খণ্ড ৩ || কৃষ্ণ শব্দৰ অৰ্থ কি || ভগৱানে ভকতৰ কি কি পৰীক্ষা লয় || অনিল তাঁতী || anil tanti

Поделиться
HTML-код
  • Опубликовано: 14 июн 2023
  • প্ৰাণজিৎ গগৈ বাপজনাৰ গৃহত
    ব্যাখ্যাকাৰ অনিল তাঁতী ভাগৱত পাঠ
    bhagawart path
    জয় গুৰু শংকৰ
    ধেমাজি জিলাৰ ধেমাজি আঞ্চলিক শাখাৰ শিশু আই মাতৃ কল্যাণ সমিতিৰ উদ্যোগত আৰু শঙ্কৰ সূৰ্য প্ৰাথমিক শাখা আতিথ্য ত মাহেকীয়া ভাগৱত পাঠ ও ব্যাখ্যা অনুষ্ঠান ভাগি অনুষ্ঠিত কৰা হয়। অনুষ্ঠান ভাগি আত ধৰে আঞ্চলিকৰ সম্পাদক, বিমান বৰা বাপ জন আৰু শিশু আই মাতৃ কল্যাণ সমিতিৰ সম্পাদিকা চুমী চলিহা কোঁৱৰ আইগৰাকিয়ে। অনুষ্ঠান ভাগিত ব্যাখ্যাকাৰ হিচাপে উপস্থিত থাকে মন্দীৰা ভৰালী বৰা আই গৰাকী। তেখেতৰ তত্ত্ব গধুৰ বানিৰে সমস্ত জন ভক্তপ্ৰান বাপ আই ক মূদ্ধ কৰিলে।
    ©️Copyright Notice :- Please do not copy this video or you will be given a copyright strike
    অনুগ্ৰহ কৰি এই ভিডিঅ'টো কপি নকৰিব নহ'লে কপিৰাইট ষ্ট্ৰাইক দিয়া হ'ব

Комментарии • 218

  • @tulanbora4383
    @tulanbora4383 Месяц назад +2

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏 তাতী বাপৰ ভাগবত পাঠৰ বাখ্যা শুনি ধন্য হলো | সমস্ত ভকত বৃন্দলৈ সেৱা নিবেদিলো|🙏🙏🙏🙏🙏🙏🙏

  • @Ridipaxom
    @Ridipaxom Год назад +6

    কৃষ্ণ কৃষ্ণ হৰি ৰাম ৰাম ৰাম ৰাম কৃষ্ণ হৰি। জয় গুৰু শঙ্কৰ

  • @kabitadas61
    @kabitadas61 Год назад +11

    কৃষ্ণ কৃষ্ণ প্ৰভু শত কোটি প্ৰণাম নিবেদিলো আপোনাৰ চৰণত ।কৃষ্ণ

  • @kisontanti957
    @kisontanti957 Год назад +6

    Krisno bap bohut Ananda paisu

  • @Sistryhazarika5761
    @Sistryhazarika5761 3 месяца назад +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ঔ হৰি। ঔ। ৰাম

  • @kumudgayan1664
    @kumudgayan1664 Год назад +20

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপোনাৰ অমৃতময় ভাগৱত বাখ্যাই সকলোৰে অন্তৰত কৃষ্ণ ভক্তিৰ পৰিবেশ ৰচনা কৰে, সেয়ে আপোনালৈ অশেষ ভক্তি ভৰা সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @user-bi6no7zh6x
    @user-bi6no7zh6x 3 месяца назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। হে ভক্তিৰ সাগৰ আপোনাৰ ভাগৱত বাক্যাংশ খিনি শুনি বহুত ভাল লাগিল।

