ফুলকবি আৰু প্ৰেম - story of yellow cauliflower and LOVE ❤️❤️❤️

Поделиться
HTML-код
  • Опубликовано: 13 сен 2024
  • kangkan channel
    • ভনীয়ে মোৰ পৰা কি ললে-S...
    Maina Channal
    • আমাৰ খেতি পথাৰত দিম্পু ✨

Комментарии • 2,2 тыс.

  • @prodipgorhofficial4147
    @prodipgorhofficial4147 2 года назад +170

    প্ৰেমৰ কাহিনীটো শুনি বৰ ভাল লাগিল।।।চেল্যুট🙏🏼🙏🏼🙏🏼

  • @chilmilsapun325
    @chilmilsapun325 2 года назад +30

    ইমান সৃষ্টিশীল মন তেওঁৰ। সেই ৬২ চনৰ চিঠি কেইখনৰ ধুনীয়া ৰংবোৰৰ পৰা আৰম্ভ কৰি এতিয়াৰ তেওঁৰ পথাৰৰ ৰংবোৰলৈকে , সাংঘাতিক 💚💛

    • @nyaayjyotideka7987
      @nyaayjyotideka7987 2 года назад +1

      ৬২চন নহয়....🙏৮৯ মানৰ পৰা চিঠি ৰ আৰম্ভণি

    • @nyaayjyotideka7987
      @nyaayjyotideka7987 2 года назад +3

      ৬২বুলি কোৱাটো পিন নম্বৰ হে

  • @Anuraagclasses
    @Anuraagclasses 2 года назад +48

    মন চুই যোৱা এটি video। পৰমেশ্বৰ দা আৰু জয়া নবৌ দুয়ো সদায় সুখত থাকক। ❤

  • @digantatahabildar1249
    @digantatahabildar1249 2 года назад +1

    Prem kahini tu bohut val lagil

  • @ritupanchetia4607
    @ritupanchetia4607 2 года назад +12

    বহুত বেছি গৌৰৱ অৱুভৱ কৰিছো মানুহ জনক আৰু পৰিয়াল টোক ,,,, সুখী পৰিয়াল মানুহ জনক ভগৱানে আৰু শক্তি দিয়ক যাতে আৰু নতুনত্ব কিবা কৰি যাব পাৰে আমাৰ বাবে ❤❤ আৰু দিম্পু তোমাৰলৈ বহু বহু ধন্যবাদ তোমাৰ বাবে বহুতেই কথা শিকিব পাৰো নজনা কথা নেদেখা ঠাই সকলো ঘৰৰ পৰাই চাই বুজিব পাৰো ❤❤

  • @Mitashri_Khaund
    @Mitashri_Khaund 2 года назад +102

    আজিৰ প্ৰেম আৰু তেওঁলোকৰ প্ৰেম সঁচাকৈ শলাগ লব লাগিব , সদায় সুখী হওঁক তেওঁলোকৰ পৰিয়ালটো😍😍 দিম্পু দা তুমালৈ মৰম যাচিলো বিশ্বনাথ চাৰিআলিৰ পৰা

    • @bncshooter6628
      @bncshooter6628 2 года назад +1

      op moi you biswanath chreli po. a BNC# bis..nath chreli

  • @bastabdeka4621
    @bastabdeka4621 2 года назад +44

    ১৫বছৰ চিঠিৰ যোগে প্ৰেম তাকো মুখ নেদেখাকে ইয়াতকৈ আৰু বিশ্বাস যুগ্য কথা কি হ'ব পাৰে 💕 মানুহৰ যিমান টকা পইচা নাথাকক কিয় মৰম ভাল পোৱা নাথাকিলে কেতিয়াও সুখী হ'ব নোৱাৰি 💫 আৰু এটা কথা কৃষকসকল আমাৰ বাবে ভগৱান স্বৰূপ গতিকে তেওঁ লোকক উচিত সন্মান কৰিব লাগে 🙏thank you dimpu daa Val Val vdo bur bnuar babe ♥️

