পৰেশ বৰুৱাক ইতিকিং নকৰিব! || Atanu Bhuyan || Satya

Поделиться
HTML-код
  • Опубликовано: 10 сен 2024
  • video from atanu bhuyan

Комментарии • 406

  • @user-nq7bq3ew5c
    @user-nq7bq3ew5c 26 дней назад +110

    পৰেশ বৰুৱাক ডাঙৰীয়াক বোমা বিস্ফোৰণ নকৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁক বোমা বিস্ফোৰণ নকৰাৰ বাবে কোনো সচেতন লোকে সমালোচনা কৰা নাই, বৰঞ্চ স্মাৰ্ট অসম আৰক্ষীৰ আচল স্বৰূপ অসমৰ জন- গণে ভাল দৰে দেখা পালে , আৰু তাকহে নিন্দা কৰা পৰিলক্ষিত হৈছে।।

    • @bikashbora9998
      @bikashbora9998 25 дней назад

      Smart mitar poisa kio eman besi loise
      Heia ki unoti hoise ne assam khon

    • @pabitra9604
      @pabitra9604 15 дней назад

      Chuppp kela ​@@bikashbora9998

  • @DumonKoushik-yb8yi
    @DumonKoushik-yb8yi 26 дней назад +152

    সুন্দৰ উপস্থাপন!পৰেশ বৰুৱাই আলফাৰ শক্তি দেখুৱালে যে আমি ইচ্ছা কৰাহলে কালি বমা ফুটাব পাৰিলো হেতেন!

    • @DARKANGEL-uy3nw
      @DARKANGEL-uy3nw 25 дней назад +8

      Axom khn luti khua montri mla ghrt bomb Paresh r pukort Dom thakibo lgibo sah baganor manager,oil r maruari kitake Dom di jiai ase ru 😂😂😂 suaseleka votua kukure

    • @bidyutbikashtalukdar8675
      @bidyutbikashtalukdar8675 24 дня назад

      Tur asol name ki ? Thaka kot?​@@DARKANGEL-uy3nw

    • @rupomray8162
      @rupomray8162 23 дня назад

      এইটো আৰু কি শক্তি দেখুৱালে ,লুকাই চুৰ কৰি বোমা দি মানুহ মাৰি বীৰত্ব দেখাই কি লাভ আছে

    • @mayurgogoi7886
      @mayurgogoi7886 21 день назад

      Maror bhumit maribi jaa ​@@DARKANGEL-uy3nw

  • @podunyaborah
    @podunyaborah 26 дней назад +216

    অসমৰ আৰক্ষীৰ প্ৰশাসনৰ তকৈ আলফা স্বাধীন বহুগুণে শক্তিশালী তাৰে প্ৰমাণ কৰি দেখুৱালে। বেলেগ একো নাই।

  • @user-nw7hg6bv5d
    @user-nw7hg6bv5d 26 дней назад +156

    আলফা নাথাকিলে আমি অসমত অসমীয়া। বুলি পৰিচয় দিব নোৱাৰিম হিমনতয় চলোৱাৰ দৰে চৰকাৰ চলালে আলফা জিন্দাবাদ জয় আই অসম

    • @Loveassam8364
      @Loveassam8364 26 дней назад +3

      Ekdom hosa kotha

    • @user-ql1qt3gn5d
      @user-ql1qt3gn5d 26 дней назад

      😂😂😂😂😂😂😂😂😂😂fof2

    • @jugeswarphukan9726
      @jugeswarphukan9726 26 дней назад

      Aitu.haitiea.

    • @Riyan_Rajbanshi_
      @Riyan_Rajbanshi_ 25 дней назад

      Ki blr vl kam korise alphai 😂😂 tare eta vl kam r nam ko.. axomiya nirdukhi manuh xinik hotya korar bahirw kar blr val kam korise maire muti kon kora soku keita loi asa maksudu

    • @KAPFF
      @KAPFF 25 дней назад

      Olop pohibo 😂

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj 26 дней назад +181

    পৰেশ অসম এজন ব্যক্তি নহয় | জাতিৰ এক শক্তি |

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj 26 дней назад +119

    যদিহে আলফা অসমৰ পৰা বিলুপ্ত হৈ যায় জাতিটোৰ আয়ুস আৰু টুটিব |

    • @DipamanibharLiMedhi-tv4zj
      @DipamanibharLiMedhi-tv4zj 26 дней назад +1

      @@user-jhdk777j বোম দি সাহসিকতাৰ পৰিচয় দিছে | নুফুটাই জাতীয় প্রেম দেখুৱাইছে | গাধৰ দৰে কথাবোৰ কিয় কয় ? ইতিহাসে কি কয় ??

