Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
অখিল মহাশয়ৰ কথাবোৰ যুক্তিকৰ হয়,মামা হে উত্তৰ দিব নোৱাৰিলে,
Hosa kotha
অখিল গগৈক উপলুঙা কৰিবলৈ গৈ মুখ্যমন্ত্রী নিজে কিমান নীচ মনোবৃত্তিৰ লোক তাৰেই প্ৰমাণ দাঙি ধৰিলে।
Akhilludin ne axomor babe ki korle ata data diyok
UmmCm vokoti lecture die,ji kam bur hbo lage noboi
সত্য আৰু সাহসৰ প্রতিক অখিল গগৈ ডাঙৰীয়াই থিকেই কৈছে।
কি সাহসৰ কথা কৈছে নুবুজিলো ।গাইলৈ অনা ঘাঁহ যদি কাৰোবাক উলিয়ায় দিয়া যায় গাই মৰিবনে গাখীৰ দিব অলপ বুজাই কবনে ?
Jibur industry congress.r dinote morile atiya gai bai lav nai Akhil Gogoi Sivasagar.t eku dal kriba ni pora eku development dekhi nai pua..
@@horiprasadhazarika3061 Dangaria apuni OBC,ST,SC r kuntu srenit porey.
@@horiprasadhazarika3061 1500 Tokia
Bahirot ulaide akilok
ইমান ফটোৱা মুখ্যমন্ত্রী চাগৈ পৃথিবীৰ আন কতো পোৱা নাযাব। এনে এজন মুখ্যমন্ত্রী পোৱাটো অসমবাসীৰ বাবেই পৰম সৌভাগ্য।
Right....clg r GS jonu olop gohin hoi...enekua fotua nohoi
Khai karne beleg rajyat goi fatuwami kra karne neglet krile😂😂😂😂
Akw abar modi sarkar 🤣
তেতিয়া লৈ কে অসমীয়া বুলি কোনোবা বাচি থাকিব নে?
মজা প্ৰশ্ন কৰিলে😂😂😂 সঠিক প্ৰশ্নৰ সঠিক উত্তৰ দিব নোৱাৰি মামাইহে ফটোৱামি কৰি থৈ দিলেগে ক'ৰ কাৰোৱাৰ বিয়াৰ কথা উলিয়ালেগে😂😂😂 ফটোৱামি কথা আৰু শব্দ,মামাই বেছিকেই ব্যৱহাৰ কৰে,তাকো য'তে ত'তে,যেতিয়াই তেতিয়াই । যেনে.. ইলু ইলু দৰে কথা বিলাক। সেয়ে কওঁ মামা এজন দক্ষ ৰাজনীতিবিদ হ'ব পাৰে কিন্তু যোগ্য নহয় CM ৰ বাবে।
E beta nom tengor
@@sukumar610 সেয়ে কওঁ তেওঁ দক্ষ হয় কিন্তু যোগ্য নহয় CM ৰ বাবে।
BJP jai
@@anupomsonowal428 1500
প্ৰশ্ন কৰিছিল কি....আৰু উত্তৰ দিলে কি........আপোনাৰ অসংকাৰ আৰু বেছি দিন নচলে। সময় থাকোঁতে ঠিক হওঁক নহলে সময়ে আপোনাক ঠিক কৰিব লগা হলে পৰিণাম ভয়ংকৰ হব ছাৰ
Aru 25 year's bohi thaka.... Akhil BJP loi jap marile... Tara kiya hoga re kalia..
@@ajagrofarm6534 25 bosor ki baperor xompoti neki ,,,sidha kotha ohongkari konxo mama next 5 bosor. Aru pabo tar pisot lei lei sei,kutta uu nupusibo
অহংকাৰ অধপতনৰ মূল
@@ajagrofarm6534 পাখী গজিলে উইচিৰিঙাৰ মৰণ।
@@dbyt7581 Atmobiswah aru ahongkar or majot probhet ase bhai.
অধক্ষ্য মহোদয়ে বিৰুদ্ধে দলৰ মানুহখিনিক কিয় একো কবলৈ সুবিধা নিদিয়ে???
