Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
গীতটি বকুল ফুলৰ দৰে শান্ত, শুভ্র আৰু স্নিগ্ধ
মন বেয়া হৈ থাকিলে হীৰুদাৰ এই গানতো শুনি বহুত শান্তি পাওঁ । হীৰুদা❤❤❤
হীৰেন ভট্টাচাৰ্যৰ এই অমৰ সৃষ্টি অনিন্দিতা পালৰ কন্ঠত চিৰসেউজ হৈ ৰৈছে। কিমান বাৰ শুনিছোঁ এই গীতটো হিচাব নাই।অথচ ভাল লগা অনুভূতি খিনি একেই আছে।
Very nice song
হীৰুদাৰ অতি সুন্দৰ গীত,তাতে আকৌ অনিন্দিতা পালৰ কণ্ঠদান।সচাই শুনি থাকিবৰ মন যায়।
এই সুন্দৰ গীতটোৰ সুৰৰ ধ্বনিৰে এটি সুমধুৰ নষ্টালজিক ভাবৰ উদয় ঘটাইছে ৷ বহুত ধন্যবাদ !
কিমানবাৰ শুনিছোঁ হিচাপ নাই...... আৰু শুনিয়েই আছোঁ আৰু শুনিয়েই শুনিয়েই থাকিব পাৰিম সদায়ে ❤️
Mor 15 mohiya soali joniye gan to suni tuponi jai. Beleg eko gan nusune tai.❤❤
অসমৰ সংগীত জগতত অন্যতম চিৰসেউজ শ্ৰেষ্ঠ সংগীত।
ধুনীয়া গীত৷ আজিকালি এনেকুৱা গীত দুৰ্লভ যেন হৈছে৷
অতি সুন্দৰ। লগতে 999 টো 1k লৈ বাগৰিল
হীৰুদাৰ কথাত সুৰ, সঙ্গীত, কণ্ঠ আৰু চিত্ৰগ্ৰহণৰ অপূৰ্ব সমাহাৰ।অতি সুন্দৰ বৰ শান্তি পালো।
Ki j madhur gan ....sabda bor...Gitr kotha 💐💐💐💐💕💕
সুন্দৰ।শুনি ভাল পালোঁ
কিমান যে ভাল পাওঁ গীতটি।হেপাঁহ নপলায়।
waaaahhhh 💯💯👌🎤👌🎤
Bahut Sundar Kantha moi ai geet to Bahut bhal pao
অতি সুন্দৰ গীত ও কণ্ঠস্বৰ !
সুললিত..সুগন্ধিত !ৱাহ..
Nobody can give justice to this song except Anindita! কবিতাক সুৰেৰে নৈসৰ্গিক কৰি তুলিছে।
Dhuniya
মনত বহুত শান্তি অনুভব কৰিছোঁ।ধন্যবাদ।
এই চিৰসেউজ গীতটো অনিন্দিতা পালৰ কন্ঠত অতি সুমধুৰ হৈছে বুলি আমাৰ ধাৰণা।
Bhut dhunia
ভাল লাগিল শুনি। সুন্দৰ কণ্ঠ
Oti xundor xunile xuni thakibor mon jai
Hiren sir was truly genius
কি সুন্দৰ মাত ❤
বুকু জুৰাই দিয়া গান ৷
Bahut Sundar geet bhal khantha
অনন্য সুন্দৰ
নিচা💚
Agreed
Like this song very much.. :-) Whatta nice composition of Hiruda ..
WcomeGreatBeautiful Deha
সুগন্ধি সংগীত,,,,,,
This is one of the song for me.your voice is very melodious.
মোৰ অতিকৈ প্ৰিয়।❣️
One of my fav songs ❤
Just wow!! Falling in Love
বৰ মিঠা । ❤
সুন্দৰ
ইমান মিঠা । ❤️❤️❤️
🎉 Heartly Congrates
I feel and feel this voice.I wish, I could see and touch it,to make a statue and to worship it!
This song makes me weep.
এই কবিতা আৰু গীত... ❤️💚
অতুলনীয়❤️❤️
Unforgettable voice of Anindita fitting fot the lyrics by Hiruda
হী ৰু দাই , ... কণ্ঠ নিগৰাই গীতৰ সুৰ সুৰে শব্দ এৰিদিয়া কণ্ঠৰ গৰাকীক চিনিপাইছিল ।তেতিয়া হয়তো এই গৰাকীয়ে একো বুজাই নাছিল ।
শুনি কোনোদিন আমনি নলগা এটি গীত❤️❤️
Okole hunile najnu kio.. sokulu ulai ahe...imn hundor
Music and melody is heavenly!
A very good song _thanks a lot
very nice song
অপূৰ্ব ।
Soulful voice😊😊
Very nice
Evergreen ❤
Wow😊😊
Currently my favourite song
The best song in the world
Anyone youth like me who has this song on their favorites list?
Me
My great poet.Miss a lot
MOROHI JOWA HRIDOY KHON GEET TIYE JIPAL KORI TOLE...
