Rupjyoti Kurmi | "গিৱনক লৈ ৰাজনীতি কৰিবলৈ নাহিবি, একে ঘুচাই নাক মুখ ভাঙি দিম"-ৰূপজ্যোতি কুৰ্মী N18V

Поделиться
HTML-код
  • Опубликовано: 19 сен 2024
  • Rupjyoti Kurmi | "গিৱনক লৈ ৰাজনীতি কৰিবলৈ নাহিবি, একে ঘুচাই নাক মুখ ভাঙি দিম"-ৰূপজ্যোতি কুৰ্মী N18V
    বিধায়ক ৰূপজ্যোতিৰ ৰূদ্ৰ্ ৰূপ।কাৰ নাক মুখ হাত ভঙাৰ ভাবুকি বিধায়কগৰাকীৰ!ৰূপজ্যোতি কুৰ্মীৰ কোনেও নোম এডাল চিঙিব নোৱাৰে।ৰূপজ্যোতি কুৰ্মীৰ ব্লেক বেল্ট নহয় বাউন বেল্ট। কোনোবাই মাৰিব আহিলে একে ঘুচাই নাক ভাঙি দিম। মুখ হাত ভাঙি দিম।চেফ বদলি কৰি দিম।ইয়াত ৰাজনীতি কৰিবলৈ নাহিবি ঘুচিয়াই দিম।
    #News18AssamOriginals
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #rupjyotikurmi #gibbon
    #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

Комментарии • 312

  • @rofiulhussain4140
    @rofiulhussain4140 3 часа назад +44

    এই বুৰ্বক টোক নো কি কাৰণে মৰিয়নিৰ ৰাইজে MLA বনাইছে জানো?লাজ নেপায় নে?

  • @dipankarkhargharia9952
    @dipankarkhargharia9952 4 часа назад +67

    এইতো মৰিযনি ৰাইজৰ মান সন্মান নাইকীয়া কৰিছে কি বিধায়ক এইতো

  • @ranjitgowsami7891
    @ranjitgowsami7891 4 часа назад +87

    নাগালেণ্ড ৰ গুলিৰ শব্দ শুনি পোকৰ ওভতাই দৰা MLA জন 😂

  • @krishnagogoi1657
    @krishnagogoi1657 4 часа назад +54

    জন প্রতিনিধিৰ মুখত এই বোৰ শব্দ শোভা নাপায় |

  • @saddikurrahman7617
    @saddikurrahman7617 4 часа назад +22

    এজন বিধায়ক হৈ অসভ্যালী ভাষাটো কেনেকৈ উলাই থাকে, নিজৰ ভাষাটো মাৰ্জিত কৰিবলৈ চেষ্টা কৰক, ছাগলীৰ দৰে চিঞৰি নাথাকিব 😡🤬😡

  • @ranuDevi-i2n
    @ranuDevi-i2n 4 часа назад +21

    এইটোক গছৰ ডাল পাত কইটামান নিদিয়ে কেলৈ ইমান বেবাই আছে।

  • @hemantapegu1053
    @hemantapegu1053 5 часов назад +33

    কি burbok কথা কৈছে ঐ, Mr ৰূপজ্যোতি কুৰ্মি?

  • @Prashanta-t7e
    @Prashanta-t7e 4 часа назад +18

    চি: ত ই বৰ ফটুৱা। ৰাজনীতিৰ মাজত আছে বাবে বৰ মতা দেখুৱাইছ, ন।

  • @GauriBaruah-gx7ck
    @GauriBaruah-gx7ck 5 часов назад +73

    ৰূপজ্যোতি কুৰ্মী তুমি এজন বিধায়ক নে এজন গুণ্ডা। তোমাৰ কথা বতৰা শুনি তোমাক এজন গুণ্ডা যেন হে লাগে। অলপ মাৰ্জিত হ'বলৈ শিকা।