কাৰন তেওঁ হিমুদাৰ পোহনীয়া 🐩🐕
Seitu bujib pora nai ne...
অখিল গগৈ জিন্দাবাদ, মামাই উত্তৰ দিব নোৱাৰি উপলুঙা কৰিছে।
মজা প্ৰস্ন
Akhil da zindabad
মুখ্যমন্ত্রী মহোদয়, উত্তৰ টো ক'ত দিলে, নে উত্তৰ টো নাজানে?
Akhil gogoi zindabad
অখিল গগৈয়ে সুন্দৰ প্ৰশ্ন উত্থাপন কৰিছে।মামাই হে উত্তৰ দিব নোৱাৰিলে
Akhil da real hero bakibur kina besa hua zero...so Akhil Dak hodai insult Kore but adin xomoi ahibo ....SoBe gom pabo Akhil dar quality......c m Jone huna usit hodai insult koratu dekhi val nologa hol ..
ৰূপজ্যোতিক মূখ্যমন্ত্ৰী পাতি দিয়ক , অসমৰ একো সমস্যাই নাথাকিব । কেনেবাকৈ প্ৰধানমন্ত্ৰী হব পাৰিলে ভাৰতে চীনক বহু দূৰতে এৰি থৈ যাব । তেওঁৰ হাঁহিটোৰ ওপৰত ইতিমধ্যে নাছাৰ বিজ্ঞানী সকলে গৰ্বেষনা কৰি আছে । খুব কম দিনৰ ভিতৰত আমি ভাল খবৰ এটা শুনিবলৈ পাম ।
Akhil Gogoi right
বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাতকৈ অখিল গগৈৰ দাম বেছি আছে ।
What a joke🤣
😂😹😹
বিৰোধী সবল হোৱাতো বহুত জৰুৰী..East india companyৰ শাসনৰ কথা শুনিছো,পঢ়িচো প্ৰায় একেই..মহাত্মা গান্ধীয়ে বহুত ত্যাগ কৰিছিল..আম্বেদকাৰে বহুত ৰচিছিল.
Akhil is a great opposition leader
Akhil da is great,,,,jai hoo akhil da
অসমৰ উদ্যোগবোৰ কিয় বিক্ৰী কৰা হ'ল ?
Akhil gogoi right
অখিল গগৈ জিন্দাবাদ
Kejriwal sir jindabad❤
প্ৰশ্ন কৰিল কি উত্তৰ দিলে কিআজি কালি কাণে কমকে শুণে কি?নে বুজি নাপাই ?
Buji Pai,xuneu.nojona obhinoy Kori fotuwami Kori hahi hahi Amar dorei manuhok Ramthogon d sompotti r pahar bonai ase logoriyar logot.
🤣😂
@@kalpanadeka6201 hoy , thik kotha koise
Great Akhil da 😍 BJP 👎
One day Akhil will be CM of assam.
🤣🤣🤣
😂😂😅
🤣🤣
😂🤣😹
@@pragyannath903Toi Pragya nahoy adham, moha murkha Nath. Toi Guhat jaa tantra montra karibi.
Thik koise akhile
হিমন্তৰ দুৰ্বলতা দেখুৱাই দিয়াত অতনুৰ গাবেজবেজাই গৈছেনেকি ?
একপকাৰে কথাষাৰ দমদাৰ কিন্তু 😅
কি যে হৈছে এই বোৰ আকৌ এই বাৰ কংগ্ৰেছকে ভোট দিলে ভাল হব যেন লাগে।সদনতো যেতিয়া তেতিয়া হাল্লা।
AAP...
@@AbulHussain-dl6og দিল্লীৰ মাল হয গাৰেন্তি নাই।
@@monigogoi8157 ❤️
Akhil is really great man.
Akhil Gogoi Sir..thikei koise.
