হাতত খাৰু, ডিঙিত ঢোলবিৰি পিন্ধি ৰণলৈ মহাবীৰ লাচিত! লাচিতক অপমান ‘ইতিহাস থিয়েটাৰ’ৰ

Поделиться
HTML-код
  • Опубликовано: 2 июл 2024
  • হাতত খাৰু, ডিঙিত ঢোলবিৰি পিন্ধি ৰণলৈ মহাবীৰ লাচিত! শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ মূৰত বস্তাৰ টুপী! ইতিহাস বিকৃত কৰি লাচিতক অপমান ‘ইতিহাস থিয়েটাৰ’ৰ
    #nbnews #nbnewsdigital #lachitborpkhukan #itihashtheater #abhijitbhattacharya
    #assamesetheater #theater #JatinBora #controversy
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    Facebook: / nbnewstv
    #NBnews
    #NBtv
    #NBnewsassam
    #NBnewstv
    #Satellitechannel
    #NBNews

Комментарии • 36

  • @user-kd9rh8mf7h
    @user-kd9rh8mf7h 27 дней назад +11

    অভিজিতে অসমীয়াৰ আবেগক লৈ খেল নেখেলে।এনেও তেওঁৰ নাটক বোৰ দক্ষীণভাৰতীয় চিনেমাৰ পৰা নকল কৰা। আচলতে এই নাট্যকাৰ গৰাকীয়ে আমাক মূৰ্খ সজাইছে। কিন্তু সেই বুলি জাতীয় বীৰৰ নামত বহুৱালী নচলিব।

  • @parameswarnath-ps1fb
    @parameswarnath-ps1fb 27 дней назад +10

    এই বিলাক কি হ'ব ধৰিছে ভগবান।অসমী আইক ৰক্ষা কৰা প্ৰভু। টকাৰ কাৰণে মানুহে একো চিনি নোপোৱা হৈছে।

  • @assam2006
    @assam2006 27 дней назад +9

    এই বিশেষ সম্প্ৰদায়ৰ লোক কেইজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব।

    • @zeal6360
      @zeal6360 27 дней назад +2

      Hosa kotha

  • @pikubora9865
    @pikubora9865 27 дней назад +8

    এই নিলাজটো

  • @anjelbaruah7401
    @anjelbaruah7401 27 дней назад +4

    ইতিহাস অধ্যয়ন কৰিহে আগবাঢ়ি ব লাগে

  • @gopinathtalukdar6013
    @gopinathtalukdar6013 27 дней назад +2

    এই সকল বিক্ৰীত বিবেকৰ ব্যক্তি বুলি ভাবো

  • @amaljyotisarma4398
    @amaljyotisarma4398 27 дней назад +2

    লাচিত বৰফুকনৰ character ত যতীন বৰা ,ধেৎ আপোনালোকে মিছা কৈছে

  • @apurbadas4151
    @apurbadas4151 27 дней назад +5

    বদনক লৈ নাটক বনাব লাগে!!
    কি দৰে অসম শেষ কৰি দিলে,,, মান কি দৰে আহিল, আৰু সেই মানক খেদিবলৈ বৃটিশ কেনেদৰে আহিল!!
    কোনসকল মানুহৰ কাৰনে অসমীয়া সকলে কষ্ট ভূগিব লাগিছে!
    লাচিতৰ বুৰঞ্জী সকলোৱে জানে!!

    • @sauravphookan2547
      @sauravphookan2547 27 дней назад

      Okol bodon r kotha kola ja Mathura bhuya kotha u kobo...Mathura bhuya I u ja Maan anisil Jana nai.

  • @SatyamevaJayate-hq4pn
    @SatyamevaJayate-hq4pn 27 дней назад +5

    এওঁক মোগলৰ ৰজা এজনৰ ভাওহে দিব লাগিছিল৷

  • @lakshyadhardas1307
    @lakshyadhardas1307 26 дней назад

    Moi to Jatinar ako a nasao...

