Jaraa Krishna Vokto Noi Trader Mukhe Krishna kotha Bujte parben na,Hridoye Krishna Voktir Onuvuti Na Hole Keu Bhagawat Bujte Parben Na,Jemon MAA Baba Selere Buke Dhori Ki Shukh Pai
Prabhu, Apuni prathame Bedar Prabritti aru Nibritti ei dubidh dharma ki, ei dubidh dharmar antorgata karma ki ki, ei dubidh dharmar folafol ki bhaldore jani loi sastrar ukti boror bisar kariboloi anurodh janalo. Misate, ek saran namdharmi lok sakolok uddeswa kari mantabya karar praojan nai. Apuni Saiba panthio lok, saiba panthiya dharmat thoka lok sakolok Saiba dharma kiman nikhot bhabe palon kariba pari sei bisaye upadesh dile kamot ahibo.Misate , naam dharmi loksakolok ninda karar prayojan nai. Nohole, naam aporadhat poriba.Karon, Prakoti kahila tumi anose dharmak, Nokoila prakhyat kari Krishna kirtonak. Gatike, apuni Krishnar naam kirton dharma jitok Nibritti margar dharma buli kowa hoi sei dharmotok srestha kari dekhuwabo para nai, jito kam Narod munie kowar agoloike Biyas deve buji powa nasil.
Krishna Krishna provu xundror xewahe jonaisu
শুদ্ধ প্ৰামাণিক তথ্যৰসহ প্ৰকাশ কৰিব ।আন্তৰিক ধন্যবাদ
ঔঁ ।
সুন্দৰ আলোচনা ।শুদ্ধ সত্য উপস্থাপন কৰিছে ।দৈত্য দানৱ অসুৰ সলোক প্ৰকৃত শুদ্ধ সত্য বেদ ধৰ্ম ঈশ্বৰ ভক্তি কৰ্ম আচৰণৰ পৰা আতৰাই পাপী কৰি দুৰ্বল কৰি কলিৰ লোকক দৈত্য দানৱ অসুৰ বোৰৰ পৰা ৰক্ষা কৰিব নিমিত্তে কলিৰ আদিত মায়া আৰু ভক্তি ধৰ্ম যুক্ত অতি ৰহস্যময় মায়াময় সন্দেহজনক দুমুখীয়া স্ববিৰোধী বিপৰীতমুখী বিভ্ৰান্তকাৰী সূৰ্যপুৰাণ মহাভাগৱত ৰচনা কৰোৱাইছিল নাৰদৰ আজ্ঞাত ব্যাসৰ হতুৱাই ,যাতে কলিযুগত কোনো অসুৰ দৈত্য দানৱে সত্য শুদ্ধ বেদধৰ্ম ভক্তি কৰ্ম আচৰণ কৰি ঈশ্বৰক সন্তুষ্ট কৰি দৰ্শণ কৰি বৰ প্ৰাপ্ত কৰি অস্ত্ৰবল বাহুবল শক্তিশালী হৈ কলিৰ মনুষ্যক কলিযুগত নিৰ্যাতন কৰিব নোৱাৰে কাৰণ পাপমতি কলিত ঈশ্বৰে অৱতাৰ গ্ৰহণ কৰি ৰক্ষা কৰিব লগা যাতে নহয় এয়াই আছিল ৰহস্যময় মায়াময় ভাগৱতৰ উদ্দেশ্য যাতে ভাগৱতৰ উপদেশ মতে কলিৰ মনুষ্যই সত্য শুদ্ধ বেদধৰ্ম ভক্তি কৰ্ম ত্যাগ কৰি আতৰি অধৰ্মী হয় পাপমতি মলমতি কলিযুগ সাৰ্থক হয় এয়াই প্ৰকৃতিৰ সৃষ্টি ইালন সংহাৰৰ নিয়ম উদ্দেশ্য ।