Это видео недоступно.
Сожалеем об этом.

একেবাৰে কম মূ্লধনেৰে ব্যৱসায় Start কৰাৰ উপায় l Start Your Own Business l Schemes And Benefit l Earn

Поделиться
HTML-код
  • Опубликовано: 25 окт 2022
  • My contact details
    For email- pranjal.pratim17@gmail.com
    For instagram- prranjalphazarika

Комментарии • 548

  • @rituparnahazarika9268
    @rituparnahazarika9268 Год назад +151

    আপুনি কোৱা কথাবোৰ শুনি বৰ ভাল লাগিল, কিন্তু বেংকত গলে আমাক পাত্তাই নিদিয়ে। চৰকাৰে কৈ থাকে যে ব্যৱসায়ী আৰম্ভ কৰক, কিন্তু বেংকত গলেহে আছল ৰহস্য পোৱা যায়। বহুত অসমীয়া লৰাই টকাৰ অভাৱত বেংকত লোণ নাপাই অসমত বাহিৰত থাকিব লগা হৈছে। তাৰ সম্পূৰ্ণ জলন্ত উদাহৰণ মই, ৭ টা বেংকত ঘূৰিলো কোনেও লোণ নিদিয়ে।

    • @PrranjalPHazarika
      @PrranjalPHazarika  Год назад +39

      মই সেইবাবেই chairman ৰ number ৰাজহুৱা কৰি দিছো,এইবাৰ Bank এ নাটক কৰিলে Direct Complain দিব…❤️❤️❤️

    • @abhinash135
      @abhinash135 Год назад +4

      Ekdom thik kotha koise apuni. Idea amar manuhor bht ase kintu bank r kakh sapilei bank r bahana uport bahana. Odorkari kagoj potro bisaribo kintu idea aru loan t guruoth nidiye bank e.

    • @rituparnahazarika9268
      @rituparnahazarika9268 Год назад +3

      @@PrranjalPHazarika ধন্যবাদ ।

    • @assamview7556
      @assamview7556 Год назад +3

      @@PrranjalPHazarika thank you prranjal daa

    • @ayurvedawithtrishna144
      @ayurvedawithtrishna144 Год назад +3

      Great and salute prranjal...

  • @nirupamabaro7604
    @nirupamabaro7604 Год назад +29

    সচৰাচৰ মই youtuber ৰ ভিডিঅ দেখিলে মাথাটো গৰম হৈ যায়। আপোনাকেই প্ৰথম দেখিলো যিয়ে সস্তীয়া বিষয় বস্তু নলৈ জনকল্যাণৰ হকে মূল্যবান বিষয় বস্তুৰ আলোকপাত কৰিছে। ধন্যবাদ দাদা।

  • @dipankarpathak2290
    @dipankarpathak2290 Год назад +2

    বহুত দৰকাৰী বা লাভদায়ক জানকাৰী। আজিৰ RUclips ৰে যেন ধৰিলওক riding videos, joirney videos আৰু যিটি ভিদিও বনাই থাকে তাতেকৈ বহু গুণে শ্ৰেষ্ঠ। লাগি যাওক সৰ্বসাধাৰণৰ বহু উপকৃত হ'ব।

  • @kushaldeka7783
    @kushaldeka7783 Год назад +11

    কিশোৰ দাৰ কথাখিনি বহুত ভাল লাগিল। প্ৰাঞ্জলদা লৈও বহুত ধন্যবাদ ইমান ধুনীয়া এটা vedio দিয়া বাবে।

  • @NMahantavlogger
    @NMahantavlogger Год назад +5

    বহুত ভাল লাগিল।
    আপোনাক ধন্যবাদ ।
    নজনা কথা আপুনি উপস্থাপন কৰাৰ বাবে আৰু নিশ্চয় উপকাৰ হব ইচ্ছুক ব্যাক্তিসকল