মুখ্যমন্ত্ৰীৰ টুলুঙা কথা নুগুছিল ।
Need more MLA in assembly like akhil gogoi
Of course bt not in 🇮🇳🇧🇩 T tau Dre mnhu bhut ase😂 😂 😂Akhil Uddin Ali Ahmed
Uuuu
Akhil Gogoi great leader
Akhil Gogoi is not a politician, he is a leader 👏
Ghanta leader...he pgola hoi
Pagol he
@@srdtechassam7129 toi mental hoi
@@tmff4973 toi ki Gela khuwa modahi
1500
Right question presented by Akhil Gogoi! It must be answer by CM!
Himantar din aru besi din naiBadmasi nasoliba
সদনৰ অধ্যক্ষ জন নিৰপেক্ষ হ'ব লাগে।
Mamai এনে পুলুঙা কৰি দিলে
Next cm ...akhil gogoi
²5 years mn pist hb hi 😂😂😂
বেছি বেছি সেখ কৰিলে ৬৮লাৰ গাডি চলাই ৰাজ কুস উদঙ কৰিছে উওৰ দিব নোৱাৰে হাহিঁ সেস হব ॥
উত্তৰ দিব নোৱাৰি তেনেকৈ মুখ বন্ধ কৰিছে।
অখিল গগৈ 👍👍👍
amak Next CM akhil gogoi dangoriyak lage
Raajnitit kunuba Vaal manuh ase Jodi heya kebol okhil gogoi sir
🤣🤣😹
মামাৰে উওৰ কিয় দিব নোৱাৰিলে ....!!
মামাই হাঁহিটো মাৰি কথাটো বেলেগফালে লৈ যায়।
Answer e dibo nuarile
uttar diboloi nuwari ki bokise🤣
Cm rrr kam nai 🤣🤣🤣🤣🤡🤡🤡
Akhil gogoi is always right
Akhil da tamam disa deee
Akhil gogoi right to act.
Issue divert koriboloi amar mamar pora xikhibo lage
Cm ৰ মুখত উত্তৰ এ নাই
Mojja😀😀😀
Akhil sir is great man
Good 👍👍👍
Atonu bhuyai himontor hopokhe koboloi goisil . kintu raijor akhilor hopokhe comments dekhapalu dhoynobad.
সছা কথাৰ উওৰ কিয় নায় ?
Question korilei tika jole sudurbhai makchudai himanta or kella
Akhil da no.1
Akhil Gogoi jundabad
Mane nu ki
jai akhil gogoi
Akhil da❤
কিৱা অধ্যক্ষ জনৰ কথা বতৰা বোৰ ভাল নালাগে
হেমন্তই হে জানে আমি কি জানে 😂😂😂😂😂সদায় সদনত দেখোঁ হেমন্তৰ এনে আচৰণ ।নাও বুৰিলেও টিংৰ পৰা নানামে 😂😂😂😂।জয় শ্ৰী ৰাম
Bule dada vat khala???Ans:-o vaiti mi kailoi nitai pukhuri jam
Balor himanta
Good question
Best okhil da
এই অধ্যক্ষ জনকো কিবা bjp ৰ পক্ষত থকা যেন লাগে
Right ✅️
Honourable Assam C.M Himanta biswa Sharma sir apunar mukht ankua kotha huva napai ...ru ajn cm hoi fotuami kori axomor hohoj horol manuh khinik thogi khi thakibo ru ami apunar hahit motoliya hoi Sai thakile hb 😅
Akhil da sinta nkrib apunar lgt asu Raijor dol jindabad💪
আনৰ বিয়া কেনেকৈ হ'ল।
That's why our CM sir dont have sufficient knowledge about industrialization and employee rate also hike
Heikrone 26 k post ot 26 lakh apply saii aha alop nijoke hudh toii etta mosto ollogodho
অখিল গগৈ জিন্দাবাদ।আহোম জিন্দাবাদ
Answer hole dibo nuarile
Kejriwal aahiase. Kiman handoh khua khai lua pet vorai.