  • @jinuchawrok9178
    @jinuchawrok9178 Год назад +7

    কৃষ্ণ কৃষ্ণ , প্ৰণাম ৰাম মাধৱ 🙏🙏🙏🙏

  • @malatidutta7901
    @malatidutta7901 Год назад +10

    কৃষ্ণৰ কৃষ্ণৰ ভকতজনৰ ৰখা মৃত কৃষ্ণৰ কথা শুনি বহুত ভাল লাগিছে

  • @junumech7558
    @junumech7558 Год назад +7

    কৃষ্ণ কৃষ্ণ বাপ সকলো চৰণ ভক্তি ভৰা‌ সেৱা নিবেদিলে কৃষ্ণ সুন্দৰ ব্যাখ্যা কৃষ্ণ কৃষ্ণ

  • @bulbuligogoi7889
    @bulbuligogoi7889 Год назад +5

    কৃষ্ণ , কৃষ্ণ 🙏🙏 বৰ সুন্দৰ , কৃষ্ণ কৃষ্ণ 🙏🙏 ।

  • @PranitaGogoi
    @PranitaGogoi Год назад +3

    কৃষ্ণ কৃষ্ণ আপোনাৰ ৰসাল ভাগৱতৰ ব্যাখ্যা শুনি ভাল লাগিল

  • @gautamdas5705
    @gautamdas5705 Год назад +3

    কৃষ্ণ কৃষ্ণ বাপ আই সকল কৃষ্ণ কৃষ্ণ বাপ

  • @mridultamuli991
    @mridultamuli991 Год назад +5

    কৃষ্ণ বাপ বৰ সুন্দৰ লাগিল। সেৱা জনালো।

  • @tankeswardeka6070
    @tankeswardeka6070 Год назад +2

    Ram Ram pravo sipajhar 🌷🌻🥀🙏🙏🙏

  • @bhumitabora2496
    @bhumitabora2496 Год назад +11

    🙏🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ বাপ বহুত ভাল লাগিল কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏

  • @jugalrajkhowa4071
    @jugalrajkhowa4071 11 месяцев назад +1

    Pronam jonaisu bap jon. krishna

  • @assammbvlogs
    @assammbvlogs Год назад +2

    🙏🙏🙏 krishna he porvu ponam

  • @binakumarigogoiborah8407
    @binakumarigogoiborah8407 2 месяца назад +2

    কৃষ্ণ বাপ 🙏🏻🙏🏻🙏🏻🙏🏻 অপূৰ্ব সুন্দৰ ব্যাখ্যা 🙏🏻

  • @gajenborah-ee8yl
    @gajenborah-ee8yl Год назад +3

    Krishna bap vokti vag Val lageel

  • @minatidevi1064
    @minatidevi1064 Месяц назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ

  • @nirusaikia7631
    @nirusaikia7631 Год назад +3

    কৃষ্ণ কৃষ্ণ 🙏 🙏
    তাতী বাপৰ ভাগৱত পাঠৰ বাখ্যা শুনি ধন্য হলো।সমস্ত ভকত বৃন্দলৈ সেৱা নিবেদিলো।

  • @user-it2qo5zz8m
    @user-it2qo5zz8m День назад +1

    শ্ৰী কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @KarunaKalita-en6gh
    @KarunaKalita-en6gh Месяц назад +1

    Sundar. Bakshya bap. Krishna apunar ami. Suni Ashu nalbari sondha prathamik krishna ram Hari.

  • @sashiborah3303
    @sashiborah3303 Год назад +3

    কৃষ্ণ

  • @lilachabukdhora4269
    @lilachabukdhora4269 Год назад +5

    Krishna Krishna Krishna 👏

  • @brajengohain8983
    @brajengohain8983 Год назад +4

    🙏🙏🙏কৃষ্ণ কৃষ্ণ বাপ ।বৰ ভল লাগিল ।

  • @anichetia9946
    @anichetia9946 7 месяцев назад +1

    Radhe Krishna Radhe krishna

  • @user-vn8wy1ts1i
    @user-vn8wy1ts1i 2 месяца назад +1

    Krishna Krishna Radhe Radhe

  • @user-lr4ti5me7e
    @user-lr4ti5me7e 8 дней назад +1

    কৃষ্ণ কৃষ্ণ। জয় গুৰু শংকৰ।

  • @ShyamantaSonowal-ud8dv
    @ShyamantaSonowal-ud8dv 8 месяцев назад +1

    Joi.shree.krishna.krishna.krishna.