  • @deoriassam8979
    @deoriassam8979 Год назад +1

    ছাৰ জনৰ কথা বোৰ শুনি বহুত ভাল লাগিল

  • @kabitadeka5329
    @kabitadeka5329 Год назад +9

    ধন্যবাদ দাদা। আগবাঢ়ি যাবলৈ প্ৰেৰণা 🙏🏿🙏🏿🙏🏿 মোক চাকৰি নালাগে, বিচৰাওঁ নাই কেৱল মোৰ ব্যৱসায় ভাল লাগে সেইবাবে এম.এ পাছ কৰি সৰু দোকান এখন দি চলি আছো। ক্ষুদ্ৰ উদ্যোগ এটা গঢ়া সপোন পূৰন হোৱা হয় ।🙏🏿🙏🏿

  • @milandas3763
    @milandas3763 Год назад +5

    দাদা আপুনি খুব ধুনীয়া আৰু মূল্যৱান ভিক্তি এটি দাঙি ধৰিলে, কিন্তু Dicc office ত যেতিয়া লোন দিব বুলি আবেদন পত্ৰ লয় তেতিয়া ছেটিং থকা মানুহ খিনিৰ নাম প্ৰকাশিত হয় । মই নিজে বামুনীমৈদামত থকা DICC office কেইবাবাৰো হাবাথুৰি খালো । আৰু অন্যহাতে বেংকৰ পৰা লোন মেনেজ কৰাতো বহুত দুৰৰে কথা ।

  • @KoushikBhuyan-k5r
    @KoushikBhuyan-k5r 14 дней назад +1

    Sir apunar videos sai bohut val lagil aru lgote amar Prranjal da & apunak mur falor pora 🫡🇮🇳🫶. Thank you so much❤😊.

  • @renumahanta2093
    @renumahanta2093 Год назад

    ভাল লাগিল। সুবিধা বহুত আছে সজাগতাৰ প্ৰয়োজন। এনে video বাবে দোয়োজনকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।

  • @nurhussain4565
    @nurhussain4565 Год назад

    মানসিকতাৰ অভাৱ sir amar অসমত @@@ভাল।লাগিল আপোনাৰ কথা বোৰ

  • @manashphukon1794
    @manashphukon1794 Год назад +4

    বিষয়া হলে এনেকুৱা হব লাগে। বহুত ভাল চিন্তা ধাৰা। salute you.( মোৰো pmegp আঁচনিৰ দ্বাৰা এটা ডাঙৰ উদ্যোগ চলি আছে।)

    • @anytv2358
      @anytv2358 Год назад

      Mohakhoy, ki company khulise, aru poisa kenekoi pale, aply moiu korisilu

    • @ranjitdream7296
      @ranjitdream7296 Год назад

      Dada apuni kaneka lone pala plz jonaba moi bank r manager loft kotha patilu kunu lone buli kola

    • @gautambazbaruah5721
      @gautambazbaruah5721 Год назад

      লোণ টু কেনেকৈ ললে কব চুন অনুগ্ৰ কৰি মই ও সৰু সুৰা বেবষায় কৰি আছো

    • @durlavdas8122
      @durlavdas8122 Год назад

      dada aponi kenekai pale alp kabo nke baa ph no to dibo alp ktha patilo hy

  • @nkiiborah6499
    @nkiiborah6499 Год назад +2

    সুন্দৰ বিষয় চৰ্চা।

  • @dipendas3311
    @dipendas3311 Год назад

    মুখেৰে কৈ দিয়াটো সহজ.....কিন্ত "প্ৰেক্টিকেল" হাজাৰ গুণ দূৰত.....বেংকত লোণ কোনো পধ্যেই নিদিয়ে...বেংকত লিলিমাই বহুত.... মাটিৰ পত্তা নাই দুখীয়া মানুহ আমোক তামোক বহুত কথা......

  • @DS1million405
    @DS1million405 Год назад

    Aponar ktha khini bhut Val lagil jeneke ata business ktha apuni koise teneke ajiloi bhut bisariso kin2 ako xubidha powa nai

  • @khyamrajgautam249
    @khyamrajgautam249 9 месяцев назад

    Dhanyabad dada..nissay jogajog karim

  • @sidahazarika4502
    @sidahazarika4502 Год назад +2

    বৰ সুন্দৰ কথা ৷ মই সৰুকে কৰি আছো ৷চৰকাৰী সুবিধা পালে আৰু আগবাঢ়িব পাৰিম

  • @harishtalukdarvlog245
    @harishtalukdarvlog245 Год назад +3

    কথাবোৰ কবলৈ শুনিবলৈ ভাল। লোনৰ পিছত দৌৰি দৌৰি ভাগৰি পৰিলোঁ। বেংকৰ বাহানা শেষেই নহ'ল।

