ভটীয়াপাৰ||শেনচোৱা|| part-2

Поделиться
HTML-код
  • Опубликовано: 7 сен 2024
  • #pranjitgogoi #pranjalprotimborah #ভাগৱতপাঠ #ভাগৱতপাঠ #bhagawatpath

Комментарии • 159

  • @user-zw8tu1hg5b
    @user-zw8tu1hg5b 5 дней назад

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @padmakalita6061
    @padmakalita6061 4 дня назад +1

    Krishna Krishna pranam jonalu kouti kouti bar bap

  • @MridulDas-jd4to
    @MridulDas-jd4to 12 дней назад

    Krishan krishan

  • @jibonchetia4157
    @jibonchetia4157 10 дней назад

    কৃষ্ণ ৰাম নাৰায়ণ হৰি বিষ্ণু

  • @lulugogoi6060
    @lulugogoi6060 Год назад +11

    ওঁম নমোঃ ভাগৱতে বাসুদেৱায়

  • @UCB1965
    @UCB1965 Год назад +3

    ওঁ নমো ভগৱতে বাসুদেৱায়,🙏

  • @padmakalita6061
    @padmakalita6061 4 дня назад +1

    Krishna Krishna pranam jonalu kouti kouti bar

  • @JintuBorgohain-xw2wm
    @JintuBorgohain-xw2wm 9 месяцев назад

    Ww

  • @kakalikhataniyar9516
    @kakalikhataniyar9516 3 месяца назад

    Bhagwan Krishna Krishna 🙏🙏🙏🙏

  • @daslakhi9545
    @daslakhi9545 Год назад +4

    Krishna Krishna Krishna

  • @himadriboruah4849
    @himadriboruah4849 Год назад +10

    কৃষ্ণ, কৃষ্ণ 🙏🙏🙏

  • @keshabbora7742
    @keshabbora7742 Год назад +6

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল আপোনালোকৰ চৰণত কোতি কোতি সেৱা নিবেদিছো 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @amiyabora-tg8ld
    @amiyabora-tg8ld Год назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @user-my2ke1gg8h
    @user-my2ke1gg8h Год назад +8

    কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ, আপোনাৰ শ্ৰীচৰণৰ তলত আমাক ঠাই দিয়া হওক।

  • @nirmaldeori4218
    @nirmaldeori4218 Год назад +5

    Jai shree krishna 🎉🎉🎉🙏🙏🙏

  • @pranjoldutta7038
    @pranjoldutta7038 Год назад +5

    কৃষ্ণ 🙏🏿🙏🏿 জয় গুৰু শঙ্কৰ 🙏🏿সেৱা জনালোঁ 🥰🥰🥰🥰🥰

  • @khirodagogoi625
    @khirodagogoi625 Год назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।।

  • @user-rp3zc7zb3h
    @user-rp3zc7zb3h Год назад +2

    Krishna Krishna pobhu 🙏🙏🙏

  • @khogeswarigogoi1902
    @khogeswarigogoi1902 Год назад +6

    কৃষ্ণ কৃষ্ণ বাপ সন্ধ্যাৰ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব কৃষ্ণ