    • @angelmukesh2010
      @angelmukesh2010 25 дней назад

      bl...

    • @udaychangmai7625
      @udaychangmai7625 25 дней назад

      Tinsukiyat jikunu bihari k gali pari saa tar pasot gom pabi akhomte akhomiya k bihariye kebekoi pitibo... ​@@user-jhdk777j

    • @KAPFF
      @KAPFF 25 дней назад

      Ulfa uprt likha kitap bur olp pohibo sun

    • @mrit822
      @mrit822 25 дней назад

      ​@@user-jhdk777japuni jonghol t thaka kotha koise adha khini tu ahi bharot sarkar lgot ki krile aponi dekha ny sokure ki package lbo gos Puli rubo ahibo lage ne ki poresh barua k dekhi Axom r lora jwa ny atia axomia r mnot akha ase karone jai ru kiman ulfa axomia lora morise Kune marise aponi dekhise ne ulfa r namot ulfa r namot kiman buwari jiori k dhorkhon krile xeia Kune krise aponi dekhise ne aji Axom t bahira manu vori porile kar karone hoise gom paise ne bharot sorkar r karone aji luke axomia r dabi bilak aku ata kora ny assam accord ki hol aji luke akhon ma sukti bharot sorkar lgot xofol hoise ne alop dinor agot ulfa r lgot ki hol dekha ny Axom k swadhin axomia e korise blege kora ny ulfa ase karone axomia r alop holew power ata ase dekhise nhoi axomia manu kiman komi komi ahise xeia r mat matok nhole ru alop din pisot aku kribo nwaribo amar manu anekwa e akota ny nagaland k sawok unity ase babe nijor potoka urai ase

  • @7gc970
    @7gc970 26 дней назад +69

    আলফাৰে শক্তিৰ দেখাই দিলে । আলফাৰে ইচ্ছাৰ কৰাৰ হলে বোমাৰ দিব যে পাৰে তাৰে প্ৰমাণ কৰিলে ।

  • @polashediting12k
    @polashediting12k 25 дней назад +30

    অসম পুলিচ ৰিলছ বনুৱাত ব্যস্ত 😂

  • @nabajyotigogoi1651
    @nabajyotigogoi1651 25 дней назад +9

    পৰেশ বৰুৱা ডাঙৰীয়াক অশেষ ধন্যবাদ বোমাবোৰ বিস্ফোৰণ নকৰোৱাৰ বাবে । অসমৰ ৰাইজৰ প্ৰতি যে তেওঁৰ প্ৰেম আছে তাকেই প্ৰমাণ কৰে। ধন্যবাদ বৰুৱা ডাঙৰীয়া 🙏🙏🙏

  • @priyankubaruah3362
    @priyankubaruah3362 21 день назад +5

    Simply ask Paresh Baruah if He has ever been to Tezpur or not. And if he has seen the Hari Hara War Depiction at Agnigarh. When Lord Krishna is believed to be here in Tezpur how come Assam be different from Bharat. All his Yandaboo treaty is a propaganda. We are Part of this Bharat Bhoomi and he must accept it.

  • @dhonbaruah
    @dhonbaruah 26 дней назад +50

    এইবাৰ দেখোন স্বাধীনতা দিৱস বুলি ৰাস্তা ঘাতে একো পুলিচৰ চেকিং নাই এইবোৰ সকলো politics হৈ মামা

  • @ujjalgogoi1709
    @ujjalgogoi1709 26 дней назад +12

    ৰঞ্জন দৈমাৰীক নাতানিব ডাঙৰীয়া তেখেতে যেনেকৈ নহ'লেও নিজৰ বৰোভূমীখন নিজৰ জাতিটোৰ সৈতে বহুত কৰিছে আমাৰ আলফা নেতা কেইজনমানে ছালফা হৈ টকা ঘতি তনকিয়াল হোৱাৰ বাদে আৰু কি কৰিলে ডাঙৰীয়া সকলোতে দেখোন তেওঁলোকৰ হে আগস্থান। লাগিলে তেওঁলোকৰ শিক্ষা নাথাককেই আৰু এখন সমাজত ডিগ্ৰীধাৰী এজন ব্যক্তি যদিহে ভেঞ্চাৰ স্কুলৰ হয় তেখেতক কিয় সেই সন্মান দিয়া নহয়।