  • @gopeshhaloi6394
    @gopeshhaloi6394 Год назад +1

    ধন্যবাদ তথ্য খিনি শুনি ভাল পালো

  • @d.k.baruahvloge4424
    @d.k.baruahvloge4424 Год назад +1

    কথা খিনি শুনি বহুত ভাল লাগিছে,,

  • @bhobengogoi7335
    @bhobengogoi7335 Год назад +2

    Apunar khothabur huni khub val lagil. 🤚🤚🤚

  • @beautiboro7318
    @beautiboro7318 Год назад +1

    সুন্দৰ শুনি ভাল লাগিল।

  • @kalpanaborah3219
    @kalpanaborah3219 Год назад +1

    বহুত ভাল information দিছে। ভাল লাগিল চাই। ধন্যবাদ ।

    • @satyajitbaruah4735
      @satyajitbaruah4735 Год назад

      ধন্যবাদ ছাৰ । মই আপোনাক লগ পাব বিছাৰিছো

  • @nabakantasarmah8376
    @nabakantasarmah8376 Год назад +1

    নিজৰ পকেটৰ টকা খৰছকৰি ট্ৰেইনিং লৈ আহক পশুপালন বা অন্য প্ৰকাৰৰ তাৰ পিছত বেংকত গৈ গাওঁৰ ৰাষ্টাৰ কাষৰ মাটিৰ আজিৰ দিনৰ বজাৰ মুল্যয়ন গেৰেন্টৰ এফিটিবিট কৰ্টৰদলিলৰ খৰছ নাৰ্বাদৰ চাবছিদি আছে নে নাই তাৰ পিছত বেংকে নিৰ্ধাৰন কৰিব আপুনি ঋণ পৰিশোধ কৰিবলৈ সক্ষম হয়নে নহয় মানে এক কথাত কবলৈ গলে মাকৰ জন্মৰ আগতে সন্তানৰ জন্ম । বেংকে সহজতে ঋণ নিদিয়ে

  • @jayantagogoi271
    @jayantagogoi271 Год назад

    বহুত ভাল লাগিল কথা বোৰ শুনি

  • @mamonipator7640
    @mamonipator7640 Год назад

    Khub dhunia kothabur koise, xasa kotha, dhanyabad

  • @RikuTapanTopics
    @RikuTapanTopics Год назад +1

    সময়োপযোগী বাৰ্তা……… ভাল লাগিল………

  • @lokabandhukakati-z1i
    @lokabandhukakati-z1i 6 месяцев назад

    নমস্কাৰ, সন্মানীয় প্ৰাঞ্জল প্ৰতীম ডাঙৰীয়া মহাশয়,
    মোৰ নাম লোকবন্ধু কাকতি, বুঢ়াগাঁও, দৰং জিলা। মই ব্যৱসায় কৰিবলৈ আগ্ৰহী কিন্তু মোৰ সাচতীয়া ধন হাতত নাই আৰু ঘৰখন চলোৱাৰ অসুবিধাৰ বাবে মই কোনো ইন্টাৰপ্ৰিনাৰশ্বিপত অংশগ্ৰহণ কৰিব পৰা নাই। আপোনাৰ পৰা সু-দিহাপৰামৰ্শ পাম বুলি আশা কৰিলো।ধন্যবাদ।

  • @gaganbarman9793
    @gaganbarman9793 Год назад

    Khub xundar kotha koise

  • @minaramsaikiasaikia-pf4hv
    @minaramsaikiasaikia-pf4hv Год назад

    Waw great ....kothabur jni bor vl lgil ...imn dhuniyakoi bujai kuya babe thank you 🙏

