মন্ত্ৰী ৰণোজ পেগুৰ সন্মুখত গৰজি উঠিল শৃংখল চলিহাৰ বজ্ৰকণ্ঠ

Поделиться
HTML-код
  • Опубликовано: 11 сен 2024
  • সকলোৱে মোক মাৰিম-মাৰিম, কাটিম-কাটিম কৈ আছে, মোৰ PSO ক’ত মন্ত্ৰী ৰণোজ পেগু?মোৰ ওপৰত গোচৰ দিয়াজনক দুজন PSOদিলে,মোৰ PSO ক’ত মন্ত্ৰী ৰণোজ পেগু?আমাৰ সৰলতা,সহণশীলতাক আপোনালোকে দুৰ্বল বুলি নাভাৱিৱ।মন্ত্ৰী ৰণোজ পেগুৰ সন্মুখত গৰজি উঠিল শৃংখল চলিহাৰ বজ্ৰকণ্ঠ

Комментарии • 22

  • @kamaldeka1662
    @kamaldeka1662 22 дня назад +9

    ধন্যবাদ শৃশল চলিহা। থলগিৰি খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত অসম ভিত্তিত এটি সংগঠনৰ আৱশ্যক হৈছে।

  • @user-lm3pt6ik8d
    @user-lm3pt6ik8d 22 дня назад +13

    সুন্দৰ সত্য আৰু সাহসী মন্তব্য

  • @kangkanmedhi
    @kangkanmedhi 22 дня назад +11

    ধেমালি নহয় এনে এগৰাকী নেতা হোৱাটো। প্ৰণাম🙏🙏🙏🙏

  • @kanakdas8549
    @kanakdas8549 21 день назад

    দুৰন্ত সাহস, তথ্যপূৰ্ণ যুক্তি আৰু সাৱলীল বক্তব্যৰ বাবে ধন্যবাদ জনাইছোঁ।

  • @DipjyotiDeka-qp5wv
    @DipjyotiDeka-qp5wv 22 дня назад +4

    অকল শিৱসাগৰ ৰ খিলঞ্জীয়া মানুহৰ কাৰণে নহয় গোটেই অসমৰ কথা কলে ভাল হয় শিৱসাগৰ তে অকল খিলঞ্জীয়া মানুহ নাই আমিও আছোঁ আমাকো মনত ৰাখিব আমিও আছোঁ সদায় আপোনালোকৰ লগত অলপ সুযোগ পালে আমিও ওলাই যাব পাৰোঁ আজি শিৱসাগৰত হৈছে কালি আমাৰ ইয়াতো হব পাৰে কোনে জানে গোটেই অসমৰ কথা কলে ভাল পাম জই আই অসম 😊

  • @BeautiGogoiBaruah
    @BeautiGogoiBaruah 22 дня назад +3

    💯 carrect

  • @manobDeka
    @manobDeka 22 дня назад

    জয় আই অসম❤❤😊😊

  • @user-dy5ql2kf4x
    @user-dy5ql2kf4x 22 дня назад +1

    Good

  • @lakhinandansaikia5327
    @lakhinandansaikia5327 22 дня назад +2

    Ami asu,sai asu

  • @Rakeshyein-l2v
    @Rakeshyein-l2v 22 дня назад +3

    Very very good comen

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 22 дня назад

      শিল সাঁকো, খানাপাৰা,লাইকা দধীয়া,আমচাং আদি ত বসবাস কৰা খিলনজীয়াক ভূমি অধিকাৰ দিব লাগিব ই ।

  • @BhaskarPatir-dp3em
    @BhaskarPatir-dp3em 22 дня назад

    ❤❤

  • @rajdeepgogoi7043
    @rajdeepgogoi7043 21 день назад

    🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @jugalsonowal9065
    @jugalsonowal9065 22 дня назад

    শৃংখল‌ চলিহাই যদি ভাল কাম কৰিছে তেতিয়া হলে পি এচ কিয়লাগে

  • @user-ml9to2ei6l
    @user-ml9to2ei6l 22 дня назад

    Gutei akhomkhontei ai ai ain lage

  • @pallabdas9677
    @pallabdas9677 17 дней назад

    Moi aasu

  • @dekadoley1987
    @dekadoley1987 21 день назад

    Why do you want of PSO ?
    Any reason ?

  • @pallabisaikia3437
    @pallabisaikia3437 21 день назад

    Very very good comen

  • @KhagenKhagen-mz8fe
    @KhagenKhagen-mz8fe 21 день назад

    Good

  • @pallabdas9677
    @pallabdas9677 17 дней назад

    Good

  • @chandrahazarika7437
    @chandrahazarika7437 22 дня назад

    Good