    • @mgnkl
      @mgnkl 26 дней назад

      Amar manuh khini hubidhabadi hoi

  • @bhabeshkalita5872
    @bhabeshkalita5872 25 дней назад +8

    পৰেশ বৰুৱাক বোমা বিস্ফোৰণ নকৰাৰ বাবে ধন্নবাদ দিছোঁ

  • @mridultalukdar7913
    @mridultalukdar7913 26 дней назад +10

    অসম খনলৈ চৰকাৰৰ আৰু অলফাৰ মাজত সংঘাতত সাধাৰণ মানুহক নামাৰিব এনে দুখ জনক কম নকৰিব 😪🙏🙏

  • @brothersglobe5706
    @brothersglobe5706 26 дней назад +34

    আলফাৰ শক্তি আৰু স্থিতিৰ ওচৰত অসম পুলিচ যে অৰ্থহীন এয়া তাৰেই জ্বলন্ত প্ৰমাণ। ৰাস্তাৰ বাইক আৰোহী, প্ৰতিবাদী সাধাৰণ জনগণৰ ওপৰত বৰমতা দেখুওৱা অসম পুলিচ আৰু সোপাঢিলা প্ৰশাসনে আলফাৰ বিবৃতিৰ পিছতহে বোমা সংস্থাপন কৰা স্থান বিচাৰি পায়। ধিক্কাৰ।

  • @ankursharma2282
    @ankursharma2282 26 дней назад +8

    এটা কথা ঠিক সংগ্ৰামক কেতিয়াও নুই কৰিব নালাগে যিটো প্ৰতাৰকৰ ভূমিকা লৈ ভাৰত চৰকাৰে কৰি আহিছে।

  • @gunakantadhadumia-hl5tq
    @gunakantadhadumia-hl5tq 26 дней назад +7

    আলফাই ইচ্ছা কৰিলে - অসমত এক ৰক্তাত্ৰ পৰিবেশৰ সৃষ্টি কৰিব পাৰে । সেই কথাটোকে প্ৰমাণ কৰিলে । আলফাই বিচৰা স্বাধীন অসম ৰ সোৱাদ অসমৰ জনগনে কেতিয়া লাভ কৰিব -সেয়া সময়ে কব ।কিন্তু অনাগত দিনত স্বাধীন অসমৰ প্ৰাসংগ্ৰিকতা কেতিয়াও নূই কৰিব নোৱাৰি । অসমৰ বিভিন্ন জাতি- জনগোষ্ঠিৰে সংমিশ্ৰিত জনগণে কেন্দ্ৰৰ শোষন -বঞ্চনাৰ পৰা মুক্ত হৈ কেতিয়া আত্মনিয়ন্ত্ৰৰ অধিকাৰ লাভ কৰিব সেইটোহে অধিক চিন্তনীয় বিষয় । অসমৰ সম্প্দৰ ওপৰত অসমবাসীৰ স্ব-নিয়ন্ত্ৰণৰ অধিকাৰ যেতিয়া লৈকে প্ৰতিষ্ঠা নহব তেতিয়ালৈকে অসম আৰু অসমীয়া জাতিৰ অস্তিত্ব সদায় পৰনিৰ্ভৰশীল হৈ থাকিব লাগিব -সেয়া ধ্ৰৰুপ । তাৰ কাৰনে কিন্ত্ব ৰাজনৈতিক ব্যৱস্থাটোই জগৰীয়া । কোনো এখন চৰকাৰেই অসম আৰু অসমীয়া অস্তুিত্ব অনন্তকালৰ বাবে সুৰক্ষিত কৰাৰ !দূৰৰ্দশী পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই । বিভিন্ন জাতি-জনগোষ্ঠি প্ৰবিত্ৰ সাতাম পুৰুষীয়া মিলনৰ সেতু ডাল ৰাজনৈতিক ভাৱে খণ্ড-বিখণ্ড কৰি সংমিশ্ৰিত সমগ্ৰ অসমীয়াজাতিৰ সামগ্ৰিক ধাৰনাতোকে ম্লান কৰি পেলালে । গতিকে স্বাধীনতাৰ ভূৱা স্বপ্নত যেন সকলোৱে হাত উজান দিছো । কিন্তু এটা সময়ত যুক্তৰাষ্টীয় ব্যৱস্থাৰে যেতিয়া ৰাষ্ট্ৰ পৰিচালিত হব তেতিয়া স্বাধীন অসমৰ প্ৰাসংগ্ৰিকতাই তুংগত উঠিব ।