  • @dibasvlog1546
    @dibasvlog1546 Год назад +1

    কিশোৰ দাৰ সহিতে প্ৰাঞ্জল তোমাকো শুভেচ্ছা জাছিলো উক্ত গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰাৰ বাবে। উদ্যোগ এটি খোলাৰ ক্ষেত্ৰত আমি মই আগ্ৰহি কিন্ত আৰ্থিকভাৱে দুৰ্বল বাবে আগবাঢ়িব নোৱাৰো। প্ৰাঞ্জল তোমাৰ এই মাধ্যমৰ যোগেদি অসমত সৰ্বাধিক উদ্যোগ খুলাৰ বাবে উদ্যোগীৰ যোগান ধৰা। তাৰে এজন সৰু উদ্যোগী হম তোমাৰ, কিশোৰদাৰ সহায় পালে। ধন্যবাদ।

  • @monujgogoi8250
    @monujgogoi8250 Год назад +1

    Val upostapon sir vl lagil bohutu njona kotha janilu .

  • @tankabasnet9407
    @tankabasnet9407 Год назад +1

    সুন্দৰ নিদৰ্শন

  • @purnakantaboruah1700
    @purnakantaboruah1700 Год назад

    Val lagil kotha bur buji

  • @mrigankarnath4320
    @mrigankarnath4320 Год назад +1

    First of All Thank you Very much Prranjal Da.
    Moi Aikhini Katha janibar karane ghuri aasilu. Vaal dare Buji puaa nasilu.
    Aapunar ai video pora moi bahut help palu.
    Thank you Again.

  • @dipankarbori740
    @dipankarbori740 Год назад

    Kotha Butura bur Huni, Gom pai Vaal lagil, Dhonyobad🙏 2yu bikhisto gorakiloy

  • @dilipdas8112
    @dilipdas8112 Год назад

    ভাল লাগিল এনেকোৱা ভিডিও দি থাকিব

  • @hemalatasaikiagogoi6002
    @hemalatasaikiagogoi6002 Год назад +1

    ভাল লাগিল কিন্ত সহজে হোৱা তো হলে ভাল।

  • @anitalama2504
    @anitalama2504 Год назад

    Upadhyaya sir bohut val ghyan budhi diyar babe dhanyabad

  • @pranjalsaikia7163
    @pranjalsaikia7163 Год назад +2

    Dhuniya kotha koise apuni sir

  • @zyotishmoyborah8582
    @zyotishmoyborah8582 Год назад

    Kishore Sir k khubei val lagil. Anekua ajon officer , chairman paboloi khubei kothin.

  • @zkhajonghajong1077
    @zkhajonghajong1077 Год назад

    Dadai bohut bhal kotha koise

  • @amritphukon5897
    @amritphukon5897 Год назад

    Alopu scrip nakarake salu eman lamb ata video ..bhut Val lagil..

  • @prakashboro1559
    @prakashboro1559 Год назад +1

    Bhal lagil.. Bohut kotha gom palu

  • @arupthakur1378
    @arupthakur1378 Год назад

    D.I.C.গোলাঘাট ৰ পৰা মোৰ running ব্যৱসায়ৰ বাবে scheme বনাই loan দিবৰ বাবে sbi লৈ forward কৰাৰ পিছত বেংকে মোক mortgage বিচাৰি দৌৰাই মোক বেংকে কেৱল harrasment ৰ দিলে dic office ৰ meeting ত ভাষনদিয়া বেংকৰ officer এজনে পাছত ফোন receive নকৰা হ'ল।আপোনালোকে দৰমহা কেইটাৰ কাৰণেহে কেৱল ভাষন মাৰিছে।নিৱনুৱাক লৈ আপোনালোকৰ দৰমহা কেইটাৰ মুকলি হৈছে।

  • @bikashsaikia207
    @bikashsaikia207 9 месяцев назад

    Hundor...

  • @Dipshikha56
    @Dipshikha56 9 месяцев назад

    ধন্যবাদ ছাৰ আপোনাৰ পৰা কথা বোৰ জানিবলৈ পাই সুখী হলো কিন্তু আপুনি কোৱাৰ দৰে বেংকত গলে সেই সুবিধা কণ পোৱা নাযায় মোৰ ক্ষেত্ৰত এনেকুৱা হৈছে বৰ্তমান মই সৰু ব্যৱসায় এটা কৰি আছো ব্যৱসায় টো ডাঙৰ কৰিবলৈ stand up India loan টো কৰিবলৈ বেংকত গৈ ভাগৰি পৰিছো বেংকৰ পৰা একো উত্তৰ নাপাও। অনুগ্ৰহ কৰি এই loan কৈনেকৈ কৰিব পাৰি জনালে সুখী হ'ম ।