  • @rekhagogoi322
    @rekhagogoi322 Год назад +5

    কৃষ্ণ বাপ সেৱা ধৰিছো ।

  • @simantadutta2030
    @simantadutta2030 Год назад +6

    কৃষ্ণ বাপ 🙏

  • @koustabojah8779
    @koustabojah8779 Год назад +4

    কৃষ্ণ কৃষ্ণ প্রভূ আজি বৈকুণ্ঠ ত উপস্থিত থকা সমুহ ভকতৰ পদ চৰনত সেৱা নিবেদন কৰিলো

  • @numalgogoi1647
    @numalgogoi1647 Год назад +6

    কৃষ্ণ,বৰ সুন্দৰ ব্যাখ্যা ।

  • @bijureallyvlog1805
    @bijureallyvlog1805 Год назад +1

    অলপ বুজি পাইছোঁ।

  • @hkdasdas3901
    @hkdasdas3901 Год назад +6

    কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহন কৰিব। কৃষ্ণ🙏🙏🙏🙏

  • @junumech7558
    @junumech7558 Год назад +3

    কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিলে প্ৰাভু জনা কৃষ্ণ কৃষ্ণ

  • @sunilrajkhowa579
    @sunilrajkhowa579 Год назад +5

    জয গুৰু শংকৰ 🙏🏻

  • @KristiBoruah
    @KristiBoruah 10 месяцев назад +1

    কৃষ্ণ❤🙏

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd Год назад +3

    Krishna krishna
    Baap

  • @bhaktirabha9649
    @bhaktirabha9649 Год назад +3

    ৰাম কৃষ্ণ 🙏

  • @khirodbhuyan5967
    @khirodbhuyan5967 Год назад +3

    Krishna 🙏

  • @nirudutta-su1fp
    @nirudutta-su1fp Год назад +2

    🙏🙏🙏

  • @madhurjyagogoi6085
    @madhurjyagogoi6085 Год назад +2

    কৃষ্ণ

  • @kandarpadas8365
    @kandarpadas8365 14 дней назад

    Krishna Krishna bap bahut bahut val lagise O krisna krisna. Bap saran lowa bhakat jane bhagawat parib pare ne _?? Bhagawat paribalai bhojar hob lage ne ki aponi kripa kari jab. Krishna Krishna bap Prinjit Bap sewa dhariso Krishna Krishna bap

  • @kalpananath3301
    @kalpananath3301 Год назад +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব

  • @brojengogoikrisnakrisna7975
    @brojengogoikrisnakrisna7975 Год назад +2

    Krishna Krishna bap hewa janalu

  • @TutumoniDowari-st2vf
    @TutumoniDowari-st2vf Год назад +2

    কৃষ্ণ কৃষ্ণ বা প

  • @jitengogoi981
    @jitengogoi981 11 месяцев назад +1

    সেহি লৰা তিৰুতাত আশা কৰা কেন হৰি বিনে আন নহি গতি দাতা আন

  • @gobindadeuri762
    @gobindadeuri762 Год назад +2

    Krrishno

  • @dulumonigogoi3311
    @dulumonigogoi3311 Год назад +2

    কৃষ্ণ কৃষ্ণ

  • @rajuhazarikasaikia2511
    @rajuhazarikasaikia2511 Год назад +1

    কৃষ্ণ কৃষ্ণ বাপ। ইমান সুন্দৰ ব্যাখ্যা । বৰ ভাল লাগিল।

  • @asomiaasom6008
    @asomiaasom6008 Год назад +1

    সত্য ত্ৰেতা দ্বাপৰ আৰু কলিৰ পাঁচ হাজাৰ বছৰ চলি যোৱা আচাৰ আচৰণ নীতি নিয়ম ভক্তি ধৰ্ম এতিয়া অশুদ্ধ অচল অদৰ্কাৰী মন্দমতি অধম হল । বেদ পুৰাণ উপনিষদৰ উপদেশ সিদ্ধান্ত বাণীৰে সত্য ত্ৰেতা দ্বাপৰ যুগৰ ঋষি মুনি সাধু সন্যাসী সন্ত মহন্ত ভকত বৈষ্ণৱ তৰি গল ,দৈত্য দানৱ অসুৰ সকলে বেদবিহিত তপ জপ যাগ যজ্ঞ পূজা কৰি ব্ৰহ্মা বিষ্ণু মহেশ্বৰক তুস্ত কৰি বৰ লৈ ত্ৰিভুবন বিজয়ী শক্তিশালী বীৰ পৰাক্ৰমী ক্ষমতাশালী হেছিল সেই বেদ পুৰাণ উপনিখদৰ উপদেশ সিদ্ধান্ত বাণী আৰু তপ জপ যাগ যজ্ঞ পূজা দেৱ দেৱী এতিয়া বৰ্তমান অসমত কিছু লোকৰ মাজত অপ্ৰাসংগিক হল অনাচাৰী অধৰ্মী দুৰাচাৰ মন্দমতি পাপমতি নিস্ফল হল ।হে হৰি শাস্ত্ৰই ভুল নে ঈশ্বৰ বিষ্ণু কৃষ্ণই ভূল নে ব্যাখ্যাকাৰী জনৰ ব্যাখ্যাই ভুল ???ব্যাখ্যাকাৰী জনৰ ব্যাখ্যা শুদ্ধ বুলি মানিলে বেদ পুৰাণ উপনিষদ গীতা ভাগৱত ঈশ্বৰ আৰু সত্য ত্ৰেতা দ্বাপৰ যুগ ,তপ জপ যাগ যজ্ঞ পূজা ঈশ্বৰৰ বিভুতি স্বৰূপ দেৱ দেৱী ভুল অশুদ্ধ মন্দমতি দুৰাচাৰী অধম পাপমতি ।আৰু যদি বেদ পুৰাণ উপনিষদ গীতা ভাগৱত সত্য ত্ৰেতা দ্বাপৰৰ তপ জপ যাগ যজ্ঞ পূজা ঈশ্বৰ আৰু ঈশ্বৰৰ বিভুতি স্বৰূপ দেৱ দেৱী শুদ্ধ সত্য সঁচা হলে ব্যাখ্যাকাৰ জন আৰু ব্যাখ্যাবোৰ কি হব ???
    নিশ্চয় কিবা এটা ডাঙৰ ৰহস্য মায়া গণ্ডগোল সোমাই আছে ।আগৰ ধৰ্ম আৰু বৰ্তমানৰ আমাৰ অসমৰ ধৰ্মৰ মাজত ।কৃষ্ণ ।ঔঁ তত সত 🙏

  • @bitupandas7824
    @bitupandas7824 Год назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🏻🙏🏻🙏🏻