  • @AkonTamuli-k1h
    @AkonTamuli-k1h Час назад +8

    মৰিয়নি সমষ্টিৰ মানুহবিলাককহে মোৰ চাব মন গৈছে এবাৰ

  • @Abdulrazak-so2jq
    @Abdulrazak-so2jq 3 часа назад +16

    এই জনাই মৰিয়নি ৰাইজক প্ৰতিনিধি কৰে , বাহ ৰে মৰিয়নিৰ জনতা অন্ধ ভক্ত সকল ।😂😂😂😂😂😂

  • @SyedaEllinNaharSyeda
    @SyedaEllinNaharSyeda 4 часа назад +5

    কিক কেইটা মান শিকি লৱ লাগিছিল, ৰাজনীতি লৈ অহাৰ আগতে।ঘুচা টো হৈছে বাৰু নিজৰ গালতে দেখুৱাই চে ।

  • @DibyajyotiBaruah-lz2mm
    @DibyajyotiBaruah-lz2mm 4 часа назад +11

    নগাই গুলী ফোটালে কোনে পলাই ---!

    • @sailendrasaikia420
      @sailendrasaikia420 3 часа назад +2

      Aitu question 29 tarikhor 4th grade examt ahibo pare neki baru?😊

    • @RanjitDas-p8i
      @RanjitDas-p8i Час назад

      😂​@@sailendrasaikia420

  • @GopalModak-xs1od
    @GopalModak-xs1od 3 часа назад +4

    জনপ্ৰতিনিধিৰ আচৰন এনেকুৱা হয়নে এনে ভাষা ব্যৱহাৰ আপোনাৰ

  • @nilutpaldas8659
    @nilutpaldas8659 3 часа назад +10

    বিধায়ক নিৰ্বাচিত কৰা মানুহ বিলাকে এবাৰ চাই লক , আপোনালোকে নিজে নিজেই লাজ পাব আপোনালোকৰ নিৰ্বাচিত বিধায়কক চাই ।

  • @BituponDihingia-vx4kz
    @BituponDihingia-vx4kz 4 часа назад +5

    বকচিঙ খেলিব মন আছে নেকি তুৰ।

  • @pranabneog6382
    @pranabneog6382 3 часа назад +4

    গাৱলীয়া ভাষাত কবলৈ গলে বৰমতা

  • @mzaf1930
    @mzaf1930 Час назад +6

    মে' মে' বে ,বে ,😂এক গু গু গুছাই মাৰি দিম কেলা😂😂

  • @AliAhmed-g3s
    @AliAhmed-g3s Час назад +3

    অবদৰ বিধায়ক ৰপজুতি কুৰি গ্ৰেপ্তাৰ কৰিবলাগে

  • @kumudborha4722
    @kumudborha4722 3 часа назад +3

    আছলতে ৰাজনিতী মানে দুৰনিতী

  • @tridipboraart1090
    @tridipboraart1090 49 минут назад +2

    মাননীয় মূখ্য মন্ত্রী চাৰে এই বিধায়ক জনৰ আচৰনৰ ওপৰত বিচাৰ লবলাগে কাৰণ কথাৰকোনো লেকাম নাই তেওৰ দৰে হলে আমাৰ bjp ৰ চৰকাৰৰ বহুত বদনাম হব চাৰে ভাবি চাব।

  • @ripunjoygohain8164
    @ripunjoygohain8164 4 часа назад +7

    Rupjyoti Kurmi is a half mad boxer not. MLA of BJP.

    • @TemsuLongkumer-qz2qx
      @TemsuLongkumer-qz2qx Час назад +1

      One would like to know how many saplings he has planted during his days as a Congress MLA...

  • @bharatisaikia1388
    @bharatisaikia1388 Час назад +2

    বিধায়ক হোৱা যোগ্য নাই।

  • @girinphukan9846
    @girinphukan9846 Час назад +2

    উত্তৰ প্ৰদেশ বা বিহাৰৰ বিধায়ক পদৰ বাবে এজন যোগ্য ব্যক্তি আমাৰ কুৰ্মী ডাঙৰীয়া ।

  • @user-qo5kx1gx2w
    @user-qo5kx1gx2w 2 часа назад +1

    পাহৰা নাই এই যে নাগালেণ্ড সীমান্তত নাগাৰ বিৰুদ্ধে সিংগৰ দৰে গুজৰি গৈ নাগাৰ এটা গুলীৰ শব্দত বিজা মেকুৰীৰ দৰে পলাই অহাটো।কাৰোবাক যে গোছা মাৰিব পাৰিব?