  • @ashutoshborah7184
    @ashutoshborah7184 Год назад +1

    Really bohut bhal lgil.hokolu vedio saw apunar pranjal da

  • @sushilborah5028
    @sushilborah5028 Год назад

    Hoi, sir apunar dorei inspiring personnel aziloike puwa nasilu. Gatike apunar baktabbiya xhuni xhasai huxi hoisu. Agoloi apunak lag puwar param ischaa thakil. Dhaniyabaad sir.

  • @nayandoley8952
    @nayandoley8952 Год назад

    বহুতো ভাল লাগিল , ধন্যবাদ চাৰ ।

  • @priyovlogs691
    @priyovlogs691 Год назад

    Bohut vl kotha koise huni mon sui gol dada jikhini kotha koise ekdom right

  • @supratimdutta2827
    @supratimdutta2827 Год назад

    Bikhoya jonor kotha khini xuni bhal lagil. Dhanyobad

  • @pranjalgogoi7745
    @pranjalgogoi7745 Год назад

    বহুত ভাল লাগিলে কথাবোৰ জানি 🙏

  • @paranborah1558
    @paranborah1558 Год назад +1

    খুব ভাল লাগিল কথাখিনি জানিবলৈ পায়🙏

  • @phuleswarrzbnc8003
    @phuleswarrzbnc8003 Год назад

    ককাই আপোনৰ ভিদিও বোৰ মোৰ প্ৰায়ে চাওঁ বহুত ভাল লাগে ।

  • @antonidutta9954
    @antonidutta9954 Год назад +1

    আছে,মূদ্রা লোণ এপ্লাই কৰিবলৈ ম‌ই য়ে গৈছিলো,কিন্তু বেঙ্কৰ মানুহ যাব বুলি কৈ পঠিয়াই দিলে।আজিলৈকে কিন্তু নাহিল😢

  • @hemantabora1949
    @hemantabora1949 Год назад +1

    ছাৰ আপোনাৰ কথাবোৰ শুনি আৰু চৰকাৰৰ নিবনুৱা সমস্যা সমাধান কৰিবলৈ লোৱা আঁচনিবোৰ সকলোৱে জনাকে পচাৰ কৰিছে তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো।।কিন্তু আমি গাঁওৰ সাধাৰণ নিবনুৱা যুৱকে কিয এই সুবিধা লাভ কৰিবলৈ সক্ষম নহয় জনাবছোন ছাৰ।।।

  • @sukumarbaishya8549
    @sukumarbaishya8549 Год назад +1

    Dada moja lagil.. Anekuwa informative video lage.

  • @ujjnyn
    @ujjnyn Год назад

    সুন্দৰ, ভাল লাগিল

  • @sagarbaishya406
    @sagarbaishya406 Год назад

    Bohut hikilu video tu Sai...thnx Pranjal...akn publicly dorkar ase kintu ei uror....manuhe jate gom pai.

  • @sahalamchoudhury6329
    @sahalamchoudhury6329 Год назад

    ভাল লাগিলে আপোনালোকৰ দিহা পৰামৰ্শ বোৰ শুনি।

  • @babulgogoi9943
    @babulgogoi9943 Год назад +1

    Dada bohut informative video... Bohut bhal lgl

  • @bijoypachung1054
    @bijoypachung1054 Год назад +1

    Thank you dada bohud nojona kotha janilu

  • @farukuniquestudio1753
    @farukuniquestudio1753 Год назад

    Manufacturer idea muk bohut val lage...muk jodi kunu ba olop guide korile hoi. ...apunar kotha huni bohut val lagil...aru apunar logot kotha patim....