  • @JintusunuGogoiJintusunuGogoi
    @JintusunuGogoiJintusunuGogoi 26 дней назад +4

    "আমি যে বিছাৰিলে সকলো কৰিব পাৰোঁ , কিন্তু অসমৰ প্ৰতিজন অসমীয়াৰ তেজৰ মূল্য আমিও অনুভৱ কৰোঁ " তাকেই বুজিলোঁ...
     অসমৰ গৃহ বিভাগ আমাৰ বাবে যেন একোৱেই নহয় , এই কথাটো আজিয়েই পৰেশ বৰুৱাই প্ৰমান কৰি দেখুৱাই দিলে ।

  • @dalideka9996
    @dalideka9996 25 дней назад +3

    ধন্যবাদ এনেকুৱা ঘটনা সংঘটিত নকৰা বাবে।বোমা দি আকৈ এবাৰ কোনো মাকৰ বুকু খুধা নকৰিব।

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj 26 дней назад +17

    ইতিহাসে আলফাৰ দাবীক নায্যতা প্রদান কৰে |

    • @Kittufun7312
      @Kittufun7312 26 дней назад

      Assamot bongali,marwari,bihari lok xokolor je amat koi besi importance barhise Take dekhi laj howa nai.

  • @gunaramhazarika1784
    @gunaramhazarika1784 25 дней назад +6

    তাহানি দিনত আলফা সকল গাঞে চহরে ঘুরোতে দুনিতী কম হৈছিল বতমান সকলোতে দুনিতী চলিছে

  • @amu536
    @amu536 26 дней назад +5

    ঠিক কৈছে👏আমাক শান্তি লাগে।বোমা হওঁক নহওঁক আৰক্ষী ব্যৰ্থ।ইতিকিং কৰাটো ভুল।

  • @parameswarnath-ps1fb
    @parameswarnath-ps1fb 23 дня назад +2

    অসমীয়া জাতিৰ শক্তি আলফা সদস্য আৰু পৰেশ ডাঙৰীয়া দেৱক ধন্যবাদ জনালো।

  • @Bora_Traveling_vlog
    @Bora_Traveling_vlog 20 дней назад +2

    পৰেচ বৰুৱা ডাঙৰিয়াই বমা নুফুতুৱাৰ বাবে ধন্যবাদ জনালো ।

  • @অসমীয়াhindu6777
    @অসমীয়াhindu6777 26 дней назад +10

    পৰেশ বৰুৱাক আওকাণ কৰাটো মহা মূৰ্খামী হব আৰু আৰক্ষী সাধাৰণ বাহন চালক সকলৰ চালান কটাত ব্যস্ত, pb য়ে স্মাৰ্ট পুলিচ ৰ স্বৰূপ দেখুৱাই দিলে 😂😂😂

  • @arundas2956
    @arundas2956 26 дней назад +4

    Atanu sir, aap ka news main bahut like karta hoon. Aap bahut soft li news parte ho sir. You are great sir., 🙏

  • @Dhasu-Gamer-----------6115
    @Dhasu-Gamer-----------6115 26 дней назад +6

    পৰেশ বৰুৱা ডাঙৰীয়াই এইটো বুজাব বিচাৰিলে যে ইচ্ছা কৰিলে আলফা স্বাধীন এ শদিয়া পৰা ধুবুৰী লৈকে বম্ দিব পাৰে যিমান কটকটীয়া নিৰাপত্তা আৰক্ষী থাকিলেও।।। অসম আৰক্ষীৰ কাম নাই

  • @sailenbaruah682
    @sailenbaruah682 26 дней назад +6

    জয় আই অসম✊

  • @tanushmy
    @tanushmy 26 дней назад +3

    Ur right Sir.
    Smart police without any Smartness.