  • @prabinkakati5395
    @prabinkakati5395 2 часа назад +1

    ইয়াৰ মুৰৰ বিকৃতি ঘটিছে নেকি,জনপতিনিধিৰ মুখত এই ভাষা।

  • @guptasarmah8949
    @guptasarmah8949 4 часа назад +5

    ৰূপজ্যোতি কৰ্মী হিন্দি চিনেমাৰ ভিলেইন হোৱাৰহে যোগ্য। আচল কথা ভোবোলাৰ অচল মুখা খোল খোৱাত বেবাইছে।

    • @brojenbaruah9604
      @brojenbaruah9604 2 часа назад

      এজন বিধায়ক কথা বিলাক মাৰ্জিত হোৱা দৰকাৰ ।

    • @RajuBora-r3p
      @RajuBora-r3p 42 минуты назад

      Amar fupjyoti...😂😂😂

  • @mihinathgogoi1810
    @mihinathgogoi1810 41 минуту назад +1

    এজন ৰাইজৰ প্ৰতিনিধি হৈ সমাজৰ আগত কেনেকৈ কথা ক'ব লাগে নাজানে নেকি ? যি‌কেইটা কথা ক'বলৈ চেষ্টা কৰা হৈছে, সেই কেইটা কথা ভদ্ৰ‌ভাৱে ক'ব নোৱাৰে‌ নেকি‌ ? সচাঁকৈয়ে আমি এনে এখন ৰাজ্যত বসবাস কৰি‌ আছো, য'ত প্ৰতিনিধি বিলাকে মাত্ৰ নিজৰ কথা চিন্তা কৰে, যি মন‌ যায় তাক‌ই ক'ব বিচাৰে আৰু যি মন‌ যায়‌‌ তাকেই কৰিব বিচাৰে। সিহঁতৰ মতে জনসাধাৰণ‌ একো‌ মূল্য নাই‌ , যি মন যায় তাকেই কৰে‌ ।

  • @HidoironjanBordoloi
    @HidoironjanBordoloi Час назад +2

    গাহৰি,তো,ক,গৰু,পিতন,দিয়ক,,খোনা,তো,কেল,,,cm,sar,এতোক,,20,,বিছ,বছৰ,,জেল,দিয়ক😮😮😮

  • @imdadulhaque3647
    @imdadulhaque3647 49 минут назад +1

    মৰিয়নিৰ অলগদ্ধবোৰে এটা প্ৰকাণ্ড অলগদ্ধ নিৰ্বাচন কৰিলে।

  • @utpalchutia6664
    @utpalchutia6664 14 минут назад +1

    ইয়াৰ দোষ নাই, জাতত গৈছে। হাঁহি উঠিছে মৰিয়নিৰ ভোটাৰ সকলৰ বাবে। আমাৰ মৰাণৰ গগৈ দা নিকাম্মা হ'ব পাৰে কিন্তু ভ্ৰম প্ৰলাপ নবকে।

  • @Himangshu-ps9mc
    @Himangshu-ps9mc Час назад +1

    Bjp ৰ নাক কণ নাকাতিব।🙏🙏🙏
    Please.
    পাৰিলে bjp ৰ বিধায়কৰ পৰা পদ ঠীয়াক কৰিব ৰূপজ্যোতি দা

  • @hafijursikder9104
    @hafijursikder9104 2 часа назад +1

    ধমকি এটা মাৰিলে কাপোৰ নষ্ট কৰিবি কেলা ।

  • @niponboruah1516
    @niponboruah1516 3 часа назад +1

    এই অসভ্যজন কেনেকৈ বিধায়ক হৈ আছে, মৰিয়নীবাসীক লৰজ্জা নত কৰিছে এইজনে

  • @arupgogoi3324
    @arupgogoi3324 Час назад +1

    কথাত গটা খায় কথাত বটা পাই......... নিজৰ পৰিচয় নাথাকিলেও চকীৰ সন্মান টো বজায় ৰখাটো ভাল