  • @deepgogoi6832
    @deepgogoi6832 Год назад +9

    কথাবিলাক একদম সঁচা, পিছে বহুত ভাল ভাল প্ৰজেক্টও যদি আপুনি বেংকৰ ওচৰত নিয়ে আৰু যিটো প্ৰজেক্টত আপুনি নিজৰ মূলধন অনুসাৰে ভাল লাভ কৰি আছে আৰু bank ক ৫০লাখ, ১ কোটি টকাৰ সহায় বিচাৰে detail project ৰ হৈতে তেন্তে bank-বোৰে আপোনাক কয় যে ৫০ লাখ, ১ কোটি ৰ গৰেন্তৰ নহলে সম্পত্তি দিয়ক; আৰে বাবা ১ কোটি টকাৰ যদি সম্পত্তি থকা হলে দেখুন Direct loan against property ৰ under তে direct loan ললো হেতেন, এনেকুৱা scheme ৰ under ৰ apply কৰাৰ লাভ কি তেন্তে।।

    • @TRealv217
      @TRealv217 Год назад

      ekdam khasha da eour sampurna contact s details dile bikhekh koi ami khasakai upakrit haluhai aru apunar vedeo banua tu khafal halehai buli bhabu
      please da

  • @gourisankargogoi9178
    @gourisankargogoi9178 Год назад +1

    যিমান যি কলেও বেংকে লোন নিদিয়ে। মই ছাগলী পাম ৰ বাবে বেংকত বহু বাৰ গৈ বিফল হৈছে।

  • @mridulgogoi1599
    @mridulgogoi1599 Год назад +1

    Hundor dada Val lgil

  • @mumipranjal5862
    @mumipranjal5862 Год назад +2

    Pranjal da mur mati ase 4 bigha fishary ata khandibo lage...poisa prablem Subcidy Laon ata ple vhl asil

  • @Alupitika312
    @Alupitika312 Год назад +1

    খুব সূন্দৰ কথা কিছুমান জানিব পাৰিলো। ধন্যবাদ দাদা। From Udalguri.

    • @earthexplorer9415
      @earthexplorer9415 Год назад

      Lub nai, bank manager kothay he sole ,officer or kotha bur nosole.

  • @Bedanta-gr4jn
    @Bedanta-gr4jn Год назад +4

    Sir,
    Mor farm ase 2800 square foot , lgt 10 bigha mati ase ,3 ta pukhuri ase kintu business development koribar karne lona bisari glo . kintu ajiloike lona powa nai 😭😭
    Bhut dekhilo , bhut hunilo but help kora ajno officer nplo .
    Moro mon ase industry khulib . kintu help nkre koneo.

    • @supadhyay2688
      @supadhyay2688 Год назад

      Bjp government kotha koi kaam nokore 🤣

  • @npcreations1354
    @npcreations1354 Год назад +1

    বহুত ভাল লাগিল |

  • @khirudrajput5828
    @khirudrajput5828 Год назад +1

    দাদা আপুনাৰ এপিছুটু চাই ভাল লাগিলে কেনেবাকে মুক সহাই কৰিব পাৰিব নেকী

  • @musicstation6064
    @musicstation6064 Год назад +2

    District Office, Industries and Commerce mor deotai kam kore tat hoi dangoriya i ji koise hakalo hosa bahut scheme ase kintu amar lorai lagile 4 Grade r sakori koribo tothaoio bussines nokore

  • @lokeswarkon341
    @lokeswarkon341 Год назад

    Apunar ai padarkhap bahut vall lagela, bahut upakreta haisu

  • @junmoni_bora
    @junmoni_bora Год назад

    Vl lgl manuh jonor ktha bilak

  • @jakirali680
    @jakirali680 Год назад +1

    Positive vedio ata banowa babe ,,dhonyobad,,,

  • @technicalp2862
    @technicalp2862 Год назад +1

    Bhut val lagil.

  • @sharifuddin2381
    @sharifuddin2381 10 месяцев назад

    Sir ,apuni imn free ru valke bujai dise, ,dada jon u vl k hquestion korise ,clear hoisu,tq u sir

  • @lakshajitbora221
    @lakshajitbora221 Год назад +1

    বহুত কথা জানিব পাৰিলো ভাল লাগিল ।

  • @dipenkalita9591
    @dipenkalita9591 2 месяца назад

    আপোনালৈ ধন্যবাদ থাকিল । কওঁতে খুব সহজ কিন্তু ৭ বাৰ মান যোগাযোগ কৰিলোঁ লাভ নাই বহুত কিবাকিবি দেখাই পথাই দিয়ে msme কৰি লাভ নহল আমাৰ পইচা কেইটকা মানহে খৰচ হল । অফিচৰ পৰা হলেও বেংকে নিদিয়ে মিছা মই বহুবাৰ গলো ।

