ৰাজ্যত অচিৰেই হ’ব ৫টা সমষ্টিৰ উপ-নিৰ্বাচন

Поделиться
HTML-код
  • Опубликовано: 14 окт 2024
  • ▶️ ৰাজ্যত অচিৰেই হ’ব ৫টা সমষ্টিৰ উপ-নিৰ্বাচন
    ▶️ উপ-নিৰ্বাচনৰ বাবে ব্যাপক তৎপৰতা শাসক-বিৰোধীৰ
    ▶️ বিজেপিয়ে ২টা মিত্র দললৈ এৰি নিৰ্বাচন খেলিব ৩ সমষ্টিত
    ▶️ বিহালী, চামগুৰি, ধলাইৰ বাবে প্রাৰ্থী পেনেল প্রস্তুত বিজেপিৰ
    ▶️ অসমৰ নিৰ্বাচন সমিতিয়ে দিল্লীলৈ প্ৰেৰণ কৰিলে প্ৰাৰ্থী পেনেল
    ▶️ অচিৰেই দিল্লীত ঘোষিত হ’ব ৩ সমষ্টিৰ বিজেপি প্রাৰ্থীৰ নাম
    ▶️ বিহালীত দিগন্ত ঘাটোৱাৰ বিজেপি প্রাৰ্থী হোৱাটো প্রায় নিশ্চিত
    ▶️ সাংসদ ৰঞ্জিত দত্তৰ বিৰোধিতাত নাম নাহিল পল্লৱ লোচনৰ
    ▶️ চামগুৰিত বিজেপিৰ যুৱ নেতা দীপ্লুৰঞ্জন শৰ্মাৰ প্রাৰ্থিত্ব খাটাং
    ▶️ ধলাইত প্ৰাৰ্থী পেনেলত নাই বিধায়ক পৰিমল শুক্লবৈদ্যৰ পুত্রৰ নাম
    ▶️ উপ-নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা অব্যাহত কংগ্রেছৰো
    ▶️ ৫ শীৰ্ষ নেতাক ৫টা সমষ্টিৰ প্রাৰ্থী বাছনিৰ দায়িত্ব
    ▶️ চামগুৰিৰ দায়িত্বত থকা ৰকিবুল হুছেইনে আৰম্ভ কৰিলে নিৰ্বাচনী প্রচাৰ
    ▶️ পুত্র তাঞ্জিল হুছেইনক প্ৰক্ষেপ কৰি প্রচাৰ সাংসদ ৰকিবুলৰ
    ▶️ দীঘলীয়া কালৰ বাবে চামগুৰিৰ বিধায়ক আছিল ৰকিবুল
    ▶️ বিহালী বিচাৰিছে বিৰোধী অসম সন্মিলিত মৰ্চাৰ CPMয়েও
    ▶️ কি হ’ব এইবাৰ ৰাজ্যৰ ৫টা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্রেক্ষাপট?
    ▶️ কি কি ৰাজনৈতিক ইছ্যু হ’ব নিৰ্বাচনী প্রচাৰৰ বিষয়বস্তু?
    ▶️ বিজেপি-কংগ্রেছৰ কি হ’ব নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ কৌশল?
    ▶️ বঙাইগাঁৱত অগপ, ছিডলীত UPPL কিদৰে হৈছে সাজু?
    ▶️ ৫টা সমষ্টিৰ উপ-নিৰ্বাচনত কোনে মাৰিব শেষ হাঁহি?
    ▶️ সবিশেষ Consulting Editor প্ৰণয় বৰদলৈৰ সৈতে ‘দৰবাৰ’ত

Комментарии •