বৰগাঁও||নকছাৰি||অনিল তাঁতী বাপৰ সৰল ব্যাখ্যা

Поделиться
HTML-код
  • Опубликовано: 3 мар 2023
  • #ভাগৱতপাঠ #aniltanti#pranjalprotimborah

Комментарии • 286

  • @bhaskardas972
    @bhaskardas972 8 месяцев назад +2

    Ram Ram Ram Krishna Prabhu

  • @gunamaidevi4570
    @gunamaidevi4570 Год назад +6

    Krishna Krishna 🙏🏿 Bap samast ke xeyajanalu krishna

  • @nirusaikia7631
    @nirusaikia7631 Год назад +5

    কৃষ্ণ কৃষ্ণ বাপ 🙏 সমস্ত ভকত বৈষ্ণৱ বৃন্দলৈ ভক্তি ভৰা সেৱা নিবেদিলো 🙏 ।তাতী বাপৰ ভাগৱত পাঠৰ বাখ্যা শুনি ধন্য হলো প্ৰভু 🙏
    জয় গুৰু শঙ্কৰ 🙏 🙏

  • @dipkalita8273
    @dipkalita8273 Год назад +6

    কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তাঁতী বাপজনালৈ শতকুতি সেৱা জনালোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @sanjibpegu8044
    @sanjibpegu8044 8 месяцев назад +2

    Oh Hori, oh Ram. Krishna. Krishna.

  • @bkgogoi8636
    @bkgogoi8636 Год назад +6

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সমষ্ট আই সমষ্ট সকলো চৰন সেৱা ধৰিছো আপোনালোক ধন্য কৃষ্ণ 🙏

  • @krishnakakaty2624
    @krishnakakaty2624 Год назад +1

    Krishna Krishna provu. Xoto. Kuti. Pronam. Jonàisu apunar. Baikha. Xundor. Lagose. Vokot. Xokolok. Mon muhise. Krishna. Krishna

  • @manjulabora8219
    @manjulabora8219 Год назад +4

    তাতী বাপ জনালৈ কৌটি কৌটি প্ৰণাম লগতে বাপ আই সমস্তলৈও আমাৰ ভক্তি ভৰা সেৱা নিবেদন কৰিলোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম ৰাম ❤❤🙏🙏🙏🙏

  • @mintubharali3092
    @mintubharali3092 Год назад +3

    Krishna.. Krishna.. Krishna... Baap... Antorik vokty vora heua jonalu Krishna

  • @jeetakotoky876
    @jeetakotoky876 Год назад +3

    Joi guru sangkor ram ram ram narayon narayon narayon

  • @mrinalchandrakalita627
    @mrinalchandrakalita627 3 месяца назад +2

    কৃষ্ণ বাপ ৷ কি অপূৰ্ব বিশ্লেষণ ৷ সেৱা ধৰিছো বাপ ৷

  • @mahendrabaruah3582
    @mahendrabaruah3582 Год назад +3

    Bap janak pranam janalu

  • @dulalsaikia632
    @dulalsaikia632 Год назад +1

    Krishna Krishna tanti bap ... Bhagavatar baikha suni bahut vl lagise ... Krishna...

  • @punyaborah5177
    @punyaborah5177 Год назад +5

    কৃষ্ণ-কৃষ্ণ প্ৰভু --আপোনাৰ শ্ৰীপদ্ম মুখ-সন্তে নিগৰিত সাৱলীল ব্যাখ্যাই আমাক কৃতকৃত্য কৰি অমৃত সাগৰৰ সন্ধান দিলে ।আপোনাক প্ৰভুৱে আৰু শকতি দিয়ক ।প্ৰণাম ।

    • @mridultamuli991
      @mridultamuli991 Год назад

      কৃষ্ণ বাপ সুন্দৰ লাগিল। ভক্তি ভৰা সেৱা জনালো।

  • @baneswerrabha1918
    @baneswerrabha1918 9 месяцев назад +1

    Krishna.Krishna.ram.ram

  • @pulakeshbora-dz5mw
    @pulakeshbora-dz5mw 9 месяцев назад +1

    Joi Shree Krishna

  • @akhilgogoi1869
    @akhilgogoi1869 Год назад +4

    Krishna Krishna bhal bap.

