শূন্যৰ পৰা আলু পিয়াজৰ কোটি টকীয়া ব্যৱসায়ী হোৱা এজন অসমীয়াৰ কাহিনী | Assamese Businessman

Поделиться
HTML-код
  • Опубликовано: 10 сен 2024
  • শূন্যৰ পৰা আলু পিয়াজৰ কোটি টকীয়া ব্যৱসায়ী হোৱা এজন অসমীয়াৰ কাহিনী | Assamese Businessman
    দৰিদ্ৰতাৰ প্ৰচীৰ ভাঙি অৰ্থনৈতিক ভাৱে সবল হ’বলৈ তেওঁ জীৱনত কি কৰা নাই ... কেতিয়াবা বাৰীৰ বাঁহ বিক্ৰী কৰিছেগৈ জাগীৰোডৰ কাগজ কলত , কেতিয়াবা শাকপাঁচলি বিক্ৰী কৰিছে হাৰমতী বজাৰত..মুঠতে প্ৰতিকুলতাক নেওচি জীৱনত জয়ী হোৱাৰ বহু কচৰৎ কৰিছে তেওঁ ৷
    এতিয়া তেওঁ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী ৷ ইন্দুৰ-চিলিগুৰি-মুম্বাইৰ আদিৰ পৰা আলু পিয়াজ বিলাহী ক্ৰয় কৰি আনি পাইকাৰী দৰত লখিমপুৰ ধেমাজি জিলাৰ লগতে অৰুণাচল প্ৰদেশত বিক্ৰী কৰে তেওঁ ৷ প্ৰতিবছৰে প্ৰায় দুইকোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে মিন্টু বৰুৱা ৷
    uparjan.in

Комментарии • 129