First time Eman hopeless speaker dekhisu...Biswajit daimary...faltu korobar
ভূঞা ডাঙৰীয়া, গণতন্ত্ৰ ৰ তৃতীয় স্তম্ভ বুলি অলপ নিৰপেক্ষ বাতৰি প্ৰকাশ কৰিলে ভাল ।
Uttar diyate laj loga nai ne cm sir
এইখন নাটক অসমৰ মানুহে বুজি পাব বাকী নাই অাৰু
CM should be elected or selected directly by common people.. This could lead India or state to highest level.
Himanta ji is best in Assam politics,Next Jayanta n pijush ji as they mentain system of the House.
Thanks Aakhi Gogoi Ji
উত্তৰ দিব নোৱাৰি মামাই চালে বেৰাই কোবাই।
Ji prosno hudise tar answer diyok akou
Industry nahole axomor unnanti nahoy
অহংকাৰ অধপতনৰ মূল কাৰণ
Tamam😀😀😀
👏👏👏👏👏👏
বা অখিল দা আপোনাৰ বিধায়ক হয় চকুৰ power কমিলে নেকি😥
Apunar ki komile...
Akhil Gogoi tiger of Assam
Rupjyoti ne ki Ai bhubula sagoli2 kotha xunilei hahi uthe he 🤣
Gogoi da jindabad
Mama e answer diboi nuwarile dekhun
উত্তৰ টো চালে বেৰে কোবালে।
অখিল মহাশয়ৰ কথাবোৰ যুক্তিকৰ হয়,মামা হে উত্তৰ দিব নোৱাৰিলে,
Hosa kotha
অখিল গগৈক উপলুঙা কৰিবলৈ গৈ মুখ্যমন্ত্রী নিজে কিমান নীচ মনোবৃত্তিৰ লোক তাৰেই প্ৰমাণ দাঙি ধৰিলে।
Akhilludin ne axomor babe ki korle ata data diyok
Umm
Cm vokoti lecture die,ji kam bur hbo lage noboi
সত্য আৰু সাহসৰ প্রতিক অখিল গগৈ ডাঙৰীয়াই থিকেই কৈছে।
কি সাহসৰ কথা কৈছে নুবুজিলো ।গাইলৈ অনা ঘাঁহ যদি কাৰোবাক উলিয়ায় দিয়া যায় গাই মৰিবনে গাখীৰ দিব অলপ বুজাই কবনে ?
Jibur industry congress.r dinote morile atiya gai bai lav nai Akhil Gogoi Sivasagar.t eku dal kriba ni pora eku development dekhi nai pua..
@@horiprasadhazarika3061 Dangaria apuni OBC,ST,SC r kuntu srenit porey.
@@horiprasadhazarika3061 1500 Tokia
Bahirot ulaide akilok
ইমান ফটোৱা মুখ্যমন্ত্রী চাগৈ পৃথিবীৰ আন কতো পোৱা নাযাব। এনে এজন মুখ্যমন্ত্রী পোৱাটো অসমবাসীৰ বাবেই পৰম সৌভাগ্য।
Right....clg r GS jonu olop gohin hoi...enekua fotua nohoi
Khai karne beleg rajyat goi fatuwami kra karne neglet krile😂😂😂😂
Akw abar modi sarkar 🤣
তেতিয়া লৈ কে অসমীয়া বুলি কোনোবা বাচি থাকিব নে?
মজা প্ৰশ্ন কৰিলে😂😂😂 সঠিক প্ৰশ্নৰ সঠিক উত্তৰ দিব নোৱাৰি মামাইহে ফটোৱামি কৰি থৈ দিলেগে ক'ৰ কাৰোৱাৰ বিয়াৰ কথা উলিয়ালেগে😂😂😂 ফটোৱামি কথা আৰু শব্দ,মামাই বেছিকেই ব্যৱহাৰ কৰে,তাকো য'তে ত'তে,যেতিয়াই তেতিয়াই । যেনে.. ইলু ইলু দৰে কথা বিলাক। সেয়ে কওঁ মামা এজন দক্ষ ৰাজনীতিবিদ হ'ব পাৰে কিন্তু যোগ্য নহয় CM ৰ বাবে।
E beta nom tengor
@@sukumar610 সেয়ে কওঁ তেওঁ দক্ষ হয় কিন্তু যোগ্য নহয় CM ৰ বাবে।
BJP jai
@@anupomsonowal428 1500
প্ৰশ্ন কৰিছিল কি....আৰু উত্তৰ দিলে কি........আপোনাৰ অসংকাৰ আৰু বেছি দিন নচলে। সময় থাকোঁতে ঠিক হওঁক নহলে সময়ে আপোনাক ঠিক কৰিব লগা হলে পৰিণাম ভয়ংকৰ হব ছাৰ
Aru 25 year's bohi thaka.... Akhil BJP loi jap marile... Tara kiya hoga re kalia..