  • @HidoironjanBordoloi
    @HidoironjanBordoloi Час назад +2

    এতোক,,জেল,দিয়ক,,cm,sar,20,বছৰ,কেল,পাগল,তৈ,😂😂😂😂😂😂

  • @HidoironjanBordoloi
    @HidoironjanBordoloi Час назад +2

    ৰোব,জোতি,,পাগল,হয়,

  • @HiteshDeka-hp7nf
    @HiteshDeka-hp7nf Час назад +1

    এইটো ক যে কোনে ভোট দিয়ে ভাল মানুহ নাই আৰু

  • @Ghbb2
    @Ghbb2 2 часа назад +1

    এইটোক কোনে ভোট দিয়ে বে😡😡

  • @HidoironjanBordoloi
    @HidoironjanBordoloi Час назад +2

    এতোক,,গৰু,পিতন,দিয়ক,,পাগল,তোক,😮😮😮

  • @SibalDas-sq1oi
    @SibalDas-sq1oi 2 часа назад +1

    নগা গুলিত পলাল কোন তুমি নহয় নেকি

  • @jrtune1795
    @jrtune1795 53 минуты назад +2

    পাগল এটা। কোনে বিধায়ক বনালে

  • @Writu-qx7mb
    @Writu-qx7mb 19 минут назад +1

    আপোনাৰ দম তেতিয়াই গম পালো যেতিয়া নগাই দুটা গুলি ফুটাওটে ল'ৰ দিছিলে 😂

  • @SurojitDoley-f2z
    @SurojitDoley-f2z Час назад +1

    টোৰ বাপেৰে অসমত গছ-গছনি ৰুই তইছেনেকি মূৰ্খ ।ছাগলী ছাগলী হিচাপত থাকিবি। ভাগৰি পুৰা শিলত শেলুৱৈ নগজে।

  • @AkhtaraliAli-t9p
    @AkhtaraliAli-t9p 43 минуты назад

    ইয়াৰ কথা মৰনিয়ানিৰ ৰাইজে শুনু কি ভাবে ধন্যবাদ মৰিয়ানি

  • @rajibbora1813
    @rajibbora1813 4 часа назад +1

    চিকতা এনেকৈ নকবা

  • @choudhury3971
    @choudhury3971 42 минуты назад

    এইটো ভাষা হয় নেকি এজন বিধায়কৰ 😮

  • @user-vw8yc8uw2o
    @user-vw8yc8uw2o 4 часа назад +1

    Gibon o private karuba hol neki... Assom r hompotti hoy nohoy..

  • @cubedragon1683
    @cubedragon1683 2 часа назад +1

    বাদ দিয়া তোমাৰ ঘূচা,,, তুমি শৃংখল চলিহাৰ লগত লাগিব পাৰিবা ?আমাৰ শৃংখল চলিহাই ককালত ব্লেক বেল্ট মাৰি থাকে। শৃংখলে মাৰে কম দৌৰাই বেছি 😂😂