  • @prasantadas5439
    @prasantadas5439 2 года назад +84

    সঁচাকৈ য়েই শলাগ লবলগীয়া , তেওঁলোকৰ ভৱিষ্যত সুখী হওঁক ❤️

  • @bimolrongpi2553
    @bimolrongpi2553 2 года назад +1

    Eman bhal lagiil kahanitu

  • @manukrishnakachari4444
    @manukrishnakachari4444 2 года назад +90

    হালধীয়া ফুলকবি আৰু হালধীয়া বিলাহী আজি প্ৰথম দেখিলো🤗🤗 কৃষক জনৰ ভৱিষ্যত সপোন বোৰ শুনি ভাল লাগিল সোনকালে পূৰণ হওক তেখেতৰ সপোনবোৰ❤✨তেওঁ আশা কৰা ধৰনে খেতিবোৰ ভাল হওক😌😌

  • @harshitasarmah
    @harshitasarmah 2 года назад +13

    Dhunia 😍 এনেকুৱা হালধীয়া পাচলি দেখাই নাই আজি হে দেখিছো কি আচৰিত 😮😮😍😍😍😍😍

  • @newtondeka165
    @newtondeka165 2 года назад +33

    ডিম্পু দা তুমি মহান ।কাৰন তোমাৰ কাৰনে নেদেখা বস্তুটো দেখিবলৈ পোৱা যায় আৰু নজনা কথা শিকিবলৈ পাওঁ।।। এই কাৰণে তোমাক ভাল লাগে।।।।।

  • @mrtulsizglover721
    @mrtulsizglover721 2 года назад +91

    মৰিগাঁও জিলাৰ পৰা তোমালৈ বহুত বহুত মৰম যাচিছো Dimpu daa 😘

    • @dhunurumurlife6151
      @dhunurumurlife6151 2 года назад +1

      Hi muru frd hba ni moiu back krim tumk

    • @mrtulsizglover721
      @mrtulsizglover721 2 года назад +1

      @@dhunurumurlife6151 okey Fnds

    • @dhunurumurlife6151
      @dhunurumurlife6151 2 года назад

      @@mrtulsizglover721 hi Tumi mur frd hla ny bru moi knto tumk back dilu de Jodi hua ny hba de

  • @sangitadas1999
    @sangitadas1999 2 года назад +5

    বহু বছৰীয়া প্ৰেম কাহিনী শুনি ভাল লাগিল।💕💕💕💞💞💞

  • @bikash8151
    @bikash8151 2 года назад +1

    Prem or kahini tuk salute disu ❣️

  • @mrbhargab1920
    @mrbhargab1920 2 года назад +1133

    Dimpu Da তোমাৰ প্ৰেম হে কেতিয়া হয় 😍🙂😌😅

    • @karnakumar1735
      @karnakumar1735 2 года назад +68

      Dimpu dar gf ase karon dimpu dai aji kali pura ktha pati thake

    • @jbpresentsws5620
      @jbpresentsws5620 2 года назад +32

      Dimpu dar OOO gf ase saiboli....belegok koi thakiba na

    • @mrbhargab1920
      @mrbhargab1920 2 года назад +31

      @@karnakumar1735 bro kotha kale olp vl ke kaba Dimpu Dai kotha pate ne napate tumi sai thaka niki

    • @ffsamironyt8510
      @ffsamironyt8510 2 года назад +14

      Mojja desa

    • @Rahulkardong9454
      @Rahulkardong9454 2 года назад +9

      🤣🤣🤣

  • @mrinalkalitaphotography7242
    @mrinalkalitaphotography7242 2 года назад +106

    সদাই প্ৰেম জগত খন এনেকুৱা হব লাগে ❤️

  • @jupivlogs7743
    @jupivlogs7743 2 года назад +34

    বহুত মজা ডিম্পু দা 🥰 লক্ষীমপুৰ ৰ পৰা মৰম যাচিলোঁ ❤️❤️

    • @SANJIBTECH
      @SANJIBTECH 2 года назад

      mur logot join houk🙏🙏moiu lakhimpurore🙋‍♂🙋‍♂

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 года назад

      . Dur junakot : Full song You tube link :
      ruclips.net/video/im_lkRU3gqg/видео.html