  • @knflabordoloi-ki1sm
    @knflabordoloi-ki1sm 8 месяцев назад +1

    Apuna.shto.koti.ponam.krishna.bap

  • @user-yk3tl9td2k
    @user-yk3tl9td2k 9 месяцев назад +1

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @gogoibidya9376
    @gogoibidya9376 Год назад +4

    Krishno 🙏🙏🙏🙏

  • @sangitabaruah2575
    @sangitabaruah2575 10 месяцев назад +2

    বহু ভাললাগিল বাপ

  • @gouribaruah219
    @gouribaruah219 Год назад +3

    Krishna Krishna🙏🙏🙏🌹🌹🌹

  • @user-gn2vv9fq1p
    @user-gn2vv9fq1p 7 месяцев назад +1

    Joy sri krishna

  • @daisyrabha2343
    @daisyrabha2343 Год назад +5

    Krishna Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏🙏🙏

  • @pranitasaikia8488
    @pranitasaikia8488 Год назад +2

    Krishna Krishna 🙏🙏🙏

  • @bogiboro783
    @bogiboro783 Год назад +3

    Krishna krishna 🙏🙏🙏

  • @trithathengal1177
    @trithathengal1177 Год назад +3

    কৃষ্ণ কৃষ্ণ বাপ‌ বহুত সুন্দৰ ব্যাখ্যা ভাল লাগিল সুনি ধন্যবাদ

  • @deepgo884
    @deepgo884 Год назад +2

    Joi Krishnaguru 🙏

  • @sabitakalita7065
    @sabitakalita7065 9 месяцев назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।
    ভাগৱতৰ বাখ্যা শুনিলে শুনি থাকিবৰ মন যায় বাপ। আপোনালোকৰ যোগেৰে ভাগৱতৰ বাখ্যা শুনি আমি মানৱ জীৱনৰ পৰা উদ্ধাৰ হব লাগিব। কৃষ্ণ। 🙏

  • @jituhazarika4021
    @jituhazarika4021 Год назад +4

    Krishna Ram Bap 🙏👣🙏👣

  • @jitumoninath2413
    @jitumoninath2413 Год назад +2

    কৃষ্ণ কৃষ্ণ বাপ

  • @user-qh4zx8wo3x
    @user-qh4zx8wo3x 8 месяцев назад +1

    Jay krishna

  • @dhruba500
    @dhruba500 Год назад +2

    Krishna Krishna sewah🙏🙏🙏e bap

  • @debajyotidas8584
    @debajyotidas8584 Год назад +3

    কৃষ্ণ কৃষ্ণ

  • @khanindradas3847
    @khanindradas3847 Год назад +3

    Krishna krishna bap sundar

  • @gayatritamuly2780
    @gayatritamuly2780 Год назад +5

    Joi Krishnar joi prabhu apunasobok aami odhormie sotokoti sewa nibedisu krishna krishna

  • @harsheetpratimbora3761
    @harsheetpratimbora3761 Год назад +2

    Krishna Krishna Bap 🙏🙏🙏

  • @minatimech4993
    @minatimech4993 Год назад +5

    Krishna Krishna baap

  • @Ridipaxom
    @Ridipaxom Год назад +2

    কৃষ্ণ কৃষ্ণ বাপ মন প্ৰাণ জুৰ পৰি গৈছে। জয় গুৰু শঙ্কৰ । সেৱা জনাইছো

  • @aparajitatamuli7273
    @aparajitatamuli7273 Год назад +3

    ❤ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ❤ ওম নমঃ ভগৱতে বাসুদেৱ❤কৃষ্ণ❤