  • @joyshreedasgohain3420
    @joyshreedasgohain3420 26 дней назад +5

    পৰেশ বৰুৱা আপোনালৈ শডবাৰ পণাম জনায় ছো কাৰন অসমৰ আৰক্ষী শোই থাকে মূল যদি কৈছোঁ ক্ষমা কৰিব

  • @sbmagasbmaga
    @sbmagasbmaga 26 дней назад +4

    জয় আই অসম। পৰেশ বৰুৱা জিন্দাবাদ

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj 26 дней назад +12

    স্বাধীনতা অসমীয়া জাতিৰ আজন্ম অধিকাৰ |

  • @RinkuDas234
    @RinkuDas234 26 дней назад +6

    চীন নালাগে বাংলাদেশে কব্জা কৰি ল'ব অসম😂 স্বাধীন অসম লাগে, বিহাৰ আদিত কৰি অসমৰ অৱস্থা বহুত ভাল ইয়াত আৰু কি স্বাধীনতা লাগে। মই ভাৰতীয় হিচাপেহে গৌৰৱ অনুভৱ কৰোঁ 🎉

    • @mrit822
      @mrit822 24 дня назад

      Toi bongali toi mat matibo nalage ami axomia buli he gourav koru India r karone aji bangladesh e lbo ami bleg hwa hoi aji xantit thakilu hoi gom pale Bihar lgot tulona nkoribo amar Axom r history Bihar t koi bohut gune val

  • @dekhosikho5926
    @dekhosikho5926 26 дней назад +5

    First view from Goalpara

  • @upenkalita7103
    @upenkalita7103 26 дней назад +2

    Assam CM best statement yes paresh baruah help assam Developed

  • @jitul7316
    @jitul7316 26 дней назад +8

    আৰক্ষীয়ে Reels বনায় আছিল বোলে 🙂

  • @jemodasai1823
    @jemodasai1823 26 дней назад +5

    Assam police দৃষ্টি বেলেগত (টকাত) হে থাকে...।

  • @debakrishna1223
    @debakrishna1223 21 день назад

    ধন্যবাদ কথা বোৰ ভাল দৰে বোজা ই আমাক অৱগত কৰায় দিয়া বাবে 🙏🏻 জয় আই অসম

  • @pranjalsaikia7163
    @pranjalsaikia7163 26 дней назад +12

    Really Axomiya raijok teo bohut val pai

  • @missionias7894
    @missionias7894 26 дней назад +16

    বৰুৱাই নিজৰ অস্তিত্ব জাহিৰ কৰিছে নি। সাপ হৈ খুতে বেজ হৈ জাৰে, আমি ধেমাজি কাণ্ড এতিয়াও পাহৰা নাই আৰু নাপাহৰিম ও ।

    • @mgnkl
      @mgnkl 26 дней назад +1

      Bhonimai Dutta k pahorili nki?

  • @kangkankk4469
    @kangkankk4469 25 дней назад +1

    It was only a warning frm Foresh Baruah to our USTAAD

  • @jatindutta2244
    @jatindutta2244 26 дней назад +1

    You are absolutely right

  • @dkvlogs0145
    @dkvlogs0145 26 дней назад +3

    অসম আৰক্ষীৰ গৃহ বিভাগৰ মন্ত্ৰী মহোদয়হে চাৰেন্দাৰ কৰাৰ পৰিৱৰ্তে বেচেৰাটোৰ বিকল্প বুলিবলৈ কিনো আছে।

  • @BktupanGood-bf5rg
    @BktupanGood-bf5rg 25 дней назад +2

    নিজকে স্মাৰ্ট আৰক্ষী বুলি সাত ইঞ্চি বুকু ফুলাই খাকি পোছাক যুৰ পিন্ধি সাধাৰণ জনতাৰ ওপৰত ,,,ৰিক্স্বাৱলা,থেলাৱালা ওপৰত দাদাগীৰি দেখাই ফুৰা স্মাৰ্ট আৰক্ষী ফোপোলা স্বৰূপ ওলাই পৰিল কিমান স্মাৰ্ট

  • @mrinalborah8688
    @mrinalborah8688 26 дней назад +2

    Ulfa j bohut powerful tar proman Aru nlage.jotei ase hokolu kukhole thakok😢

  • @SimantaBayan-x8i
    @SimantaBayan-x8i 20 дней назад

    I Simanta Bayan ( Assom ) . I support Respect Mr. Paresh Boruah and Also Police Department and Also Media groups. Reseaon I don't know. But I like all of you.

    • @SimantaBayan-x8i
      @SimantaBayan-x8i 20 дней назад

      Jag Oi Jag, Aah Oi Aah. Prayujan Aaji Janani Santan. জাগ ঐ জাগ, আহ ঐ আহ । প্ৰয়োজন আজি জননীৰ সন্তান । ধন্যবাদ ।

  • @minudevi785
    @minudevi785 25 дней назад +1

    শান্তিৰ বাতাৱৰণ বৰ্তাই ৰাখক মুখ্যমন্ত্ৰীৰ
    কথাখিনিও সত্য

  • @JajaborMintusarma
    @JajaborMintusarma 26 дней назад

    অতনু দা আপোনাক বহুত শ্ৰদ্ধা কৰোঁ এজন সাংবাদিক হিছাপে৷

  • @Bsumtry__Tonny
    @Bsumtry__Tonny 17 дней назад

    People should not insult the organization for the failure of explosion. With the network the organization is having anything is possible. It's up to them if they want it to be happened or not.