মধুৰ
সাতোৰং এন্ধাৰতে বিচাৰি পোৱাজন 🕊️
Ever green
❤❤❤
Nice song
Sumudhar assame song..
Very swéet voice
❤❤❤❤❤
🎉
Legend
Soku paani sore
🙏🙏❤️❤️
❤❤2024
Can someone tell me the meaning of this song/poem? What is it about?
😭
গীত ,সুৰ আৰু কণ্ঠৰ এক বুজাব নোৱাৰা সৰগীয় কিবা এটা___মাথোঁ উপলব্ধিহে কৰিব পাৰি __বুজাব '000000% ও নোৱাৰোঁ
Tumi Jodi anindita chakroborty how ta hole amar onuman tik holo.
গীতটি বকুল ফুলৰ দৰে শান্ত, শুভ্র আৰু স্নিগ্ধ
মন বেয়া হৈ থাকিলে হীৰুদাৰ এই গানতো শুনি বহুত শান্তি পাওঁ । হীৰুদা❤❤❤
হীৰেন ভট্টাচাৰ্যৰ এই অমৰ সৃষ্টি অনিন্দিতা পালৰ কন্ঠত চিৰসেউজ হৈ ৰৈছে। কিমান বাৰ শুনিছোঁ এই গীতটো হিচাব নাই।অথচ ভাল লগা অনুভূতি খিনি একেই আছে।
Very nice song
হীৰুদাৰ অতি সুন্দৰ গীত,তাতে আকৌ অনিন্দিতা পালৰ কণ্ঠদান।সচাই শুনি থাকিবৰ মন যায়।
এই সুন্দৰ গীতটোৰ সুৰৰ ধ্বনিৰে এটি সুমধুৰ নষ্টালজিক ভাবৰ উদয় ঘটাইছে ৷ বহুত ধন্যবাদ !
কিমানবাৰ শুনিছোঁ হিচাপ নাই...... আৰু শুনিয়েই আছোঁ আৰু শুনিয়েই শুনিয়েই থাকিব পাৰিম সদায়ে ❤️
Mor 15 mohiya soali joniye gan to suni tuponi jai. Beleg eko gan nusune tai.❤❤
অসমৰ সংগীত জগতত অন্যতম চিৰসেউজ শ্ৰেষ্ঠ সংগীত।
ধুনীয়া গীত৷ আজিকালি এনেকুৱা গীত দুৰ্লভ যেন হৈছে৷
অতি সুন্দৰ। লগতে 999 টো 1k লৈ বাগৰিল
হীৰুদাৰ কথাত সুৰ, সঙ্গীত, কণ্ঠ আৰু চিত্ৰগ্ৰহণৰ অপূৰ্ব সমাহাৰ।
অতি সুন্দৰ বৰ শান্তি পালো।
Ki j madhur gan ....sabda bor...
Gitr kotha 💐💐💐💐💕💕
সুন্দৰ।শুনি ভাল পালোঁ
কিমান যে ভাল পাওঁ গীতটি।হেপাঁহ নপলায়।
waaaahhhh 💯💯👌🎤👌🎤
Bahut Sundar Kantha moi ai geet to Bahut bhal pao
অতি সুন্দৰ গীত ও কণ্ঠস্বৰ !
সুললিত..সুগন্ধিত !ৱাহ..
Nobody can give justice to this song except Anindita! কবিতাক সুৰেৰে নৈসৰ্গিক কৰি তুলিছে।
Dhuniya
মনত বহুত শান্তি অনুভব কৰিছোঁ।ধন্যবাদ।
এই চিৰসেউজ গীতটো অনিন্দিতা পালৰ কন্ঠত অতি সুমধুৰ হৈছে বুলি আমাৰ ধাৰণা।
Bhut dhunia
ভাল লাগিল শুনি। সুন্দৰ কণ্ঠ
Oti xundor xunile xuni thakibor mon jai
Hiren sir was truly genius
কি সুন্দৰ মাত ❤
বুকু জুৰাই দিয়া গান ৷
Bahut Sundar geet bhal khantha
অনন্য সুন্দৰ
নিচা💚
Agreed
Like this song very much.. :-)
Whatta nice composition of Hiruda ..
Wcome
Great
Beautiful Deha
সুগন্ধি সংগীত,,,,,,
This is one of the song for me.your voice is very melodious.
মোৰ অতিকৈ প্ৰিয়।❣️
One of my fav songs ❤
Just wow!! Falling in Love
বৰ মিঠা । ❤
সুন্দৰ
ইমান মিঠা । ❤️❤️❤️
🎉 Heartly Congrates
I feel and feel this voice.
I wish, I could see and touch it,
to make a statue and to worship it!
This song makes me weep.
এই কবিতা আৰু গীত... ❤️💚
অতুলনীয়❤️❤️
Unforgettable voice of Anindita fitting fot the lyrics by Hiruda
হী ৰু দাই , ... কণ্ঠ নিগৰাই গীতৰ সুৰ সুৰে শব্দ এৰিদিয়া কণ্ঠৰ গৰাকীক চিনিপাইছিল ।
তেতিয়া হয়তো এই গৰাকীয়ে একো বুজাই নাছিল ।