  • @happyboy4579
    @happyboy4579 Год назад +3

    Hosai bhut val lagel huni ,🙏🙏🙏

  • @saratdas4705
    @saratdas4705 Год назад +1

    Krishna Ram bap Krishna

  • @bontibora9711
    @bontibora9711 4 месяца назад +2

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏 কোটি কোটি সেৱা জনালোঁ 🙏🙏🙏

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd Год назад +1

    Krishna krishna
    Baap jona

  • @N.K1108
    @N.K1108 Год назад +3

    অ হৰি অ ৰাম

  • @jubindasoffice
    @jubindasoffice Год назад +2

    কৃষ্ণ
    ❤❤❤❤❤❤🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩
    ❤❤❤❤

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 Год назад +2

    তাঁতী বাপৰ ব্যাখ্যা বৰ মনোগ্ৰাহী। তেখেতক সেৱা জনালোঁ। কৃষ্ণ।

  • @pranitachoudhury-my4do
    @pranitachoudhury-my4do 8 месяцев назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🏻❤❤❤❤❤❤

  • @uttamtanti9981
    @uttamtanti9981 Год назад +2

    Krishna Krishna Hari Hari

  • @Satramitra1466
    @Satramitra1466 Год назад +4

    जय हो कृष्ण❤️❤️❤️

  • @dipshikhaborah3082
    @dipshikhaborah3082 Год назад +2

    জয় কৃষ্ণ

  • @adityarabha6027
    @adityarabha6027 8 месяцев назад +1

    Krishna Krishna 🙏🙏🙏🙏

  • @kalyanidas4341
    @kalyanidas4341 Год назад +3

    কৃষ্ণ 🙏🙏 আপোনাৰ সুন্দৰ ব্যাখা শুনি প্ৰান ভৰি গল

  • @user-ks4dy2nj7l
    @user-ks4dy2nj7l 6 месяцев назад +1

    কৃষ্ণ 🙇‍♂️🙏🏿

  • @prahladgogoi8847
    @prahladgogoi8847 Год назад +2

    কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ।

  • @biswajitdas9293
    @biswajitdas9293 Год назад +2

    Krishona 🙏🙏🙏🙏🙏

  • @user-tl7hl1mn2t
    @user-tl7hl1mn2t 5 месяцев назад

    শ্ৰদ্ধাৰ তাঁতী বাপ। আমি অতি আচৰিত হৈছোঁ জগতত যিমান ধৰ্ম আৰু ধৰ্ম শাস্ত্ৰ সমূহ আছে এই সকলো জীৱ আৰু দেহ থকা মানুহৰ পৰাই ৰূপান্তৰিত মহাপুৰুষ বা দৈৱিক ঐশ্বৰিক গুণ সম্পন্ন ব্যক্তি সকলে লিখা। জ্ঞান বিজ্ঞান তত্ত্ব ৰহস্য আত্মাবোধ আধ্যাত্মিক চিন্তা চৰ্চা চেতনা আদি মানৱ কল্যাণৰ জগতৰ সৰ্বকালৰ সুমঙ্গল ৰ কথা থকাটো সত্য। জগতত হাজাৰ হাজাৰ ধৰ্ম হাজাৰ হাজাৰ ধৰ্ম পুথি বা শাস্ত্ৰ থকা কোনো সত্য। হাজাৰ হাজাৰ সমাজ সংস্কাৰ সংস্কৃতি সঙবিধান ৰীতি-নীতি আহাৰ বিহাৰ প্ৰণালী ইত্যাদি আছে ইও সত্য। জগতত উৰণ বুৰন গজন ভ্ৰমণ চাৰি মুঠি জীৱ আৰু দেহ বা প্ৰকৃতিৰ জাতি ধৰ্ম বা স্বভাৱ বণ লিঙ্গ ভাষা ব্যৱহাৰ শব্দ জীৱন নিৰ্বাহৰ পৰিবেশ পৰিস্থিতি সম্পূৰ্ণ বেলেগ বেলেগ। কিন্তু আচল কথা হ'ল। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ উৎপত্তি হৈছে কেনেকৈ? ব্ৰহ্ম বা আত্মাৰ পৰাই পৰা আৰু অপৰা নামৰ দুবিধ প্ৰকৃতিৰ পৰাই উৎপত্তি হৈছে। যেনেকৈ জগতত সূৰ্য এটাই পোহৰ আৰু তাপ গোটেই জগত বিলাই। ঠিক সেই দৰে ব্ৰহ্ম বা আত্মাও এটাই। ব্ৰহ্ম বা আত্মা অব্যক্ত নিৰাকাৰ অলিপ্ত অচিন্ত অক্ষয় অব্যয় শূন্য হীন সবব্যাপী নিগূন অজনমা অচল কল্পনাতীত কালৰ অতীত অমৰন অভগন অসীম সবাৰ উদ্ধত চৈতন্য পূৰ্ণ সনাতন । ব্ৰহ্ম বা আত্মা এক সত্য এক ধৰ্ম এক জগত বাকী সকলো মিথ্যা। কাৰণ ব্ৰহ্ম বা আত্মাৰ পৰাই উৎপত্তি হৈছে পৰা আৰু অপৰা নামৰ দুবিধ প্ৰকৃতিৰ। ব্ৰহ্ম ই পৰম পুৰুষ বাকী সকলো প্ৰকৃতি। দেহী বা অৱতাৰী। নামি ও নাম আছে। ব্ৰহ্ম নাম নামি দেহী পূজা সেৱা গ্ৰহণ কাৰী একো নহয়। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সমস্ত কাৰ্যকলাপ কাৰণ দৈৱিক ঐশ্বৰিক গুণ সম্পন্ন দেৱী দেৱতা ঈশ্বৰ ‌ ব্ৰহ্মৰ ওপৰত নহয। অনন্ত কোটি ব্ৰহ্মাণ্ড মিছা মায়াৰ ভ্ৰম বিনাশীল। সকলো ব্ৰহ্মৰেই সৃষ্টি আকৌ ব্ৰহ্মতেই বিলিন হ'ব। ব্ৰহ্ম অনন্ত কাল এজন। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ উৎপত্তি হৈছে পৰম ব্ৰহ্মৰ পৰাই। তেওঁ কিন্তু এই সমস্তত অলিপ্ত অচিন্ত অব্যক্ত অচল অজনমা নিগূন সবাৰো উদ্ধত কালৰ অতীত অমৰন অভগন অসীম সবব্যাপী অদেহী। সেই হে ব্ৰহ্মৰেই সৃষ্টি দেহ দেহী প্ৰকৃতি নাম নামি নিগূন সগঊন দৈৱিক গুণ সম্পন্ন ঐশ্বৰিক গুণ সম্পন্ন দেৱী দেৱতা ঈশ্বৰ ঈশ্বৰী সকলে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰিচালনা কৰে।তেনে তুমি প্ৰভূ নিগূন গূনেৰ সীমা নাই নিগূন হৈয়া পুনৰ সেই গুন গাই। নাম ৰাম কূষ্ণ হৰি নাৰায়ণ আদি। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ উৎপত্তি বা সৃষ্টি ৰহস্য মাএ এক জনৰ ওচৰত। তেওঁ পৰম ব্ৰহ্ম পৰম আত্মা শ্ৰীকৃষ্ণ। বাসুদেৱৰ কূষ্ণৰ কথা কোৱা নাই । সেইটো ৰূপক বা আধ্যাত্মিক তত্ব। বৰ্তমান জীৱ শ্ৰেষ্ঠ মানৱৰ মন বোৰ সুন্দৰ নহয়। অন্তহ জগতত এটা বহিৰ্জগৎত বেলেগ। মায়াৰ দেহটো সাৱতি ধূতৰাষ্ট হৈ আত্মাক নিচিনি দেহ ৰূপী কৌৰৱৰ লগতে জন্ম মৃত্যু বন্ধনৰ চক্ৰত মে'ৰ খাই থাকিব। শঙ্কৰদেৱৰ মাধৱদেৱৰ দৰে মানুহৰ পৰাই ৰূপান্তৰিত হৈ ঐশ্বৰিক গুণ সম্পন্ন হৈ ব্ৰহ্মক চিনি মহাপুৰুষ ঈশ্বৰ পুৰুষ হ'ল। কিন্তু বিশ্বৰ কিমান জন মানৱে ঈশ্বৰ পুৰুষ হ'ব পাৰিব। সাম্প্ৰতিক কালত জগতত ধৰ্ম আৰু ৰাজনৈতিক ক্ষেত্ৰখনত বহুতো পথৰ ‌সূষ্টি হ'ল সেই হে আচল সত্য পথৰ পৰা পথভ্ৰষ্ট হৈছে জীৱ শ্ৰেষ্ঠ মানৱৰ। ধন্যবাদ। প্ৰদীপ গগৈ। অসমৰ ।