  • @kushalhaloi6033
    @kushalhaloi6033 25 дней назад

    ইহঁত দুয়োটাক বৰ্জন কৰিব লাগে, থিয়েটাৰখন কোনেও নাচালেই হয়।

  • @NP-gf7fo
    @NP-gf7fo 26 дней назад

    Bhal din ahile Politics
    Beya din ahile cinema

  • @MohanGogoi-xq6yu
    @MohanGogoi-xq6yu 26 дней назад

    ইহঁতে ভাল নকৰে কেতিয়াও

  • @mridulnath871
    @mridulnath871 25 дней назад

    অভিজিত ভট্টাচাৰ্যই তামিল,তেলেগু,ঊৰিয়া,বেংগলী আৰু বহুতো ভাষাৰ নাটক সমূহ চাই অসমীয়াত অনুবাদ কৰি,নকল কৰি আমাক ঠগি আছে। যিহেতু বেলেগ ৰাজ্যৰ চিনেমা সমূহ আমি প্ৰায় নাচাও। তাৰে সুবিধা লৈছে।

  • @hirakjyotidutta7515
    @hirakjyotidutta7515 26 дней назад

    Eisob bujai koi lav ni.... Sahh khabo mata... Gutei mokhak , mati efalor pora sendelere kubali aru vul nkore kunue...
    ..
    Suor hotk.... Natok lekhe
    ... Jai ai oxom

  • @hirakjyotisarma5395
    @hirakjyotisarma5395 27 дней назад

    এইবাৰ যতীন বৰাই প্ৰযোজকৰ গল নাকাতিলে ৰক্ষা ।😂

  • @debenkonwar8367
    @debenkonwar8367 27 дней назад

    ইহঁতে আহোমৰ যুদ্ধলৈ যোৱা সাজ পোছাকৰ বিষয়ে নাজানে নেকি ?এই থিয়েটাৰৰ একচ্ছত্ৰী নিজকে গন্য কৰা তোষামোদ কাৰি এই জনাই আৰু লগতে থিয়েটাৰৰ ইচক্ৰিপ ৰাইটাৰ বুলি ভবা একেজনাই কেনেকৈ আহোম তথা অসমীয়াৰ বীৰ জনাক অপমান কৰিবলৈ সাহস পালে ? চাবদেই ইহঁতে কাৰোবাক সন্তুষ্ট কৰিবলৈ গৈ আৰু কৰিব ।

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 27 дней назад

    বিষয়া সকলে অলংকাৰ পিন্ধে বুলি পঢ়োতে পাইছিলো। কিন্তু যুদ্ধৰ সময়ত পিন্ধে জানো???

  • @jollywoodworld7395
    @jollywoodworld7395 27 дней назад

    Jatin bora thakile kio ane hoi??

  • @tapasmali813
    @tapasmali813 26 дней назад

    এইবোৰক দৰ্শকে বৰ্জন কৰিব লাগে ।

  • @SatyamevaJayate-hq4pn
    @SatyamevaJayate-hq4pn 27 дней назад

    ছাবলৈ নগলেই হল৷

  • @rakashdas9087
    @rakashdas9087 27 дней назад

    দুই নন্বৰী দুয়োজন

  • @akbpresents55555
    @akbpresents55555 27 дней назад

    ই যতিন বৰা হে, এইখনো চুপাৰ ফ্লপ

  • @User12414
    @User12414 27 дней назад

    E axomiya cinema t eku napai theatre t dhorise publicity loboloi😊

  • @user-qs5zj4ks5p
    @user-qs5zj4ks5p 26 дней назад

    Fokotiah

  • @bububorborah8209
    @bububorborah8209 26 дней назад

    Jotin Pagolor pagolami

  • @mintusaikia2982
    @mintusaikia2982 27 дней назад

    Muksuda hoi

  • @lux1888
    @lux1888 27 дней назад

    😂😂😂

  • @BanojitrajbongshiPathsala
    @BanojitrajbongshiPathsala 27 дней назад

    😂😂😂