год назад +1

    ৰাম কৃষ্ণ 🙏🙏🙏 জয় গুৰু শ্রীমন্ত শংকৰ 🙏🙏🙏🙏

  • @pankajborah2329
    @pankajborah2329 Год назад +2

    Krisna prbhu

    • @hirenbaruati1864
      @hirenbaruati1864  Год назад

      কৃষ্ণ কৃষ্ণ। ভিডিঅ সমূহ আগলৈ সম্পূৰ্ণকৈ চাব বুলি আশা থাকিল। লগতে ভোগালী সেৱা গ্ৰহন কৰিব। চেনেল টো subscrib@ share কৰিআগবঢ়ায় নিব বুলি আশা কৰিছোঁ।🙏🙏🙏🙏

  • @jibonjyotidutta622
    @jibonjyotidutta622 Месяц назад +1

    ভাল লাগিল🙏🙏🙏🙏

  • @devajitchetia204
    @devajitchetia204 Год назад +1

    Jayo hari gobinda Prabhu, Oti Modhur. Prabhu vale aasene

  • @nirmaldeori4218
    @nirmaldeori4218 10 месяцев назад +1

    Jai shree krishna 🎉🎉🎉🙏🙏🙏

  • @budhindutta4901
    @budhindutta4901 Год назад +4

    কৃষ্ণহে বুলিলো, সুন্দৰ অতি সুন্দৰ।

  • @bipulborah5483
    @bipulborah5483 Год назад +3

    বৈকুণ্ঠ পৰশ পোৱা গুৰু জনাৰ অনুপ সৃষ্টি কি সুন্দৰ কৃষ্ণ কৃষ্ণ

    • @hirenbaruati1864
      @hirenbaruati1864  Год назад

      কৃষ্ণ আশিবাদ কৰিব আগলৈ যাতে আপোনালোকক সেৱা কৰিবলৈ সুবিধা পাওঁ।

  • @ankurborah5001
    @ankurborah5001 Год назад +1

    Krishnaa baap

  • @dibyajyotiborthakur2963
    @dibyajyotiborthakur2963 Год назад +2

    Hundor...

  • @nirmaldeori4218
    @nirmaldeori4218 Год назад +2

    Krishna 🙏🌷 Krishna 🙏🌷 Krishna 🙏🌷

  • @_axomia_lora_2624
    @_axomia_lora_2624 3 дня назад

    বৰ সুললিত, সুমধুৰ কিন্তু নামাচাৰ্য্যৰ পাছতে নিচেই কাষত এজনে কোট চাৰ্ট পৰিধান কৰি হয়তো লংপেণ্ট পিন্ধিছে দৃশ্যটি দৃষ্টিকটু হৈ পৰিছে। পৰিবেশটোৰ সৌষ্ঠৱ লাঘৱ কৰিছে।

  • @pabanbora5669
    @pabanbora5669 Год назад +2

    কৃষ্ণ বৰ সুন্দৰ প্ৰভূ ভগবানে আপোনাক দয়া কৰক এই দৰে নাম পোৱা আখা থাকিল কৃষ্ণ

    • @hirenbaruati1864
      @hirenbaruati1864  Год назад

      কৃষ্ণ ভিডিঅ সমূহ শেষ কৰি চাব

  • @meghalihazarika9775
    @meghalihazarika9775 Год назад +1

    Krishna

  • @jickuduttajickudutta3790
    @jickuduttajickudutta3790 Год назад +1

    Krishna

  • @gobingogoi1756
    @gobingogoi1756 Год назад +1

    Krishna

  • @palasharandhara6300
    @palasharandhara6300 Год назад +1

    Krishna

  • @khitishdutta8002
    @khitishdutta8002 Год назад +1

    Krishna

  • @ranaaxom
    @ranaaxom Год назад +1

    কৃষ্ণ 🙏 অতি সুন্দৰ,,,,,, লগতে যোগাযোগ নম্বৰটো দিবলৈ অনুৰোধ জনালোঁ 🙏

    • @hirenbaruati1864
      @hirenbaruati1864  Год назад +1

      কৃষ্ণ কৃষ্ণ ‌নাম্বাৰ দিয়া আছে। 🙏🙏🙏🙏

  • @bhabanigogoi3278
    @bhabanigogoi3278 11 месяцев назад +1

    Super.

  • @SusilDutta-cf7jp
    @SusilDutta-cf7jp 4 месяца назад +1

    Kishna Kishna

  • @nirmaldeori4218
    @nirmaldeori4218 Год назад +1

    Jaya Hari Gobinda Narayana Krishna Ram Ram , Krishna 🙏🌷 Krishna 🙏🌷

  • @jitenborah7208
    @jitenborah7208 3 месяца назад +1

    অতি সুন্দৰ,

  • @tapansaikia9049
    @tapansaikia9049 Месяц назад +1

    কৃষ্ণ 🙏🙏

  • @PrakashLahon-om9im
    @PrakashLahon-om9im 5 месяцев назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @jyotshnasaikia9104
    @jyotshnasaikia9104 Год назад +2

    কৃষ্ণ কৃষ্ণ 🙏❤️🙏.... সুললিত কণ্ঠৰ সৈতে এক সুন্দৰ পৰিৱেশন....শুনিলেই শুনি থাকিব মন যায়🙏🙏🙏🙏

  • @nirmaldeori4218
    @nirmaldeori4218 Год назад +2

    Jai Krishna 🙏🌷 Krishna 🙏 🌷 Krishna 🙏🌷

    • @hirenbaruati1864
      @hirenbaruati1864  Год назад +1

      কৃষ্ণ কৃষ্ণ ।🙏🙏🙏🙏

  • @nirmaldeori4218
    @nirmaldeori4218 7 месяцев назад +1

    Jai shree krishna krishna krishna 🎉🎉🎉🎉🙏🙏🙏🙏

  • @nirmaldeori4218
    @nirmaldeori4218 Год назад +2

    O jaiya Hari Gopal Gobinda Krishna 🙏🌷

  • @junuborah2568
    @junuborah2568 6 месяцев назад +1

    Krishna Krishna 🙏🙏🙏

  • @ritwickgogoi6118
    @ritwickgogoi6118 6 месяцев назад +1

    Joy.guru.shankor

  • @ArunDihingia-j3m
    @ArunDihingia-j3m 7 месяцев назад +1

    Krishno Krishno aaponar nam prokhng iman homodhor ratipoaai abar honili monto bohot aanonodo lage krishno

  • @leenakalita1658
    @leenakalita1658 7 месяцев назад +1

    Krishna krishna 🙏🙏

  • @gitalineog930
    @gitalineog930 Год назад +1

    Krishna pranam Prabhu Krishna 🙏🙏🙏

  • @hemchandrahazarika5509
    @hemchandrahazarika5509 2 месяца назад +2

    🙏🙏🙏🙏

  • @nirmaldeori4218
    @nirmaldeori4218 Год назад +1

    Jai Hari Gobinda Krishna 🙏🌷 Krishna 🙏🌷 Krishna 🙏🌷

  • @digontoborah424
    @digontoborah424 Год назад

    আপুনি ভৱসাগৰ পাৰ হবৈ লগতেই আমাকো পাৰ কৰা উপায় দিলে আপুনাৰ নামে।