আৰক্ষীয়ে একপ্ৰকাৰ পলুৱাই পঠিয়ালে নেকি জাহাংগীৰৰ ভাতৃ জাহিদুৰক......কিন্তু কিয়?

Поделиться
HTML-код
  • Опубликовано: 29 сен 2024
  • অৱশেষত ধুবুৰীলৈ আহিল জাহাংগীৰ হুছেইনৰ ভাতৃ। ঢকুৱাখনাৰ পৰা ধুবুৰীলৈ ৰাওনা জাহিদুৰ হুছেইন। আৰক্ষীয়ে একপ্ৰকাৰ পলুৱাই পঠিয়ালে জাহাংগীৰৰ ভাতৃ জাহিদুৰক। গোগামুখলৈকে আৰক্ষীয়ে আগবঢ়াই দিলে জাহিদুৰক। সমান্তৰালভাৱে জেৰা চলিছে সুনীলৰ অসুস্থ পুত্ৰৰ। ঘটনাৰ সবিশেষ চাওক আমাৰ এক প্ৰতিবেদন।
    #PratidinTime #assam #AssamNews #sunilgogoi

Комментарии • 60

  • @hemantanath1175
    @hemantanath1175 3 месяца назад +25

    অসম পুলিচ বুলি ক'লে ঘীনলাগে

  • @ifranhussain3407
    @ifranhussain3407 3 месяца назад +2

    এয়াই হৈছে অসমৰ SMART POLICE. 😊

  • @Indian23537
    @Indian23537 3 месяца назад +7

    Dhakuakhana raiz, please ulai ahok sobei. DNA report rajuhua koribo lage. Police a natok kori ase.

  • @NOBAJITBORA-d8y
    @NOBAJITBORA-d8y 3 месяца назад

    আৰক্ষীৰ সম্পূৰ্ণ হাত আছে।। 2:54

  • @AtulBorah-gh8up
    @AtulBorah-gh8up 3 месяца назад +18

    জাহিংগি হে জিয়াই আছে

  • @JugalRay-vi5xn
    @JugalRay-vi5xn 3 месяца назад +14

    ঢোকুৱাখানা সমস্যা টো যদি সমাধান কৰিৱ নৱাৰে ২০২৬ ত হেমন্ত বিশ্ব শৰ্মা আৰু ৰাজ কৰিৱ নোৱাৰে 😊😊😊😊😊

  • @pitambarabhoypuria6492
    @pitambarabhoypuria6492 3 месяца назад +14

    Jonmoni Rabha ৰ কেচটোৰ দৰে নাটক কৰি সুনীল গগৈক অকলে হত্যাকাৰী আৰু পলাতক সজাই কেছ সামৰিব বুলিয়ে ধাৰনা হৈছে।

  • @kukilchutia8910
    @kukilchutia8910 3 месяца назад +5

    অসম পোলিছ কিমান টকা পোত গ'ল লখিমপুৰ

  • @thehouseofftllchannel5706
    @thehouseofftllchannel5706 3 месяца назад +6

    চুনিলক হত্যা কৰোৱাবৰ বাবে জাহাংগিক এদিনৰ আগতে লুকোৱাই ৰাখিছিল নেকি তিতৃয় পক্ষই চুনিলক হত্যা কৰোৱাই পলোৱাই পথালে নেকি জাহাংগিক কিয় দি এন এ পৰীক্ষা কৰিবৰ কাৰণে হায়দৰাবাদলৈ পথাব লগা হয় অসম খন ইমান ভিক্ষাৰী নেকি ভাসন বৰ বৰ কাম নাই এইবোৰ চালে কিবা ওপৰৰ মাল আছে

  • @7gc970
    @7gc970 3 месяца назад +6

    গোস্বামীৰ পৰা আৰক্ষীৰে টকাৰ খাই এইবোৰ নাটক কৰি আছে ।আৰক্ষীৰে মিছাৰ কৈ সোনিল গগৈৰ পৰায়ালক শাস্ত্ৰীৰ দি আছে । সোনিল গগৈক হত্যাৰ কৰি নাপাত্ৰা কৰিলে গোস্বামীৰ পাৰতিয়ে

  • @DwijenPhukan
    @DwijenPhukan 3 месяца назад +5

    মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবি কৰি সমগ্ৰ ঢকুৱাখনাৰ ৰাইজ ৰাজপথলে ওলাই আহক !
    পুলিচে নাটক কৰি আছে ...!!!

