অনিল তাঁতী||৫৭৪ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ টীয়ক আঞ্চলিক শাখা

Поделиться
HTML-код
  • Опубликовано: 7 сен 2024
  • #pranjalprotimborah #aniltanti#teok #bhagawtpath
    অনিল তাঁতী M.80115 34785
    স্থান- কমাৰ খাতোৱাল টিনৰ বৰনামঘৰ , কাকজান।
    শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ টীয়ক আঞ্চলিক শাখা
    ‪@জ্যোতিময়Jyotimoy‬
    ‪@pranjalprotimborahofficial4339‬
    ‪@pranjalprotimborah5559‬

Комментарии • 226

  • @junumech653
    @junumech653 Год назад +16

    কৃষ্ণ কৃষ্ণ 🙏🙏কৃষ্ণ অতি সুন্দৰ ভাগবত পাঠ ভাল লাগিছে বাপ জনা অতি সুন্দৰ আপোনাৰ চৰণ সেৱা নিবেদিছো কৃষ্ণ সুন্দৰ বাখ্যা কৃষ্ণ

  • @harichandrabori8835
    @harichandrabori8835 Год назад +8

    কৃষ্ণ- সেৱা নিবেদিলোঁ। শুনি বহুত আনন্দিত আৰু আপ্লুত হ'লো। পৰিবেশটোও একেবাৰে ভগৱন্তৰ বৈকুণ্ঠথলীৰ দৰে নিৰ্মল দেখা গৈছে। সাৰ্থক গুৰুজয়ন্তী অনুষ্ঠানৰ সমূহ বাপ-আইক দেৰিকৈ হ'লেও প্ৰণিপাত জনালোঁ । কৃষ্ণ। জয় গুৰু শংকৰ।

  • @KrishnaDas-eg7uz
    @KrishnaDas-eg7uz Год назад +6

    সছাকৈ মনটি কিতাৰথ হৈছে ,অনিল তাঁতী দেৱৰ ভাষন শুনি বহুত ভাল লাগিছে।ৰাম ৰাম ৰাম জয় শ্ৰী ৰাম

  • @parashmonisaikia4503
    @parashmonisaikia4503 Год назад +4

    কৃষ্ণ কৃষ্ণ বাপজনা অতি সুন্দৰ হৈছে।

  • @chitralahon1916
    @chitralahon1916 Год назад +5

    কৃষ্ণ ভকত, আন্তৰিক সেৱা আগবঢ়ালোঁ।🙏🙏🙏 বহুত সুন্দৰ,আৰু আশাৰে বাট চাই ৰলো.......।

  • @sabitakalita7065
    @sabitakalita7065 9 месяцев назад +1

    কৃষ্ণ। সহস্ৰ বাৰ সেৱা জনালো বাপ। আপোনাসৱে ভাগৱত পাঠ কৰি গৈ আছে। আমিও শ্ৰবন কৰি যাম। আমি সৌভাগ্যৱান হয়। আপোনালোকৰ কন্ঠত ভাগৱত পাঠ শুনিবলৈ পাইছো। ধন্যবাদ। 🙏🏻

  • @dulumoniborah-hu9zk
    @dulumoniborah-hu9zk Месяц назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

  • @dipakdoley1838
    @dipakdoley1838 Год назад +4

    কৃষ্ণ হিমান সুন্দৰ ব্যাখ্যা ।কোতি সেৱা নিবেদিছো ।জয় গুৰু শষ্কৰ

  • @poreshkoch7943
    @poreshkoch7943 Год назад +5

    কৃষ্ণ বাপ অমৃত ময় গুৰু বাণী শুনি বৰ ভাল লাগিল কৃষ্ণ

  • @krishnakantanazira1390
    @krishnakantanazira1390 Год назад +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ ৷জয় গুৰু শঙ্কৰ ৷