  • @axomiya12lora
    @axomiya12lora 26 дней назад +3

    পৰেশ বৰুৱাৰ দৰে "কা" আ ইন খনৰো এইদৰে চিন্তা চচ্ছা কৰা হলে ভাল আছিল |

  • @prasurjyadas606
    @prasurjyadas606 23 дня назад

    Ulfa main joi ai axom ag jagai jagai bharir utpat hoisa agor Dora ulfar power thakil hoi tatya hola amar axom balag ata dhuniwa hoi thakil hoi I love ulfa joi ai axom ❤❤❤❤❤❤❤

  • @kuhusvlog4everyone590
    @kuhusvlog4everyone590 26 дней назад +2

    U r right

  • @gokulnath3591
    @gokulnath3591 16 дней назад

    jai i assam. ❤ mur ma mohan. amar khunor assam. jai hind... ❤❤ jai bharot🎉🎉🎉

  • @sanjibsaikia792
    @sanjibsaikia792 26 дней назад +3

    Axomia manuhok boruah dangoriai maribo bisora nai.teu mathu power2 ha dekhale

  • @BimanSaikia-eh6gc
    @BimanSaikia-eh6gc 26 дней назад +12

    অ স ম ত অ স মিয়া ডেকবো ৰ মৰি শেষ হোৱাৰ পাছত স্বাধীন পৰাধীন বুলি কিবা থাকিবনে

  • @dkcextratime1105
    @dkcextratime1105 19 дней назад

    এখেত নথকা হলে ইমান দিনে জাতিটো কেতিয়াবা ই অস্তিত্ব নাইকীয়া হল হেতেন।

  • @ArjunRajbongshi-ht2xs
    @ArjunRajbongshi-ht2xs 25 дней назад +1

    মুঠতে অসমত মামা আৰু মামীৰ সম্পত্তি ক্ৰয় কৰা বন্ধ কৰিব লাগে।

    • @nikdrawing2374
      @nikdrawing2374 23 дня назад

      😅,,, এদিন এই সম্পত্তি zero লৈ পৰিবৰ্তন হব,সময় আহিব,সময়ৰ বিচাৰ সকলোতে সমান

  • @LeaLovers-et9pw
    @LeaLovers-et9pw 25 дней назад

    Let TATA do d best things 4 us ,,,CM also wants these ....but unless d reall grassroot development will come from ,,by ease of doing business/industries ,,

  • @gunakantabaruah6243
    @gunakantabaruah6243 24 дня назад

    We want mutual discussions between Government of Assam and Alpha.First .No central mediators.Here both heroes can show reasons in favour or disfavour of demands placed.At last an offer of mutual compromise should be placed at centre for revision.An ultimatum will be the last appeal to Alpha and accordingly future plan is to be made.We do not expect surgical strike like attempts which will be higly objectionable by Assamese people'.

  • @pintoroy6961
    @pintoroy6961 26 дней назад +1

    Right aitu he demo dekhuyaise aitor jorio te kobo bicha rise j teo loke ki koribo noware

  • @prodyutborpatragohain8349
    @prodyutborpatragohain8349 20 дней назад

    ভয় সৃষ্টি নকৰাৰকৈ অসমীয়া সমস্যা সমাধানৰ বাবে মাত মাতি।

  • @sulochanaverghese1164
    @sulochanaverghese1164 26 дней назад

    Thik kotha koise Atanu Da. Social media manuh bure use koribo najane. Kiyo iman provocative comment di thake nohoi kobo nuaru. Mane olopu broadly bhabi nasai.

  • @user-gu7qk7kc3x
    @user-gu7qk7kc3x 26 дней назад +1

    Right sir.

  • @anupamsaikia8761
    @anupamsaikia8761 26 дней назад +2

    Joi ai asom.