  • @Mkhong703
    @Mkhong703 5 часов назад +6

    Kela ballor black belt shagoli bacha meeeemereee

  • @MukulHazarika-zi7yx
    @MukulHazarika-zi7yx Час назад

    কিহৰ এইজন জন প্ৰতিনিধি । লাজ লাগিছে ।নিজকে বহুত ভাল বুলি চিনাকি দিছে ।

  • @ProbalKhataniar
    @ProbalKhataniar 2 часа назад

    গিবন শেষ হব অ😢😢

  • @MukulHazarika-zi7yx
    @MukulHazarika-zi7yx Час назад

    আপুনি একো কৰিব নোৱাৰে ।

  • @prodipkhanikar8952
    @prodipkhanikar8952 2 часа назад

    মানুহ মাৰিব নাপায় দেই।

  • @SurojitDoley-f2z
    @SurojitDoley-f2z Час назад +1

    বোবোলা ছাগলীটো কৰপৰা ওলালে।

  • @mrinalkumardas1755
    @mrinalkumardas1755 2 часа назад

    সকলোৱে মিলি এখেতৰ মানসিক চিকিৎসাৰ ব্যৱস্থা টো কৰি দিব লাগে।

  • @sahabuddinahmed-mp3hu
    @sahabuddinahmed-mp3hu 2 часа назад

    ইয়াক বিনা পুলিচ ত ৰাইজৰ মাজত যাব দিয়া। ঘূচা দিব নে খাব দেখা পোৱা যাব

  • @mobidurrahman4860
    @mobidurrahman4860 4 часа назад

    বৰ ভয় লাগিছে দেই‌ । একে ঘুচাত‌‌ নাক‌ ভাঙি দিম বুলি কৈছে।

  • @rupjyotigogoi8413
    @rupjyotigogoi8413 5 минут назад

    বৰ সাহস নগাই গুলী মাৰোত পলাই পট্্ কোনে দিছিল ।

  • @MukulHazarika-zi7yx
    @MukulHazarika-zi7yx Час назад

    অসমৰ চাৰিসীমাত কি কি আছে কব পাৰিব জানো ।

  • @manasshorts-yx3hr
    @manasshorts-yx3hr 2 часа назад

    কংগ্ৰেছৰ দুৰ্নিতিবিলাক উদঙালে কৰ্মিসকলে বেযা পোবাতকৈ চিকাৰ কৰিব লাগে ।

  • @Neuosm
    @Neuosm 32 минуты назад

    Rule is Rule for Everyone 😮

  • @umandailyvlogs5996
    @umandailyvlogs5996 4 часа назад +1

    Sagoli sir

  • @sarbanandagogoi6549
    @sarbanandagogoi6549 Час назад

    এইটো ৰাইজৰ প্ৰতিনিধিনে ফফৌহুতা গুণ্ডা নে মৰিয়নি বাসি হীৰাআমঠু?

  • @Khagengogoi123
    @Khagengogoi123 4 часа назад

    কৃষ্ণ কৃষ্ণ

  • @SibalDas-sq1oi
    @SibalDas-sq1oi 2 часа назад

    ধনু তুমা কথা শুনি লাজ লাগিছে

  • @hemantomahato2475
    @hemantomahato2475 50 минут назад

    Rupjyoti kurmi Jindabad.