  • @brojenkhargharia15
    @brojenkhargharia15 Год назад +2

    Krishna Krishna bap god bless you

  • @kumudinisaikia1979
    @kumudinisaikia1979 Год назад +4

    কৃষ্ণ🙏🙏🙏 বাপ জনলৈ সহস্র প্ৰণাম কৃষ্ণ🙏🙏🙏

  • @nilimakatani3956
    @nilimakatani3956 Год назад +4

    কৃষ্ণ কৃষ্ণ সেৱা আগবঢ়ালোঁ

  • @basuramchabar2199
    @basuramchabar2199 Год назад +8

    জয় গুৰু শঙ্কৰ🙏🙏🙏

    • @basuramchabar2199
      @basuramchabar2199 Год назад +2

      কৃষ্ণ কৃষ্ণ বাপজন লগ পাই ধন্য হলো🙏🙏🙏🙏

  • @dewramvlog
    @dewramvlog Год назад +3

    কৃষ্ণ কৃষ্ণ ৷ লগ দিলো বাপ ৷ নিশ্চয় লগ দিব ৷

  • @sarbeswardas5793
    @sarbeswardas5793 Год назад +4

    Valhoisa bap agoloi akhakorilu namaskar krishna krishna

  • @romeshboruah1749
    @romeshboruah1749 Год назад +4

    অতি সুন্দৰ ব্যাখ্যা বাপ। মন প্ৰাণ জুৰ পৰি গল। সহস্ৰ প্ৰণাম জনাইছোঁ।

  • @dulphukan7304
    @dulphukan7304 Год назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ

  • @minaorang4707
    @minaorang4707 9 месяцев назад +1

    Om namah shiv pita maa and guruji mari koti koti nomthe 🙏🙏Krishna Krishna Krishna

  • @monujhazarika8163
    @monujhazarika8163 Год назад +4

    কৃষ্ণ প্ৰভু জনা
    অমাকো চৰণত এককণিকা স্থান প্ৰদান কৰিব।

  • @biswajitpegu6387
    @biswajitpegu6387 Год назад +8

    কৃষ্ণ সুন্দৰ বক্তব্য ।

  • @basantadas754
    @basantadas754 Год назад +6

    জয় গুৰু শঙ্কৰ

  • @rajeshvlogs420
    @rajeshvlogs420 Год назад +4

    কৃষ্ণ প্ৰভু শুনি ভাল লাগিল

  • @birendutta7809
    @birendutta7809 11 месяцев назад +1

    কৃষ্ণ কৃষ্ণ ।

  • @shrimntaparta871
    @shrimntaparta871 Год назад

    সুন্দৰ হেছে কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @gokulbhuyan2488
    @gokulbhuyan2488 Год назад +5

    অতি সুন্দৰ আৰু তত্ত্ব গধূৰ ব্যাখ্যা ৷

  • @anjalibaruah7669
    @anjalibaruah7669 Год назад +4

    কৃষ্ণ কৃষ্ণ বৰ সুন্দৰ বাপ 🙏🙏🙏🙏🙏🙏

  • @user-ez1pj8uw3h
    @user-ez1pj8uw3h Год назад +5

    কৃষ্ণ বাপ এই অধমে আপোনাসৱৰ শ্ৰীচৰনত ভক্তি ভৰা সেৱা জনালোঁ কৃষ্ণ বাপ আপোনাৰ মধুৰ ভাগৱত ব্যাখ্যা শুনিবলৈ পায় মন পৱিত্ৰ হল বাপ আমাৰ পৰম শ্ৰদ্ধাৰ অনিল তাতি বাপ কৃষ্ণ 🙏 🙏🙏

  • @dipkalita8273
    @dipkalita8273 Год назад +2

    তাতি বাপজনাৰ শৰণত শতকুতি সেৱা জনালোঁ জয় জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @barnalidas7784
    @barnalidas7784 11 месяцев назад +1

    Krishna Krishna Krishna Krishna bap

  • @rofiulhussain4140
    @rofiulhussain4140 11 месяцев назад +1

    Best speech.Tanti bap.I like this

  • @basantadas754
    @basantadas754 Год назад +2

    বাখ্যা সুন্দৰ হৈছে।

  • @manuranjanchetia6867
    @manuranjanchetia6867 Год назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @bhokti
    @bhokti Год назад +5

    Krishna krishna bap .......joy guru shankar krishna bap aapunar baikha khuni kitartho holu ....,...krishna

