ঢকুৱাখনাৰ ১১৪নং ঘিলাগুৰি ভোটগ্রহণ কেন্দ্রত ভোট বৰ্জন
HTML-код
- Опубликовано: 19 сен 2024
- ঢকুৱাখনাৰ ১১৪নং ঘিলাগুৰি ভোটগ্রহণ কেন্দ্রত ভোট বৰ্জন
চৰকাৰী বঞ্চনাৰ প্রতিবাদত ভোট বৰ্জনৰ সিদ্ধান্ত
৭৭নং ঢকুৱাখনা সমষ্টিৰ এখন গাঁৱৰ ৰাইজ বিৰত ভোটদানৰ পৰা
কেন্দ্রটোত এই পৰ্যন্ত কোনো লোকে সাব্যস্ত কৰা নাই ভোটদান
#PratidinTime #AssamNews #dhakuakhana #ElectionWithPratidinTime
এয়াহে আচল প্ৰতিবাদ | সকলোৱে এনেকুৱা কৰিলে ইহতে নেজ পেলাব |
অতি সুন্দৰ পদক্ষেপ
উন্নয়নৰ জয় ঢোল বিজেপি চৰকাৰে সদায় বজায় থাকে।
ভোট বজন নকৰি তেওঁ লোকে চৰকাৰৰ বিপক্ষে ভোট দি প্রতাৰণা উচিত শিক্ষা দিব লাগিছিল।
Good steps mojja
Good step
সুন্দৰ ❤❤❤❤❤❤
চৰম পন্থা । অতি উত্তম । উন্নয়ণ নাই যদি ভোট কিহৰ বাবে হাঃ ?
Very good..
Moja
Good job 😊😊😊
Mojaa
Great job
Moja❤❤❤
এইয়াই প্ৰদান বৰুৱাৰ উন্নয়ণ 😂
Good
Very good
Aru bohut ase gaon dhakuakhana t same condition. thik korise .
উন্নয়নশীল দেশে এইবোৰ কি কৰিব পাৰে। কৈছিল আমাৰ দিনত ৰাষ্ট্ৰাপদূলি নিৰ্মাণ কৰা হৈছে এতিয়া ফতা ধূল বজাবলৈ যাবনে
BJP Sarkar out 2024
একো ভাল কাম কৰা নাই ভোতাধিকাৰেৰে তেওঁলোকৰ প্ৰতিবাদ সাব্যস্ত কৰক তাত চাগৈ এতিয়া কঙগ্ৰেছৰ বিধায়ক আছে তেও হয়তু চৰকাৰৰ পৰা আদায় কৰিব পৰা নাই নহলে চৰকাৰক জগৰীয়া কৰিবৰ বাবে একো কাম নকৰাকৈ আছে।
মিডিয়া ওচৰত নাহি নিজৰ নিজৰ কামত ওলাই যাব লাগে,,,,নাটক,,,অলপ সময় পিছতে ভোট দিব যাব,,, কিয়নো অলপ পিছত আহি বনাই দিম বুলি কোৱা লগে লগে,,,,চাই থাক
Ki hol CM himonto iman development korilo
Akei obosta amar gaor rasta. Leader bilak mukh dangor kori kotha koi, ajiloike 19/04/2024 rasta obosta poya loga Sarupathar, Nalani vote kendro, Golaghat. Mean bosore vote dile kintu rasta result Zero, 00.
Za hatote mari thoi aah
Nonsense people' its not protest against BJP, its protest against Democracy, because in EVM machines all parties symbols are available, avoiding vote means avoiding BJP,Congress ,AIUDF and other small small political parties to cast their votes on behalf of them.
Ghanta EVM ot only BJP symbol to ase naki?congress and other parties nai naki😅😅😅😅😅😅😅😅.
ইয়াৰ কাৰণ হৈছে ঘৰে ঘৰে দল সংগঠন খোলা আৰু প্ৰতিবাদ কৰা বা দল সংগঠন বোৰে চান্দা বিচৰা।
কংগ্ৰেছৰ চাল,কংগ্ৰেছৰ মানুহ।
Bhat Barjan Kara Manu Bilak Aslate Maha fkjxcgkk xdjkbxxjncc
Blind CM himonto see the video
congress ot dibo vote BJP misa kotha koi
Flying sarkar bjp 😂 go back
Nota marok
Ako bule BJP e sb dse mnuhk😂😅
😢😢😢
Moja
Good