সেয়ে দুমুখীয়া স্ববিৰোধী বিপৰীতধৰ্মী ৰহস্যময় মায়াময় উপদেশযুক্ত ভক্তিধৰ্মৰ ভাগৱতৰ উপদেশত প্ৰভাৱত মতিভ্ৰম হৈ সত শুদ্ধ বেদধৰ্ম কৰ্ম আচৰণ ত্যাগ কৰি দুৰাচাৰ পাষণ্ড ভ্ৰষ্টাচাৰ ধৰ্ম আচৰি অধৰ্মী হৈ আত্মতুষ্টি লভি আছে ।বেদ পুৰাণ উপনিষত গীতা ভাগৱত কীৰ্তনঘোষাই সত্য শুদ্ধ ভক্তি কৰ্ম ধৰ্ম আচৰণ কৰিবলৈ উপদেশ দিয়াৰ পিছতো সত্য শুদ্ধ ভক্তি কৰ্ম ধৰ্ম আচৰণ উপদেশক ভুল বুজি ত্যাগ কৰিছে আনকো ত্যাগ কৰিবলৈ উচতাই আছে ।
শ্ৰীমদ্ভাগৱতৰ দ্বাদশ স্কন্ধত কৈছে --এৰিবে বেদ বিধি আচৰিবে পাপ যোৰ । এৰিবে আচাৰ ধৰ্ম বেদৰ বিহিত । কুলক্ৰিয়া একো নাথাকিবেক কলিত ।।
তপ জপ যোগ যত নিত্য কৰ্ম ।কৰিবাক লাগি আছে বৰ্ণাশ্ৰম ।।
অধৰ্মী দৈত্য দানৱ অসুৰ বোৰে বেদৰ বিহিত ভক্তি ধৰ্ম কৰ্ম ত্যগ কৰি ভ্ৰষ্টাচাৰ অধৰ্ম আচৰিব স্বাভাবিক ।অসমতো একাংশ অধৰ্মী দুৰাচাৰী পাষণ্ড পাপীয়ে বেদ বিহিত ভক্তি কৰ্ম ধৰ্ম ধৰ্ম নাশ কৰিবলৈ উঠিপৰি লাগি আছে ভাগৱত নামঘোষা কিৰ্তনঘোষা কৃষ্ণ শংকৰ মাধৱৰ ধৰ্মৰ নামত ।সিঁহতৰ শাস্ত্ৰৰ শ্লোক পদৰ অৰ্থ আৰু উপদেশ ভুল বিকৃত অপব্যাখ্যা কৰি মানুহক উচতাই পাপী কৰি আছে মুক্তি বৈকুণ্ঠৰ সপোন দেখুৱাই যি গীতাত শ্ৰীকৃষ্ণই বাৰণ কৰিছে তাকেই আচৰি আছে ।সিঁহতে জীৱিত মানুহৰ শ্ৰাদ্ধ পাতে হৰিনামেৰে পিণ্ড দিয়ে ধেৎ কিযে আচৰিত বিপৰীত অদ্ভুত নীতি কথা । মায়াবী ভাগৱতত থকা ঋষভ ঈশ্বৰৰ কথা সত্য শুদ্ধ কিন্তু স্বয়ং শ্ৰীকৃষ্ণই গীতাৰ এৰিয়তে দিয়া জ্ঞান উপদেশ মিছা ভুল অপালনীয় ।সিঁহতে শীকৃষ্ণক শংকৰদেৱক পৰমেশ্বৰ বুলি মানে কিন্তু গীতা কীৰ্তনঘোষাৰ জৰিয়তে দিয়া উপদেশ নামানে । অ অবশ্যে অসমত মাধৱদেৱ আৰু নামঘোষা থাকোতে কোন বিষ্ণু ,কোন ৰাম ,কোন কৃষ্ণ ,কি বেদ ,কি গীতা ,কি পুৰাণ ,কি কীৰ্তনঘোষা?মাধৱদেৱ আৰু নামঘোখাহে মুল প্ৰধান সত্য শুদ্ধ শ্ৰেষ্ঠ ।
Satyam Param Dhee Mohi 🙏Moi Apunar Lakha Comment bur pohu 🙏🙏🙏
ভগৱতে,ভাগভাগকৰিলে
খুব ভাল লাগিল ছাৰ, বহুত নজনা কথা জানিলো ।
সুন্দৰ ব্যাখ্যা
ভাল হৈছে ্ আগ বাঢ়ক
জয় শিৱ শঙ্কৰ
Bohut bohut bohut dhanyabad eman duniakoi clear korar babe
Bap apuni bohut bhal Kam korisa ❤
আপুনি ৰামায়ন,মহাভাৰত যুগৰ কথা কৈ আছে ।কলি যুগ ত হৰি নামেই