  • @pratimagogoi
    @pratimagogoi 9 месяцев назад +1

    কৃষ্ণ 🙏🌹🙏

  • @daduldas1643
    @daduldas1643 11 месяцев назад +1

    কৃষ্ণ কৃষ্ণ

  • @poragboruah4156
    @poragboruah4156 Год назад +3

    🙏কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏

  • @kukidaskaki1783
    @kukidaskaki1783 10 месяцев назад +2

    কৃষ্ণ বাপ আপোনাৰ অমৃতময় ভাগৱত ব্যাখ্যা শুনিলে শুনি থাকিব মন যায় কৃষ্ণ। আৰু আগবাঢ়ি যাওক গোটেই বিশ্বতে ঈশ্বৰৰ নাম সত্য শুদ্ধ ভাৱে প্ৰকাশ কৰি জীৱজগতৰ কল্যান সাধন কৰক।। ঈশ্বৰে কৃপা কৰক। কৃষ্ণ বাপ 🙏🙏🤔

  • @kalpanahazarika7631
    @kalpanahazarika7631 Год назад +3

    কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু।

  • @rdsdamu3180
    @rdsdamu3180 Год назад +4

    🙏 Bap Dhuniya Baikha korisa🙏

  • @jogendradadre3er395
    @jogendradadre3er395 Год назад +3

    Sardhar Anil tati bapor rakhal boktabya suni bor bhal lagil prabhu bhagawantai tekhetak sakti deok krishna

  • @lakhyagayan734
    @lakhyagayan734 Год назад +4

    কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰৰ আশীৰ্বাদ কৰে যেন ভগৱান ওচৰত প্ৰাৰ্থনা জনালো 🙏🏻🙏🏻🙏🏻

  • @khiroddeori1669
    @khiroddeori1669 Год назад +3

    🙏 কৃষ্ণ ।সুন্দৰ বক্তব্য বাপ ।

  • @modanborah2333
    @modanborah2333 Год назад +3

    কৃষ্ণ, তাঁতী দেবৰ পৰম কৃপালু গুৰু জনাৰ আৱিৰ্ভাৱ মহোৎসৱত গুৰু জনাৰ ওপৰত যি তত্ত্ব গধুৰ বক্তব্য ৰাখিলে আমি শ্ৰৱন কৰি কৃতাৰ্থ হলো। প্ৰভূৱে আপোনাৰ মঙ্গল কৰক। কৃষ্ণ

  • @badanchandrabania8843
    @badanchandrabania8843 4 месяца назад +1

    Krishna Krishna Krishna

  • @ranjanborah8190
    @ranjanborah8190 Год назад +3

    কৃষ্ণ বাপ কি সুন্দৰ,,,

  • @satyajitsvlogs1435
    @satyajitsvlogs1435 11 месяцев назад +1

    আপোনাৰ অধ্যয়ন আৰু জ্ঞান ৰ পৰিসীমা যেন অপাৰ আৰু অসীম সেই কথা আপোনাৰ বাখ্যা ৰ পৰাই জনা যায়। তাঁতী দেৱক প্ৰণাম।

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 Год назад +10

    Krishna 🙏 bap, সেৱা জনালোঁ , আপোনাৰ জয় হওঁক,অতি সুন্দৰ আন্তৰিক অভিনন্দন ওলগ জনালোঁ জয় গুৰু শংকৰ কৃষ্ণ🙏

  • @sunilgohain1378
    @sunilgohain1378 Год назад +1

    Krishna krishna 🙏🙏🙏

  • @abmonty7274
    @abmonty7274 Год назад +10

    কৃষ্ণ বাপজনা 🙏🙏🙏 বৰ সন্তোষ পালো । অতি সুন্দৰ

  • @akhilgogoi1869
    @akhilgogoi1869 Год назад +3

    Krishna Krishna baap bhal lagil Krishna.

  • @rinakutumpegu1427
    @rinakutumpegu1427 Год назад +1

    🙏 Krishna Krishna Krishna.

  • @arunabhuyan3283
    @arunabhuyan3283 Год назад +2

    Krishna, krishna probhu hundor bhakhon .joi guru hongkor.