  • @user-bt5qz6eb4p
    @user-bt5qz6eb4p 3 дня назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @user-bb7go3yd4h
    @user-bb7go3yd4h 2 месяца назад +1

    Krishna bap dhany bad

  • @rinakutumpegu1427
    @rinakutumpegu1427 Год назад +2

    🙏 Krishna Krishna Krishna Krishna.

  • @lalitghatowar8760
    @lalitghatowar8760 2 месяца назад +1

    Hare Krishna

  • @user-ee2xe9gr7y
    @user-ee2xe9gr7y Год назад +2

    Krishan narayan🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @keshabbora7742
    @keshabbora7742 Год назад +8

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @pinkideka5457
    @pinkideka5457 Год назад +5

    Bhut val lagil.....Dhanyabad Bap

  • @radhikamedhimaina6451
    @radhikamedhimaina6451 9 месяцев назад +2

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏

  • @nirupama5671
    @nirupama5671 Год назад +1

    Krishna bap sahasra pranam

  • @dipkalita8273
    @dipkalita8273 Год назад +4

    তাতীবাপ জনালৈ ভক্তি ভৰা সেৱা নিবেদিছো কৃষ্ণ কৃষ্ণ কৃষ্ণ

    • @user-bi6no7zh6x
      @user-bi6no7zh6x 3 месяца назад

      তাতীবাপ জনালৈ মোৰ ফালৰপৰা আন্তৰীক জ্ঞাপন কৰিলো।

  • @kalpananath3027
    @kalpananath3027 Год назад +5

    Krishna 🙏

  • @tanche9085
    @tanche9085 Год назад +2

    Jai shankar vagwan ki jai

  • @kalpananath3301
    @kalpananath3301 Год назад +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব

  • @nirjurajgogoi319
    @nirjurajgogoi319 Год назад +3

    Bor bhal lagil tanti baapor krishna kotha.

  • @bhaskarborah7929
    @bhaskarborah7929 Год назад +4

    কৃষ্ণ ৰাম ৰাম হৰি 🤗

  • @KhRay-ob6ul
    @KhRay-ob6ul 7 месяцев назад +1

    ও হৰি ও ৰাম🙏🙏🙏🌹🌹🌹

  • @ratulbhuyan9798
    @ratulbhuyan9798 5 месяцев назад +2

    কৃষ্ণ কৃষ্ণ🙏🙏

  • @meenachangmai8309
    @meenachangmai8309 Год назад +2

    বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ

  • @user-qk1xn7su1b
    @user-qk1xn7su1b 10 месяцев назад +3

    কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏

  • @HazarikaDas
    @HazarikaDas Год назад +2

    Krishna Krishna 🙏

  • @daisyrabha2343
    @daisyrabha2343 Год назад +1

    Krishna Krishna prabhu bhakti bhara sewa janaiso 🙏🙏

  • @sapnalidutta5930
    @sapnalidutta5930 Год назад +2

    Krishna Krishna 🙏🙏🙏

  • @user-vt6bh4rn7r
    @user-vt6bh4rn7r 5 месяцев назад +1

    কৃষ্ণ কৃষ্ণ ,🙏কৃষ্ণ। কৃষ্ণ

  • @shilpaborah8986
    @shilpaborah8986 Год назад +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ বৰ শুৱালা আপোনাৰ কন্ঠ বাপজন আমাৰ গৃহ আমন্ত্ৰণ কৰিম

  • @anjalibaruah7669
    @anjalibaruah7669 Год назад +3

    কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏

  • @GaneswarBasing-pc2kv
    @GaneswarBasing-pc2kv 2 месяца назад +1

    Krishna bap krishna kota unile soku Pani ulall oh my good

  • @saratbora5999
    @saratbora5999 10 месяцев назад +3

    জয় শ্ৰী কৃষ্ণ 💕🙏💕

  • @pahisaikia7473
    @pahisaikia7473 Год назад +3

    Krishna Krishna Krishna 🙏🙏

  • @GaneswarBasing-pc2kv
    @GaneswarBasing-pc2kv 2 месяца назад +1

    Krishna bap yoi Sri krishna

  • @prasantakumarnath9469
    @prasantakumarnath9469 Год назад +3

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @dipisaikia287
    @dipisaikia287 Год назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ ভক্তি ভৰা সেৱা নিবেদন কৰা হৈছে

