BARAXAR XIPAROT( বৰষাৰ সিপাৰত) -DN Bhuban (official song)

Поделиться
HTML-код
  • Опубликовано: 3 июл 2024
  • BARAXAR XIPAROT( বৰষাৰ সিপাৰত) -DN Bhuban (official song)
    Audio Credits-
    Singer- DN Bhuban
    Lyrics - Bijit Nath
    Music and Composition - DN Bhuban
    Flute - Ratul Sarma
    Guiter - Mridujyoti Nath
    Animation - Anup
    Lyrics:
    বৰষাৰ সিপাৰত
    কাঁচিয়লি পোহৰত
    ধুসৰ মুখনি চোৱাৰ হেপাহত
    তুমি কোন মায়াবিনী?
    অভিমানী বৰষা তুমি ৰোৱা থমকি
    অচিনাকী পখী পলকৰে চিনাকি
    চাই চাই ৰও থমকি
    তুমি আহি জিৰালাহি সপোনৰে চহৰত
    মৰমে দোলা দিলেহি প্ৰেমৰে আলিবাটত
    চিনাকী যেন তুমি বহুদিনৰে
    সপোনত দেখো সঘনে
    বৰষা মাথোঁ ৰʼলে এবাৰলে
    সুধিম ঠিকনা তোমাৰে
    পাহাৰিয়া ডাৱৰে বিজুলীৰে মিলিছে জিৰাবলে খুজিছে
    তোমাৰে দুচকুতে
  • ВидеоклипыВидеоклипы

Комментарии • 64