  • @BhagyabatiChetia
    @BhagyabatiChetia 3 месяца назад +13

    পুলিচ মেনেজ হৈচে যেন পাও।

    • @krishnokachari7913
      @krishnokachari7913 3 месяца назад

      Atiya loike nai aru agotei Manege hoi gol....aru atiya CID Ghenta dal koribo kela.... Rejalt Big 0, Koni guti uliyabo....

  • @RupaliBorahRupaliBorah-tn5gy
    @RupaliBorahRupaliBorah-tn5gy 3 месяца назад +4

    জয়ন্ত গোস্বামীক জেৰা কৰিলেই সকলো তথ্য উলাই পৰিব

  • @ManjuDas-b8q
    @ManjuDas-b8q 3 месяца назад +1

    অসম আৰক্ষী য়ে কেৱল দুখীয়াকহে হাৰাৰ শাস্ত্ৰী কৰিব পাৰে ভুল শুদ্ধ বিচাৰ নকৰে কেৱল পইচা চিনি পাই

  • @RanjitDeka-b9i
    @RanjitDeka-b9i 3 месяца назад +23

    জয়ন্ত গোস্বামীৰ পত্নীক জেৰা কৰিলে বোধ হয় ক্লু লাভ কৰিলে হেতেন ! গোগামুখৰ সেই হোটেলৰ চিচি টিভি পরীক্ষা কৰিলে নে? জাহাঙ্গীৰে কোন ঠাইত ফোন চুইচ্চ অফ কবিছিল ? জাহাঙ্গীৰক কোনে চিন্তিত অবস্থাত দেখিছিল ? জাহাঙ্গীৰৰ সুনীল গগৈৰ আশে পাশে কোনেও দেখা পোৱা নাচিল 1 অথচ ফোনৰ লোকেচন তাত দেখুৱাছিল | ্তার মানে জাহাঙ্গীৰ ঘাটকৰ বাহনত আত্মগোপন কৰি আছিল নেকি ? সাধাবণ মানুহৰ আলোচনাত এনেকুৱা কথা আলোচনা হয় | পুলিচৰ মাজত নহয়নে ?

  • @NOBAJITBORA-d8y
    @NOBAJITBORA-d8y 3 месяца назад +1

    আৰক্ষীৰ সম্পূৰ্ণ হাত আছে।।

  • @BasantaTamuly-ht9bz
    @BasantaTamuly-ht9bz 3 месяца назад +3

    লাভলি কাটিয়াৰক আনি শেষত ফাইল বন্ধ কৰিব থব লাগিব।

  • @dipankarhazarika7134
    @dipankarhazarika7134 3 месяца назад +5

    এই সকলো ঘটনাৰ লগত পসাষন অথবা চৰকাৰি বৰমুৰীয়া সকল জৰিত আছে যেন অনুমান হয়। অসম আৰক্ষী ইমান দুৰ্বল নে ? জন সাধাৰনে 😂কাক বিশ্বাস কৰিব এনেকৈ হলে

  • @PurnimaGogoi-w6e
    @PurnimaGogoi-w6e 3 месяца назад +37

    জয়ন্ত গোস্বামীক কিয় জেৰা কৰা নাই??জোনমনী ৰাভাৰ দৰে একেই হৈ পৰিব।দিন বাগৰি গৈ আছে ক্লু হেৰাই গৈ আছে।😱😱

  • @RajibdoleyRajibdoley
    @RajibdoleyRajibdoley 3 месяца назад +6

    জুনমণি ৰাবৰ ধৰনে হৱ যেণ লাগিছে

  • @ThakursingBorkola-eq4jv
    @ThakursingBorkola-eq4jv 3 месяца назад +1

    Sorkaro obhela jaintok haste dela ulai porebo mamaro dukh at porebo

  • @NabajitMedhi-ri4to
    @NabajitMedhi-ri4to 3 месяца назад +1

    Bormuriya jorit

  • @ForidulIslam-jp1nv
    @ForidulIslam-jp1nv 3 месяца назад +4

    Sunil gogoi & wife call recorder news ot dekhilo , & CRPF jawan kahili para , BJP leader , kandu se se se

  • @ranujpanging9243
    @ranujpanging9243 3 месяца назад

    Assam police bur gush kuwahe.atau Val police nai.