  • @parajitasaikia
    @parajitasaikia Год назад +4

    কৃষ্ণ মাধৱ হৃষীকেশ ।।

  • @BantiGogoi-ht3bv
    @BantiGogoi-ht3bv Год назад +1

    Hondhyar prnam jonalu krisno

  • @lipikarajkonwar5654
    @lipikarajkonwar5654 Год назад +2

    কৃষ্ণ 🙏

  • @madhabboro2813
    @madhabboro2813 Год назад +2

    Krishna Krishna

  • @user-tt2cn8ro7h
    @user-tt2cn8ro7h Год назад +2

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏

  • @prativadas541
    @prativadas541 Год назад +1

    Krishna krishna krishna

  • @gobindasaikia9028
    @gobindasaikia9028 Год назад +4

    Jai shree krishna ❤️😍

  • @akhilburagohain381
    @akhilburagohain381 Год назад +1

    Krishna Krishna Krishna hare murari

  • @Rasamit6360
    @Rasamit6360 Год назад +4

    Ram ram bap🙏🙏🙏❤❤

  • @priyankaphukan6560
    @priyankaphukan6560 8 месяцев назад +1

    কৃষ্ণ প্ৰভু আপোনাৰ হবৰ শ্ৰী চৰণত ভক্তিভাৱেৰে সেৱা নিবেদন কৰিলোঁ।🙏🙏

    • @Lakhimai-iw7sd
      @Lakhimai-iw7sd 5 месяцев назад

      L̊)̊l̊)̊)̊)̊l̊l̊)̊l̊l̊p̊ l̊

  • @Request_motivation
    @Request_motivation Год назад +1

    কৃষ্ণ বাপ মই অভা জনে আপোনাৰ চৰণত
    ভক্তি ভাৱে সেৱা জনালো কৃষ্ণ।।🪔🪔🪔🙏🙏🙏

  • @radhikaprasadgogoi772
    @radhikaprasadgogoi772 2 месяца назад

    Krishna Krishna Krishna probhu muk rakha kora❤

  • @rupamoninath818
    @rupamoninath818 Год назад +1

    🙏🙏🙏🙏🙏

  • @purnimadas7779
    @purnimadas7779 Год назад +1

    🙏🙏🙏🙏Krishna krishna bap 🙏🙏🙏🙏

  • @khagengogoi2237
    @khagengogoi2237 Год назад +2

    কৃষ্ণ কৃষ্ণ বাপজনা 🙏

  • @ankitagogoi9376
    @ankitagogoi9376 Год назад +4

    Krishna Krishna🙏🙏

  • @rewatideka7020
    @rewatideka7020 Год назад +1

    কৃষ্ণ কৃষ্ণ বাপ প্ৰনাম জনাইছো 🙏🙏

  • @akhilgogoi1869
    @akhilgogoi1869 Год назад +2

    Bap Krishna Krishna.

  • @anilchandraborah1693
    @anilchandraborah1693 Год назад +1

    😊😊😊😊

  • @user-bc9ev1yt9g
    @user-bc9ev1yt9g Год назад +1

    Parnjit bap bhut bhut dhenebad

  • @labanyadevi5536
    @labanyadevi5536 Год назад +1

    কৃষ্ণ প্ৰভূ আপোনাৰ ব্যাখ্যা শুনি মই পৰম সন্তোস পাও প্ৰতিদিনাই শুনো আপোনাক শত কৌটি প্ৰনিপাত কৰিছো বাপ

  • @jackergaming1983
    @jackergaming1983 Год назад +1

    Jiy Sri Krishna guru dev namat vakat saran lolu

  • @minalamchiliveyoutubechann8476
    @minalamchiliveyoutubechann8476 Год назад +1

    Ram.. krishna Khongkor guru'🙏🙏🙏🙏

  • @minakshigogoi2907
    @minakshigogoi2907 Год назад +1

    কৃষ্ণ , সেৱা জনালোঁ ।🙏🙏

  • @AbhijitDas-wk8ch
    @AbhijitDas-wk8ch Год назад +1

    Krishna Ram

  • @rimishaborah7403
    @rimishaborah7403 Год назад +1

    Krishna

  • @TulshiGogoi-br5iu
    @TulshiGogoi-br5iu Год назад +1

    Krisna krisna parvu

  • @jituhazarika4021
    @jituhazarika4021 Год назад +1

    🙏🙏🙏🙏👣👣👣👣

  • @MANOSHBHAITOW
    @MANOSHBHAITOW 11 месяцев назад +2

    আপুনি জদি বিস্ৱাশ কৰা তেতিয়া হলে like কৰা
    👇

  • @AnupDas-ti2lz
    @AnupDas-ti2lz Год назад +1

    Val lagil xuni Krishna ❤❤❤

  • @upenbora450
    @upenbora450 Год назад +1

    Krishna Krishna Krishna 👃👃👃 Bap

  • @robinborah5848
    @robinborah5848 Год назад +2

    Sundar Sundar bhaykha krishna❤

  • @punyprovasonowal6834
    @punyprovasonowal6834 Год назад +1

    HOY.PORVU

  • @r.ctalukdar1659
    @r.ctalukdar1659 Год назад +1

    যথেষ্টসংখ্যক উদাহৰণ দি বুজাই দিয়াৰ বাবে ধন্যবাদ থাকিল।

  • @ratuldas6474
    @ratuldas6474 Год назад +1

    ঈশ্ৱৰৰ ভজনা কৰিবলৈ কি কি য়োগ্যতাৰ আৱশ্যক । এই য়োগ্যতাবিলাক বৃত্তিধাৰি হোৱা উচিত নে ? এই য়োগ্যতাখিনি নথকাসকলৰ ঈশ্ৱৰৰ ভজনা নহব নেকি ?এই ধৰনৰ কৰ্মৰে সমাজখন গঠণমুখী হবনে, ---- কি ? গুৰুদ্বয়ে আমাক কি উদ্দেশ্যৰে শাস্ত্ৰ্ববিলাক প্ৰদান কৰি থৈ গৈছিল বাৰু •••••• ? গুৰুদ্বয়ৰ দৰ্শনৰ বিষয়ে আমিবোৰ সচেতন হৈছোনে ? এবাৰলৈ হলেও সকলোৱে বিবেচনা কৰি চোৱাৰ অৱকাশ আছে বুলি আমাৰ ভাৱ হৈছে ।