  • @susilasaharia8442
    @susilasaharia8442 2 месяца назад +1

    আপোনাৰ বাখৎান বহুত ভাল লাগে👍👍👍

  • @suhaniborah2809
    @suhaniborah2809 Год назад +1

    Krishna Krishna 🙏🙏

  • @krishnakakaty2624
    @krishnakakaty2624 Год назад

    Krishna. Krishna. Provu. Xundor. Lagisr.

  • @jintidas6948
    @jintidas6948 Год назад +1

    কৃষ্ণ কৃষ্ণ বাপ।

  • @manuranjanchetia6867
    @manuranjanchetia6867 Год назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @kalpanahazarika7631
    @kalpanahazarika7631 Год назад +3

    কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু।

  • @mamilabhuuyan6391
    @mamilabhuuyan6391 9 месяцев назад +1

    প্ৰণাম প্ৰভু

  • @user-yi2sy5sz1w
    @user-yi2sy5sz1w 8 месяцев назад +1

    🙏 krishna 🙏 krishna 🙏 Tati bap

  • @priyakheebora5029
    @priyakheebora5029 Год назад +2

    Krishna 🙏

  • @prabhatbania3544
    @prabhatbania3544 Год назад +10

    কৃষ্ণ প্ৰভূ অতি সুন্দৰ ' এক বাৰ লগ পোৱাৰ হেপাহ থাকিলে ' কৃষ্ণ কৃষ্ণ ৰাম ।

    • @ratuldutta6059
      @ratuldutta6059 Год назад

      Krishna Krishna Krishna Bap

    • @padumbora3952
      @padumbora3952 Год назад

      @@ratuldutta6059 ccccbcccscccbccccccbcccbcccccccbcbcccccc

    • @padumbora3952
      @padumbora3952 Год назад

      @@ratuldutta6059 cbccbbbccbcccbcccccbccccbcccbcecccbcccccscbccccccccecc

  • @ambikacharanneog3753
    @ambikacharanneog3753 Год назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @mpatowary9279
    @mpatowary9279 Год назад +3

    Vahut val lagil ❤

  • @mahendradas6626
    @mahendradas6626 Год назад +1

    হে পৰমবানধৱ ঈশ্বৰস্বৰুপ বাপ জনলৈ এই অধমৰ সেৱা

  • @tcgxspraygod6405
    @tcgxspraygod6405 Год назад +1

    Krishna Krishna bap

  • @nirupamsaikia5403
    @nirupamsaikia5403 Год назад +2

    কৃষ্ণ

  • @rinakutumpegu1427
    @rinakutumpegu1427 Год назад +1

    🙏 Krishna.