  • @user-sc4kq9dz3r
    @user-sc4kq9dz3r Год назад +1

    আমাৰ বোধেৰে ভকত শব্দৰ অৰ্থ ব্যাপক। ভ শব্দে ভক্তি আৰু ক শব্দৰ অৰ্থ ভগৱান বিষ্ণু বা কৃষ্ণ আৰু ত শব্দৰে তৰণৰ উপায় বুজাই। ভগৱান বিষ্ণু হ'ল অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী। উৰণ বুৰণ গজন ভ্ৰমণ চাৰিও মুঠি জীৱ ভগৱান পৰম আত্মাৰ পৰাই জ্যোতি বিন্দু হিচাপে জীৱ আত্মা হৈছে। পৰম আত্মা অনাদি অনন্ত নিৰাকাৰ সনাতন সবব্যাপি সবাও উদ্ধত কালতো অতীত। সমস্ত ব্ৰহ্মাণ্ড তেওঁৰ উদৰস্থ হৈ আছে। গতিকে সকলো জীৱৰ ধৰ্ম হ'ল পৰম আত্মাৰ লগত মিলি থকা পৰম আত্মাৰ ও ধৰ্ম হ'ল জীৱ আত্মা বিলাকক এবাৰ ৰছীৰে চাৰি ও মুঠি জীৱ আত্মা কে মণি গাঠি সকলো জীৱৰ অন্তজামি হৈ থকা। পৰা আৰু অপৰা দুটা প্ৰকূতি উত্তম নৰম তেওঁৰ পৰাই উৎপত্তি হৈছে পৰা প্ৰকূতি ৰ আত্মা চৈতন্য পূৰ্ণ ব্ৰহ্ম ।অপৰা প্ৰকূতি ৰ হন্তে24তত্ত্বৰ পঞ্চ মহাভূত আৰু প্ৰকূতিৰ মায়া। জীৱ ক্ষেএজ্ঞ পঞ্চ মহাভূতদেহ বা ক্ষেত্ৰ। পৰম আত্মা চাৰি ও মুঠি জীৰেই ক্ষেএজ্ঞ। তেওঁ সকলো জীৱৰ মূল তত্ব আৰু সকলো জীৱ তেওঁৰ ভক্ত। শ্ৰদ্ধা ভক্তি প্ৰেম আৰু বিশ্বাস একান্ত বিশ্বাস। জগত খনেই ভকত। কুকুৰ শিগাল গদৰভৰো আত্মা ৰাম ছানিয়া সবাকো কৰিবা উদ্ধৱক কৈছিল।

  • @user-qy1fy1mg4p
    @user-qy1fy1mg4p 7 месяцев назад +1

    Krishna krishna krishna❤❤❤

  • @samiran4767
    @samiran4767 Год назад +3

    কৃষ্ণ কৃষ্ণ 🙏

  • @AMN2023
    @AMN2023 Год назад +4

    কৃষ্ণ🙏

  • @suhaniborah2809
    @suhaniborah2809 Год назад +1

    Krishna Krishna 🙏🙏

  • @animadutta4133
    @animadutta4133 Год назад +2

    Krishna krishna krishna.

