বুধবাৰে সুনীল গগৈৰ বাসগৃহত উপস্থিত হয় CIDৰ দল....

Поделиться
HTML-код
  • Опубликовано: 2 июл 2024
  • বুধবাৰে সুনীল গগৈৰ বাসগৃহত উপস্থিত হয় CIDৰ দল। সুনীল গগৈৰ পৰিয়ালৰ লোকক সোধা-পোছা CIDৰ দলৰ। সুনীল গগৈ-পৰিয়ালৰ বেংক আৰু আনুসংগিক নথি-পত্ৰ পৰীক্ষা CIDৰ দলৰ। সবিশেষ চাওক আমাৰ এক প্ৰতিবেদন।
    #PratidinTime #assam #CID #sunilgogoi

Комментарии • 3

  • @AnantaDasDas-lb2zl
    @AnantaDasDas-lb2zl 7 дней назад +2

    একো ঘণ্টা নুলাই মানুহে বানপানী ফালে চালেই ইহঁতি বজাৰ সামৰি পলাব 😮😮

  • @user-yo9hn4md4j
    @user-yo9hn4md4j 7 дней назад +1

    |সুনীল গগৈৰ পত্নীয়ে CID ক প্রশ্ন কেইটামান ৰ্কৰক |
    জয়ন্ত গোস্বামীক জামিন আনিবলৈ কোন কোন ঠিকাদাৰ সংযুক্ত হৈছিল? কিয় হৈছিল ? উদ্দেশ্য কি ?
    কোন ঠিকাদাৰৰ কলা ৰঙৰ কাৰ আছে ?
    এই ঠিকাদাৰ আৰু তেওঁলোকৰ দ্ৰাইভাৰ সকলৰ ঘটনাৰ দিনাখনৰ মোবাইল লোকেচন বিছাৰিব লাগে |
    জয়ন্ত গোস্বামীৰ ঘৰত টকাৰ লগত উদ্ধাৰ হোৱা লিষ্টৰ VVIP সকলক কিয় জেৰা কৰা হোৱা নাই ? তেওলোকৰ লগত ঘিলামৰা ঠিকাদাৰৰ টেলিফনিক সংযোগ হৈছে নেকি তাৰ তদন্ত বিছাৰিব লাগে |

    • @bhaskarjthakuria5538
      @bhaskarjthakuria5538 7 дней назад +1

      sunil r potni ye sob janio ako nakai jen lage .joymoti r dore