  • @kakalidutta1741
    @kakalidutta1741 26 дней назад +4

    একেবাৰে সত্য কথা। এতিয়া আমাৰ চৰকাৰে আৰক্ষীৰ নগ্নতা দেখা পালে নে? এতিয়া আমাৰ মামাই ডাঙৰীয়া বোলি সম্বোধন কৰি বৰ নম্ৰ ভাবে অনুৰোধ কৰা দেখি শুনি ভাবিবলৈ বাধ্য যে তেওঁ নত স্বীকাৰ কৰিছে।

  • @assameseboy9550
    @assameseboy9550 26 дней назад +9

    Mama moza and atanu sir wow

  • @digantagogoi1868
    @digantagogoi1868 26 дней назад +1

    Right.

  • @girindrasharma3561
    @girindrasharma3561 26 дней назад +13

    ULFA a e nijor dokhyota proman korile kali..

    • @js-iu4pi
      @js-iu4pi 26 дней назад

      Alfa nohoi baba ULFA

    • @js-iu4pi
      @js-iu4pi 26 дней назад +1

      United liberation front of Assam..... ULFA Full form

    • @girindrasharma3561
      @girindrasharma3561 26 дней назад

      @@js-iu4pi thanks

    • @js-iu4pi
      @js-iu4pi 26 дней назад +1

      @@girindrasharma3561 welcome bro

  • @shelyh3612
    @shelyh3612 26 дней назад +1

    Apuni ekdom thik kotha koise

  • @pranabkalita3264
    @pranabkalita3264 24 дня назад +1

    এই বিলাক টকাৰ খেল, দুখীয়াক মাৰি টকা ঘটিব পাৰিলে সকলো সম্ভৱ ,বাকি খিনি বুজি চাব ।

  • @ritudeori5116
    @ritudeori5116 26 дней назад

    Apuni right kotha koisa atanu dagoria .

  • @67Vijay67
    @67Vijay67 25 дней назад

    LOVE FROM BORSOLA 💜✅

  • @bidiptagogoi5982
    @bidiptagogoi5982 24 дня назад

    Joi aai akhom ❤🎉🎉❤

  • @pallabgogoi-pt3zb
    @pallabgogoi-pt3zb 18 дней назад

    Joi ai axom🙏

  • @youthub4575
    @youthub4575 22 дня назад

    সত্য. 🔥

  • @ganakchandradeori6764
    @ganakchandradeori6764 26 дней назад +1

    Dolar bagori Himanta, Misa matise ni ki ? ❤Kiman infracture ache ,anise?❤

  • @prahladmili3651
    @prahladmili3651 25 дней назад +1

    আলফাৰ এটি অৰ্থহীন শব্দ

  • @nirupambaruah2350
    @nirupambaruah2350 26 дней назад +1

    I agree

  • @kushalsaikia8616
    @kushalsaikia8616 25 дней назад

    জই আই অসম

  • @user-ut3es4wn9h
    @user-ut3es4wn9h 25 дней назад

    Hoi dada poresh বৰুৱাই bahut val kori boma bilak nifutil
    তেখেতক বহুত ধন্যবাদ , বৰুৱা sir apuni
    Anekuwa kam নকৰিব যি অসমীয়া মানুহৰ ক্ষতি হব plz ,

  • @putukanmoran2509
    @putukanmoran2509 25 дней назад

    Val kotha mama tata Company assam ahar babe

  • @jalilali6352
    @jalilali6352 26 дней назад

    Thank you pares sir.

  • @bookkitap4720
    @bookkitap4720 26 дней назад +3

    Kisuman video t aponar comment option tu kiy off thake baru....

  • @balenboro8709
    @balenboro8709 25 дней назад

    It may be reminded that The Development(Bikash) is not Primary thing/ Issue for Assamese people .The main issue is Existence of Assamese people. Now 35% muslim Bangladeshi in Assam, 20% Bharatia Dakhaldari, 15%Hindu Bangladeshi,Total 70%.How many Assamese remained, 30% including Boro(Boro says themselves Assamese). Even High class Assamese(I am not telling castey) do not allow to stay Bodo in BTR peacefully only Interfere there. So Assamese High class ,Chief Minister Realise the primary Issue.Since the Independence, Assamese High class CM ruled the Assam, why they have done this condition to our Matree Assam? Tears come out! So Himanta Bisha Sarma pl realise primary issue and adress to our Jatio Issue like foreign national Issue, Cancel CAA, Flood issue, Issue of Inner line permit, Tranfer of lands to Bangladeshi control population of minority class etc. Mind that Himanta Bisha Sarmas property Will not be stayed if it happen like Bangladesh now. If Assam get Autonomous we do Development ourself not from India. You mind In this 24 election Bikash Could not save Norendra Bhai Mody as he disregarded some Inian National issues. So CM mind above issues. Pares Baruah understand Above.Joy AAi Assam.