  • @JitumoniBaruah-gd1rm
    @JitumoniBaruah-gd1rm Год назад +13

    কৃষ্ণ কৃষ্ণ অতি সুন্দৰ ব্যাখ্যা শুনি মন
    প্ৰাণ ভৰি গ'ল বাপ, ধন্যবাদ জনালো আপোনাক,,

    • @rumidas1999
      @rumidas1999 Год назад

      কৃষ্ণ।বাপ।আপোনাৰ।লৈ।শেৱা।জনা।ছো।বহুত।ভাল।লাগিছে

    • @putulsarma7335
      @putulsarma7335 Год назад

      ​❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

    • @user-kw5sb3km8v
      @user-kw5sb3km8v 6 месяцев назад

      Ram ram

    • @user-kw5sb3km8v
      @user-kw5sb3km8v 6 месяцев назад

      Krishna hori ram

  • @apurbabhagawati4288
    @apurbabhagawati4288 Год назад +2

    Krishna Krishna 🙏🙏🙏🙏🙏

  • @asomiaasom6008
    @asomiaasom6008 Год назад +4

    তাতী বাপ জনাই মুক্তি পাব বুলি ১০০% খাটাংনে ? দক্ষৰাজৰ দৰে অবস্থা নহয় যেন ।নিজ গুৰুক শ্ৰেষ্ঠ কৰি আন পন্থীয় গুৰুক হেয়জ্ঞান উপহাস কৰি সেৱক ভক্তক শিৱক ,দেৱ দেৱীক ,বেদ গীতা পুৰাণ ভাগৱতত থকা নিৰপেক্ষ উদাৰ ঈশ্বৰ বাণী উপদেশ বিধান আচৰণীয় অৰ্চন বন্দন চিন্তনক নিন্দা তুচ্ছ তাচ্ছিল্য উপলুঙা একপক্ষীয় ভাবে কৰি মুক্তি পাবনে ? ও হৰি ও ৰাম ।প্ৰকৃত ধৰ্মত নিন্দাবাদ আছেনে ?প্ৰকৃত ভকতে একপক্ষীয় স্বাৰ্থ নিন্দা কৰেনে ও হৰি ও ৰাম ।প্ৰকৃত ধৰ্মৰ আদৰ্শ এয়াইনে ?ও হৰি ও ৰাম । মায়াযুক্ত ৰহস্যমহী দুমুখীয়া বাণী উপদেশ যুক্ত ভক্তি ধৰ্ম দি যোৱা ভাগৱতৰ মায়া ৰহস্য পৰিহাৰ কৰি ভক্তি ধৰ্ম কৰিলেহে মুক্তি লাভ কৰিব পাৰিব কিন্তু মায়া ৰহস্যক সাৰ কৰি ভক্তি ধৰ্ম কৰি থিকিলে নিন্দাবাদত থাকি আনক হ্যেয়জ্ঞান অবজ্ঞা কৰি তুচ্ছ তাচ্ছিল্য কৰি থাকি ভক্মি ধৰ্ম কৰিলে মুক্তি পোৱাটো দুৰৰে কথা স্বৰ্গও নাপায় চিধাই নৰকত বাসস্থান হব পুৰাণ গীতা ভাগৱতত তেনেকৈ পাইছো ও হৰি ও ৰাম ।ভাৰতৰ অসম ভুমিত থকা ৩০ লাখমান তাতী বাপৰ পন্থীয় শংকৰ মাধৱ গুৰু দুজনাৰ শিষ্য ভক্ত সকল ভাগৱত কৃষ্ণ ভজি শ্ৰৱণ কীৰ্তন কৰি মুক্তি পালে বা পাব বাকী বিশ্বৰ লোক সকল পাপত মজি থাকিবনে ? ঈশ্বৰ ইমান স্বাৰ্থপৰনে কেৱল অসমৰ লোক সকলোকহে প্ৰকৃত মুক্তিপথ দিলে শিকালে প্ৰকৃত কলিৰ ভক্তি ধৰ্ম দিলে বাকী সকলোক নিদিলে ?ও হৰি ও ৰাম ।ঔঁ 🙏 ।

