নাম প্ৰসঙ্গত হাত চাপৰি। ৰাগ ছন্দ কিমান যে স্বাস্থ্য সন্মত।।

Поделиться
HTML-код
  • Опубликовано: 19 окт 2024
  • নাম প্ৰসঙ্গ নবীন চন্দ্ৰ বৰা।। naam prakhong ।। naam kirtan ।।‪@nobinborah8327‬ #nobinchandraborah #নামকীর্তন #নামপ্ৰসংগ #naamprasanga

Комментарии • 33

  • @krishnahazarika4589
    @krishnahazarika4589 Месяц назад +1

    কৃষ্ণ,কৃষ্ণ

  • @ManuranjanChetia-oi6uq
    @ManuranjanChetia-oi6uq 2 месяца назад +2

    কৃষ্ণ

  • @NabinKachari
    @NabinKachari 9 дней назад

    পৰম কৃপালু বাপজনা আপোনাক শতকৌটি প্রনাম🙏🙏🙏🙏

  • @pranjoldutta7038
    @pranjoldutta7038 10 месяцев назад +2

    সচাঁকৈ অতি সুন্দৰ কথা ক'লে বাপ। কৃষ্ণ

    • @nobinborah8327
      @nobinborah8327  10 месяцев назад

      আপোনাৰ সুন্দৰ মন্তব্যত সচাকৈয়ে আল্পুত হলো। আপোনাকে প্ৰমুখ্য কৰি পৰিয়ালৰ সবাটিৰে কুশল কামনা কৰি প্ৰভু ভগৱন্তৰ শ্ৰী চৰণত প্ৰাৰ্থনা জনাইছোঁ।🙏

  • @debajanibaruah3105
    @debajanibaruah3105 2 месяца назад +2

    কৃষ্ঞ

    • @nobinborah8327
      @nobinborah8327  2 месяца назад

      কৃষ্ণ কৃষ্ণ 🙏💞

  • @purabibaruah2749
    @purabibaruah2749 4 месяца назад +2

    কৃষ্ণ🙏🙏

    • @nobinborah8327
      @nobinborah8327  4 месяца назад

      কৃষ্ণ কৃষ্ণ 🙏💞

  • @nivahazarika5939
    @nivahazarika5939 9 месяцев назад +2

    বৰ সুন্দৰ

    • @nobinborah8327
      @nobinborah8327  9 месяцев назад

      আপোনাৰ সুন্দৰ মন্তব্যত নথৈ আনন্দিত হলো। প্ৰভু ভগৱন্তই কুশলে ৰাখক।🙏

  • @AtulMedhi-gf9sx
    @AtulMedhi-gf9sx 28 дней назад +1

    Bhal lagil.

  • @birenboruah9751
    @birenboruah9751 3 месяца назад +1

    Very nice.

    • @nobinborah8327
      @nobinborah8327  3 месяца назад

      কৃষ্ণ কৃষ্ণ 🙏

  • @ajantaborah6687
    @ajantaborah6687 11 месяцев назад +2

    Very nice bakhya. So sweet. God bless you each and every moment❤🎉

  • @akhilgogoi1869
    @akhilgogoi1869 7 месяцев назад +2

    Krishna Krishna Krishna

  • @lilikhataniar7292
    @lilikhataniar7292 5 месяцев назад +2

    🙏🙏🙏

  • @activityconcept4662
    @activityconcept4662 7 месяцев назад +1

    আপোনাৰ পষ্টটোৰ প্ৰাসংগীকতা গ্ৰহণযোগ্য।

    • @nobinborah8327
      @nobinborah8327  7 месяцев назад

      সৰ্বপ্ৰথমে আপোনালৈ আমাৰ ভক্তি পূৰ্ণ সেৱা নিবেদিছো। আপোনাৰ সুন্দৰ মন্তব্যত সচাকৈয়ে আল্পুত হলো। আপোনাকে প্ৰমুখ্য কৰি পৰিয়ালৰ সমস্ত জনৰ কুশল কামনা কৰি প্ৰভু ভগৱন্তৰ শ্ৰী চৰণত প্ৰাৰ্থনা জনাইছোঁ।🙏

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 6 месяцев назад +1

    Krishna Krishna Krishna baap shwy nebadulu krishna

  • @bhadreswarbora7107
    @bhadreswarbora7107 Год назад +1

    Nice

  • @debensonowal2511
    @debensonowal2511 7 месяцев назад +2

    কৃষ্ণ বৰা বাপ, জয় জয়তে এই অধমৰ ভক্তি ভৰা প্ৰণিপাত গ্ৰহণ কৰিব । এই
    অধমে আপোনাৰ পৰা এটা কথা জানিব বিছাৰিছো । ভূল হলে ক্ষমা কৰিব । ১৮ খন পুৰানৰ ঠাইত ১৭ খন হ'ব লগিছিল নেকি বাৰু?

    • @nobinborah8327
      @nobinborah8327  7 месяцев назад

      কৃষ্ণ। আপোনাৰ সেৱা ভাগ শিৰে তুলি ললো। পুৰাণ আমি পোৱাত ১৮ খন। তাৰ হিচাপ ভাগ আমি একেবাৰে সহজ ভাৱে দিছো দেই বাপ।
      ম=২খন(মাকেণ্ডয় আৰু মৎস্য পুৰাণ)
      ভ=২খন(ভাগৱত পুৰাণ আৰু ভবিষ্যতপুৰাণ)
      ব্ৰ=৩খন(ব্ৰহ্ম, ব্ৰহ্মবৈবৰ্ত আৰু ব্ৰহ্মাণ্ড পুৰাণ)
      ব=৪খনা(বিষ্ণু,বায়ু,বৰাহ আৰু বামন পুৰাণ)
      অ=১খন(অগ্নি পুৰাণ) এই
      না=১খন(নাৰদীয় পুৰাণ)
      প=১খন(পদ্ম পুৰাণ)
      লিং=১খন (লিংগ পুৰাণ)
      কু=১খন(কুৰ্ম পুৰাণ)
      স্ক=১খন(স্কন্ধ পুৰাণ)
      গ=১খন(গড়ুৰ পুৰাণ) এইয়াই হৈছে মুঠ ১৮খন পুৰাণ। পুনৰ সেৱা জনাইছোঁ। কৃষ্ণ।

  • @NaranBorah-lr2yp
    @NaranBorah-lr2yp 6 месяцев назад +2

    বজৰ গুপীনিয়ে কি কৰিছিল ।

  • @dipjyotichannel1812
    @dipjyotichannel1812 6 месяцев назад +2

    কৃষ্ণ