  • @user-vt6bh4rn7r
    @user-vt6bh4rn7r 5 месяцев назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ,

    • @binitabarman4661
      @binitabarman4661 2 месяца назад

      বহুত ভাল লাগিল বাপ আপোনাৰ ভাগৱত পাঠ শুনি🙏🙏🙏

  • @pushpamedhi4294
    @pushpamedhi4294 Год назад +2

    কৃষ্ণ কৃষ্ণ বাপজনা বৰ ভাল লাগিছে ধন্যবাদ

  • @r.saikia3334
    @r.saikia3334 Год назад +2

    Krishna Krishna 🙏🙏🙏🙏

  • @bijoyaveryniceborah8304
    @bijoyaveryniceborah8304 Год назад +4

    Krishna 🙏🙏🌹🌹🙏

  • @sabitriboruah4411
    @sabitriboruah4411 10 месяцев назад +1

    Krishn

  • @DigantaHazarika-ud8dd
    @DigantaHazarika-ud8dd Год назад +2

    Krishna Krishna Krishna

  • @PradipDas-td2eb
    @PradipDas-td2eb Год назад +3

    সুন্দৰ বাপ

  • @mileswarbhuyan7110
    @mileswarbhuyan7110 Год назад +2

    কৃষ্ণ কৃষ্ণ বাপ সেৱা আগবঢ়াইছো

  • @BanikantaBonia-ec7nz
    @BanikantaBonia-ec7nz Год назад +2

    🙏🙏🙏কৃষ্ণ সেৱা জনাইছো 🙏

  • @gamingvideo7166
    @gamingvideo7166 2 месяца назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ঔ হৰি ঔ ৰাম

  • @DilipGoswami-ve3ow
    @DilipGoswami-ve3ow Год назад +3

    কৃষ্ণ কৃষ্ণ

  • @nitulgogoi8229
    @nitulgogoi8229 Год назад +2

    Val lagil

  • @bhobeshdawo421
    @bhobeshdawo421 Год назад +1

    Krisno🙏

  • @FatikPhukan-ts6gz
    @FatikPhukan-ts6gz День назад +1

    Krishna. Krishna.❤❤❤

  • @aikankalita6733
    @aikankalita6733 Год назад +2

    Krishna krishna ohori o ram

  • @jurisaikia8501
    @jurisaikia8501 Год назад +3

    কৃষ্ণ।

  • @simantadas6272
    @simantadas6272 2 месяца назад +1

    Krishna Krishna Krishna bap

  • @ProfullaSaikiaOfficial
    @ProfullaSaikiaOfficial Год назад +2

    কৃষ্ণ বৰ সুন্দৰ ব্যাখ্যা বাপ।

  • @guleshwarbora5700
    @guleshwarbora5700 17 дней назад +1

    Krishna bht bhl lagise

  • @girinkrgogoi8688
    @girinkrgogoi8688 Год назад +2

    কৃষ্ণ কৃষ্ণ, শুনি বৰ আনন্দ পালো বাপ, কৃষ্ণ

  • @bontibora9711
    @bontibora9711 3 месяца назад +1

    কৃষ্ণ কৃষ্ণ🙏🙏🙏 ভক্তি ভৰা সেৱা জনালোঁ 🙏🙏🙏

  • @sunitadutta9012
    @sunitadutta9012 Месяц назад +1

    Krishno

  • @PABITRA_NATH__
    @PABITRA_NATH__ Год назад +4

    🙏🙏🙏

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd Год назад +3

    Krishna Krishna baap

  • @pabitrarajbangshi4438
    @pabitrarajbangshi4438 4 месяца назад +1

    কৃষ্ণ কৃষ্ণ বাপ সুন্দৰ

  • @premachayengia8897
    @premachayengia8897 Год назад +2

    Krishna krishna

  • @user-ee2xe9gr7y
    @user-ee2xe9gr7y 10 месяцев назад +1

    Ram 🙏🙏🙏🙏🙏🙏🙏🙏ram🙏🙏🙏🙏🙏🙏 ram

  • @pulokborah1491
    @pulokborah1491 Год назад +4

    Krishna Krishna Bap

  • @munindraborgohain6054
    @munindraborgohain6054 11 месяцев назад +1

    Krishna.krishna.🙏🙏🙏

  • @rakhihandique1701
    @rakhihandique1701 Год назад +2

    Krishna Bap 🙏🙏🙏🙏🙏

  • @user-sl2sn3ws4v
    @user-sl2sn3ws4v 11 месяцев назад +1

    Taanti bap your view is right

  • @nayanbordoloi481
    @nayanbordoloi481 10 месяцев назад +1

    Krishna Krishna bap