  • @jintudeuri2395
    @jintudeuri2395 Год назад

    Jay shree Krishna ki Jai 🙏🙏🙏

  • @Sunsun-ir4cq
    @Sunsun-ir4cq Год назад +1

    কৃষ্ণ কৃষ্ণ প্ৰভু😮😅😊

  • @jimudgogoi1334
    @jimudgogoi1334 Год назад +1

    কৃষ্ণ কৃষ্ণ হে বাপ। আপোনাৰ শ্ৰমৰ্ সাৰ্থক হওক । বাস্তৱ ক্ষেত্ৰত দেখা যায় যে নোধোও গা ধোৱালী নেখাও ভাত খোৱালী নিগিলো কি কৰ কৰ। অপৰাধ বিনাষন ।

  • @sadnandabora3844
    @sadnandabora3844 Год назад

    -পৰম শ্ৰধাৰ প্ৰানজিত প্ৰভূ জনা । সেৱা জনালো ।গ্ৰহন কৰাৰ আশাৰে । আপোনাৰ প্ৰতিটো অনুস্থান আগ্ৰহেৰে মুল্যায়ন কৰিআছো ।বৰ মনোগ্ৰাহী হৈছে । ।মোৰ কবৰ মন গৈছে আপোনী শংকৰ মাধৱৰ কিংকৰ স্বৰূপে অৱতাৰী পুৰুষ ।ভূল নুবুজিৱ আপোনাৰ ত্যাগক সন্মান জনাইহে কৈছো । আপোনী একেধাৰে একইশ্বৰ বাদৰ সৎ প্ৰনালী নিতী নিয়ম নিৰলষ প্ৰচেষ্টাৰে সেইযে পুৰনী পৰম্পৰাত বিস্বাসী সকলৰ মাজত ভূল মতাদৰ্শৰ বীপৰীতে সৎ চিন্তাৰ খোৰাক যোগান ধৰাত সফল হৈছে সেইয়া শ্ৰী মন্ত শংৰ দেৱ সংগঠনৰ সঙ্গী হিচাপে আদৰনী জনাইছো ।।
    আমি সেই সকল গৃহস্থিক শতকৌতী প্ৰনাম জনাইছো তেখেত সকলৰ জ্ঞান চক্ষু মেল খাওক।পৰম্পৰা মতে সাংসাৰিক জীৱন ছলাই যোৱাতো বৰ্তমান যুগৰ যুগুতি নহয় । নাম ঘোষা ভাগ পঢ়ক।বিশ্লেষন কৰক ।কেৱল শিক্ষাৰ মাপ কাঠিৰে ধৰ্মক শিক্ষাৰে দমিনেত কৰিলে ধৰ্মৰ পৰাজয় কিন্তু নহয় ।শিক্ষাৰ হে পৰাজয় 'হ'ব । নিতী বৰ্হি ভূত ভাৱে যিয়েই যিধৰ্ম নকৰৰক কিয় ইশ্ছৰ সন্তুষ্ট যে নহয় এই কথা খাটাং ।

  • @sabitriboruah4411
    @sabitriboruah4411 Год назад

    🙏

  • @RanjanDas-xh2yv
    @RanjanDas-xh2yv Год назад +2

    আপুনি চৈধ্য প্ৰসঙ্গৰ তাৎপৰ্য্যৰ বিষয়ে একোকেই কোৱা পৰিলক্ষিত নহল । আৰু এটা কথা এই ভিডিঅটো শেষৰ ফালে আমি দেখিলো যে বিষ্ণু- শিৱৰ ভিন্ন ভাব ।কাৰণ আমি শাস্ত্ৰৰ কিছোমান অধ্যায়ত বিষ্ণু-শিৱৰ ভিন্ন নহয় বুলি পাইছো ।