  • @ISeeYou-fc5zg
    @ISeeYou-fc5zg 2 часа назад

    মৰিয়নিৰ ৰাইজে এই জন ব্যক্তিক কিয় ভোট দিয়ে?একদম লাজ মান নথকা মানুহ এই জন।

  • @bipulrabha-xg7jr
    @bipulrabha-xg7jr 40 минут назад

    সুব থাক মই কিমান গছ ৰৈ থৈছোঁ তই নজনা হে কি MLA

  • @bidyutbikashborah9380
    @bidyutbikashborah9380 Час назад +1

    তোৰহে নাকৰ দেনা ভাঙিব যেন পাইছো 😅। অহা নিৰ্বাচনত তোৰ চেল খাই মলুৱা নামিব বোপাই।

  • @BapuSensua-f4w
    @BapuSensua-f4w Час назад

    বিধেয়ক হৈ নগালৈ ভয় লাগে টোক মতা মানুহ নকয়

  • @Writu-qx7mb
    @Writu-qx7mb 18 минут назад

    চাৰিবাৰ MLA অই চাৰিবাৰ MLA 😂😂

  • @ffteamup8984
    @ffteamup8984 Час назад

    ৰূপজোতি কুৰুমি নহয কুচিত জোতি কুৰমি ।

  • @KundonKondon
    @KundonKondon 3 часа назад

    এই কোনে জোকাৰি ললে আমাৰ ধনু দাদাক। 😂

  • @mukulbhatta3549
    @mukulbhatta3549 2 часа назад

    Baba tumi mahan kintu tumi be be

  • @JunmoniGogoi-vz3mq
    @JunmoniGogoi-vz3mq 3 часа назад +1

    Toi ww khelibo ja

  • @rimjimnath558
    @rimjimnath558 5 минут назад

    বা বা আপোনাৰ ব্যবহাৰ।কোনে আপোনাক ভোট দিয়ে।

  • @MineeboruahGogoi
    @MineeboruahGogoi 4 часа назад

    Val lagise dei

  • @bimangogoi2512
    @bimangogoi2512 3 часа назад +2

    অ ছাগলিটো কৰপৰা ওলাল আকৌ

    • @RanjitDas-p8i
      @RanjitDas-p8i Час назад

      😂😂😂 ছাগলীৰ ভিডেও টো এতিয়াও আছে😂😂

  • @puronpayeng7151
    @puronpayeng7151 21 минуту назад

    ব্ৰাউন বেল্টৰ কাম নাই , এঘূচা আনক মৰা মানে , নিজে তিনি ঘুচা খাব লাগিব ব্লেক বেল্টৰ পৰা 😂😂😂

  • @bhabensaikia5028
    @bhabensaikia5028 Час назад

    ২০২৬ ত এইজনৰ নাম কটা যাব

  • @hiteshkalita9067
    @hiteshkalita9067 2 часа назад

    আগতে শুনিছিলো পাগল৩২প্ৰকাৰৰ।এতিয়া দেখিলোঁ পাগলৰ স্ংখ্যা৬৪প্ৰকাৰৰ

  • @AnataMoliya
    @AnataMoliya Час назад

    দুৰ্গা পূজা আহি আছে 😂😂😂😂😂😂😂😂

  • @prodipbora2752
    @prodipbora2752 2 часа назад

    বিজেপি সদস্যতা ভৰ্তি কিমান জনক কৰিলা?বৰমতা।

  • @dr.sanjibdeka7402
    @dr.sanjibdeka7402 2 часа назад

    ই বিধায়ক নে গুন্দা?

  • @Abhiborah00
    @Abhiborah00 4 часа назад +1

    Manuh tu kintu bohut vaal true monor manhu hoi rupjyoti kurmi

  • @mandiraboro5657
    @mandiraboro5657 40 минут назад

    Holeo jimane ji nohouk comedy scenes val lagise 😂

  • @rinkumili2957
    @rinkumili2957 Час назад

    তুমি বিধায়ক নে গুণ্ডা?এজন বিধায়ক ৰ মুখত এই শব্দ বোৰে শুভা নাপায় দেই

  • @jadavnath4360
    @jadavnath4360 2 часа назад

    কেটেপা বেল্ট।

  • @BidyutBikash-cv9ey
    @BidyutBikash-cv9ey 2 часа назад

    Yellow belt pua MLA kela....

  • @durgeswardas7861
    @durgeswardas7861 2 часа назад

    MLA , normal haba lage.

  • @arjungogoi4624
    @arjungogoi4624 3 часа назад

    অলিম্পিক জা

  • @padmakrpegu4340
    @padmakrpegu4340 Час назад

    WWE শিকি ৰাখিছে কিজানি, কোনেও নুজুকাবা নহ'লে একে গুচাত কটম কৰি দিব। বিশেষকৈ মৰিয়নি সমষ্টিৰ লোক সকলে সাৱধানে থাকক।

  • @BharatigayonGayon
    @BharatigayonGayon 43 минуты назад

    Kajironhat five star hotel bonaboloo luwstu gom napaineki aaijone

  • @Abhiborah00
    @Abhiborah00 4 часа назад

    Rup jyoti Jindabaad 🤣🤣

  • @sukumar610
    @sukumar610 40 минут назад

    ভবলা মেলি থৈছোঁ দেই।
    জতে ততে বেবাই দিয়ে অ।😂😂😂

  • @jantuchangmai4467
    @jantuchangmai4467 48 минут назад

    বিধায়ক😂😂 মৰিয়নি😂😂😂

  • @polopanging3521
    @polopanging3521 2 часа назад

    🥊🥊🥊boxing gloves loba dei

  • @isfaqulhussain6078
    @isfaqulhussain6078 43 секунды назад

    Aijon raijor pratinidhine? Ujonir babe durbhagya.

  • @nitugogoi8133
    @nitugogoi8133 13 минут назад

    Morioni raij e laj paise nai...