  • @AJayTHakuria
    @AJayTHakuria 2 года назад +9

    কৃষক জনক Salute 🙏
    আদৰ্শ খেতিয়ক ❤️

  • @anamikahaloi9307
    @anamikahaloi9307 2 года назад

    Xai dada baideo 2jonloi salut imn dhunia prem kahani 2jone hodai vla thok tare kamona korilo ru dimpu 2mloi u thkil bhut bhut dhnobad ❤️❤️❤️🙏🙏🙏🙏

  • @deltagaming9106
    @deltagaming9106 2 года назад +50

    কিছুমান ‌কথা‌‌ কবলৈ ভাষা বিচাৰি পোৱা নাযায়। সচাকৈ আপ্লুত হলো‌ তেওঁলোকৰ কূষি কর্ম আৰু প্ৰেমৰ বিষয়ে জানিবলৈ পায়। তেওঁলোকৰ ভবিষ্যত জীবন উজ্বল হওঁক তাকে ‌কামনা কৰিছো। বহুত ভাল লাগিল ভীডিও‌ টো চাই।

  • @piiiiiiiiiiiinak
    @piiiiiiiiiiiinak 2 года назад +26

    এইয়াই স্বৰ্গীয় প্ৰেমৰ অদ্ভূত নিদৰ্শন।।।।।...."দে আৰ" ❣️

  • @bjahnabi2755
    @bjahnabi2755 2 года назад +3

    প্ৰেম সদায় স্বৰ্গীয় ।শ্ৰীকৃষ্ণই যেনেকৈ ৰাধাক নিজৰ আত্মা বুলি কৈছে ঠিক তেনেকৈ এওঁলোকৰ প্ৰেম যুগমীয়া ।বৰ্তমান এনে প্ৰেম আমাৰ সমাজৰ নবপ্ৰজন্ম আগত প্ৰদৰ্শন কৰাটো ।অতি প্ৰয়োজনীয় কাৰণ তেওঁলোকে প্ৰেমৰ অৰ্থ বুজি নাপাই ।প্ৰমক Timepass হিচাপে লৈ সমাজখনৰ নিয়ম শৃংখলা নাইকীয়া কৰিছে ।মই ভাবো এনে প্ৰেম T.V show কৰিলে ভাল হয় ।

  • @pujapathak3808
    @pujapathak3808 2 года назад +1

    Oho,❣️❣️😍🤩 this is called true love😍

  • @bijoyteron3209
    @bijoyteron3209 2 года назад +1

    Ai video tu mur otikoi bohut bhal lagil ❤️❤️

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 2 года назад +79

    খুব সুন্দৰ আৰু আদৰ্শ খেতিয়ক তেওঁলোক ,আমাৰ কাৰণে অনুপ্ৰেৰনা হৈ ৰব নৱ প্ৰজন্মৰ বাবে ,ধন্যবাদ জনালোঁ দিম্পু দা 🥀😊🌼🙏

    • @dhunurumurlife6151
      @dhunurumurlife6151 2 года назад

      Hi muru frd hba ni moiu back krim tumk

    • @biswajyotiarandhara9402
      @biswajyotiarandhara9402 2 года назад +1

      @@dhunurumurlife6151 উম নিশ্চয় কৈ । মোকো মৰম দিবা 🤗

  • @mr.rajbongshivlogs944
    @mr.rajbongshivlogs944 2 года назад +132

    প্ৰকৃত প্ৰেম চাগে এনেকুৱাই, আদৰ্শ হওক আপোনালোকৰ কৰ্ম তথা প্ৰেমৰ যুগলবন্দী 🙏🙏

    • @dhunurumurlife6151
      @dhunurumurlife6151 2 года назад +4

      Hi muru frd hba ni moiu back krim tumk

    • @kahanindrathakur3383
      @kahanindrathakur3383 2 года назад

      ᗰᗩYᗩK.ᗷᗩGᖇᗩ.ᗷᗩGᖇᗩ.SᑌᗪE.ᗩSᗩ.TOI.ETTᗩ.ᒪᑎGTᗩ.ᕼOI.GOᒍᗰᑌᖇᗩ

  • @mohimvlogs9605
    @mohimvlogs9605 2 года назад +2

    সঁচাকৈয়ে আগৰ প্রেমবোৰ চিৰযুগমীয়া আৰু আজি কালিৰ প্রেম ক্ষন্তেকীয়া দিম্পু বহুত সুন্দৰ ভিদিঅ এটি উপহাৰ দিলা

