Bristi - বৃষ্টি | 09th July 2024 | Ep No 290
HTML-код
- Опубликовано: 8 июл 2024
- Click here to Subscribe to Rang TV Channel:- bit.ly/2zKPoy8
Episode No :- 290
----------------------------
বিৰিণাই কি কথা লৈ নীতা আৰু ঝৰ্ণাক সতৰ্কবাদী দিয়ে?
#Rangtv #Bristi #Prideeastentertainments
More Useful Links :
* Visit us at: www.rangtv.org
* Like us on Facebook: / rangtvofficial
* Follow us on Twitter: / rangtv2 - Развлечения
Kisur aru berina দুদিনৰ কাৰণে হ'লেও লগ হোৱাতো কোনে কোনে বিছাৰে like ata kori diba
চিমি জনিয়ে নিজৰ সুখৰ বাবে ইমান তললৈ যাব পাৰে নে বিৰিনাই ইমান খিনি সহায় কৰাৰ পাছত এনেকুৱা কৰিবলৈ অলপো বেয়া নালগিল নে😢
😢
বিৰিণাই আজি মাহীমাকহতক মুখ তুলি কথা কোৱা বাবে বহুত ভাল লাগিল । ❤
মাক ৰ টেপটেপানী কেতিয়াবাই নাইকিয়া হৈছে jorna জনীহে বেছিকৈ উৰিছে আজি বিৰিনাই পাখি কাটি ঠিকে দিলে🙂😎
ঠিকেই কৈছা ।
কিবা এটা গত লাগিবলৈ লৈছিলহে চিমিয়ে মিছা কথা লগাই কিশোৰক ব্ৰেইন ৱাশ্ব কৰি দিলে।
উম হয় একদম দেখিব মন নাজাই চিমি 😡😡
Hosakoi hero😢
মনদীপা আজি হে তোমাক ভাল লাগিছে
বিৰিনা আৰু কিশোৰ দুয়ো লগ হোৱাতো বিচাৰো
কথাখিনি চিমীয়েহে কিশোৰক কোৱা বুলি বৰমা হঁতে জানিলেই হয় আৰু । ❤
চিমি দেখিবলৈ মন নাযায় ইমান বেয়া এইজনী ।
লুনা চিমিক তোমাৰ ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিয়া এতিয়াই লুনা
Yes..Simi k gotiyai uliyai dibo lage
এ মজা বিৰিণা কিন্তু গাখীৰ খোৱাই সাপ পুহিছা ॥
Kokaek ru vaekor Mila Priti bur bht val lage ❤
Wow birina bohut val lagil tumi anedore kuwar babe🥀❤🌹🥀❤🌹🥀❤🌹
কিমান আৰু গাখীৰ খোৱাবা বিৰিণা, এই বিষাক্ত সাপডালক (চিমি)
চব ঠিক আছে কিন্তু চিমি চৰিত্ৰ টো কিয় লিখি আছে
বিৰিনা কথাখিনি আজি ভাল লাগিল।
ঝর্ণা মুখৰ ৰং সলনি হয় গল বিৰিনা এখাৰ কথাতে,,,,ভাল কাম কৰিলে বৰিনাই ভাল লাগিল ❤এতিয়া এই চিমি চকু টেলেকিক আঁতৰাব লাগে
ভাল লাগিল বিৰিণা ই যে এনেদৰে ঝণা হঁতক কথা কব পিৰিলে❤❤❤❤❤
Birina mojaààaaaaaaaaaa --- 🥰
চিমি জনীক উলিয়াই দিব লাগে নিজৰ সুখ বিছাৰি 😢😢😢😢
Jhorna atia kene mojaààaaa ------ 😍
কিশোৰ অলপ বেছি হৈছে
Kene jhorna kene mojjja atiya nita aunty aru jhornai Bhara ghor bisora Start kora 😂😂Jhornar Lebel Fatil 🤣🤣🤣🤣🤣🤣😆😆😆😅
চিমিক দেখিব মন নোহোৱা হৈছে । নিজৰ সংসাৰ খন ধ্বংস কৰি এতিয়া বিৰিনা আৰু কিশোৰৰ মাজত কণ্ডল লগালে ।
বিৰিণাই যে মাত মাতিলে মই বহুত সুখী কিন্ত চিমি বৌক হজম নোহোৱা হৈছে আৰু
সৌৰভৰ মানুহজনি স্বাৰ্থপৰ
দুদিনৰ ভাবে হলেও বিৰিনাই কিশোৰক লগ পোৱাটু বিচাৰো তেতিয়াহে ভাল লাগিব লগ পাব নে?