  • @allustores
    @allustores 26 дней назад +1

    Ulfa. Mojja

  • @anantasaikia2812
    @anantasaikia2812 12 дней назад

    Good news

  • @WelcomeLS
    @WelcomeLS 26 дней назад

    পোন প্ৰথমে অসম আৰক্ষীক ধন্যবাদ জনালোঁ।
    আৰু লগতে এটা সৰু কথা কওঁ অসম (আৰক্ষী) আপোনালোকে বাইক, গাড়ী, হেলমেট, poluson, insu.... বাদ দি গুৰুত্বপূৰ্ণ বিষয় বোৰ চালে ভাল।
    মই কিন্তু আলোচনা পন্থি আলফা পৰেশ বৰুৱা ডাঙৰীয়াক support কৰা নাই কিন্তু অসম আৰক্ষীয়ে এবাৰ ভাবি চাওক যদি বম(BOOM) বোৰ বিস্ফোৰণৰ হল হেতেন কি হ ল হয়।
    ধন্যবাদ অসম আৰক্ষী🙏 ঘেন্টা দাল কৰি আছিল।

  • @bhumidhuar_rajbongshi
    @bhumidhuar_rajbongshi 21 день назад

    Good news ❤

  • @SompokDas-fm4vo
    @SompokDas-fm4vo 25 дней назад

    Mojaa👍👍

  • @Djames-oo4nt
    @Djames-oo4nt 20 дней назад

    🤝 🔥

  • @msinfotechindia9034
    @msinfotechindia9034 21 день назад

    I am an Assamese youths and want to say that ULFA is the main culprit behind Assam backwardness, they are not allowed to be a caretaker of entire Assam and Assamese society,
    Main burning issues of Assam is Bangladeshi migrants but they never open thier mouth against Bangladeshi migrants because remote control is under Bangladesh

  • @deepjyotiboruah9496
    @deepjyotiboruah9496 24 дня назад

    আলফাই যি নহলেও এটা কথা ষ্পষ্ট ভাৱে অসমৰ ৰাইজক বুজাই দিছে যে , শোষণকাৰী চৰকাৰ আৰু দূৰ্বল প্ৰশাসনৰ চত্ৰছায়াত ৰাইজখনযে একেবাৰে নিৰাপদ নহয় । গতিকে ব্যক্তিকেন্দ্ৰীক তথা স্বাৰ্থলোভি কোনো দল-সংগঠন তথা ৰাজনৈতিক নেতা - পালিনেতাৰ সেই বদন , লালুকসোলা মোমাই তামূলীবোৰক চিনাক্ত কৰিব হল ।

  • @PapuPhukon-v1f
    @PapuPhukon-v1f 25 дней назад +3

    আলফাৰ কোনো অথ নাই। চৰকাৰে আলফা নিঃশেষ কৰিব লাগে

  • @latumoni7464
    @latumoni7464 26 дней назад

    আপুনি একদম Right কৈছে

  • @girishkalita1649
    @girishkalita1649 26 дней назад +1

    Than sir

  • @Raha_Lora
    @Raha_Lora 25 дней назад

    ULFA JINDABAAD🎉

  • @RitulBora-px3gj
    @RitulBora-px3gj 26 дней назад +1

    Xosa kotha

  • @royel8824
    @royel8824 18 дней назад

    Question is....what are they hideing under this situation

  • @dipjyotibaruah7866
    @dipjyotibaruah7866 19 дней назад

    কি বাল বিকাশ কৰিছে অসম চৰকাৰে?? ইমান ধাৰ লৈ সকলোৱে কৰিব পাৰিব এইখিনি।

  • @ranjitmahanta1565
    @ranjitmahanta1565 25 дней назад

    অসমৰ সোপাঢিলা প্ৰশাসন যন্ত্ৰ আৰু গৃহ বিভাগক এই ঘটনাটোৱে উদঙাই দেখুৱালে ৷ লগতে আলফাই যে ইচ্ছা কৰিলে হেলাৰঙে সকলো কৰিব পাৰে সেই কথাটো স্পষ্ট কৰিলে ৷ এনেকুৱা এখন নাটক কৰি ৰাজ্যৰ আৰক্ষী বাহিনীটোক বোমাতংক কৰি সেই কামত ব্যস্ত ৰাখি দেশৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচী পালনত কৌশলেৰে বাধা দিলে ৷ এইটোৱেই আচল কথা ৷