  • @biswajitchaudhury2954
    @biswajitchaudhury2954 2 года назад

    Really Dada very beautiful love story and also I will salute to them

  • @mojaboy1008
    @mojaboy1008 2 года назад +1

    Dimpu Da আপুনি বহুত ভাল আপুনিউ মনৰ কানে ভাল আপুনাৰ জিভিডিঅ চালে ভাল লাগে👌😍😍😍😍😍😍😍😍😍😍😍

  • @gubiningti3710
    @gubiningti3710 2 года назад +7

    বহুত সুন্দৰ প্ৰেম কাহিনী আচৰিত লাগিল দেই মজ্জা আৰু তেখেত সকলৰ প্ৰেম এনেদৰেই চিৰযুগমীয়া হৈ থাকক ❤ ❤

  • @roneeaxom3589
    @roneeaxom3589 2 года назад +35

    সেইটোৱে হৈছে সঁচা আৰু পবিত্ৰ প্ৰেম । ❤️

    • @ankitamahanta420
      @ankitamahanta420 Год назад +1

      ♥️♥️♥️♥️🌹🌹🌹🌹♥️🌷🌹🌹🌹

  • @hemolatavlogs
    @hemolatavlogs 2 года назад +22

    সঁচাকৈ প্ৰেম এক পবিত্ৰ বন্ধন ❤️

  • @hridaybarman5910
    @hridaybarman5910 2 года назад

    Moza prem Kahani nice 🥰🥰🥰🤗

  • @nilaboroboro1593
    @nilaboroboro1593 2 года назад

    বহুত বহুত ভাল লাগিল আপোনালোকক সকলোৱে ভাল পাইছে

  • @rajiplx6428
    @rajiplx6428 2 года назад +8

    আগৰ প্ৰেম বিলাক সোচাকৈ এ চৰ্গীয়া অনুভূতি আছিল😍😍

  • @jyotismamedhi4277
    @jyotismamedhi4277 2 года назад +20

    খেতি খন দেখি বৰ ভাল লাগিল,আৰু আগুৱাই যাওক,আপোনালোকৰ সপোনবোৰ পূৰণ হওঁক,তাৰে কামনা কৰিলোঁ। Passion fruit টোক অসমীয়াত লতা বেল বুলি কয়,খাবলৈ বহুত সোৱাদ লগতে শৰীৰৰ বাবে ও ভাল।আমাৰ ঘৰত ও আছে।

  • @Manoj_Barua
    @Manoj_Barua 2 года назад +14

    ভাল লাগিল দেই বহুত বেছি👍👍👍👍💥💥
    সঁচা প্ৰেম কাহিনী.... ইমান বোৰ চিঠি ইমান ধুনীয়াকৈ সযতনে ৰাখিছে... এইবোৰে আচলতে মৰম ভাল পোৱা....... 💥💥
    🙏🙏

  • @rupalidasdas8219
    @rupalidasdas8219 2 года назад

    Bohut dhuniya lakse love stori to

  • @raxx8705
    @raxx8705 2 года назад

    Mnuhjnr kotha khini bhut unnoto man dndor.. bhut dhuniyke kotha koi.salute aponk

  • @Kaushikeditzshorts
    @Kaushikeditzshorts 2 года назад +24

    🙋🏻‍♂️🙋🏻‍♂️❤️দিম্পু দা তোমাৰ video topic বোৰ মোৰ বহুত ভাল লাগে👌👌👌
    Love from Kamrup ❤️❤️❤️