  • @PadmoGogoiVlog
    @PadmoGogoiVlog 6 месяцев назад +1

    কৃষ্ণ🙏

  • @bishmritalahon3100
    @bishmritalahon3100 Год назад +3

    কৃষ্ণ প্ৰভু সেৱাভাগ জনালো ।জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ জয় ।মাধৱ।

  • @mukulborah7212
    @mukulborah7212 Год назад +2

    Shardhar Anil Tati dev k hotkuti pronam jonaisu... ,,,,,🙏🙏🙏🙏🙏🙏

  • @jayantachetia4488
    @jayantachetia4488 Год назад +1

    Cl আপোনালৈ শত সহস্র প্রণাম সূন্দৰ ব্যাখা ধণ্যবাদ কৃষ্ণ কৃষ্ণ বাপ।

  • @dipakborah893
    @dipakborah893 Год назад +1

    অতি সুন্দৰ মন্তব্য আগবঢ়ালে । কৃষ্ণ বাপ 🙏🙏🙏

  • @dilipdas8112
    @dilipdas8112 Год назад +4

    কৃষ্ণ বাপ ঈশ্বৰে আগুৱাই নিয়ক 😍🙏

  • @subhamjyotiborah5179
    @subhamjyotiborah5179 Год назад +8

    🙏 জয় গুৰু শঙ্কৰ 🙏 উপস্থিত সকলোকে সেৱা আগবঢ়ায়ছো 🙏 কৃষ্ণ

  • @bedantarajassam4010
    @bedantarajassam4010 Год назад +2

    সচাকৈ বহুত ভাল লাগিল আকৌ সুনিবলৈ আশা থাকিল কৃষ্ণ কৃষ্ণ

  • @Sanatni654
    @Sanatni654 Год назад +1

    Krishna Bap Birat Hundor Bislakhon

  • @maheshpayeng4985
    @maheshpayeng4985 Год назад +1

    Joi ho

  • @nilimarabha7373
    @nilimarabha7373 8 месяцев назад +1

    Krishna

  • @harichandranath421
    @harichandranath421 Год назад +2

    জয় গুৰু শঙ্কৰ। বাপ আপোনাৰ শ্ৰী চনত সেৱা আগবঢ়ায়ছো

  • @user-rk8mb6xn5e
    @user-rk8mb6xn5e 11 месяцев назад +1

    Right religion version

  • @bondorobasomia8584
    @bondorobasomia8584 Год назад +3

    সুন্দৰ ,অতি সুন্দৰ ,কৃষ্ণ কৃষ্ণ

  • @tnath6513
    @tnath6513 Год назад +5

    কৃষ্ণ, বাপ-- সুন্দৰ উপষ্ঠাপন শুনি ভাল লাগিল। কৃষ্ণ কৃষ্ণ কৃষ্ণ--------

  • @BupaiHazarika
    @BupaiHazarika 3 месяца назад +2

    Kishn Kishn ❤️❤️❤️❤️❤️❤️♥️♥️🎉😢😢😮😮😅😊🎉😂❤

  • @nborahnborah2155
    @nborahnborah2155 Год назад +2

    Krishna bapjona apunar soronot xotokouti Pronam jonaisu .

  • @prabhakarhazarika8665
    @prabhakarhazarika8665 Год назад +1

    Krishna , krishna .

  • @tilokgogoi3471
    @tilokgogoi3471 Год назад +2

    VERY NICE .জয় গুৰু শংকৰ.ৰাম ৰাম

  • @BasantaSaikia-sv5dq
    @BasantaSaikia-sv5dq Год назад +1

    Krishna. Krishna

  • @rabinchandrabhuyan4246
    @rabinchandrabhuyan4246 Год назад +9

    অতি সুন্দৰ তাঁতী বাপ ! ভাল লাগিছে, শুনি থাকিবৰ মন গৈয়ে আছে, অলপ ৰসিকতা ও লাভ কৰিছো, লগতে মহা আনন্দ লাগিছে।

    • @dilipboruah3944
      @dilipboruah3944 Год назад

      তাতিবাপ,আপোনাৰ গুৰুজনাৰ ওপৰত দিয়া বক্তৃতা শুনি বহুত অভিভূত হৈ পৰিছো।আপোনাক ভগৱানে বহুত কৃপা কৰিছে। সশ্রদ্ধ সেৱা জনালো,

    • @tamalinidevi4351
      @tamalinidevi4351 Год назад

      ❤p 27:26 27:28

  • @rupalidas1570
    @rupalidas1570 Год назад +1

    Ramkrishna,🙏🙏🙏🙏

  • @user-vd1he6qr7p
    @user-vd1he6qr7p 9 месяцев назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ জন কৃষ্ণ

  • @pranabjyotihazarika7145
    @pranabjyotihazarika7145 Год назад +2

    কৃষ্ণ কৃষ্ণ বাপ 🙏

  • @punyarabha151
    @punyarabha151 10 месяцев назад +1

    Krishna Pranam baap ❤🎉🎉🎉

  • @dulalsaikia632
    @dulalsaikia632 Год назад

    Jai jagatguru sirmanta Sankar dev.. Krishna krishna.tanti bap .