  • @munmunchetia4394
    @munmunchetia4394 Год назад

    Bohut hundor video dile dada thankyou , agoloi ane video pam buli akha thakil

  • @nobingogoi5619
    @nobingogoi5619 Год назад +1

    Bohut val lagil . Moi piggery farm kori asu . Loan etar babe Moi Indian Overseas Bank t apply korisilu vetenery department r jugedy . Kintu bankor manejary bohut din doraly. Poriujoniyo kagoj potro jugar korar pisot Reserve bankor duhai di loan tu nidily.

  • @luckyfreefire4182
    @luckyfreefire4182 Год назад +3

    11:47 right 🥺

  • @Digantabhai8430
    @Digantabhai8430 Год назад +2

    vl lagil dada🙏❤️❤️❤️🙏love from golaghat🙏🙏🙏

  • @jishnu1648
    @jishnu1648 Год назад

    Apunar kotha bur bohut val lagil..
    Notun aru video pam buli akha korilu.

  • @debajitbhuyan6930
    @debajitbhuyan6930 Год назад +1

    sir r bujani tu val lagil

  • @ranjitupadhayaya7941
    @ranjitupadhayaya7941 Год назад

    ধন্যবাদ #কিশোৰ উপাধ্যায় ককাইদেউ ।
    বহু নজনা কথা জানিলোঁ।

  • @travelblogsvideowithkansou3860

    বহু ভাল পদক্ষেপ।

  • @suvamnewar1622
    @suvamnewar1622 Год назад +1

    Poltry farm r business korim buli bank kot goixilu but scheme yatiya bondh hoi ase buli kole

  • @bhaskarkakoti2324
    @bhaskarkakoti2324 Год назад +1

    Thank you 🙏🏻 bohut informative asile aji e video tu

  • @arunssb
    @arunssb Год назад +1

    Bhal information ata Palo Dada

  • @dhrubajyotinath1680
    @dhrubajyotinath1680 Год назад +2

    মই ব্যবসায় লগতে জড়িত ,যথেস্ট ভাল লাগে।

  • @prabinrabha6855
    @prabinrabha6855 Год назад

    Subject to bhut bhal lagil

  • @nabakantachetia681
    @nabakantachetia681 Год назад +1

    বহুত ভাল লাগিল

  • @utpalnath9168
    @utpalnath9168 Год назад

    মই নিজাকৈ কামপুৰত handloom industry (তাত শালঘৰ) খুলিছো । ব্যৱসায় ডাঙৰ হওঁক ভাবি লোণৰ কাৰণে ৬ মাহ হল দৌৰি থকা । নহব বুলি আজি লৈকে কোৱা নাই বেংকত কিন্তু আজি লৈকে হোৱাগৈ ও নাই ।।
    ঘূৰি ঘূৰি ভাগৰ লাগিছে 😔😔😔
    শুনিবলৈ ভাল কিন্তু সহায় নাপাওঁ আমাৰ দৰে মানুহে ।

  • @dineshrabha3031
    @dineshrabha3031 Год назад

    আমি গাওঁলীয়া অভং মানুহ,দাদা অনুগ্ৰহ কৰি,আপোনী লোন পোৱাত সহায় কৰি দিব চোন!আপোনাৰ মংগল কামনা কৰিলোঁ!

  • @nayanmanikalita5656
    @nayanmanikalita5656 Год назад +2

    Very helpful conversation, thank you......

  • @hirakjyotisvlogs2349
    @hirakjyotisvlogs2349 Год назад

    কথাবোৰ শুনি ভাল লাগিল ।গৈ চালেহে গম পোৱা যাব।

  • @nobinjarsamad1578
    @nobinjarsamad1578 Год назад +1

    good job Val lagil sir

  • @parulhandique9682
    @parulhandique9682 Год назад +1

    I love this wonderful discussion u have discussed on valuable and important tropic sir ..I too want to go for a trading business what will be good in Assam sir plz guide me.