@@ranahazarika220 বৈদিক নীতি নিয়ম ত্যাগ কৰা জনকেই সনাতন ধৰ্ম গ্ৰন্হই ম্লেছ বুলি আখ্যা দিছে।যুগ ধৰ্ম্মও দৈত্যক পূণ্য কৰ্মৰ পৰা বিৰত কৰিবৰ বাবেহে ৰচনা। যাতে দৈত্য সকল স্বৰ্গ প্ৰাপ্ত কৰিব নোৱাৰে। বৈকুণ্ঠ আৰু জন্নত মায়াবীৰ গুৰুৰ ৰচনা বাক্য। বৈকুণ্ঠ আৰু জন্নত বুলিবলৈ কোনো স্হান নাই।
aikhini kotha babe dhoinobado❤
Thank you baba❤
ৰন্টু শৈকীয়া বাপ আট ধৰক আপুনিহে বলে পাৰিব
সদ গতি পালোঁ প্ৰভু। তযো আগত মৰিবো। চতক যুনিত মই মুকু ৰ্তি লভিবো। তুমি ও কৰিব মোৰ পিণ্ড জলাঞ্জলি।।দুই ভাই নিৰ্ম্মি লা বিস্তাৰ চিতা খান।পিণ্ড জলাঞ্জলি দিয়া সমপা দিল কাজ।।
তেতা যুগৰ মানুহৰ আয়ুস কাল কিমান,,আৰু কলি যুগৰ আয়ুস কিমান,,,কিমান জন ব্ৰাহ্মণে শুদ্ধ ঘিউৰে হোম কৰে ,,,হোম কৰাৰ ঘি কেনে ধৰণৰ হৱ লাগে বেদৰ মতে কওক ,,,750. টকাৰ ঘিউ আৰু হোম কৰা ঠাই চহাই হাল বাই বাই যানো,,জনক ৰজাই যঞ্জ কৰিৰৰ বাবেই 12বছৰ হাল বাই শোধন কৰিছিল,,পৰম ব্ৰহ্ম ক জনা বামুণ কেইজন আছে। পিন্দ দানৰ পিছত শ্ৰাদ্ধৰ সময়ত গীতা পাঠ কিয় কৰা হয় ....গীতাৰ্ একশৰণ ধৰ্মৰ বিষয়ে কওক,,মোকে মাত্ৰ পুজা ,,ন বিধ ভক্তিৰ আধাৰত আপুনি পূজক। সহজ হৰি নাম ধৰ্ম,,,শংকৰদেৱ গুৰুজনাই কোনো বেলেগ ধৰ্ম প্ৰচাৰ কৰাৰ নাছিল,,গুণমালা পুথিখন ভাল দৰে চাব ,,ইটো বিতোপন ধৰ্ম সনাতন, আকেসে কীৰ্ত্তন কৰে সাধুজন ,,,মানুহক মতিভ্ৰম নকৰিব , আপোনাৰ দৰে মানুহৰ বাবে নমামি বৰাক ব্ৰহ্মপুত্ৰ পাতি চৰাকাৰে কৌটি কৌটি ৰাইজৰ ধনৰ শৰাধ কৰিলে,মনত ৰাখিব আপোনাৰ মানসিক অৱস্থাৰ পৰিৱৰ্তন হৈছে চিকিৎসকৰ পৰামৰ্শ লওক,,,হিন্দুসকলৰ কোনে কি পন্থা লৱ নিজে কৰিব,,নিস্ফল হলে মোৰ দৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ ধৰ্ম গ্ৰহণ কৰিব
আমেৰিকা যুক্তৰাষ্ট্ৰত লক্ষী পূজা নচলে । কিন্ত আমেৰিকা কেনেকৈ বিশ্বৰ আটাতকৈ ধনী ৰাষ্ট্ৰ হ'ল তাক বাখ্যা কৰিলে ভাল পাম ।
মানুহ ক পক্ষী য়েও দিলেও নোম নলোৰে ।বিষ্ণু পুৰাণ চা লে বুজিব।।।।।।।।।।।।
হে মহান মাধৱ গুৰু জনৰ প্ৰথম চৰিএ আপোনাৰ গাত দেখা গৈছে ভাল গুৰু ওচৰ চাপক।
Krishna.bap
ৰাম কোন যুগৰ ..যুগৰ ধৰ্ম কি
@@RatulBorah-xk6irৰাম কোন যুগৰ?এই প্ৰশ্ন কৰাৰ আগমূহুৰ্তত এইটো উত্তৰ দিয়ক যদি ৰাম এক্স প্ৰাইড টেবলেট হয় তেন্তে কলিযুগত ৰাম বুলি কিয় চিঞৰি মৰিছা?