Birina aru kishor mukhamukhi howatu sab bisaru ❤❤
লুনা চিমিক ঘৰৰ পৰা বাহিৰ কৰি দিয়া
Dhet simie kintu kisrk bor beak mnt humui dile d.napi simi napi .ankua kribo
Simik lastt birinai ghrr pora uliai diyatu bisaru dei,,, khyoma kri diyatu nhoi
Kishork birinai kuwa nai nh hi je enei vul Buji ase simi pagoli kotha bishakh kori
Right
বিৰীনাইথীককৰীলে মজা❤❤❤
বিৰীনা❤
চিমিজনিয়ে আকৌ কিয় কথা লগাব লাগে
মজা বিৰিণা
ভাল লাগিছে ❤❤
Moja birina
Waiting 💕 for 💚 next ❣️ episode ❣️💚❣️
Simik sulit dhori sosorai anilu hoy ... Dhuiiii ki fal2 tiri yei
Tumi kintu jomaisa dei😂😂😂😂
Ene kakaiek keijon ase jie bhaiekoer babe patnik eri dise❤❤❤
কিশোৰক চিমিয়ে কৈছিল বিৰিণা কোৱা বুলি কিন্তু কিশোৰে কিয় তাকে শুদ্ধ বুলি ভাবি লৈছে আৰু বৰমা হঁতৰ আগত কিয় চিমিয়ে লগ ধৰি কৈছে বুলি কব পৰা নাই
বিৰিণাক ধন্যবাদ 👍
My favourite ❤❤
Samire Kishoror oshukhor kotha bur gom pabo lagisile kintu atialoike gomei pua nai 🥰
চিমি বহুত বেয়া, তাই এজনী পাগলী
Bohut dukh lagil ajir khondo to Sai.
Birinai kishoror babei aji mahi mak ru voniekok anedore kobo parise kintu birinai gomei pua nai chimi bonorie ki shorojontro kori ase 😍
Borma ru Saurav Dae Kishorok je aibur kotha chimi Bowe koise sei kotha janile nisoi sokolu xosa kotha bur olai poribo 😊
1st
Mackup artist jan ba joni beistir kintu awsome anyar nakaleo kishorr mackup moja hoise
চিমি বৌক হজম কৰিব নোৱাৰি 😡
এই চিমিজনীয়ে নিজৰ সংসাৰ খনটো ধৰি ৰাখিব নোৱাৰিলে ই। এতিয়া কিশোৰ ক মাৰি পেলাব মিছা কথা কিছুমান কৈ।
Kishor❤❤❤❤❤❤❤❤
❤❤❤Love you birina kisr❤❤❤
Super dhamaka❤❤❤❤❤ awesome
Kisor da aru sourav da tumalukr xodai anedore thkake jen❤❤❤🫂
Moja birina ba aru serial khon ag bohai nis
Hosakoi ajir khondo sai bohut dukh lagil😢😢😢
ভাল লাগিছে
Xorov dak eman val lage
Galaghator pora. Kisork ata like. Disu 20:27
Aru aji Sai Val lagela dai
ছিমি হাৰামি এই বোৰ ছিমিয়ে কৰিছে
🥰🥰🥰😭😭😭💝❤️
Sundar ovinay
বনৰ পক্ষী চিমী বৌ 😂
কেতিয়াও ঠিক নহয় তাই মৰি যাৱ দিব লাগিছিল এইজনীক 😏😣
@@toralidas8935 কুকুৰ ৰ নেছ বালি ত পুতি থলে ও পোন নহয় তাই ও একেই
@@toralidas8935 যি জনি ছোৱালী কাৰণে থাকিব লৈ তাই ঘৰ পালে খাব পালে তাইক আকৌ হিংসা কৰে
Birina 👍👍👍
Sabole roi asilu❤❤❤
Ppp0
Birina r bag tu Chang karib hol.bagtu Val nalage dekhat.bazar Kara muna Jan lage.
Kishoroloi bohut dukh lagil..😢
Naic birina baa ❤
Simik Sourav a divorce di dile hoi jate tyr hekh homoyot kunu kakhot nathake.... Geli geli morok ty.....
Boria brina❤
❤এইকথাষাৰচিমিয়েমিচাকৈচিলআৰোএইমানিনলৱদে❤❤❤😅
Moja birina moja👍👍
Birina kotha khini huni vl lgil jukor mukht sun porile
চিমি আৰু চিৰিয়েলত খন নালাগে ওলিয়াৱ
Kishor❤❤❤❤❤
B̊i̊r̊i̊n̊å k̊ s̊år̊i̊ůp̊h̊ål̊o̊r̊ p̊r̊å k̊i̊o̊ h̊e̊s̊å d̊i̊ ås̊å
Jhornar pakhi katile😂😂😂😂😂
Mozzzaaa birina 👍
Kishor...val..akting..karise.❤❤❤
moja birina
Moja desa birina...
Simi joni jui lage diba pare
Ei simi joni pheti saap t koi u bhoiyanok
Simik uliyai diyok hunkale
Boriah birina❤❤❤
Thankyou
❤❤❤❤❤❤❤❤
❤❤
বিৰিনা mojjjjjjjjjjjjaaaaaaaa
Birinar asort sourav dai gole he simik log pabo pale nissoy sorov dai janibo aitu simir kam birin aru kishor majot xumaise😢..simi eman thek monor taik ghurai anibo nalge .
❤❤❤
❤❤❤🥀🥀
❤❤👍👍👍
Nice
Barhiya ,atiyahe atiya
বিৰিনক ভুল বুজা টো হে বেয়া লাগিছে
❤
Simi 🐍
Xasake serial khn akhan natakar dare hoise bht bht bgal hoise kishorr acting uffs❤❤❤ baki borr lgotow bht bhal hoise