বুধবাৰে সুনীল গগৈৰ বাসগৃহত উপস্থিত হয় CIDৰ দল....
HTML-код
- Опубликовано: 2 июл 2024
- বুধবাৰে সুনীল গগৈৰ বাসগৃহত উপস্থিত হয় CIDৰ দল। সুনীল গগৈৰ পৰিয়ালৰ লোকক সোধা-পোছা CIDৰ দলৰ। সুনীল গগৈ-পৰিয়ালৰ বেংক আৰু আনুসংগিক নথি-পত্ৰ পৰীক্ষা CIDৰ দলৰ। সবিশেষ চাওক আমাৰ এক প্ৰতিবেদন।
#PratidinTime #assam #CID #sunilgogoi
একো ঘণ্টা নুলাই মানুহে বানপানী ফালে চালেই ইহঁতি বজাৰ সামৰি পলাব 😮😮
|সুনীল গগৈৰ পত্নীয়ে CID ক প্রশ্ন কেইটামান ৰ্কৰক |
জয়ন্ত গোস্বামীক জামিন আনিবলৈ কোন কোন ঠিকাদাৰ সংযুক্ত হৈছিল? কিয় হৈছিল ? উদ্দেশ্য কি ?
কোন ঠিকাদাৰৰ কলা ৰঙৰ কাৰ আছে ?
এই ঠিকাদাৰ আৰু তেওঁলোকৰ দ্ৰাইভাৰ সকলৰ ঘটনাৰ দিনাখনৰ মোবাইল লোকেচন বিছাৰিব লাগে |
জয়ন্ত গোস্বামীৰ ঘৰত টকাৰ লগত উদ্ধাৰ হোৱা লিষ্টৰ VVIP সকলক কিয় জেৰা কৰা হোৱা নাই ? তেওলোকৰ লগত ঘিলামৰা ঠিকাদাৰৰ টেলিফনিক সংযোগ হৈছে নেকি তাৰ তদন্ত বিছাৰিব লাগে |
sunil r potni ye sob janio ako nakai jen lage .joymoti r dore