  • @abhigyanborahanuhazarika167
    @abhigyanborahanuhazarika167 Год назад

    Krishna🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @shyamolikabora2924
    @shyamolikabora2924 Год назад +1

    Chidha shastra ki ki baru Kobo laga

  • @ashokkumardutta7850
    @ashokkumardutta7850 Год назад

    কৃষ্ণ কৃষ্ণ‌‌ সেৱা‌‌ নিবেদিছো

  • @rajudutta6401
    @rajudutta6401 4 месяца назад

    বছেৰেকীয়াৰ অৰ্থ টো আপুনি ‌ভাল‌ বুজিছে দেই।

  • @kandarpadas8365
    @kandarpadas8365 14 дней назад

    Krishna Krishna bap Bhagawat paribalai bhojanar hob lage neki _? Saran lowa bhakate bhagawat paribalai pare ne __? Krishna Krishna bap Pranjit bap kripa kari jab Krishna Krishna bap

  • @digantagogoi5289
    @digantagogoi5289 Год назад +2

    কৃষ্ণ কৃষ্ণ অতি শুদ্ধ কথা।

  • @moniprovabora6544
    @moniprovabora6544 Год назад +1

    কথাবোৰ সংগতি হীন আপোনাৰ ,বহুত দিন আপুনি টানিব নোৱাৰিব গৈনেকি ???😊😊

  • @lukumailekharu1022
    @lukumailekharu1022 Год назад +1

    Krishna krishna bap hoto kuti pronam jonalu

  • @mitaligogoichutia9855
    @mitaligogoichutia9855 Год назад +3

    ,এই. জন. ভকতৰ. কথা বিলাক. ইনঢালসুৰিয়া যেন. লাগে

  • @manindranathbhakat300
    @manindranathbhakat300 Год назад

    Ram krihna Ram Krishna Ram Krishna name. Ram Krishna Ram Krishna Ram Krishna Ram.

  • @ankitbordoloi9041
    @ankitbordoloi9041 Год назад +1

    😢😮Krisna

  • @user-ct6rb5br1q
    @user-ct6rb5br1q Год назад +2

    আপোনাৰ কথাবোর হয় আমাৰো এনেকোৱা হৈছিল? একঘৰীযা কৰি থৈছিল? একশৰণীয়া হোৱা বাবে

  • @bubulgogoi9061
    @bubulgogoi9061 Год назад +9

    কৃষ্ণ কৃষ্ণ প্ৰভূ্ কৃষ্ণ আজি বৈকুণ্ঠত উপস্থিত সমুহ ভকত বৈষ্ণৱৰ চৰন পঙ্কজত সেৱা নিবেদন কৰা কৃষ্ণ আপোনাৰ পদ্ম মুখে ভাগৱতৰ কথা শুনি মন তৃপ্তি লাভ কৰা হৈছে ভগৱানে আপোনাক কৃপা কৰক আমি ভগৱানৰ চনৰ পঙ্কজত সেৱা নিবেদন কৰা হৈছে কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ্ কৃষ্ণ

  • @binudsharma750
    @binudsharma750 Год назад +1

    Aponi j eat vagwat byakhya koribor babe 80000 hajar lole aitu kihot pore jobabo son

  • @blackgamer751
    @blackgamer751 Год назад +1

    Krishna. Bap

  • @lukoswaranjali828
    @lukoswaranjali828 Год назад +2

    পূৰ্বৰ পৰম পৰা এৰিব কেনেকৈ ।আৰু যিয়ে এৰিব সেইজনে তেওঁৰ পূৰ্বৰ পৰা চলি অহা উপাধি টোও সলাব লাগিব।