হৰি কীৰ্তনেসে জানা মহাফল সমস্তৰে হৰৈ পাপ । তাত ব্যতিৰেকে যত আন কথা সমস্তে মিছা প্ৰলাপ ।।
ভাত খালেও পেট ভৰে দালি চব্জি কিয় লাগে ? ৰামো মিছা হল ,অৰ্জুনো মিছা হল ,গীতাৰ জ্ঞানও মিছা হল।
তথাপিও গায় কি বুলি
শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। জ্ঞানৰ প্ৰয়োজন এনেই উত্তম বুলি গালেই হব।
Kheye niyakar esrr rup nai babe guru jone murti puji.b nidi vagobt bohai thoi gol
Apuni hot goti powek
Bap ram tetat jonmo loi boisnobi debik koisil kolit kolki hoi jnm loi tumak biya patim
আ.মাক.কুকুৰা.গাহৰি.মিৰিকামাছ.শিঙি.মাছ.কি.কাৰনত.খাব.দি আ. না ই
কি মাছ আৰু কি মাংস খাবলৈ দিছেনো
Tumi dhyno probhu...
Jaraa Krishna Vokto Noi Trader Mukhe Krishna kotha Bujte parben na,Hridoye Krishna Voktir Onuvuti Na Hole Keu Bhagawat Bujte Parben Na,Jemon MAA Baba Selere Buke Dhori Ki Shukh Pai
কৃষ্ণক জানেন কিন্তু কৰ্ম চাৰবেননা
@@updeshmala2737 🙏🙏🙏
Putra bhaile pitrir dibaka lage pinda-ei pod towe bedar prabritti margar lok sakalor babehe orthat ji sakole anya dev devatar puja upasana kore.
Akou, Eswarak bhajile howe mohor pinda dan-ei pod towe bedar nibritti margar loksakolok bujaise. Karon nibritti margat bhagawanor nam kirtonor bahire eko nai.
Gatike, sastrar byakhya korote Bedar dubidh dharmar nirapekhya bisar prayujon.Nohole, Biysar dore moh aru asantit bhugibo lagiba.
সাংখ্য যোগী আৰু কৰ্মযোগী দুটা ভাগ আছে। পুত্র ভাৰ্য্যাৰ লগত ৰং ৰেলিয়া কৰি সংখ্যযোগী হলো বুলি অহংকাৰ কৰি সমাজ বিনষ্ট কৰা সকল নানা প্ৰবৃত্তি মাৰ্গৰ নাহি নিবৃত্তিৰ মাৰ্গৰ। অসমত সাংখ্য যোগী এজনো নাই। গতিকে সমাজৰ মাজত ধৰ্মৰ নাটক কৰি অসমীয়াৰ ঐক্যতাক বিনাশ নকৰিব। প্ৰবৃত্তি আৰু নিবৃত্তিৰ সকলোকে মিলা প্ৰীতিৰে থাকিবলৈ দিয়ক। যদি নিজকে সাংখ্য যোগী বুলি ভাৱিছে ঘৰ সংসাৰৰ মায়া পুত্ৰ ভাৰ্য্যাৰ আশা পৰিত্যাগ কৰি দেখুৱাওঁক। পাৰিবনে? 0:01
অৰ্জুনক কৃষ্ণই প্ৰবৃত্তি মাৰ্গৰ বিষয়ে জ্ঞান দিছিলনে নিবৃত্তি মাৰ্গৰ জ্ঞান দিছিল। অৰ্জুনে কিয় পিণ্ড তৰ্পণ শ্ৰাদ্ধ কৰিছিল?