@@ajagrofarm6534 25 bosor ki baperor xompoti neki ,,,sidha kotha ohongkari konxo mama next 5 bosor. Aru pabo tar pisot lei lei sei,kutta uu nupusibo
অহংকাৰ অধপতনৰ মূল
@@ajagrofarm6534 পাখী গজিলে উইচিৰিঙাৰ মৰণ।
@@dbyt7581 Atmobiswah aru ahongkar or majot probhet ase bhai.
অধক্ষ্য মহোদয়ে বিৰুদ্ধে দলৰ মানুহখিনিক কিয় একো কবলৈ সুবিধা নিদিয়ে???
কাৰন তেওঁ হিমুদাৰ পোহনীয়া 🐩🐕
Seitu bujib pora nai ne...
অখিল গগৈ জিন্দাবাদ, মামাই উত্তৰ দিব নোৱাৰি উপলুঙা কৰিছে।
মজা প্ৰস্ন
Akhil da zindabad
মুখ্যমন্ত্রী মহোদয়, উত্তৰ টো ক'ত দিলে, নে উত্তৰ টো নাজানে?
Akhil gogoi zindabad
অখিল গগৈয়ে সুন্দৰ প্ৰশ্ন উত্থাপন কৰিছে।মামাই হে উত্তৰ দিব নোৱাৰিলে
Akhil da real hero bakibur kina besa hua zero...so Akhil Dak hodai insult Kore but adin xomoi ahibo ....SoBe gom pabo Akhil dar quality......c m Jone huna usit hodai insult koratu dekhi val nologa hol ..
ৰূপজ্যোতিক মূখ্যমন্ত্ৰী পাতি দিয়ক , অসমৰ একো সমস্যাই নাথাকিব । কেনেবাকৈ প্ৰধানমন্ত্ৰী হব পাৰিলে ভাৰতে চীনক বহু দূৰতে এৰি থৈ যাব । তেওঁৰ হাঁহিটোৰ ওপৰত ইতিমধ্যে নাছাৰ বিজ্ঞানী সকলে গৰ্বেষনা কৰি আছে । খুব কম দিনৰ ভিতৰত আমি ভাল খবৰ এটা শুনিবলৈ পাম ।
Akhil Gogoi right
বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাতকৈ অখিল গগৈৰ দাম বেছি আছে ।
What a joke🤣
😂😹😹
বিৰোধী সবল হোৱাতো বহুত জৰুৰী..East india companyৰ শাসনৰ কথা শুনিছো,পঢ়িচো প্ৰায় একেই..মহাত্মা গান্ধীয়ে বহুত ত্যাগ কৰিছিল..আম্বেদকাৰে বহুত ৰচিছিল.
Akhil is a great opposition leader
Akhil da is great,,,,jai hoo akhil da
অসমৰ উদ্যোগবোৰ কিয় বিক্ৰী কৰা হ'ল ?
Akhil gogoi right
অখিল গগৈ জিন্দাবাদ
Kejriwal sir jindabad❤
প্ৰশ্ন কৰিল কি উত্তৰ দিলে কি
আজি কালি কাণে কমকে শুণে কি?
নে বুজি নাপাই ?
Buji Pai,xuneu.nojona obhinoy Kori fotuwami Kori hahi hahi Amar dorei manuhok Ramthogon d sompotti r pahar bonai ase logoriyar logot.