  • @binuddas8512
    @binuddas8512 Год назад +3

    আপোনাৰ বাক্য শুনি ভাল লাগিল।

  • @binakumarigogoiborah8407
    @binakumarigogoiborah8407 Год назад +5

    কৃষ্ণ 🙏🏻 কৃষ্ণ 🙏🏻 কৃষ্ণ 🙏🏻 কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻 অতি সুন্দৰ 🙏🏻🙏🏻🙏🏻🙏🏻

  • @parthabaruah8236
    @parthabaruah8236 Год назад +1

    Krishna 👋👋

  • @babulmedhi3864
    @babulmedhi3864 Год назад +3

    অতি সুন্দৰ বাখ্যা

  • @user-pm7fl7kc9n
    @user-pm7fl7kc9n 9 месяцев назад +1

    Krisna

  • @jayantaingty5071
    @jayantaingty5071 Год назад +13

    শুনি আপ্লুত হলো । কৃষ্ণ কৃষ্ণ 👏👏

  • @bibhamedhi6490
    @bibhamedhi6490 Год назад +2

    কৃষ্ণ বাপ🙏🏾অতি তত্ত গধূৰ সুন্দৰ ব্যাখ্যা 👌

  • @dipalikonwar5022
    @dipalikonwar5022 Год назад +3

    বাপ জনাবলৈ সেৱা জনালোঁ কৃষ্ণ 🙏

  • @subhashchandraroy1928
    @subhashchandraroy1928 Год назад +3

    কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ 🙏🙏🙏

  • @user-bo4pn7cu9w
    @user-bo4pn7cu9w 10 месяцев назад +1

    কৃষ্ণ সুন্দৰ ব্যাখ্যা।100% ই শুদ্ধ।

  • @NiruDevi-td3hn
    @NiruDevi-td3hn 4 месяца назад +1

    Krishna krishna bap pranam janalo krishna krishna 🙏🙏🙏🙏

  • @sidheswarrajbongshi4313
    @sidheswarrajbongshi4313 10 месяцев назад +1

    🙏🙏🙏

  • @pulokborah1491
    @pulokborah1491 Год назад +1

    Krishna Krishna Bap

  • @lukuborah7388
    @lukuborah7388 Год назад +3

    বহু ত বহু ত শুভেচ্ছা জনালো

  • @kumudbordoloi2079
    @kumudbordoloi2079 Год назад +1

    Ram Krishna, Krishna, Krishna,
    Hari,
    Hari,
    Excellent

  • @BKBorah
    @BKBorah Год назад

    কৃষ্ণ বাপ, জয় গুৰু শংকৰ

  • @horinamoramiyarokh3890
    @horinamoramiyarokh3890 Год назад +2

    কৃষ্ণ ৰাম

  • @mousomitanti6109
    @mousomitanti6109 Год назад +2

    🙏🙏 বাপ

  • @jagotlahon7178
    @jagotlahon7178 Год назад +2

    আপোনাৰ বক্তব্য হোনি পৰম সুখী হলো। প্ৰভু জনা আমাৰ ভক্তি ভৰা সেৱা ভাগ গ্ৰহণ কৰিব। আপোনাৰ সোসা,,,,ঠ কামনা কৰিলো।

  • @sabitriboruah4411
    @sabitriboruah4411 Год назад +3

    🙏

  • @rebasaikia7452
    @rebasaikia7452 Год назад +5

    বাৰজন সেৱা জনালো ,কথাষাৰ কব খুজিছোঁ অপৰাধ নধৰিব ,আধ্যাত্মিক আলোচনাত তৰ্জনী আঙুলি আগবঢ়াব পাৰিনে , কৃষ্ণ