  • @jibonchborah3819
    @jibonchborah3819 Год назад +2

    দেৱতা তেত্ৰিশ কোটি নহয়, তেত্ৰিশ কৌটি। সংস্কৃতত কৌটি মানে প্ৰকাৰ। অৰ্থাৎ দেৱতা তেত্ৰিশ জন।

  • @bhanudeka-yy2zw
    @bhanudeka-yy2zw 8 месяцев назад +1

    Krishna Krishna Krishna Bap

  • @sabitriboruah4411
    @sabitriboruah4411 Год назад +2

    🙏

  • @jomonidas7552
    @jomonidas7552 9 месяцев назад +1

    কৃষ্ণ বাপ, জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ 🙏

  • @khirodagogoi625
    @khirodagogoi625 Год назад +11

    কৃষ্ণ কৃষ্ণ।।
    বাপ জনা আপোনাৰ শ্ৰী চৰণত
    সশ্ৰদ্ধ প্ৰণিপাত, তথা ভক্তি ভৰা
    সেৱা নিবেদন কৰিছোঁ।।
    আপোনাৰ সু-স্বাস্থ্য কামনা
    কৰিছোঁ। লগতে ভাগৱত স্থলিত
    উপবিষ্ট হৈ থকা সমস্ত জনা লৈকে সেৱা জনাইছোঁ।।

  • @barnalidas7784
    @barnalidas7784 9 месяцев назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল সেৱা জনালোঁ কৃষ্ণ

  • @priyankaborah5761
    @priyankaborah5761 10 месяцев назад +1

    Krishna🙏

  • @jayantadas8894
    @jayantadas8894 Год назад +1

    🙏 🙏🙏🙏

  • @jodumonibora409
    @jodumonibora409 Год назад +1

    Very interesting 'video Tati Bap Ji.💐💐💐💐🙏🙏🙏🙏🙏👋👋👋👋

  • @manashdeka9272
    @manashdeka9272 Год назад +1

    আপোনাকএবাৰ লগ কৰিৱ বিচাৰো🙏🙏🙏

  • @abhijitdutta5782
    @abhijitdutta5782 10 месяцев назад +1

    🙏🏻🙏🏻

  • @pranamihazarika2931
    @pranamihazarika2931 9 месяцев назад +1

    O hori o ram

  • @minakshideka1470
    @minakshideka1470 Год назад +2

    Krishna krishna ram ram

  • @mridultamuli991
    @mridultamuli991 Год назад +1

    কৃষ্ণ বাপ বৰ সুন্দৰ লাগিল। আপোনালৈ ভক্তি ভৰা সেৱা জনালো।

  • @jodumonibora409
    @jodumonibora409 Год назад +1

    Krishna Krishna 🙏🙏🙏🙏🙏🙏Thank you.

  • @nplusgamingff
    @nplusgamingff Год назад +4

    😊😊😊😊

  • @Utpal-zd4ft
    @Utpal-zd4ft Год назад +2

    Krishna Hari Ram ❤❤❤

  • @jayantahirahira-jn1ht
    @jayantahirahira-jn1ht 7 месяцев назад +1

    🙏🙏🙏🙏🙏🙏🙏

  • @prahladgogoi8847
    @prahladgogoi8847 Год назад +1

    কৃষ্ণ প্ৰভু জয় গুৰু শ্ৰীমন্ত শঙ্কৰ।

  • @khanintalukdar2252
    @khanintalukdar2252 6 месяцев назад +1

    Jay sree Ram 🌺🌹🙏

  • @nssodiya713
    @nssodiya713 Год назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @AssamDevotionalJD1
    @AssamDevotionalJD1 11 месяцев назад +1

    কৃষ্ণ বাপঈশ্বৰ চৰণত কোটি কোটি সেৱা নিবেদিলো ।❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @bishinubharali4228
    @bishinubharali4228 6 месяцев назад +1

    কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ ।

  • @user-ij1zu4si8j
    @user-ij1zu4si8j 6 месяцев назад

    Har har mahadev