Prabhu, Apuni prathame Bedar Prabritti aru Nibritti ei dubidh dharma ki, ei dubidh dharmar antorgata karma ki ki, ei dubidh dharmar folafol ki bhaldore jani loi sastrar ukti boror bisar kariboloi anurodh janalo.
Misate, ek saran namdharmi lok sakolok uddeswa kari mantabya karar praojan nai.
Apuni Saiba panthio lok, saiba panthiya dharmat thoka lok sakolok Saiba dharma kiman nikhot bhabe palon kariba pari sei bisaye upadesh dile kamot ahibo.Misate , naam dharmi loksakolok ninda karar prayojan nai. Nohole, naam aporadhat poriba.Karon,
Prakoti kahila tumi anose dharmak,
Nokoila prakhyat kari Krishna kirtonak.
Gatike, apuni Krishnar naam kirton dharma jitok Nibritti margar dharma buli kowa hoi sei dharmotok srestha kari dekhuwabo para nai, jito kam Narod munie kowar agoloike Biyas deve buji powa nasil.
আপুনি প্ৰথমে পুত্র ভাৰ্য্যা ত্যাগ কৰিব পাৰিছেনে নাই সেইটো স্পষ্ট কৰক।
Joto jibo Toto Hibo Bap Jonai bule Doshrath Ram a Mas Mankho khaisil Apunalukau khabo
দশৰথে হৰিণা বুলি শ্ৰৱণক মাৰিছিল কিয়? হৰিণা চিকাৰ কৰাৰ উদ্দেশ্য কি আছিল? জীৱ হত্যা মহাপাপ বুলি দশৰথে জনা নাছিল নেকি?
ৰামে মৃগ মাৰিবলৈ কিয় যায়?
hinduor pouranik dharma sanatan hoi...
jai Mahadev
@@MyGallerysyt Apunar Kothan Satyo 🙏🙏🙏
যি নিৰামিষ হয় নিৰামিষ ভাৱেই কৰ্ম কৰক যি আমিষ ভাৱেই কৰিব। কিন্ত নিজৰ ভিতৰত যাতে মতভেদ নকৰে। কোনোবাই যদি এৰিব পাৰে ভাল কথা।
Eia sundar biyakhya nohoi, bhul biyakhya.
কিহত ভুল বুলি ভাৱিলে ? যুক্তি দিয়ক।আপুনি পুত্ৰ ভাৰ্য্যা ত্যাগ কৰিব পাৰিছেনে নাই সেইটো স্পষ্ট কৰক। আপুনি আশা আকাংক্ষা ত্যাগ কৰিছেনে নাই স্পষ্ট কৰক।
হয় ।যিজে ঈশ্বৰ বিষ্ণু ৰাম কৃষ্ণক বেদ পূৰাণ গীতা ভাগৱত শংকৰদেৱক কীৰ্তনঘোষাক নামানে বিশ্বাস নকৰে তেনে লোকৰ বাবে চন্দ্ৰমোহন শৈৱ প্ৰভুৰ ব্যাখ্যা সুন্দৰ নহয় ভুল এয়া শুদ্ধ ।বিষ্ণু ৰাম কৃষ্ণ শংকৰদেৱক ভজি বিষ্ণু ৰাম কৃষ্ণ শংকৰদেৱৰ উপদেশক অৱজ্ঞা কৰা সকলোৰ বাবে শ্ৰাদ্ধ পিণ্ড দান ব্ৰত কৰা ভুল ।
খুব ভাল লাগিল ছাৰ, বহুত নজনা কথা জানিলো ।