  • @hirokjyotiphukan6205
    @hirokjyotiphukan6205 2 года назад +30

    12:00 মানি গৈছো খুৰা-খুৰীক দেই ।😀😀💞আৰু আজি দিনৰ প্রেম এমাহো নাযায় 😅😅

  • @pritushc8734
    @pritushc8734 2 года назад +4

    JUST TRUE AND BEAUTIFUL LOVE
    ...❤

  • @lsd4889
    @lsd4889 2 года назад

    manuh jonr kam bor dekhi bht val lgise.... onagot dint eor kheti bht aguwai jab ....❣️❣️👍👍👍..
    prem kin2 manib lgb...1 box cithi bapre😯😯😯😯

  • @debashishrajbonshi674
    @debashishrajbonshi674 2 года назад

    Mui ai prem kahani suni fida hoya gelung❤️.

  • @bika19292
    @bika19292 2 года назад +5

    আচৰিত, ধৰণৰ প্ৰেম মানিছোঁ __🙏খুৰা, খুঢ়ী ।👍💓💓

  • @sacco5683
    @sacco5683 2 года назад +35

    wow doing farming is very easy.....but you neccesarily need to have a lot of land....actually we dont have much...btw love your work dimpu ....really appreciate it...

  • @babydas1541
    @babydas1541 2 года назад +8

    সুন্দৰ পৰিয়াল❤লগতে দিম্পু তোমালৈ ধন্যবাদ থাকিল |

  • @shikhamonimoran3003
    @shikhamonimoran3003 2 года назад

    বাহ কি মজা আজি হে দেখিবলৈ পালো বহু ৰঙ শাক খেতিয়ক জনক অশেষ ধন্যবাদ লগতে দিম্পু ভাইভি

  • @livewithanamika8654
    @livewithanamika8654 2 года назад

    Eman val lagile videotu sai... Bhogobane porialtuk soku meli sauk... Val houk tarei kamona.. 🙏🥰🥰🥰..
    Hundor love story

  • @asifakram7935
    @asifakram7935 2 года назад +14

    Fast views

  • @axomiyatuber6804
    @axomiyatuber6804 2 года назад +2

    ভালপোৱাৰ উৎকৃষ্ট নিদৰ্শন ❤️

  • @debajitofficial6858
    @debajitofficial6858 2 года назад +13

    Dimpu da সচাঁ প্ৰেম তেনেকােৱাই ❤

  • @gwhwmnarzary5075
    @gwhwmnarzary5075 2 года назад +1

    Absolutely right😘🥰🥰🥰😘😘 that's real love❤❤😘😘😘

  • @rupamjyoti8412
    @rupamjyoti8412 2 года назад

    বহুতে ভাল লাগিল video টো চাই দিম্পু দা ।এয়াই Real প্ৰেম য়ে মজা দিম্পু দা ।

  • @RAMENRAJBONGSHI
    @RAMENRAJBONGSHI 2 года назад +5

    সচা প্ৰেম এনেকুৱাই হয়।।❣️কেৱল ভাল পালেই হয়টো সম্পৰ্ক এটা জীয়াই নাথাকে।
    সম্পৰ্ক এটা জীয়াই ৰাখিবলৈ জানিব লাগিব, বুজিব লাগিব.. আৰু আটাইতকৈ ডাঙৰ কথা, মনৰ পৰা বিচাৰিব লাগিব!!😇💖😊

  • @Juman877
    @Juman877 2 года назад +4

    Salute কৃষকজনলৈ 🤎🙏

  • @ranabarman3368
    @ranabarman3368 2 года назад +15

    Love from মহন্তহতৰ বাৰীৰ পিছফাল💚

  • @Shtil382
    @Shtil382 2 года назад

    Moja lagile de dimpu da premor kahani

  • @jamunabhumij2403
    @jamunabhumij2403 2 года назад

    প্ৰথমবাৰ দেখিলো এনেকুৱা খেতি বহুত বহুত ধন্যবাদ Dimpu da

  • @JEBUddIES
    @JEBUddIES 2 года назад +7

    Nostalgia hoi golu ooo... This is incredible😍😍👍

  • @assamskyvlogs
    @assamskyvlogs 2 года назад +5

    Assamese First no.1 Dailog 👍
    🔥 M O J J A 🔥
    Joi Aai Axom 🇮🇳🙏
    RUclips Axom r Babe ata Like
    👇