🤣😂
@@kalpanadeka6201 hoy , thik kotha koise
Great Akhil da 😍 BJP 👎
One day Akhil will be CM of assam.
🤣🤣🤣
😂😂😅
🤣🤣
😂🤣😹
@@pragyannath903Toi Pragya nahoy adham, moha murkha Nath. Toi Guhat jaa tantra montra karibi.
Thik koise akhile
হিমন্তৰ দুৰ্বলতা দেখুৱাই দিয়াত অতনুৰ গাবেজবেজাই গৈছেনেকি ?
একপকাৰে কথাষাৰ দমদাৰ কিন্তু 😅
কি যে হৈছে এই বোৰ আকৌ এই বাৰ কংগ্ৰেছকে ভোট দিলে ভাল হব যেন লাগে।সদনতো যেতিয়া তেতিয়া হাল্লা।
AAP...
@@AbulHussain-dl6og দিল্লীৰ মাল হয গাৰেন্তি নাই।
@@monigogoi8157 ❤️
Akhil is really great man.
Akhil Gogoi Sir..thikei koise.
মুখ্যমন্ত্ৰীৰ টুলুঙা কথা নুগুছিল ।
Need more MLA in assembly like akhil gogoi
Of course bt not in 🇮🇳
🇧🇩 T tau Dre mnhu bhut ase
😂 😂 😂
Akhil Uddin Ali Ahmed
Uuuu
Akhil Gogoi great leader
Akhil Gogoi is not a politician, he is a leader 👏
Ghanta leader...he pgola hoi
Pagol he
@@srdtechassam7129 toi mental hoi
@@tmff4973 toi ki Gela khuwa modahi
1500
Right question presented by Akhil Gogoi! It must be answer by CM!
Himantar din aru besi din nai
Badmasi nasoliba
সদনৰ অধ্যক্ষ জন নিৰপেক্ষ হ'ব লাগে।
Mamai এনে পুলুঙা কৰি দিলে
Next cm ...akhil gogoi
²5 years mn pist hb hi 😂😂😂
বেছি বেছি সেখ কৰিলে ৬৮লাৰ গাডি চলাই ৰাজ কুস উদঙ কৰিছে উওৰ দিব নোৱাৰে হাহিঁ সেস হব ॥
উত্তৰ দিব নোৱাৰি তেনেকৈ মুখ বন্ধ কৰিছে।
অখিল গগৈ 👍👍👍
amak Next CM akhil gogoi dangoriyak lage
Raajnitit kunuba Vaal manuh ase Jodi heya kebol okhil gogoi sir
🤣🤣😹
মামাৰে উওৰ কিয় দিব নোৱাৰিলে ....!!
মামাই হাঁহিটো মাৰি কথাটো বেলেগফালে লৈ যায়।
Answer e dibo nuarile
uttar diboloi nuwari ki bokise🤣
Cm rrr kam nai 🤣🤣🤣🤣🤡🤡🤡
Akhil gogoi is always right
Akhil da tamam disa deee
Akhil gogoi right to act.
Issue divert koriboloi amar mamar pora xikhibo lage
Cm ৰ মুখত উত্তৰ এ নাই
Mojja😀😀😀
Akhil sir is great man
Good 👍👍👍
Atonu bhuyai himontor hopokhe koboloi goisil . kintu raijor akhilor hopokhe comments dekhapalu dhoynobad.
সছা কথাৰ উওৰ কিয় নায় ?
Question korilei tika jole sudurbhai makchudai himanta or kella
Akhil da no.1
Akhil Gogoi jundabad
Mane nu ki
jai akhil gogoi
Akhil da❤
কিৱা অধ্যক্ষ জনৰ কথা বতৰা বোৰ ভাল নালাগে
হেমন্তই হে জানে আমি কি জানে 😂😂😂😂😂সদায় সদনত দেখোঁ হেমন্তৰ এনে আচৰণ ।নাও বুৰিলেও টিংৰ পৰা নানামে 😂😂😂😂।জয় শ্ৰী ৰাম
Bule dada vat khala???
Ans:-o vaiti mi kailoi nitai pukhuri jam