Jolong Jopong By Sudeep Ranjan || Luit Neel || New Assamese Bihu song 2020
HTML-код
- Опубликовано: 7 дек 2019
- Lyricist/Composer: Luit Neel
Singer: Sudeep Ranjan
Music: Anupam Konwar
Flute: Anjan Medhi
Stroke: Rupam Sarmah
Manual percussion: Anupam Konwar
Mix/Master: Ibson Lal Baruah
Recorded by Pinku Das @Red AV studio
Female Vocals: Barsha Borah
Additional Vocals and backings :Bidyut Bikash,Bornil,Kumaresh,Jitu Deka,Mridul Kalita
Additional Lyrics and tune: Neel Akash Das,Prandeep,Sudeep
Video director:. Rupjyoti Choudhury
Cinematography: Bitul Das
Aerial Cinematography: Chandan Bhuyan
MUA: Pooja Dutta
Production: Nayan Rajbongshi
Editor: Manas Kashyap
#Jolong_Jopong
#Sudeep_Ranjan
#Luit_Neel
ধুনীয়া হৈছে দাদা
Mon Sui goise..eman bhal lagise..ki kom aru..amazing dr Sudeep..keep shining..god bless 🙂🙂
সচাকৈ কথা কব গলে এটা ধুনীয়া মাদকতাৰে ভৰা গীত... গানটোৰ সুৰ ধুনীয়া হৈছে কিন্ত দাদা video তো অলপ আদৰ video তোৰ সাদৃশ্য আছে...!
Mur iman val lagise ganbur sudeep daa...... apuni jate agbari jai ....
উফ কি কম গানটো মোৰ বহুত প্রিয়,ধন্যবাদ ইমান ধুনীয়া গানটো আমাক উপহাৰ দিয়া বাবে ❤️❤️❤️
2020 হিট গীত হব এইবাৰ সকলোৱে আদৰি লওক এটা লাইক মাৰি যাওক তলত,👇👇👇👇👇👇
গানটো release দিয়াৰ পৰাই মই ছাগেই 20 বাৰ মান শুনিলো আও।তথাপিও হেপাহ পলুৱা নাই ।সচাকৈ বহুত ভাল লাগিছে গানটো । all the best sudeep দাদা আশা কৰো আগলৈ আৰু এনেকুৱা ধৰণৰ গান আপোনাৰ পৰা উপহাৰ হিচাপে পাম 💖💖💖💖💖💖
গানটো সকলো দিশতে উৎকৃষ্ট মানৰ হৈছে আৰু production ৰ বিশেষ ভাবে সলাগ লব লাগিব ইমান ধুনীয়া কে উপস্থাপন কৰাৰ বাবে।
More better than best ummma 😘😘😘 deeply big fan deep daa we loves you
মই তোমাক গীতটি দি অতি সুখী সুদীপ্ত। তুমি আৰু আগবাঢ়ি যোৱা।।
Mur val loga singer Jon sudeep da nice song😘😘😘😘
খুউব ধুনীয়া হৈছে
Tumi juii Sudeep. God bless
doctor daa...mojaaaa
ড৹ ছাৰ মজা।গানটো ইমান ধুনীয়া।ছাৰ আপোনাৰ কণ্ঠ আৰু..👌👌।লগতে ৰূপজ্যোতি 💪💪💪❤❤💚💚 মজা।ৰূপজ্যোতিৰ ভিডিঅবিলাক বৰ আলফুল,মৰমলগা হয়েই।
Sudeep Da ... Duniya hoishy ❤❤❤❤❤❤
Bohut dhunia hoisa dada aanakoi Tumi aamak gaan give di jaba dai dada lovely song ufssss hoi goisu 💖💞💚💚💚❤️❤️❣️❣️💕💕💕
Hosai khub hundor hoise
কি কম আৰু সুদীপ দা , আপোনাৰ গান❣️ ....খুব সুন্দৰ হৈছে দাদা❣️.... এনেদৰেই আমাক ধুনীয়া ধুনীয়া গীত উপহাৰ দি যাব । 😇
Bht dhunia lgse Gaan tu😍😍❤❤