  • @nuclearkim4678
    @nuclearkim4678 2 года назад +29

    Good old days those were the times when people used to write their affection of love and the heartfull of feelings in a letter. Mind blowing video though. Thanks to u bro for letting us know this wonderful things...❤️❤️👍

  • @ranikaphigogoi9801
    @ranikaphigogoi9801 2 года назад

    বহুত ভাল লাগিল দিম্পু। সকলো লৈকে মৰম আৰু শ্ৰদ্ধা জনাইছোঁ

  • @pompyroyinfinity2385
    @pompyroyinfinity2385 2 года назад

    Hosa k prem kahani tu bht val lagise dimpu da tumar vedio br bht val lge

  • @kaushikhandique1117
    @kaushikhandique1117 2 года назад +2

    এইয়াই প্ৰকৃত প্ৰেম❤️,,গোলাঘাটৰ পৰা মৰম যাচিলোঁ😊

  • @youtubewithsahab8681
    @youtubewithsahab8681 2 года назад +5

    আমাৰ ঘৰত মানে আমাৰ খেতি বাগানত ও কৰিছো হালধীয়া ফুলকবি দিম্পু দা LOVE FROM MUKALMUA LOHARKATHA

  • @theblackhorse1158
    @theblackhorse1158 2 года назад +9

    Hosake one of the BEST VIDEO. SALUTE TO FARMERS and Parameswar Da for such a fantastic endeavor of farming such varieties of crops and yes, their love story too. Really touching. Dimpu bhai please hey farm tur location tu share kori diba....jaam hunkale....aru sobe gole aru motivated aru appreciated feel koribo teu aru bhaal houk. Very nice video Dimpu bhai...KEEP UP YOUR GOOD WORK😊

  • @rokyproduction339
    @rokyproduction339 2 года назад

    Etiya dimpu dar Prem Kahini honibor issa.... Lovely dimpu

  • @karabimunmahanta6004
    @karabimunmahanta6004 2 года назад

    Amar gharato ase passion fruit..... Bor dhunia story n inspiring person

  • @nabajitsingbarman8140
    @nabajitsingbarman8140 2 года назад +5

    Love ❣️From Bongaigaon.
    Aji Dimpu Daak log paboloi akhare bat sai asu ❣️

  • @jyo1987ful
    @jyo1987ful 2 года назад +5

    An Apple can keep a Doctor away but only a farmer can grow that 🍎 👍 Respect a Farmer.

  • @assamesevloggerincaliforni5569
    @assamesevloggerincaliforni5569 2 года назад +3

    I love my Assam! With lots of love from California ❤️

  • @S.a.y.a.n.D.e.k.a
    @S.a.y.a.n.D.e.k.a 2 года назад +1

    বহুত ভাল লাগিল video টো চাই

  • @allstatusof1145
    @allstatusof1145 2 года назад +1

    Vll lagil dimpu da moza super video🥀❤👌

  • @Agrihub990
    @Agrihub990 2 года назад +6

    খেতি মাৰো গুলি প্ৰেম কাহিনীটো আচৰিত কিন্ত মানিচো কিন্তু ❤️

  • @RVfanny6130
    @RVfanny6130 2 года назад +15

    Dimpu দা আমিও ষ্টোভেৰি খেতি আৰু ব্ৰকুলি খেতি কৰু ,🙂
    বহুত ভাল লাগিছে vidio টো ,