  • @GobinRegon
    @GobinRegon 3 месяца назад +7

    পুৰস্কাৰৰ লোভ কাৰো নাই। দেখিলে এনেও কয়দিব।

  • @AnimaBaching-q6h
    @AnimaBaching-q6h 2 месяца назад

    সুনিল গগৈ এ আছিল মৃতদেহটো %

  • @IamTimung
    @IamTimung 3 месяца назад +7

    নোৱাৰে এই পুলিচ মোখা কিটা, গ'ল এইটো কেচ আৰু দুই তিনি দিনৰ ভিতৰত হেৰাই যাব ।

  • @NOBAJITBORA-d8y
    @NOBAJITBORA-d8y 3 месяца назад

    আৰক্ষীৰ সম্পূৰ্ণ হাত আছে।।

  • @NOBAJITBORA-d8y
    @NOBAJITBORA-d8y 3 месяца назад

    আৰক্ষীৰ সম্পূৰ্ণ হাত আছে।।

  • @papuborgohain8156
    @papuborgohain8156 3 месяца назад +18

    সুনিল গগৈ এ আছিল যেন পাও মৃতদেহটো

  • @sumgogoi9025
    @sumgogoi9025 2 месяца назад

    Llll

  • @sumgogoi9025
    @sumgogoi9025 2 месяца назад

    Lllp😅😅

  • @kukilchutia8910
    @kukilchutia8910 3 месяца назад +2

    এখন নাতক ৰছিছে 😢

  • @pranabkumartamuli5828
    @pranabkumartamuli5828 3 месяца назад +6

    Janiyu najane police

  • @dipalidutta6735
    @dipalidutta6735 3 месяца назад +3

    Engineerk Hudha Pusha karib Lage,

  • @dipildutta1545
    @dipildutta1545 3 месяца назад +2

    আযিৰ পৰা এইতো নিউজ নাছাও কাকনো বুলীবা ককা চবৰে দাড়ী ছুলী পকা ---মনত পৰে এনেতে--- জুনমনি লৈ ---------------

  • @jogendranarayanbaruah8011
    @jogendranarayanbaruah8011 3 месяца назад

    Assam police atia
    Ki kobo? Akarmanya buli agor khyati heral neki ?

  • @JyotikaKuli
    @JyotikaKuli 3 месяца назад +3

    Suniloke hitiya korise jahangir noy

  • @ChandraGohain-n1h
    @ChandraGohain-n1h 3 месяца назад +1

    Assam. P, Kam,, nai

  • @NOBAJITBORA-d8y
    @NOBAJITBORA-d8y 3 месяца назад

    আৰক্ষীৰ সম্পূৰ্ণ হাত আছে।।

  • @RajuSaikia-y9h
    @RajuSaikia-y9h 3 месяца назад +1

    😢😢😢😢😢😢😢😮😮😮

  • @pp_wonderer9269
    @pp_wonderer9269 3 месяца назад

    Sting operation kori nasao kio ......he Goswami bula manhu tuk😂😂😂😂😂😂

  • @madhurjyabaishya5126
    @madhurjyabaishya5126 3 месяца назад

    অসম আৰক্ষী বুলি কলে ভাল হব নেকি।

  • @Libra-9rr
    @Libra-9rr 3 месяца назад

    Ulti case d diok na pulisr uprt court case korok

  • @rantuChetia-w8t
    @rantuChetia-w8t 3 месяца назад

    Political kiba ase sage

  • @intajulzaman4393
    @intajulzaman4393 3 месяца назад

    Beya lagil, Jahangirar babe,Jaliba kintu Axoma,Bisar karok khonkale

  • @pabankrgogoi8471
    @pabankrgogoi8471 3 месяца назад +1

    কাকনো বুলিম ককা সকলোৰে দাড়ি চুলি পকা ।

  • @IsmailHussain-x4o
    @IsmailHussain-x4o 3 месяца назад

    Kinu fulto news kri asa..

  • @ujjalkonwar2859
    @ujjalkonwar2859 3 месяца назад

    😮😮😮
    অ .....

  • @krishnokachari7913
    @krishnokachari7913 3 месяца назад +2

    Dhui....bad de aru kela aibilak....Enei misake Natok kori thokatkoi 😅😅😅 lastot goi Rejalt Big 0, Aluguti ulabo 😅😅 Junmoni Rabha dore hbo...aji 26 din hoi gol...ki Ghenta dal ulale 😅😅😅 Kam nai aru....Bosor, Bosor tdnto korilew aku Ghenta dal koribo nuare 😅😅😅 ( Eyar Rohoiso to olp beleg...Bujai bujise aru....😮