    • @nipankalita5426
      @nipankalita5426 2 года назад +1

      Dada strawberry puli kt pua jai nu moiu Kori salu hoi olop mn

    • @RVfanny6130
      @RVfanny6130 2 года назад

      @@nipankalita5426 amar nursery ase lagile amar porai lobo paribo ,🙏

  • @greentreevlogs4135
    @greentreevlogs4135 2 года назад +5

    Love from darrang mangladai ❤

  • @deepikakashyap8136
    @deepikakashyap8136 2 года назад

    Prem kahini tu bahut khundor hoi .... ajikali enekuwa prem paboloi nai

  • @sumandeka2113
    @sumandeka2113 2 года назад +1

    Dhuniya love story

  • @hirandevi5694
    @hirandevi5694 2 года назад +7

    This is true love ❣️❣️

  • @msstatusvideo.6487
    @msstatusvideo.6487 2 года назад +6

    Love from kokrajhar dimpu daa❤❤❤❤

  • @nayanmonideka8879
    @nayanmonideka8879 2 года назад +9

    কৃষক is love ❤️

  • @ganeshroy7283
    @ganeshroy7283 2 года назад +1

    Bohut val lagil video to si❤❤❤

  • @abinash3180
    @abinash3180 2 года назад +1

    Apunar video aji ksm mja lgil

  • @user-ds2gd9rf1r
    @user-ds2gd9rf1r 2 года назад +15

    "সকলো দুখ আৰু বিপদৰ আঁৰত একো একোটা সুখ বা সমাধানৰ সূত্ৰ লুকাই থাকে। বিচাৰিব জানিলে দুখ আৰু বিপদৰ আঁৰত লুকাই থকা সুখ বা সমাধানৰ সূত্ৰৰ নতুন দিগন্তৰ বাটৰ সম্ভেদ পোৱা যায়।"
    🖊️লেখক: সমুজ্জ্বল ডেকা, ৰঙিয়া

  • @jyotirmoybhatta4730
    @jyotirmoybhatta4730 2 года назад +3

    খুৰাৰ আখৰকেইটা❤️❤️

  • @RezaulKarim-ph3vn
    @RezaulKarim-ph3vn 2 года назад +8

    Dimpu da now a days your content is in tje next level ..God bless u love u a lots

  • @pujakc7260
    @pujakc7260 2 года назад +1

    Vll laagil vdo 2 sai wow ☺️🥰

  • @moumitachanda7873
    @moumitachanda7873 2 года назад

    Woww amazing love story 💝. This is call Ture love❤️

  • @atikkhan3848
    @atikkhan3848 2 года назад +8

    Intro of everyday in getting op🔥

    • @jadabvlogs
      @jadabvlogs 2 года назад

      mojjjja ruclips.net/video/_fODXVyoLcg/видео.html🙏

  • @sukumarmazumdar9273
    @sukumarmazumdar9273 2 года назад +8

    Dimpu vlog always best✌️😌💞

  • @ankitasarma4981
    @ankitasarma4981 2 года назад +5

    Dhunia dimpu da .love from darrang 💞

    • @Jugal_Edition
      @Jugal_Edition 2 года назад +2

      i also 😌🙌

    • @jadabvlogs
      @jadabvlogs 2 года назад +1

      mojjjja ruclips.net/video/_fODXVyoLcg/видео.html

  • @ranubarman857
    @ranubarman857 2 года назад

    Video 2 sai Bohut val lagil 👍❤️❤️❤️

  • @harendrarajbongshi1868
    @harendrarajbongshi1868 2 года назад

    আপোনালোকৰ ভিডিওটো চাই বহুত ভাল লাগিল ।

  • @dipankardas-fu4jd
    @dipankardas-fu4jd 2 года назад +6

    This is real ❤Love

  • @onlyfoujilover9196
    @onlyfoujilover9196 2 года назад +5

    Next Level Dimpu Dada
    Love from sivsagar ❤️❤️

  • @jbtezpurvlog3080
    @jbtezpurvlog3080 2 года назад +47

    Dimpu আপোনাৰ ভিদিঅবোৰ চাই চাই মোৰ চেনেলটো খুলিছো সকলোকে আবাহন জনালোঁ

  • @chinmoytalukdar5563
    @chinmoytalukdar5563 2 года назад +1

    Dimpu da vidio 2 xosa bohut vl lagesa .

  • @gokulboro3287
    @gokulboro3287 2 года назад

    Nice 👍 love story and farmers